Это видео недоступно.
Сожалеем об этом.

Long Leng | Kussum Kailash | Nilakshi Neog/Aimee Baruah/Mon Moina /Ujjwal Aarong| New Assamese Song

Поделиться
HTML-код
  • Опубликовано: 31 мар 2021
  • Long Leng | Kussum Kailash | Nilakshi Neog/Aimee Baruah/Mon Moina /Ujjwal Aarong| New Assamese Song
    Audio:
    Album : Mon Moina
    Song : Long Leng
    Singer : Kussum Kailash
    Nilakshi Neog
    Additional Vocal Design : Mrinmoy Mrittik
    Jogat Maahish
    Lyrics/Tune : Kussum Kailash
    Mrinmoy Mrittik
    Jogat Maahish
    Deep Dipantar
    Music : Ujjwal Aarong
    Flute - Ujjal Konwar
    Guitar - Bikash Gogoi
    Mix/Mastered : Ibson Lal Boruah
    Record @Fusion Studio By Rajiv Sharma
    Digital Market & Media Director :-
    Junaak Milon (Dhwani Music)
    Gfx : Zonak Yugantar Bora
    Photography :
    Bikram Borpatra
    Satyajit Dedhai Phukon
    Akash Saikia
    Video :
    Cast : Aimee Baruah
    Kussum Kailash
    Rajiv Kro
    Ramen Tamuli
    Director : Ashim Gogoi
    Asst Choreographer : Deep
    Art Director : Mantu
    DOP : Suman Duwerah
    Drone : Jyodeep & Nayan
    Di : Ashim Sarma
    Editor : Moni Rajkonwar
    Makeup : Nanu & Jaan
    Costume Designer : Cheng Rajkonwar
    Jewelry : Projapati
    Editing Studio : Devraj Film Studio
    Special Thanks:-
    Neel Akash
    Bharat Saikia
    Ramen Danah
    Ridip Rankit
    Madhab Ranjan
    লংলেংৰ কাষৰে
    তই মোকক চাঙৰে
    পাহাৰী আলসুৱা তোৰ মন,
    তোৰ টনাকৈ চকুৱে
    মোলৈ চাই হাঁহিলি
    কাঢ়িলি মোৰে কলিজাখন,
    তোক দেখি কিনা মৰম লাগিছে ঐ,
    তোক দেখি কিনা ভাল পাই পেলাইছে ঐ,
    তুই নাগা পাহাৰ লাগা আছ'
    মুই ডেকা ভৈয়াম লাগা আছো,
    তোক নিদিয়ে জাননে মোলে
    মৰম নুবুজে,
    অ মন দিলিয়েই যদিহে আমি
    বৈ যাং পলায়েই ...
    অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
    অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
    চৰাইদেউ চিনাকি ঐ নাম,
    এ চাওলুং চুকাফাৰ আমি বংশৰেধৰ
    ৰাখিম তোৰে মৰমৰে মান,
    তোক ভাবি কিনা ঘৰ বানাইছে ঐ
    তোক মৰম পৰা তাতে ৰাখিব ঐ
    তুই নাগা পাহাৰ লাগা আছ'
    মুই ডেকা ভৈয়াম লাগা আছো,
    তই জানয়েই কিদৰে ৰাখো তোকে বুকুতে
    অ মন দিলিয়েই যদিহে আমি
    বৈ যাং পলায়েই ...
    আমিখান নাগা পাহাৰতে থাকা
    আমাৰ ভী আছে মান,
    কথা হলেত' মৰম পৰা
    আমিও হালে জান ৷
    আমিখান লাগা পিন্ধে চেপেটী
    আৰ' আজক ত'লা,
    তুইখান লাগা ভৈয়ামতে থাকা
    মিলিম কিনেকা ৷
    অ তই নগাৰ সাজ পিন্ধিবি
    মূগাৰ সাজো পিন্ধিবি
    মিলিবি তই আমাৰ সতে ঐ,
    তয়ে মনে মইনা
    কেচাকৈ কলিজা
    পাহাৰ ভৈয়াম মিলি একে হৈ...
    জাত লাগা কিলেই চিন্তা কৰে ঐ ,
    আমিখান একেই মানুচ্ আছে ঐ
    তুই নাগা পাহাৰ লাগা আছ'
    মুই ডেকা ভৈয়াম লাগা আছো,
    কৈ চাবিচোন ঘৰতেনো গৈ
    মোৰে কথাকে,
    মন নুবুজে যদিহে আমি
    বৈ যাং পলায়েই ৷
    #Kussum_Kailash
    #Nilakshi_Neog
    #Long_Leng
    #Mon_Moina

Комментарии • 6 тыс.

  • @bhaskarJyoti14922
    @bhaskarJyoti14922 3 года назад +97

    ৰাজনীতি এ মানুহবোৰক ভাগ ভাগ কৰিছে। বৰ অসমৰ ভাষা আৰু সংস্কৃতিবোৰে বহুত দিছে আমাক,জনজাতীয় সোৱাদ থকা এই ধৰণৰ গীত আগলৈকো যেন পাই থাকো।#মানুহবোৰ শিক্ষিত হওঁ‌ক নিজৰ চিন্তাৰেও আৰু বিবেকেৰে।

  • @dipankarsarmah9603
    @dipankarsarmah9603 3 года назад +734

    অসম প্ৰথম , সদাই আৰু চিৰদিন ✊
    জয় আই অসম ।
    কুসুম দা আপোনাৰ গান ভাল লাগে 💕

    • @geetarthakalita4662
      @geetarthakalita4662 3 года назад

      @@rupamkakati7455 kon jui lagoa parti

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 3 года назад

      @@rupamkakati7455 আপুনি কোন Party ৰ হয় ??

