Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Bhut vl lagil dada gantu .. Sai
বহু বিৰতিৰ পিছত ভৃগু দা কণ্ঠত বিহু 😍😍 ভাল লাগিল দেই ।। এইবাৰ ভোগালী বিহুত ভেলা ঘৰত লগাই নাচাত হে যোৰ আৰু ।। ভৃগু দা ৰ কাৰণে like এটা সকলোৱে দিব ।।
Tumi vrigu da k bhut val powa n dada ☺duojne kin2 tamam val lage de
hoi baro
Qq
2022 Superhit Bihu ..No 1 Bihu.. Thank You Vreegu Kashyap ..
Dhuniya 💓💓💓 vreegu daa
Dhuniya lgise 😍😍
Dhuniya vrigu da aru lage anekwa video
বিহু শুনিলেই মনটো শান্তি লাগে 🥰 বহুত ভাল লাগিছে ভৃগু দা 🥰
Thank you
Vrigu da bohut val lagil gan tu aru. Xokuluke bhugali bihur xuvessa thakil
ভিগু দাৰ কণ্ঠ ❤️তাতে বিহু 🔥🔥
Hosakoi bht dhuniya hoise vregu da and preyam ba ag bahi jua
ইমান ধুনীয়া গীত এটি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ভৃগু দা। সুন্দৰ হৈছে। এইবাৰ মেজিত নাচিব লাগিব।
Iman dhuniya get dada ..mojaaa dada ..love u dada
Vreegu Da mojja lagishe video to 👌👌👌 mur Best Singer Vreegu Da
ভিগুদা মৰম বহুত পাইচু দে গানত আৰু কি লাগে ❤❤😂😂🎉
Mojja Mojja Vreegu Da apuna konthot bihu Geeti huni bhut bhut Val lagise
অতি সুন্দৰ মনোৰম এটি অপূৰ্ব সৃষ্টি মধুৰতা বিহুসুৰীয়া গীত হৃদয় চুই গ'ল শুনি ভাল লাগিল ভৃগু কাশ্যপ আৰু পাপৰি গগৈ মনোমোহা অপূৰ্ব সুললিত যাদুকৰী কণ্ঠত গীতৰ সুমধুৰ গুঞ্জন
Emm hundor bihu geet Notun bihu geet huniboe nupua holuSob bihu hurea geet he hunibo pau Thank u ভৃগু দা
মাঘ বিহুৰ শুভেচ্ছা থাকিল ভৃগু দা আৰু Priyam ba ❤️
Mojaaaaa🔥🔥🔥🔥🔥🔥
ভাল লাগিল বিহু সুৰীয়া গীতটো শুনি।। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে।।❤️❤️❤️
সুন্দৰ%%%
আগৰ পুৰণি VCD এলবামবিলাকৰ নিচিনা লাগিছে ভৃগুদা। Love From Goalpara❤
Xundor hoise dada
ভৃগু দা আপোনাৰ কন্ঠত বিহু সুৰীয়া গীতটি শুনি বহুত ভাল লাগিল॥❤💙👌👍
Hoi diya
Mojja bro your voice ufff🤗😘🤞🔥🔥
Verry nice verrgu dada nice video song and nice voice papori ba and verrgu da my fovrite singer
Bihu main mojja mojja ❤️❤️❤️
Aru kisu xomoi matro ❤❤❤
Val lagil gan2 video2 gutei hunkale lage
Bihu main ❤️Vreegu Daa Always favorite ❤️❤️
Mjaaa❤️ 👍
বহুতে বেছি ভাল লাগিল ককাইদেউ বিহু বুলিলে আৰু কি লাগে তাতে আৰু আপুনি দিয়া এই গানটো বহুত বেছি ভাল লাগিল.. Love you vreegu da...❤️❤️
Imn xundar,xuvessa thakil agotiakoi Bhugali bihur
বহুত ধুনীয়া হৈছে দাদা😍বিহুৰ শুভেচ্ছা যাছিলো
Um.. ধামাকা হোছি দে দাদা
ইমান সুন্দৰ ❤
Bohot val lagil... Tatei bihu
Congratulations Vreegu daa bohot val lagise huni ❤️❤️
Bohut bohut val lagil dada..
