Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
আমাৰ এই গীতটিক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ!! আমি কৃতজ্ঞতাবদ্ধ ❤We are overwhelmed by the love we have received from you! We are grateful! Keep your blessings coming.... ❤️ We'll try to do better ....- উশাহ
Jio Saavan t ase neki gaan tu ?
Ufff 🥹❤️ki dhuniya o ❤️
Ufff ❤️🥹ki dhuniya
শব্দহীন হৈ পৰিছো।কৰুণ যদিও কিবা যেন এক মিঠা অনুভৱ ।
Muk o aber gaan gabo duba ne
নতুন প্ৰজন্মৰ এনে সৃষ্টিত ভাগৰুৱা কলিজাই ঠন ধৰি উঠে।শুনি শুনি বুকুৰ ভৰাল টকীয়াল কৰিবলৈ মন যায় এনে যাদুকৰী শব্দ শিল্পৰ অপূৰ্ব সুৰ লয় তালৰ মেহফিলত। বাস্তবিক জীৱনৰ চৰম সত্যতাক ইমান নিখুঁতভাৱে গীতটোত তুলি ধৰিছে অভিভূত হৈছোঁ।এই যাত্ৰা সুদূৰ প্ৰয়াসী হওক। অসমীয়া সংগীতক এনে নতুন পৰীক্ষা-নিৰীক্ষাৰ মাজৰে জনমানসৰ মাজলৈ লৈ অনাৰ যি অভিনৱ কৌশল ই সঁচাকৈয়ে যুগান্তকাৰী সূচনা।
বহুত বহুত ধন্যবাদ ❤️
❤❤
Uff ককাইদেউ কি কম শুই উঠি wp ৰ status pai youtube t ahi golu কাণত headphone লৈ বহুত বাৰ শুনিছোঁ ৰাতিপুৱাই বহুত ধুনীয়া গান এটা শুনিবলৈ পালোঁ
Ontor sui goise..Bro aguwai juwa ...
Xosai e khub dhuniya
আজি শুনিছোঁ। কি কম ভাষা নাই কবলে ইমান ধুনীয়া গীত ❤
Uffff❤🥺চকুৰে নেদেখাকৈ, চকুলে নোচোৱাকৈএই যে পাৰ হৈ আহিছো 🥺🥀লিখোতে বৰ কষ্ট হৈছিল চাগে 🥺।
Bohut dhunia bohut besi dhunia ❤
যাৰ নেকি pure music taste আছ এইটো গান সিহঁতৰ বাবে। উফফ ❣️
❤Yes
ভৱিষ্যতে এইটো এটা কিংবদ্তীত পৰিণত হব❤
Uffff geet r pratitu xobdo aru konthoi hriday sui goise💙💙❤❤💙💙. Geet tu bisari bisari pagol hoi goisilu.
