Jowar Porot

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 306

  • @l.p.production3223
    @l.p.production3223 5 лет назад +14

    আপোনাৰ পুৰুষ সুলভ সুন্দৰ কণ্ঠস্বৰ আৰু অসাধাৰণ গায়কী ভগৱানৰ দান। নিঃসংকোচে কওঁ...আমাৰ সংগীত জগতৰ বৰ্তমানৰ সকলো পুৰুষ কণ্ঠৰ ভিতৰত আপুনিয়ে প্ৰথম প্রিয় শিল্পী মোৰ। বহুজন বৰেণ্য শিল্পীৰ গীত বৰ্তমানৰ কন্ঠশিল্পী বিলাকৰ ভিতৰত কেৱল আপোনাৰ কণ্ঠত শুনিহে ভাল পাওঁ। আপোনাৰ সুমধুৰ গায়কী-গীতৰ নিৰ্বাচনে আপোনাৰ সুন্দৰ ৰুচিশীল মনৰ পৰিচয় দিয়ে। বৰ আদৰৰ শিল্পী আপুনি...সকলোৰে। বহুতৰে বাবে আপুনি আদৰ্শনীয় আৰু অনুকৰণীয়। আপোনাৰ গীত সমূহ আমাৰ সংগীতৰ সুৰীয়া সম্পদ। জ্যোতিষ ভট্টাচাৰ্য দেৱৰ এই সুমধুৰ যুগমীয়া গীতটি আপোনাৰ কণ্ঠত শুনি নতুন স্বাদ পালো। পৰিতৃপ্ত হ'ল মন...! আৰু বহু আশা কৰোঁ আপোনাৰ পৰা। আগবাঢ়ি যাওক...জিলিকি থাকক...!

  • @ranibaruah7364
    @ranibaruah7364 4 месяца назад +4

    অতি মধুৰ গীত!!জ্যোতিষ ভট্টাচাৰ্য্যৰ উত্তৰসুৰী হিচাপে গানৰ মৰ্যদা অক্ষুন্ন ৰ'ল,আপোনাৰ কণ্ঠত। বহুত শুভেচ্ছা থাকিল।

  • @ramendas9369
    @ramendas9369 7 лет назад +65

    You know what Rupam? You are a rare and quality personified singer. Your songs are all soulful songs and you sing with your heart out. you had always maintained a low profile and you keep that. One day you will come out with all guns blazing. May you reach such heights that people will realize that the songs you sing are jaw dropping stuffs. Keep rocking Rupam. Ramen Das

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Год назад +4

    ৰূপম ভূঞাৰ কণ্ঠ মোৰ সদায় প্ৰিয় । তেওঁ নিঃসন্দেহে বৰ্তমানৰ শ্ৰেষ্ঠ পুৰুষ কণ্ঠ শিল্পী । শ্ৰদ্ধেয় বীৰেন্দ্ৰ নাথ দত্তৰ কণ্ঠৰ দুটামান গীত ৰূপম ভূঞাই গাইছে । গীত কেইটা শুনি সচাকৈয়ে সকলো সঙ্গীত প্ৰেমিয়ে আপ্লুত হৈ পৰে ।

  • @parijatsaikia5509
    @parijatsaikia5509 6 лет назад +28

    গানৰ জগতত আপোনাৰ আসন সুকীয়া সেয়ে আমাৰ বাবে ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +2

    ৰূপম দা, আপোনাৰ প্ৰতিটো গীতেই মই বৰ ভাল পাওঁ। বৰ দৰদী কন্ঠ আপোনাৰ, হৃদয়স্পৰ্শী। গতানুগতিকতাৰ পৰা আঁতৰি আহি অসমীয়া সংগীতক এক অনন্য মাত্ৰা দিছে। নতুন প্ৰজন্ম ই সেই বাটেৰে আগ বাঢ়ি যাওক।