উভভভভ ভৃগু দাৰ কণ্ঠত বিহু💓💓💓💓
Bohut moja lagil
সছাই বিহু সুৰিয়া গীতটো বৰ ধুনীয়া লাগিছে দেই দাদা। লগতে ভোগালী বিহু ৰ শুভেচ্ছা জনালোঁ পৰিয়াল বৰ্গ লৈ
Bhot bhot bhot donya lagisa vreegu da ❤💕
Just love the song💚💚💚Thank you Vrigu da for this precious song ❤ lots of love & warm wishes to the whole team from this Jorhatian. 😇🤞
Hundor hoise dada
ভৃগু দা আজিকালি গান বোৰত দুজনী কৈ লগৰী লয় যে,,, 🥰🤗 বাৰু ভাল লাগিল ভিডিও টো।। আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল দাদা বৌ আৰু সকলোকে❣️
Ajoni free
Moja disa
Um mojja
Hasai dei
Holeo val lage
Vl lgil 🤩
গানটোৰ বাবে বহুত বহুত শুভকামনা যাচিলোঁ দাদা ❤️। আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিলো।❤️❤️।উৰুকাৰ নিশা তামাম নাচিব পাৰিম❤️।love you dada❤️
dhuniya hoise
Mojjjja😘😘😘😘
ভৃগুদাৰ বিহু সুৰীয়া গীতটো শুনি বহুত ভাল লাগিল ❤❤আৰু লগতে আপোনালৈ ও সকলোলৈকে আগতীয়াকৈ বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা আৰু মৰম থাকিল 💛💜
Dhuniya
খুব সুন্দৰ বিহু গীত 🔥🔥
Dhuniya lagil de
বহুত বছৰৰ মূৰত আপোনাৰ কণ্ঠত বিহু গীত শুনি সচাকৈ বহুত ভাল লাগিল ❤️😘🔥
!}😩😗
ruclips.net/video/p0SZTdzLvuw/видео.html
Maja lagisa dada
Vreegu da tumi aru tumar gaan jui🔥.aibar maghor bihu mane tumar new song 😍
খুব সুন্দৰ ভৃগু দা❤️❤️ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে
Hoti Hundor hoise moromr vreegu da juii 🔥❤️ dada
Next level👍👍
বহুত ভাল লাগিল আপোনালোক দুয়োকে লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জানালো 🙏
Khub..... Vaal.... Lagil...🙏🙏🙏👍👍👍✌️✌️✌️👌👌👌💛💙♥️
Aaijyoi Bihu Bihu❤😍
Agt a like kori dilu val Hbo gantu vreegu dadar gan tu val hboi gom paisu Vreegu dada mein magh bihur special song 🥳🥳🥳
Dada Gantu emanei val hoise dada vakhare prokakh krib nuwaru dada very nice 😘😘
বহুত ভাল লাগিল গানটো ....লগতে সকলোলৈ আগন্তুক ভোগালী বিহুৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ।।
mojja
অভিনন্দন ভৃগু ককাইদেউ আৰু প্ৰিয়ম বা ❤️ দুয়োকে বহুতো ধুনীয়া লাগিছে 🥰😘। 🌸 সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। 💐💐
