গাঁৱৰ ডেকা-২০২০ হুঁচৰি // PANKAJ BORA MUSICAL // KISHALAY// MOHAN // GAONOR DEKA // BIHU // HUSORI

Поделиться
HTML-код
  • Опубликовано: 28 июл 2024
  • SINGER=Pankaj Bora/Pity Borah/ Gautam Saikia / Bornil Sarma.
    LYRICS/TTUNE =Sunit Gogoi
    MUSIC=Pankaj Bora
    DHOL= Pankaj Bora, Lachit Baruah, Dharmendra Hazarika.
    TAL,PEPA,GAGANA,DHUTONG=Pity Borah
    CHORUS= Manash Boro, Jiku Zubin, Dipjyoti Nath
    FLUTE-Kailash Rabha
    MELODY-Bhadrakanta Das
    Recorded by Ripunjoy Sarma
    Mixed & Mastered by Jintu Bordoloi.
    MEDIA PARTNER- #AnupomBitupon (RUclips channel)
    Video Director - Santumoni Sarma
    Camera- Uttam Kalita
    *ing - Deepjyoti Keot, Amitabh Rajkhuwa, Momi Sarma, Deben Bora, Pankaj Bora
    Video Editor - Rituraj Dutta
    Makeup - Puja Dutta.
    Copyright Reserved by the producer
    ( অন্য 'RUclips channel' বা 'Facebook Page' ত এই Video তো Upload নকৰিবলৈ অনুৰোধ কৰিলো । নহ'লে Copy Right আইনৰ অধীনত আমি ব্যৱস্থা লবলৈ বাধ্য হম)
  • ВидеоклипыВидеоклипы

Комментарии • 3 тыс.

  • @sanjibhandique6021
    @sanjibhandique6021 3 года назад +23

    খুব সুন্দৰ উপস্থাপনশৈলী,,নানাচি নোৱাৰি এনেকুৱা খাতি বিহুগীতত।

  • @kanchankishorchetia8868
    @kanchankishorchetia8868 4 года назад +13

    আজি গোটেই দিনটো ৰৈ আছো... কেতিয়া শুনিবলৈ পাম বুলি....একদম বিহু বিহু লাগি গৈছে 😍😍❤️

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t 4 года назад +34

    The real Assamese Bihu.. ultimate.. awesome voice♥️♥️ one assamese from Singapore

  • @pranabjyotideka6913
    @pranabjyotideka6913 2 года назад +11

    মন চুই গ'ল.. খুবেই সুন্দৰ.. আগলৈও যেন অসমীয়া বিহুটিৰ ভঁৰাল এইদৰে চহকী কৰে.... 🙏🙏

  • @abinashhandique6745
    @abinashhandique6745 4 года назад +75

    বৰ ভাল লাগিল ❤️👌 অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰো এনেধৰণৰ মূল্যবান সম্পদৰ গৰাকী আমি 😊 জয় আই অসম ✊

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +4

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @SD.vlogs.
      @SD.vlogs. Год назад

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

  • @himantakr4756
    @himantakr4756 4 года назад +71

    এনেকুৱা বিহুগীত, হুঁচৰি যে অসমীয়া বিহু সংস্কৃতি ক আগুৱাই নিব। লগতে বৰ্তমান উঠি অহা নৱ প্ৰজন্মক পুৰণি বিহুৰ মাদকতা দিব আৰু প্ৰেৰণা দিব।। ধন্যবাদ পংকজদা ❤️অনুপম দা❤️

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @dhurbapatra3072
    @dhurbapatra3072 4 года назад +78

    এতিয়ালৈ কমেও 30 বাৰ মান চালো.... তথাপিও আমনি নালাগে.......ইমান সুন্দৰ হুঁচৰি আজিৰ যোগত খুব কমেই দেখা যায় 😍😍😍😍😍...........

