MANUHE KI KOBO// OFFICIAL VIDEO 2023 //VREEGU KASHYAP // PULAK NATH & SUNIT GOGOI || PRIYAM PALLABEE
HTML-код
- Опубликовано: 5 фев 2025
- "মানুহে কি ক'ব" বহু ক্ষেত্ৰত কিছু কাম কৰিবলৈ আগবাঢ়িলে সঘনাই আমাৰ মনলে অহা এটি বাক্য/প্ৰশ্ন ইত্যাদি।গীত টিৰ উপস্থাপন প্ৰক্ৰিয়া ৰাইজক মনোৰঞ্জন দিবলৈ কিছু ব্যংগাত্মক আকাৰত প্ৰস্তুত কৰা হৈছে যদিও শেষলৈ গীত টি উপভোগ কৰিলে সমাজলৈ এটি ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত কৰিব।
গীত টি উপভোগ কৰি কেনে পালে Comment Section ত এবাৰ জনাব বুলি আশা থাকিল ।
FOR LIVE SHOWS
+919864089710 👈
+919678336943 👈
AUDIO TEAM 👇
Singer - Vreegu Kashyap
Music - Pulak Nath
Lyricist - Sunit Gogoi
Bihu Dhol - Lachit Baruah
Flute - Pradip Deka
Mix & Mastering - Diganta Bordoloi
Recorded at STUDIO VREEYAM,(Jayanagar
Guwahati) by Geet Bharali
Background Score - Shekhar Jyoti Goswami
VIDEO TEAM 👇
Video Concept - Vreegu Kashyap
Starring - Geetawali Rajkumari, Himangshu Prasad Das, Priyam Pallabee, Siddharth Goswami, Anu Basumatary, Pakhi Rajbangshi, Sauvik Rajkhowa, Rose Bordoloi,
Direction - Sachin Baruah
Asst - Samin Das
Editor - Manas Kashyap
Camera - Bitul Das
Makeup - Barby Khan & Nitul Thengal
Production Design - Prasanta Saloi
Social Media Handles of Vreegu Kashyap
Instagram - www.instagram....
Facebook Page - www.facebook.c...
Facebook Account - www.facebook.c...
Bhrigu Kashyap (199K PLUS FOLLOWERS)
WhatsApp - +91 87619 69399
How May We Help You for Bookings👇
+91 96783-36943
Email - vreegukashyapliveenquiry@gmail.com
সঁচাকৈ ভৃগু দাৰ প্ৰতিটো গীতেই বোৰ ধুনীয়া লাগে। আৰু কোনে কোনে ভাল পোৱা এটা এটা ভৃগু দাৰ বাবে এটা like কৰা।বহুত দিনৰ পৰা আশা কৰি আছিলোঁ।
কেতিয়া চাব পাম পাম বুলি আৰু finally আজি আহি গলে। বাকী ভালেই লগিলে চাই। বহুত বহুত ভাল লাগিছে এনেকুৱা গীত এটা আমাক উপহাৰ দিয়া বাবে ভৃগু দাক আমাক।
Video consept টো বৰ ধুনীয়া হৈছে। সমাজলৈ এটা খুব সুন্দৰ বাৰ্তা পেৰণ কৰিছে। 👌
🎉
মৰা মানুহক গাখীৰ দি লাভ নাই
আচলতে, জীয়াই থকা মানুহক পানী দিয়া মানুহহে লাগে।