  • @deepshikhaboruah7977
    @deepshikhaboruah7977 4 года назад +3

    ৰাতি বিছনাত পৰি ৰূপম দাৰ গান শুনি শুনিয়ে কিমান যে সময় পাৰ কৰি দিওঁ ,,,এক অনন্য অনুভৱ তেওঁৰ প্ৰতিটো গীত❤️আজৰি সময়ৰ প্রিয় ৰূপম দাৰ চিৰসেউজ গানবোৰ

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 2 года назад +3

    এই গীতটো কিমানবাৰ ৰিপিট কৰি কৰি শুনো৷ তথাপিও হেপাঁহ নপলায়৷ আচৰিত আৱেগে হেচুকি ধৰে৷ শব্দবোৰ সুমধুৰ সুৰৰ মাজেৰে আহি কলিজাত লাগি ধৰে---মন্ত্ৰমুগ্ধৰ৷

  • @villagecreation2339
    @villagecreation2339 3 месяца назад +1

    ভাগৰুৱা সময়বোৰ জীপাল হয় আপোনাৰ কণ্ঠৰ আৰু সুন্দৰ সুন্দৰ কথাৰ গীতবোৰ শুনি শুনি।

  • @jugantarkashyap450
    @jugantarkashyap450 4 года назад +25

    My father likes the song very much. N he feel happy whenever he listen this song. Thanks Rupam da

  • @abinashkalita9242
    @abinashkalita9242 5 лет назад +2

    অতি আপোন আপোন লগা, যুগমীয়া অসমীয়া গীতৰ সুৰবোৰ সম্ভ্ৰমেৰে ধৰি ৰাখি ন-পুৰণি শ্ৰোতাসৱৰ মাজত এক যোগসূত্ৰ স্থাপনৰ প্ৰচেষ্টাত শিল্পী ৰূপম ভূঞা সফল হৈছে। স্বকীয় বিশেষতাৰে ধন্য ভূঞালৈ আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ।

  • @parijatsaikia5509
    @parijatsaikia5509 6 лет назад +9

    Orijinal song tur pora olopu distinct nhoi ...iman val hoise..!!! Wow....
    🙏dhainyabad dada

  • @chitralekhagogoi1242
    @chitralekhagogoi1242 8 лет назад +45

    ৰূপম তোমাৰ প্ৰতিটো গানেই ভাল লাগে।

  • @indrajitkonwar3658
    @indrajitkonwar3658 7 лет назад +24

    bahut dhunia hoise Rupam da. very heart touching.......

  • @KaushikvlogsTamulpur
    @KaushikvlogsTamulpur Месяц назад +1

    So smooth voice .rupam da

  • @ShyamalBhuyan-p8o
    @ShyamalBhuyan-p8o Год назад +3

    Excellent performance....perfect fusion keeping the original tune intact...wish you all the best.

  • @axomiyatipsss6912
    @axomiyatipsss6912 6 лет назад +1

    ৰূপম দা, আপুনি মোৰ প্ৰিয় শিল্পীৰ ভিতৰৰ এগৰাকী ৷ আপোনাক শ্ৰদ্ধা কৰোঁ সঁচা অন্তৰেৰে ৷ আপোনাৰ প্ৰতিটো গীত প্ৰতিটো প্ৰজন্মৰ বাবেই, এয়া সকলোতকৈ ডাঙৰ কথা ৷ আপোনাৰ সোণোৱালী সুৰ আৰু কণ্ঠত আমি মুগ্ধ ৷

  • @KaushikvlogsTamulpur
    @KaushikvlogsTamulpur Месяц назад

    স্পষ্ট সুৰ rupam da .vl lagil gan tu

  • @devajitkalita1003
    @devajitkalita1003 4 года назад +2

    ৰূপম দা বাইদেৰ মৃত্যুত আপোনাৰ সমানেই দূখৰ সমভাগী হৈছো😓 সকলোতকৈ বেছি বেয়া লাগিছে কণমানিটিৰ বাবে, যি মাতৃ স্নেহৰ পৰা বঞ্চিত হ'ল😓😓 কিন্তু উপায় নাই বিধিৰ বিধান। আপুনি সাহসেৰে ধৈৰ্য ধৰি আগবঢ়াক। কণমানিটি আৰু মাইনাক মাতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিব

  • @parthapratimdas8426
    @parthapratimdas8426 4 месяца назад

    The prince of the forest song.
    বনগীতৰ ৰাজকোঁৱৰ....
    কল্পতৰু প্রদান কৰি মুগ্ধতাৰ নিদ্রাক আকোঁৱালি লবলে এনেদৰে থাকিবা তুমি !

