গাড়ীত গ’লে গা বেয়া লাগি বমি হয় পাইছে নে আপোনাৰ ?? কিয় হয় ?? নহবলে কি কৰিব ??
HTML-код
- Опубликовано: 7 сен 2024
- #Healthy_Assam #দেৱোত্তম #Devottom #Devottom_অসম #সজাগ_অসমীয়া #AatmanirbharAssam #Health #HealthAwareness #RUclips #JaiHind #BharatMataKiJai #onceasoldieralwaysasoldier #হৰহৰমহাদেৱ
স্বাস্হ্য সম্পৰ্কীয় বিধিগত সকীয়নি :
উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয় । শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক ৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী ,খাদ্য ৰীতি ,ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক ৷
আপুনি যদি কিবা বেমাৰত ভুগি আছে বা আছিল তথা যদি আপুনি কিবা দৰৱ খায় আছে বা আছিল তেন্তে আপোনাৰ মেডিকেল নথিপত্ৰ সকলোখিনি ভেকচিন দিয়াৰ আগত দায়িত্বত থকা চিকিৎসক জনক দেখুৱাওক লগতে আপোনাক চিকিৎসা কৰি থকা চিকিৎসকৰ লগত আগতে এবাৰ পৰামৰ্শ কৰি লওক ৷
Medical Disclaimer:
This content is not intended to be a substitute for professional medical advice, diagnosis or treatment. Please consult with your Physician with any questions regarding a medical condition. Never disregard professional medical advice or delay in seeking it because of something you watch in this video. Please consult with your physician before changing or adding any lifestyle, food, medication or supplement.
Instagram profile: ...
Facebook profile: / dr.dipam
Facebook page: / devottom1
Music credit: channel name: @Sanu Sharma Entertainmentlink: • O Mur Apunar Dekh || I...
Photo credit: www.unsplash.com
Video edited with: Kinemaster app
Thumbnail edited with: PicsArt app
Animation credit: Pranjal Pratim Gare and his RUclips channel “Rebel Times” / channel
হয় দাদা মই গাড়ীত উঠিব নোৱাৰোঁ ,বমি উলাই । বিশেষকৈ বাছত । কিন্তু বাইকত উঠিলে একো নহয় ।
Muru same 😭😭😭😭
Moro same
Sem mr o
Thike keissa
garit olp duroloi gole bomi hoi aru jdi tarning (gwhti jurabt) t speed jai tetia besikoi hoi 😞
ধন্যবাদ ডাঃ মোৰ এই সমস্যাৰ বাবে মই বহুত কষ্ট পাও।সদ্যহতে কাৰ জাতীয় গাৰীত বেছি অসুবিধা পাও ।আজি বহুত ভাল কথা জানিলো।
আপোনাৰ কথাবোৰ শুনিয়েই মানুহৰ বেমাৰ ভাল হৈ যায়। ভগৱানে আপোনাক সদায় সুস্থ ৰাখক। সকলোৰে স্বাস্থ্যৰ কাৰণে এনেধৰণৰ বহুমূলীয়া শিক্ষাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ককাইদেউ।।।🙏🙏🙏
right
Akdom Thik kotha koise
মোৰো গাড়ীত গ'লে বমি হয়।এভ'মিন টেবলেট খায় লও।
আপুনি এগৰাকী অতি ভাল motivator. মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰি আছো বিগত তিনিমাহ ধৰি। লগতে সদায় ২০/২৫ কিঃমিঃ চাইকেলো চলাওঁ। মই তিনিমাহত প্ৰায় ৮ কেজি ওজন কমাবলৈ সক্ষম হৈছে। আপোনালৈ অশেষ ধন্যবাদ।
ৱাহ! অসমীয়াত এনে উপযোগী ভিডিওৰ বৰ অভাৱ অনুভৱ কৰি আছিলোঁ। 👌👌
প্ৰায় মানুহৰে হয়। সচাঁ , সৰু কথা কিন্ত অতি জৰুৰী । ধন্যবাদ চাৰ 🙏🙏 । বহু উপকাৰ হ'ব , এই ভিডিঅ'ৰ জৰিয়তে ।
Dear Deepam Barman Sir, you are a very helpful person and you love Assam and Assamese people so much, and therefore, my head always bow down towards you. May you live long.