কি সুন্দৰ কথা কৈছে!!!😍
Bohut dhunia Dada hedoit Sui gol
Hosa ktha
Zxxx. Tg1
ATSHA
@@mousumibawri7216rth🎉🎉😂❤. 😢😮😅😊
অন্ত চুই গল ভিগু দা❤💝সছাকৈ মানুহে কি কব তাক লৈ চিন্তা কৰিব নালাগে নিজৰ ভাল লগা কামবোৰ কৰি যাব লাগে👍বহুত বেছি ভাল হৈছে আগুৱাই যাওক
অন্তৰ চুই যোৱা কাহিনীৰে ব্যতিক্ৰমী ৰূপত ভৃগু দাৰ নতুন গীত উপহাৰ ।।🙏
সচাই বৰ ভাল লাগিল দেই ❤️❤️❤️❤️
Umm val hoise story
u you uuyyui
@@sanjibkashyapsasamesesong8397🎉🎉😢😮 Kno
Vreegu da সচাঁকৈ বহুতেই ভাল লাগিছে গানটো শুনি।
এক নতুনত্ব সৃষ্টিত সমাজৰ প্ৰতি পিনে আগবঢ়াই দিছা।
বহুত বহুত অভিনন্দন দাদা 💐💐 আৰু ধুনীয়া ধুনীয়া গীত উপহাৰ দি যাওঁক ❤️❤️🙏🙏 ভাল লাগিল শুনি....🌼🌼
Mojja vini superhit
এই গানটোৰ জৰিয়তে মানুহৰ বহুতো উপকাৰ হব। গানটো শুনি বহুত ভাল লাগিল।
Oti xundar
Vaxare bojabo nuyari
Ei gaan tu jone jone val paise ata like aru vreegu dar babe
Ei gaan tu jone jone val paise ata like aru vreegu dar babe
অন্তৰ চুই যোৱা কাহিনীৰে ব্যতিক্ৰমী ৰূপত ভৃগু দা ৰ নতুন গীতৰ উপহাৰ......💕💫👍
বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ দাদা । 💫✨🥰💕
হিমাংশু দাৰ বাবে এটা লাইক । এইবাৰ গানটো বঢ়িয়া হৈছে। কাহিনী সুন্দৰ ।
কি বুলি কমেণ্ট দিম ভাবি পোৱা নাই☺ ভৃগু দায়ে আমাৰ সমাজত চলি থকা ঘটনাবোৰে গীতটোত কাহিনী আকাৰত দেখাইছে❤ বহুত বেছি ভাল লাগিল গীতটো চাই😊❤
ভাল লাগিল পিছৰ কথাবোৰ কিবা এটা হলেও উপকাৰ হব
Waiting 🤗মানুহে যি কয় কব আৰু 🌝👍
Dhunia agise vedio tu ,
Ahi gol 🥳🥳🥳 mojaa gan tooo ❤️❤️
বহুত ভাল লগা হৈছে। আৰু অলপ সময় বেছি হব লাগিছিল। চাই যেন হেপাহ নপলাল। ❤️
Mojja mojja ooo vrigu da...bohut val lagil...kiba ata notunotto dekhiboloi palu...bohut bohut dhnyobad❤❤
"মইনাৰ" পাছত এইবাৰ "মানুহে কি কব" সঁচাই বহুত সুন্দৰ এটি গীত ❤ আৰু আগলৈও যেন এনেকুৱা নতুন নতুন গীত আমাক উপহাৰ দিয়ে যেন তাৰে আমি আশাবাদী ❤ আৰু নো কি কম ❤
সুন্দৰ উপস্থাপন ভৃগু ; আগুৱাই যোৱা
বহুত বহুত ভাল লাগিলে গান টো শুনি বহুত বহুত ধুনীয়া নাচিছে সকলোৱে আৰু সকলোৰে অভিনয় সুন্দৰ হৈছে 👌👌👌👌♥️♥️♥️♥️
Xundar hoise.
Priyam ba aru vreegu dar babe 1ta like..❤️👍
I love Vreegu da❤.
Vreegu dar Karona ata like.
