PAHARIYA DAWOR | Rupam Bhuyan | Craftlet | Assamese MusicVideo | Sukanya Boruah | Arindam | Anuprash
HTML-код
- Опубликовано: 4 окт 2024
- Pahariya Dawor, the letter 1 of the project POSTBOX talks about the aesthetic calmness as well as the sensation after the metaphorical thunder in one's life.
Vocal - RUPAM BHUYAN
Lyrics
- ABHILASH DAS
Composition
- RIDIP LAHKAR
Music -
ANUPAM KONWAR
Mix & Master -
PINKU DAS
Director -
ANUPRASH DAS
Cast -
ARINDAM SHARMA,
SUKANYA BORUAH
, SIKHA TALUKDAR,
UMESH HALOI,
ABHINAV PRATIM DAS
DOP -
ANUPRASH DAS
Assistant Director -
NILAKSHI DEKA
Camera
- JAGADISH DAS,
GAUTAM SUTRADHAR
, JYOTI PRAKASH RABHA
Aerial Camera -
MADHURJYA SAIKIA
Editing -
ANUPRASH DAS
Graphics -
NIKUMONI SAIKIA
Make Up
- PALLABI HAZARIKA
Production Management
- RANJIT PRITAM
Calligraphy -
ANUP DUTTA
Subtitles -
ANKURITA PATHAK
Production Boy -
JADU
Special Thanks -
HEMANTA DEBNATH
, KAMAL PORAN
, LAKHI NATH HIRA
, Dr. SAILEN DAS.
#sukanya #assamesesong #musicvideo
a CHOBI Production collaboration with CRAFTLET
a YOUTHZKORNER Video Production.
" মা" কেতিয়াবা মোক এৰি যাব মই কল্পনাও কৰিব নোৱাৰোঁ...!! পৃথিৱীত সকলো ৰে "মা- দেউতা" কুশলে থাকক ভগৱন্তৰ ওচৰত তাৰেই প্রার্থনা কৰিলোঁ🙏
মাঁ"ক লৈ বহুত কম গীত ৰচা হয় ;মা"জনী সদায় ভালে থাকক সকলোৰে ❤️❤️---ধুনীয়া গীত❤️
পাহাৰীয়া ডাৱৰে নিজানে উচুপে
আকাশত বিনালে তৰাই
পাহাৰীয়া ডাৱৰে নিজানে উচুপে
আকাশত বিনালে তৰাই,
পখীৰ বাহত ধুমুহা জিৰাই
বিজুলী ফুলা ধাঁননি ডৰাত
পাহাৰীয়া ডাৱৰে নিজানে উচুপে
আকাশত বিনালে তৰাই......
নাৱে নাৱে ভাঁহে
সোয়ে বাওঁৱে বাজে
ৰাতিৰ সাধু কথা,
জোনাকীৰে সতে প্ৰিয়া ওমলে
বতাহত ভয় আৰু ভালপোৱা ;
কোন মাছুৱৈ ক'লৈ উভতে
মায়ঙী ৰাগীত বতাহ উতনুৱা,
জিলিৰ মাতত ৰিঙা ডঁৰিয়লি
বাউলী নদীৰ পাৰতো চাকনৈয়া ;
পাহাৰীয়া ডাৱৰে নিজানে উচুপে
আকাশত বিনালে তৰাই .....
আদৰৰ শেষ লহমাত শুনো
সুৰ ৰাগে শুনা নে নুশুনা,
আলহী মেঘৰ অভিমানত
জী উঠে আকৌ তেজীমলা;
ধুমুহাৰ অনাখৰী তানত
তই মাথোঁ মোৰ পৰা নিচুকনি দূৰ
জীৱনৰ যাযাবৰী গানত
মই তোৰ প্ৰস্থৰ যুগমীয়া সুৰ ;
পাহাৰীয়া ডাৱৰে নিজানে উচুপে
আকাশত বিনালে তৰাই
আকাশত বিনালে তৰাই........
আকাশত বিনালে তৰাই........
❤️❤️❤️❤️
❤
💝
❤❤❤
Thank you bro @kallol
❤
Jake xunaisu sob pagol hoi goise. Gaan 100, lyrics:100, videography:100; execution;100; acting:100
Total=500😊😊😊
My mother is not dead, but sometimes I panic thinking that she's getting older.
