Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সচাকৈ, সৰগৰহৈ ৰচা গীত শুনিবলৈ খুবেই ভাল লাগে কিন্তু শুনি শুনি থাকিলে ও মনত পৰে তাহানিৰ সেই দিনলৈ ঘূৰি আহি পালেহি যেন লাগে, মনটো কৰবালৈ উৰা মাৰিব বিচাৰে,, বৰকৈ, এনে গীতে মনটোক বৰকৈ চিন্তিত কৰি তোলে মোক,
অনন্য অনুভৱে আৱৰি ধৰে। দৰদী কন্ঠ !
কেচা মাটিৰ গোন্ধ থকা গান।সচাকৈয়ে শুনিলে শুনি থাকিবৰ মন যায়👌👌👌
এইবোৰ যুগমীয়া গান যেন আজিৰ প্ৰজন্মৰ বাবে বৰবিষ।এই গীত বোৰে আমাক উজ্জীৱিত কৰে এতিয়াও।
অতি সুন্দৰ গীত বহুতেই অৰ্থযুক্ত গীত
শৰতত সুৱগা চৰা সুন্দৰ গীত, শুনি থাকিব মন যায়
Best Dr.Loknath Goswami
Guinness world records book world no 1 best song, my favourite song, I love you this song,best song, evergreen, Marvelous, superhit, beautiful, awesome, excellent song
সঁচাকৈয়ে হীৰুদাৰ গীত/কবিতাৰ কথাই অসম আৰু অসমীয়া জাতি থাকেমানে সকলোৰে হৃদয় আমোলমোলাই থাকিব।গোস্বামী দেৱৰ কণ্ঠই এনে অনুভৱত অধিক অৰিহণা যোগাইছে
অতি সুন্দৰ...👌
বৰ সুন্দৰ গীত।
Heart touching song, wow amazing song, marvelous, superhit, amazing, evergreen, perfect song
গানটো বাৰে-বাৰে শুনিলেও আমনি নেলাগে ৷ অতি সুন্দৰ কণ্ঠ আপোনাৰ ৷
Unforgettable songs offered by Goswami sir for Assamese society. Long live sir,
Yes, one of the most loved and liked motivational song from Goswami sir. Other song by most respected Goswami sir are equally good. 🙏🙏🙏😮
Undergettable songs. Offered by Gowami at for ❤❤❤
বহুত সুন্দৰ গানটো৷
বহুত,ভালপাও এই গীত টি।
It's quite heart touching ever greatest melody Assamese song sung by Hon'ble Lokenath Goswami Sir and the lyrics written by Hiren Bhattacharya Sir.
এই গীতবোৰ শুনিলে ভাল মনৰ মানুহবোৰক লগ পোৱাৰ দৰে লাগে
Respected loknath goswami's songs I like most.
পাগল হৈ যাম ৰে ইমান সুমধুৰ কণ্ঠ❤❤❤
Yes old is gold
Valbahotval
শুনি থাকিবৰ মন ।আকৌ নতুন সৃষ্টি নকৰে কিয় ?
Old is gold❤️❤️
বহুত ভাল লগা গীত ভগৱানে গীত গাই থাকিব দিয়ক
সঁচায়ে বৰ সুন্দৰ গান
My fevourit song huni thakibor mon jai woooow ki hridoy poroxa geet
সুন্দৰ | বুজাই লিখিবলৈ ভাষাই বিছাৰি নাপাওঁ |
This is my favorate song . Thanks to goswami ji
ইমান সুন্দৰ । শুনি থাকিবৰ মন যায়।
মোৰ দেউতাৰ এই প্ৰীয় গীতবোৰ মোৰো বহুত ভাল লাগে, সচাকৈয়ে কেঁচা মাটিৰ গোন্ধ পাওঁ এই সুন্দৰ গীতবোৰৰ জৰিয়তে, ধন্যবাদ।।
এটি ৰোমাঞ্চকৰ তুলনা বিহীন গান, গানৰ কথা আৰু সুৰ অতি শুৱলা
Hosai bor dhuniya gan...💕👌💕
Old is gold.❤
❤❤❤❤❤❤ LOVE from SILAPATHAR ASSAM Northeast ❤❤❤❤🎉🎉🎉🎉🎉🎉
কবলে ভাষা নাই.... ইমান সুন্দৰ।
ধন্যবাদ
Val lgil old is gold
+Biroop Gogoi ধন্যবাদ
Ufff maind and hard traching
Bor bor priyo ai geet tu🎉🎉❤❤
Nice Song , hunile huni Thakibo mon jai ....
