Sob bhal asil. Kintu eta kotha gutei video tur amej tu naikia kori dile. Jibo jontuwe ketiaba baat herai kisu homoyor karone kunba osin jegat goi pabo pare, karon jibo jontuwe tu manuhe bonua boundary buji nepai.. Pise apuni jidore da aan pakhi kaat khel korise, huni bhal nelagil. Kunuba beleg manuhor ghoror jibo jontu aabodho kori eneke resort nukhulibo dada. Beya nepabo kotha haar kua babe
1st view pls pin me ❤
Sob bhal asil. Kintu eta kotha gutei video tur amej tu naikia kori dile. Jibo jontuwe ketiaba baat herai kisu homoyor karone kunba osin jegat goi pabo pare, karon jibo jontuwe tu manuhe bonua boundary buji nepai..
Pise apuni jidore da aan pakhi kaat khel korise, huni bhal nelagil. Kunuba beleg manuhor ghoror jibo jontu aabodho kori eneke resort nukhulibo dada. Beya nepabo kotha haar kua babe
বৰ ধুনীয়া পৰিবেশ, ভাল লাগিল ❤ ৰাজীৱ দাক নমস্কাৰ জনালোঁ ।
❤❤ ৰাজীৱ দাৰ সুন্দৰ পদক্ষেপ ভাল লাগিছে ❤❤ সময় সুযোগ পালে যাম বাৰু এবাৰ চাৱলৈ ❤ ৰাজীৱ দাৰ সু.স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ❤❤❤❤❤
মৰমৰ ৰাজীৱ ক্ৰদাক বহুদিনৰ মূৰত দেখা পাই বৰ আনন্দ পালো।বৰ ভাল মানুহ তেওঁ।ভাল কাম কৰি আছে।উভয়কে ধন্যবাদ জনালো।
বহুত সুন্দৰ পৰিৱেশ। মানে ভাষা নাই লিখিবলৈ। তেখেতৰ কামেই তেখেতৰ পৰিচয়। Great work.
ভিডিঅ'টো চাই বহুত ভাল লাগিল,ৰাজিৱ অভিনয় লগতে সকলো দিশতে পাৰ্গত। তেওঁ সদায়েই কুশলে ৰাখক ভগৱন্তই তাৰেই কামনা কৰিলোঁ ❤️
Pun prothome apunak karbi Anglong jilla loi swagotom jonaisu nilutpal da bohut vl lgil video to love from karbi Anglong ❤❤
ৰাজিব দাই বৰ সুন্দৰ কাম কৰিছে, মোৰ তেনে এটা সপুন আছে, ভাল লাগিল
ভাল লগা অসমৰ এজন জনপ্ৰিয় অভিনেতা শ্ৰীযুত ৰাজীৱ ক্ৰ ডাঙৰীয়াৰ সাক্ষাৎকাৰ আৰু তেওঁৰ মতামত শুনি দেখি আপ্লুত হলো।
শ্ৰীযুত ক্ৰ ডাঙৰীয়ালৈ আমাৰ শুভেচ্ছা থাকিল ।
বহুত ভাল লাগিল নিলোৎপল দা ৰাজীৱ দাৰ বিষয়ে বহুত নজনা কথা জানিলো..My all time favourite actor ❤
বহুত বহুত ভাল লাগিল তেখেতক দেখা পাই ।তেখেতৰ অভিনয় নেদেখি কত গল কি হল । ব্যৱসায় দেখি বৰ ভাল লাগিল ।সুখী জীৱন
vdo ২ চাই খুবেই ভাল লাগিল। পৰিবেশটো দেখি যাবই মন গৈছে।ৰাজীৱৰ আৰু উন্নতি হওঁক তাৰেই কামনা কৰিলো।
ক্ৰ দাদা এজন সৰল মনৰ মানুহ৷
বহুত ভাল লাগিল এই ৰূপত দেখি৷
এটা বাস্তব কবিতা দেখিলোঁ,কি অপূৰ্ব পৰিবেশ--- ৰাজীৱ দা -- কি কম আপোনাক? মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনালোঁ।* আৰু নিলোৎপল দা-- ৰাজীৱ দাৰ সপোনৰ ঘৰ খন দেখুওৱা বাবে অশেষ ধন্যবাদ থাকিল।
Rajib da ,you are doing really great job ...we love you too much..... Goi aso ...log Pam ..
