বেতনিৰ পৰা হাৰ্ভাডলৈ এজন অসমীয়াৰ যাত্ৰা || মোৰো এটা সপোন আছে || RUBUL MOUT
HTML-код
- Опубликовано: 3 окт 2024
- বেতনিৰ পৰা হাৰ্ভাডলৈ এজন অসমীয়াৰ যাত্ৰা || মোৰো এটা সপোন আছে || ৰুবুল মাউট
Muru eta hopun aseMuru eta xopun aseAssamese motivational speechmotivational videoassamese motivational quotesmotivational speech assameseDr rubul moutTridip bhagawatiTridib bhagabatiTridib bhagabati talk showAssamese motivational videomotivational speech in assamesebest assamese motivational video মোৰো এটা সপোন আছে ৰুবুল মাউট বেতনি
মোৰো এটা সপোন আছে ৰুবুল মাউতbest motivational video in assamese
❤
Val lagil
এনেকুৱা video আৰু আশা কৰিলোঁ
Dhanyawad Sir👌👌👌
"মোৰো এটা সপোন আছে"
কিতাপখন কোনে কোনে পঢ়িছে..?
🎉🎉🎉🎉🎉🎉🎉🎉
বহুত ভাল ভাল vedio বনাই অসমীয়া জাতিক সপোন দেখিবলৈ শিকাইছা ধন্যবাদ। তুমি উজ্জ্বল, তুমি আমাৰ সপোন।
Khub val kitap moi pohisu
Val lagil huni
Kothakhini xuni bhut val lagil ❤
Tridip da খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে ভাল লাগিলে... সঁচাকৈ এই গ্ৰন্থখন বৰ প্ৰেৰণাদায়ক। প্ৰতিবন্ধকতাৰ মাজতো যে সপোন দেখিব পাৰি সেই কথাটো এই গ্ৰন্থখনে সোঁৱৰাই দিয়ে।
কি সুন্দৰ উপস্থাপন, ত্ৰিদীপ। যদিও মই তুমি কোৱা কিতাপখন পঢ়ি শেষ কৰিলোঁ, তথাপিও তুমি পুনৰ ড০ ৰুবুল মাউতৰ সংগ্ৰামী জীৱনৰ প্ৰেৰণামূলক কথাখিনি সুৱৰাই দিয়াত মোৰ অশ্ৰু নিগৰি আহিল। অসমীয়া হিচাপে গৌৰৱবোধ কৰোঁ ড০ ৰুবুল মাউতক লৈ আৰু বিজ্ঞানৰ গৱেষণাৰ জগতত তেওঁ যেন সদায় এক ধ্ৰুৱতৰাৰ দৰে ডিলিকি থাকি আই অসমীক ধন্য কৰক 🙏 ।
"জয়তু ড০ ৰুবুল মাউত "
khub inspirational story
bsc kori thoka dinburole monot pori gol khub hepah asile valke kiba korar
but etia business he kori asu
❤
Moi 9-10 barot koi u uprt pohisu really feel it😫 hongram
মই ওচৰৰে, কিন্তু আজিলৈকে জনা নাছিলো।
মোৰো এটা সপোন আছে কিতাপখনত সম্পূৰ্ণ বিৱৰণ আছে ৰুবুল মাউটৰ ৷ এক জীয়া আদৰ্শ ৷
Not only Rubul Maot sir, His wife Alee Sharma is also inspirational scientist. I would love to request Tridib da to also cover her story as well. ❤
Tekhetr wife r books olaise nki
@@pinkumanideka138 kitap buli ulua nai, tekhetor facebook goi apuni porhibo pare Sir r post t
@@pinkumanideka138 kitap likhilhe karubar kotha kobo pari ne
ধন্যবাদ ত্ৰিদিব।তুমি তেখেতৰ বিষয়ে আলোচনা আগবঢ়াই ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেৰণা যোগাইছা। তেখেতৰ কিতাপখন পঢ়িলো।বৰ সুন্দৰ। তেখেতৰ পত্নীও এগৰাকী গবেষক ।গবেষণা সম্পূৰ্ণ কৰিলেনে নাই নাজানো।সেই বিষয়ে জানিব পাৰিলে আৰু উপকৃত হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল।তুমিও আমাৰ গৌৰৱ।তোমাৰ ❤❤
😢 নৱপ্ৰজনমক উৎসা দিয়াৰ ভি ডি অ , কথাখিনি শুনি ভাল লাগিল , মাতৃভাষা যে শিক্ষা জীৱনত আগবাঢ়ি যোৱাত হেঙাৰ হব নোৱাৰে সেই তো বাস্তৱ উদাহৰণ তোমাৰ কথাখিনি। সুন্দৰ উপস্থাপন
মাঃ ৰুবুল মাউতলৈ আন্তৰিক মৰম,শুভেচ্ছা-অভিনন্দন যাচিঁলো।তোমাৰ এই ঘাট-প্ৰতিঘাটৰ উত্তৰণ আমাৰ নৱ প্ৰজন্ম্যৰ আহিলা হওক।ভগৱান প্ৰতিক্ষণতে সহায় হওক।ধন্যবাদ।
কথা খিনি মন চুই গ'ল ❤❤❤
বহুত ধুনীয়া উপস্থাপন Tridip দা❤
So inspiring real story.Many thanks.