Amazing song, evergreen, Marvelous, superhit, amazing, perfect song, most beautiful song, love you this song.
I love you this song, my favourite song,so sweet voice, marvelous, amazing, evergreen, world no 1 best song
Wow..... So beautiful 😘 Old is gold
গণ শিল্পী লোকনাথ গোস্বামী দেৱৰ এটি চিৰসেউজ গীত।আমোলমোল শেৱালীৰ গোন্ধৰ দৰেই, তেখেতৰ গীতবোৰো সুৰভিৰে ভৰপূৰ। বেছিভাগ গীতেই লোক সংস্কৃতিৰ সমাহাৰেৰে ভৰপূৰ।গীতবোৰত বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ সমাহাৰ ঘটা দেখা যায়। তেখেতৰ,"মঘাই বোলে ঢোলৰ মাত শুনিছোঁ নে নাই....","মুকুতিৰ বৰ ঢোল,পীড়িতিৰ চিফুং,ডফনাৰ বিহুৱা বা....","যুগজয়ী সুৰৰ ধ্বনি, জানানে কেতিয়া বাজে,আইৰ দুখত,দেশৰ দুখত,চকুলোঁ যেতিয়া সৰে...","হাঁহিৰে জীৱন সুন্দৰ কৰা,চকু পানীৰে নহয়..."আদি গীতবোৰ চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। ধন্যবাদ।
Heart touching presentation.💜♥️🤎🖤🤍
Evergreen Songs.... Let's Love Lifelong
Nice expression of the song, where lost someone very special!
বৰ সুৱদী গীত।❤
Anekua ganbur......Hosai bohut val lagil.
সুন্দৰ গীত, বৰ ভাল লাগে |
Hosai bor hundor geet.......
Very nice No comment Suddenly listen From goa
Bhakha kio nahe baru ako likhiboloi....unique song assamese 😘😘😘😘😘😘😘😘😘😍😍😍😍😍😍😍😍😍😍🙏🙏🙏🙏
Old is good 😍😍😍
Khubei hundor gaise.….. ai geettu moi khubei bhalpau
সুমধুৰ গীত শুনিলে শুনি থাকিবলৈ মন যায়।
গোস্বামী দেৱৰ এই গীতবোৰ চিৰ যুগমীয়া হৈ থাকিব, তেখেতলৈ এই আপাহতে শ্ৰদ্ধা নিবেদন কৰিলো।
আমনি নলগা এটি সুন্দৰ গীত।
Very very sweet song I love it
Old song is gold
Amul mul xewalir gundh , a best song that's l like ever .
অতি সুন্দৰ গীত ❤
Loknath Goswami dañgoriya apuni ðeerghjeebi honk aye Camonakoru as a asammese.
হৃদয় স্পৰ্শ কৰা গীত । ধন্যবাদ
Axomiya aie hridai parakha somadhur kanthar purani geeto so.ni bahu bhal lage .
সচাকৈ সুন্দৰ
বহুত ভাল লগা গান
সুন্দৰ গীত
বাৰে বাৰে শোনিও আমনি নলগা গীত।
Bahut Val lage
Sweet song
Vary very modhur songs
গোস্বামী দেৱৰ এটা অতি সুন্দৰ শুৱলা সুমধুৰ গীত।
Anil boruah phone
বহুত ভাল লাগে গানটো..
আমনি নলগা এটি গীত শুনি থাকিবৰ মন
এই সময়ত মনত গুণগুণাও, শৰৎ মনলৈ আহে।
very nice
Ashyarik xur ,kotha, kantha
বহুত ভাল লাগে পুৰনি গান
Very nice song....
ইমান সুন্দৰ গীত
দৰদী কণ্ঠ তেখেতৰ 🙏🙏🙏
Evergreen Assamese song.
যোৱা পোন্ধৰটা বছৰেও শুনি আছোঁ একেই স্পিৰিট
One of the best song❤️❤️❤️
Old is gold...
আহিন❤️
Xhosa koi oti muhonia geet
বৰ সুন্দৰ গীত
সুন্দৰ লাগিল।
দিটোত এবাৰ নহয় এবাৰ শুনিব লাগিবই।ন হলে মনটো নভাৰে।
বহুত,ভালপাও এই গীত টো।
Heart touch Kori Jai.
