Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সচা কথা এনে হেন গীত শুনি ভালপোৱা গীত কোনোবা থাকেনে,,, গীটটো শুনি খুবেই আনন্দ পালো
সুন্দৰ গীত খূব ভাল লাগিল
এইবোৰ কেৱল গীত নহয়, এইবোৰ একো একোখন উপন্যাস, জীৱন উপন্যাস, প্ৰতিটো শব্দৰ সুকিয়া মাদকতা, প্ৰতিটো সুৰৰ হৃদয়স্পৰ্শী আমোদ, ❤❤❤❤❤
গাওলীয় জীৱনৰ সচা কাহিনী ৷ মাকৰ মৰম আনফালে স্বামীৰ লগতে শাহুৱেকৰ মৰম ৷ চিৰযুগমীয়া হৈ থাকক ৷
Bohut bhal loga xuni thakibo mon jaii
Nice singing ❤
Bahut val lagile
অতি সুন্দৰ ।লৰালিৰ কৈশৰৰ স্মৃতিয়ে মনটো বহু দূৰ অতীতলৈ লৈ যায় । অশেষ ধন্যবাদ ।
Bhal lagil hosakoi
ইমান সুন্দৰ গীত অন্তৰ খন স্পৰ্শ কৰি গ'ল গীতটিয়ে।। আৱেগিক হৈ গলো। ভাল লাগিল চিৰসেউজ গীত।।
অতি সুন্দৰ গীত। যিমান বাৰ গীতটো শুনো আবেগিক হৈ পৰোদুধাৰি চকুলো বৈ আহে ।
ছোৱালীবোৰৰ কথা কব নোৱাৰো এই গানটো শুনিলে মোৰহে বেজাৰ লাগে । গানটো শুনি থাকোতে আগৰ দিনৰ এখন বাল্যবিবাহৰ কল্পনাই ইয়াক সহজ কৰি তোলে।
Bahut bariya gai sa, God bless you.
এই বোৰ গীত মাত অসমীয়া ৰ কোনো কালেই বিলুপ্তি নোহোৱা সম্পদ । অসমীয়া ই এই বোৰ সম্পদৰ অস্তিত্ব চিৰকালেই অনুভৱ কৰিব
Iman hriday sui jowa geet💓👏👏
Bohut bhal lagil bàa aapunar gaan2 huni. Hosai maa ji maai. Gaan2 huni mur mur sokupani ulai goisi.
Heart touching baidew ❤️❤️ bahut arthapurno❤️👍
Nice song 😍
Tulika Senapati& Bina Bhagawati Ma'am's songs should be preserved as those reflect Assamese simple rural life.
এটি অনন্য সুন্দৰ গীত ,অতি সুন্দৰ কণ্ঠ ।যিমানবাৰ গীতটো শুনো অতি আবেগিক হৈ পৰো।চকুলো দুধাৰি বৈ যায়।
গীতো শুনি ব কুখন বি খায় যায় চ কো লো ওলাই যায়। ধন্য বা দ।
Siro kheujia geetor kotha khur aru khomoyor anubhuti,,😢 khisakoiye khoru kalor kotha, maa deuta bhai bhoni atmiyo swojonor morombor ghurai paboloi mone bohut kande😭😭 nirobe nihkhobde😚😚😚😚
এই গীত টি তুলিকা সেনাপতি ,তুমি সুন্দৰ কৈ গোৱা কাৰণে ভাল লাগিল,এই বোৰ গীত শুনি থাকিলে আমনি নালাগে ,
Old is gold! Xasakoi, xuni obhibhuta halu.30basor agaloi ubhati jowa Jen lagil.dhanyabad.
Xundor hyse...Baa
চয়নিকা, সুন্দৰ কণ্ঠ তোমাৰ। আগুৱাই যোৱা। শুভেচ্ছা থাকিল।
বহুত ধুনীয়া ❤️
Majja
😭😭suwali jibontue bohut dukhor..suwalir kunu khn ghorei nijor nohoi.. bohut dukh lage
ইমান ধুনীয়া গীত। 😇আগুৱাই যোৱা শুভেচ্ছা থাকিল। 😇😇
Khub val lagil suni...valke vabile soku paniye olay desun.. kiman je dukhot gaisil ane dhoronor geet bilak.
