Renu By NeeL AkasH | Nang Barbi | Ashim Gogoi | Latumoni | Rex Boro | New Assamese Video Song 2020

Поделиться
HTML-код
  • Опубликовано: 19 янв 2025

Комментарии • 10 тыс.

  • @nidhi_Maina
    @nidhi_Maina 4 года назад +432

    নীল দা বঢ়িয়া, মাঘৰ বিহুত এইবাৰ ভেলাঘৰ হিলাই থাকিব। কোনে কোনে মাঘৰ বিহুত এইটো গান লগাই ভেলাঘৰত থাকিব লাইক এটা মাৰি থৈ যোৱা। মই টো থাকিম য়ে।
    ❤️❤️❤️❤️
    LOVE FROM KARBI ANGLONG

    • @rubumixer9
      @rubumixer9 4 года назад +2

      Aamr o Gaan2 sabo aru xuniboson. Comedy video.
      ruclips.net/video/d4Lwt9_G7Oc/видео.html

    • @kabitakalita9538
      @kabitakalita9538 4 года назад +5

      Gan to eman dhuniya hoise no xuni a thku

    • @nidhi_Maina
      @nidhi_Maina 4 года назад +1

      @@kabitakalita9538 ‌হয় বহুত ধুনীয়া হৈছে।

    • @digantadas3638
      @digantadas3638 4 года назад +4

      Mur fvrt singer Neel da

    • @nidhi_Maina
      @nidhi_Maina 4 года назад

      @@digantadas3638 💝💝💝

  • @alimuliassam6405
    @alimuliassam6405 4 года назад +76

    বহুত মৰম যাছিলোঁ নীল আকাশ দা😍 ...ভোগালী বিহুৰ সুন্দৰ উপহাৰ দিলে.....বুকু উজাৰি ভাল লাগিল.... মৰম জাগি উঠিল ........নেদেখা ধুনীয়া বাইদেউ জনীৰ মৌ পৰশা অভিনয়ে মোহাই পেলালে, ভোগালীত নতুন জুতিৰে আপোনাৰ গীতৰ...বহুত ভাল লাগিল, কিবা প্ৰেম প্ৰেম জাগি উঠিল দেই.....ভোগালী বিহুৰ আন্তৰিক শুভকামনাৰে♥️♥️সকলোৰে বাবে♥️♥️

  • @DiprajTube
    @DiprajTube 4 года назад +342

    বহু অপেক্ষাৰ পাছত আজি আশা পূৰণ হ'ল
    #নীল_দাৰ_বাবে_এটা_হিট_লাইক_তলত_দি_যোৱা 💕💕💕

  • @iarfanansari5514
    @iarfanansari5514 11 месяцев назад +7

    Moja 😍

  • @srimantadas7837
    @srimantadas7837 4 года назад +1238

    কাৰ কাৰ বাবে নীল দা অতি প্ৰিয় ..❣️❣️❣️❣️। তলত লাইক এটা কৰি জনাই দিবা ।
    👇👇👇👇

    • @rumpiroy5176
      @rumpiroy5176 4 года назад +18

      Mr fvrt singer🥰🥰🥰🥰🥰🥰🥰

    • @srimantadas7837
      @srimantadas7837 4 года назад +13

      @@rumpiroy5176 😍😍🤩🤩🤩

    • @powanpathori1274
      @powanpathori1274 4 года назад +7

      😘😘😘🥰🥰🥰

    • @akkaibarta7366
      @akkaibarta7366 4 года назад +6

      ❤❤❤❤❤❤❤❤

    • @debajitgogoi1156
      @debajitgogoi1156 4 года назад +6

      নমস্কাৰ !!
      Covid-19 আনলক প্ৰক্ৰিয়া এতিয়া গোটেই দেশতে আৰম্ভ হৈ গৈছে, এনে ক্ষেত্ৰত নিজৰ ঘৰৰ পৰা নিত্যান্ত প্ৰয়োজনতহে বাহিৰলৈ ওলাওক। Face Cover বা Mask পিন্ধাৰ সময়ত মনত ৰাখক যাতে মুখ আৰু নাক ভালকৈ ধাক খাই, সাৰ্বজনীন স্থানত অতি কমেও দুগ'জ দূৰত্ব বজাই ৰাখক। হাত আৰু উশাহ সম্বন্ধীয় স্বচ্ছতা পালন কৰক, মনত ৰাখক অকনমান অসাৱধানতাই বিপদ ঘটাব পাৰে। কাঁহ, জ্বৰ বা উশাহ লোৱাত কষ্ট হ'লে শীঘ্ৰে ৰাজ্যিক হেল্পলাইন নম্বৰ ১০৪ বা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১০৭৫ ত যোগাযোগ কৰক।
      ভাৰত চৰকাৰৰ দ্বাৰা জনহিৰ্তাথে প্ৰচাৰিত।।