Concept jui dada💯... Apuni alp holeo blg ot ke blg👌... Protito vdo kiba notun dbo sesta kore 🔥...Maina dore Eitu gaan o Superhit hboi sure ekdm... Always Vreegu daa juii 🔥🔥 #VK lover❤️
গীতটো বহুত ভাল হৈছে ।। কথা সুৰ music সকলোখিনি পাৰফেক্ট ।।
গীনটো যিমান সুৱলা তাতোটকৈ video টো মোৰ বেছি ভাল লাগিল , কিয়নো এক সুন্দৰ Msg দিছে , ❤️
Bohut besi vl lagil👍
Gaan tu sai vll lagil dada.... Natural singer vreegu daa ... Vreegu daar karone ata like like
Story awesome vrigu da 1000 bar man salu 1 week t , love u
মোৰ দৰে কোনে কোনে Commen পঢ়ি পঢ়ি গানটো হুনি আছা Like এটা মাৰি দিয়া ❤️😍
👇
woww mozaa hyse dei vregu da...nice
অতি সুন্দৰ গীত❤.সমাজত চলি অহা কাহিনী থকা গীত টোৱে অন্তৰ স্পৰ্শ কৰিলে🥹.ধন্যবাদ ভৃগু দা আৰু গোটেই team টোক.😊
1 like diya
বহুত বহুত অপেক্ষা কৰি আছোঁ 👌👌👌♥️♥️♥️♥️🔥🔥👍👍
Bohut bohut val lgil ...
💖গানটো শুনি যথেষ্ট ভাল লাগিছে 💞 সচাঁই হৃদয় চুই যোৱা মাত তোমাৰ❣️ আশা ৰাখিছো এনেকোৱা মধুৰ গীত আগলেও উপহাৰ দি যাবা 💗 তুমি যাতে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলো 💖
Mojjjaaaaaa💞😛
একে একে দুই
তুমি ভৃগু দা জুই 🔥🔥🔥🔥
Lakhim pur নাৰায়ন পুৰৰ পৰা মৰম জাচিলো। 😘😘😘😘😘
ভৃগু দা সুন্দৰ হৈছে ভিদেও টো ❤
নাজিৰা পৰা মৰম জাচিলো
Manuhe ki kobo album ti sai bohut bohut val palu aru hoise 👌🥰😘
ইমান ধুনীয়া concept, সুন্দৰউপস্থাপন।
Juii lagise 🔥🔥🔥🔥🔥🔥🔥
Veido to si kinto monto balag Hoi gol day God bless you vigu da
বহুতদিন হল দাদা আপোনাৰ মাতত কবিতা এটি পোৱা নাই🥺 আপোনাৰ মাতত কবিতা বহুত ভাল লাগে অনুগ্ৰহ কৰি এইবাৰ কবিতা এটি দিব 🙂" মানুহে কি হব"এই কথাষাৰ ৰ বাবে বহুত ৰ জীৱনৰ দিশয়েই সলনি কৰি দিয়ে, গীতটি শুনি ভাল লাগিল লগতে ভিদিও টোত আপোন মানুহবোৰ দেখি 😇 নলবাৰীৰ পৰা এগালমান মৰম "মানুহে কি হব"পৰিয়াললৈ❤️❤️
Mojaa
Gaan2 super hit hobo_vreegu dar krna like ata
Bahut Val lagil xuni anekoi aguai jaok vrigu da🥰♥️
গানৰ মাজেৰে সমাজলৈ এটা ভাল বাৰ্তা পঠিয়ালে ❤️ গান টো শুনি বৰ ভাল লাগিল
❤❤কিবা এটা অন্তৰ চুই গল ও ।
গীতৰ মাজেৰে ৰাইজলৈ বহুত ধুনীয়া সংলাপ দিলে । সছাকৈ বহুত ধুনীয়া ।
Vreegu Da Apnr Gan Bur Bht Vl Lage😍❤Vreegu Da Mein☺
Good concept.well done
👍লাইক কৰি গৈছো আৰু যদি কোনোবাই আকৌ like কৰে যিমান ব্যস্ততা থাকিলেও আকৌ গানটো শুনিব আহিম
Masterpiece song of the year ❣️❣️
Moi korilo like😊
Thanks ❣️❣️
Song tu dhuniya vreggu da aru video tu tatkoi besi dhuniya 💞💞
Bohut waiting kori asilu.... finally ahi gol 🙌♥️
Gaan to ata xundor massage dise vl lagil logote xhokolure acting dhuniya hoise ♥️
Pahi k kune Kune val puwa like kori juwa 😍
Vl lgil vreegu da 1like
Ake ake dui vreegu da tumi jui🔥🔥🔥