Yet it happen with me too😢
I also feel it much.. It hurts a lot.
She is a gem ! Let her live her life and be the best guard now
Bhabile voi lage🙁
😔
সকলোখিনি কথাই বৰ সু্ন্দৰকৈ পৰিস্ফুত হৈছে ৷ এফালে যান্তিকতাৰ পৃথিৱী আৰু আনফালে আইৰ কোলাৰ শান্তি সচাঁই এক পৃথক সমীকৰন ৷ গীতটিৰ মাত(ৰূপম ছাৰৰ সূকীয়া মাদকতাৰ কথা লিখাৰ ধৃস্ততা হোৱা নাই) ,কথা,সুৰ,সঙ্গীত, চিত্ৰ কল্প ...সোণত সোৱগা চ’ৰা হৈছে৷
গীতটি সদায় ৰৈ যাব৷ ❤🎉
হৃদয়খন চুই গল, এই সুন্দৰতা খিনি প্ৰকাশ কৰিব পৰাকৈ ভাষা নাই ।
Rupam Bhuyan... The one and Only❤
হৃদয়খন চুই গ’ল 😢😢😢 মা লৈ মনত পৰি এবাৰ চকুলো মোহাৰিলোঁ ! তেওঁ য’তে আছে কুশলে থাকক ৷ মৰম যাচিলোঁ গীতটিলৈ ❤ ৷
সচাঁকৈ গীতটিৰ কথা সুৰে মন-প্ৰাণ জুৰাই পেলালে.....যিমান বাৰ শুনিছোঁ হেঁপাহ পলোৱা নাই......এক নতুন সুৰে আমাক সকলোকে যেন ক্ষন্তেকৰ বাবে আপোন পাহৰা কৰি তুলিলে.....ভাল লাগিল ৰূপম sir❤❤❤
ৰূপম দা আপোনাৰ গীত,,অতি মৰমৰ গীত,,আই এ এৰি যোৱা আজি ছমাহ হৈ গল,,আইৰে পাৰ হৈ অহা দিনবোৰ হঠাত মনত পৰি চকুলো ভৰি পৰিল..আই সুখেৰে থাকা🙏
বুকুখন বিষাই গ’ল,শ্বেয়াৰ নকৰাকৈ নোৱাৰিলো।
ভালবোৰক সদায় আদৰি লব লাগে সকলোৱে।❤
No words.. ❤️ I'm just crying and crying... congratulations to all 💞..and specially to my brother @Arindom Sharma
❤qqq
Hi
Rupam Bhuyan..... My most favourite male singer in Assamese music. Serenity and pure bliss in voice...always
Her journey from malaya baideu to this classic musical video is beautiful ❤️ huge crush and respect for her 💗 God bless Suku💕
Rupam bhuyan dada is the unsung gurdian of assamese music industry! Live long dada... Such a beautiful creation 🥀
সোঁৱৰণিক আকৌ এবাৰ সুৱৰিলো ।চিত্ৰ নাট্য অতি মোহনীয় ।♥️
বহুত ভাল লাগিল। সুন্দৰ গীতটি। Suku জনীক বৰ মৰম লাগে❤
বৰ সুন্দৰ হৈছে গীতটি লগতে চিত্ৰনাট্য , অভিনয় সকলো ।।
Rupam bhuyan my always favourite singer ❤❤❤
lyrics Abhilash Daa ❤❤
ভাষা নাই এই গীতটোৰ কথা কবলে,এই গীতটো বহুত সুন্দৰকৈ পৰিচালনা কৰিছে, মোৰ চকুলো বৈ গʼল, this song is really heart touching 😢😢❤❤
Yes
Rupam da's voice ❤️
নিয়ন্ত্ৰণবিহীন চকুপানী কাৰণ মাথোঁ পৰিৱৰ্তন হোৱা সময়।❤
One of underated gem 💎 of Assamese music Rupam da❤️
বছৰজোৰা প্ৰতীক্ষাৰ অন্তত.... Well done everyone and Anupam❤️
One of the best asssamese song atialoike ...gayaki,. Lyrics, cinematography, camera, actors expression all are best..
