ভোজপুৰী গানত মাতাল অসমীয়াৰ ব’ল বম||অসমৰ শিৱ পূজাৰ ইতিহাস

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • ভোজপুৰী গানত মাতাল এচাম অসমীয়াৰ ব’ল বম সংস্কৃতি|| অসমৰ শিৱ পূজাৰ ইতিহাস

Комментарии • 409

  • @puspanjalideka9541
    @puspanjalideka9541 Месяц назад +100

    আপোনাৰ বয়সৰ মানুহে এনেধৰণৰ কথাৰ ওপৰত চকু দিয়া বাবে অতি ধন্যবাদ।

  • @অসমীয়াগীত-ঙ৯খ

    বলবমত যোৱা অসমীয়া কেইটাই আকৌ বহাগ বিহুত হুঁচৰি মাৰিবলৈ লাজ পাই ।

  • @gnd1382
    @gnd1382 Месяц назад +32

    আশা কৰিছো,অসমীয়া মানুহে এই কথাবোৰ হৃদয়ঙ্গম কৰিব।

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by Месяц назад +14

    ভাইটি তোমাৰ লগত ম্ই সহমত। এইবিলাক চব টিভি চিৰিয়েলৰ কুফল। আমি সকলোয়ে উত্তৰ ভাৰতৰ সংস্কৃতি অনুকৰণ কৰি নিজকে বহুত স্মার্ট বুলি ভাবো। বিয়া, পূজা সকলোতে সিহতকে অনুকৰণ কৰো।

  • @hiteshborah1367
    @hiteshborah1367 Месяц назад +24

    বৰ সুন্দৰ কথাখিনি জানিবলৈ পালোঁ। আমাৰ জাতিটোৰ শেহতীয়াকৈ বৰ অৰ্দ্ধপতনৰ দিখে গতি কৰা যেন লাগিছে ।

  • @ratuldas423
    @ratuldas423 23 дня назад

    সময়োপযোগী তথা ঐতিহাসিক তথ্য সমৃদ্ধ ভিডিওটোৰ বাবে ধন্যবাদ। অসমৰ এচাম হিন্দুেৱ উত্তৰ ভাৰতৰ হিন্দু সকলৰ সংস্কৃতিহে শ্ৰেষ্ঠ বুলি ভাবে আৰু সেই সমাজৰ ভণ্ডামি ভৰা কৰ্ম-কাণ্ডবোৰ আমদানি কৰে। অসমৰ নৱ নিৰ্মিত মন্দিৰ সমূহো উত্তৰ ভাৰতীয় নিৰ্মাণ শৈলীতহে সজা দেখা গৈছে। এই মানসিকতা ধিক্কাৰজনক।

  • @ProbalKhataniar
    @ProbalKhataniar Месяц назад +32

    হয় সম্পূৰ্ণ সত্যকথা,অপসংস্কৃতিয়ে গ্ৰাস কৰিছে আমাক ।ইয়াৰ বাবে দায়ী থলগিৰী আমি অসমীয়া সকল।

  • @basantarajbongshi9835
    @basantarajbongshi9835 Месяц назад +36

    সুন্দৰ কথা কৈছে
    আপোনাৰ সৈতে ময়ো একমত
    বল বমৰ এই উদ্ভভনদালী বোৰ বন্ধ কৰিব লাগে

  • @jyotishsarma7563
    @jyotishsarma7563 Месяц назад

    Bhut guruttpurna kotha koise.Apunar ei sesta khodai abyahata thakok🙏🙏

  • @madhurjyadeka5248
    @madhurjyadeka5248 Месяц назад +10

    সত্য আৰু সুন্দৰ ভাবনা ।এনেকুৱা আলোচনা প্ৰয়োজন অসমীয়াৰ বাবে ।অসমীয়া হ'লে বেয়া পোৱাৰ কাৰন নাই ।ভবিষ্যত আৰু আশা কৰিলো ।

  • @nijaradas1801
    @nijaradas1801 Месяц назад +13

    আপোনাৰ বয়সৰ এগৰাকীৰ এনে ধৰনৰ সচেতনতাৰ অলপ হলেও যোগাত্মক প্ৰভাৱ পৰিব বুলি আশা কৰিলো । সকলোৱেই কথাখিনি হৃদয়ঙ্গম কৰা
    উচিত ।