Thank you very much
আপোনি ৰাইজৰ বাবে ভগৱান স্বৰূপ মহাশয়।আপোনাৰ video বোৰ চাই মনত বহুত বল পোৱা যায়।অশেষ ধন্যবাদ আপোনালৈ।
সুন্দৰ
এনে সুন্দৰ পৰামৰ্শ দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। এই সমস্যটো মোৰ আছে। এতিয়া নিশ্চয় উপকৃত হ'ম।
Good sir.i proud of you 💕....a good massage for huminity life
বহুত বহুত ভাল লাগিল ভিডিঅ'টো চাই। এনেকুৱা মোৰ হয় গাড়ীত উঠিলে। মই ৩০ কি:মি গাড়ীত যাত্ৰ কৰিব নোৱাৰো। বমি হয়। আজি ভিডিঅ'টো চাই বহুত খিনিয়ে সহায় হ'ব মোৰ। ধন্যবাদ ছাৰ।
ধন্যবাদ ছাৰ , মোৰ বাছত গলে নহয়, ঘৰৰ গাড়ীত উঠিলে গাটো বহুত বেয়া লাগে। উশাহ লোৱাত কষ্ট পাওঁ আৰু বমি হয়।
মোৰো একেই😪
muru ekei... haru gari t gole hoi
Muru same
মোৰো একেই
Same 😂
DA, SIR,
আপোনাৰ এই ধৰনৰ পৰামৰ্শ বোৰে
আমাক সদাই উপকৃত কৰি আহিছে।
বহুতো ধন্যবাদ। এই ধৰনৰ সহায়ৰ
বাবে ভগৱন্তই আপোনাক শক্তি দিয়ক।
Dhonyobaad thakil...bhale thakok
অতি সুন্দৰ ❤️❤️ Very informative video..🙏🙏👍
ধন্যবাদ আপোনাৰ পৰা বহুত কথা জানিব পাৰি ছো ।
আপোনাৰ ভিডিঅ'চাই বহুত নজনা কথা জানিবলৈ পাই বহুত ভাল লাগে।আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ 🙏
Thank you so much doctor this video is much needed for me...... 🙏🙏🙏
You are most welcome
বহুত ভাল কথা এটা জানিব পাৰিলো ধন্যবাদ থাকিল চাৰ ।
You are most welcome
Thanks upai tu diyar karone🙏🙏🙏Bohut dangor problem asil mur
দাদা আপোনি এনেকুৱা উপহাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ❤❤
poita bhat piaj, bhoot jalakia remix kori khabo
Most Helpful Video.
Thank you So Much Sir. ❤️
কিছুমান মানুহৰ দিনত যাত্ৰা কৰিলে বমি হয়। কিন্তু ৰাতি যাত্ৰা কৰিলে বমি নহয়। সেইটো কিয় হয়?
Mur hoi ankua
Ekdm....mor rati nhoi, dinot hoi
বিষৰ বিষয়ে অবনি অলপ
হয় দাদা , মোৰো বমি হয় । সেয়ে মই আগদিনা ৰাতিয়েই ভাত খোৱাৰ পিচতেই এভ'মিন খাই শুই যাওঁ । তেতিয়া মোৰ ভাল টোপনি হয় আৰু পিচদিনা ৰাতিপুৱা জাৰ্নি কৰিলে একো নহয় আৰু । ধন্যবাদ দাদা
Kotha khini bojai dia baba khondor. Thanks❤
😭😭😭😭😭😭
সদায় হয় সদায় 😭😭😭😭
কিমান সময়ত কিমান লাজ পাওঁ
Muru same condition
Thank you so much sir🙏🙏🙏🙏
Thank you for the information sir.
I kindly request you to make a video on alopecia 🙏
বহুত বহুত ধন্যবাদ জনালোঁ।
Helpful information thank you so much sir 🙏
দাদা সচা আপুনি বৰ সুন্দৰ সুন্দৰ লগতে উপকাৰী ভিডিউ বনাই আছে সাধাৰন মানুহৰ বৰ সুবিধা হৈছে
Very informative one sir... Feel nauseated whenever I head into a distant location on our family car, but never felt the same on Buses, trains and flights!
Thank you sir for this helpful information 😊
অতি সুন্দৰ ভিডিও 👌👌👌👍👍👍
Dhonyobaad
@@DevottomAxom Sir apunar lgt Mor personal Kotha ase, mor situation beya hoi ase, plz phone number tu diyok sun
বহুত উপকাৰী ভিদিও। মোৰো বাছ বা ট্ৰেভেলাৰত গলে বমি ওলাই। ধন্যবাদ DAA.
