এগৰাকী শাহুৱে দেখুৱালে আদৰ্শ ! স্বামীহীনা বোৱাৰীয়েকক বিয়া পাতি দিলে নিজৰ সৰু পুত্ৰৰ লগত।

Поделиться
HTML-код
  • Опубликовано: 28 дек 2024

Комментарии • 460

  • @siddiqueahmed8755
    @siddiqueahmed8755 2 года назад +77

    বহুত বহুত ধন্যবাদ থাকিল মা, দেউতাৰ মহান আদ'শৰ বাবে। মহান আল্লাহ পাকৰ ওচৰত দোৱা কৰিছো আপোনালোকৰ যুগ্ম জীৱন হৈ পৰক সুখ,, শান্তি,, আৰু আনন্দময়। আমিন,,

  • @pankajsarma9272
    @pankajsarma9272 2 года назад +67

    সচা অৰ্থত ভাল কাম কৰিছে। সন্মান যাচিলো শাহু আৰু শশুৰ দম্পতীক আৰু দৰা -কইনা লৈ থাকিল শুভেচ্ছা।

  • @bubulboruah2881
    @bubulboruah2881 2 года назад +118

    এনেকুৱা শাহু মা কাহিনিও পোৱা নাই।
    এনে মা দেউতাকৰ পৰা আদৰ্শ সমাজৰ বাবে অতি প্ৰয়োজন। 🙏🙏💐💐💐

  • @gautamanirabha3593
    @gautamanirabha3593 2 года назад +72

    আমাৰ বাবে আদৰ্শ হৈ ৰক,,,,,, সুন্দৰ জীৱন গঢ়ক তাৰেই কামনা। ।।।

  • @jituramdas6229
    @jituramdas6229 Месяц назад +4

    কবলৈ ভাষা নাই আপোনা লোকক বহুত বহুত ধন্যবাদ জনাইছো

  • @runudevi588
    @runudevi588 2 года назад +32

    সচা আদৰ্শ ।
    আশীৰ্বাদ কৰিছো যুগ্ম জীৱন সফল হওক । হৰ গৌৰী বসতি হওক ।

  • @pilygoswami9414
    @pilygoswami9414 2 года назад +8

    ইমান সুন্দৰ পদক্ষেপ সঁচাকৈ মন ভৰি গৈছে ।এয়াহে আচল মানুহ ।ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ দৰে মহান পদক্ষেপ লৈ বৰ্তমান সমাজৰ অন্ধ সকলৰ চকু মুকলি কৰি দিলে । মঙ্গলদৈ এই ঘৰখনৰ আদৰ্শক কি বুলি শলাগ লম মুখৰ শব্দ হেৰাই গৈছে ।আগন্তুক দিনবোৰ বৰ কন্যা দুয়োৰে জীৱন সুন্দৰ হওক সুখৰ হওক তাৰ বাবে নেদেখা জনৰ ওচৰত কাতৰ ভাবে প্ৰাৰ্থনা জনাইছো ।লগতে আহুমা আৰু শহুৰ দেউতালৈ কৌটি কৌটি প্ৰণাম জনালোঁ ।পুণৰ ঘৰখন সুখ আৰু আনন্দৰে ভৰি পৰক তাৰেই কামনাৰে ( মই কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ পৰা কলো ) ।

  • @himajyotimazumdar1408
    @himajyotimazumdar1408 2 года назад +42

    মহান তথা ব্যতিক্ৰমী শাহু। এক আদৰ্শৱতী মহিলা। খুব ভাল লাগিল। পুত্ৰ-বোৱাৰী, শাহু- শহুৰ আটাইৰে ইশ্বৰে মঙ্গল কৰক ।

  • @villageartanddrawing96
    @villageartanddrawing96 2 года назад +12

    যিজন বোৱাৰীয়ে এনে শাহুমা পাইছে, ইয়াতকৈ আপোন কোন হ'ব পাৰে, শাহুমা হৈয়ো নিজৰ বোৱাৰীক জি সন্মান, যি ত্যাগ দিছে কবলৈ ভাষা নাই, ছব শাহুমা এনেকোৱাই হ'ব লাগে| জয় আই শাহুমা, জীয়াই থাকা হেজাৰ বছৰ||...

