xonmaniy Dr Rupom bhuwa Sir Nomoste nomoste nomoste XURORR NIJORA : OURSOURSOURS BOKUL BONOR KOBI BOHUT DHUNIYA XUBHAX ZODIYU WE ARE WE ARE WE ARE BUTOLI BUTOLI BUTOLI BOHUT DHUNIYA KOI MALA GATHI GATHI BOHUT ZODIYU OURSOURS OURS from Child hood zodiyu bohut dhuniya Xugondhee all ours all ours all ours oxom oxom oxom zodiyu we are Ruponig We are Ruponig We are Ruponig from Child hood Tuloxee Bokul puli bohut Biggest zbig Bigger Bigest Now Runnig Runnig Duty
xonmaniy sir sir Nomoste nomoste nomoste oursoursours Pracheen (kamrup &kamrupee)Bohut dhuniya saboloi Runnig aru dhuniya saboloi zodiyy GOOD GOOD GOOD FOOD FOOD FOOD Faine art and artish bohut dhuniya ours xeerx obhikhep xeerx obhikhep xeerxw obhikhep are RUNNIG ARE RUNNIG ARE RUNNIG OURS GEOGRAPHY PRACTICAL CLASS are fine fine ,fine fine fine
Jyotish Bhattacharya was singing a song written by Hemanta Goswami the words are Kone Aji Palash phulale bone bone which is the demand to hearing again through this screen
প্ৰতিটো স্বৰৰ (সা ৰে গা A B C আদি) নিৰ্দিষ্ট কম্পনাংক আছে যাক pitch বা frequency বুলিও কোৱা হয়৷ পুৰণা কিছুমান গানত সেয়া মিলি নাথাকে অৰ্থাৎ standard tuningত নাথাকে৷ ইয়াক শুধৰোৱাৰ প্ৰক্ৰিয়াটোক pitch correction বোলে
সেই সময়; সেই ৰেডিঅ সেই মা-দেউতা সেই ঘৰখনলৈ মনত পৰি যায়। ষ্মৃতিয়ে লৈ যায় সেই দিনবোৰলৈ। অপূৰ্ব এই গীত। কাহানিও আৰু ঘূৰি নাহে সেই দিন---
Bor dorodi
Hiya saat pori jai
বহুত বহুত ধুনীয়া গীতৰ কথা আৰু সুৰ। পুলকদাৰ অনন্য কণ্ঠই অন্য মাত্ৰা প্ৰদান কৰিছে।
হৃদয় চুই যায়, তাহানি ৰেডিওত শুনা চিৰসেউজ গীতৰ মাজৰ অন্যতম এটি গীত।
বহুত ভাল লাগে সুৰৰ নিজৰা চেনেলবোৰে হুবহ গায়,আগতে ৰেডিঅ'ত প্ৰায়ে শুনিবলৈ পাইছিলো এই গীতবোৰ,শুনিলে এৰিব মন নাযায় এই গীতটো, সুন্দৰ প্ৰচেষ্টা এই গীতবোৰ হুবহু গোৱাৰ।
অতি মিঠা কন্ঠ।অতি দৰদী গায়কী। শুনিলে শুনিয়েই থাকিবৰ মন যায় জ্যোতিষ দাৰ গান।
এই গীত শুনাৰ পিছত এতিয়াৰ গীত বোৰ শুনিবৰে মন নাযায়। এতিয়াৰ বেছি ভাগ গানেই অতি নিম্ন মানৰ।
জ্যোতিষ ভট্টাচাৰ্য্য, আমাৰ ধনদাৰ কণ্ঠৰ মাদকতায়েই সুকীয়া।
বৰ সুন্দৰ গীত। কথা, সুৰত দুজন মহান🙏