    • @dipankarsarmah9603
      @dipankarsarmah9603 3 года назад

      @@rupamkakati7455 কোনে জুই লগালে জনাব নেকি ?

    • @chowlengdonahom1105
      @chowlengdonahom1105 2 года назад

      @@dipankarsarmah9603 কনৌজৰ পৰা অহা অবৈধ ছপনিয়াৰ বামুণ, কলিতা-কায়স্হ, নাথ ইত্যাদি শংকৰী বৰ্ণবাদী বোৰে জুই লগালে উত্তৰ-পূৰ্বাঞ্চল চুবুৰীয়া ৰাজ্য বোৰৰ লগত।।

    • @himadrisaikia1175
      @himadrisaikia1175 2 года назад

      Bhut Val lage gantu.

  • @chowlengdonahom1105
    @chowlengdonahom1105 3 года назад +283

    কেৱল কুসুম দাই হে এনেকুৱা সম্প্রীতি থকা গান বোৰ ৰচিব পাৰে, ইমান ধুনীয়া সুৰটিয়ে মনটোক কিবা আবেগিক যেন কৰি দিলে, ধুনীয়া ককাই❤💕🙏

  • @Bijubodo123
    @Bijubodo123 3 года назад +21

    mojja kussum da.apuni mur favaurite star singer..mur dore aru june june kussum dak val pai mur comment t like diok.

  • @geetarthakalita4662
    @geetarthakalita4662 3 года назад +66

    কা আমি নামানো ।।জয় আই অসম।।✊✊✊

  • @user-vy1ed7xh6k
    @user-vy1ed7xh6k 3 года назад +97

    Kusum da 🔥
    বনৰ পক্ষী জনীক ছুটিং কৰিৰ লবয়েই নালাগিছিল দাদা তোমাৰ গানত
    favourite singer 2🧡

    • @chowpankaj8257
      @chowpankaj8257 3 года назад

      gan 2 moi dis like marisu moi karon belg bohut val val heroin ase dani karone moi gan2 dis laike marisu aru un subscribe kori disu

  • @deeptrn017
    @deeptrn017 2 года назад +112

    We northeastern should be one ♥️;
    Love from Karbi Anglong

    • @rajuphathak4635
      @rajuphathak4635 Год назад +2

      We northeastern should be one Love from karbi anglong

  • @balendeka6
    @balendeka6 2 года назад +101

    দৰংৰ পৰা মৰম যাচিলো ।।💚💚আজি তাৰিখত কোনে কোনে শুনি আছা।।❤️❤️❤️ ইমান ধুনীয়া গান 🥀🥀🥀

  • @BAPUMAX
    @BAPUMAX 3 года назад +170

    পিয়াঁজৰ ঘৈণীয়েকক দেখাৰ পৰাহে বেয়া লাগিল।ঘেন্তা জনীয়ে অসম খন তাইৰ বাপেকৰ বুলি ভাবি আছে।CAA আমি নামনো।
    কুসুম দাৰ অনুৰাগী so গান2 চাইছোঁ।
    বিহুৰ আগত এটা ভাল গান লাগে দাদা❤️

    • @priyankirajkhowa7988
      @priyankirajkhowa7988 3 года назад +3

      Aimeek dekhile ru etya val nlge

    • @rabiramrabha7262
      @rabiramrabha7262 3 года назад +1

      Same😆😆😆

    • @dipangshudas1555
      @dipangshudas1555 3 года назад +1

      পিয়াঁজ 😂😂

    • @pranjalboruah90614
      @pranjalboruah90614 2 года назад +1

      কুসুম কাকাই আগন্তৰ এই জনিক অভিনয় কৰিবলৈ যাতে নলয়ে

    • @pranjalboruah90614
      @pranjalboruah90614 2 года назад +1

      আপোনাক গান শুনি ভাল পাওঁ

  • @santanuchetia7796
    @santanuchetia7796 3 года назад +82

    ককাই টোক ভাল পাং বুলি হে চাইছুং দে ভিদিওতি,মানুহ চিনি পালি নহয় অহাবা পৰা নলবি আওঁ দেই।
    ভাল লাগিছে শুভেচ্ছা থাকিল, পুৰণা দিস্কো ভন্টি লিখিয়া উলিয়াবি ক দুতিমান দেই❤️

    • @konchenggogoi1392
      @konchenggogoi1392 3 года назад +5

      আপোনাৰ কথা বোৰ হে প্ৰকৃত অসমীয়া ভাষা

    • @mousumsonowal5983
      @mousumsonowal5983 3 года назад

      ❤️❤️❤️❤️

  • @debajitrock
    @debajitrock Год назад +34

    গীতৰ বিষয়ে কব লগা নাই,,কুসুম দাৰ গান,,💔❤️জয় আই অসম,,এইয়াই আমাৰ সোণৰ অসম,,❤️,,,,,,,,

  • @pgaming4633
    @pgaming4633 3 года назад +29

    Nice nagamese assamese song love frm USA United States of assam😆😅

  • @hipstatus7738
    @hipstatus7738 3 года назад +27

    বৰ্তমান মই মংগল গ্ৰহৰ পৰা video টো চাই আছো ,কা নমনাৰ কাৰণে মোক পৃথিবীৰ পৰা খেদী পথালে Aimee আইতাই। big fan of Kussum da..

