Bohudin Bokulor(Lyrical) by Rupam Bhuyan(বহু দিন বকুলৰ গোন্ধ পোৱা নাই )||Dy Medley
HTML-код
- Опубликовано: 20 фев 2018
- This song is originally sung by Dr. Birendra Nath Dutta.
Lyricist: Taffazul Ali
Rupam Bhuyan performed this evergreen song in Dy Medley. Видеоклипы
Listen to this new Assamese Song:
Prerona প্ৰেৰণা
ruclips.net/video/u74X92fEk4A/видео.html
The enquiry of truth must take place in the heart of love which is a structure of ideas bring closer to the truth to live the right kind of life
ৰূপম ভূঞা অসমৰ অসমৰ সংগীতত এজন নিভাঁজ গায়ক ।অসমৰ ৯৫% গায়কৰ মান তাম আৰু লোহাৰ দৰেই । ৰূপম ভূঞাৰ মান সোণৰ দৰে ।আমাৰ স্বাগতম থাকিব সোণ সদৃশ গায়ক সকললৈ
Yes he is a down to earth singer
Soul singer..
😍
Sangitar lohar borr ak sukiya madkta ase dadar geet bort 💖💖
Me too to confess. He is Gold.
সফল গায়ক বুলিলে এনে লোকক হে কোৱা হয়। নৱ প্ৰজন্মই এনে গানবোৰ শুনা ভাল।
সুন্দৰ ।যিমান আদৰ পাইছে তাতকৈ বহুত বেছি পাব লগা ব্যক্তিজন😍
এজন সফল গায়ক বুলি যাক কোৱা হয় সেইজনেই হ'ল ৰূপম ভূঞা ।
বৰ্তমান সময়ত ৰূপম দাৰ দৰে সংগীত সাধকৰ নিতান্তই প্ৰয়োজন হৈছে।
Moi ata kotha biswakh koru jijone Rupam da kotha emn xundor koi byakhya korise mns those r really good listener..... agreed
First time hunisu, rupam daa gaan , bahut bhal lagise. 22 years dhori assam pora durot asu. Kintu moi axomiya , kiba ata karim foŕ assam.
কি সুন্দৰ কণ্ঠ ....... ইমান প্ৰাণঢালি গাই গানটো ১০০০ শতাংশ জীৱন্ত কৰি তোলিছে ......
আমাৰ সদা প্ৰিয় শিল্পী শ্ৰদ্ধাৰ ৰূপম দা ।
ৰূপম ভূঞা মোৰ অতি প্ৰিয় গায়ক। তেখেতৰ গম্ভীৰ কণ্ঠস্বৰত মই প্ৰকৃত গায়কৰ পৰিচয় বিচাৰি পাওঁ। আপুনি আগুৱাই যাওক মোৰ শুভকামনা থাকিল
পুত্ৰসম ৰূপম।
বহুত সুন্দৰ কাম কৰি যোৱা।
ৰাইজৰ হৃদয়ত সেউজ মৰম সদায়ে তেওঁৰ বাবে।
"বকুলে আকুল কৰা
দিনৰ সুৰভি মোৰ মাথোঁ
সোঁৱৰণি হৈয়ে ৰ'ল"
কি আচৰিত অনুভূতি ❤️❤️
ৰূপমৰ গায়কী অতি সুন্দৰ ।অতি উচ্চ পৰ্যায়ৰ গায়ক ৰূপম ।গীতৰ নিৰ্বাচন ভাল ।অতি ৰুচিবান, সেয়ে সকলো ভাল ।
গানটোৰ অনুভৱ সুন্দৰ কৈ ধৰিব ৰাখিব পৰা মিঠা কণ্ঠ । এই কণ্ঠেৰে বহু নিগৰাব পৰা যায়। আলাপ খিনি মিলা নাই। আকৌ এবাৰ গাবলৈ অনুৰোধ কৰিলো এই বেণ্ডপাৰ্টিটো এৰি, আবহ সঙ্গীত,ব্যৱস্হাপনা, গীটাৰ বেলেগ গানৰ নেকি, ভূলতে ইয়াত সোমাই গল।
একমত
বহুদিন বকুলৰ মালা গঁথা নাই
Is a evergreen and golden song.
অতি মধুৰ গীত।।
বহু দিন বকুলৰ মালা গঁথা নাই
শুনিলে শুনি থাকিবৰ মন যোৱা এটা গান ❤️😍
ৰূপম ভূঞাৰ গায়কী অভিনৱ , তেওঁৰ মাতৰ গাম্ভীৰ্য্য ই পুৰণি গীতত নতুন প্ৰাণ সঞ্চাৰ কৰে । মাথো 'বহুদিন বকুলৰ ...." গীতটিত গীটাৰৰ সুৰ যেন গীতটিৰ অতীতৰ আবেগিক সোঁৱৰণীৰ সৈতে যেন সম্পূৰ্ণ খাপ খোৱা নাই এনে লাগিছে মোৰ ।
সঁচাকৈয়ে !