Old is always gold.
Old songs r remind past
Yes
Incomparable
সুন্দৰ❤️❤️❤️
সকলোৰে আপোন আপোনাৰ কণ্ঠ
Ai 2023 t Kune hunise baru...
😍😍😍😍😍😍...
Evergreen song for me❤❤❤
Evergreen song for me ❤❤❤
Loknath uncle beautifull song
Val lagil
গা শিয়াৰি উঠে এইবোৰ গীত শুনিলে
old is akways gold
Mur maa r val loga gaan, old is gold
What a sweet song!
ভাল লাগে আপোনাৰ গান
Dada, Apunar geet 2 bar bhal lagil.
শুনি থাকিলেও হেপাহ নপলাই ।
old is gold
মোৰ ভাল লগা গীত!
সচাকৈ, সৰগৰহৈ ৰচা গীত শুনিবলৈ খুবেই ভাল লাগে কিন্তু শুনি শুনি থাকিলে ও মনত পৰে তাহানিৰ সেই দিনলৈ ঘূৰি আহি পালেহি যেন লাগে, মনটো কৰবালৈ উৰা মাৰিব বিচাৰে,, বৰকৈ, এনে গীতে মনটোক বৰকৈ চিন্তিত কৰি তোলে মোক,
অনন্য অনুভৱে আৱৰি ধৰে। দৰদী কন্ঠ !
কেচা মাটিৰ গোন্ধ থকা গান।সচাকৈয়ে শুনিলে শুনি থাকিবৰ মন যায়👌👌👌
এইবোৰ যুগমীয়া গান যেন আজিৰ প্ৰজন্মৰ বাবে বৰবিষ।এই গীত বোৰে আমাক উজ্জীৱিত কৰে এতিয়াও।
অতি সুন্দৰ গীত বহুতেই অৰ্থযুক্ত গীত
শৰতত সুৱগা চৰা সুন্দৰ গীত, শুনি থাকিব মন যায়
Best Dr.Loknath Goswami
Guinness world records book world no 1 best song, my favourite song, I love you this song,best song, evergreen, Marvelous, superhit, beautiful, awesome, excellent song
সঁচাকৈয়ে হীৰুদাৰ গীত/কবিতাৰ কথাই অসম আৰু অসমীয়া জাতি থাকেমানে সকলোৰে হৃদয় আমোলমোলাই থাকিব।
গোস্বামী দেৱৰ কণ্ঠই এনে অনুভৱত অধিক অৰিহণা যোগাইছে
অতি সুন্দৰ...👌
বৰ সুন্দৰ গীত।
Heart touching song, wow amazing song, marvelous, superhit, amazing, evergreen, perfect song
গানটো বাৰে-বাৰে শুনিলেও আমনি নেলাগে ৷ অতি সুন্দৰ কণ্ঠ আপোনাৰ ৷
Unforgettable songs offered by Goswami sir for Assamese society. Long live sir,
Yes, one of the most loved and liked motivational song from Goswami sir. Other song by most respected Goswami sir are equally good. 🙏🙏🙏😮
Undergettable songs. Offered by Gowami at for ❤❤❤
বহুত সুন্দৰ গানটো৷
বহুত,ভাল
পাও এই গীত টি।
It's quite heart touching ever greatest melody Assamese song sung by Hon'ble Lokenath Goswami Sir and the lyrics written by Hiren Bhattacharya Sir.
এই গীতবোৰ শুনিলে ভাল মনৰ মানুহবোৰক লগ পোৱাৰ দৰে লাগে
Respected loknath goswami's songs I like most.
পাগল হৈ যাম ৰে ইমান সুমধুৰ কণ্ঠ❤❤❤
Yes old is gold
Valbahotval
শুনি থাকিবৰ মন ।আকৌ নতুন সৃষ্টি নকৰে কিয় ?