  • @aloneananta4895
    @aloneananta4895 3 года назад +37

    আইমী বা মোৰ দ্বিতীয় গৰাকী প্ৰিয় অভিনেত্ৰী আছিল। কিন্তু এতিয়া সেই স্হানৰ পৰা তেখেতক গতিয়াই পঠিওৱা হৈছে 😖। আইমী বৰুৱাক আকৌ আপোনাৰ কোনো vdo ত নলয় যেন কুসুম দা👍।বাকী vdo ভাল লাগিল , বহু দিন অপেক্ষা কৰিলো আৰু অৱশেষত...❤️👍। Specially lyrics টো 👌👌😍 mind blowing 👍

  • @bahamnagavlog9638
    @bahamnagavlog9638 3 года назад +46

    It's amazing and wonderful song lots of love from phom

  • @amongyills2178
    @amongyills2178 2 года назад +59

    Beautiful Story bring back lots of love from nagaland... 😍😍😍😍

  • @headachepoik
    @headachepoik 3 года назад +42

    Video টোত দেখোৱা সকলোবোৰ Clip এই অসমৰ সংস্কৃতিৰ এক বিৰাট প্ৰতিক । অসমীয়া লোক সংস্কৃতি, আহোম ৰাজ্যৰ ৰিতি নীতি সকলো বোৰ চাই ভাল লাগিল। ❤️❤️ কিন্তু আইমী বৰুৱা থাইত বেলেগ হোৱা হ'লে আৰু ভাল লাগিল হয় । তেওঁ কুসুম দা আৰু অসীম দাক ধন্যবাদ জ্ঞাপন কৰিলোঁ কাৰন ইমান সুন্দৰ অসমীয়া সংস্কৃতিৰ লগত খাপ খোৱা Video Song এটা আমাক উপহাৰ দিয়া বাবে । ❤️❤️❤️❤️❤️

  • @pdmajuliisland271
    @pdmajuliisland271 3 года назад +311

    কুসুম দাৰ বাবেই ভিদিঅ টো চালোঁ,,আৰু যিয়ে মোৰ দৰে চাব আহিছে অনুগ্ৰহ কৰি লাইক এটা কৰি যাব🙏

  • @munmigogoi1104
    @munmigogoi1104 3 года назад +146

    Politics separate us, but culturally we all are united.This song reminds us about the bonding of the greater Assam( our 7sister states). Lots of love n appreciation to the creator team of dz song and video 😍👍🥰

  • @keshobkurmi460
    @keshobkurmi460 3 года назад +16

    গানটো যিমান সুন্দৰ ভিডিওটো তাতকৈ অতি সুন্দৰ 💕💕💕💕💕

  • @bidyutbikashhazarika4562
    @bidyutbikashhazarika4562 3 года назад +443

    আহোম লগতে নগা সংস্কৃতি সুন্দৰ ৰূপত দাঙি ধৰাৰ বাবে কুসুম দা আৰু অসীম দা ক অশেষ ধন্যবাদ।

  • @dulaldas9943
    @dulaldas9943 3 года назад +143

    এইজনী লগত আৰু আহিবলগীয়া ভিডিঅ নবনাই যেন কুছুম দা মাঠু আপোনাৰ হৈহে লাইক মাৰিছো

  • @kunaljitkashyap3681
    @kunaljitkashyap3681 3 года назад +179

    Comment pohi pohi gaan kuny kuny suni asa like mara👍👍

    • @jituboro741
      @jituboro741 3 года назад +1

      😁😁😁😁

    • @jingkhawwangcha765
      @jingkhawwangcha765 2 года назад

      Kussum ji ka gana mujhe hamesha se pasand hai,...ye wali bhi bahut badia laga....Nagaland walo k sath to bana lia, ab Arunachalee log k sath bhi ek video bana lo kussum daa😁

  • @SeyiemuBaka
    @SeyiemuBaka 19 дней назад +1

    ❤Woww Assamese people wearing Naga traditional dress look so beautiful 😍❤️ lots of love from Nagaland ❤❤❤

  • @gautamphukon9626
    @gautamphukon9626 3 года назад +75

    অপেক্ষাৰ অন্তত... পাই গলো 💚💚মনমইনাক♥️♥️।গীতটি আগবঢ়াই দিয়াৰ বাবে ধন্যবাদ কুসুম দা।লগতে শেহতীয়াকৈ ওপজাদিনৰ বহুত বেছি শুভেচ্ছা💐💐💐 যাচিলোঁ।

  • @mr.bairagi9342
    @mr.bairagi9342 3 года назад +562

    কমেন্ট পঢ়িবলৈ কোন কোন আহিছে বাৰু, like এটা দিব 😎ll বাকী gaan ru video মজা ❤

  • @chowlengdonahom1105
    @chowlengdonahom1105 2 года назад +34

    অাহোম-নগা ভাই ভাই, মংগোলীয় জনগোষ্ঠীৰ মানুহ বোৰ একে ৰেচ(race) ৰ ভাই ভাই❤❤❤❤❤🥰🥰🥰🙏🙏🙏🙏

  • @bikoshitagogoi7673
    @bikoshitagogoi7673 3 года назад +19

    Kusum da always unique🔥🔥🔥🔥

  • @user-ri9hi7pg8t
    @user-ri9hi7pg8t 3 года назад +151

    আপোনাৰ বাবে ভিডিঅটো চালো
    ডাইনী বৰুৱাৰ বাবে নহয়
    ❤️জয় আই অসম❤️

  • @DuguExtra22
    @DuguExtra22 3 года назад +40

    সঁচাকৈ মোৰ শব্দ নাই ইমান যে ভাল পাওঁ আপোনাৰ গান । পিছে দাদা এটা DISCO লাগিছিল বিহুৰ আগত 🥰