  • @jahanarabegum173
    @jahanarabegum173 Год назад +6

    হৃদয়ৰ পৰা ধন্যবাদ।এনেকুৱা শাশুৰী লাখত এজনীহে পোৱা যায়। এনেকুৱা শাশুৰী ঘৰে ঘৰে হ'লে পৃথিৱীখন সৰগ হ'লহেতেন।

  • @bimanchetia1266
    @bimanchetia1266 2 года назад +27

    এক সুন্দৰ পদক্ষেপ,অনাগত দিনবোৰ যাতে পৰিয়ালটিৰ সুখময় হৈ পৰে,তাকে কামনা কৰিলোঁঁ ।।

  • @utpalkathar6722
    @utpalkathar6722 9 дней назад +1

    জীৱনৰ শ্ৰেষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰি মানৱতাৰ উদাহৰণ দাঙি ধৰি সমাজখনলৈ যি বাৰ্তা প্ৰেৰণ কৰিলে তাৰ বাবে আপোনালোকৰ ঘৰৰ প্ৰতিজন ব্যক্তিলৈ মই মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বৌ জনী ভাগ্যবান সূৰ্য উদয় হল বৰ কপালত বহুত ভাল লাগিছে ।

  • @amararunav5198
    @amararunav5198 2 года назад +27

    প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী শাহু আই সকলৰ আপুনি আদৰ্শ হৈ ৰওঁক,ভাষা নাই আপোনাক কি বুলিনো‌ প্ৰশংসা কৰিম,মাথো ভগৱানে আপোনাক সূস্থ-সৱল কৰি ৰাখক💚

    • @naja18
      @naja18 2 года назад

      Goru, sagoli, kukur, r nisina hoi gl kahini to maa bula xobdo to uliyai wife buli koi hai bhal pai ,tur maa/bou nai neki laaj naikiya nillaj

  • @Monmee24
    @Monmee24 Месяц назад +1

    এনে মহান মাতৃ আৰু তেওঁৰ চিন্তা শক্তিক সহস্ৰ প্ৰণাম।

  • @rimalakhimpur5549
    @rimalakhimpur5549 2 года назад +20

    এইগৰাকী শাহুক জনালো সহশ্ৰ প্ৰনাম , এনেকুৱা হ‌ওক সকলো শাহু, সকলোৱে মনটো এনেকুৱা মহান হ‌ওক , নৱজীৱনলৈ আপোনালোকক শুভেচ্ছা জনালো 🙏

  • @manabbvlogs4024
    @manabbvlogs4024 2 года назад +11

    বহুত ভাল কাম কৰিলে মা জনীয়ে।।।।মা তোমাক প্ৰণাম যাচিছোঁ।।।।আপোনালোকৰ দুয়োৰে সংসাৰ খন ভাল দৰে চলি যায় যেন তাৰে কামনা কৰিছোঁ।।।ভাল হওক আপোনালোক দুয়োকে ভগৱানে মূৰ দাঙি চালে।।।।।।।।এনেকুৱা শাহুমাক এনেকুৱা পুত্ৰ আৰু এনেকুৱা বোৱাৰী হব লাগে ।।।।।।।।,🥰🥰🥰🥰🥰

  • @krishnagogoi1657
    @krishnagogoi1657 2 года назад +4

    বহুত ভাল পদক্ষেপ | দৰা আৰু কইনা লৈ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলো |

  • @assam2006
    @assam2006 2 года назад +29

    ইশ্বৰে মঙ্গল কৰক।

  • @Rikhamoni-m1x
    @Rikhamoni-m1x 9 месяцев назад +1

    বহুত বহুত ভাল লাগিল সদাই আগোৱাই যাব এনেকৈয়ে ❤❤

  • @jayantachetia4488
    @jayantachetia4488 2 года назад +4

    ডগৱানে কৃপা কৰক এয়া ভাল পদক্ষেপ ধণ্যবাদ।

  • @Mr_SSR
    @Mr_SSR 2 года назад +8

    আমি প্ৰতিদিনে শুনি আহিছে যে শাহু বোৱাৰীৰ কাজিয়া কিন্ত আজিৰ এই video টো চাই মনটোত বহুত ভাল লাগিলে।.............আৰু আপোনাৰ লৰা বোৱাৰীৰ বিবাহিত জীৱন সুখি হওক তাৰে কামোনা কৰিলো। 👍