Xosakoi bohut dhuniya hoise ...enekuwa gaan hoitu bohut komei ase .. everything perfect in the song from singing to direction...Rupam bhuyan thank you for gifting such a gem ✨❤️
বৰ ধুনীয়া হৈছে গীতটি,বিশেষকৈ যাত্ৰাটোত দেখুওৱা মাকৰ সৈতে সন্তানৰ শৈশৱ কালছোৱা ❤️
কথা,সুৰ,কণ্ঠ,অভিনয়...অপূৰ্ব সংমিশ্ৰণ 💚
লৰালি কাললৈ মনত পৰি গল
কি যে সেইবোৰ দিন আছিল মা ৰ মৰম মা ৰ কষ্ট সকলোবোৰ. Thank you everyone emn ata bhl gaan amak upohar diar babe
I have no word to explain about this song,i just going to say,God bless all of you 💞
সচাকৈ ভাষা নাই_ মাথোঁ গাৰ নুমবিলাক থিয় হবলৈ ধৰে_ _
what a song bro... what a song... ❤️🔥 specially the 2nd paragraph. "naoua naoua......" uff ❤️🔥❤️🔥❤️🔥
গানটোত বহুত গভীৰ অৰ্থ আছে আৰু tune ,music বহুত অন্তৰ চুই যোৱা
বহুত ধুনীয়া ❤
Najanu. Kiba eta sui jaai oo✨
Gaan tu xunile usupi kandibole mon jai sn, tothapiu nuxuna k thkbo nuaru🙂❤
Dhuniya geet ❤❤❤❤❤❤❤😭😭😭😭😭😭😭 dusoku hemeki uthil
Wow lyrics abhilash da ❤🥰
This is a quality song.....
Eekhon beleg duniyat loi jai......
Dintur gutei bhagarbur pahorai dise.....
Anekuwa di thakibo rupam da....
Bor dhunia Assamese Gaan ata jen hunibo palu. ❤❤❤❤❤❤❤❤ bor dhunia hoise Rupam da
Lyrics are just... No words.
meaningful lyrics +soft music + Rupam da. Ahhh.... Soulful🤍🤍
Lucky Ali of Assam @Rupam Bhuyan
Anuprash Da, beautifully directed. Loved it ❤
Seriously heart touching song !!❤️
i couldn't hold my tears 🥺❤️
Congratulations to all 💗....nd specially to my brother @Arindam Sharma 🧿
ভাষাহীন। হৃদয়স্পৰ্কী♥️
Wow.. Rupam Bhuyan's voice and such beautifully choreographed story. Couldn't stop tears from rolling down.
Sukanya you truely select good projects
গীতৰ কথা,সুৰ,কণ্ঠ, অভিনয় তথা সংগীত ব্যৱস্থাপনা সকলো ধুনীয়া।
ভাই হৃদয় চুই গল বহু দিনৰ মূৰত এনেকুৱা গান এটা শুনি।
কিবা এটা অনুভৱ কৰিবলৈ দিছে গানটোৱে । খুউব ধুনীয়া❤️
Wow so mesmerizing ❤❤❤ and cinematography 🥰🥰🥰
There's such few views for these mellifluous brilliance & serious music while views are endless for meaningless contents. Rupam da stands out always for high standards & matured form of art. Kudos to the team. Keep going strong.
বুকু ফাটি গল😔😔 শেষৰ হাতখন বিশ্বাসৰ হব লাগে❤
The lyrics,the melody,the voice,the Cinematography,the acting,the music.... so beautiful 🥰
Bohut dhunia gaan ❤... Xuni xuni aamoni nalage @Rupambhuya sir Apunar gaan bor outstanding
পলসত পোত যোৱা বামীচুঙাটোৰ দৰে গানটো মোৰ মন গহনত পোত গল চিৰকাললৈ
The tears are uncontrollable at this point. Wow. This is an amazing audio-visual experience. I especially love the last shot 🍃
Tumiu kom nohoi
Wow, ধুনীয়া গান , বাহুত দিনৰ মূৰত শুনিবলৈ পালো এনেকুৱা ভাল গান ১টা, ধন্যবাদ
Bohut morom aru vhal pua team Craflet and Youthzkorner ... ❤ Lovely presentation Guys ..👍🏻🌼
Every lines perfect 👌👌..no words to say... congratulations for the hole team...you guys did the best❤🎉
সচাই বৰ ধুনীয়া হৈছে । শব্দ , সুৰৰ ঝংকাৰে এটা সময় থিতাপি লৈ বহু কথায়ে কৈ যায়❤️
Congratulations Abhilash daa
Excellent lyric, music, videography and acting. Remembering Ma and these days. May God give her highest haven.