সুন্দৰ সুন্দৰ ।অতি সুন্দৰ
You proved , you can sing bihu too ❣️
Mjaaaaa
বিমান বৰুৱা চাৰৰ গীতবোৰ সচাঁকৈয়ে বহুত ধুনীয়া ❤ শুনি থাকিলেও আমনি নালাগে চাৰৰ গীতবোৰ❤😍😍🙏
Heavy borhiya........ ❤🌼😍💞bihu main hoi falon poribo eibar
বঢ়িয়া ভৃগু দা ❤️🔥🔥🔥
Hundr ,, bihu bihu
সুন্দৰ ককাইদেউ 🥰🥰🥰🥰🥰
Dhuniya hoise vigu da. Makh bihur special song.... luck
বিয়া পতা পাছত ভৃগু দা গানো বেলেগ হল মনুহটো বেলেগ হল,ভাল লাগিছে গানটো বহুত
akahkitora pisot moina..... mojaa akha koru anedore aru jen val vl gaan uliai thake apunak kintu bihu dress jurot moja lagise dei vreegu daa☺🤘
ভেলাঘৰ হিলিব দেই❤️🔥🔥🔥🤞
val lagisa priyam pallavi ba so cute
ভেলাঘৰ হিলাই দিম ভৃগু দা❤️❤️❤️❤️এই গানটোত
Love from Dhemaji vreegu da ❤️ amazing song❤️
Mojja 😍😍🤗🤗super 👌👌👌
বহুত ধুনীয়া লাগিছে ।।❤❤❤ নাচি দিও নাচি দিও লাগিছে দাদা 😍🥰 ।।। বহুত মৰম দিলোঁ কাৰ্বি আংলং ৰ পৰা ।। ❤❤❤
Bhttttt vl lgle gaantu huni vreegu da ❤ love from duliajan 😘😘😘
Very excited to see👀👀👀 and listening to music song🥰🥰🥰🎵
মন জয় কৰা এটি মধুৰ গীত
বিহু বিহু লাগিছে গাত ❤️❤️❤️
A mojja. Husband wife.
Haappyyy Bhugali Bihu in advance ❤️🤗 Nd Priyam baa u r jst amazing 😍😍😍
Haappyyy Bhugali Bih advance 😍🥰
@@rakeshkolita4836 thank you 🙂
Xundor
Beautiful Bihu sang ❤️
fata fati
সকলোৱে নিজৰ বন্ধু বান্ধৱী, খুড়ী-খুড়া, মহা মাহী, মামা মামী যিমান আছে তেওঁলোকৰ মাজত লিংকটো Share কৰক কৰি গীতটোক মৰম দিয়ক😍😍🙏🙏🙏🙏🙏
Kam nai neki faltu gan
Dada mojaa🥰🥰🥰
বহুত ভাল লাগিছে ভৃগু দা লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা থাকিল
😍😍😍😍🎁🎁🎁🎁
Bhohut dhunya lagil😊😊😊❤❤❤
বহু দিনৰ পাছত এটা ভাল বিহুগীত শুনিবলৈ পাইছোঁ। আশা কৰোঁ এনেকুৱা বিহু গীত আগলৈও পাই থাকিম
Mojja
আপোনাৰ কণ্ঠত বিহু শুনি ভাল লাগিল ভৃগু দা ❤️❤️
Agor bihu ghurai puar nisina lagise.. Thank you vreegu da ❤❤
Congratulations Vreegu you..gaan tu xuni boht val lagike.. Happy Magh Bihu
Bhut vl lagil dada gantu .. Sai
বহু বিৰতিৰ পিছত ভৃগু দা কণ্ঠত বিহু 😍😍 ভাল লাগিল দেই ।। এইবাৰ ভোগালী বিহুত ভেলা ঘৰত লগাই নাচাত হে যোৰ আৰু ।। ভৃগু দা ৰ কাৰণে like এটা সকলোৱে দিব ।।