  • @techlearner2746
    @techlearner2746 4 года назад +14

    Ki nu kom ru eman dhunia Assam r bihur nisina akuai nai❤️❤️❤️❤️❤️❤️❤️❤️❤️ Joi ai axom

  • @sarangajitborah2074
    @sarangajitborah2074 4 года назад +33

    বহুত সুন্দৰ পৰিকল্পনাৰে তৈয়াৰ কৰা হৈছে vdoটো.. সম্পূৰ্ণ অসমীয়া হুচৰি যোৱাৰ হুবহু ভাবে দেখোৱা হৈছে.. জাতিৰ সংকটৰ সময়ত এনেবোৰ vdo বহু প্ৰয়োজনীয়

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @kaushtovmonisaikia9053
    @kaushtovmonisaikia9053 4 года назад +73

    অতি সুন্দৰ প্ৰদৰ্শন ,প্ৰশংসাৰ যোগ্য❤️🙏

  • @mridusmitadeka4516
    @mridusmitadeka4516 4 года назад +30

    জাতিৰ সংকটৰ সময়ত এনেকুৱা এটি বিহু গীত উপহাৰ দিয়াৰ বাবে পংকজ বৰালৈ বহুতো ধন্যবাদ জনালোঁ।মনটো ভৰি পৰিল।😊😊😊😊😊

  • @rupsreessimplelife3630
    @rupsreessimplelife3630 2 года назад +14

    অসমীয়ৰ প্ৰাণ চেনেহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ❤🙏

  • @iloveindia1948
    @iloveindia1948 4 года назад +33

    অতি সুন্দৰ হৈছে ককাইদেউ । এনে এটি video দিয়া বাবে আপোনা-সহ সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালো। ২০২০ বৰ্ষৰ বাবে ই এটা ভাল গান , সকলোৱেই আদৰি ল'ব,,,

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bastobbora2814
    @bastobbora2814 4 года назад +5

    A mojjah.. uncommon bihu..dhol mojjah bojaise

  • @akashnibirmusical1748
    @akashnibirmusical1748 4 года назад +1

    পংকজ দা সচাকৈ বহুত ভাল হৈছে কবলৈ ভাষা নাই মন চুই গল

  • @satyendradas4740
    @satyendradas4740 4 года назад +15

    বৰ্তমান সময়ত দুৰ্লভ এনেকুৱা গীত আৰু বিহু নৃত্য ।।।আগৰ বিহুৰ দৰে লাগিছে এই গেটটোত প্ৰকৃত বিহুৰ মাদকতা আছে ভাল লাগিল ।।।ভৱিষ্যতেও যেন উপহাৰ দি যাব তাৰ আশা থাকিল।।।

  • @bjdassam2823
    @bjdassam2823 4 года назад +73

    ইমান ধুনীয়া লাগিল👌
    চকু থৰ হৈ গ'ল 👏

  • @gayatrigogoi7809
    @gayatrigogoi7809 4 года назад +78

    সঁচাকৈয়ে মন চুই গ'ল। হুচৰি নচা ছোৱালী যে নানাচি নোৱাৰিলো থাকিব 💃💃

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +2

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @pallabi2082
      @pallabi2082 3 года назад

      Moiu nasu Bihu group ot 🥰 Tumi kihot nasa koba nki 😊😊

    • @SD.vlogs.
      @SD.vlogs. 3 года назад

      ❤️

    • @lborah8762
      @lborah8762 3 года назад

      Op

  • @Surajsutia
    @Surajsutia 4 года назад +27

    বাহ ইমান ধুনীয়া লাগিছে ,,,,আনন্দতে চকু সেমেকি উঠিছে অ ,,,,,,
    ভয়ে লগা হৈছে আমাৰ বিহু পাছলৈ বা কি হয়😭😭😭😭

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ ধন্যবাদ।। বিহু আমি জীয়াই ৰাখিব লাগিব ।

