হৃদয়খন শাঁত পৰি গ'ল |❤❤ Rupam Bhuyan.. One of the best singers and one of the best personalities.. Well reflected in his each and every song.. His songs always make me greedy for listening to him once and once again..
All time favourite apunar songs ❤❤❤ poribekh e change hoi jai apunar gan huni bujabo nuwari hei feel 🥹 Hsa ktha ajir society e apunar dre singeror value Buji npai .kintu buja bure .apunak vl puwa bure ketia o apunar song hunibo bad dbo nuware .hei 12yrs agt ji abar apunar song hunisilu tetia r pra pgl apunar songs buror .ajio hei same feel ❤..Rupam bhuyan is the best 🥰
প্ৰায় ৪ বছৰ হল, গান শুনো ভাল লাগে। ভাল লগা গানবোৰ গুণগুণাই থাকো....কিন্তু comment কৰি ভাব প্ৰকাশ কোনোদিনে কৰাৰ ইচ্ছা জগা নাছিল। আজি জাগিছে.... আৰু এই যে জাগিছে, বহু ভাব জাগিছে.... এক শান্তিৰ এক তৃপ্তিৰ।
If I could have given your songs 1000+ likes. This is another song which sets a different standard. Hope, one day our people will understand the real meaning of music and give the respect and love to the deserving one.
I urge Rupam Bhuyan to never stop making these kind of songs.... views lagile kom houk, eikieta gaan xuna manuh r music sense bohut bhaal
😊
Thik koisa bondhu
Hosa koie
Ekdom thik koise❤
Right
মোৰ অশান্ত মন শান্ত কৰিব পৰা এটা নাম ৰূপম ভূঞা❤ ডাঙৰ কথাটো হ’ল আমাৰ সমাজত যোগ্য জনে মৰমখিনি নাপায়! আশা আছে এদিন সকলোবোৰ থিক হ’ব, তাৰেই কামনা ❤
ৰূপম দা মানে অকণমান শান্তি, প্ৰশান্তি , আকুল। আপোনাৰ মাতে সংগীতক ভালপাবলৈ শিকায়। আপোনাৰ মাতষাৰ অমিয়া ।
কপাঁই দিলে হৃদয়ৰ প্ৰতিটো কোণ । আজি ৰাতিটো জীপাল হল আপোনাৰ গানৰ অনুভৱেৰে ।ধন্যবাদৰ ভাষা নাই । চুই গল মোৰ জীৱনত ।
ৰূপম ভূঞা মানেই এক প্ৰশান্তি। ইমান অশান্ত ঋতুৰ মাজতো মন ভাল লগাব পৰা গীত, দুখ-যাতনা পাহৰাই পেলাব পৰা গীত। অভিনন্দন সদৌটিলৈ… 'আকাশে-ডাৱৰে এই সুৰ বিয়পি যাওক'❤
এই গীতটি শুনি শুনি ইয়ালৈ আহি মন্তব্য এটা নিদিয়াৰ লোভ সমৰিব নোৱাৰিলোঁ। ইমান সুন্দৰ সুৰ,শব্দ। ৰূপম দা আপোনাৰ গীত শুনি ভালপাওঁ। সংখ্যাত কম হলেও সৃষ্টিবোৰ কৰি যাব। আমাৰ দৰে মানুহৰ বাবে এনেবোৰ গীত বৰ প্ৰয়োজনীয়।ভগৱানে আপোনাক কুশলে ৰাখক ❤❤
