Tarali ba is undeniably one of the most technically sound musician of Assam. The effluent, naive semi-classical notes, the tabla alongside the sitar mixed with electric guitars all were magical. But more than anything, the lyrics & the aalaps were the ones that captivated me. । মোহাৰি মৌনতাৰ চিঞৰ । । Majestic stuff.
তৰালীবা; আপোনাৰ কণ্ঠত এনেকুৱা কি আৱেগ আছে নাজানোঁ, কিন্তু কিবা এক ভাললগাৰ পৰশত দুচকু সেমেকি যায়। one of the best song in my list. কালজয়ী হওক গীতটো ❤❤❤❤ বহুত মৰম অ'
খুব দুখ লাগে যেতিয়া তৰালি বাৰ মধুৰ সুৰীয়া গান শুনিলে কোনোবাই মোক কয় কি যে শুনি আছা । হয় জুবিন গাৰ্গৰ গান ময়ো বহুত ভাল পাওঁ । কিন্তু তৰালী বাৰ গান মোৰ প্ৰিয় ।
দৰ্শক কম মানে কাম ভাল.... সুন্দৰ বাইদেউ ❤ আপোনাৰ দৰ্শক আৰু শ্ৰোতা পৃথক
এটি সুন্দৰ গীতৰ সুন্দৰ উপস্থাপন, আমাৰ দৰে শ্রোতাক এনে গীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ
The magical nightingale of the Assamese music world.আনে নোযোৱা বাটেৰে নোযোৱা নাৰীগৰাকী,যি নিজস্ব আৰু ব্যতিক্ৰমি পথৰ বাবে সদায়ে জনবিদিত।তেওঁৰ তুলনামূলকভাৱে শ্ৰোতা কম।কিয়নো,ভাল কাম সদাই নিৰৱেই হয়...।🌼😌❤️
Ufff❤
আপোনাৰ গীতৰ অবিহনে দিনটো আধৰুৱা হৈ থাকে, ৰাতিপুৱা 10 বজাৰ চাহ কাপ আৰু ইউটিউবত তৰালী শৰ্মাৰ গীত, আৰু মোৰ balcony পৰা দেখা পোৱা দূৰৰ পাহাৰ খন💚এটা বেলেগ আমেজ।
Love you Tarali ba ❤️
সময় সাঁথৰ
সময় বাখৰ
সপোনতো সলাই বাগৰ
শূণ্যতা ভেদি এমুঠি আবেগে ❤️❤️ miracle voice ...
পোহৰাই তোলে মোৰ মন
মোহাৰি মৌনতাৰ চিঞৰ
Yes. Lyrics ♥️♥️
0
Uffffff….. baaa❤
Rakesh Da ❤❤❤ tarali ba ❤❤❤
Tarali ba is undeniably one of the most technically sound musician of Assam. The effluent, naive semi-classical notes, the tabla alongside the sitar mixed with electric guitars all were magical.
But more than anything, the lyrics & the aalaps were the ones that captivated me.
। মোহাৰি মৌনতাৰ চিঞৰ । ।
Majestic stuff.
তৰালী বা আপোনাৰ কথা, সুৰ, কন্ঠ, সংগীত আপোনাৰ ব্যক্তিত্বৰ যাদুৰে কাকো মোহাচ্ছন্ন নকৰাকৈ থাকিব নোৱাৰে। বহুত বহুত মৰম আৰু শুভাকাংক্ষা ❤❤। এদিন লগ পোৱাৰ হেঁপাহ।
অবুজ বুকুৰ বেদনা, হৃদয়ৰ নিভৃত কোণত বৈ থকা অনুৰাগ। আপোনাৰ কণ্ঠদান আৰু উপস্থাপন অপূৰ্ব।
মোৰ সৌভাগ্য যে আপোনাক শুনিবলৈ পাইছো।কি যে মন পৰশা কণ্ঠ । গভীৰ শ্ৰদ্ধা 🙏🙏
তৰালীবা; আপোনাৰ কণ্ঠত এনেকুৱা কি আৱেগ আছে নাজানোঁ, কিন্তু কিবা এক ভাললগাৰ পৰশত দুচকু সেমেকি যায়। one of the best song in my list. কালজয়ী হওক গীতটো ❤❤❤❤ বহুত মৰম অ'