  • @kongkonsworldofficial
    @kongkonsworldofficial 4 года назад +391

    Neel dar বাবে এটা like মাৰি যোৱা ❤️
    গানটো ufff🔥🔥🔥

  • @Simimorandas2529
    @Simimorandas2529 4 года назад +265

    অতি সুন্দৰ কন্ঠ 👍
    নীল দাৰ কাৰণে
    Like 99
    👍👍👍👍👍

  • @gtms718
    @gtms718 3 дня назад +1

    2025 t Huni asu❤❤❤😂

  • @misingcolours2085
    @misingcolours2085 4 года назад +167

    ভিডিঅ নোচোৱাৰ আগতে Like দিছো ! এনেও গম পাওঁ নীল দা আছে যেতিয়া ভিডিঅ টো Superhit হ'বই❤👌❤👍

  • @anjandutta7461
    @anjandutta7461 4 года назад +54

    নিলৰ গান সদাই স্পষ্ট ভাবে ফুটি উঠে ।❣️❣️🔥🔥🔥

    • @twoassamesesisters6124
      @twoassamesesisters6124 4 года назад +2

      আমাৰ ভিডি.. বোৰ ও চাই সহযোগ কৰিব বুলি বহুতো আশা থাকিল🙏বহুত কষ্ট কৰি আছো সহায় কৰকচোন🙏🙏🙏

  • @debajitbora6542
    @debajitbora6542 4 года назад +538

    এইবাৰ ভেলাঘৰত NONSTOP বাজিব❣️❣️❣️🔥🔥

  • @Tinkulassam-ef1us
    @Tinkulassam-ef1us Год назад +6

    Maja gan

  • @purabibarman276
    @purabibarman276 4 года назад +13

    গান টো ভাল এ লাগিছে , আৰম্ভণি খিনি হে ভাল নালগিল, নালাগিবৈ দিয়ক চন আমি যে কলা ছোৱালী 😁😂। লিংগ, বৰ্ণ বৈষম্য সদায় থাকিব আৰু থাকক🤭,সষ্টিৰ কাৰনে ইয়াৰ প্ৰয়োজন🙂।বাকী নীল দা প্ৰিয় বোৰৰ ভিতৰত এজন।❤️❤️

  • @themysteriousdocumentary8021
    @themysteriousdocumentary8021 4 года назад +90

    বাৰে বাৰে শুনি আছোঁ 💛, নতুন উঠি অহা শিল্পীৰ ভিতৰত নীল দা best ❣

  • @bihuwan47
    @bihuwan47 3 года назад +41

    নীল দাৰ গানবোৰ সঁচাকৈ অতুলনীয়😘😘

  • @kaushikDeka-y1o
    @kaushikDeka-y1o 26 дней назад +1

    2025 ot suwa xokole ❤❤

  • @jugabratvibes9030
    @jugabratvibes9030 4 года назад +21

    নীল দা আৰু সুমধুৰ গায়িকা জনীৰ বাবে এটা like 👍👍দি যোৱা 😌

  • @mudoimix8015
    @mudoimix8015 4 года назад +79

    ইমান দিনে আশাৰে বাট চাই চাই আজি অৱশেষত চাবলে পাই বহুত ভাল পালো
    অতি সুন্দৰ নীল দাৰ এই গীতটোৱে এইবাৰ ২০২১ ৰ বিয়া দেখুৱাব..
    ❤❤❤🔥🔥

  • @RidipRidip
    @RidipRidip 4 года назад +50

    কাৰ কাৰ বাবে নীল দা অতি প্ৰিয় ..❣️❣️❣️❣️। তলত লাইক এটা কৰি জনাই দিবা ।

  • @newtonpegu6320
    @newtonpegu6320 2 года назад +20

    গীতটি আজিলৈকে 33 বাৰ হল নেকি নীল দা আপোনাৰ কণ্ঠ ইমান ভাল লাগে বাৰে বাৰে শুনিবলৈ মন যায়।।।।