Ufff ki je ধুনীয়া ❤❤❤❤❤
বাৰে বাৰে শুনিছো..Next level
Akdom dhuniya lagile ❤
গোটেই দিনটো ভাগৰি থকা পিছত যেতিয়া RUclips এনেকুৱা masterpiece suggest কৰে তেতিয়া অৱশাদ আতৰি যায়❤
Thank you so much from team "UXAAH" ❤
Bohut vaal lagil❤❤❤
চুই গ'ল।এক কথাত অনন্য।
বহুত ধুনীয়া ❤
আপোনজনক হেৰুৱাই গোটেই গানটোত নিজকে বিচাৰি পালো। চুই গল
Ufff❤❤ সুন্দৰ কন্ঠ ❤
Mon sui gol ❤
Bor hundor ortho ❤
Humodhur uff ❤️ hokulure babe nohoi ene gan limited personr babehe thanks emn dhunia gan eta upohar diyar babe❤
ইমান ধুনীয়া কথা,কন্ঠ,সুৰ একদম সুৰীয়া সমাহাৰ।বাৰে বাৰে শুনিছোঁ,শুনি আমনি নলগা সৃষ্টি।❤
Thank You so much from team "Uxaah" 🙏
Hridoi Sui goise and lyrics bur ufff ❤
Kisu dhuniya ♥️
❤
masterpiece ❤️ sharat gogoi next song ktya
Zubeen papon and anurag
কিছু সুন্দৰ ♥️
অপূৰ্ব...... শুনি আমনি নলগা।
ব্যতিক্ৰম❤️❤️❤️
Uff হৃদয় চুই গৈছে ❤❤ইমান সুন্দৰ লিখনি সুন্দৰ কন্ঠ সুন্দৰ সংগীত ব্যৱস্থাপনা❤❤ ধন্যবাদ ইমান ধুনিয়া গীত এটা উপহাৰ দিয়াৰ বাবে 😊😊
উফফ...ইমান ধুনীয়া গীত.. ❤❤শব্দ বিহীন..........❤❤
এই যে বাৰে বাৰে কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ ❤❤❤উফ: ইমান ধুনীয়া গান শুনিবলৈ পাই ধন্য হৈছো ❤❤❤🥰🥰🥰
উফ্...... কি ধুনীয়া অ ❤❤❤
ইমান সুন্দৰ গীতৰ ধাৰা আৰম্ভ হৈছে !বাৰে বাৰে শুনিছোঁ ,সোঁতত উটি নোযোৱা এই ধাৰাটোক গায়কে ধৰি ৰাখক ৷আপ্লুত হৈছোঁ , শুভকামনা জনাইছোঁ
1st Gaan tu Kali xunisu.. kisu dhunia gaisa❤
ভাল লাগিল।।আশা কৰোঁ এনেকুৱা অন্তৰ চুই যোৱা গান আগন্তুক দিনত শুনিব পাম বুলি।।মাৰ্ঘেৰিটা ♥️
উফ !বহুত ধুনীয়া কথা সুৰ ।।
এই যে ৩ মাহ পাৰহৈ যোৱাৰ পিছত গীতটো সম্পূৰ্ণৰূপে শুনা আৰু অতদিনে গানটোৰ পৰা আঁতৰত থকাৰ অস্বস্তি খিনিৰ লগত যুঁজকৰা সময়খিনি বৰ কষ্টকৰ, সাধাৰণ যেন লগা এটা সৰু শব্দৰ ইমান অসাধাৰণ অৰ্থই শ্ৰোতাবন্ধুৰ মন কাঢ়িছে, ঘৰৰ পৰা দূৰৈত পৰিস্থিতি সুত্রে আঁতৰি থকা লোকসকলৰ হৃদয়ৰ এটা চুকত শোক এটাই খুন্দিয়াই গৈছে,, ইয়াত লিখা "হাত " শব্দটোৱেও মায়ে খুৱাই দিয়া ভাত কেইটালৈ মনত পেলাই, প্ৰিয়জনৰ সহযোগৰ কথা সোঁৱৰাই, আকৌ দেউতাৰ মৰম বোৰৰ কথা সোঁৱৰাই... বৰ ধুনীয়া লাগিল হৃদয়ত সযতনে সাঁচি থ'লো, শুভকামনা সকলোলৈ ✨🍂🖤
Mon chue jowa git ❤🎉
বৰ সুন্দৰ গায়কী তোমাৰ । অসমীয়া সংগীত এয়াহে । এতিয়া আৰু চিন্তা নাই ।ভৱিষ্যতে অসমীয়া সংগীতৰ ভাল দিন নিশ্চিত । তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
Bhakha nai kobole. Uuuuffffff❤️❤️❤️.