  • @nalbeiracreation
    @nalbeiracreation 3 года назад +520

    কুসুমদাৰ বাবে হে ভিদিওতি চালো বাকি মই কিন্তু কা নামানো দেই....যি সকলে মোৰ কথাত সমৰ্থন কৰে লাইক এতা কৰি দিব পাৰে...জয় আই অসম✊ জয় বীৰ লাচিত বৰফুকন✊✊✊✊

    • @himonsaikia74
      @himonsaikia74 3 года назад +4

      Joi aai axom

    • @dipakdutta433
      @dipakdutta433 3 года назад +4

      Nice

    • @mdays6045
      @mdays6045 3 года назад +3

      Joi aai axom joi beer lachit borfukon ..
      Nalbari niki ha

    • @rajudeka4679
      @rajudeka4679 2 года назад +1

      ওপৰৰ মাল কিন্তু caa নামানিলে ভাৰতৰ বাহিৰ কৰি দিব চাবি

  • @nonlempkmun4307
    @nonlempkmun4307 10 месяцев назад +7

    The relationship between Ahom and Nagas especially Nockta, Konyak and Wancho are still as fresh and green as it was in 13th century. Refreshing to listen to this masterpiece of Assamese song from Mon district

  • @rahulkalita3944
    @rahulkalita3944 3 года назад +64

    আমি আহোম ৰজা দিনৰ লৰা হৈ আমি অসম অসম হৈ থকাটো বিচাৰোঁ আমি বাংলাদেশী নহৈ এইজনি পাহাৰী ছোৱালী নহৈ বাংলাদেশী হই 🙏

  • @Babu..Lyricxzz
    @Babu..Lyricxzz 3 года назад +3099

    আজি elction কোনে কাক কি ভোট দিছে নাজানো কিন্তু kussum দাক ভাল পোৱা সকলে মোৰ comment এটা এটা ভোট দি যাওক kussum দা জিন্দাবাদ 🙏🙏

    • @mintubaruah9833
      @mintubaruah9833 3 года назад +16

      Ooo dada hoi neki

    • @Babu..Lyricxzz
      @Babu..Lyricxzz 3 года назад +14

      @@mintubaruah9833 yes bro 😁😁

    • @mintubaruah9833
      @mintubaruah9833 3 года назад +10

      @@Babu..Lyricxzz হয় দাদা আপুনিও জিন্দাবাদ টেৰেনাম ,,😢😢😢😢

    • @Babu..Lyricxzz
      @Babu..Lyricxzz 3 года назад +7

      @@mintubaruah9833 Thanks mintu খুৰা 😂

    • @naliyabora1145
      @naliyabora1145 3 года назад +6

      Kussam da gin

  • @padumburagohain9493
    @padumburagohain9493 3 года назад +12

    Ahom & Naga always brothers

  • @titugogoi9028
    @titugogoi9028 9 месяцев назад +11

    কুসুম দাৰ বাবে এটা লাইক ।❤❤

  • @arpirekha4922
    @arpirekha4922 3 года назад +166

    এই বৰুৱানিক নলব আৰু কুসুম দা... বাকী আপোনাক বহুত ভাল পাওঁ ❤️🔥 কা মনা সকলৰ বাদে😠 , কা নমনা সকলোলৈকে ৰঙালীৰ বিহুৰ শুভকামনা সকলোলৈকে 💕❤️

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 3 года назад +4

      @@rupamkakati7455 মই নামানো

    • @axomiadhamali8491
      @axomiadhamali8491 3 года назад

      Bal kotha koiso kela

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 3 года назад +3

      @@axomiadhamali8491 আপুনি কাক Support কৰে ??

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 3 года назад +1

      @@axomiadhamali8491 আপুনি "কা" মানে নে নামানে ??

    • @arpirekha4922
      @arpirekha4922 3 года назад +1

      @axomia dhamali mane ne namane tak kotk re .

  • @kunwalidutta7719
    @kunwalidutta7719 3 года назад +101

    কুসুম কৈলাশ দাৰ মাতটোত আপোন মাটিৰ গোন্ধ পাওঁ
    সদায় এনে গানেই বিচাৰিম
    ❤️

  • @mintysaikia2
    @mintysaikia2 3 года назад +22

    Ahoms alzs maintained cordially relations....without our Tribes.
    Love to all ...NE❤️..Be One, Alz Be United.

  • @ajemreham4354
    @ajemreham4354 3 года назад +14

    Thanks for promoting wancho naga..... Sir i am your big fans love from ARUNACHAL PRADESH.....