  • @RajBordoloi
    @RajBordoloi 4 года назад +41

    শুনি থাকিলে শুনি থাকিব মন যায় নীল দাৰ গান । Million + Renu...😍😍🔥🔥

    • @pulendas7533
      @pulendas7533 4 года назад +3

      Nice sang nill akash daaa I Love you

    • @twoassamesesisters6124
      @twoassamesesisters6124 4 года назад +4

      আমাৰ ভিডি.. বোৰ ও চাই সহযোগ কৰিব বুলি বহুতো আশা থাকিল🙏বহুত কষ্ট কৰি আছো সহায় কৰকচোন🙏🙏

    • @babatukalindi3800
      @babatukalindi3800 3 года назад

      @@twoassamesesisters6124 k2ufu

    • @babatukalindi3800
      @babatukalindi3800 3 года назад

      Hii

  • @MrManasgogoi
    @MrManasgogoi 4 года назад +300

    গীতটোৰ জৰিয়তে ঐতিহাসিক টিপামৰ বিষয়ে প্ৰচাৰ কৰাত গীতটোৰ লগত জড়িত প্ৰতিজন কলাকুশলীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ

  • @indusaikia4487
    @indusaikia4487 4 года назад +201

    মইও কলি।ভাল লাগিল কলি ছোৱালীক লৈও যে গান এটি ওলাল।নহ'লে আজিকালি ধুনীয়া ৰূপকহে বৰ্ণনা কৰে গান বোৰত

  • @sidhukummari
    @sidhukummari Год назад +5

    I am Your Fan Brooh From Telangana 💞

  • @partha1401
    @partha1401 4 года назад +77

    এই বাৰ মেজিৰ ওচৰত পূৰা বাজিব.... One of the most beautiful songs....❤️❤️❤️
    Love from Golaghat.......

    • @jitenbora3214
      @jitenbora3214 4 года назад

      সঁচাকৈয়ে এবাৰ মাঘ বিহুত পুৰা বাজিব🤘♥️

    • @munbora1757
      @munbora1757 4 года назад

      Yas

    • @roshmidas8055
      @roshmidas8055 4 года назад

      Yes

  • @phanindracreation4297
    @phanindracreation4297 4 года назад +63

    বহুত অপেক্ষ্য ৰ অন্তত আজি আহিল বহুত ভাল লাগিল 😍😍 জয় নিল দা ✊✊

    • @bandanabaruah9904
      @bandanabaruah9904 4 года назад +4

      😀😀😀😀😀😀😀😀😀😀😍😍😀😀😭😭😭

  • @Jennieee_ff_is_live
    @Jennieee_ff_is_live 4 года назад +23

    Joypur Tipam main 😍😍😘❤Kun kun joypuror asa Like di jaba 😍😍😍👍🏻👍🏻👍🏻✨

  • @sibanipanwar3267
    @sibanipanwar3267 6 дней назад +1

    Anyone 2k25 ( magh Bihu special ❤️)

  • @singerpaulakash789
    @singerpaulakash789 4 года назад +69

    নীল আকাশ দাৰ সকলো গানেই মোৰপ্ৰিয় Love you Neel Da ❤️🥀ইমান ধুনীয়া গান আমাক সকলোকে উপহাৰ দিয়াৰ বাবেই ❤️

  • @afadboro
    @afadboro 4 года назад +291

    চুপাৰ হিট গান ❤️✴️❤️
    হিট Like মাৰি দিয়া👍
    👇

  • @himangshuediting2449
    @himangshuediting2449 3 года назад +189

    i m frm kerela
    i did not understad assamese song😢
    but i love assamese song💐
    i lv assam💐

  • @kaushiksaikia7901
    @kaushiksaikia7901 14 дней назад +1

    Anyone 2025😅❤

  • @jagritiborgohain3166
    @jagritiborgohain3166 4 года назад +35

    I love you Neel da ❤️😍 always supporting🔥😘

  • @chittaranjan2024
    @chittaranjan2024 4 года назад +94

    নীল আকাশৰ গীত সদাই চুপাৰ হিট। বহুত ভাল লাগিল।সকলোবোৰ গীতৰ সুন্দৰ সুৰবেৰে মনটোক জীপাল কৰি তুলে। 🌷🌹❤❤❤❤❤❤❤❤❤