যেতিয়াই মনৰ দুখত কান্দু কান্দু হৈ পৰোঁ, গানটো শুনো। হৃদয় চুই যোৱা শব্দ আৰু সুৰ তাল লয়ৰ অনুপম সংগমে বহুতবাৰ জীয়াই থাকিবলৈ সমল যোগাইছে। গানটো আপলোড কৰাৰ বাবে অশেষ ধন্যবাদ। ❤️❤️❤️
Xosai mon,mogoju xaat pori gol.Ki apurba voice.....Fabulous
Most underrated artist of assam
Yes
Xosa.......
এই গীতটো আমাৰ সৰুকালৰ, আপুনি ইয়াক এক সুন্দৰকৈ ন ৰূপ দিলে বহুত ভাল লাগিল, বহুত বাৰ শুনিয়েই আছোঁ, ধন্যবাদ।
Mesmerized ❤
মোৰ এজন অতিশয় প্ৰিয় শিল্পী ৰুপম ভূঞা । তেখেতৰ কণ্ঠ অনন্য সুুন্দৰ গাম্ভীৰ্য্যতাৰে ভৰা !
You got a fantastic voice!!👍👍👍
Chiro sewjia geet, bor bhal lagil. Thanku
বকুলৰ সুগন্ধিৰে মন ভৰি পৰক তোমাৰ। ইমান সুন্দৰ, দৰদী মাত
Underated singer... Love to hear rupam voice again and again...
কন্ঠ ই যাৰ পৰিচয়, তেখেতেই ৰূপম দা।যাৰ কন্ঠৰ গীতে শ্ৰোতাৰ মনক মনোৰঞ্জন দিবলৈ সক্ষম,বিমল আনন্দ দিবলৈ সক্ষম, তেখেত আমাৰ সকলোৰে আদৰৰ।সকলোৰে মৰমৰ দৰদী শিল্পী।
মোৰ এগৰাকী অতি প্ৰিয় দৰদী জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞা...I wish him a better health and better musical life..
Rupam Bhuyan is legendary singer. Really very supereb voice 👌
ইমান সুন্দৰ ভষাহীন
Bahut dinar pasot gan 2 xunilo val lagi ....Rupam da Aponi bor dhuniya koi gaisa,,,,,,val lagil
কি সুন্দৰ পৰিবেশন ! সঁচাকৈ ক'বলৈ গ'লে প্ৰকৃত গীতটিতকৈয়ো বেছি ভাল লাগিছে ৷
Dada apuni Diya ganbor xodai amar majot roi jabo.... Aru anekuwa gan amak upohar Di jaok..... Bohut dhuniya gan
বাৰে বাৰে শুনিলেও আমনি নলগা গীতবোৰ৷৷
মুগ্ধ হলো... কন্ঠ বৰ সুন্দৰ, প্রাণ ঢালি.. আদৰেৰে গাইছে। ধন্যবাদ
Tafazzul Ali r lyrics aru Dr. Birendra dutta r konthot kalojoyee ei geet tu...... please koneo jaate napahore .....misate vuloteo Rupam bhuyan dangoriyaar buli jaate navabe dei bondhu xokol
Sosai rupam dar gaan t kiba ata beleg feel ase ❤❤❤❤❤
Your voice is inimitable, very soothing...
bohut bohut val lagel
মন মুহি যোৱা গীত দাদা 🙏
What a beautiful rendition 👌
No one can sing better 😊
Lvly song RUPOM daa
সংগীত ৰ ক্ষেত্ৰত আৰম্ভণি এই গানটিৰ পৰাই। 😍😍😍
He is the most wonderful singer of assam
Mur priyo geet😍miu prai ai geet2 a gau😚
আপোনাৰ কণ্ঠ,,,,,অন্তৰ চুই যায়
আটাইতকৈ প্ৰিয় কন্ঠ ।বুকু ভৰি যায় ।
প্ৰিয় গান,সুন্দৰ কণ্ঠ।
আপোনাৰ জীৱন কাহিনি ইমান কঠোৰ তথাপিও আপোনি ইমান সাধাৰণ ভাৱে থাকে । Salute Lengend
অতি সুন্দৰ 💐💐💐💐💐💐💐
Tekhete jimam dhuniya gaai khimanei Simple aru grounded manuh hoi tekhet. Ketiyaba log puar hujug pale gom pabo ❤Love you Rupam Da. May God bless you Dada ❤❤❤❤
Bohut val lagile ❤
অতিকে সুন্দৰ আৰু মনপৰশা ৰূপম ভূঞাদেৱৰ গায়িকী । কণ্ঠ একেবাৰে নিভাজ ।
আপোনাৰ গীতৰ যোগেদি প্ৰয়াত বীৰেণ দত্ত চাৰলৈ জনোৱা শ্ৰদ্ধাঞ্জলিত মোহিত হলোঁ ।
আপোনাৰ কণ্ঠত মই মুগ্ধ
Rupam da living legend. Rupam da 💪
Your voice is so sweet ..go ahead God bless you every step of life ..Om 🙏 Shanti..
