Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
ছোৱালীৰ জীৱনৰ এখন বাস্তৱ ছবি দেখিলো......চকুপানী ধৰি ৰাখিব নোৱাৰিলো গানটো চাই থাকোতে....বহুত ভাল লাগিল গানটো.....❤❤
৯০ দশকৰ এখন সুন্দৰ প্ৰতিচ্ছবি । সুস্থ মনৰ সুন্দৰ চিন্তাধাৰা । আমাৰ পেহীহঁতৰ বিয়াৰ কথাবোৰ মনত পৰিল । সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছো 🙏🙏
তৰালী বা বৰ্তমান অসমৰ শ্ৰেষ্ঠ গায়িকা মোৰ বোধেৰে
কিমান ভাল লাগিছে বুজাব নোৱাৰো, চকুপানী ওলাই যায়। ছোৱালী জীৱনৰ ছবিখন সুন্দৰকৈ আৰু ভাল ঘৰ এখনৰ সুন্দৰ ছবি ডাঙি ধৰিছে। আপোনাক অশেষ ধন্যবাদ 💝🙏
আপোনাৰ কণ্ঠৰ এক পাগল প্ৰেমিক।।গোটেই দিনটো ভিতৰত আপোনাৰ যিকোনো এটি গীত নুশুনিলে মোৰ বাবে দিনটো যেন কোনোবা কোণত আধৰুৱা হৈ ৰয় ।।। আপোনাৰ কণ্ঠত এক নিৰিবিলি সন্তোষ আপোনা আপোনি ভাব হয় তাৰ কাৰণ হ'ল আপোনাৰ গহীনতা আৰু আপোনাৰ কুকিল কণ্ঠৰ নীৰৱতা ।। আজি এই গীতটো ভিদিঅ সহ চাই কব নোৱাৰাকৈ চকু কেইটা চলচলীয়া হৈ পৰিল এয়াই চাগে আপোনাৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা বাইদেউ 💙💙💙আপোনি সুস্থ থাকক এনেকৈ সদায় বুকুৰ মাজত সোমাই কণ্ঠৰ যাদুৰে মোৰ হৃদয় খনি জিপাল কৰক🙏🙏♥️♥️♥️♥️
অন্তৰ চুই গ'ল বাইদেউ🙏🙏🙏🙏
গানটো হৃদয় চুই গৈছে বা❤
আপোনাৰ গানবোৰ শুনি যি এক আনন্দৰ অনুভূতি বিচাৰি পোৱা যায় সেইটো খুব কম অন্যৰ কণ্ঠত 🥰🙏
নিভাঁজ আৰু নিৰ্মল চেনেহৰ গীত । কথা আৰু সুৰ সুমধুৰ আৰু তৰালীৰ কণ্ঠ অতুলনীয় তথা আৱেগিক। অভিনন্দন জনাইছোঁ।
বহুত বহুত বেছি ধুনীয়া লাগিছে বা 🙏👍👌😍😘....
বা বহুত ধুনীয়া হৈছে।আপোনাৰ কণ্ঠ সদাই প্ৰিয় মোৰ।
অতি সুন্দৰ হৈছে।
সময়ৰ সোঁতত উটিভাহি পুৰণি বহুতো কথা পাহাৰাৰ অতিক্ৰম হৈছেগৈ, গানটোৱে মনত পেলাই দিলে দেউতাৰ লগত পাৰ কৰা বহুতো ভাললগা সময় ❤❤❤ সচাকৈ দুচকু সেমেকি উঠিল
Borhiyyaa lagise TARALI BAA Baba ....🙏
Uffff ki dhunia gan oooo
চকু দুটা সেমেকি উঠিল ❤️
বহত সুন্দৰ ❤
সংগীত জগতৰ এগৰাকী আৰাধ্য দেৱী বুলি চকুমুদি অনুভৱ কৰোঁ তেওঁৰ গান বোৰ শুনি ৷ বাইদেউৰ গান শুনি এক অনাবিল শান্তিত ডুব যাওঁ ৷ নেদেখাজনৰ ওচৰত কামনা কৰোঁ সদায় বাইদেউক ভালে ৰাখক ৷
Uff ,,Excellent voice---heart touching song
হৃদয়স্পৰ্শী কণ্ঠ, সুৰ । বুকুভেদী গ'ল গীতটো ।
Eman hundar gaan tu o ..torali..tumar protitu gaan a hridoy sui jai....tumi aru Jintu duitai ag bahi juwa 🙏🙏🙏
সদাই এনেদৰে থাকক হেপাঁহ কণ তোমালৈ বা 🌼🌼
Dhunia hoise tarali baideu'
বৰ ধুনীয়া লাগিছে, বেয়া ও লাগে। 😢😢
অন্তৰ চুই গ'ল। খুউব সুন্দৰ গীত। Love from Ranchi. Jharkhand
মন জোকাৰি যোৱা এখনি জিয়া ছবি ❤❤❤
বহুত সুন্দৰ গীত তৰালী বা আপোনাৰ প্ৰতিটো গীত ভাল পাও।
কিবা কিবি বহুত মনত পেলাই গ'ল
হৃদয়স্পৰ্শী!! আৱেগিক কৰিলে গানটোৱে।
Vaabhoi...ajikaali baaru ai feelings tu ahene nai janu....really heart touching❤
Hosakoi, bohut val lagil tarali baa.