  • @munmuncreation123
    @munmuncreation123 Месяц назад +11

    ধন্যবাদ তৃদিপ। এই কথাবোৰ মই বহু আলোচনা কৰিছিলো,বহু সামাজিক মাধ্যমত লিখিলো কিন্তু যিহেতু মোৰ কোনো সামাজিক ভিত্তি নাই এতেকে বহু কথা কলেও কোনেও শুনিব নিবিচাৰে। তুমি কথাবোৰ উপস্থাপন কৰিলা । ধন্যবাদ।🙏🙏

  • @pranjalj.chakravarty9152
    @pranjalj.chakravarty9152 Месяц назад +17

    সময়োপযোগী এটি বিষয় আৰু অতি সুন্দৰ উপস্থাপন।

  • @NavarunBoruah-c6h
    @NavarunBoruah-c6h Месяц назад +24

    👍
    পশ্চিম বংগৰ অমানৱীয় ঘটনাটোৰ ওপৰতো ক'ব !
    অসমীয়া সমাজতো এনে বিষয়ৰ প্ৰতি জনজাগৰণৰ আৱশ্যকতা আছে

  • @biswajitroy6116
    @biswajitroy6116 Месяц назад +12

    ত্ৰিদীপ ভাই, বহুত ভাল লাগিল । আপুনি কথাষাৰ ইমান সুন্দৰকৈ বিশ্লেষণ কৰাৰ বাবে। 🙏🙏

  • @jurisarmah3442
    @jurisarmah3442 Месяц назад +10

    ত্ৰিদিপ তোমাৰ কথা খিনি ১০০% সত্য 🙏

  • @busloversassam04444
    @busloversassam04444 Месяц назад +5

    ভাল লাগিল।বৰ সুন্দৰকৈ বুজাই দিছে আমাৰ অসমৰ শিৱ পূজাৰ ইতিহাসৰ বিষয়ে ।

  • @nabadas2528
    @nabadas2528 Месяц назад +11

    অপূৰ্ব পদক্ষেপ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @umeshknwr9667
    @umeshknwr9667 Месяц назад +7

    সুন্দৰ আৰু এশ শতাংখই সত্য কথা।

  • @budheswarnath6516
    @budheswarnath6516 Месяц назад +8

    অসমীয়া সকলে আজিকালি " অপ সংস্কৃতি " বোৰক অতি সোনকালে আঁকোৱালি লোৱা দেখা গৈছে ... বিশেষকৈ যুৱক- যুৱতী সকলে.....!!

  • @momigogoi9238
    @momigogoi9238 Месяц назад +8

    বৰ প্ৰয়োজনীয় কথাখিনি অসমৰ ৰাইজক উপস্হাপন কৰিলা ।
    বিশেষ কৈ ডেকা যুৱক যুৱতীসকলে তোমাৰ কথাখিনিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি ভাবিছো ।

  • @rajusarma9691
    @rajusarma9691 Месяц назад +9

    দূখ লাগে। অসমীয়া ডেকা চামক লৈ। ভগৱানে অসমীয়া ক সুমতি দিয়ক

  • @girijyotichetia4930
    @girijyotichetia4930 Месяц назад +20

    অতি সুন্দৰ সময়োপযোগী আলোচনা। অসমীয়া মানুহৰ আজি ঘৰচিৰিকাৰ ৰূপ ।কোনো স্বকীয়তা নথকা এটা জাতিক দুদিনমানৰ পিছত মিউজিয়ামতহে ৰবগৈ ।অসমীয়া মানুহ চাবলৈ মিউজিয়ামলৈ যাব লাগিব। ধিক অসমীয়া মানুহ নহয়, অসম শ্মশান নোহে কোনে কয় ---'

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 Месяц назад +7

    Thank you Tridip for raising this issue, it is a shame for us as Assamese, how we are immerging with other traditions, when we have such a rich tradition, Bhupen dai kuar dore 'Ajir Axomiyai Nijok Nisinile, Axomote Mogoniya Hobo', Gotike homoi thakute axomiya manuhe amar gaurav ujjal itihakh sini lua2 val.