Hsakoi bhut dhuniya.....❤
মেৰিয়াই ধৰিছে কলিজাখন ❤
Kiman dinor pora bisri asu gaan tu aji plu ..bht dhunia❤️❤️❤️
বহুত ভাল লাগিল। "উশাহৰ টান" যেন বুকুৰ মাজত কঢ়িয়াই ফুৰা অথচ অব্যক্ত এটি বাঙ্ময় সাধুকথা... সুৰ আৰু শব্দৰ যাদুকৰী সংমিশ্ৰণত ইমান সুন্দৰকৈ জী উঠিছে সেই নোকোৱা অনুভৱৰ কথা...👌👌
অশেষ ধন্যবাদ ❤️
ইমান ধুনীয়া
বহুত বহুত ভাল লাগিল xune mojja Anurag. 👌👌👌💐💐💐
ইমান ধুনীয়া ইমান মৰম উফ সচাই বৰ ধুনীয়া ❤️miss u paa সচাঁই চুই চাব হাঁহাকাৰ কৰিছো গানটো শুনি😔❤️
Ghopok koi ulaisile geet tu.. Rokhai thoi dise.. Bohut dhuniya lagile❤
Bya ke premot porilu gaan tur.. bare bare xuniu amoni nologa hol..Ufff❤❤❤
অবিশ্বাস্য!!! অসমীয়া সংগীতত এটি অপূৰ্ব, অনন্য সংযোজন৷ কথা, কণ্ঠ, সুৰ, সংগীতৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ ৰ’লো৷ অন্তৰাত্মাক প্ৰশান্তি দি গ’ল৷ ❤❤❤
সুন্দৰ।।।। ।
বহুত সুখী । কেনে পালোঁ বুজাই কবলৈ কেতিয়াবা শব্দ নাথাকে
Gutei dintu xunilu , xomy palei xunisu . Asorit ke mon sui goise geet tu .❤❤❤❤❤
sundor gan
Bare bare hunisu.. Atiau huniai asu... Eman j dhuniya gan.. Waooo....
Ufff ki kom apunak mon sui gol
কি সুন্দৰ waaah💕
Thank You from team "Uxaah" ☺️
গীতৰ কথা কেইটা, গায়কী ,সুৰ ,সংগীত ব্যৱস্থাপনা অনুপম। ধুনীয়া# লাকু দা
Ufffff big fan.Kot asile dada ooo aji paisu gaan tu...kiman baar hunila buli nuxudhibo hisap ny...best play back singer ❤❤❤
Bht সুন্দৰ....what a lyrics...mojja lgil শুনি
ধুনীয়া
Khub xundor lagil. Wishing for many more
❤️❤️
Mojja
Speechless ....
uff ki gaan o..❤❤bohut val lagil
উফ্....কেনে ধুনীয়া গীত❤❤❤ বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই। বহুত বছৰৰ পিছত এনেকুৱা মনটোক শান্তি দিয়া কণ্ঠ শুনা যেন লাগিছে ।শব্দৰ গাঁঠনি এনেই ধুনীয়া হৈছে....তাতে কণ্ঠটোত প্ৰাণ পাই শুৱগা চৰাইছে!ধুনীয়াতকৈও বহুত বেছি ধুনীয়া হৈছে গানটো....বুজাবলে ভাষা নাই সঁচাকৈ কিমান ধুনীয়া হৈছে!! Drums ৰ entry টোযে....কেনেকুৱা এটা perfect time ত হৈছে.....তাৰ বাবে কিবা এটা বেলেগ স্তৰ পাই গৈছে গানটো । Animation এ গানটোক আন এক উচ্চ স্তৰলৈ লৈ গৈছে । 'হাহাকাৰ' শব্দটোৱে সঁচাকৈ হাহাকাৰ লগাই দিছে! মন মগজু শাঁত পৰি গৈছে । আৰু এনেকুৱা গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ আপোনালোকৰ পৰা❤❤❤❤❤
বহুত বহুত ধন্যবাদ! এইয়াই আমাৰ সাহস! Thank Youuu ❤️আৰু হয়... উশাহ এটি album... এইটো তাৰ প্ৰথম গীত... আৰু চাৰিটা গীতৰ কাম চলি আছে.... Please do consider subscribing our channel if you enjoyed our work ❤️❤️