  • @kumarmridul7556
    @kumarmridul7556 4 года назад

    এইয়াই সংগীত, এইয়াই গায়কৰ আচল talent, যাক কোৱা কোৱা হয় শিল্পী। নৱ প্ৰজন্মই আপোনাৰ পৰা শিকিব লাগে। শাস্ত্ৰীয় সংগীত ৰ চৰ্চালৈ ভয় কৰি আজিৰ নৱ প্ৰজন্মই গায়ক হবলৈ চেষ্টা কৰে। এজন গায়ক হবলৈ শাস্ত্ৰীয় সংগীতৰ দখল থকাটো অত্যন্ত জৰুৰী বুলি মই ভাবো। ৰূপম দা আপুনি সদায় সুখত থাক ক ।

  • @bindiakour9978
    @bindiakour9978 3 года назад +1

    Aaaaahhaaaa ki je Xundor Paribaixon 👌👌👌👌 Awesome rendition 👌👌👌👌

  • @jitumanidas6364
    @jitumanidas6364 7 лет назад +22

    every night i go to bed by hearing one or two evergreen assamese song in ur voice .

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 2 года назад

    ৰুপম ভূঞা ডাঙৰীয়াৰ কণ্ঠ সচাকৈয়ে অনুপম, অতুলনীয় । হাজাৰ শুনিলেও হেঁপাহ নপলাই ।

  • @anantaborgohain3971
    @anantaborgohain3971 2 года назад +1

    Rupam da, I like your voice. And like as Lt. Jayanta Hazarika!

  • @SG-jk7eu
    @SG-jk7eu Год назад +1

    Such a soothing voice 🥺❤️ who are here in 2023 ❤️❤️

  • @upasanas1185
    @upasanas1185 4 года назад +2

    প্ৰায় প্ৰতিদিনেই শুনো...মোক বিমুগ্ধ কৰি তোলা গীতটো💙💝

  • @indrahazorika8188
    @indrahazorika8188 6 лет назад +1

    ৰুপম দা সোণ যিমান গলাব তাৰ উজ্জ্বলতা সিমানেই বাহিব।

  • @swapnaliborgohain7258
    @swapnaliborgohain7258 4 года назад +1

    ৰূপম... তোমাৰ কণ্ঠৰ গভীৰতাই যিকোনো গীতৰ সৌষ্ঠৱ বঢ়ায়... All the best..👍👍

  • @malagogoi6294
    @malagogoi6294 5 лет назад +1

    ইমান ভাল লাগিল , ৰূপম আগুৱাই গৈ থাকা শুভেচ্ছা থাকিল ।

  • @sivakalita1647
    @sivakalita1647 5 лет назад

    RUPAM DA AJI APONAK LOG PAI BAHUTE VAL LAGIL , APONR GAAN BOR HOME THITER HUNI THAKO , KOT THAKO NIJOKE PAHORI JAO , BAHUTE VAL LAGE, GOD bless you DADA.... best of luck ,

  • @PrasantaMahanta-y5u
    @PrasantaMahanta-y5u Год назад

    সচাঁই সুন্দৰ গাইছে আপুনি।মন চুই গ'ল।

  • @kapsdbro6248
    @kapsdbro6248 Год назад +2

    It's a soulful rendering. Mind blowing

  • @jerinaaraahmeda2258
    @jerinaaraahmeda2258 7 лет назад +16

    this is called Dedication to a song!very soft...