সুন্দৰ ৷
বহুত মৰমেৰে তৰালী বা জনীলৈ
বা আপোনাৰ গীত,কন্ঠ মোৰ আটাইতকৈ প্ৰিয়. ❤️❤️❤️❤️
Tarali is my unique favourite.......i cant compare u with another....
Tarali sarma is a classic singer.Video is very impressive.
Dhunia,👌👌👌
বাইদেও ! আৰু নকওঁ।❤
তৰালী শৰ্মা- একক, অনন্য, অনবদ্য।কথাখিনিও অৰ্থপূৰ্ণ ❤️❤️❤️
অতি সুন্দৰ
গান টো শুনি দেউতালৈ মনত পৰি গল 🥲🥲
কথা,সুৰ আৰু গায়কী…অতি সুন্দৰ…মন ভৰি গল
Antor sui gol gantui❤
শুনিলে দুচকু সেমেকি উঠা গীত,বৰ প্ৰিয় এই গীতটি ❤️👌🙏
খুব সুন্দৰ গীত।ভাল লাগিল video2
Oh my god.... Just uffff
Outstanding...
এই গীতটো হিন্দী বা অন্য ভাষালৈ অনুবাদ হৈ পুনৰ গোৱা হওক।।।। It is a masterpiece I have ever heard...
বহুত সুন্দৰ গীত মন ছন কিবা লাগি গল
Very nice voice,God Gifted
বহুত বহুত বহুত ভাল লাগিল ৷ ❤️🥺🥺
Bor sundor geet.
MOI AI GAN WONI KANDI KANDI HAPA PULOUA NAI 😭😭 TARALI BAA ARU VAL VAL GAN DIBA 2024 ❤❤❤
Torali ba xundor hoise
হৃদয় চুই চোৱা গান বা♥️♥️
Wow dhuniya Ba ❤
তৰালী বা আপোনাৰ গীত সমূহ খুব ভাল লাগে। Ur my favourite singer.. ❤️❤️❤️
বাইদেউ আপুনি সদায় নতুন আমাৰ বাবে ♥️🎀
হৃদয়স্পৰ্শী❤️
O baaa dhunia ❤️
Torali baa ❤️❤️❤️..Love 4m Gohpur ❤️
*_MD CHANNEL_*_ watching Ur video from Guwahati, Assam; India._
apunk bht Bsi vlpw...emn dhuniya kontho... apunr gun rati tu lgi thke... tpni ahible hubidha hoi
সুন্দৰ
অতি সুন্দৰ ❤️
হৃদয়স্পৰ্শী ❤️💚❤️
Ufffffffffff.......
5Th comment and love fromKathmandu Nepal.Love you tarali sharma.
ক'ৰবাত বিষ এটাই উজাই আহি দুচকু তিয়াই গ'ল...
Wow ❤️
eman dhuniya koi gaisa baa.
হৃদয় চুই যোৱা এটি গীত ❤❤
❤️❤️❤️❤️ heart touching 💜💜
Legend of assam...
সুন্দৰ গীত ❤
Uff❤
সুন্দৰ গীত,,
This is called masterpiece
Most beautiful song ba.
Ufff voice ✨✨✨✨❣️❣️❣️
আপোনাৰ গানৰ সুৰত বিলীন হৈ যাও বাই আপোনাৰ গানৰ বাবে সদায় অপেক্ষা কৰি থাকো বাইদেউ
তৰালী বা ❤️ আৰু জুবিন দাৰ গানৰ আসক্ত ❤️💓
Amar gaon...Tate Baar konthot....ufff
Antar sui gol...soku pani rokhabo nowarilu 😢😢😢
তোমাৰ কন্ঠেৰে নিগৰা প্ৰতিটো গীতেই মোৰ বৰ প্ৰিয় । এই গীতটো শুনি মোৰ চকুলো ওলাই আহিল ।
খুব ভাল লাগিছে শুনি।
Dukh lgi gol mntu baideu
I am really very excited ma'am of your melody voice
অন্তৰ চুই গ'ল 😥😥
xundar..