সোণসেৰীয়া অসমীয়া গীতসমূহ সুন্দৰকৈ পৰিৱেশন কৰাৰ ক্ষেত্ৰত চয়নিকা আৰু তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি বৈশ্যৰ প্ৰচেষ্টা শলাগিবলগীয়া 👏👏👏তেওঁলোকৰ সাংগীতিক যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ । 💐💐
Dhunya hoise Val lagise
Evergreen unique song.
Hosai khub bhal lagil, haru kalor Kathabur hasai manot poril.
ধন্যবাদ ।
এটি অনন্য সুন্দৰ গীত ,অতি সুন্দৰ কণ্ঠ ।যিমানবাৰ গীতটো শুনো অতি আবেগিক হৈ পৰো।চকুলো দুধাৰি বৈ যায়।বহুত ধুনীয়া গায়কী তোমাৰ।আইলৈ সচাঁকৈ মনত পৰে।সুন্দৰ কণ্ঠ তোমাৰ শুনি ভাল লাগিল ৷
ইমান ধুনিয়া।
এইবোৰ গীতে আমাৰ মনটো অলপ সময়ৰ কাৰণে হ'লেও শান্ত কৰি ৰাখে। অতীতলৈ মনত পেলাই দিয়ে।
Bhut dhunia lagile geet 2 huni,,,
Bor dhuniya git
Khub xundor 💞👌
Dhuniya hoise
অশেষ ধন্যবাদ ।
সুন্দৰ অনুভৱ বিলাগ মনত পৰে।
সুন্দৰ । ভিডিঅ'টি সুন্দৰকৈ সজোৱা হৈছে॥
অশেষ ধন্যবাদ।
চয়নিকা তোমাৰ কণ্ঠ অতি অতি সুন্দৰ
ইমান যে ভাল লাগে অ ।
বহুত ভাল লাগিছে ।
News etat Jiten Dev r ktha likha dekhi ahilu gaan tu xunibole... composed by Jiten Dev ❤
Vdoti ati xundar 💟. Mon sui jua. Totapio montu beya lagi gol. Kionu aji poshis bosore air ghor dekha nai. Air jiyai thoka hole podulir gosh jupar osoroloi ke douri golu heten.
বহুত ধন্যবাদ ।
😢 কিবা অবুজ বেদনাই চুই গ'ল গীতটো শুনি,, সুন্দৰ গীত
বহুত ভাল হৈছে
Dhuniya lagise ❤️👍🏻
Bohut bhal lagile huni ❤️❤️
উফ! কি সুন্দৰ গীত ।❤️ পুনৰ ঘুৰি যাব বিচাৰো আকৌ পুৰণি ইস্মৃতি দিনবোৰলে । ।।।।
সচাঁই
@@beberibung400k5 এতিয়া আৰু ভাল লগা দিনবোৰ সোণালী হৈ পৰিল ।।
অতি সুন্দৰ
বৰ সুন্দৰ সম্পাদনা ৷ গানটোৰ কথাতো উল্লেখ অপ্ৰয়োজনীয়!