  • @nikumaninathvlog4729
    @nikumaninathvlog4729 2 года назад +13

    Khub vl lge Neel da r voice tu aru mor fav singar Neel da a hoi 💞🤍🖤love from pathsala 🙃❤️

    • @kamaldhar2005
      @kamaldhar2005 2 года назад

      Tumar nishina mur babe u neell Dak val pau

    • @BiswajitChutia-v6k
      @BiswajitChutia-v6k 2 года назад

      @@kamaldhar2005 lllllllllplllllllllllllllllllllllllllllllllllllllllllllllyyy,

  • @sibugogoi.6647
    @sibugogoi.6647 3 года назад +5

    Ye hai assam ka king 👑 চাও লুং চুকাফা💗🙂

  • @rupalisonowal6977
    @rupalisonowal6977 4 года назад +30

    নীল দা কবলৈ কোনো ভাষা নাই excellent hoise 😍😍🔥🔥🤟🤟

    • @rubumixer9
      @rubumixer9 4 года назад

      Aamr o Gaan2 sabo aru xuniboson. Comedy video.
      ruclips.net/video/d4Lwt9_G7Oc/видео.html

    • @Parthavideography
      @Parthavideography 4 года назад

      ruclips.net/video/lnljrQSxKS4/видео.html😍

  • @deepriyangogoi5593
    @deepriyangogoi5593 4 года назад +46

    Neel akash dada gan...hodai hittt ✌✌✌ ki moja vidoe song...love you neel akash dada 😘😘😘 Neel akash da gan huni kune kune...vl puwa...Ata like kori juwa ☺☺☺

  • @monivlogs4716
    @monivlogs4716 4 года назад +108

    জাগুনৰে পৰা লিডু হৈ মাৰ্গাৰেটা পাৰে হৈ নতুন বছৰৰ বিহু এইটো গীতটোৱে ফালিব।এইবছৰ এইটো গীতটো Super Toper Hit Song হ'ব।জয় আই অসম।👍👍👍

  • @dimensionengineering2021
    @dimensionengineering2021 3 года назад +28

    Neel da u are always my favourite..😍😍😍❤️

  • @shrobonrajkonwar
    @shrobonrajkonwar 4 года назад +52

    গানটো শুনি কাৰ কাৰ ভাল লাগিল মোৰ কিন্তু তামাম ভাল লাগিল।।
    নীল দাৰ বাবে এটা লাইক।।। ।♥️♥️♥️

  • @kumudpriyamrajbongshi2471
    @kumudpriyamrajbongshi2471 4 года назад +48

    সুন্দৰ হৈছে গানটো নীল দা । এইবাৰ ভোগালী বিহুত নচা হে কথা আৰু গানটোত । এনেকুৱা গান আগলৈ পাই থাকো যেন ।♥️🎸♥️

  • @bikharhtokbi9106
    @bikharhtokbi9106 4 года назад +18

    Good morning
    Bohut Val lagil moi Akha Kori wait Korisu
    Very nice song and very very excited Vedio

  • @Ayanabhgogoi15
    @Ayanabhgogoi15 9 дней назад +1

    Any one 2025 👍

  • @hiramoniphukan3922
    @hiramoniphukan3922 4 года назад +76

    এহ মজা গান আৰু ভিদিও মাঘ বিহুৰ পৰা বহাগ বিহু লৈকে পুৰা ফাতা ফাটি চলিব👌👌♥️♥️

  • @nayanbora345
    @nayanbora345 4 года назад +536

    মাঘ বিহুৰ আগমুহূৰ্তত আপোনাৰ পৰা এনেকুৱা গান পাবলৈ গোটেই অসম বাসী ৰৈ থাকে❤️
    নে কি কয় ৰাইজ☀️

  • @ankitadeori7993
    @ankitadeori7993 4 года назад +42

    অতি সুন্দৰ 💓💓💓💓 গান গোৱা লগতে ইমান ধুনীয়া অভিনয় কৰা নীল দা বাবে এটা লাইক 👍👍👍👍👍😍😍😍 Video মজ্জা হৈছে Boom boom jui 🔥🔥🌷🌷🎈🎈🎈🎈🎈🎈💓💓💓💓💓💓