মনোজ গাই *মৰম দে* দৰ্শক বোৰ এইটো গান শুনিবলৈ নাহিবি, তহঁতি সেইখন চহৰত থাক ।।
* তোৰ চহৰ* কি ধুনীয়া গীত ।। গীত টোৰ কথা , সুৰ , কণ্ঠ সকলোখিনি এটা সংগম হৈ উঠিছে।।। সুন্দৰ হৈছে , বাৰে বাৰে শুনি আছোঁ।।। ❤️❤️❤️
**এনে ধুনীয়া সংগীত বোৰৰ দৰ্শক/উপভোক্তা খুবেই কম ।। কিন্তু বান্দৰ ৰ বহুৱালি চাবৰ কাৰণে , দুই/তিনি দিনত ২/৩ লক্ষাধিক**
Rupam da apunar gan bur khub a hitol anubhav koribo pari 🤍apuni amr dore manuh bur babei gan di jaok apunar dhuniya konthot ❤️🫂
কিমান বাৰ যে গীতটি শুনিছো তাৰ হিচাপ নাই, গীতৰ প্ৰত্যেকটো শব্দ আৰু সুৰৰ কথা কবলৈ ভাষাৰ অভাৱ❤❤
🙏👌👌 অনন্য অনন্য... অপূৰ্ব। আন্তৰিক ধন্যবাদ জনালো। নিৰিবিলি... প্ৰশান্তি.... বহুত ধুনীয়া 👌👌👌
সকলো দুখ ভাগৰ পাহৰাব পৰা আপোনাৰ গানেই এক নিৰ্মল প্ৰশান্তি 🤍
হৃদয়খন শাঁত পৰি গ'ল |❤❤
Rupam Bhuyan.. One of the best singers and one of the best personalities.. Well reflected in his each and every song..
His songs always make me greedy for listening to him once and once again..
উফফ ইমান সুন্দৰ গান টো ❤️ প্ৰেমত পৰি গৈছো গান টোৰ ❤️❤️ মনটো বহুত ভাল লাগিল শুনি ❤️
Tumi huniba katyba ..aitu jonmont noholeo ..katyba hunibaa.Abinash❤️
অসুস্থ দেহাৰে শুনিলেও অশান্তি নালাগে ৰূপম দাৰ গান🤍
অসমৰ মানুহে গান শুনিব নাজানে নহ'লে এই গানবোৰ লুকাই নাথাকে ।
শব্দ, সুৰত গঁথা অনুভৱৰ মাদকতা শিল্পী ৰূপম ভূঞাৰ হৃদয়স্পৰ্শী কণ্ঠত প্ৰাণ পাই উঠিছে । ভাল লাগিল ।
অসমৰ ৮০% মানুহে গীত শুনিব নাজানে , নহলে এই গীতবোৰ শীৰ্ষত থাকিল হৈ
True
সচাঁ কথা
Right
Right
True
এনেবোৰ গানৰ মাদকতাই চোন সুকীয়া।✨️
হৃদয়ৰ মণিকোঠাত আজীৱন জীয়াই থাকিব। সচাঁই ভাললগা।❤️
প্ৰশান্তিৰে উপচি গ'ল মন প্ৰাণ
আস! খুব ধুনীয়া গান!
সুৰ ,কথা,কণ্ঠ , সংগীত সকলোখিনিৰে এটা পৰিপূৰ্ণ এটি হৃদয় চুই যোৱা গান।
Please don't stop making these songs. We value you. ❤ Don't mind the views and likes. People with good taste in music will automatically find it....