হৃদয় ভেদি যোৱা কন্ঠ ❤️❤️😢
💚💚💚💚💚💚💚💚💚💚💚💚 বাইদেউ
মন ভৰি গ’ল! তৰালী শৰ্মাৰ কণ্ঠত গীতটো জীপাল হৈ উঠিছে। প্ৰতিটো শব্দৰ প্ৰকাশ অপূৰ্ব। জাহানাৰা বাইদেউৰ অভিনয় চাবলৈ আগ্ৰহেৰে বাট চালো
কি যে এক অপূৰ্ব সৃষ্টি ! কিমান প্ৰাণ ঢালি গালে শ্ৰোতাক ইমান সুন্দৰ সোৱাদ দিব পাৰি, ই এক সাঁথৰ। মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ গান। অনুভৱবোৰ নীৰৱে বৈ গ'ল। 💕
শব্দবোৰে যেতিয়া আপোনাৰ কণ্ঠত সাৰ পাই ...আমিবোৰৰ ৰাতিৰ এই গীত বোৰ হৈ পৰে সংগী....কথাবোৰ ফুলৰ ৰেণু আৰু গীতটো এপাহ ধুনীয়া ফুল ....নাম তৃষ্ণাটোৰ
মনপৰশা আৰু চিৰযোগমীয়া গীত। ভাল লাগে আজিও। তৰালী আজীৱন সকলোৰে মৰমৰ পাএ হৈ ৰোৱা কামনা কৰিলোঁ।
Uff baa ❤️...apunar voice ❤️...xuni thakibo mon ji bre bre ❤️
Eman dhunia lgse...xuni thakiboloike mon goise👌
আৰু এক নতুন গীত আৰু এক নতুন সুৰ...আৰু এক...জীৱন💚
আৰু এক জীৱন জীয়াৰ হেপাহ যেন...❤
প্ৰতিটো ছন্দত
প্ৰতিটো শব্দৰ ঢৌত
চকু মুদি
তৃষ্ণাতুৰ মন মধুৰ নৃত্যত বিভোৰ
ধন্যবাদ।
তৰালী শৰ্মা সঁচাকৈ ব্যতিক্ৰমী🙏🙏🙏🙏🙏🙏🙏 এনে গীতলৈ ৰৈ থাকো ।
মন শান্তি কৰা এটি সুকণ্ঠী সুৰ। কেনেকৈ পাৰে মানে এনেকৈ গাবলৈ? আচৰিত হওঁ মই! কথাবোৰ যে উফ.....আপোনাৰ মাতটো❤️👌💐বহু আশাৰে ৰয় থাকো তৰালী বা আপোনাৰ গানৰ বাবে। এবাৰ লগ পোৱাৰ আশা কৰো সদায়! কিন্তু গানতে সোমাই যেন লগ পাওঁ আপোনাক! গানবোৰ শুনিলেই ভাবো যে আপুনি ভালে আছে! সেয়ে ভাল পাওঁ আপোনাৰ গান আৰু আপোনাক। মোৰ ভালপোৱাই আকৌ ৰয় থাকিব আকৌ এটি গানৰ বাবে আপুনি ভালে আছেনে নাই জানিবলৈ........!
সদায়ে প্ৰিয় ❤️। পৃথক আৰু ব্যতিক্ৰম। ❤️❤️❤️
কি মধুৰ কণ্ঠ! এতিয়াও লৈকে কেইবাবাৰো শুনিলো। অতি সুন্দৰ হৈছে। কবলৈ ভাষা নাই। অভিনন্দন জনাইছোঁ।
My favourite singer... Thanks tarali baa for this beautiful song..
আস !! মাতটো যে বাৰ ❤️... Mesmerizing 🥺🥰
Wow mesmerizing 💕
Eman j besi dhuniya hoise ba..love u ❤️
It's The True Voice Amezing.....
এইবোৰ গীতৰ মাজত জীৱনৰ অৰ্থ বিচাৰি পাওঁ। ইমান সুন্দৰ ❤
খুউব সুন্দৰ,ইমান ভাল লাগিছে গীতটো
ইমান হৃদয়স্পৰ্শী...শুনি মন সচাঁকৈয়ে জীপাল হৈ পৰিল..❤️
ইমান ধুনীয়া গান । কেতিয়াও শুনি আমনি নলগা আপোনাৰ শুৱলা কণ্ঠ । তৰালী বা আপোনাৰ গানত যাদু আছে । 🙏
প্ৰিয় আৰু প্ৰিয় হৈ থাকিব 💛💛🌼🌼🌼
কি সুৰ বা আপোনাৰ সচাঁই মনটো জীপাল হৈ গ'ল😍😍😍
❤️❤️❤️ অতিকৈ প্ৰিয় ব্যক্তিগৰাকী ❣️❣️
Uff ma'am apunar song 💕💕💕💕💕💕💕💕
কি যে মন পৰশা কণ্ঠ। 🥀 নিজকে বিচাৰি পাওঁ আপোনাৰ গীতবোৰত 💕🥀
আপোনাৰ কন্ঠ.....