    • @gautomborgohain5927
      @gautomborgohain5927 3 года назад +1

      সছায় আজিকালি চোতালত এনে বিহু নেদেখা হলো, আমি যি আগতে গোৱা। আজিকালি বিহুৱা বোৰ পইচা ধানদা হল। আৰু দেখিবলৈ নাপাও।

  • @satyajitgogoi654
    @satyajitgogoi654 3 года назад +51

    মন প্ৰান চুই গ'ল।।।। সচাঁই গৌৰৱ কৰো আমাৰ বিহুক লৈ ❤❤❤🙏🙏🙏🙏

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 4 года назад +41

    খুৱ ভাল লাগিছে। মোৰ মনে বিচৰা বিহু বিচাৰি পাইছোঁ‌। যিবোৰ বৰ্তমান সময়ত পোৱা নাযায়। এনেকুৱা বিহু হুচৰি পালে মন পগলা হৈ যায়।

  • @niharikasaikia414
    @niharikasaikia414 4 года назад +21

    Our pride❣️❣️❣️bhttt besi val lagil

  • @niturajgogoi2628
    @niturajgogoi2628 Год назад +8

    আমাৰ সৰুপথাৰৰ মানুহৰ গান, তাতেই আকৌ বিহু বেয়া হব নে আৰু
    সৰুপথাৰ জিন্দাবাদ........❣️❣️

  • @kankanboruah9528
    @kankanboruah9528 3 года назад +40

    বহুত সুন্দৰ হৈছে হু‍ঁচৰি । এনে কোৱা ঢোলৰ চাপৰ শুনিলে বহুত আনন্দ অনুভৱ কৰো ।

  • @user-hm9pm7um3p
    @user-hm9pm7um3p 4 года назад +53

    অতি সুন্দৰ ❤️ অসম থাকিলে বিহু থাকিব, জয় আই অসম 🙏

  • @ankurnath9566
    @ankurnath9566 4 года назад +70

    এটা সুন্দৰ বিহু সুৰিয়া হুচৰি নাচো নাচো লাগি গছৈ অতি সুন্দৰ হৈছে দাদা

  • @rajbongshi9843
    @rajbongshi9843 Год назад +10

    শ্ৰদ্ধাৰ মঘাই ওজা , সোমনাথ ওজা, ৰঞ্জিত গগৈ এতিয়া পংকজ বৰা আৰু লাচিত বৰুৱা

  • @shantanubaruah1710
    @shantanubaruah1710 4 года назад +32

    মই তিনিচুকীয়া পৰাই হুঁচৰি দলটিক অজস্ৰ সেৱা জনাইছো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    খুবেই সুন্দৰ হৈছে।এইয়া অসমীয়া প্ৰকৃত বিহু, এইয়া অসমীয়া জাতিৰ গৌৰৱ,এই বাপুতি সাহোন বিহুৰ ঢোল,তাল,পেঁপা গগনাৰ মাতত প্ৰতিজন অসমীয়াৰ তেজৰ কণিকা নাচি উঠে।
    আৰু আনলাইক,ডিচলাইক কৰা কেইটাক ভলুকা বাঁহে এচাপৰ বাই দিব লাগে।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ । ইমান ধুনীয়া মতামতৰ বাবে

    • @SD.vlogs.
      @SD.vlogs. Год назад +1

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

  • @ramenlamuofficial2323
    @ramenlamuofficial2323 4 года назад +22

    কি বাৰু comment মাৰিম,👍👍👍👍👌👌👌👌👌👌👌
    কবলৈ ভাষা নাই।।।

  • @monivlogs4716
    @monivlogs4716 4 года назад +353

    বৰ্তমান সময়ত ব্যতিক্ৰম বিহু গীত উপহাৰ দিয়াৰ বাবে পংকজ দাৰ লগতে তেওঁৰ বিহু নৃত্য দলটোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশাকৰোঁ অসমৰ ৰাইজে গীতটো আদিৰ ল'ব ধন্যবাদ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +10