  • @digantadoley7618
    @digantadoley7618 13 дней назад +1

    বহু বহু ধন্যবাদ।

  • @khalilurrahman847
    @khalilurrahman847 2 года назад +2

    বহুতে ভাল চিন্তা তেওঁ লোকৰ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ শাহ শহৰেৰ দিৰঘায়ু আৰু নৱ দম্পত্তীৰ উজ্বল ভৱিষ্যতৰ।

  • @sharadeedutta446
    @sharadeedutta446 2 года назад +4

    আপোনালোকৰ পৰিয়ালটি সকলোৰে বাবে চিৰদিন আদৰ্শ হৈ জিলিকি থাকক | ভগৱন্তৰ শ্ৰীচৰণত তাকে কামনা কৰিলোঁ |দৰা কইনালৈ আশিষ তথা শুভকামনা যাঁচিলো |

  • @Danirojasfc6
    @Danirojasfc6 2 года назад +8

    *এনেকুৱা শাহু শহুৰ পাবলৈ বোৱাৰীৰ ভাগ্য লাগিব।*

  • @rajkumarpegu1942
    @rajkumarpegu1942 2 года назад +1

    এই পৃথিৱীত জীয়াই থকালৈকে সকলোকে দোষ -সুখৰ বাবে লগৰীয়াৰ প্ৰয়োজন এই কথাকে ভাবি তেখেতৰ মা- দেউতাই এই মহান তথা ভাল সিদ্ধান্তই ললে শেষত তেখেতৰ সকলো স-পৰিয়াললৈকে বহুত বহুত ধন্যবাদ জনাইছো

  • @golapkalita8004
    @golapkalita8004 2 года назад +2

    বহুত বহুত শুভেচছা মাক দেঊতাক আৰু দৰা কণয়ালৈ

  • @uk_ff2265
    @uk_ff2265 2 года назад +1

    বহুত বহুত ধন্যবাদ মাআপোনাৰ দৰে শাহমা সকলোৱে মা হব পৰা হলে বহুত ভাল লাগিল হয়

  • @babuldas4341
    @babuldas4341 2 года назад +2

    Bhut vhal lagil ❤️❤️ . Jugo jibon sukhor kamona korilu

  • @puronpayeng7151
    @puronpayeng7151 2 года назад +1

    👌👌👌👍👍👍 আশীৰ্বাদ থাকিল । বহুত বহুত ভাল পদক্ষেপ ললে । 🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 года назад +8

    বহুত ভালখবৰ।

    • @jiaurrahman4614
      @jiaurrahman4614 2 года назад

      সচাঁকৈয়ে তাল খবৰ ।

  • @kimarupohi5210
    @kimarupohi5210 2 года назад +8

    আপোনাৰ দৰে এগৰাকী শাহু পালে কোনো ছোৱালীয়ে নিজ মাতৃক মনত পেলাই দুখৰ সময়ত মা বুলি উচুপী কান্দিব নালাগে । আপোনালোকৰ এই মহান পদক্ষেপক মোৰ শতকোতি প্ৰনাম

  • @bkp9774
    @bkp9774 Год назад +1

    মাক গৰাকী বহুত হৃদইবান মা। বোৱাৰী মা দেউতাক সদাই মৰম দিবা।

  • @mainawbora39
    @mainawbora39 2 года назад +1

    বহুত ভাল লাগিল সদায় সুখী হৈ থাকক

  • @bilahkonwar5865
    @bilahkonwar5865 2 года назад +14

    আমাৰ সমাজত মানবতাৰ অভাৱ হৈছে আদৰ্শ হিছাপে গণ্য কৰা বাবে ভাল পালোঁ

  • @birennath8618
    @birennath8618 2 года назад +6

    এটা আদৰ্শ। সমাজখনো এখন আদৰ্শবান সমাজ। বোৱাৰীৰ কথাখিনি শুনি ভাল লাগিল। দুয়ো লৈকে শুভেচ্ছা জনালো।