Eagerly waiting for the other songs of the Album😍😍😍😍😍😍 Already subscribed and shared. Best wishes to the whole team❤❤❤
Thank you so much ❤❤❤
Hridoy sui gol❤
হাজাৰ বাৰ শুনিলেও যেন মনটোৱে আকৌ কয়..আৰু এবাৰ ❤.. outstanding 🫶🏻✨
উফফ গাৰ নোম সিয়ৰি গৈছে❤
সঁচাকৈয়ে বহুত ভাল লাগিল গান টো শুনি ।😌❤️
Love from dhemaji
ধুনীয়া ❤️
কি ধুনীয়া 🥺❤️
Ebar hunar pisot huniyei asu aru❤❤
Uff ki gaan ..kaibr xunilu ..hisap a nai ..tr pistu amoni loga nai ...❤❤
কি যে ভাল লাগিছে 🥺♥️
What a song 😍 I've never heard any song in this genre in Assamese. Now I can proudly say that Assamese music is in safe hands ❤❤
True 👌🏻👌🏻🥰
Bohut dhunia gan
বাৰে বাৰে শুনিছোঁ।।।।নিজৰেই এটা যেন অপ্ৰকাশিত কাহিনী।।।।যাক কোৱা নাযায় ।।।।চুই চাব ও নোৱাৰি অথচ অনুভৱৰ দোলনিত দুলি থাকে অহৰহ
ধন্যবাদ 🙏
সচাঁই অ ..হৃদয় ও উচুপে মাজৰাতিৰ প্ৰকৃতিৰ নিস্তব্ধ বুকুত
Feel ❤😮Bht bht Val lagil ❤️
Bhut dhunia lgise....
অতি সুন্দৰ হৈছে আগুৱাই যোৱা।।।এনেকুৱা zone ত গান গোৱা মানুহ খুব কম।।।❤❤❤
উফ কি যে গান। কেনেকুৱা এটা যে সাংঘাটিক ধুনীয়া সংমিশ্ৰণ। মন চুই গল।
কি যে অপূৰ্ব সৃষ্টি ❤❤❤❤❤❤❤❤❤❤❤❤
Excellent.bhal lagil.sundar.mantu bhal lagil gantu suni.lakue dhunia likhisa.good singing.
বহুত ধুনিয়া হৈছে আগুৱাই যোৱা আশীৰ্বাদ থাকিল
Thank you so much
Thankyou papa❤
Dhuniya
উফ্ কিবা এক বেলেগ শান্তি আছে, প্ৰতিটো শব্দক অনুভৱ কৰিছোঁ।
Uffff bohut dhunia gaan❤
গীতৰ কথা ,সুৰ,কণ্ঠ,সংগীত....কি কম অপূৰ্ব সমাহাৰ....মন চুই গ'ল....সুন্দৰ❤
সুন্দৰ ❤
কি যে সুন্দৰ ❤️
Iman Dhuniya❤
উফ্!কন্ঠয়ে হৃদয় জিকিছে🥺❤গানটোৰ মাজৰ এফাঁকি আজি শুনিছিলো কাৰোবাৰ Status ত কিমান যে বিছাৰিছো সকলোতে নাপাওঁ হে নাপাওঁ,কিমান বাৰ যে Search কৰিছো মাজৰ যি অকণমান শুনিছিলো ঠিক নাই,অৱশেষত পালো🥺❤
Uffffff, dil tu ulai nahile hol🥺❤️❤️❤️❤️❤️
Aahhhh ki j kotha ,hur, music...ufff .........
শুনি শুনি আমনি নলগা গান ❤️হৃদয় চুইছে, ইমান আৱেগৰ গীত, চকুলো বৈছে 🥺❤️
Xub Xundar ❤🤧 Hridoy Sui gol💗
Ajiu ei gaan tu amoni ba purona jen anubhav nhoi othosa notun aru kiba ata vhal lagi jai hridoi sui jai ,, masterpieace❤😊
আমাৰ এই গীতটিক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ!! আমি কৃতজ্ঞতাবদ্ধ ❤
We are overwhelmed by the love we have received from you! We are grateful!