Tumi vrigu da k bhut val powa n dada ☺duojne kin2 tamam val lage de
hoi baro
Qq
2022 Superhit Bihu ..No 1 Bihu.. Thank You Vreegu Kashyap ..
Dhuniya 💓💓💓 vreegu daa
Dhuniya lgise 😍😍
Dhuniya vrigu da aru lage anekwa video
বিহু শুনিলেই মনটো শান্তি লাগে 🥰 বহুত ভাল লাগিছে ভৃগু দা 🥰
Thank you
Vrigu da bohut val lagil gan tu aru. Xokuluke bhugali bihur xuvessa thakil
ভিগু দাৰ কণ্ঠ ❤️তাতে বিহু 🔥🔥
Hosakoi bht dhuniya hoise vregu da and preyam ba ag bahi jua
ইমান ধুনীয়া গীত এটি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ভৃগু দা। সুন্দৰ হৈছে। এইবাৰ মেজিত নাচিব লাগিব।
Iman dhuniya get dada ..mojaaa dada ..love u dada
Vreegu Da mojja lagishe video to 👌👌👌 mur Best Singer Vreegu Da
ভিগুদা মৰম বহুত পাইচু দে গানত আৰু কি লাগে ❤❤😂😂🎉
Mojja Mojja Vreegu Da apuna konthot bihu Geeti huni bhut bhut Val lagise
অতি সুন্দৰ মনোৰম এটি অপূৰ্ব সৃষ্টি মধুৰতা
বিহুসুৰীয়া গীত হৃদয় চুই গ'ল শুনি ভাল লাগিল
ভৃগু কাশ্যপ আৰু পাপৰি গগৈ মনোমোহা অপূৰ্ব সুললিত যাদুকৰী কণ্ঠত গীতৰ সুমধুৰ গুঞ্জন
Emm hundor bihu geet
Notun bihu geet huniboe nupua holu
Sob bihu hurea geet he hunibo pau
Thank u ভৃগু দা
মাঘ বিহুৰ শুভেচ্ছা থাকিল ভৃগু দা আৰু Priyam ba ❤️
Mojaaaaa🔥🔥🔥🔥🔥🔥
ভাল লাগিল বিহু সুৰীয়া গীতটো শুনি।। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে।।❤️❤️❤️
সুন্দৰ%%%
আগৰ পুৰণি VCD এলবামবিলাকৰ নিচিনা লাগিছে ভৃগুদা। Love From Goalpara❤
Xundor hoise dada
ভৃগু দা আপোনাৰ কন্ঠত বিহু সুৰীয়া গীতটি শুনি বহুত ভাল লাগিল॥❤💙👌👍
Hoi diya
Mojja bro your voice ufff🤗😘🤞🔥🔥
Verry nice verrgu dada nice video song and nice voice papori ba and verrgu da my fovrite singer
Bihu main mojja mojja ❤️❤️❤️
Aru kisu xomoi matro ❤❤❤
Val lagil gan2 video2 gutei hunkale lage
Bihu main ❤️
Vreegu Daa Always favorite ❤️❤️
Mjaaa❤️ 👍
বহুতে বেছি ভাল লাগিল ককাইদেউ বিহু বুলিলে আৰু কি লাগে তাতে আৰু আপুনি দিয়া এই গানটো বহুত বেছি ভাল লাগিল.. Love you vreegu da...❤️❤️
Imn xundar,xuvessa thakil agotiakoi Bhugali bihur
বহুত ধুনীয়া হৈছে দাদা😍
বিহুৰ শুভেচ্ছা যাছিলো
Um.. ধামাকা হোছি দে দাদা
ইমান সুন্দৰ ❤
Bohot val lagil...
Tatei bihu
Congratulations Vreegu daa bohot val lagise huni ❤️❤️
Bohut bohut val lagil dada..