ৰাজীৱ দাৰ কথাবোৰ শুনি বৰ ভাল লাগিল
ৰাজীৱ দাদা আমাৰ যাব ইচ্ছা আছে আপুনি আমাক যাবলৈ দিবনে ইমান ধুনীয়া পৰিৱেশ ৰাজীৱ দাদা কাদামবৰিত আপোনাৰ অভিনয় দেখিলে মোৰ অকণমানি কৰাটোৱেই হাহি হাহি বাগৰি যায়
Hsa ke de mon tu video tu Sai fresh hoi gol... 🥰👍
Bohut val lage manuh jonok❤
Kiya
সঁচাই দাদা জনক বহুত ভাল পাওঁ।love U
চাই থাকোতেই ভিদিওটো কাতিয়ানো সময় খিনি পৰ হৈ গল গমকে নাপালোঁ। বহুত ভাল লাগিল।
Love from Biswanath chariali. Stay blessed Rjibv Kokai
Bahut val lagise... Manuh jon r aru val howk... 🙏🙏
মাটিৰ মানুহ তেওঁ খুব ভাল লাগে মানুহজনক ভালেই থাকক দাদা ।
😅oo😅oooo😅ooooo😊ooooo😅o😅oo😅😅😅oo😊😅😅😅😅o😊😅oo😊o
O😊oo😊
Bohut val lagil thanku dada
Bahu dinar murat aaponak dekhi bhal lagiche.❤
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিচু কেতিয়াবা জাম বাৰু সেইপিনে 🙏🏼
সৰুতে তেখেতৰ অভিনয় চাইছিলো ৰংমিলিৰ হাঁহি নামৰ ধাৰাবাহিকখনত।সেই সময়ৰ পৰাই চিনি পাওঁ তেখেতক।বহুত দিনৰ পিছত আজি তেখেতক দেখি ভাল লাগিল আৰু কামবোৰ দেখি বহুত ভাল লাগিল।
মাটিৰ শিল্পী তুমি সকলোখিনি তোমাৰ অভিনেতা ঈশ্বৰৰ আশীৰ্বাদ পাই থাকক খেতি-বাতি হাঁহ ছাগলী কুকুৰা পালি জীৱন ধন্য কৰাৰ লগতে বিভিন্ন বোলছবি চুটি ছবি ভিডিঅ' বনোৱা আৰু কি লাগে অসমীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই
বৰ ধুনীয়া পৰিৱেশ ❤❤❤
সচাকৈ বহুত ধুনীয়া পৰিবেশ ।
Rajib da apunar xhuswastha kamona korilu ❤
Rajiv kro very honest and respected actor.best kautuk abhineta.we hope he will happily in future life
অন্য ৰূপত আজি প্ৰিয় অভিনেতা ৰাজীৱ ক্ৰ'ক দেখা পালোঁ। স্কোৱায়াৰ ফিটৰ পৰা এতিয়া স্কোৱায়াৰ বিঘাত বাস কৰা ক্ৰ' দিগন্ত পৰিধিৰে ব্যাপ্ত হৈ পৰক। বৰ ভাল লাগিল।
Good morning,sai val lagise,ajon actor ,n hasha a ting kori ase.
সঁচাকৈ তেখেতৰ presentation বিৰাতেই সুন্দৰ।
Salute you Rajiv kro ., for your great achievement.
Iman dhunia poribekh.
.iman dhunia koi rakhise rajib dai
Bhal lagile...💖
Bohut vaal lagil Rajib Da.
Ati hundar saibhal lagil❤
Xindor hoise.dhonyabad.❤❤❤❤❤
Bor hundor poribekh . Vaal lagil
Great person great work ❤
অতি সুন্দৰ, ভাললাগিছে
Mojjaa
❤❤ শান্তি অট্টালিকাত নহয়। গাঁৱৰ সৰু পজাত হে থাকে ।
Mon to Bahut val lagil video to sai
Val lagil video to sai. Jam ebar
Fully Naturel video sai val lagil
সময় পালে এপাক মাৰিম 😍
Bhi t vl lgi❤❤❤
খুব ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে, আজিকালি তৰাডুবিৰ ঘৰত নেথাকে নেকি?
Kongfu master hen loga hoise ❤
মানুহ জন বহুত ভাল হয়
Good message sir🎉🎉🎉🎉
বৰ ভাল লাগিছে
Very nice dada
Bohut val lagil
ভাল লাগে
Val lgil videotu sai❤
Vl lagil ❤😊
Val lagil.....abar dekha puwar babe Nedekhajonok parthona krim....
গৈছিলো, ভাল লাগে থাকি।
Unique.next level.
ৰাজীৱ দা চুৰ নিকি হাহ কুকুৰা লোকৰ আহিলে বুলি ধৰি ৰাখে আমাৰ ঘৰলৈ আহে লোকৰ ঘৰৰ কুকুৰা হাঁহ আঁহে বুলি ধৰি ৰাখিম নেকি
Love you rajip khura❤❤❤❤
Lot's of love from Diphu Karbi Anglong 😊
Eman dhunia paribekh manumuha❤❤❤❤
Moio same bonaiso 9 bigha plot. Sb ase farm pukhori sb ase
@@tapankalita2716 oh vle krise...
@@sangita250 hello ki khobor
Rajib da Mur paribekhtu bor vl lagiser
Rajip da long life jai hind
এদিন যাব লাগিব। গাহৰিৰ মঙহেৰে মানে ঘৰতেই বনোৱাজাতৰ লগত মানে মজা লৈ আহিব লাগিব ।
Bor positive manuh jon ❤️
Best step , thanks
Wow ki xundar paribekh
সত্য কথাই কৈছে আপুনি। মানুহে কি নকয়
Dream ❤
Best wishes ❤❤
❤❤❤very nice
মানুহ জন প্ৰিয় 🙏
ভিডিঅ’টো চাই বৰ ভাল লাগিলে। ৰাজীৱৰ ঠিকনাটো জানিলে আমিও গাৱলীয়া পৰিবেশত এদিন কটাই আহিব পাৰিলোহেতেঁন।
Contact no dia ase video t
ডিফুত আছে। মাঞ্জাৰ ফালৰ পৰা গলে ডিফু টাউন পোৱাৰ আগত। বিৰলাৰ ওচৰত।
SUNDAR
Awesome ❤
ভাল লাগিছে
Aru lge video
Vl lgil dekhi
dhunia poribesh
কাৰ্বি আংলঙৰ কথা কলেই অভি নীলৰ কথা হে মনত পৰে।
Oti hundor video
Val Lagil .
Ata xomoior ajon bhal actor
0:25 1:22 3:40. 4:30 6:18 9:54 13:17 17:14 (19:59 (20:58 21:47😮 24:47😢 27:25fm (30:09sa😂😂
So nice video
Val lagil❤
❤️
Nice
Dada pataka khon pori ase uthai diyok❤❤❤
Ki xundor manuh.
I guess Rajiv sir will be appearing in Famliy man 3
Val lagil video2 sai ❤❤