Keep your blessings coming.... ❤️
We'll try to do better ....
- উশাহ
Jio Saavan t ase neki gaan tu ?
Ufff 🥹❤️ki dhuniya o ❤️
Ufff ❤️🥹ki dhuniya
শব্দহীন হৈ পৰিছো।কৰুণ যদিও কিবা যেন এক মিঠা অনুভৱ ।
Muk o aber gaan gabo duba ne
নতুন প্ৰজন্মৰ এনে সৃষ্টিত ভাগৰুৱা কলিজাই ঠন ধৰি উঠে।শুনি শুনি বুকুৰ ভৰাল টকীয়াল কৰিবলৈ মন যায় এনে যাদুকৰী শব্দ শিল্পৰ অপূৰ্ব সুৰ লয় তালৰ মেহফিলত। বাস্তবিক জীৱনৰ চৰম সত্যতাক ইমান নিখুঁতভাৱে গীতটোত তুলি ধৰিছে অভিভূত হৈছোঁ।এই যাত্ৰা সুদূৰ প্ৰয়াসী হওক। অসমীয়া সংগীতক এনে নতুন পৰীক্ষা-নিৰীক্ষাৰ মাজৰে জনমানসৰ মাজলৈ লৈ অনাৰ যি অভিনৱ কৌশল ই সঁচাকৈয়ে যুগান্তকাৰী সূচনা।
বহুত বহুত ধন্যবাদ ❤️
❤❤
Uff ককাইদেউ কি কম শুই উঠি wp ৰ status pai youtube t ahi golu কাণত headphone লৈ বহুত বাৰ শুনিছোঁ ৰাতিপুৱাই বহুত ধুনীয়া গান এটা শুনিবলৈ পালোঁ
Ontor sui goise..
Bro aguwai juwa ...
Xosai e khub dhuniya
আজি শুনিছোঁ। কি কম ভাষা নাই কবলে ইমান ধুনীয়া গীত ❤
Uffff❤🥺
চকুৰে নেদেখাকৈ, চকুলে নোচোৱাকৈ
এই যে পাৰ হৈ আহিছো 🥺🥀
লিখোতে বৰ কষ্ট হৈছিল চাগে 🥺।
Bohut dhunia bohut besi dhunia ❤
যাৰ নেকি pure music taste আছ এইটো গান সিহঁতৰ বাবে। উফফ ❣️
❤Yes
ভৱিষ্যতে এইটো এটা কিংবদ্তীত পৰিণত হব❤
Uffff geet r pratitu xobdo aru konthoi hriday sui goise💙💙❤❤💙💙. Geet tu bisari bisari pagol hoi goisilu.
Ufff ki je ধুনীয়া ❤❤❤❤❤
বাৰে বাৰে শুনিছো..Next level
Akdom dhuniya lagile ❤
গোটেই দিনটো ভাগৰি থকা পিছত যেতিয়া RUclips এনেকুৱা masterpiece suggest কৰে তেতিয়া অৱশাদ আতৰি যায়❤
Thank you so much from team "UXAAH" ❤
Bohut vaal lagil❤❤❤
চুই গ'ল।এক কথাত অনন্য।
বহুত ধুনীয়া ❤
আপোনজনক হেৰুৱাই গোটেই গানটোত নিজকে বিচাৰি পালো। চুই গল
Ufff❤❤ সুন্দৰ কন্ঠ ❤
Mon sui gol ❤
Bor hundor ortho ❤
Humodhur uff ❤️ hokulure babe nohoi ene gan limited personr babehe thanks emn dhunia gan eta upohar diyar babe❤