Old is gold❤️❤️
বহুত ভাল লগা গীত ভগৱানে গীত গাই থাকিব দিয়ক
সঁচায়ে বৰ সুন্দৰ গান
My fevourit song huni thakibor mon jai woooow ki hridoy poroxa geet
সুন্দৰ | বুজাই লিখিবলৈ ভাষাই বিছাৰি নাপাওঁ |
This is my favorate song . Thanks to goswami ji
ইমান সুন্দৰ । শুনি থাকিবৰ মন যায়।
মোৰ দেউতাৰ এই প্ৰীয় গীতবোৰ মোৰো বহুত ভাল লাগে, সচাকৈয়ে কেঁচা মাটিৰ গোন্ধ পাওঁ এই সুন্দৰ গীতবোৰৰ জৰিয়তে, ধন্যবাদ।।
এটি ৰোমাঞ্চকৰ তুলনা বিহীন গান, গানৰ কথা আৰু সুৰ অতি শুৱলা
Hosai bor dhuniya gan...💕👌💕
Old is gold.❤
❤❤❤❤❤❤ LOVE from SILAPATHAR ASSAM Northeast ❤❤❤❤🎉🎉🎉🎉🎉🎉
কবলে ভাষা নাই.... ইমান সুন্দৰ।
ধন্যবাদ
Val lgil old is gold
+Biroop Gogoi ধন্যবাদ
Ufff maind and hard traching
Bor bor priyo ai geet tu🎉🎉❤❤
Nice Song , hunile huni Thakibo mon jai ....
Amazing song, evergreen, Marvelous, superhit, amazing, perfect song, most beautiful song, love you this song.
I love you this song, my favourite song,so sweet voice, marvelous, amazing, evergreen, world no 1 best song
Wow..... So beautiful 😘 Old is gold
গণ শিল্পী লোকনাথ গোস্বামী দেৱৰ এটি চিৰসেউজ গীত।আমোলমোল শেৱালীৰ গোন্ধৰ দৰেই, তেখেতৰ গীতবোৰো সুৰভিৰে ভৰপূৰ। বেছিভাগ গীতেই লোক সংস্কৃতিৰ সমাহাৰেৰে ভৰপূৰ।গীতবোৰত বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ সমাহাৰ ঘটা দেখা যায়। তেখেতৰ,"মঘাই বোলে ঢোলৰ মাত শুনিছোঁ নে নাই....","মুকুতিৰ বৰ ঢোল,পীড়িতিৰ চিফুং,ডফনাৰ বিহুৱা বা....","যুগজয়ী সুৰৰ ধ্বনি, জানানে কেতিয়া বাজে,আইৰ দুখত,দেশৰ দুখত,চকুলোঁ যেতিয়া সৰে...","হাঁহিৰে জীৱন সুন্দৰ কৰা,চকু পানীৰে নহয়..."আদি গীতবোৰ চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। ধন্যবাদ।
Heart touching presentation.💜♥️🤎🖤🤍
Evergreen Songs.... Let's Love Lifelong
Nice expression of the song, where lost someone very special!
বৰ সুৱদী গীত।❤
Anekua ganbur......
Hosai bohut val lagil.
সুন্দৰ গীত, বৰ ভাল লাগে |
Hosai bor hundor geet.......
Very nice
No comment
Suddenly listen
From goa
Bhakha kio nahe baru ako likhiboloi....unique song assamese 😘😘😘😘😘😘😘😘😘😍😍😍😍😍😍😍😍😍😍🙏🙏🙏🙏
Old is good 😍😍😍
Khubei hundor gaise.….. ai geettu moi khubei bhalpau
সুমধুৰ গীত শুনিলে শুনি থাকিবলৈ মন যায়।
গোস্বামী দেৱৰ এই গীতবোৰ চিৰ যুগমীয়া হৈ থাকিব, তেখেতলৈ এই
আপাহতে শ্ৰদ্ধা নিবেদন কৰিলো।

পাও এই গীত টো।
Heart touch Kori Jai.
Old is always gold.
Old songs r remind past
Yes
Incomparable
সুন্দৰ❤️❤️❤️
সকলোৰে আপোন আপোনাৰ কণ্ঠ
Ai 2023 t Kune hunise baru...
😍😍😍😍😍😍...
Evergreen song for me❤❤❤
Evergreen song for me ❤❤❤
Loknath uncle beautifull song
Val lagil
গা শিয়াৰি উঠে এইবোৰ গীত শুনিলে
old is akways gold
Mur maa r val loga gaan, old is gold
What a sweet song!
ভাল লাগে আপোনাৰ গান
Dada, Apunar geet 2 bar bhal lagil.
শুনি থাকিলেও হেপাহ নপলাই ।
old is gold
মোৰ ভাল লগা গীত!