xonmaniy Dr Rupom bhuwa Sir Nomoste nomoste nomoste XURORR NIJORA : OURSOURSOURS BOKUL BONOR KOBI BOHUT DHUNIYA XUBHAX ZODIYU WE ARE WE ARE WE ARE BUTOLI BUTOLI BUTOLI BOHUT DHUNIYA KOI MALA GATHI GATHI BOHUT ZODIYU OURSOURS OURS from Child hood zodiyu bohut dhuniya Xugondhee all ours all ours all ours oxom oxom oxom zodiyu we are Ruponig We are Ruponig We are Ruponig from Child hood Tuloxee Bokul puli bohut Biggest zbig Bigger Bigest Now Runnig Runnig Duty
কিমান মনোমোহা গীত! সুন্দৰ
Oti morom loga geet...ontor porosa...capt tarun saikia
অতি সুন্দৰ, অতি গধুৰ তাৎপৰ্যপূৰ্ণ গীত❤
অতীত বোৰ সেই কাৰণে ভাল লাগে যিবোৰে কিবা দিথৈ গ'ল।
ৰেডিঅ'ত শুনা originallly recorded গান টোতকৈ বহুত ভাল হৈছে। Really great work
এটি স্বৰ্গীয় অনুভূতিৰ গীত । কি অপূৰ্ব ভাষা, হৃদয় চুই যোৱা সুৰ ।
হৃদয় চুই যোৱা গীত।
ইমান ভাল লগা গানৰ কথাবোৰ ।হৃদয় চুই যায়। শ্ৰোতাক স; গ্ৰহ কৰি শুনোৱাৰ বাবে অশেষ ধন্যবাদ।
সঁচাকৈ তাহানিৰ এই এই সুন্দৰ গীতবোৰ শুনিলে হৃদয় মন জুৰ পৰি যায়।এইবোৰ ধৰি ৰখাৰ যি সুন্দৰ প্ৰয়াস কৰিছে ভাল লাগিল অতি সুন্দৰ কণ্ঠ।
Lyrics Tune and voice is superb.
Oti onupom eti geet, val lagil
Mind blowing
Best ❤😢❤❤❤❤❤❤
ভাল প্ৰয়াস...ধন্যবাদ
অতি সুন্দৰ মন পৰশা গীত !
A great heart touching geet .
এই গীতবোৰ সদায় চিৰসেউজ। শুনিলে অতীতৰ স্মৃতিয়ে মন দোলা দি যায়
Heart touching voice
All songs of Ranada are evergreen ❤
Heart touching song
গীতটি শুনি বৰ ভাল লাগিলে। সকলো অতি সুন্দৰ হৈছে।
xonmaniy sir sir Nomoste nomoste nomoste oursoursours Pracheen (kamrup &kamrupee)Bohut dhuniya saboloi Runnig aru dhuniya saboloi zodiyy GOOD GOOD GOOD FOOD FOOD FOOD Faine art and artish bohut dhuniya ours xeerx obhikhep xeerx obhikhep xeerxw obhikhep are RUNNIG ARE RUNNIG ARE RUNNIG OURS GEOGRAPHY PRACTICAL CLASS are fine fine ,fine fine fine
Good initiative thankyou
Every singer of past time has his own talent and style
Exactly
Ai geet bure atitaloi ghurai loi jaai.bahut vaal loga geet aibur.
Mur purona gang huni bor val laghe
Hundir hoise
মোৰ অতি প্ৰিয় গীত,মধুৰ লাগিল।
A failed Love song, heart touching ❤
খুবেই ধুনীয়া লাগিল👌👌
Come on there.. that certainly remains quite an expression out through... 🙂
অন্যতম প্রিয়গীত 💚
siro.sundar.ati.sundor.git
bhal.lagil
One of the evergreen Assamese Song..
I highly like your fine project .
Very nice song , 💖, old is gold. 💖♥️💖♥️💖
Apuba ,❤
Apurba ❤
❤❤❤
So sweet song. Sweetest songs are those which tells of saddest thought
অপুৰ্ব সৃষ্টি
❤
Best Lyrics
বৰ ভাল লাগে গীতটো!!