ইমান ধুনীয়া কথা,কন্ঠ,সুৰ
একদম সুৰীয়া সমাহাৰ।
বাৰে বাৰে শুনিছোঁ,শুনি আমনি নলগা সৃষ্টি।❤
Thank You so much from team "Uxaah" 🙏
Hridoi Sui goise and lyrics bur ufff ❤
Kisu dhuniya ♥️
❤
masterpiece ❤️ sharat gogoi next song ktya
Zubeen papon and anurag
কিছু সুন্দৰ ♥️
অপূৰ্ব...... শুনি আমনি নলগা।
ব্যতিক্ৰম❤️❤️❤️
Uff হৃদয় চুই গৈছে ❤❤ইমান সুন্দৰ লিখনি সুন্দৰ কন্ঠ সুন্দৰ সংগীত ব্যৱস্থাপনা❤❤ ধন্যবাদ ইমান ধুনিয়া গীত এটা উপহাৰ দিয়াৰ বাবে 😊😊
উফফ...ইমান ধুনীয়া গীত.. ❤❤শব্দ বিহীন..........❤❤
এই যে বাৰে বাৰে
কাগজ নোহোৱাকৈ চিঠি এখন লিখিছোঁ ❤❤❤
উফ: ইমান ধুনীয়া গান শুনিবলৈ পাই ধন্য হৈছো ❤❤❤🥰🥰🥰
উফ্...... কি ধুনীয়া অ ❤❤❤
ইমান সুন্দৰ গীতৰ ধাৰা আৰম্ভ হৈছে !
বাৰে বাৰে শুনিছোঁ ,
সোঁতত উটি নোযোৱা এই ধাৰাটোক গায়কে ধৰি ৰাখক ৷
আপ্লুত হৈছোঁ , শুভকামনা জনাইছোঁ
1st Gaan tu Kali xunisu.. kisu dhunia gaisa❤
ভাল লাগিল।।
আশা কৰোঁ এনেকুৱা অন্তৰ চুই যোৱা গান আগন্তুক দিনত শুনিব পাম বুলি।।
মাৰ্ঘেৰিটা ♥️
উফ !বহুত ধুনীয়া কথা সুৰ ।।
এই যে ৩ মাহ পাৰহৈ যোৱাৰ পিছত গীতটো সম্পূৰ্ণৰূপে শুনা আৰু অতদিনে গানটোৰ পৰা আঁতৰত থকাৰ অস্বস্তি খিনিৰ লগত যুঁজকৰা সময়খিনি বৰ কষ্টকৰ,
সাধাৰণ যেন লগা এটা সৰু শব্দৰ ইমান অসাধাৰণ অৰ্থই শ্ৰোতাবন্ধুৰ মন কাঢ়িছে, ঘৰৰ পৰা দূৰৈত পৰিস্থিতি সুত্রে আঁতৰি থকা লোকসকলৰ হৃদয়ৰ এটা চুকত শোক এটাই খুন্দিয়াই গৈছে,, ইয়াত লিখা "হাত " শব্দটোৱেও মায়ে খুৱাই দিয়া ভাত কেইটালৈ মনত পেলাই, প্ৰিয়জনৰ সহযোগৰ কথা সোঁৱৰাই, আকৌ দেউতাৰ মৰম বোৰৰ কথা সোঁৱৰাই...
বৰ ধুনীয়া লাগিল হৃদয়ত সযতনে সাঁচি থ'লো,
শুভকামনা সকলোলৈ ✨🍂🖤
Mon chue jowa git ❤🎉
বৰ সুন্দৰ গায়কী তোমাৰ । অসমীয়া সংগীত এয়াহে । এতিয়া আৰু চিন্তা নাই ।ভৱিষ্যতে অসমীয়া সংগীতৰ ভাল দিন নিশ্চিত । তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
Bhakha nai kobole. Uuuuffffff❤️❤️❤️.