Every thing is good, specially Rupam da and also Ridip & Abhilash da💜
বৰ ভাল পালো গীতটি .......আকৌ এনে এটিৰ বাবে বাট চাই ৰ`লো .......
Wowww ma'am outstanding acting ❤
A story of life presented in a different and beautiful way. Everyone did their parts so well. Anuprash, you did a great job, buddy. Lyricist wrote the song beautifully. And, Rupam Bhuyan, who is known for his soulful melody. Rupam Bhuyan presented this composition so well. Loved the vibratos. Loved the song! You guys have created a beautiful piece.
কিমান বাৰ শুনিছোঁ হিচাপ কৰিব নোৱাৰোঁ । ৰূপম ভূঞা 🔥🔥🔥
ধৰি ৰাখিব নোৱৰা চকুপানীবোৰ আচলতে আমিবোৰে এৰি অহা সৌ তাহানিৰ সময়বোৰ...
মন জুৰ কৰি যোৱা এটি গীত। কি সুন্দৰ কথা আৰু ৰূপম দাৰ কণ্ঠ ❤❤
বৰ সুন্দৰ গীত আৰু থিম। অন্তৰ স্পৰ্শী। ভাল গীতৰ আমাৰ অসমত আদৰ কম😢
এই মাতটোত প্ৰশান্তি আছে আৰু শব্দবোৰত উপচি আছে ভালপোৱা❤
So nice ..❤
Once in our life, this time will come, where you lose your mother,s love and care , ❤ but the memories will stay forever,
Ketiyau Sai huni amoni nologa gaan ..❤❤❤
এটি সুন্দৰ হৃদয়স্পৰ্শী গীত।
Hobdo bihin eta anubhov diye gan Tue👍
Aaah☺️ বিৰাট ধুনীয়া হৈছে💕
Beautiful creation of Rupam. Congratulations! I hv been repeatedly listening 🎶. Reminds me, how I miss my mother. Could not even attend her funeral except crying my heart out.
Leaving this message that, “You deserve everything Maa”. Tumi thokaloike hokolu ❤️
খুব সুন্দৰ ৰূপম দা৷গানৰ কথা ভাল লাগিছে৷
Hridoy kaax sapi jua geet aru video tu bohute xundor hoise ❣
উফ্ , মাত্ৰ অনুভৱ কৰিছোঁ ❤️ বহুত ভাল লাগিল।
Eman dhunia concept 😢❤
Rupam daa u are amazing... Jibon jindabaad
@Abhilash সুন্দৰ বন্ধু
বহুত ভাল হৈছে। ঘৰলৈ মনত পৰি গল...
This is beautiful.. such a nice composition ❤
wow its awesome.. Ridip Abhilash u r amazing. Really loved it guys.❤️
great piece of art....
Great work..
Lyrics ❤️
Rupam da 🙏
বৰ সুন্দৰ হৈছে গোটেইখিনি ❣️
সুন্দৰ। বহুতে ভাল লাগিল
Whenever I listen Rupam Bhuyan song i wonder whyy this man is so underrated 😢
What a beautiful piece 😍
Kudos to whole team - words ,tune , music , vocals, video and cast
Congrats to Craftlet
Always wait for the creftlet team
My heart felt with tears. Specially the video. Maa is always Ma ❤️❤️❤️.
অভিনয়,সংগীতৰ অপূৰ্ব সংমিশ্ৰণ...
Such a beautiful piece. Takes you to another world. Peace to one's mind and soul. Great job Rupam da and team ❤❤❤