  • @babulkalita1566
    @babulkalita1566 Год назад +1

    সুমধুৰ কণ্ঠ। ভাল লাগিছে শুনি।

  • @puspanjaligogoiboruah5992
    @puspanjaligogoiboruah5992 7 месяцев назад

    বকুল আৰু শেৱালি অসমীয়াৰ আমঠু কলিজা---দুয়োটা গীতেই ৰূপত ভূঞাই প্ৰাণ ধালি‌ গাইছে----আজি শুনিলো

  • @khokansarkar1483
    @khokansarkar1483 2 года назад

    Excellent ৰূপম দা

  • @jitendeuri441
    @jitendeuri441 2 года назад +1

    from yesterday i am listening ur song......

  • @ujjaldutta9237
    @ujjaldutta9237 Год назад

    সুৱদী কণ্ঠৰ সুৱদী গীত ৷ ভাল লাগিল দাদা ৷

  • @anupamsaikia2920
    @anupamsaikia2920 3 года назад +3

    You are our inspiration Rupam Da . May God bless you always 💐

  • @arupjyotigogoi1351
    @arupjyotigogoi1351 6 лет назад +1

    সঁচাই আপোনাৰ সুৰবোৰ আমাৰ বুকুত আনন্দৰ অশ্ৰু নিগৰে।

  • @bhesojbaruah8725
    @bhesojbaruah8725 4 года назад +6

    Extraordinary Singing
    When Singing ceased also Vibrates in the Memory ......!!

  • @ranibaruah8358
    @ranibaruah8358 8 месяцев назад

    My all time favourite Assamese singer,God bless you

  • @dharitriphukan2507
    @dharitriphukan2507 4 года назад

    Protito ganei bohut dhunia.....aru voice to bohut sweet .....

  • @santanuphukan4109
    @santanuphukan4109 7 месяцев назад

    Rupomm, dearest child, am so very proud of you!!!¡!! May you blossom forever ❤❤❤❤

  • @rinkudas3941
    @rinkudas3941 4 года назад

    গানতু আপোনাৰ জীৱনৰ লগত বৰ বেয়া কৈ মিলি গল।ভবা নাছিলো এনেকুৱা হব বুলি

  • @GuninDuarah-tm1kc
    @GuninDuarah-tm1kc 11 месяцев назад

    Oh khub bhal lagil

  • @manashibaruah1795
    @manashibaruah1795 3 месяца назад

    ৰূপম ভূঞাৰ গীত অতিকে অনন্য।

  • @putulgogoi1205
    @putulgogoi1205 7 лет назад +7

    rupom da simple living singer kin2 rupom da ganbur bht heard june tune gabo nuwaribo.ganburot madokota ase.thanks rupam da

    • @rupambhuyan3848
      @rupambhuyan3848  7 лет назад

      Thanks Putul Gogoi

    • @androidguru9856
      @androidguru9856 6 лет назад

      Moi assames singer ar bhitarat Rupam da k bahut val pao..baki zuben suben ak moi val napao aru aji kali bihu bor bihu nahai .sai bor jen disco party at Gov gaan .!!

  • @ratnamaniray4128
    @ratnamaniray4128 5 лет назад

    Rupam Da Borhia👌👌👌👌tatokoi eman simply ganbur gay apuni aruuu mozzzzzzzaaaaa

  • @pktaye4081
    @pktaye4081 2 года назад +1

    Rupam you're unique among the singers of assamese songs. Keep it up and rendering your services to ours society for developed assamese culture. I love you so much.

  • @pranjitsharma9146
    @pranjitsharma9146 7 лет назад +7

    Thanks Rupam da...also classic composition.

  • @rakibahmed-qr7gb
    @rakibahmed-qr7gb Год назад

    Mur bohut morom thakil rupam da.

  • @arindamlahon
    @arindamlahon 4 года назад +2

    ৰূপম দা, নতুন প্ৰজন্মৰ শিল্পীসকলৰ ভিতৰত আপোনাৰ সৃষ্টিবোৰ সম্পূৰ্ণ সুকীয়া যেন লাগে। শুনি বৰ ভাল লাগে।

  • @Meghraaj100
    @Meghraaj100 4 года назад +1

    Rupam Da.... Apunar konthot puroni geet bure no pran pai uathe.. Thank you for giving us these beautiful melodies!!