  • @robingogoi3750
    @robingogoi3750 4 месяца назад +24

    Anyone 2024😅😅

  • @kapilsokujay6675
    @kapilsokujay6675 4 года назад +406

    লাটোমনি দা আপোনাক ধন্যবাদ দিছোঁ ।‌লগতে নীল দাৰ লগতে ৰীনুৰ লগত যি সকল ব্যক্তিয়ে জৰিত হৈ আছা সকলোকে । আপুনি যদি অসমৰ সংগীত জগত খনক আগুৱাই যোৱাত বিচৰা 👍 মাৰা জয় আই অসম

  • @Bondeep_Shaikia
    @Bondeep_Shaikia 4 года назад +110

    নতুন বছৰৰ প্ৰাগমুহূৰ্তত আমাক ইমান ধুনীয়া এটি গীত আগবঢ়োৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দাদা । এইবাৰ মাঘ বিহু আৰু 1 january ৰ কাৰণে গান পাই গলো আৰু । ধন্যবাদ জনালোঁ ।

  • @northeastbeauty7509
    @northeastbeauty7509 4 года назад +66

    ভাল লাগিল অসীম গগৈৰ নৃত্য পৰিচালনা ।আশা কৰিছো আৰু সুন্দৰ নৃত্য দেখা পাম বুলি ।

    • @moinasoikya1747
      @moinasoikya1747 4 года назад +1

      eyzyusjdr shysukci jkffj

    • @twoassamesesisters6124
      @twoassamesesisters6124 4 года назад +1

      আমাৰ ভিডি.. বোৰ ও চাই সহযোগ কৰিব বুলি বহুতো আশা থাকিল🙏বহুত কষ্ট কৰি আছো সহায় কৰকচোন🙏🙏🙏

    • @northeastbeauty7509
      @northeastbeauty7509 4 года назад

      @@twoassamesesisters6124 👍

    • @abhinabvlogs5761
      @abhinabvlogs5761 4 года назад

      @@moinasoikya1747 6l

  • @AshwinKumarNaik-z5q
    @AshwinKumarNaik-z5q 8 дней назад +3

    2025 attendance

  • @pbproduction_3604
    @pbproduction_3604 4 года назад +42

    গীতৰ কথা, সুৰ সুন্দৰ। কৰিঅ'গ্ৰাফ ভাল নালাগিল। কিবা খাপচোৰাৰ নিচিনা লাগিল। নীল আকাশলৈ বহুত মৰম

  • @generalknowledgeassam2085
    @generalknowledgeassam2085 4 года назад +23

    বহু দিনৰ মূৰত অপেক্ষাৰ অন্তত গানটো শুনিবলৈ পালোঁ । Love You নীল দা, নীল দাক ভাল পোৱা সকলে like কৰা ।

  • @abhiraaj1169
    @abhiraaj1169 4 года назад +38

    বাঁহী সুৰটো খুব ধুনীয়া লাগিল💞👌 লগতে গানটোও ❤

  • @kaushikkumarnath2395
    @kaushikkumarnath2395 6 месяцев назад +2

    Hui bro❤😮😮🎉🎉🎉

  • @MusicalAssamJD
    @MusicalAssamJD 4 года назад +15

    মাঘ বিহু বিশেষ ❤️❤️

  • @sankardas3222
    @sankardas3222 3 года назад +20

    Oti xundor song ♥️♥️♥️ Neel da ❤️ ❤️❤️ anekuwa song dada amak lage

  • @misingcolours2085
    @misingcolours2085 4 года назад +226

    এতিয়ালৈকে কোনে কোনে Dj box t এই গানটো বজালা তলত চহী এটা দি যাব😊✌

  • @RupamBorah-n5g
    @RupamBorah-n5g 4 месяца назад +2

    Eman dhunia lagila ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @satyajitsaikia631
    @satyajitsaikia631 4 года назад +37

    সুন্দৰ ...অতি সুন্দৰ গীত
    বহু অপেক্ষাৰ অন্তত নীল দা ৰ কণ্ঠত এটা অতি ধুনীয়া গীত ।।।
    অন্তৰ চুই গল সঁচাকৈ।
    😍😍😍