  • @bhaiti1198
    @bhaiti1198 3 года назад +92

    ডাইনী বৰুৱা মুৰ্দাবাদ । কা আমি নামানোঁ। কুসুম দা আছে বাবে চাইছো আৰু, বনৰী জনীৰ অভিনয় চাবলৈ মন নাই ।

    • @nakulbhuyan7265
      @nakulbhuyan7265 3 года назад +3

      Moja

    • @sristirbotora9715
      @sristirbotora9715 3 года назад +2

      Moja

    • @bhaiti1198
      @bhaiti1198 3 года назад

      @@sristirbotora9715 😁😌

    • @bhaiti1198
      @bhaiti1198 3 года назад

      @@nakulbhuyan7265 😁😌

    • @utpaljyotinath6226
      @utpaljyotinath6226 3 года назад

      হেৰৌ, বেয়া পালা বোলিয়ে ইমান বেয়াকৈ ক'ব লাগে নে🤣🤣🤣🤣

  • @happyhappy-ek2kb
    @happyhappy-ek2kb 3 года назад +97

    অ বইদৌ আছে
    মাত্ৰ কুসুম কৈলাশ দাৰ বাবেহে লাইক টো দিছো…
    বাইদৌক ইগন'ৰ কৰি ভিদিঅ টো চালো।

  • @G3new745
    @G3new745 Год назад +7

    Long live ahom long live kanyak Naga✊✊❤️ frandship

  • @anokanok6173
    @anokanok6173 Год назад +20

    This song is one of the best song that I use to hear every morning . Lots of love from nagaland ♥️

  • @enjoybuddy5840
    @enjoybuddy5840 3 года назад +194

    ডাইনী পৰুৱাক বাদ দি বাকীখিনি খুব সুন্দৰ হৈছে ।
    কুসুম কৈলাশ দা তুমি আৰু আগুৱাই যোৱা ❤️👍
    সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @ashimjyotiphukon5254
    @ashimjyotiphukon5254 3 года назад +16

    দাইনী বৰুৱাৰ থকাৰ বাবে অলপো চোৱাৰ হেপাহ নাই যদিও কুসুম দাৰ কাৰণে চাইছো । আৰু ভিডিঅটোৰ বাবে বহুদিন অপেক্ষাৰে আছিলোঁ ।
    HAPPY BIRTHDAY KUSSUM DA !

  • @chaiwangsu9038
    @chaiwangsu9038 3 года назад +8

    I lk vry much all assamese vdio songs❤💞😘😘😢4rom Arunachal wanchoo😍😍

  • @parishmitagogoi8055
    @parishmitagogoi8055 3 года назад +7

    💖love from khonsa 😁

  • @rangiardiganta9030
    @rangiardiganta9030 3 года назад +28

    সকলো বিলাক গানতে এই জনীক য়ে দেখা পাও যে আৰ বেলেগ অভিনেত্ৰী নাই নেকি - আহিবলগীয়া গান বোৰত যাতে বেলেগ অভিনেএী বোৰক ক দেখা পাম বুলি আশা থাকিল ....বাকি যি হক নহক কুচুম দাৰ বাবে গান তো চালো ..শেষত এটা কথা কও - কা আমি নেমানো 🤟😊😊😎- জয় আই অসম 🙏🙏🙏❤❤❤

  • @sanmaniboro898
    @sanmaniboro898 3 года назад +177

    দাদা কাৰণে like দিলোঁ। কিন্ত দাইনি জনিক নো কীয় লব লাগে।

    • @Dipen00
      @Dipen00 3 года назад

      হয় কিয় ল'ব লাগে

  • @dakshkulshrestha210
    @dakshkulshrestha210 3 года назад +6

    Love from Mon nagaland

  • @Channdrimaa
    @Channdrimaa 3 года назад +19

    কুসুম পিচাই ❤❤👍 সুন্দৰ । বহুত ধুনীয়া গান

  • @bhargoveborborah7942
    @bhargoveborborah7942 3 года назад +37

    অভিনয়ৰ বাবে কোনোবা নতুন প্ৰজন্মৰ লৰা ছোৱালীক ললে তেওঁলোকৰ আগবাঢ়ি যোৱাত সহায় হোৱাৰ লগতে আপোনাৰ গানৰ অনুৰাগী বাঢ়িব। এনে ধৰণৰ সমাজৰ কলংকিত অভিনেত্ৰী বোৰক ৰাখিলে পিছলৈ আপুনিয়ে ৰাইজৰ ৰোষত পৰিব পাৰে। গতিকে এনে ধৰণৰ সমাজৰ বিপদ কঢ়িয়াই অনা লোকৰ পৰা আঁতৰি থাকিলে আপুনি নিসংকোচে আগুৱাই যাব বুলি আশা কৰিলো, মই মোৰ মনৰ কথা হে কলো দেই বাকী আপোনাৰ কথা। কাৰণ আপোনাক ভাল পাওঁ বাবেহে কথাবোৰ কলোঁ ।🙏🙏🙏🙏

  • @bishwajitmahanta8016
    @bishwajitmahanta8016 3 года назад +4154

    Comment box ত গানটোৰ বিষয়ে কি কোৱা হৈছে সেইটোৰ সলনি আইমি বৰুৱাক কি কোৱা হৈছে সেইটো চাবলৈ অহা সকলে টিপচহী মাৰি যোৱা😂😂😂😂🔥🔥💜

    • @whoryou691
      @whoryou691 3 года назад +33

      Moi xeixokolk saboloi ahiso ji xokole blgr agot axom r ktha beyakoi koi atiya aimi boruar ktha beakoi koi ase.....

    • @whoryou691
      @whoryou691 3 года назад +13

      Xosai ki je manuh de....

    • @ajvlogs5470
      @ajvlogs5470 3 года назад +11

      Comment box t ondhovokto🤣

    • @Ch4n4ky4
      @Ch4n4ky4 3 года назад +23

      @@whoryou691 daini joni tmr crush nki??

    • @whoryou691
      @whoryou691 3 года назад +7

      @@Ch4n4ky4 nhoi.....mur crash nai e....hobo aru gom palo tai beya kam keise buli...moiu support nokoru....holbulie sobote axupake likhibo nalage aru....amaro to pohi alah lge....gali diar compition r nisina lgi jai kiba.