মই আজি subscribed কৰিলোঁ
বহুত সুন্দৰ উপদেশ দাদা ৷ মই নিজে গাড়ী চলালে একো নাই কিন্ত Bas বা car ত কৰবাত যাবলৈ বহিলে অলপ দূৰ যাওঁতে ,আপুনি কোৱা বেমাৰটো লাগিধৰে ৷৷
ধন্যবাদ ৷৷৷
Helpful Explanation Dear sir Thanks 🥰
ভাল লাগিল । মোৰো কেতিয়াবা এনেকুৱা হয় । ধন্যবাদ জনালোঁ আপোনাক🙏🙏
খালী পেটত DSR যুক্ত Gas ৰ টেবলেট এটা খাই ল’লে বমি কেতিয়াও নহয়৷মই প্ৰমাণ পাইছো
শিৱসাগৰ পৰা যাচিলোঁ❤️
Dhonyobaad thakil
মৰো হয় বমি । ভাল লাগিল চাই । আজিয়ে প্ৰথমবাৰ চালো আপোনাৰ Video
ধন্যবাদ 🙏 আপোনাৰ সকলো ভিদিয়য়ে বহুত অনুপ্ৰাণিত কৰে, মোৰ মাৰো সেইটো problemb আজিকালি হৈছে, জানি ভাল লাগিল।।
Thank you for the information Sir. I have this problem.. I some times face this travelling for less than 5 km. It start within 2 minute..It's now a phobia for me so I take avomin when ever I travel by car. .I really try to distract myself but of no use. It start with cold sweat and than vomit.
You are most welcome
হয় দাদা মোৰ হয় তেনেকুৱা 😭 জানিবলৈ পায় বহুত বহুত ধন্যবাদ 🙏
ruclips.net/video/L2x9oRdmDWU/видео.html job related video sabo bisare jdi aii chnl tu sabo pare nissoy val pabo, dhonyobad 🌼
Thank you so much.Next video parile stammering r uprt dibo.
Good evening sir very helpful
Thank you sir ♥️ Bhut VL kotha koise Apuni..Apunar Kotha kowa mosn2 bhut dhuniya hoi sir👍
উপকৃত হলোঁ ❤
🙏🙏👍👍
মোৰ বিষৰ হোৱা কাৰণৰ ওপৰত 🙏🙏
আপোনাৰ ভিডিঅ' ছাই মই নজনা কথা বহুত জানিব পাৰিছো । সেয়েহে আপোনাক বহুত বহুত বহুত ধন্যবাদ ছাৰ ।
মোৰো এইটো জন্মগত এ হয় চাগে....
কোনদিনা যে ভাল হ'ব
Onthoror pora dhoinnobad 🙏
Hoi dada Apunar ei vdo2 pai bor vl lagil.Mur suwali jonir bomi hoi.apunar pora poramorxo pai bor vl lagil..dhanyabad.
Bohut dhunia topic koise de.. Eman journey koru private garit..tothpi sodai ga beya lge.. Long journey buli kole agdina r porai tension hoi thake..