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +9

      ধন্যবাদ ধন্যবাদ

    • @monivlogs4716
      @monivlogs4716 4 года назад +4

      @@অনুপমবিতোপন আপোনালৈয়ো ধন্যবাদ থাকিল।

    • @shadowart2495
      @shadowart2495 4 года назад +1

      Xosai bhut dinor murot xunilu anekua ata bihu git❤

    • @mridulaboruah7164
      @mridulaboruah7164 4 года назад +1

      Bhut val lagil hosai

  • @MadhuBoruah-ei9bq
    @MadhuBoruah-ei9bq 3 месяца назад +1

    Bor hundor kakaideo❤❤❤

  • @a2fact861
    @a2fact861 2 года назад +8

    শব্দৰ অভাৱ কিদৰে আপোনালোকক ধন্যবাদ জনাও গীতটোৰ লগত জড়িত সকলো কলা-কুশলীকে। ইমান এটি সুৰিয়া বিহু গীত উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ।

  • @sanskriticmanchaassam3368
    @sanskriticmanchaassam3368 4 года назад +149

    খুব সুন্দৰ হৈছে । এপাক মাৰিবলৈ মন গৈছে অ😊 সকলোটিলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

  • @rahullama4274
    @rahullama4274 4 года назад +37

    Bihuti amar senehor ❤️
    Bihuti amar adoror ❤️
    Mozaahh hoisee deii😍
    CAA ami namanu ktiyau
    Joi Aai Axom ❤️❤️

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      জয় আই অসম ।।।

    • @abdulkaim1139
      @abdulkaim1139 4 года назад +2

      @@অনুপমবিতোপন বহুত ভাল লাগিল

    • @sunnylahon5556
      @sunnylahon5556 4 года назад

      Right bro

    • @suarsuar747
      @suarsuar747 4 года назад

      বোপাইটো, আৱেগতে যিহকে মনলে আহে, তাকে বলকি নাথাকিবি বুজিলি। 😠
      আবেগ ত্যাগ কৰ প্ৰথমতে।
      তাৰ পিছত CAA ৰ পৰা অসমত কি কি লাভ হ'ব, তাৰ বিষয়ে কিতাপ, বাতৰি কাকতত পঢ়।
      আৱেগে সকলো ধংস কৰি পেলাব।

  • @pankajgogoi7136
    @pankajgogoi7136 2 года назад +11

    বিহু অসমীয়া ৰ প্ৰাণ❣️❣️💞💞

  • @ronibhaai2486
    @ronibhaai2486 10 месяцев назад +7

    যিমান কষ্ট কৰিলেওঁ এবাৰ শুনিলেই মন টো ৰসক পসক কৰি যায় 😊🥰😘

  • @pankajgogoi9233
    @pankajgogoi9233 4 года назад +13

    বিহু বিহু লাগি গল😍😍😍😍😍

  • @balijanbahbarikakodonga566
    @balijanbahbarikakodonga566 4 года назад +8

    Ati sundar axomi culture . We should be save it in future . Joi aai axom💝

  • @tankachetry4546
    @tankachetry4546 2 года назад +4

    সঁচাকৈ মন চুইযোৱা বিহু। ভাল লাগিল, আমাৰ গৌৰৱ, আমিয়েই।জীয়াই ৰাখিব লাগিব।

  • @madhusudankalita7853
    @madhusudankalita7853 4 года назад +5

    সঁচাকৈ কি সুন্দৰ বিহু, শুনিলেই শুনি থাকিবলৈ মন যায়। পংকজ ছাৰলৈ অশেষ ধন্যবাদ তথা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

  • @priyankahazarika8967
    @priyankahazarika8967 4 года назад +22

    Bor Dhuniya lagil Sai😍

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @mukulsaikiaproductionoffic825
    @mukulsaikiaproductionoffic825 4 года назад +7

    ভাল হৈছে আৰু লাগে এনেকুৱা বিহু

  • @minakhisaikia5224
    @minakhisaikia5224 2 года назад +3

    Bihu dekhi jabole mon goise mur nasibole ..dhuniya bihu .