Rupam da.....hajar bar hunibo pari
মোৰ প্ৰিয় কণ্ঠশিল্পী গৰাকী।।।lots of love 💕💕💕
Rupom dr bohudin bokulr gntu emn sundorkoi gaise.emn swt Voice swt melody
এজন ভাল বন্ধু,এজন ভাল সংগীতজ্ঞ ৰূপম।
What a song sir...I love this very much...your voice is really amazing...
Favourite song favourite singer ...
Kkhub xundor voice xosakoi xunile xuni thakibo Mon jai God bless you
অসাধারণ কন্ঠস্বর ।
Rupam da nic voice nic song..enekuwa gaan bur nuxunile rati tuponi a nahe..
Bor dhuniya gaaisa, Rupam!❤
ৰূপমৰ কণ্ঠ সুমধুৰ ,
বহু দিন বকুলৰ মালা গাঁথা নাই❤️❤️❤️❤️❤️
পুৰনি দিনৰ স্মৃতিবোৰে আহি চকুৰ আগত ধৰা দিয়েহি৷অবিস্মৰণীয়৷
Rupam Bhuyan ajan hei tahanidinar daradi hilpi hakalar darei lage.tumalai bahut ashirbad aru dhanyabad thakil.
প্ৰাণঢালি গোৱা গীত....
গীতৰ প্ৰতিটো শব্দই ,কাজে যেন মাদকতা সানি ওলাই আহিছে কণ্ঠ নিগৰি ..........গীতটি প্ৰায়ে শুনো কিন্তু মন্তব্য দিবলৈ শব্দৰ অভাৱ হয় . .
আজি সেয়ে ...
Rupam, You have almost outdone Late Biren Dutta Sir 🙏 in this one in my ears…a fantastic achievement in my mind 🙏👏🙏
wish a long life to the legend
Dr. Birendra nath dutta is alive, pls dont use "Late"
Dr. Birendra nath dutta is alive, please dont use "Late"
জীৱিত অৱস্থাতে ড° বীৰেন্দ্ৰ নাথ দত্তক মৃত সজাই দিলে ?
Both sang equally well.... You cannot undervalue Biren Dutta 's melody.. please!!!
কিয় এনেকুৱা লাগে এওঁলোকে যেন নিজৰ জীৱনৰ গান বোৰেই গাইছে৷যেনেকৈ জয়ন্ত হাজৰিকা দেৱে গাইছিল৷৷আপোনাৰ আৰু সৃষ্টি আমাক লাগিব৷নৱ প্ৰজন্মৰ বাবে আপুনি,তৰালী শৰ্মা বাইদেউ আদিৰ গান বহুত দৰকাৰী৷
Bohut sukoon palu,aapunr voice't..
Heart touching
প্ৰিয় শিল্পীৰ কণ্ঠত প্ৰিয় গীত 😍😍
hi di
অনুপম। ভাষাৰ অভাৱ।। ❤️❤️❤️
খুব সুন্দৰ। বাৰে বাৰে শুনি থাকিবৰ মন যায়।
Wow🥳❤️old song always guli
i love ur voice rupom da ❤❤❤
Rupam is the best..
Hope he is well...pray for his happiness nd even better future
Rupam da...the best voice
ৰূপম তুমি অনুপম।
Aji r pra ai likhni hunib npam 😢😢😥😥👏👏🏻 omm santi
My heart is melting here❤❤❤
অতি সুন্দৰ
❤️❤️❤️❤️ melodious.
Apunr voice r kotha moi kbo nuwaru .... Imn val lge.... xodai enedore gai thakibo....
আপোনাৰ প্ৰতিটো গান প্ৰতিটো সুৰ বৰ ভাল লাগে।হৃদয় চুই যায়।
All song in your voice are uncommon.
Xumodhur tumar kontho, xundor poribexon, hridoy sui jai onupom Rupom
পুৰুষ গায়ক সকলৰ ভিতৰত মোৰ এগৰাকী খুবেই প্ৰিয় গায়ক ৰূপম দা❤️❤️❤️
Rupam da .The best voice ❤️❤️
Val ligila huni ❤️❤️❤️
❤️❤️
❤Bohut bohut Hundor
I love ur voice Rupam Da u r my fav singer ❤❤❤
Heart touching..one of my fav song
Legend proud ❤
এজন নিভাঁজ শিল্পী। সদায় এনেদৰেই প্রিয় হৈ থাকক প্রিয় জন
Apurba kontho