বহুত ভাল লাগিল , ধন্যবাদ ত্ৰিদীপ , আগলৈ
Bhut besi vl lgil Tridip daa..❤️
ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে। কথাখিনি হৃদয়স্পৰ্শী।
What an inspiring and wonderful story! Thank you.
প্ৰিয় ব্যক্তি জনৰ বিষয়ে আৰু অলপ জানিব পাৰিলোঁ, ভাল লাগিল। 😊
অসমীয়া মাধ্যমত পঢ়ি বহুত মানুহ ডাঙৰ মানুহ হৈছে যি বোৰ আমি দেখিছোঁ
কিতাপখন মই পঢ়িছোঁ দুই বছৰমান আগতেই। সঁচাকৈ অনুপ্ৰামূলক
কথাখিনিয়ে মন চুই গল।
2nd parliamenteriun was Late Dinesh Goswami Sir
Wonderful, thank you looking for more encouraging stories from nook and corners of Assam
বৰ ভাল লাগিছে কথা খিনি শুনি
❤!
অতি সুন্দৰ বাৰ্তা। এনেধৰণৰ কথাই মনত সুখ আৰু সাহস দিয়ে।
বহুত ধুনীয়াকৈ বিশ্লেষণ কৰিছে দাদা 🎉
ভাল লাগিল এিদীপ ।
Tridib, jindabad. Wish you all the best, long live.
মোৰ দেউতাই কৈইছিলে হেম বৰুৱা দেৱক প্ৰধানমন্ত্ৰী নেহেৰুৱে বহুত সন্মান কৰিছিল।
বহু অনুপ্ৰেৰণামুলক এটি ভিডিও আগবঢ়ালা, বহু অনুপ্ৰেৰণা লগতে সাহস পালো, মাতৃভাষা মাধ্যমে যে উচ্চ শিক্ষাত বাধা হৱ নোৱাৰে তাৰ প্ৰমান বৰ্তমানৰ শ্ৰদ্ধাৰ ৰুবুল মাউট ডাঙৰীয়াই। লগতে ভাল লাগিল সুন্দৰ অসমীয়াত ভিডিও তু প্ৰস্তুত কৰাৰ বাবে। অনাগত ভবিষ্যতে অসমীয়া সমাজক সুন্দৰ ভাবে আগবঢ়াই নিয়াত অন্যতম এজন।
Love from Patharighat,Darrang
আপ্লুত হৈ পৰিলোঁ।সচাই ভাল লাগিল ভিডিওটো চাই। প্ৰেৰনা পালো।❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤🎉
বশুত ভাল লাগিল। কি যে সুন্দৰ উপস্থাপন !
Thanks
খুব সুন্দৰ দাদা ❤ তেওঁ আমাৰ ওচৰৰ গাঁওখনৰ 😊।।অসম অৰুণাচল সীমান্তবৰ্তী পাৰ্শ্বৱৰ্তী কাকপথাৰ অঞ্চলটো এতিয়াও কিছু ব্যৱস্থাই চুই পোৱা নাই ❤️
Very nice Tridib.I am from Nagaon
কিতাপখন দুবাৰ পঢ়িছো
সুন্দৰ উপস্থাপন।
Pohisu bhal lagil bohut
❤😇
Bohut val lagil thanks 🙏 🙏🙏
সুন্দৰ উপস্থাপন
Kisuman mulyoban kotha,ghotona-prabah....bor xaboxil bhabe uposthapan korise tekhete, saboloi mon jai,xuniboloi mon jai bhal kotha,jibonot ghota manuhor ullekhonio ghat-protighat bilak..ji bilake manuhok manuh hisape gohi tulise...manuhe jimane kitap pohe ximane gyan bahe aru xahoh totha perona jugai...🙏 Dhonyobad apunaloi..apuni bahut mulyoban kaothr bhandar
❤❤❤❤❤
ভাল লাগিল ধন্যবাদ। যোৰহাট।
Vhal lgil❤
Hundor videos
video tu bonuwar baabe dhonyobad... hokoluke Dr Rubul Maut siror Muru ata hopun ase kitab khon porhibole anurudh jonalu...