  • @anjanasaha1239
    @anjanasaha1239 4 года назад

    সুন্দৰ কণ্ঠ স্পষ্ট উচ্চাৰণ, শুনি ভাল লগা ধন্যবাদ জনালোঁ

  • @ripkumarsaikia
    @ripkumarsaikia 6 лет назад +3

    One of my favourite song.. Monot nai kiman bar xunilu... Rupom... My best wishes always with you.. also have the privilege to learn from you on a workshop at new delhi. Waiting for your new release. Take care

  • @kushalpanyang7603
    @kushalpanyang7603 4 года назад

    Apunar geet xunile xuni thkibole mon jai 😍😍😍

  • @rajashreedevi701
    @rajashreedevi701 6 лет назад +3

    Keep singing dear Rupam. Your voice is too good and the way you sing just touches the soul. Good wishes.

  • @bhaskarbhuyan30
    @bhaskarbhuyan30 8 лет назад +2

    Rupam da, this song is so refreshing. Everytime, I browse for Assamese songs I get a hundred songs popping up in the search results that are shallow, chaotic and poorly composed with no lyrical evidence. I kind of get frustrated seeing the ruthless killing of the language in their lyrics and trying to put a futile effort in making them sound like Hip Hop, most of them rather sounds like a Bhojpuri song. And then when I listen to your numbers and I find myself relaxed. they are all such treat to the ears. Thanks Dada again for offering us these beautiful songs!

  • @dwipendeka946
    @dwipendeka946 4 года назад

    গীতটো শুনি মন ভৰি গল ।শুভেচ্ছা জনালো ।

  • @triptidevi3676
    @triptidevi3676 7 лет назад +3

    rupam da apunar geetbur sadai vl lge...
    aru ane geetor babe asabadi hoi rolu

  • @Rk-kc5jv
    @Rk-kc5jv 7 лет назад

    Gaan2 eman val lage j hunile huni thakibo mn jaai ...hasake bhut val gaixe rupom da..

  • @abhijeetvirat9361
    @abhijeetvirat9361 4 года назад

    ৰূপম দা আপোনাৰ প্ৰতিটো গানেই মোৰ অতি প্ৰিয়😍😍😍

  • @dr.lakshyasarma195
    @dr.lakshyasarma195 5 лет назад +2

    বৰ ভাল লাগিল। এনেকুৱা প্ৰয়াসে নতুন প্ৰজন্মৰ মাজত জ্যোতিষ ভট্টাচাৰ্যৰ দৰে মহান শিল্পীক নতুনকৈ চিনাকি কৰাই দিব।

    • @jyotshnalahon9347
      @jyotshnalahon9347 4 года назад

      তোমাৰ কণ্ঠৰ গান মোৰ বিৰাত ভাল লাগে আৰু নতুন গান ওলিয়াবা চোন, জয়ন্ত হাজৰিকাৰ কণ্ঠ ৰ লগত মিল থকা যেন পাও।

  • @tridibkalita6061
    @tridibkalita6061 4 года назад

    Bohut dhunia Da

  • @dilipkumarborthakur
    @dilipkumarborthakur 10 лет назад +6

    Excellent Rupam. I desire to hear maximum song of Jotish da/Bhupenda/Jayanta from you. Keep on and also keep on your trend.

  • @NRIPENKUMARDas
    @NRIPENKUMARDas 7 лет назад +15

    You have a gifted voice, stay blessed

  • @hamzachaudhury5886
    @hamzachaudhury5886 4 года назад +1

    Touching...চূই যায়!!!