সচাকৈয়ে ৰূপম ককাইদেউৰ গীতৰ মাজত অন্য এক সুকীয়া মাদকতা আছে❤❤
শব্দ, কণ্ঠ,সুৰ... মুঠতে, সকলো সুন্দৰ। ভাল লাগিল। ❤
ৰূপম দাৰ গানৰ চহৰৰ প্ৰতিটো গলিত লিখা আছে এইজন অনুৰাগীৰো নাম।❤😊 ❤
ৰূপম দাৰ কণ্ঠই আৰু জীপাল কৰি তুলিছে গান টু ইমান ধুনীয়া হৈছে মই এখন বেলেগ পৃথিৱীত সোমাই গৈছোঁ কাণত হেডফোন লগাই
Thanking the Universe tht I've found this song ❤.. thank you team
All time favourite apunar songs ❤❤❤ poribekh e change hoi jai apunar gan huni bujabo nuwari hei feel 🥹 Hsa ktha ajir society e apunar dre singeror value Buji npai .kintu buja bure .apunak vl puwa bure ketia o apunar song hunibo bad dbo nuware .hei 12yrs agt ji abar apunar song hunisilu tetia r pra pgl apunar songs buror .ajio hei same feel ❤..Rupam bhuyan is the best 🥰
প্ৰায় ৪ বছৰ হল, গান শুনো ভাল লাগে। ভাল লগা গানবোৰ গুণগুণাই থাকো....কিন্তু comment কৰি ভাব প্ৰকাশ কোনোদিনে কৰাৰ ইচ্ছা জগা নাছিল। আজি জাগিছে.... আৰু এই যে জাগিছে, বহু ভাব জাগিছে.... এক শান্তিৰ এক তৃপ্তিৰ।
হিয়া মন কঁপাই দিয়া এটি মাত ৰূপম ভূঞা দাদা । কি সুন্দৰ সৃষ্টি ❤️🔥
কিমান বাৰ যে শুনিলো কব নোৱাৰো ইমান ধুনীয়া লাগিলে আৰু শুনি য়ে থাকিম
সিদিনাৰ পৰাই
ৰূপম দাৰ গান শুনিলোঁ।
সেইদিনাৰ পৰাই এৰিব পৰাই নাই। তেওঁৰ গানৰ প্ৰতি মোৰ দুৰ্বলতা বাঢ়ি গৈ আছে।
সুখতো দুখতো সকলো সময়তে তেওঁৰে গান মোৰ বাবে প্ৰিয়। কাৰণ অসমীয়া সংগীত জগতখনত তেওঁ এজন নীৰৱ সাধক। ❤️
Bohut bhal lagil Rupam daa Ridip 😇🌱🫶
Superb excellent production. Magnetic magnetic magnetic Rupam Bhyan .
He is such a 💎 gem❤singer
He deserve all respect,award, views everything ❤
May god bless you Rupam daa
কি সুন্দৰ গান ❤❤❤❤
Huni Amoni Nologa Ata Geet, Lyrics And tune Hosai Bahut Dhuniya Hoise and voice Uff ❤
😊
সচাকৈ কিবা এটা শান্তি লাগি যায় এনেকুৱা গীত বোৰ শুনিলে , ভাল হওক আপোনাৰ।
শুনি বুকু জুৰুৱা গান ৰূপম দা,,, ভাষাহীন ❣️❣️❣️❣️
rupom daar imar hundor gaoki khub vaal lage mur apunar gaan
বুকত লাগি যোৱ কথাআৰু সুৰ,ইমান সুকোমল শব্দৰ আনুভুতিক ব্যৱহাৰ , এনেকুৱা মায়বী গানৰ বাবে মই মৰিও যাব পাৰো ।
হৃদয় চুই যোৱা এটি গীত।
আপোনাৰ গীতৰ ধাৰাবোৰ চলিত বহুততকৈ পৃথক....সেয়ে বৰ ভাল লাগে।
গীতটিৰ কথা আৰু ৰূপম দাৰ কন্ঠই মনটিক চুই গৈছে ❤।
Beautiful.Unique
Saku mudi huniye thakibo mon jai😊bahut arthapurna gaan
Ki dhuniya composition aru Rupam da r maat tu a gaan tuk char chand logai dise ❤
মন ভৰি গ’ল৷অপূৰ্ব৷ধন্যবাদ ৰূপম দা৷
মানুহে গান শুনিব নাজানে, শান্তি নোহোৱা সস্তীয়া গান বেছি শুনে।
Rupom bhuyan is emotion ❤❤❤
Rupam bhuyan is only for the classes not for the masses❤
কবলৈ ভাষা নাই। শুনিলে শুনি থাকিবলৈকে মন যায়
এই কন্ঠৰ তুলনা নাই, দাদা আপুনি আবেগ ❤
অতুলনীয়।গীত এইবোৰ হে আচলতে আমাৰ কিছুমান মানুহে এইবোৰ গীতক ভাল নাপায় ইহঁতক অট্টৱালা,ফেৰীৱালা। এইবোৰ গীতৰ এখন ভাল আসন আছিল কিন্তু দুৰ্ভাগ্যবশতঃ আমি।
Ki dhuniya.... Etukura aloxua megh jen kotha aru xur... ❤
কি শব্দ কি কন্ঠ কি সুৰ উফ উফ জুই ❤
Gaan Tu dinot a bar haleo xunib lage buli mn Tu koi thake bare bare,
Ajaneee ajanee ki jee xur,
Dada God bless you ❤🙏👍
Rupam Bhuyan's songs acts as a breath of fresh air in the current chaos society
Jadukori kontho apunar ❤❤❤, lyrics , music 10/10❤❤
If I could have given your songs 1000+ likes. This is another song which sets a different standard. Hope, one day our people will understand the real meaning of music and give the respect and love to the deserving one.