আপোনাৰ গীতৰ সুৰ....
আপোনাৰ গীতৰ ভিডিঅ'বোৰ...
উফ , এতিয়া যেন মই আপোনাৰ গীতৰ অবিহনে থাকিবই নোৱাৰিম...
আপোনাক এদিন হ'লেও লগ পাই আপোনাৰ ওছৰত গৈ গান শুনিবৰ বহুত ইচ্ছা । ঈশ্বৰে মোৰ প্ৰাৰ্থনা এদিন হ"লেও শুনিব ।
শুকান শুকান মন হয় জীপাল........💚
.
.
.
ৰাতিটো জীয়াই ৰাখিবলৈ এই কথাখিনিয়েই বহুত বেছি।আপোনালৈ বহুত বহুত মৰম তৰা বা 🌻♥️ কান্দিয়েই পেলালো।কুশলে থাকক আপুনি।
~দীক্ষিতা
What is class? Listen this classy lady you will know the definition of class. No words
ৰাতি প্ৰায় এতিয়া ১ বাজিছে, চাৰিওফালে নিস্তব্ধতা, আৰু আপোনাৰ এই গানটো।।। উফ তৰালি বা ♥️... বুকুত খুন্দিয়াছে। ধন্যবাদ বা
Maa kosom.. Ki dhuniaa maat apunaar.. Aatma tue saanti pai gol.. 👏👏
Emaan dhuniaa ❤️❤️❤️
কি সুন্দৰ গীত,কি সুন্দৰ কন্ঠ, বহুত বহুত ভাল লাগিল।
Bor xundor geet.....congratulations
ইমান সুন্দৰ গান, তাতে আকৌ #RajatKapoor ৰ acting....... Unstoppable বহুত ভাল লাগিব। ❤❤
Dhuniya lagichy bidu ❤️❤️❤️
অপূৰ্ব....💓...হৃদয় চুই যোৱা কণ্ঠ....💓💚
তৰালী 'বা' ৰ গানবোৰত এক বেলেগে অনুভূতি আছে 💗🥺💓
Anekuwa gan xuna tu atiyar dinot bohut hard hoi ase ...Torali ba apuni anekuwa gan gaiye thakibo amalokor babe❤️🙏
আপোনাৰ গীতৰ মাদকতা সুকীয়া .... বহুতৰ মাজত অন্যতম আপোনাৰ গীত ❤️
One of the best female singer in Assamese music industry,
🥰❤️🥰❤️🥰❤️🥰❤️🥰❤️ আপোনাৰ কন্ঠই সচাই চুই যায়
If you are listening to this song right now.. I am sure you have a really good and classy music sense 👍👍
বহুত মৰম লগা এটি গান ❤️
সদাই প্ৰিয় বা জনী 🥰
Ba apunar matot eti eti hobdoi pran pai uthe🥰 ❤️ hodai bhale thakok🙏
সাম্ৰাজ্ঞী ..... আপোনি সাম্ৰাজ্ঞী ❤❤❤❤❤ 🙏🙏🙏🙏🙏🙏🙏
আচলতে আজিৰ আধুনিক গীতবোৰক সংগীত বুলি ক'ব মন নাযায়... কিন্তু আপোনাৰ গীতত সচাই বিচাৰি পাওঁ সংগীতৰ সেই সৌন্দৰ্য.. বহুত মৰম....❤️
Likhibole sabdo bisari powa ni.. Just atai ward. Ahise.. Waw👏👏🙏
TARALI sarma
সদায় কিছু ব্যতিক্ৰমী 😍
ভাল লাগে আপোনাৰ কণ্ঠ আৰু আপোনাৰ গধূৰ শব্দ বোৰ ❤️
Tarali ba
No words baa♥️♥️♥️
নাজানো কিয় ইমান যাদুকৰী তৰালী বাৰ প্ৰতিটো গীত। প্ৰতিটো গীতেই হৃদয়ৰ দুৱাৰ ভাঙি দুচকুৰে বোৱাই আনে দুধাৰী চকুলো❤
কথা, সুৰ, কণ্ঠ।।।।।। মাষ্টাৰ পিছৰ সংগ্ৰহ ❤️❤️❤️❤️❤️❤️
eman dhuniya apuni aru apunar maat ti❤
বহুত ধুনীয়া বা ❤আজিৰ দিনত এনেকুৱা গীতৰ খুবেই প্রয়োজন 👍