Hsakoi bhut dhuniya.....❤
মেৰিয়াই ধৰিছে কলিজাখন ❤
Kiman dinor pora bisri asu gaan tu aji plu ..bht dhunia❤️❤️❤️
বহুত ভাল লাগিল। "উশাহৰ টান" যেন বুকুৰ মাজত কঢ়িয়াই ফুৰা অথচ অব্যক্ত এটি বাঙ্ময় সাধুকথা... সুৰ আৰু শব্দৰ যাদুকৰী সংমিশ্ৰণত ইমান সুন্দৰকৈ জী উঠিছে সেই নোকোৱা অনুভৱৰ কথা...👌👌
অশেষ ধন্যবাদ ❤️
ইমান ধুনীয়া
বহুত বহুত ভাল লাগিল xune mojja Anurag. 👌👌👌💐💐💐
ইমান ধুনীয়া ইমান মৰম উফ সচাই বৰ ধুনীয়া ❤️miss u paa সচাঁই চুই চাব হাঁহাকাৰ কৰিছো গানটো শুনি😔❤️
Ghopok koi ulaisile geet tu.. Rokhai thoi dise.. Bohut dhuniya lagile❤
Bya ke premot porilu gaan tur.. bare bare xuniu amoni nologa hol..
Ufff❤❤❤
অবিশ্বাস্য!!! অসমীয়া সংগীতত এটি অপূৰ্ব, অনন্য সংযোজন৷ কথা, কণ্ঠ, সুৰ, সংগীতৰ মায়াজালত মন্ত্ৰমুগ্ধ হৈ ৰ’লো৷ অন্তৰাত্মাক প্ৰশান্তি দি গ’ল৷ ❤❤❤
সুন্দৰ।।।। ।
বহুত সুখী । কেনে পালোঁ বুজাই কবলৈ কেতিয়াবা শব্দ নাথাকে
Gutei dintu xunilu , xomy palei xunisu . Asorit ke mon sui goise geet tu .❤❤❤❤❤
sundor gan
Bare bare hunisu.. Atiau huniai asu... Eman j dhuniya gan.. Waooo....
Ufff ki kom apunak mon sui gol
কি সুন্দৰ waaah💕
Thank You from team "Uxaah" ☺️
গীতৰ কথা কেইটা, গায়কী ,সুৰ ,সংগীত ব্যৱস্থাপনা অনুপম।
ধুনীয়া# লাকু দা
Ufffff big fan.
Kot asile dada ooo aji paisu gaan tu...kiman baar hunila buli nuxudhibo hisap ny...best play back singer ❤❤❤
Bht সুন্দৰ....what a lyrics...mojja lgil শুনি
ধুনীয়া
Khub xundor lagil. Wishing for many more
❤️❤️
Mojja
Speechless ....
uff ki gaan o..❤❤bohut val lagil
উফ্....কেনে ধুনীয়া গীত❤❤❤ বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই। বহুত বছৰৰ পিছত এনেকুৱা মনটোক শান্তি দিয়া কণ্ঠ শুনা যেন লাগিছে ।শব্দৰ গাঁঠনি এনেই ধুনীয়া হৈছে....তাতে কণ্ঠটোত প্ৰাণ পাই শুৱগা চৰাইছে!ধুনীয়াতকৈও বহুত বেছি ধুনীয়া হৈছে গানটো....বুজাবলে ভাষা নাই সঁচাকৈ কিমান ধুনীয়া হৈছে!! Drums ৰ entry টোযে....কেনেকুৱা এটা perfect time ত হৈছে.....তাৰ বাবে কিবা এটা বেলেগ স্তৰ পাই গৈছে গানটো । Animation এ গানটোক আন এক উচ্চ স্তৰলৈ লৈ গৈছে । 'হাহাকাৰ' শব্দটোৱে সঁচাকৈ হাহাকাৰ লগাই দিছে! মন মগজু শাঁত পৰি গৈছে । আৰু এনেকুৱা গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ আপোনালোকৰ পৰা❤❤❤❤❤
বহুত বহুত ধন্যবাদ! এইয়াই আমাৰ সাহস! Thank Youuu ❤️