  • @chandraboro3591
    @chandraboro3591 4 года назад +190

    নীল দাৰ মাত
    টো সঁচাই বৰ মিঠা হই নে ৰাইজ ❤️❤️❤️

  • @Debanandaburagohain5227
    @Debanandaburagohain5227 4 года назад +22

    সচাই গানটো আৰু ভিডিওতো ধুনীয়া হৈছে দেই।👍👍👍

  • @15seclove
    @15seclove 3 года назад +124

    Love This Song❤️ From Nepal ✨❤️

  • @mrinmoy9502
    @mrinmoy9502 4 года назад +33

    এইবাৰ বিহুত পৰি পৰি নচাৰ হে কথা আৰু🥰

  • @DiprajTube
    @DiprajTube 4 года назад +61

    শুনাকে শুনি থকা বোৰে লাইক কৰা

    • @bhaswatideka9697
      @bhaswatideka9697 4 года назад +3

      Muru video sabo ha❤❤❤ kenekuwa hoise kobo dei 🥰❤

    • @DiprajTube
      @DiprajTube 4 года назад +1

      @@bhaswatideka9697 oky nissoy

  • @bituponboraassam9322
    @bituponboraassam9322 4 года назад +25

    ১ মিলিয়ন পাৰ কৰিলে 😘

  • @dhurbajyotideka3549
    @dhurbajyotideka3549 3 года назад +28

    নীল দাক কোনো কোনো ভাল পায় লাইক কৰক 👍👍🙏🙏 নীল দাৰ বাবে এটা লাইক 👍👍😘😘😘💖💖

    • @pvs9274
      @pvs9274 3 года назад +2

      Val pam neel dak tumak kio like lage akou 😜😜😜😜

  • @niturajgogoi8131
    @niturajgogoi8131 4 года назад +117

    অসম দিৱস/চুকাফা দিৱসৰ দিনা চুকাফা নাম টো শুনা পাই ভাল লাগিল। 👌👌👌👌

    • @twoassamesesisters6124
      @twoassamesesisters6124 4 года назад +6

      আমাৰ ভিডি.. বোৰ ও চাই সহযোগ কৰিব বুলি বহুতো আশা থাকিল🙏বহুত কষ্ট কৰি আছো সহায় কৰকচোন🙏🙏🙏

    • @himashreepatar4455
      @himashreepatar4455 4 года назад +2

      Nic

    • @himashreepatar4455
      @himashreepatar4455 4 года назад +1

      😍😍i love song

    • @sangitakalita3346
      @sangitakalita3346 3 года назад +1

      Hi

    • @sibugogoi.6647
      @sibugogoi.6647 2 года назад

      Yes ❤💯

  • @dibyajyotigogoi375
    @dibyajyotigogoi375 4 года назад +118

    বহুত ভাল লাগিল । বহু দিনৰ পৰা গানটো চবলৈ মনত হেপাহ আছিল । আজি ভিডিঅটো পাই বহুত আনন্দ ।নীল দা লৈ এটা LIKE কৰক ।

    • @rubumixer9
      @rubumixer9 4 года назад +2

      Aamr o Gaan2 sabo aru xuniboson. Comedy video.
      ruclips.net/video/d4Lwt9_G7Oc/видео.html

    • @dibyajyotigogoi375
      @dibyajyotigogoi375 4 года назад +2

      @@rubumixer9 চাম বাৰু

    • @bandanabaruah9904
      @bandanabaruah9904 4 года назад +1

      😎😎😎😎 a

    • @bandanabaruah9904
      @bandanabaruah9904 4 года назад +1

      ❤️❤️❤️❤️❤️❤️

    • @niharroy9577
      @niharroy9577 4 года назад +1

      @@rubumixer9 p

  • @sanghamitachetia3957
    @sanghamitachetia3957 4 года назад +14

    সুন্দৰ নীল দা বহুত ধুনীয়া গান,, আৰু সুন্দৰ সুন্দৰ গান পাই যাম তোমাৰ পৰা লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালো🙏🙏 ভালে সুখৰে থাকা

  • @mgogoii
    @mgogoii 3 года назад +5

    I love you Neel daa bohut val pau dai apunak Neel da bohut val paoo ♥️♥️♥️ধূনীয়া কৈ আপোনালোকে গানটো বনালে শুনি ভাল লাগিল। আৰু এনেকোৱা ধৰনৰ গান আগলৈ শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @freefireboy9074
    @freefireboy9074 4 года назад +144