  • @darkff1178
    @darkff1178 2 года назад +2

    Moja 🔥🔥🔥🔥❤️ ........bihu 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @hridoydeka2150
    @hridoydeka2150 4 года назад +37

    ফালি দিছে.....আৰু নকওঁ আৰু...আৰু পাম বুলি আশা কৰিলোঁ অনুপম দা....

  • @bikrambhuyan4153
    @bikrambhuyan4153 4 года назад +16

    বহুত ধুনীয়া লাগিল #ধৈন্যবাদ আৰু লগতে সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।😍😍😘😘💖💖💖💖💖

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +3

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @user-cm3sx3op6k
    @user-cm3sx3op6k 3 месяца назад +1

    Aru bihu lage pankoj da❤❤

  • @user-md5vb5ic5b
    @user-md5vb5ic5b 4 месяца назад +1

    Bohut val lagies pankaj da

  • @babitadas2224
    @babitadas2224 4 года назад +6

    বহুত ভাল লাগিল চাই..

  • @user-il3jr9se6z
    @user-il3jr9se6z 4 года назад +3

    সুন্দৰ।

  • @nipendowari2499
    @nipendowari2499 3 года назад +14

    বহুত -বহুত সুন্দৰ বিহুনাম। শুনি ভাল লাগিল এইবোৰ হে বিহুনাম। মন প্ৰাণ চুই গ'ল অ'!

    • @SD.vlogs.
      @SD.vlogs. 3 года назад

      ❤️

    • @SD.vlogs.
      @SD.vlogs. Год назад

      মৰম দিব লাগে ❤️❤️❤️❤️❤️

  • @mondeepchetia808
    @mondeepchetia808 4 года назад +8

    lirics and all the script that composed is very awesome....

  • @bitupanborah5976
    @bitupanborah5976 4 года назад +4

    Bhal lagil ooo

  • @sunitaranidas642
    @sunitaranidas642 4 года назад +8

    Bahut bahut like kora Val lagil video

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bikrammurmu4873
    @bikrammurmu4873 3 месяца назад +1

    Hundor hoise aru anekuwa bihu lage aamak pankaj da❤❤❤❤❤

  • @sagarikapatar1165
    @sagarikapatar1165 3 года назад +1

    Bht hundor..mohan k imn cute lgise

  • @sontidas5343
    @sontidas5343 4 года назад +4

    bhut dhunia hose .dhul to bojaise deiii kinto ato sapor maiu adin bojaisilu anekuwa nuwarilu sar apuni bht dhunia krise happy new year

  • @user-og4ms4lk8q
    @user-og4ms4lk8q 4 года назад +15

    বহুত বহুত ভাল লাগিল! এপাক যেন নাচোঁ যেনেই লাগিছে..... পংকজ বৰা চাৰলৈ বহুত বহুত ধন্যবাদ থাকিল// ব্যতিক্ৰমী উপহাৰ দিয়া বাবে 🤗😍😍

  • @hirakjyotideka1418
    @hirakjyotideka1418 4 года назад +8

    সুন্দৰ প্ৰদৰ্শন। কিবা এটি নতুনত্বৰ সন্ধান পোৱা যেন লাগিল। ধন্যবাদ সকলোলৈকে ইমান এটি সুন্দৰ বিহুৰ বাবে।

  • @siddharthaboruah5317
    @siddharthaboruah5317 4 года назад +2

    Moja bihu... Noubo Bor duniya

  • @kongkonpayeng2814
    @kongkonpayeng2814 4 года назад +28

    ২০১৯ৰ সৰ্ব শ্ৰেষ্ঠ হুঁচৰি গীত , বহুত ধুনীয়া লাগিলে শুনি , এয়া অসমীয়াৰ বাবে এটা ভাল উপহাৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