Atia loi kiman bar hunisu thik nai huni huni amoni nologa ati git.🥰
ৰূপম দাৰ গান মানেই এটা বেলেগ মায়া ❤️
Amazing lyrics Abhilash daa 👌 🔥
Rupam da Ridip da 👌 ❤
❤SONG RUPAM DA 👍🙏, god bless you,
❤❤ বৰ ভাল লগা। ৰূপম দা ধুনীয়া কাম।
বন্ধু প্ৰতাপৰ Animation ও ধুনীয়া। ❤
Sorol sabdat monporosa geet... Rupam da..
ভূঞাৰ পৰিচয় ❤
Apunr gan ....mur dukhon Kan ru egal man onuvuti💖💖💖💖💖
❤❤ heart touching song by rupam bhuyan da
khub dhunia gaan...man bhari gol
সুন্দৰ❤❤❤❤👌👌👌
I hear this song repeatedly more than 5 times......what a feeling in his voice and the lyrics are ❤❤❤
Soo soothing ✨❤️🫶🏻
Rupam da is the Best singer.lov u so much
Just enormously peaceful....
Real Gems of Assam.. ❤
কথাআৰু সুৰ সকলো সুন্দৰ হৈছে।
এনেকুৱা হৃদয় চুই গানবোৰ কিয় জানো দৰ্শকে আদৰি নলয়।🙂❤️
আত্মা তৃপ্ত কৰা এটি মাত আৰু গীত🥰🥰
নিশ্চয় আকাশ চোৱাৰ দিঠক সমাগত❤❤🙏🏻🙏🏻
Such a soothing song. It enthralls every hidden and prized emotions. Excellent work.🙏❤️
Pure Assamese song ❤
❤❤❤ nice ❤❤❤❤❤❤❤❤❤❤❤
সচাঁই... হৃদয় স্পৰ্শী গ'ল❤
Xundor Dada wooohhh lovely Monmugdho
Nihongatat ai gaan bure bohut khini hanti diye❤
Ai gantu hunilei mur buku bikhai jai .... taloi bohut monot pore 😢❤ He jate kuxole thake ... Val pua khini hdi akei thkibo ❤
Just awesome Rupam Sir. No one can beat this lyrics.
ৰূপম দা গীত মানেই প্ৰশান্তি ।
mooozzzaaa .... Ru enekuwa hit gaan lage Rupam da❤❤❤
বহুত ধুনীয়া হৈছে গান টো ❤
Bold lyrics in strong voice. A perfect combination.
অাকাশে ডাৱৰে তোক বিচৰা সুৰ❤
So melodious ❤❤. No words... Lyrics
কিমান যে প্ৰশান্তি অনুভৱ কৰিছো ।
Uff ai manuh jonor kontho emn mon porokha❤
Thanks for this beautiful creation... Waiting for next one
Buku sui juwa eti gaan. ❤❤❤❤❤
Mesmerizing, soothing sweet melody. This song deserves to be viral.❤️
Huni asu, huni thaku
Bohut besi bhal loga
New artist is growing/glowing.
hundor,Nivas kathar hundor kontho🎶
Rupam dar gan ❤❤❤