    Moja এই বাৰ ভেলাঘৰত বাজিব moja👍👏😝😝😜

  • @dhrubajyotigogoi4054
    @dhrubajyotigogoi4054 4 года назад +433

    অসম দিৱসৰ দিনা অসম বাসী ৰাইজয়লৈ সুন্দৰ গান উপহাৰ দিয়া কাৰণে নীল দা বহুত বহুত ধন্যবাদ।

    • @rubumixer9
      @rubumixer9 4 года назад +6

      Aamr o Gaan2 sabo aru xuniboson. Comedy video.
      ruclips.net/video/d4Lwt9_G7Oc/видео.html

    • @parangaming4822
      @parangaming4822 4 года назад +5

      Neel da gaan tu val hoise , video tu suwali joni mila nai 😑😑😕😕

    • @jotishxwl6266
      @jotishxwl6266 4 года назад +3

      @@parangaming4822 kon tu dekha nai imn mja hoi se ❤️

    • @Parthavideography
      @Parthavideography 4 года назад +1

      ruclips.net/video/lnljrQSxKS4/видео.html😍

    • @khatiaxomialorayt1272
      @khatiaxomialorayt1272 4 года назад

      Very nice song 👌👌👌

  • @deepjyotiborah7137
    @deepjyotiborah7137 4 года назад +62

    1 মাহত 11 মিলিয়ন views... Neel da hittt❤️❤️

  • @Jayantabaruahvlogs
    @Jayantabaruahvlogs Год назад +6

    Neel dar babe like ata mari jabo 😍

  • @nipuhaloi3617
    @nipuhaloi3617 4 года назад +20

    Back to back
    পাচবাৰ শুনিলো❤️❤️❤️

  • @ripuborgohain7017
    @ripuborgohain7017 4 года назад +68

    Mur suali Nang Barbie aru Neel Akash’r babe eta like aru share kori dibo 😊👍

  • @zgentertainment9502
    @zgentertainment9502 4 года назад +17

    Love you Nell Daa ❤️❤️❤️❤️❤️, Nell Daar karone eta like 👍👍

  • @rifatyt923
    @rifatyt923 3 года назад +22

    From Bangladesh bro,i really Love you and ur all song❤️❤️

  • @monakashofficial4733
    @monakashofficial4733 4 года назад +68

    নীল আকাশ দা ৰেনু গীতটো বহুত বহুত ভাল লাগিল । আৰু কাৰ কাৰ ভাল লাগিল like কৰক Comment কৰক

  • @joytibarman3810
    @joytibarman3810 4 года назад +429

    এইবাৰ পিকনিকত non stop চলিৱ এই গানটো নীল দা 😘🥰😍🥰😘

    • @pankajsaikiadhulbadon4945
      @pankajsaikiadhulbadon4945 4 года назад +8

      Moojjaaaa bohut dhuniya hoise tamam solibo amar fale picnic lot👌👌👌👌🌹🌹🌹🌹🌹❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💓💓❤️💓❤️❤️❤️👍❤️👍❤️👍❤️👍👍❤️👍❤️👍❤️❤️👍👍❤️👍❤️👍👍👍👍❤️👍❤️👍❤️👍❤️👍❤️❤️👍👍❤️❤️👍👍❤️👍❤️👍❤️👍❤️👍❤️❤️👍👍❤️❤️👍👍❤️❤️💪💪💪☝️✊✊✊✊✊💐💐💐💐💐💐💐💐💐❤️❤️❤️❤️❤️❤️❤️💐❤️💐❤️❤️💐❤️💐❤️💐💐❤️💐❤️💐💐❤️💐💐❤️💐❤️❤️💐💐❤️💐