ধন্যবাদ।
খুউব সুন্দৰকৈ গালে.. ধন্যবাদ দেই 🙏🙏
বহুত বহুত ভাল লাগিল
Wah ki dhunia gaan🥰🥰😍😍😍😍
হয় বৰ ধুনীয়া গান।
ইমান ভাল লাগে ❤️❤️
বহুত বহুত ভাল লাগিল,
বহুত ধুনীয়া গায়কী তোমাৰ।উত্তৰোত্তৰ কামনা কৰিলো
Eman xundor, xosake aaire ghoroi monot pore
Wow nice super git
❤❤
শৈশবলৈ মনত পৰে।বিৰাট ভাল লাগে ।
Montu bohut hatej kori tule Thanks ❤
বৰ সুন্দৰ ।
ভাল লাগিছে।তোমাৰ কণ্ঠ সঁচাই হুৱালা
চকুলো বাগৰি গ'ল ইমান সুন্দৰ কন্ঠ
লৰালি কাললৈ মনত পৰি গল ।
সুন্দৰ কন্ঠত, চিৰসেউজ গীত।ভি.ডি.অ.ব্যবস্হাপনা অতি মনোৰম।
Hridoi sui jua gaan😌😌
ইমান ধুনীয়া, লিৰিক, corigraphy, evergreen song,
Khub abegik karile
অন্তৰ খন জুৰ পৰি গল গীত টো শুনি
Beautiful😍😍😍❤
সুন্দৰ সৰল কালজয়ি গীত মন্ত্ৰমুগ্ধ পৰিবেশন
ভাল লগা এটা গীত।সুন্দৰ গাঁৱৰ পৰিৱেশৰ দৃশ্যৰে সম্পাদিত হোৱা ভিডিঅটি' চাই সঁচাকৈ বৰ ভাল লাগিল
অশেষ ধন্যবাদ ❤
Right
Po
@@pinkyboruah5364 0
Bhohot dhuniya
সুন্দৰ প্ৰতীতো গীতৰ অৰ্থত মাঁ থকাৰ বাবে
বৰ ভাল লাগিল শুনি
ইমান সুন্দৰকৈ গাইছে গীতটি ।
বাইদেউলৈ মনত পৰি গল। মন চুই যায় এই গীতটি শুনিলে।
Ki kam ai geetu sunile suni thakibar man jai
বৰ ভাল লাগিল ।
সুন্দৰ
ভিদিও ইদিতৰলৈ মোৰ আন্তৰিক শুভেচ্ছাথাকিল ইমান ধনীয়া কৈ এই গীত তি সদায় নতুন বহু ভাল
Great song❤
বৰ সুন্দৰ কন্ঠ । এই চিৰসেউজ গীতটোত সোণত সুৱগা চৰিছে
Bhout dhuniya gaan ❤️❤️
বহুত ধুনীয়া লাগিলে গীতটি অতি সুন্দৰ 👌👌
Dhunia hoisea gaan to
ভাল হৈছে
বহুত ভাল লগা গীত ।
সুন্দৰ গীত, বাদ্য বিহীন ভাৱে গোৱাৰ বাবে আৰু ৰসাল কৰিছে।
সুন্দৰ গীত সুন্দৰ কন্ঠ
বৰ ভাল লাগে অ ।
বহুত ধুনীয়া 💛
Sumodhur
সুন্দৰ।❤️❤️❤️
সচা কথা এনে হেন গীত শুনি ভালপোৱা গীত কোনোবা থাকেনে,,, গীটটো শুনি খুবেই আনন্দ পালো
সুন্দৰ গীত খূব ভাল লাগিল
এইবোৰ কেৱল গীত নহয়, এইবোৰ একো একোখন উপন্যাস, জীৱন উপন্যাস, প্ৰতিটো শব্দৰ সুকিয়া মাদকতা, প্ৰতিটো সুৰৰ হৃদয়স্পৰ্শী আমোদ, ❤❤❤❤❤
গাওলীয় জীৱনৰ সচা কাহিনী ৷ মাকৰ মৰম আনফালে স্বামীৰ লগতে শাহুৱেকৰ মৰম ৷ চিৰযুগমীয়া হৈ থাকক ৷
Bohut bhal loga xuni thakibo mon jaii
Nice singing ❤
Bahut val lagile
অতি সুন্দৰ ।লৰালিৰ কৈশৰৰ স্মৃতিয়ে মনটো বহু দূৰ অতীতলৈ লৈ যায় । অশেষ ধন্যবাদ ।
Bhal lagil hosakoi
ইমান সুন্দৰ গীত অন্তৰ খন স্পৰ্শ কৰি গ'ল গীতটিয়ে।। আৱেগিক হৈ গলো। ভাল লাগিল চিৰসেউজ গীত।।
অতি সুন্দৰ গীত। যিমান বাৰ গীতটো শুনো আবেগিক হৈ পৰো
দুধাৰি চকুলো বৈ আহে ।
ছোৱালীবোৰৰ কথা কব নোৱাৰো এই গানটো শুনিলে মোৰহে বেজাৰ লাগে । গানটো শুনি থাকোতে আগৰ দিনৰ এখন
বাল্যবিবাহৰ কল্পনাই ইয়াক সহজ কৰি তোলে।
Bahut bariya gai sa, God bless you.