আৰু হয়... উশাহ এটি album... এইটো তাৰ প্ৰথম গীত... আৰু চাৰিটা গীতৰ কাম চলি আছে.... Please do consider subscribing our channel if you enjoyed our work ❤️❤️
Eagerly waiting for the other songs of the Album😍😍😍😍😍😍 Already subscribed and shared. Best wishes to the whole team❤❤❤
Thank you so much ❤❤❤
Hridoy sui gol❤
হাজাৰ বাৰ শুনিলেও যেন মনটোৱে আকৌ কয়..আৰু এবাৰ ❤.. outstanding 🫶🏻✨
উফফ গাৰ নোম সিয়ৰি গৈছে❤
সঁচাকৈয়ে বহুত ভাল লাগিল গান টো শুনি ।😌❤️
Love from dhemaji
ধুনীয়া ❤️
কি ধুনীয়া 🥺❤️
Ebar hunar pisot huniyei asu aru❤❤
Uff ki gaan ..kaibr xunilu ..hisap a nai ..tr pistu amoni loga nai ...❤❤
কি যে ভাল লাগিছে 🥺♥️
What a song 😍 I've never heard any song in this genre in Assamese. Now I can proudly say that Assamese music is in safe hands ❤❤
True 👌🏻👌🏻🥰
Bohut dhunia gan
বাৰে বাৰে শুনিছোঁ।।।।নিজৰেই এটা যেন অপ্ৰকাশিত কাহিনী।।।।যাক কোৱা নাযায় ।।।।চুই চাব ও নোৱাৰি অথচ অনুভৱৰ দোলনিত দুলি থাকে অহৰহ
ধন্যবাদ 🙏
সচাঁই অ ..হৃদয় ও উচুপে মাজৰাতিৰ প্ৰকৃতিৰ নিস্তব্ধ বুকুত
Feel ❤😮Bht bht Val lagil ❤️
Bhut dhunia lgise....
অতি সুন্দৰ হৈছে আগুৱাই যোৱা।।।এনেকুৱা zone ত গান গোৱা মানুহ খুব কম।।।❤❤❤
উফ কি যে গান। কেনেকুৱা এটা যে সাংঘাটিক ধুনীয়া সংমিশ্ৰণ। মন চুই গল।
কি যে অপূৰ্ব সৃষ্টি ❤❤❤❤❤❤❤❤❤❤❤❤
Excellent.bhal lagil.sundar.mantu bhal lagil gantu suni.lakue dhunia likhisa.good singing.
বহুত ধুনিয়া হৈছে আগুৱাই যোৱা আশীৰ্বাদ থাকিল
Thank you so much
Thankyou papa❤
Dhuniya
উফ্ কিবা এক বেলেগ শান্তি আছে, প্ৰতিটো শব্দক অনুভৱ কৰিছোঁ।
❤
Uffff bohut dhunia gaan❤
গীতৰ কথা ,সুৰ,কণ্ঠ,সংগীত....কি কম অপূৰ্ব সমাহাৰ....মন চুই গ'ল....সুন্দৰ❤
সুন্দৰ ❤
কি যে সুন্দৰ ❤️
Iman Dhuniya❤
উফ্!কন্ঠয়ে হৃদয় জিকিছে🥺❤
গানটোৰ মাজৰ এফাঁকি আজি শুনিছিলো কাৰোবাৰ Status ত কিমান যে বিছাৰিছো সকলোতে নাপাওঁ হে নাপাওঁ,কিমান বাৰ যে Search কৰিছো মাজৰ যি অকণমান শুনিছিলো ঠিক নাই,অৱশেষত পালো🥺❤
Uffffff, dil tu ulai nahile hol🥺❤️❤️❤️❤️❤️
Aahhhh ki j kotha ,hur, music...ufff .........
শুনি শুনি আমনি নলগা গান ❤️
হৃদয় চুইছে, ইমান আৱেগৰ গীত, চকুলো বৈছে 🥺❤️
Xub Xundar ❤🤧 Hridoy Sui gol💗
Ajiu ei gaan tu amoni ba purona jen anubhav nhoi othosa notun aru kiba ata vhal lagi jai hridoi sui jai ,, masterpieace❤😊