উভভভভ ভৃগু দাৰ কণ্ঠত বিহু💓💓💓💓
Bohut moja lagil
সছাই বিহু সুৰিয়া গীতটো বৰ ধুনীয়া লাগিছে দেই দাদা। লগতে ভোগালী বিহু ৰ শুভেচ্ছা জনালোঁ পৰিয়াল বৰ্গ লৈ
Bhot bhot bhot donya lagisa vreegu da ❤💕
Just love the song💚💚💚
Thank you Vrigu da for this precious song ❤ lots of love & warm wishes to the whole team from this Jorhatian. 😇🤞
Hundor hoise dada
ভৃগু দা আজিকালি গান বোৰত দুজনী কৈ লগৰী লয় যে,,, 🥰🤗 বাৰু ভাল লাগিল ভিডিও টো।। আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল দাদা বৌ আৰু সকলোকে❣️
Ajoni free
Moja disa
Um mojja
Hasai dei
Holeo val lage
Vl lgil 🤩
গানটোৰ বাবে বহুত বহুত শুভকামনা যাচিলোঁ দাদা ❤️। আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা যাচিলো।❤️❤️।উৰুকাৰ নিশা তামাম নাচিব পাৰিম❤️।love you dada❤️
dhuniya hoise
Mojjjja😘😘😘😘
ভৃগুদাৰ বিহু সুৰীয়া গীতটো শুনি বহুত ভাল লাগিল ❤❤আৰু লগতে আপোনালৈ ও সকলোলৈকে আগতীয়াকৈ বাপুতিসাহোন ভোগালী বিহুৰ শুভেচ্ছা আৰু মৰম থাকিল 💛💜
Dhuniya
খুব সুন্দৰ বিহু গীত 🔥🔥
Dhuniya lagil de
বহুত বছৰৰ মূৰত আপোনাৰ কণ্ঠত বিহু গীত শুনি সচাকৈ বহুত ভাল লাগিল ❤️😘🔥
!
}😩😗
ruclips.net/video/p0SZTdzLvuw/видео.html
Maja lagisa dada
Vreegu da tumi aru tumar gaan jui🔥.aibar maghor bihu mane tumar new song 😍
খুব সুন্দৰ ভৃগু দা❤️❤️ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে
Hoti Hundor hoise moromr vreegu da juii 🔥❤️ dada
Next level👍👍
বহুত ভাল লাগিল আপোনালোক দুয়োকে লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জানালো 🙏
Khub..... Vaal.... Lagil...🙏🙏🙏👍👍👍✌️✌️✌️👌👌👌💛💙♥️
Aaijyoi Bihu Bihu❤😍
Agt a like kori dilu val Hbo gantu vreegu dadar gan tu val hboi gom paisu Vreegu dada mein magh bihur special song 🥳🥳🥳
Dada Gantu emanei val hoise dada vakhare prokakh krib nuwaru dada very nice 😘😘
বহুত ভাল লাগিল গানটো ....লগতে সকলোলৈ আগন্তুক ভোগালী বিহুৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ।।
mojja
অভিনন্দন ভৃগু ককাইদেউ আৰু প্ৰিয়ম বা ❤️ দুয়োকে বহুতো ধুনীয়া লাগিছে 🥰😘। 🌸 সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু শুভ কামনা জনালোঁ। 💐💐
সুন্দৰ সুন্দৰ ।অতি সুন্দৰ
You proved , you can sing bihu too ❣️
Mjaaaaa
বিমান বৰুৱা চাৰৰ গীতবোৰ সচাঁকৈয়ে বহুত ধুনীয়া ❤ শুনি থাকিলেও আমনি নালাগে চাৰৰ গীতবোৰ❤😍😍🙏
Heavy borhiya........ ❤🌼😍💞bihu main hoi falon poribo eibar
বঢ়িয়া ভৃগু দা ❤️🔥🔥🔥
Hundr ,, bihu bihu
সুন্দৰ ককাইদেউ 🥰🥰🥰🥰🥰
Dhuniya hoise vigu da. Makh bihur special song.... luck
বিয়া পতা পাছত ভৃগু দা গানো বেলেগ হল মনুহটো বেলেগ হল,ভাল লাগিছে গানটো বহুত
akahkitora pisot moina..... mojaa akha koru anedore aru jen val vl gaan uliai thake apunak kintu bihu dress jurot moja lagise dei vreegu daa☺🤘
ভেলাঘৰ হিলিব দেই❤️🔥🔥🔥🤞
val lagisa priyam pallavi ba so cute
ভেলাঘৰ হিলাই দিম ভৃগু দা❤️❤️❤️❤️এই
গানটোত