Hundor geet
উফ্ কি গীত আছিল সেইবোৰ ❤️✨
🌹
অপূৰ্ব
🙏💜🕊
অসমীয়া গীতৰ শ্ৰেষ্ঠ ১০ টা গানৰ এটা
Very very nice presentation ❤️
এই গান শুনি নিৰৱে টোপনি যাব পাৰি।বুকুতে সাচি ৰাখিলো।
💖💖🙏💖💖
Beautiful ❤️❤️❤️❤️❤️❤️❤️❤️😢😢😢😢😢😢😢😢
Oldisgold
Evergreen song
Sundar geet, thanks.
খুবেই ভাল লাগে সুৰৰ নিজৰাৰ গান বোৰ ।
মন চুই যোৱা কণ্ঠ
🎉
Sweet and melodious
কিছুমান গীত সময়ৰ বুকুত সাঁচ থৈ যায়।
হেৰাই যাওঁ এই গীত শুনি
Val..lagise..
প্ৰিয় গীত
মোৰ এই গীতটো বৰ প্ৰিয় ।
Hundor geet
🙏💐❤️💐🙏
Very good. Song 🧡💕 e
These are not songs but pearls
Jyotish Bhattacharya was singing a song written by Hemanta Goswami the words are Kone Aji Palash phulale bone bone which is the demand to hearing again through this screen
ruclips.net/video/75-nu8ogr0w/видео.htmlsi=G0R9iETvVLVyMF0D
💝💘💝🙏🙏🙏.
মোৰ ভাল লগা গীতত
Wcome
Love so
Montromukhdhya hoi jao....ki odbhut sihoron...ojanite montu kobaloi gusi jay. Kio baru anekuwa srishti aaji kaali nohoy....😔
আগতে ডিব্ৰগড় চেণ্টাৰ ৰ পৰা এই গানটো হুনিছিলো। নস্তালজিক হৈ পৰো।
Atitar Herai Juwa Din bur Monoloi Ghuri Ahe Eai Geetor Majere
Moi bhal pua gan
বিদায়ৰ লগ্ন কিমান বিষাদ-বেদনাদায়ক সেইয়া কেৱল ভুক্তভোগীয়ে হে বুজিব !!!😤😤😤
নিশা ২.৩০ বাজিছে, আৰু মোৰ মিউজিক প্লেয়াৰটোত কম কম শব্দত বাজি আছে এই গান টো, তাতে আকৌ জোনাকী নিশা, খিৰিকীৰে এছাটি ৰিব ৰিব বতাহ সুমাই আহিছে, উফ.....
Siro heuj
Borbhallgaan
Volume of instruments should be reduced while singing
Pitch correction mane kinu
প্ৰতিটো স্বৰৰ (সা ৰে গা A B C আদি) নিৰ্দিষ্ট কম্পনাংক আছে যাক pitch বা frequency বুলিও কোৱা হয়৷ পুৰণা কিছুমান গানত সেয়া মিলি নাথাকে অৰ্থাৎ standard tuningত নাথাকে৷ ইয়াক শুধৰোৱাৰ প্ৰক্ৰিয়াটোক pitch correction বোলে
@@bitupan_barua dhanyabad Januar babe
Git tu mur kalija
এইটো গীত B Major-ত হ'ব বুলি ভাবি আছিলো।
B majorত মাতটো অলপ অস্বাভাৱিক যেন লাগিল৷ সেইকাৰণে C major লোৱা হ’ল৷
'মই এটি দিনৰ জোনাকী'টো F নে F#-ত আছে?
সুৰস্ৰষ্টাজনে 'যোৱাৰ পৰত'টো বৰ অদ্ভুত স্কেল এটাত গায়। G Major-ত। একেবাৰে তলত মানে আৰু! বিচূ-তিআও!
@@sudarshanborborah8536 দিনৰ জোনাকীটো সামান্য উঠি আছে৷ মিলাই দিলে F# ত হ’ব লাগে৷
❤
🎉