  • @biplabroktim1210
    @biplabroktim1210 3 года назад +28

    বহুত ভাল ভাল ধুনীয়া ছোৱালী আছে পিছে এই বুঢ়ী জনীক হে পাই নে🤔 আপোনাৰ বাবেহে গানটো চালো😊......আমি কা নামানো ..... জয় আই অসম✊

    • @dwaynejohnson6611
      @dwaynejohnson6611 5 месяцев назад

      Why your calling her " burhi". You should respect her talent nor judge her age. At this age she is more beautiful than most

  • @seasredhikagaming5128
    @seasredhikagaming5128 3 года назад +26

    I love this song 😍❤❤🔥🔥🔥

  • @saikiakaku1413
    @saikiakaku1413 3 года назад +97

    দাদা বনৰ পখী, হাইমী হৰুৱা নথকা হ'লে নিশ্চয় like দিলো হয় ।। Opp. CAA

    • @dijenbordoloi9387
      @dijenbordoloi9387 3 года назад

      আইমী বৰুৱা বা সকলোৱে ভাল পায় মইও পাওঁ। কিন্তু তুমি কেনেকুৱা প্ৰকৃতি মানুহ তোমাৰ ব্যৱহাৰ পৰিচয় কৰাই দিছে।

    • @happybaruah3770
      @happybaruah3770 3 года назад +1

      Right

    • @saikiakaku1413
      @saikiakaku1413 3 года назад +3

      @@dijenbordoloi9387 ভাল পাইছিলো সেইটো অতীত। ক্লা কানেৰে তই শুনা আৰু চকুৰে দেখা পোৱা নাছিলি নেকি হা কি মন্তব্য কৰিছিল।
      অতি ভক্তি কেলা চোৰৰ লক্ষণ

    • @dijenbordoloi9387
      @dijenbordoloi9387 3 года назад

      @@saikiakaku1413 তাতে তুমি আছিলানে...? এনে নজনাকৈ যি টি কৈ থকা। তোমাৰ ঘৰৰ কোনোবাক কোৱা ভাল পালা হয় নেকি নিশ্চয় ন

    • @sawneelphukan6568
      @sawneelphukan6568 3 года назад

      @@dijenbordoloi9387 দাদা আপোনি ১৫০০ টকা পাই সন্তুষ্ট নে

  • @animekhchutia2514
    @animekhchutia2514 3 года назад +161

    গীতটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ অলেখ‌ শুভকামনা জনালোঁ ।কুসুম দা সদায় অসমীয়াৰ হৃদয়ত থাকিব।

  • @KR_Vlogs9
    @KR_Vlogs9 2 года назад +14

    Love from my heart ❤
    I love assamese song and music 🎶 🎵 😌 😍 ❤ 💕 🎶

  • @lokyanh
    @lokyanh 3 года назад +50

    Finally I found it! 👍❤️😂

  • @monidas6168
    @monidas6168 3 года назад +71

    অসমত অভিনেত্ৰীৰ অভাৱ হৈছিল নেকি ,এইজনীক ললে যে কিয় ,জাতিদ্ৰোহী এজনীক অসমীয়া গানত কেনেকৈ লব পাৰে,বহুত আশাৰে বাট চাই আছিলোঁ vdo tir বাবে ,কিন্তু মই কমেণ্টছ দিছোঁ আৰু পঢ়িছোঁ vdo2 sabo একদম এ মন কৰা নাই ,,বাকী কুসুম দা আপুনি আগুৱাই যাওক❤️❤️❤️

  • @primon__papon1524
    @primon__papon1524 3 года назад +821

    আইমি বাইদেউ ক বাদ দি কেৱল কুসুম দা আৰু গানটোৰ লগত জড়িত থকা বাকী সকল ব্যক্তিৰ বাবে হে video টো চালোঁ😍কুসুম দা আগুৱাই যোৱা । love you kusum da❤️❤️কুসুম দাক ভাল পোৱা সকলোৱে ইয়াত like এটা মাৰি দিবা🙏

  • @changmaimousum7769
    @changmaimousum7769 3 года назад +4

    Aiss !! moza lgil dei sai.....kussum da😍😍😍

  • @aochubaaier264
    @aochubaaier264 2 года назад +11

    Anyways, the team has tried it's best to showcase Nagas way of everyday life. Keep up 👍

  • @debojitsaikia.bokakhatassa3489
    @debojitsaikia.bokakhatassa3489 3 года назад +82

    ধন্যবাদ কুসুম দা আপুনি সকলো জনতাক এইদৰে নিজৰ খং প্ৰকাশ কৰিবলৈ এক সুবিধা দিছে ।। বাকী আপুনি প্ৰিয় আৰু গানটো প্ৰিয় ❤️

  • @bidyutmohan3429
    @bidyutmohan3429 3 года назад +22

    দাদা আপোনাৰ গানটো বহুত ভাল লাগে, পিছে এই নাচিব নজনা বৰুৱানী বাইদেউৰ কাৰনে video টো ভাল নালগিল।। আগলৈ আপোনাৰ পৰা আৰু এনেকুৱা হিট গান আশা কৰোঁ।।।

  • @SumonKhan-ek8iz
    @SumonKhan-ek8iz 3 года назад +27

    wow beautiful song!!
    love from bangladesh🇧🇩🇧🇩

  • @bluesea9435
    @bluesea9435 3 года назад +7

    Bht mzza traditional dress❤️❤️❤️Ahom suali bilaake tai Ahom dress💜💜💜 pindhiba, sador mekhela vl nlge

  • @manlimnaga1359
    @manlimnaga1359 3 года назад +458

    Watching from Mon Nagaland, beautifully captured thank you for showcasing our konyak traditional attire, Konyak and Ahom have good friendship since time immemorial and this video witnessed that our friendship will continue till the last even though we both have lost our Raja and Rani.joy Ahom joy Konyak Naga

    • @telittlereator9602
      @telittlereator9602 3 года назад +5

      💐🙏👍🤝💐

    • @ronaldahom8267
      @ronaldahom8267 3 года назад +14

      Love from Ahom to Konyak people..