বৰ ভাল লাগিল।
Nice Tridip aag barhi juwa👍👍
বহুত ভাল লাগিল।
আপোনাৰ videoবোৰত সদায়ে বেলেগ বেলেগ শুৱাদ পোৱা যায়।
Love from Tinsukia
তোমাৰ video মই সদায় চাওঁ।বৰ ভাল লাগে।তুমি আৰু আগুৱাই যোৱা।
ভাল লাগিল
Moi kitap khon porhi khub kandisu❤ hahokh paisu eiikhon kitap amar karone bhal kitap❤
Boht val lage kitb khon porhi
ৰুবুল মাউত আদৰ্শ। আশা ৰাখিলোঁ , ৰুবুল মাউতে অসমৰ প্ৰতিভাৱান অথচ দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অন্ততঃ আশা কঢ়িয়াই আনিব। লগতে তোমাৰ উপস্থাপন অতি সাৱলীল। আমাৰ মিডিয়াত ভুলে শুদ্ধই গেথাই গেথাই কেইটামান শব্দকে উৰাই ঘুৰাই কৈ থকা, লগতে ভুল উচ্চাৰণ, ভুল শব্দৰ প্ৰয়োগ কৰি শ্ৰোতা দৰ্শকৰ মুৰ গৰম কৰা সাংবাদিক, ঘোষক কেইজনতকৈ তোমাৰ উচ্চাৰণ, উপস্থাপন যথেষ্ট উন্নত। ভাল লাগিল। Keep it up.😊
Tridip plz as a junior tmk ata request koru tme jatiaotabadi lgt thakiba... Katiu rasitya rajneeti njaba plz🙏 axomt tme aru utpal sarma nisina quality thaka leader jatiaotabadi mnuh politics lagiba
SUNDAR PADAKHAP
❤❤❤❤
Nice 👌
তোমাৰ ভিডিও বোৰ বৰ ভাল লাগে।
আগলৈ এনেধৰণৰ ভিডিঅ পাম বুলি আশা কৰিলো
আপুনি মোৰ পুত্ৰৰ বয়সৰ , তথাপি আপুনি বুলিয়ে কলো । মই আপোনাৰ লগত কথা পতাৰ সুবিধা কৰি দিব নে ? মোৰ খুব ইচ্ছা আপোনাৰ ওপৰত অসমৰ শাসনৰ বাঘ জৰী তুলি দিয়াৰ । আপোনাৰ সকলো ভি ডি ও মই চাও ।মোৰ বৰ ভাল লাগে ।
আমাৰ গৌৰৱ
Bor bhal lagil...
প্ৰেৰণাদায়ক
কিতাপখন পঢ়িছো একাধিকবাৰ
চকুপানী ওলাই গ'ল 😢
Tumar video Sai val lage
Adin log pam
সাই ভাল লাগিল আপোনাৰ কথা কেইটাৰ ভিদিঅটো 🙏🙏🙏🙏
Vaiti 2mar voice+ 2mar contain(b+) Val Lage . Good ❤
Betoni nohoi dada koilashpur
Makes more videos
একেটা শাৰী পঢ়ি (তেজ শুহা) ময়ো স্তম্ভিত হৈ পৰিছিলোঁ।
Hoitu Beleg kunuba state r pora Rubul Maot belong kora hole teur kahinir aji film bonil hoi..kin2 enkwa jiya kahini Jen Mur axom t he xubha pai..
Nagaon pora kunubai sai asa ne like ata Kori dia ❤
Asu
Ajmal needs Himant and Himant needs and Himant nee ds Ajmal But
believe, Lookake dekhuai keterai marina bhitri neriba bhitori neriba betha.
First view Dada ❤️
Tridip tomar Ghar kot janibo monjay.
সঁচাকৈ ভাল লাগিল জানিবলৈ পাই!
Dada moi abar apunar logot kotha patibo bisaro apunak kene dore contact korm anugrh Kori jonabo