    • @himangshudeka7829
      @himangshudeka7829 4 года назад +6

      @@pankajsaikiadhulbadon4945 0000000000000000

    • @meghabaruah1034
      @meghabaruah1034 4 года назад +3

      ruclips.net/video/6suTL4-TeMs/видео.html gulzaar by Papon

    • @junakisonowl5319
      @junakisonowl5319 4 года назад +1

      @@pankajsaikiadhulbadon4945 lz. Ban SBB

    • @gsstatusmaker3371
      @gsstatusmaker3371 4 года назад +1

      👉ruclips.net/video/sVF7m0pfAzQ/видео.html

  • @dhirajsaikia5934
    @dhirajsaikia5934 4 года назад +11

    ❤️❤️❤️🚩🚩🚩 গুৱাহাটীৰ গায়কক উজনিলৈ লৈ অনা উজনিৰ ভোটাতৰা নীল আকাশ🚩🚩🚩❤️❤️❤️❤️

  • @ashokleishangthem9315
    @ashokleishangthem9315 2 года назад +27

    Neel akash🔥 ❤ from MANIPUR

  • @alliswell5369
    @alliswell5369 4 года назад +96

    মোৰ দৰে কোনে কোনে গানটি শুনি comment পঢ়ি আছা 🙋‍♂️🙋‍♂️🙋‍♀️🙋‍♀️🙋‍♀️, নীল দা 🔥🔥🔥❤️❤️❤️ ❤️❤️❤️😌

  • @dhrubajyotigogoi4123
    @dhrubajyotigogoi4123 4 года назад +18

    Nice neel akash da very good song 😍😍😍😍😍

  • @masterofroasters6218
    @masterofroasters6218 4 года назад +113

    *আই ঐ কলিজা এইবাৰ বিহু জমিব, আগতেই কৈ থলো* 🤩🤩

  • @souravvlogs2734
    @souravvlogs2734 4 года назад +510

    Neel Akash দাক ভাল পোৱা সকলে like কৰা 👇👇👇👇

  • @rupamsaikia4606
    @rupamsaikia4606 4 года назад +40

    সুন্দৰ গান। শুনি মন হিয়া প্ৰাণ শাত পৰি যায় 😍😍😍😘😘

  • @jintumoran2732
    @jintumoran2732 4 года назад +64

    Neel dar gan huni Val pua hokola ata like Kori dia.🎵🎶♥️

  • @nancyphukanofficial3270
    @nancyphukanofficial3270 3 года назад +5

    Mojja kolija ❤️❤️

  • @nitujitkalita9051
    @nitujitkalita9051 4 года назад +68

    No doubt , neel da r voice tu superb. Gaan o mojja gai. 👌
    But sob gaan ekei jen lage. Tune tu , honestly kbo gole..
    Zubeen da r bihu gaan bohut miss koru ajikali. That high energetic feeling while listening bihu songs of ZG that still gives goosebumps.

  • @rekhahazarika292
    @rekhahazarika292 4 года назад +21

    Dhuniya dei 💓💓gan tu bhohut vll lagl

    • @twoassamesesisters6124
      @twoassamesesisters6124 4 года назад

      আমাৰ ভিডি.. বোৰ ও চাই সহযোগ কৰিব বুলি বহুতো আশা থাকিল🙏বহুত কষ্ট কৰি আছো সহায় কৰকচোন🙏🙏🙏

  • @ahjt9235
    @ahjt9235 4 года назад +272

    ডেকা সকলৰ বাবে মাঘৰ বিহু ত নাছিব গাণ আহি গল.. কোনে কোনে নাছিৱা like এটা মাৰি দিয়া

  • @IndraRojagaming
    @IndraRojagaming 7 дней назад +1

    Owo neel Akashsor all song bast ha yar❤❤❤❤❤❤

  • @kuwoli8083
    @kuwoli8083 4 года назад +87

    গানতো শুনাৰ মাত্ৰেই মনটো বিহুৰ মাজলৈ উৰুৱাই লৈ যায় |

  • @ruhul__official
    @ruhul__official 4 года назад +12

    Neel Da kun kunor Favourite like 👍 korok

  • @parthapratimgoswami2527
    @parthapratimgoswami2527 4 года назад +93

    ইমান মিঠা গান শুনি শুনি,,,, চাই চাই ❤️❤️❤️❤️❤️❤️ কি যে ভাল লাগিল যায় বুজাবলৈ শব্দ নাই 💕💕💕💕💕💕

  • @debasishboravlog3447
    @debasishboravlog3447 10 месяцев назад +2

    Neel da ❤️❤️❤️❤️❤️

  • @গোগামুখৰলৰা
    @গোগামুখৰলৰা 4 года назад +126

    কেইবাদিনো ৰলোঁ গানটোৰ কাৰণে আজি পালে ভাল লাগিব
    আৰু নিল দাক ভাল পোৱা সকলে like comment and subscribe কৰিবলৈ নাপাহৰিব
    ধণ্যবাদ🙏🙏🙏🙏