    • @kongkonpayeng2814
      @kongkonpayeng2814 4 года назад +2

      @@অনুপমবিতোপন আপুণআলৈও ধন্যবাদ থাকিল দাদা ইমান সুন্দৰ গীতটি আপুনি release দিয়াৰ বাবে

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      🙏🙏🙏🙏🙏

  • @jyotimoy3188
    @jyotimoy3188 4 года назад +4

    Hundor Hoisa Bi2pan daa

  • @nikhamoninath6582
    @nikhamoninath6582 4 года назад +2

    Hosakoi bht vl lagile nasu nasu lagi gol..Ooo..👌👌👌👌

  • @chandanbori3696
    @chandanbori3696 4 года назад +4

    ভাল লাগিল৷ পংকজ বৰাৰ বিহু, শান্তুমনি দাৰ নৃত্য কৰিগ্ৰাফ, উত্তমৰ কেমেৰাই মনোগ্ৰাহী কৰি তুলিছে৷ এইবাৰ বিহুত এইটো গান বেছি বাজিব৷

  • @rajuraidogia1303
    @rajuraidogia1303 4 года назад +10

    আগৰলৈ আৰু পোৱাৰ আশাৰে......ভাল লাগিল

  • @hirakjyotipathak1081
    @hirakjyotipathak1081 4 года назад +3

    Anupom da aru bitupon da apuna lukok notun bosoror xuvo kamona jasilu...
    Demor dina a koisilu mojjjaaahh hbo bihu

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ ধন্যবাদ।
      তোমালৈও নতুন বছৰ শুভেচ্ছা থাকিল ।।

  • @nayanjyoti5201
    @nayanjyoti5201 Год назад +1

    Dhuniya Lagise

  • @moninath5872
    @moninath5872 3 года назад +2

    Moja bihu bihu lagi jai

  • @bhaskarjrajbonchi6430
    @bhaskarjrajbonchi6430 4 года назад +3

    Hsake bhut dhuniya .

  • @manabkalita8383
    @manabkalita8383 4 года назад +15

    এনেকুৱা এদিন হ'লে জীৱন সাৰ্থক হ'লেহেতেন

  • @kankandas1908
    @kankandas1908 4 года назад +7

    নাচিব মন গৈছে মোৰ ও,,,,💞💞💞

  • @mrinmoyrva5210
    @mrinmoyrva5210 4 года назад +2

    Natural Bihu mja lagise....anekuwa hbo lage bihu bor

  • @bitudas5576
    @bitudas5576 4 года назад +3

    Bor dhunia lyrics ru vocal2 mjhaa superhit bihu songs😍😍😍😍

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @manashhazarika6710
    @manashhazarika6710 4 года назад +15

    2020 best video Beautiful. 👍👍👍👍👍👍

  • @tentacion787
    @tentacion787 3 месяца назад +2

    Mojja❤❤

  • @goutamborah2634
    @goutamborah2634 4 года назад +20

    এটি সুন্দৰ গান শুনিবলৈ পালোঁ বহুত দিনৰ মুৰত বহুত সচাকৈ ভাল গানটো কাৰণে এটা like কৰিব

  • @bikashboruahboruah4232
    @bikashboruahboruah4232 4 года назад +3

    bohut hundor.nasibole he mon goise..

  • @user-mi3un9ee4o
    @user-mi3un9ee4o 4 года назад +4

    Val lagil dei

  • @apurbadasapurbadaa6352
    @apurbadasapurbadaa6352 2 года назад +1

    সচাই সুন্দৰ হৈছে ।

  • @officialdaisyburagohain
    @officialdaisyburagohain 4 года назад +6

    ঐ দেৱজিত মজা।।। 💖💖💖💖💖💖💖

  • @ditimonigogoi8228
    @ditimonigogoi8228 4 года назад +4

    Hundorrrr

  • @munmi123
    @munmi123 4 года назад +3

    Dhunia hoise...