Mur moromr torali baa ❤️❤️
মন পৰশা গান
😍😍😍
Moja song😭😭
আপোনাৰ গান খুব ভাল লাগে শুনি, আমাৰ মা এই খুব ভাল পাই আপোনাৰ গান, সকলো গান এই শুনিছোঁ আপোনাৰ, নতুন গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ নতুন বছৰত।
Baa apunar গান বিলাক মোৰ বহুত প্ৰীয় দিনটো t moi বেছিভাগে আপোনাৰ গান xunu
🔥🔥🔥👍
প্ৰাণস্পৰ্শী,মৰ্মভেদী,অন্তৰঃপৰশা🙏
বুকু হমহমাই যায়।
❣️❣️❣️❣️
ছোৱালীৰ জীৱনৰ এখন বাস্তৱ ছবি দেখিলো......চকুপানী ধৰি ৰাখিব নোৱাৰিলো গানটো চাই থাকোতে....বহুত ভাল লাগিল গানটো.....❤❤
৯০ দশকৰ এখন সুন্দৰ প্ৰতিচ্ছবি । সুস্থ মনৰ সুন্দৰ চিন্তাধাৰা । আমাৰ পেহীহঁতৰ বিয়াৰ কথাবোৰ মনত পৰিল । সকলোকে শ্ৰদ্ধা আৰু সেৱা জনাইছো 🙏🙏
তৰালী বা বৰ্তমান অসমৰ শ্ৰেষ্ঠ গায়িকা মোৰ বোধেৰে
কিমান ভাল লাগিছে বুজাব নোৱাৰো, চকুপানী ওলাই যায়। ছোৱালী জীৱনৰ ছবিখন সুন্দৰকৈ আৰু ভাল ঘৰ এখনৰ সুন্দৰ ছবি ডাঙি ধৰিছে। আপোনাক অশেষ ধন্যবাদ 💝🙏
আপোনাৰ কণ্ঠৰ এক পাগল প্ৰেমিক।।
গোটেই দিনটো ভিতৰত আপোনাৰ যিকোনো এটি গীত নুশুনিলে মোৰ বাবে দিনটো যেন কোনোবা কোণত আধৰুৱা হৈ ৰয় ।।।
আপোনাৰ কণ্ঠত এক নিৰিবিলি সন্তোষ আপোনা আপোনি ভাব হয় তাৰ কাৰণ হ'ল আপোনাৰ গহীনতা আৰু আপোনাৰ কুকিল কণ্ঠৰ নীৰৱতা ।।
আজি এই গীতটো ভিদিঅ সহ চাই কব নোৱাৰাকৈ চকু কেইটা চলচলীয়া হৈ পৰিল এয়াই চাগে আপোনাৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা বাইদেউ 💙💙💙
আপোনি সুস্থ থাকক এনেকৈ সদায় বুকুৰ মাজত সোমাই কণ্ঠৰ যাদুৰে মোৰ হৃদয় খনি জিপাল কৰক🙏🙏♥️♥️♥️♥️
অন্তৰ চুই গ'ল বাইদেউ🙏🙏🙏🙏
গানটো হৃদয় চুই গৈছে বা❤
আপোনাৰ গানবোৰ শুনি যি এক আনন্দৰ অনুভূতি বিচাৰি পোৱা যায় সেইটো খুব কম অন্যৰ কণ্ঠত 🥰🙏
নিভাঁজ আৰু নিৰ্মল চেনেহৰ গীত । কথা আৰু সুৰ সুমধুৰ আৰু তৰালীৰ কণ্ঠ অতুলনীয় তথা আৱেগিক। অভিনন্দন জনাইছোঁ।
বহুত বহুত বেছি ধুনীয়া লাগিছে বা 🙏👍👌😍😘....