    • @m__chana6101
      @m__chana6101 3 года назад +27

      Love from Assam love from Tai- Ahoms to konyak , Ao naga people. We tai ahoms & nagas have good relationship from the past ancient days. Your forefathers used to help
      Our kings in many times. Without you people our assam history is incomplete.

    • @itsrj2808
      @itsrj2808 3 года назад +1

      Love from assam

    • @manlimnaga1359
      @manlimnaga1359 3 года назад +22

      @@m__chana6101 yes we have a history.. That's why I personally have a soft corner for Ahom people. Ahoms ars very close to Naga people in general

  • @krishnakantalahon6167
    @krishnakantalahon6167 3 года назад +31

    বহুত বহুত সুন্দৰ হৈছে কুসুম কৈলাশ দা 😍😍😘মই আপোনাৰ এজন প্ৰিয় অনুৰাগী হয়, সেই কাৰণে আপোনাৰ প্ৰতিটো গীতলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰওঁ! 😍❤❤ ইয়াত 99% কমেণ্ট আইমী বৰুৱাক লৈ বিভিন্ন ধৰণৰ কমেণ্ট আহিছে!😅😅কিন্তু আপোনাৰ বাবে হে মইও ভিডিও টো চালো... ভাল লাগিল চাই! 😘😘😍আগুৱাই যাওঁক এনেকৈয়ে....!
    কুসুম কৈলাশ দা জিন্দাবাদ 😍❤❤

  • @a.boruahstatus1773
    @a.boruahstatus1773 3 года назад +10

    Caa সমৰ্থনকাৰি আইমি বৰুৱা কাৰণে like কৰা নাই। কুসুম দা তোমাৰ বাবে চাইছোঁ।

  • @sarkiriteron3001
    @sarkiriteron3001 3 года назад +9

    Kussum kailash your video is always awesome. You guys always rock.❤

  • @DiprajTube
    @DiprajTube 3 года назад +114

    বুনৰি জনিক বেয়া পোৱা সকলে তলত টিপচহী দি যোৱা।
    সকলো কন্ঠশিল্পীলৈ অনুৰুধ যে এইগৰাকী বুনৰিক আপোনালোকৰ গানত লৈ ভাল লগা গানটো বেয়া নকৰিব। ভিডিঅটো ইমান ভাল লাগিলে তথাপিও যেন ভিডিঅটো খংঙত চাই আছো।
    বাকি যিয়ে নহওক কুসুম দাৰ গান বহুত ভাল লাগে।

    • @chaoavilashgogoi2690
      @chaoavilashgogoi2690 3 года назад +3

      কুচ্ছুম দা জিন্দাবাদ✊ _________ বৰুৱা মূৰ্দাবাদ👎👎 খালি ঠাই পূৰ কৰিবলৈ অসমৰ ৰাইজৰ ওপৰত এৰি দিলোঁ ।
      আমি কাা নামানো।।👎
      জয় আই অসম ❤️

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 3 года назад +2

      @@chaoavilashgogoi2690 ডাইনী

    • @axomiadhamali8491
      @axomiadhamali8491 3 года назад +1

      Bapeor murtu kotha koiso Kukur.... Jaa ajmol r pokor selel

    • @tulyajitsaikia7515
      @tulyajitsaikia7515 3 года назад +1

      @@axomiadhamali8491 আপুনি কাক গালি পাৰি আছে ??
      BJP কুকুৰবোৰক নে বেলেগক ??

    • @axomiadhamali8491
      @axomiadhamali8491 3 года назад

      @@tulyajitsaikia7515 ajmol miya r suwa seleka burok

  • @AssamJK-co8nq
    @AssamJK-co8nq 3 года назад +33

    এই জনীয়ে অভিনয় কৰা চাবলৈ মন নাই অʼ কুসুম দা ।

  • @chaiwangsu9038
    @chaiwangsu9038 3 года назад +16

    Parile 1000 bar like korile heten👍👍vdio sai aru gan to huni bhut bhal lagisu❤❤4rom arunachal wanchoo

  • @axomiyaagaan2923
    @axomiyaagaan2923 2 месяца назад +1

    এনেকোৱা গান আকৌ লাগে কুসুম দা ❤❤ আকৌ long leng

  • @joondas3367
    @joondas3367 3 года назад +266

    অসমত বেলেগ অভিনেত্ৰী নাই নেকি আৰু, দেখিব মন নাযাই এইজনীক
    Kussum da ❤️

  • @nahnyeikonyak7040
    @nahnyeikonyak7040 3 года назад +33

    Big love from Mon district, Nagaland.💕💕💕

  • @duluwa118
    @duluwa118 2 года назад +10

    Hi I'm from nepal i love kussum k sir i listened many song but i don't undrstad full his/her language but i love cultural and purity of aassam world presentation . I just Enjoy by watching video and listening music anyway nepali listener plz try . Thank u