  • @bc_assamese_hd_creation1975
    @bc_assamese_hd_creation1975 4 месяца назад +1

    বিহু অসমীয়াৰ প্ৰাণ 💝 বিহু অসমীয়াৰ মান 🥰💓

  • @dhrubajyotishortsaxom
    @dhrubajyotishortsaxom 4 года назад +2

    ইমান এটা ধুনীয়া বিহু অসম বাসিক উপহাৰ দিয়াৰ কাৰণে ধন্যবাদ পংকজ দা।

  • @dhirajkalita2099
    @dhirajkalita2099 3 года назад +6

    ইমান বাৰেই চাইছো মানে তথাপিও মন নভৰে❤️❤️
    সুন্দৰ হুঁচৰিৰ লগতে নাম..❤️❤️
    প্ৰত্যেক বিহুতেই যদি এইধৰনে বিহু হুঁচৰি আহিলে হয়..❤️❤️

  • @nabanitabora1069
    @nabanitabora1069 4 года назад +6

    Husori tu xuni bohut bohut bohut bhal lagisa 😊😇😍😘🙏🙏🙏🌾🌿

  • @puspasahu7421
    @puspasahu7421 4 месяца назад +1

    Bohut val lagise

  • @baidurjyahatiboruah1598
    @baidurjyahatiboruah1598 2 года назад +1

    অতি সুন্দৰ হৈছে

  • @anupam8994
    @anupam8994 4 года назад +4

    Dhuniya

  • @bhaktadhadumia8573
    @bhaktadhadumia8573 4 года назад +3

    Agotiakoi rongali bihur hubesya jnalu bohut Val lagil Sai soku Thor lagi gol

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @Peace-so2ld
    @Peace-so2ld 3 года назад +1

    Joi o hori bula joi o ramo bule... 🙏🙏🙏🙏

  • @jayantaphukan7003
    @jayantaphukan7003 4 года назад +1

    Gaonwar deka 2020. Huchari very nice one. Congratulations to Pankaj Bora.

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @ishitawrolds2237
    @ishitawrolds2237 4 года назад +4

    Bhut dhuniya hoisa

  • @pranjitporakhmusical1400
    @pranjitporakhmusical1400 4 года назад +13

    প্ৰথমে ধন্যবাদ জনাইছোঁ পংকজ বৰাদেৱক এটি নিভাঁজ বিহু হুঁচৰি উপহাৰ দিয়া বাবে । আজি কালি সকলোৱে বিহু সুৰীয়া গীত হে কৰে । কেতিয়াবা এনে লাগে সময়ৰ বুকুত যেন আমাৰ মাজৰ পৰা হেৰাব হে ধৰিছে । আপোনাৰ পৰা আৰু আশা কৰিলো এনে ধৰনৰ হুঁচৰি । চাই ভালপোৱা সকলে লাইক এটা দি যাব ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 года назад +1

      বিহু আমি জীয়াই ৰাখিব লাগিব ।।।
      মন্তব্য বাবে ধন্যবাদ।।

    • @pranjitporakhmusical1400
      @pranjitporakhmusical1400 4 года назад

      নাৰাখিলে আমি অস্তিত্ত্বহীন

  • @mintumanisaikia9415
    @mintumanisaikia9415 3 года назад +1

    Bahut dhuniya

  • @poragchetia1696
    @poragchetia1696 3 года назад +4

    100 bart koi u besy salu❤️

  • @sjgamingassamese670
    @sjgamingassamese670 4 года назад +21

    Gelabilor pora kune kune sai asa,, like eta mari thoi jaba

  • @rajusarma9982
    @rajusarma9982 4 года назад +11

    পুৰণিক উদ্ধাৰৰ সুন্দৰ প্ৰচেষ্টা।

  • @RIYAgogoi66
    @RIYAgogoi66 2 года назад +1

    Bhut dhuniya

  • @dipanjalichetia455
    @dipanjalichetia455 2 года назад +5

    মনৰ পচন্দ বিহু ।