বা বহুত ধুনীয়া হৈছে।আপোনাৰ কণ্ঠ সদাই প্ৰিয় মোৰ।
অতি সুন্দৰ হৈছে।
সময়ৰ সোঁতত উটিভাহি পুৰণি বহুতো কথা পাহাৰাৰ অতিক্ৰম হৈছেগৈ, গানটোৱে মনত পেলাই দিলে দেউতাৰ লগত পাৰ কৰা বহুতো ভাললগা সময় ❤❤❤ সচাকৈ দুচকু সেমেকি উঠিল
Borhiyyaa lagise TARALI BAA Baba ....🙏
Uffff ki dhunia gan oooo
চকু দুটা সেমেকি উঠিল ❤️
বহত সুন্দৰ ❤
সংগীত জগতৰ এগৰাকী আৰাধ্য দেৱী বুলি চকুমুদি অনুভৱ কৰোঁ তেওঁৰ গান বোৰ শুনি ৷ বাইদেউৰ গান শুনি এক অনাবিল শান্তিত ডুব যাওঁ ৷ নেদেখাজনৰ ওচৰত কামনা কৰোঁ সদায় বাইদেউক ভালে ৰাখক ৷
Uff ,,Excellent voice---heart touching song
হৃদয়স্পৰ্শী কণ্ঠ, সুৰ । বুকুভেদী গ'ল গীতটো ।
Eman hundar gaan tu o ..torali..tumar protitu gaan a hridoy sui jai....tumi aru Jintu duitai ag bahi juwa 🙏🙏🙏
সদাই এনেদৰে থাকক হেপাঁহ কণ তোমালৈ বা 🌼🌼
Dhunia hoise tarali baideu'
বৰ ধুনীয়া লাগিছে, বেয়া ও লাগে। 😢😢
অন্তৰ চুই গ'ল। খুউব সুন্দৰ গীত। Love from Ranchi. Jharkhand
মন জোকাৰি যোৱা এখনি জিয়া ছবি ❤❤❤
বহুত সুন্দৰ গীত তৰালী বা আপোনাৰ প্ৰতিটো গীত ভাল পাও।
কিবা কিবি বহুত মনত পেলাই গ'ল
হৃদয়স্পৰ্শী!! আৱেগিক কৰিলে গানটোৱে।
Vaabhoi...ajikaali baaru ai feelings tu ahene nai janu....really heart touching❤
Hosakoi, bohut val lagil tarali baa.
সুন্দৰ ৷
বহুত মৰমেৰে তৰালী বা জনীলৈ
বা আপোনাৰ গীত,কন্ঠ মোৰ আটাইতকৈ প্ৰিয়. ❤️❤️❤️❤️
Tarali is my unique favourite.......i cant compare u with another....
Tarali sarma is a classic singer.Video is very impressive.
Dhunia,👌👌👌
বাইদেও ! আৰু নকওঁ।❤
তৰালী শৰ্মা- একক, অনন্য, অনবদ্য।
কথাখিনিও অৰ্থপূৰ্ণ ❤️❤️❤️
অতি সুন্দৰ
গান টো শুনি দেউতালৈ মনত পৰি গল 🥲🥲
কথা,সুৰ আৰু গায়কী…অতি সুন্দৰ…মন ভৰি গল
Antor sui gol gantui❤
শুনিলে দুচকু সেমেকি উঠা গীত,বৰ প্ৰিয় এই গীতটি ❤️👌🙏
খুব সুন্দৰ গীত।ভাল লাগিল video2
Oh my god.... Just uffff
Outstanding...
এই গীতটো হিন্দী বা অন্য ভাষালৈ অনুবাদ হৈ পুনৰ গোৱা হওক।।।। It is a masterpiece I have ever heard...
বহুত সুন্দৰ গীত মন ছন কিবা লাগি গল
Very nice voice,God Gifted
বহুত বহুত বহুত ভাল লাগিল ৷ ❤️🥺🥺
Bor sundor geet.
MOI AI GAN WONI KANDI KANDI HAPA PULOUA NAI 😭😭 TARALI BAA ARU VAL VAL GAN DIBA 2024 ❤❤❤
Torali ba xundor hoise
হৃদয় চুই চোৱা গান বা♥️♥️
Wow dhuniya Ba ❤
তৰালী বা আপোনাৰ গীত সমূহ খুব ভাল লাগে। Ur my favourite singer.. ❤️❤️❤️
বাইদেউ আপুনি সদায় নতুন আমাৰ বাবে ♥️🎀
হৃদয়স্পৰ্শী❤️
O baaa dhunia ❤️
Torali baa ❤️❤️❤️..
Love 4m Gohpur ❤️
*_MD CHANNEL_*_ watching Ur video from Guwahati, Assam; India._
apunk bht Bsi vlpw...emn dhuniya kontho... apunr gun rati tu lgi thke... tpni ahible hubidha hoi
সুন্দৰ
অতি সুন্দৰ ❤️
হৃদয়স্পৰ্শী ❤️💚❤️
Ufffffffffff.......
5Th comment and love from
Kathmandu Nepal.
Love you tarali sharma.
ক'ৰবাত বিষ এটাই উজাই আহি দুচকু তিয়াই গ'ল...
Wow ❤️
eman dhuniya koi gaisa baa.
হৃদয় চুই যোৱা এটি গীত ❤❤
❤️❤️❤️❤️ heart touching 💜💜
Legend of assam...
সুন্দৰ গীত ❤
Uff❤
সুন্দৰ গীত,,
This is called masterpiece
Most beautiful song ba.
Ufff voice ✨✨✨✨❣️❣️❣️
আপোনাৰ গানৰ সুৰত বিলীন হৈ যাও বাই আপোনাৰ গানৰ বাবে সদায়
অপেক্ষা কৰি থাকো বাইদেউ