খুব দুখ লাগে যেতিয়া তৰালি বাৰ মধুৰ সুৰীয়া গান শুনিলে কোনোবাই মোক কয় কি যে শুনি আছা । হয় জুবিন গাৰ্গৰ গান ময়ো বহুত ভাল পাওঁ । কিন্তু তৰালী বাৰ গান মোৰ প্ৰিয় ।
মন প্ৰাণ ভৰি যায় ।আপোনাৰ কণ্ঠত যাদু আছে 🙏। আপোনাক এবাৰ লগ পোৱা হ'লে ।
অপূৰ্ব, হৃদয়স্পৰ্শী সঁচাকৈয়ে ❤️👌👌👌
আপোনাৰ কন্ঠত প্ৰতিটো গীত শুনিলে শুনি থাকিবলৈ মন যায় ♥️❤️☺️
Ufff...❤️❤️❤️❤️ki mitha maat
That magical voice. Touched by everything Tarali baa. ❤️❤️👍🏼Spectacular.
Ufff , her voice is magical ❤️❤️❤️
😔💙heart touching song. Apunar gaanbur mur onek priyo🌻
বা সচায় আপোনাৰ কণ্ঠত যাদু আছে
শব্দৰ গভীৰতা অনন্য
Another masterpiece 💝
অপূৰ্ব। ভগৱানে ভাল কৰক কুশলে থাকক
শুনি মন ভৰি যোৱা গীত বা,দেহ মন শীতল পৰি গ'ল,কণ্ঠ❤️
বহুত মৰম বা...❤️❤️ ভালে থাকক🥰
উফ কি গান ....গানটো শেষ হৈ যায় কিন্তু মন নভৰে । আৰু যেন শুনিম ♥️♥️♥️
Eman dhunia gaan hunilei vori pore mon, Aru olp dighol hobo lagisil...hepahe nopolay.
বা আপোনাৰ কন্ঠত শুনা গানবোৰ আৰু তাৰ আৰৰ কথাবোৰ হেপাহ নপলোৱা এক অনুভৱ৷শুনিলেই যেন শুনিয়েই থাকিম এনেকুৱা লাগে❤️
Bhut dhunia gaan ..
Torali Sarma is singing this classic song with good feel which the listeners acquired moral attitude and values that make an individual more civilized
Aponar geet bor mor bor priyo.... Love you ba
Are you great mam...... really very very sweet and pretty lovely, outstanding performance really amazing..... I'm also impressed for your lovely words
❤️❤️❤️❤️❤️
বেলেগ এটা পৰ্যায়লৈ যাব।
শুভকামনা 🙏🙏🙏🙏
❤️❤️❤️. The Lyrics Tune Voice........ Very. Special.....Ye dil mannge. More....
Another masterpiece by Tarali Baa 🥰❤️
বহু দিনৰ পৰত বৰ সুন্দৰ গীত এটিৰ ওপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ ও অভিনন্দন জনালো ❤
OMG.... How sweet ❤️.. love you baaa. Allways favourite ...
such melodies comes rarely...but when it comes, it is special 🙌🏽 Tarali ba... what a work!
Ba apunr voice ❤️🔥❤️🔥❤️🔥
আপোনাৰ গান বোৰ মলয়া বতাহৰ দৰে বা। নীৰৱে চুই যায়। জুৰ পেলাই।
Ba apuni xadai extraordinary and evergreen singer.bhut Val Lage mur apunar songs bur xuni.
Ba apuner ganbur xunile mantu akdm vl lgi jai ❤️
Excellent work baideo.
God level lyrics ❤❤by tarali baa❤
বৰ ধুনীয়া লাগিল গীতটো । একেবাৰে মন প্ৰাণ জুৰ পৰি যোৱা এটি গীত । সকলোৱে শুনিব দেই..