এই বোৰ গীত মাত অসমীয়া ৰ কোনো কালেই বিলুপ্তি নোহোৱা সম্পদ । অসমীয়া ই এই বোৰ সম্পদৰ অস্তিত্ব চিৰকালেই অনুভৱ কৰিব
Iman hriday sui jowa geet💓👏👏
Bohut bhal lagil bàa aapunar gaan2 huni. Hosai maa ji maai. Gaan2 huni mur mur sokupani ulai goisi.
Heart touching baidew ❤️❤️ bahut arthapurno❤️👍
Nice song 😍
Tulika Senapati& Bina Bhagawati Ma'am's songs should be preserved as those reflect Assamese simple rural life.
এটি অনন্য সুন্দৰ গীত ,অতি সুন্দৰ কণ্ঠ ।যিমানবাৰ গীতটো শুনো অতি আবেগিক হৈ পৰো।চকুলো দুধাৰি বৈ যায়।
গীতো শুনি ব কুখন বি খায় যায় চ কো লো ওলাই যায়। ধন্য বা দ।
Siro kheujia geetor kotha khur aru khomoyor anubhuti,,😢 khisakoiye khoru kalor kotha, maa deuta bhai bhoni atmiyo swojonor morombor ghurai paboloi mone bohut kande😭😭 nirobe nihkhobde😚😚😚😚
এই গীত টি তুলিকা সেনাপতি ,তুমি সুন্দৰ কৈ গোৱা কাৰণে ভাল লাগিল,এই বোৰ গীত শুনি থাকিলে আমনি নালাগে ,
Old is gold! Xasakoi, xuni obhibhuta halu.30basor agaloi ubhati jowa Jen lagil.dhanyabad.
Xundor hyse...Baa
চয়নিকা, সুন্দৰ কণ্ঠ তোমাৰ। আগুৱাই যোৱা। শুভেচ্ছা থাকিল।
বহুত ধুনীয়া ❤️
Majja
😭😭suwali jibontue bohut dukhor..suwalir kunu khn ghorei nijor nohoi.. bohut dukh lage
ইমান ধুনীয়া গীত। 😇আগুৱাই যোৱা শুভেচ্ছা থাকিল। 😇😇
Khub val lagil suni...valke vabile soku paniye olay desun.. kiman je dukhot gaisil ane dhoronor geet bilak.
সোণসেৰীয়া অসমীয়া গীতসমূহ সুন্দৰকৈ পৰিৱেশন কৰাৰ ক্ষেত্ৰত চয়নিকা আৰু তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি বৈশ্যৰ প্ৰচেষ্টা শলাগিবলগীয়া 👏👏👏
তেওঁলোকৰ সাংগীতিক যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ । 💐💐
Dhunya hoise Val lagise
Evergreen unique song.
Hosai khub bhal lagil, haru kalor Kathabur hasai manot poril.
ধন্যবাদ ।
এটি অনন্য সুন্দৰ গীত ,অতি সুন্দৰ কণ্ঠ ।যিমানবাৰ গীতটো শুনো অতি আবেগিক হৈ পৰো।চকুলো দুধাৰি বৈ যায়।বহুত ধুনীয়া গায়কী তোমাৰ।আইলৈ সচাঁকৈ মনত পৰে।সুন্দৰ কণ্ঠ তোমাৰ শুনি ভাল লাগিল ৷
ইমান ধুনিয়া।
এইবোৰ গীতে আমাৰ মনটো অলপ সময়ৰ কাৰণে হ'লেও শান্ত কৰি ৰাখে। অতীতলৈ মনত পেলাই দিয়ে।
Bhut dhunia lagile geet 2 huni,,,
Bor dhuniya git
Khub xundor 💞👌
Dhuniya hoise
অশেষ ধন্যবাদ ।
সুন্দৰ অনুভৱ বিলাগ মনত পৰে।
সুন্দৰ । ভিডিঅ'টি সুন্দৰকৈ সজোৱা হৈছে॥
অশেষ ধন্যবাদ।
চয়নিকা তোমাৰ কণ্ঠ অতি অতি সুন্দৰ
ইমান যে ভাল লাগে অ ।
বহুত ভাল লাগিছে ।
News etat Jiten Dev r ktha likha dekhi ahilu gaan tu xunibole... composed by Jiten Dev ❤
Vdoti ati xundar 💟. Mon sui jua. Totapio montu beya lagi gol. Kionu aji poshis bosore air ghor dekha nai. Air jiyai thoka hole podulir gosh jupar osoroloi ke douri golu heten.