  • @nikulahkar6838
    @nikulahkar6838 Месяц назад +2

    সময়োপযোগী এটি বিষয় । আৰু সুন্দৰ উপস্থাপন।

  • @AshimBorgohain
    @AshimBorgohain Месяц назад

    সুন্দৰ কথা কৈছে

  • @kaberideb28
    @kaberideb28 Месяц назад +5

    I was born and brought up in Upper Assam, so the fact of "kanwar yatra" has been relevant for me, during our childhood we saw immense dedication and devotion by the youths,kids, men and women in groups etc following up for this devotional yatra ..
    Those were the golden days...
    For the last 4-5 years I have been witnessing a drastic shift in this ceremony and purpose, trust me Tinsukia today doesn't feel like the place I was born in, never in my life I imagined this place and its people would have such an impact of "Bol Bam", this cultural shift in the name of spirituality is nothing but a threat to our society and the people residing here perhaps its sad that people don't realise..
    I never understood the reason behind putting up such massive sound boxes,Dj sets and generators following up a devotional journey and the songs played up aren't to be mentioned even... This year I have witnessed the worst that followed up in Doom Dooma..
    Tridip this message was needed and I appreciate the fact that you spoke up .. Thank You so much ...
    Devotion & Spirituality comes from within but not at the cost of conveying the wrong message for the sake of destroying our own Culture & Society.

  • @popiborah3897
    @popiborah3897 Месяц назад +4

    মনপুত এক আলোচনা ❤

  • @kborah6263
    @kborah6263 Месяц назад +11

    ভোজপুৰী গানত উত্তাল হোৱা আমাৰ শিৱ ভক্ত সকলে নিজৰ স্বাকিয়তাতো বজাই ৰাখিলে ভাল হয়।কাৰণ আমাৰ অগ্ৰজ সকলক আমি আমাৰ সক্ৰীয়তাটো বজাই ৰাখিবলৈ প্ৰেৰণা যোগাব লাগিব। ঔম নমহ শিৱ।

  • @mintudb5406
    @mintudb5406 Месяц назад +1

    খুব সুন্দৰ ভাৱে বিশ্লেষণ কৰা হৈছে। It's a matter of time when our culture Will perish unless we intervene as a community loyal to its culture.

  • @pradipkhoud4665
    @pradipkhoud4665 Месяц назад +1

    সত্যম, শিবম , সুন্দৰম ! শিৱ পূজাৰ নামত কোনো ধৰণৰ উৎপাত, অশান্তি, চিঞৰ বাখৰৰ স্থান নাই! প্ৰকৃত শাস্ত্ৰৰ তত্ত্ব জনা সকলৰ মতে কৃষ্ণ, নাৰায়ণ তথা বিষ্ণু ভগৱান শিৱৰ পৰা পৃথক বা বেলেগ নহয় ! বোল বমৰ নামত অসমৰ কিছু কিছু অঞ্চলত অপসংস্কৃতি হৈছে, ইয়াৰ বাবে বলিষ্ঠ ভূমিকা লব লাগিব পিতৃ মাতৃৰ লগতে সমাজ!

  • @utpalkrgogoi7430
    @utpalkrgogoi7430 Месяц назад +2

    খুব সুন্দৰ বিশ্লেষণ,,,, হয়টো সমালোচনা পাত্ৰ হব। তথাপি সঁচা কথা।❤

  • @surabhidas9818
    @surabhidas9818 Месяц назад

    সুন্দৰ কথাবোৰ। মই একমত

  • @jyotishsarma7563
    @jyotishsarma7563 Месяц назад

    Right discussion

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Месяц назад +7

    *আজিকালি বিহু, বিয়া, কলেজ function, স্কুল function, Christmas, জুবিনৰ সংগীতানুষ্ঠান আদি সকলোতে মদ খাই মাতাল হয় কিছু সংখ্যাক লোকে।*
    *মদ আৰু pronography অসমৰ অথবা ভাৰতৰ বাবে অভিশাপ। কলিকতাত যিটো ঘটনা হল সেইটো চিন্তাজনক। অসম চৰকাৰ আৰু ভাৰতৰ প্ৰায়ভাগ চৰকাৰে মদৰ পৰা পোৱা ৰাজহৰ মোহত মোহাছিন্ন। কিন্তু অসম আৰু অসমীয়া মানুহে চিন্তা কৰা উচিত যিমান টকা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে তাতকৈ বহুত বেছি টকা বাহিৰৰ ৰাজ্যত গুচি যায় কিয়নো মদ অসমত উৎপাদন নহয়। কোটি কোটি টকা অসমৰ পৰা ওলাই যায় কেবল অসমত মদাহী থাকি যায়।*
    *বাহিৰৰ ৰাজ্য সমূহত মদ আজিকালি বহুত খাই কিন্তু অসমত মদৰ পৰা গৈ ড্ৰাগছ ত ধৰে। বহু অসমীয়াই ড্ৰাগছ আসক্ত আৰু বহু অসমিঞা ড্ৰাগছৰ বেপাৰী?*