  • @user-nl9bf8vx2m
    @user-nl9bf8vx2m 4 месяца назад +4

    Kune kune 2024 sonot saise gan tu 😊😊

  • @soulnagagaming
    @soulnagagaming 3 года назад +96

    Love from Nagaland

  • @nisikonyak2207
    @nisikonyak2207 3 года назад +19

    Yamai..moi u noga suali hoi..vl lagil video2

  • @kanakdas5678
    @kanakdas5678 2 года назад +2

    Music Tu dhuniya....
    Ajihe khunilu... Bohut vl lagil

  • @gauravdas6029
    @gauravdas6029 Год назад +2

    Mojaaaaahhhh lagile dei kusum daaaaaaaaaaaa

  • @user-ft3rh2fi2o
    @user-ft3rh2fi2o 3 года назад +206

    দাইনী বৰুৱাই মাজতে যি বিহু দেখুৱালে ভিদিও টো চাওঁতে কিবা লাগিছে তথাপিও কুশুম দাৰ অনুৰাগী হিচাপে চাম ♥️Love From Tezpur/

    • @jugalbaruahjb2163
      @jugalbaruahjb2163 3 года назад

      Hoi de

    • @amlanjyotiburagohain9579
      @amlanjyotiburagohain9579 3 года назад

      Correct☑

    • @dolikonwar968
      @dolikonwar968 3 года назад +1

      Tumaluke nijor kotha vaba oo dada anor kotha vabibole bad dia nohole anor lgte tumalukor nijor jibo2 borbad kori noloba edin hokolue nijor vul chikar koribo .

    • @amlanjyotiburagohain9579
      @amlanjyotiburagohain9579 3 года назад +1

      @@dolikonwar968 but time nai CAA ohar pisot bhul sweker kori Tu lav nai 🙃

    • @beyondthesky8570
      @beyondthesky8570 3 года назад

      @ Chinmay Nath thik koisa 😀

  • @shantanuborgohain4686
    @shantanuborgohain4686 3 года назад +151

    ইমান ওপৰৰ মালৰ মানুহজনীৰ লগত আৰু যাতে ভিদেও নবনাই তাকে আশা কৰিছোঁ।।
    গানটো ভাল লাগিল ❤️

  • @ramupuran516
    @ramupuran516 2 года назад +2

    Super kusum da..

  • @EntertainmentZone11147
    @EntertainmentZone11147 3 года назад +8

    2:56 mind-blowing 🥰

  • @majuliyanlora7901
    @majuliyanlora7901 3 года назад +34

    Ame hole soku mude mude disu dey only kusumdak saisu caa jonek suya ni 🙏 Kusum da babe like comment share kora aru khokoluya ❤️❤️

  • @mjd8067
    @mjd8067 3 года назад +29

    মই বহুত ওপৰৰ মাল বাবা
    মোৰ লগত নোৱাৰিবা।
    Nyc Song

  • @priyabora9929
    @priyabora9929 2 года назад +1

    Aeimi baak video tut ase karna vl lagese ... Apunaluke ji vabileu aeimi baa acting mi bht vl pao.... Kasum daa lb uuu😍😍😍😍😍😍

  • @djhh6298
    @djhh6298 2 года назад +4

    বাৰে ৰহনীয়া অসমীয়া সমাজখনৰ ভিন্ন জাতি, জনজাতি, জনগোষ্ঠী ক এইদৰে প্ৰতিটো গীত ৰ জৰিয়তে প্ৰতিফলিত কৰা একমাত্ৰ শিল্পী কুসুম দা হে আছে। সদাই এইদৰে সুন্দৰ গীত আমাক দি যাব বুলি আশা ৰাখিলোঁ ❤️❤️

  • @VildPG3232
    @VildPG3232 3 года назад +15

    Song 2 hit a baru Video ru song mili atia pura super hit ❤️🔥🔥🔥💥💥

    • @Basa125
      @Basa125 3 года назад +3

      মই আপোনা video চাও

  • @mgtofficial4140
    @mgtofficial4140 3 года назад +15

    কমেন্ট চাব অহা মোৰ দৰে আৰু কোন কোন আছা 😂, btw happy birthday kusum da, late wish.

  • @funnyvlogs1211
    @funnyvlogs1211 2 года назад +1

    Dhuniya Kusum da

  • @G3new745
    @G3new745 2 года назад +2

    Joi aii AXOM

  • @monidigital-vlogs923
    @monidigital-vlogs923 3 года назад +11

    দাদাক বৰ ভাল পাওঁ । সেই কাৰণে ৰাজস্থানৰ পৰা চাই আছোঁ । গানটো বহুত সুন্দৰ হৈছে ।কিন্তু লগত থকা জনী কাৰণে অলপ মন সেমেকি উঠিল ।

  • @DeepsikhaSonowal1
    @DeepsikhaSonowal1 3 года назад +23

    গানতো আগতে অভিনয় হৈ গৈছিল আইমী বৰুৱা ভাষণ দিয়া আগতে ।যি কি নহও মই আমেৰিকা যাব বিচাৰো ।কা নামোনো 😃🤣😂।সুন্দৰ গীত

  • @kanchantanti5161
    @kanchantanti5161 2 года назад +1

    Moja kusum dada

  • @bidyutgogoi7471
    @bidyutgogoi7471 3 года назад +22

    Ahom hokolok loi j video bonaise bohut val lagise dekhi, kunubai j jiyai rakhise ontotto bohut bohut dhonyobad kussum kailash dangoriya 🙏