বহুত ধন্যবাদ ।
😢 কিবা অবুজ বেদনাই চুই গ'ল গীতটো শুনি,, সুন্দৰ গীত
বহুত ভাল হৈছে
Dhuniya lagise ❤️👍🏻
Bohut bhal lagile huni ❤️❤️
উফ! কি সুন্দৰ গীত ।❤️ পুনৰ ঘুৰি যাব বিচাৰো আকৌ পুৰণি ইস্মৃতি দিনবোৰলে । ।।।।
সচাঁই
@@beberibung400k5 এতিয়া আৰু ভাল লগা দিনবোৰ সোণালী হৈ পৰিল ।।
অতি সুন্দৰ
বৰ সুন্দৰ সম্পাদনা ৷ গানটোৰ কথাতো উল্লেখ অপ্ৰয়োজনীয়!
ধন্যবাদ।
খুউব সুন্দৰকৈ গালে.. ধন্যবাদ দেই 🙏🙏
বহুত বহুত ভাল লাগিল
Wah ki dhunia gaan🥰🥰😍😍😍😍
হয় বৰ ধুনীয়া গান।
ইমান ভাল লাগে ❤️❤️
বহুত বহুত ভাল লাগিল,
বহুত ধুনীয়া গায়কী তোমাৰ।উত্তৰোত্তৰ কামনা কৰিলো
Eman xundor, xosake aaire ghoroi monot pore
Wow nice super git
❤❤
শৈশবলৈ মনত পৰে।বিৰাট ভাল লাগে ।
Montu bohut hatej kori tule Thanks ❤
বৰ সুন্দৰ ।
ভাল লাগিছে।
তোমাৰ কণ্ঠ সঁচাই হুৱালা
চকুলো বাগৰি গ'ল ইমান সুন্দৰ কন্ঠ
লৰালি কাললৈ মনত পৰি গল ।
সুন্দৰ কন্ঠত, চিৰসেউজ গীত।ভি.ডি.অ.ব্যবস্হাপনা অতি মনোৰম।
Hridoi sui jua gaan😌😌
ইমান ধুনীয়া, লিৰিক, corigraphy, evergreen song,
Khub abegik karile
অন্তৰ খন জুৰ পৰি গল গীত টো শুনি
Beautiful😍😍😍❤
সুন্দৰ সৰল কালজয়ি গীত
মন্ত্ৰমুগ্ধ পৰিবেশন
ভাল লগা এটা গীত।সুন্দৰ গাঁৱৰ পৰিৱেশৰ দৃশ্যৰে সম্পাদিত হোৱা ভিডিঅটি' চাই সঁচাকৈ বৰ ভাল লাগিল
অশেষ ধন্যবাদ ❤
Right
Po
@@pinkyboruah5364 0
Bhohot dhuniya
সুন্দৰ প্ৰতীতো গীতৰ অৰ্থত মাঁ থকাৰ বাবে
বৰ ভাল লাগিল শুনি
ইমান সুন্দৰকৈ গাইছে গীতটি ।
বাইদেউলৈ মনত পৰি গল। মন চুই যায় এই গীতটি শুনিলে।
Ki kam ai geetu sunile suni thakibar man jai
বৰ ভাল লাগিল ।
অশেষ ধন্যবাদ ।
সুন্দৰ
ভিদিও ইদিতৰলৈ মোৰ আন্তৰিক শুভেচ্ছা
থাকিল ইমান ধনীয়া কৈ এই গীত তি সদায় নতুন বহু ভাল