  • @asadrahman.3486
    @asadrahman.3486 Месяц назад

    Very good speech

  • @kinkumsddas5171
    @kinkumsddas5171 Месяц назад +1

    ভাল লাগিল কথাখিনি শুনি ❤ সত্য কথা কৈছে ত্ৰিদীপ দা 🙏

  • @bijukhatowal9575
    @bijukhatowal9575 Месяц назад +1

    ভাল হৈছে । অসমীয়া উন্নতি হৈছে । ভোজপুৰী সংগীত লাগিব ই আমাক ।

  • @dhirendrakumarbordoloi3709
    @dhirendrakumarbordoloi3709 Месяц назад +53

    Bol bomar birudhita àamio nakaro. Kintu mod bhang khai rastat uddam nriya Kari puja karile bhagawan santusta hai neki? Anya dharmar loke aamar Hindu dharamak hahibahe. A ne bahih rajyar sanskriti grahan jogya nahai

    • @jadav5123
      @jadav5123 Месяц назад +3

      😊right cmt sir . Puja maney mod bhung kori anondo nohoi jin lage .Puja maney bhogobanok hontusta deya .

    • @wrongwithyou-i9i
      @wrongwithyou-i9i Месяц назад +1

      তোমালোকৰ এনেকুৱা ভাৱ যেন অসমত বলবোমৰ কাৰণেই অসমত গঞ্জা আদি খাই ।।
      কিন্তু অসমীয়া ডেকা বুঢ়া দেখোন গোটেই 12 মাহেই ভাং মদ খাই থাকে , অধপতনৰ কাৰনে দোষ বেলেগক দি দিলে ।।

    • @wrongwithyou-i9i
      @wrongwithyou-i9i Месяц назад

      বিহুৰ সময়ত কি কোনো উদ্ভান্দলি নকৰে ?

    • @rajdeepdas5347
      @rajdeepdas5347 Месяц назад

      ​@@wrongwithyou-i9iBihut kora aro bhogobanor namot korar majot parthokyo ase

    • @mgnkl
      @mgnkl Месяц назад +2

      ​​@@wrongwithyou-i9i Bihu Bhogobanok Aradhona koru nki? Aru lolipop lagelu amar sanskriti nki? Bolbom koro Bihart ja, Bihur birudhita koro kela Bihari makasudu

  • @santanudas5145
    @santanudas5145 Месяц назад +7

    আপোনাৰ কথাবোৰ শুনিলে কিছু হ'লেও সকাহ পাওঁ, আপোনাৰ বয়সৰ যুৱকেও এইধৰণৰ চিন্তা কৰে ইমান পৰিপক্ক ভাৱে , আপোনাৰ দৰে মানুহৰ বাবেই অসমীয়া জাতি জীয়াই থাকিব বুলি আশা জাগে

  • @ultimatecreation....
    @ultimatecreation.... Месяц назад +9

    সুন্দৰ উপস্থাপন ৷৷
    কিন্তু সেই ল’লিপপৰ ব’লবম
    ভক্ত খুব কম ঘুৰি আহে , উপাসনা নহয় মৰিবলৈ যায় ৷