ভৃগু নে কি মাগো ই গানেই গাই নে🤣 ,,,, আমাৰ জুবিন দা মহান 🙏🏿🙏🏿 ,,, জুবিন দাৰ কাৰণে এটা লাইক
Mojja ❤❤❤😊
Mojaaa ❤️
Nomol daa r hekhor dailok ti. Vall lagil 💞✨
Next level 💥💥❤️
গীতটিৰ জৰিয়তে ধুনিয়া messenge এটা দিবলৈ চেষ্টা কৰিছে... Dhuniya lagil👍❤️💛💕
হিমাংশু দা মানেই ব্যতিক্রম ❤😍👍🏻
আপোনাৰ প্ৰতিটো গীত আনতকৈ সুকীয়া। কিবা নহয় কিবা নতুনত্ব থাকে।❤️
ভৃগু দাৰ গান মানেই হিট।
মানুহজনী মেন নহয় এইবাৰ মানুহে কি ক'ব।
Very good concept. I love it. Thank you all the team of this music video. जै जाथों। इयुनाव बेफोरबायदि नुनो मोनफिनबावगोनखौ मिजिंथिबाय
Waiting ❤️❤️🔥🔥🔥
হিমাংশু দা আৰু গিতালী বা ৰ বাবে 👌👍👍
#35 Trending all India... Proud moment for Assam
Oti hundor. Bhut val lagile video tu vrigu da
Awesome song and video concept mind blowing ❤️❤️🔥🔥
Absolutely amazing 👏 😍
বহুত ধুনীয়া লাগিছে ভৃগু দা ❤️❤️❤️
Wings of assumtion ৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা ভৃগুদালৈ
Waiting ❤️💌💓🔥🔥
Concept tu vl hoise ..gaan tur dara kisu ktha khikabo sesta kora hoise ..vl lagise dekhi...
বহুত অপেক্ষাৰ অন্তত 🔥♥️
Good massage ata khomajoloi goise....... good concept.......
I am waiting ❤️❤️
Nice dada ❤❤❤
Sabor karone rokhi asu ❤️🔥vreeguu daa love from kokrajhar ❤️
Tg
গানটোৰ মাজেৰে সমাজলৈ সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে ধন্যবাদ।
অপেক্ষা কৰি আছো❤
সুন্দৰ বিষয় আৰু সুন্দৰ উপস্থাপন ।। ভাল হৈছে👏👏👏❤️
Nice😊
Maja lgil vregu da.। Ata dhuniya story loi gan tu karisa.। Bahut dhuniya hoisai
i can't really describe it but this genre of music always feels like it's the last period of a great day full of energy
y
😮😮😮😮
Video tu khubei val lagil...new concept...
Jui dada ❤ from sivasagar
অপেক্ষা কৰি আছোঁ ❤️❤️❤️❤️❤️
খুব সুন্দৰ পদক্ষেপ লৈছে❤
Waiting 💞💞
Vreegu bht bhal lagil xuni kota bor
It's a great message for society 🙏
Vreegu da geet tu khuni tu iar meaning Buji bohot vl lagil.apuni vl monor manuh hostile apunak.eta request Kribo bisarim je apuni next hindu muslim bibah ba Val puar uprt message di video bnabo pls 🙏🏻🙏🏻🙏🏻🙏🏻
Really appreciated.. Love the concept ❤️❤️❤️ nice song and video and acting also appreciated ❤️❤️
Best song big brother
🎉 all time favourite singer 🎉🎉 নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনাক ভালেই ৰাখক ❤️❤️ গীতাৱলী বাৰ কথা নো কি কম❤ ইমান সহজ সৰল❤ আৰু মোৰ বৰ্তমান প্ৰিয় অভিনেতা হৈ পৰিছে হিমাংশু দা❤❤ ভালেই ৰাখক গোটেই কেইজনক ❤❤ । আৰু বাকি গোটেই কেইটা প্ৰিয় ইউটিউবাৰ❤❤ বহুত কষ্ট কৰে তেওঁলোকে ❤❤❤ শেষত নিপন বৰদেউতাৰ ল'ৰা জন মোৰ প্ৰিয় অভিনেতা ৰ শাৰীত আহি পৰিছে