  • @parijatsaikia5509
    @parijatsaikia5509 5 лет назад +1

    ৰূপম দাৰ কণ্ঠতহে বেছি ভাল পাওঁ এইটো গীত। আৰু কিমান শুনিলে আমনি লাগিব বাৰু

  • @meetalidas12
    @meetalidas12 7 лет назад +6

    very nice.. Rupam

  • @rampotipegu6518
    @rampotipegu6518 4 года назад

    Pran dhali goise... Bohut vl lagise... God bless you ❤

  • @sujatachutia6406
    @sujatachutia6406 5 лет назад +3

    Love your voice.. Such an awesome

  • @lipikabarman5937
    @lipikabarman5937 3 года назад +1

    Baki eko nakau... ❤❤

  • @jintupator7847
    @jintupator7847 6 лет назад

    সুন্দৰ কণ্ঠ আৰু সুন্দৰ গীত। ভাল লাগিল বহুত।

  • @pummysinha5728
    @pummysinha5728 6 лет назад +1

    Soothing rupam da... 👌👌

  • @knowledgeandinformation6494
    @knowledgeandinformation6494 4 года назад

    Apunar konthoi hridoy sui jai rupom daa ...enekoie hodai xadharon manuh hoiei thaki axadhoron konthere puhor bilai jabo

  • @rulamonisarmah3758
    @rulamonisarmah3758 3 года назад +1

    Beautiful rupam

  • @Divyam2023-j2g
    @Divyam2023-j2g 5 лет назад

    Bht bhal lage apunar gaan...... Saa pohoror gaantu tu o bhal lage.......

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Год назад

    It made me emotional ---Speach less

  • @sumit7887
    @sumit7887 3 года назад

    Rupam Bhuyan is the best and most quality singer after Zubeen Daa. He is the most honest Assamese artist I have ever seen hitherto.

  • @cvNababikashbhuyan
    @cvNababikashbhuyan 5 лет назад +3

    I love your voice Rupam Da, it just touches my heart

  • @shreoshisaha6630
    @shreoshisaha6630 5 лет назад +4

    Such a soothing voice ♥️

  • @parashgoswami264
    @parashgoswami264 2 года назад +1

    So soothing ....u have gift of God....and we are blessed to hear you....

  • @anamikars8118
    @anamikars8118 3 года назад

    আপোনাৰ গানবোৰ মোৰ প্ৰতিটো নিশাৰ লগৰী ❤

  • @bitupanborah6779
    @bitupanborah6779 3 года назад +1

    Really very heart touching

  • @ranjangogoi9771
    @ranjangogoi9771 5 лет назад

    rupamda aapuanr matot bhut bastu bisari pau .......bhut val gai aapuni bhut

  • @imansouravboruah8464
    @imansouravboruah8464 4 года назад

    Rupam da apunar mukhot Jayanta Hazarika debor gaanbur bohut bhal lage , kuntu ei gaantu khubei bhal lagise apunar mukhot.

  • @paporichutia1485
    @paporichutia1485 7 лет назад +3

    so sweet...rupam da

  • @tulshigogoi9861
    @tulshigogoi9861 2 года назад +1

    From Ojaantrick 🔥🔥

  • @sanjayguwala6847
    @sanjayguwala6847 2 года назад +1

    Rupom da❤

  • @streetforum1061
    @streetforum1061 4 года назад +1

    দাদা 😍 আপোনাৰ সকলোৱে miss কৰিব

  • @nitumanisarmah3469
    @nitumanisarmah3469 4 года назад +1

    One of my favourite song you nailed it bro

  • @GuninDuarah-tm1kc
    @GuninDuarah-tm1kc Год назад

    Rupamda khub bhal lagil

  • @probintaid3331
    @probintaid3331 5 лет назад

    Rupam da apunar konthot rabha sangeet hunibole bor mon jaii

  • @sumit7887
    @sumit7887 3 года назад +2

    Such a soothing voice!

  • @hemanfreefly
    @hemanfreefly 8 лет назад +1

    apuanr gaan tamam val lage rupam da.. live sabo mon jai.. juar porot gan to mur bohut val lage... wish u success ahed..

  • @BimalaPrasadRabha
    @BimalaPrasadRabha 2 месяца назад

    Nice very nice val lagise 👌👌

  • @sangitasaikia2927
    @sangitasaikia2927 2 года назад +1

    Heart touching ....masterpiece

  • @PaR_tabeE
    @PaR_tabeE 4 года назад +1

    How beautiful...!!