  • @kishorkrbaishyavlogs7820
    @kishorkrbaishyavlogs7820 Месяц назад +2

    একদম ❤ সঁচা🙏

  • @ReenaDewri-lx6ql
    @ReenaDewri-lx6ql Месяц назад +2

    সঁচা কথা কবলৈ হ'লে আমি ইয়াক পগলা সমাজ বুলি কম ।কাৰন নগাঁও কলঙৰ পাৰত বল বম সমাজখনক তেওঁ লোকে নিজেই পগলা সমাজ বুলি ছাইনবোৰ্ড আৰি ৰাখিছে। এইয়া পূজা সেৱা , শ্ৰদ্ধা ভক্তি ও নহয় মাথো পাগলামিৰ বাহিৰে একো নহয় । আমাৰ অসমীয়া মানুহৰ স্বকীয়তা নাই । অন্য সোঁতত উঠি ভাহি ফুৰা তুলুঙা পদাৰ্থ। ইমানকে কলো । আমি এতিয়াও টোপনিতে আছোঁ ।জাগিবৰ হ'ল ।

  • @mb.divine5992
    @mb.divine5992 Месяц назад +1

    ধন্যবাদ তৃদীপ কথাখিনি সুন্দৰকৈ কোৱাবাবে ।

  • @SittaranjanDas
    @SittaranjanDas Месяц назад +1

    চিন্তনিয় বিষয় প্ৰকাশ কৰিছা ধন্যবাদ আপোনালৈ।

  • @damodarbarman1163
    @damodarbarman1163 Месяц назад

    Ekdom right kotha dada

  • @bhaswatisaikia5587
    @bhaswatisaikia5587 Месяц назад +4

    সময়োপযোগী✨

  • @PM-gw1ou
    @PM-gw1ou Месяц назад +2

    আপোনাৰ লগত মইও একমত। আনক অনুসৰণ কৰা জাতিয়ে হৈছে অসমীয়া।

  • @aspirantlife789
    @aspirantlife789 Месяц назад

    Thank you rising the issue

  • @riikikashyap6322
    @riikikashyap6322 Месяц назад +3

    সুন্দৰ মন্তব্য দাদা শুনি ভাল লাগিল ধন্যবাদ দাদা

  • @sabita3055
    @sabita3055 Месяц назад +2

    বহুত ধন্যবাদ

  • @PrbinChutia
    @PrbinChutia Месяц назад

    তোমালৈ অশেষ ধন্যবাদ থাকিল ত্ৰিদীপ ভাইটি।তোমি এটি বৰ সুন্দৰ, সময়োপযোগী আৰু চিন্তা উদ্ৰেককাৰী বিশ্লেষন আগবঢ়াইছা। সঁচাকৈয়ে আজি আমাৰ সমাজৰ একাংশ লোকে, ঈশ্বৰ ভক্তি তথা ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত যি উদ্ভণ্ডালি,উশৃংসল আৰু অসহিষ্ণু আচৰণ কৰিব ধৰিছে,ই অতিকৈ চিন্তনীয় বিষয় আৰু সমাজত ই ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাইছে। বাতৰিকাকত, টিভিৰ জৰিয়তে আমি সকলোৱে এই কথা জানো বা অৱগত। কিন্তু কথা হ'ল, আমাৰ সমাজৰ ইমান অৱক্ষয বা অধঃপতনৰ বাবে দায়ী কোন‍? নিশ্চয় আমাৰ একাংশ অভিভাৱক বা পিতৃ মাতৃ বুলি ভাবো,কাৰণ আমি পিতৃ মাতৃ সকলে সন্তান জন্ম দিছোঁ ঠিকেই, কিন্তু সন্তানৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন কৰিবপৰা নাই বা কৰা নাই।ঘৰ খনেই ল'ৰা ছোৱালীৰ শিক্ষাৰ কঠিয়া তলি বুলি কোৱা হয়, গতিকে প্ৰত্যেক গৰাকী পিতৃ মাতৃ বা অভিভাৱকে সৰুৰে পৰাই নিজৰ সন্তানক,সজ আচৰণ,সজ বচন, বিনয়ী, শিষ্টাচাৰ, নৈতিকতা আদি জ্ঞানেৰে সমৃদ্ধ কৰি সঠিক পথত আগুৱাই দিব পাৰিব লাগিব।এই কণ দায়িত্ব সুচাৰুৰূপে পালন কৰিলে, কেতিয়াও আমাৰ ল'ৰা ছোৱালী বিপথ গামিতা নহয়,উশৃংসল নহয় বা সমাজৰ বোজা নহয়।তাকে নকৰি,আমি অধিকাংশ পিতৃ মাতৃ বা অভিভাৱকে নিজৰ ভাল পৰম্পৰা খিনি এৰি, পশ্চিমিয়া সংস্কৃতিৰ কায়দাৰে নিজৰ সন্তানৰ বাৰ্থদে পতিছো,কেক কাটিছো,চাকি বন্তি জ্বলোৱাৰ পৰিৱৰ্তে মম জ্বলাই হেপি বাৰ্থদে টু‌ ইউ,গাইছো আৰু পৰিয়াল বৰ্গ, আত্মীয় স্বজন তথা বন্ধু বান্ধৱী সকলক নিমন্ত্ৰণ কৰি আনি মদে ভাতে খাই ৰংৰহস্য কৰিছোঁ আৰু আমাৰ কণ কণ ল'ৰা ছোৱালী বিলাককো কেনেকৈ মদ ভাং খাই উচ্চস্বৰত মিউজিক বজাই হিন্দী গীতৰ তালে তালে অশালীন ভাৱে নাচি বাগি উদ্ভণ্ডালি কৰিব লাগে, উশৃংসল পৰিস্থিতিৰ সৃষ্টি কৰিব লাগে,আমি অভিভাৱক সকলেই দেখুৱাই গৈ থকা নাই নে? সমাজৰ এনে বিলাক ল'ৰা ছোৱালীয়েই এদিন ডাঙৰ দীঘল হৈ এনে ধৰণৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি নকৰে নে? গতিকে আমাৰ অভিভাৱক সকল বা পিতৃ-মাতৃ সকল সদায় সচেতন, দায়িত্ব শীল, মৰমীয়াল আৰু কৰ্তব্য পৰায়ণ হব লাগিব।তেহে ভৱিষ্যতৰ দিনত এখনি সুস্থ,সবল আৰু সুন্দৰ সমাজৰ আশা কৰিব পাৰি। ধন্যবাদ।