Ekunai...tension nolobo
Same conditions 😂
Same condition
Thank you sir 🙏
Video 2 amar majot agborhai diya babe bahut bahut dhoinobad dada.its valuable 💓💕 .lots of love to your family from my side💌😊
Proud to be Nalbarian Dada
Sir..I have anxiety issue, whenever I have anxiety, I have vomit feeling which is very worse. I get this feeling again and again and don't stop unless my tension leaves me, kindly make a video on this topic as it is very important to cope with such issues. It will be very helpful if you do so, sir 😇😇
Same problem.... Mor vat khowa timt hoii.. Voi lage vat khabo
@@gokulboro2940 vat khabo voi lge
Tq ❤️ so much 💕❤️
আপোনাৰ পৰামৰ্শ শুনি বহুত উপকৃত হলো, এইবোৰ সমস্যা মোৰ নাই নহলেও অইন মানুহক এই পৰামৰ্শ বোৰ দিব পাৰিম , তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দাদা
Yes sir you are right
dada.video.to sai.bht val lagil..xikilo bht..thnk u so much
Bhal lagil apunar comment pai
অতি সুন্দৰ 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
ধন্যবাদ ছাৰ, মোৰ সুব বেছি মূৰ ঘূৰাই আৰু বমিও হয়। মই সেই বাবে দূৰ ঠাইত যাবলৈ নোৱাৰো।
Bohutor hoi...sinta nokoribo
Morigaon r pora❤❤❤❤❤
খুব সুন্দৰ কথা ক'লে ছাৰ |উপকৃত হ'লো |
Thank u sir for your help 🥰. Because I have vomiting in journey 😇
Bhut val kotha kle Sir Thank u ❤
হয় Sir ,মই বাছ বা 4wheeler ত Travelling কৰিলে বমি হয় ,কিন্তু নিজে যদি 4wheeler Ride কৰো তেতিয়া বমি নহয়
অতি সুন্দৰ 👍
Dhonyobaad
@@DevottomAxom Sir mor CISF or gynecomastia r karone Re-medicil dise GMCH ot Doctor ot dekhalu 11ta blood test korale report normal buli kole fit certificate o di dile
Kintu sir mor boobs olop dongar ase kene koi thik korim sir
Re medical ot fit hom ne sir
Plz help me Sir
প্ৰথমবাৰ ইমান informative অসমীয়া ইউটিউব চেনেল দেখা পাইছোঁ।🙂🙂🙂
Lots of good things to learn from your video sir !
Thank you for your comment.. 🙏🏻☘️💐🍁
@@DevottomAxom hoi Doctor sir Moi ORS panit milai khai diu Garit uthi e, aji 2 years hol relief paisu seriously
বাইকত পাৰোঁ গাড়ীত কতো যাব নোৱাৰো 😭
দাদা ওখ কেনেকৈ হব পাৰে তাৰ ওপৰত ভিডিও এটা বনাবছুন 🙏🙏
Umm muku lge😭
মইও গাৰীত উঠিব নোৱাৰোঁ Sir,long journey কৰিলে মোৰ মূৰ ঘূৰাই বমি আহে।
এইটো প্ৰশ্ন সকলোৰে বাবে প্ৰয়োজনীয় ।মোৰো তেনেকুৱা হয় । ধন্যবাদ ছাৰ জানিব পাৰি
Thank you, mur u bomi hoi...aikhini ktha gom pai val lagil
ধন্যবাদ |
মোৰ গাড়িত উঠিলে বমি হয় , গাবেয়া লাগে | আপোনি কোবাৰ দৰে হয় | table তোৰ নাম দি দিব চোন plz |
খালী পেটত গেছৰ টেবলেট এটা খাই গাড়ীত উঠিলে বমি নহয়৷
Bangalore pora
Thank-you sir
You are most welcome
Nice
Thank you very much
@@DevottomAxom mur hoi o
ধন্যবাদ ছাৰ কথা খিনি কোৱা বাবে বহুত ভাল কথা কৈছে 😌
Thank you sir ❤❤ vl lgil
Bhut val lagil sir moy bhut khin khaleo ake hoy thako kiata upai diyk con
ধন্যবাদ,বহুত কথাই আজি গম পালো ।
Vl lagise sir video to
Sir, apunar video bur moi sau bhal lage , bohut nojona kotha jonai thank you 🙏
Wow moja hoise
Val lagil vedio to sai
Tq u dada
Nice Information.. Thanks a lot sir..
Jani val lagil. Thank you sir.🙏🙏🙏🙏👏👏👏
Thanks.Monoranjan(Biswanath chariali)
❤❤bohut bohut dhoinyobad ...mur aitu problem asil axa koru atiya naikia hobo akebare already hoisei olp nykia😊
Yes thikei koise. Mur atia val hol besike journey kora karne. Thank you sir 🙏
Hoi sir vaal lagil apuni mur manar khotta tute koi dise sir.
বহুত ভাল লাগিল আপোনাৰ কথাবোৰ
Eman valkoi bujai diyar babe bohut bohut dhonyobad sir🙏
Val lagil.....eta question eitu jihetu balance r karone hoi hokolure hobo lage kiyo kisumanor he hoi
Really sir, Akdom milise aponar kotha bor... Driver or xeibabe eitu problem nhoi,thik.... Val lage aponar vdo bor..
Dada apunak bohut bhal lage
Bhuot bhal video
Thank you it's helpful for us
Val lagil video tu sai