  • @bikulekharu3572
    @bikulekharu3572 Месяц назад +4

    হয় ককাইদেউ। সুন্দৰ কথা কৈছে।

  • @Harikrishna63G
    @Harikrishna63G Месяц назад +3

    তৃদ্বীপ বাপ, কৃষ্ণ কৃষ্ণ। মই ভাবো অসমীয়া লোকে আনৰ সংস্কৃতি গ্ৰহণ কৰি বৰ বা বা লয়। গাওঁ ও টো সুলভ দৃশ।

  • @axomcinematic2606
    @axomcinematic2606 Месяц назад +1

    ধুনীয়া কথা কৈছে। ময়ো একমত আপোনাৰ কথাত । জয় আই অসম ❤।

  • @rimisarkar4122
    @rimisarkar4122 Месяц назад +1

    Khub relevant kotha koise. Dhanyabad jonalu

  • @bijoybarman9373
    @bijoybarman9373 Месяц назад +3

    ভাল কথা এটা উত্থাপন কৰিছে আপুনি

  • @NG-cg3ip
    @NG-cg3ip Месяц назад

    Absolutely right

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 Месяц назад +2

    অতি দৃষ্টি কটু....এই উদ্ভণ্ডালিৰ ভৱিষ্যতে যে হ'ব, এই কথা মহাপুৰুষ দুজনাই দুৰদৰ্শিতাৰে অনুভৱ কৰিছিল, সেয়ে ইমান সুন্দৰ নিয়ম শৃংখলিত, বিজ্ঞান সন্মত এক শৰণ কৃষ্ণ সংস্কৃতিৰ সৃষ্টি কৰি থৈ গৈছিল। যাতে অসমীয়া কোনো দিন জহন্নামৰ বাটত যাব নালাগে। কিন্তু আজিৰ অসমীয়াই যিবোৰ কৰ্মত ব‍্যস্ত...কবলৈ ভাষা হেৰাইছে....

  • @dipikahazarika7245
    @dipikahazarika7245 Месяц назад

    আনক অনুকৰণ কৰি ভগৱানক ভক্তি কৰাটো ভুল নহয় যদিহে শান্ত সিষ্ট আৰু সৈম্য ভাবে কৰা সদাচাৰ আৰু শ্ৰদ্ধাৰে কৰা ভক্তি হয়,বিভিন্ন ভক্তই ভক্তি ভিন্য ভাবে কৰে, ভাবেই ভক্তি কিন্তু এনে উদণ্ডতাৰে কৰা ভক্তি আগুন্তক উঠি অহা নতুন প্ৰজন্মৰ বাবে অতি ভয়ানক । গতিকে আমাৰ প্ৰশাসনৰ ও এই ক্ষেত্ৰত কিছো কৰণীয় আছে বুলি ভাবো। ধন্যবাদ।

  • @musicsurabhi5992
    @musicsurabhi5992 Месяц назад

    বৰ সুন্দৰ কথা। এই কথাখিনি মুক্ত ভাৱে তুলি ধৰাৰ বাবে আপোনাক ধন্যবাদ। কিন্তু পৰিতাপৰ কথাটো হ'ল - ইয়াৰ বাবে সচেতন মহলত যথেষ্ট আলোচনা হোৱা নাই যেন লগিছে। ইয়াৰ উপায় হে চিন্তা কৰিব লাগে....

  • @junalibordoloi2087
    @junalibordoloi2087 Месяц назад

    100% Right.....

  • @tanveersingh3465
    @tanveersingh3465 Месяц назад

    ভাল কথা কলে আপোনি‌।

  • @bishwajitmahanta8016
    @bishwajitmahanta8016 Месяц назад +1

    ব'ল বম পালন কৰাটো বেয়া কথা নহয়।কিন্তু ধৰ্মীয় উৎসৱটো পালন কৰিবলৈ যাওঁতে অধৰ্ম কৰি থকাটোহে বেয়া।

  • @nabajyotiray931
    @nabajyotiray931 Месяц назад +3

    আপুনি খুবেই ভাল কথা কৈছে

  • @pradipnath8612
    @pradipnath8612 Месяц назад

    Bhal lagise sasakoi ami nijak pahari Paraiso..Aya Amar babe beya

  • @KamalDas-ob2lx
    @KamalDas-ob2lx Месяц назад +2

    খুউব ভাল কথা কৈছে ।

  • @narendradas5609
    @narendradas5609 Месяц назад

    Good analyses

  • @kochbitulrajbonshi689
    @kochbitulrajbonshi689 Месяц назад +1

    হয় ঠিকেই কৈছে আপুনি, মোৰ মতে আধ্যাত্মিকতা বা ঈশ্বৰৰ সাধনা সাত্তিক মনোভাৱৰে কৰা উচিত, ডি জে বজাই তামসিক মনোভাৱৰে নহয়।

  • @arpanbora8423
    @arpanbora8423 Месяц назад +1

    Wonderfull ❣️❣️❣️ great work dada

  • @kushalchetia2670
    @kushalchetia2670 Месяц назад +6

    অসমত শিৱ পুজা কৰিছিল । কিন্ত ৰাস্তাত বলবম বুলিচিঞৰা নাছিল ।

  • @padmapaninath
    @padmapaninath Месяц назад +5

    অসমৰ এচাম মানুহ হাৱাত উটি ফুৰা

  • @padmeshwardeka7740
    @padmeshwardeka7740 Месяц назад +1

    কোনোবাই বেয়া পোৱালৈ ভয় কৰা লোক অমুকা নহয় ।।।।।
    নিৰ্ভ‌য়ে উদঙাই দিয়ক। নিজৰ অস্তিত্ব চিনি নোপোৱা ফোপোলা ফোপজহী বোলবম অসমীয়া কেইটাৰ।।
    ধন্যবাদ।।

  • @satyanathdeori2900
    @satyanathdeori2900 Месяц назад +2

    ভাল লাগিল।

  • @sanjaykalita-p9q
    @sanjaykalita-p9q Месяц назад +1

    মোৰ মনৰ কথাকে কৈছে। আমাৰ অসমৰ কিছুমান লৰা বিলাকৰ ৰাজহাৰ নাই।

  • @DIPTIHAZARIKA_
    @DIPTIHAZARIKA_ Месяц назад +1

    Khub xundor kotha koisa .
    Xosakoi aibur bondo krib loga hoise nhle pisloi aru bhut besi bea hbgoi

  • @BHODRESWARBORA-y6l
    @BHODRESWARBORA-y6l Месяц назад

    কথা বোৰ অসমৰ মানুহে গুৰুত্বপূৰ্ণ ভাৱে লৱ বুলি আশা কৰিলো ।

  • @bidit.cht2448
    @bidit.cht2448 Месяц назад +3

    এইসকল hybrid অসমীয়া , জাত এৰা অসমীয়া (হায় মোৰ অসমীয়া)!

  • @Neuclear_Boy
    @Neuclear_Boy Месяц назад

    এক'মত ককাইদেউ 💪🏻🙏🏻🙏🏻❤️

  • @jennieshorts4450
    @jennieshorts4450 Месяц назад +1

    Dil ki baat kehdi Dada ❤

  • @priyankadas3542
    @priyankadas3542 Месяц назад

    Really hoi ai dharane shiv babak napai teo akhantusta he hbo

  • @urbijadas4547
    @urbijadas4547 Месяц назад +1

    দ্ৰুত হাৰত বৃদ্ধি পোৱা ধৰ্ষণ সম্পৰ্কে এদিন আলোচনা কৰিব...ধৰ্ষণ সম্পৰ্কে সচেতনতা জগাই তোলাটো খুবেই আৱশ্যক...

  • @mintugogoi2017
    @mintugogoi2017 Месяц назад

    Tumar bakya ati prashangsaniya . Moi lagat ek mat .thanks .

  • @subhamlala813
    @subhamlala813 Месяц назад

    Agreed with you 💯,our culture is different

  • @purnanathborah2729
    @purnanathborah2729 Месяц назад +2

    উচিত উপস্থাপন ৷

  • @monjullaborthakur447
    @monjullaborthakur447 Месяц назад +1

    বৰ ভাল কথা কৈছে

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 Месяц назад +3

    সময় থাকোতেই কথাবোৰ সকলোৱেই ভাবিবৰ হল। যুক্তিপূর্ণ কথাখিনিৰ বাবে ধন্যবাদ।

  • @diptanshugogoi
    @diptanshugogoi Месяц назад +4

    Bhal lagil Tridib! Ami kotha tu bujibo lagibo aru xoru burok bujabou lagibo. Manuhe jodi mone bisare, bhogoban'k nijor majote pai. Enebur udbhondali korar kunu proyojon nai.

  • @JibanGogoi-wn1tp
    @JibanGogoi-wn1tp Месяц назад

    ধন্যবাদ সময়োচিত আলোচ্য বিষয় ৷

  • @prashantaburagohain2266
    @prashantaburagohain2266 Месяц назад

    সঁচা কথা ।

  • @punyakonwar41
    @punyakonwar41 Месяц назад

    💯 right

  • @UnwindPhysicsWithNamashya
    @UnwindPhysicsWithNamashya Месяц назад +1

    An eye opener and something to reflect upon as Assamese. Such acts are mockery of spiritualism.

  • @PratulMedhi-p9o
    @PratulMedhi-p9o Месяц назад +1

    An excellent introspection to keep reserve our native and ethnic culture.

  • @kingrabha5376
    @kingrabha5376 Месяц назад

    Bhal kotha koise

  • @anantaborgohain3971
    @anantaborgohain3971 Месяц назад

    আপুনি একেবাৰে সময়োপযোগী ঠিক কথা কৈছে। আপোনাৰ সতে মইও একমত।👍👍

  • @medhilogichouse7859
    @medhilogichouse7859 Месяц назад

    অসমৰ এটা শ্ৰেণী অধপতনে গৈছে।

  • @chandandeka5633
    @chandandeka5633 Месяц назад +1

    মজা এই বোৰ কেলা জহৰা। অসমীয়া নামৰ কলংক এই জহৰা বোৰ। মই ইহতক আখ্যা দিছো ন বিহাৰী বুলি ।

  • @kulsomakhatoon7341
    @kulsomakhatoon7341 Месяц назад

    Ishwar bhakti, nihabda nirab,e ammar mon aru atmar lagat jorito. shukriya.

  • @jumonkotoky9307
    @jumonkotoky9307 Месяц назад +2

    দাদা বহুত বহুত ধন্যবাদ আপোনাক ভিদিওটো বনোৱাৰ বাবে

  • @damodarbarman1163
    @damodarbarman1163 Месяц назад +1

    Dada apuner kothatat ekmot