  • @rajenbora562
    @rajenbora562 2 года назад +3

    ভাল হৈছে,পিতৃ মাতৃৰ কথা ৰাখিবই লাগিব ,লাগিলে দ্ৰৌপদীৰ দৰে পাঁছজনকেই স্বামী বৰিব নালাগক কিয় । যদিও কিছুমান কথাত সমালোচনাৰ অবকাশ থাকি গ'ল ।বিধবা বোৱাৰী গৰাকীয়ে কেতিয়াও স্বামীগৃহ এৰি যোৱাৰ প্ৰয়োজন নাই ।শহুৰ শাহুৱেকে তাইক নিজৰ জীয়েকৰ দৰে ভাবি আনৰ ঘৰলৈ বিয়া দিব লাগে ।এতিয়া সম্পৰ্কটো ভাই ভনীৰ দৰে । সীতা আৰু লক্ষ্মণৰ সম্পৰ্কৰ মৰ্য্যদাও ৰাখিব লাগে ।

  • @bharatisaikia1388
    @bharatisaikia1388 8 месяцев назад +1

    মা আপুনি ধন্যবাদৰ পাত্ৰ।। ভগৱানে আপোনাক ক্বপা কৰক

  • @anupomborgohainanupomborgo8582
    @anupomborgohainanupomborgo8582 2 года назад +9

    খুব ভালহৈছে।

  • @akankumarsarma9350
    @akankumarsarma9350 2 года назад +2

    Very good decision. Thankyou.

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 2 года назад +3

    প্ৰথমতে বৰ আৰু কইনালৈ অভিনন্দন জনালো।এই আদৰ্শ সমাজৰ প্ৰতিখন ঘৰৰ বাবে পথ প্ৰদৰ্শক হৈ জিলিকি উঠক।

  • @prianchigogoi9168
    @prianchigogoi9168 Год назад

    সচাকৈয়ে বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ আচল প্ৰকৃত মা আপুনি হে পৃথিবীত এনেকুৱা মা বিছাৰি পোৱা টো টান । ধন্যবাদ জনালোঁ আপোনালৈ মা । 🙏🙏🙏🙏

  • @devidk7991
    @devidk7991 2 года назад +1

    খুবেই ভাল সিদ্ধান্ত। সকলোলৈকে অভিনন্দন জনালোঁ।

  • @shekharborahborah2674
    @shekharborahborah2674 2 года назад +11

    Val hoisa আইতা 🙏

  • @lalitgogoi229
    @lalitgogoi229 2 года назад +23

    Very good, I hope the couple will be happy in their life.

  • @arabindabaro2350
    @arabindabaro2350 6 месяцев назад

    সুন্দৰ নিদৰ্শন। পৰিয়ালটোৰ সুখ সমৃদ্ধি আৰু উন্নতি কামনা কৰিলো।

  • @harikantagogoi2607
    @harikantagogoi2607 7 месяцев назад

    Always be happy.....02 u re jowan hodai hukhar haok....❤

  • @uttamswargiary7977
    @uttamswargiary7977 2 года назад +8

    She is an ideal women in the society. Thousands of Selute such a mother- in - law.

  • @jharnasaikiajunu9092
    @jharnasaikiajunu9092 2 года назад +2

    Very good decision, god bless u

  • @adityaksik1422
    @adityaksik1422 2 года назад

    Buhut buhut Val lagil.....anekoi korai val hol...

  • @surjitkrthakur5538
    @surjitkrthakur5538 2 года назад +7

    Great mother in-law. May God 🙏 bless the couple. Be happy.

  • @bhanitabarmanray544
    @bhanitabarmanray544 2 года назад

    Xosai bohut vl lagil bohut bohut xubhasay thakil

  • @pranjal3406
    @pranjal3406 2 года назад +2

    বহুত ভাল লাগিল
    Happy couple

  • @nanditanarzary7294
    @nanditanarzary7294 8 месяцев назад

    Khub vaal lagil, Maak deutak loi srrodhya thakil . Bhogobane kushole rakohok🙏

  • @leenagoswami1281
    @leenagoswami1281 2 года назад

    বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ ।

  • @manjitborah191
    @manjitborah191 2 года назад

    Bohut Val lagil video tu...very very nice thanks

  • @FarhanAhmed-lz2eh
    @FarhanAhmed-lz2eh 2 года назад +1

    Bohut bhal kam korise... Congratulations 🎈

  • @Dibya-jo6pu
    @Dibya-jo6pu 4 месяца назад

    যুগ্ম জীৱন শুষৰ হওঁক ❤❤❤🌹🌹🌹

  • @ajimabegum5683
    @ajimabegum5683 6 дней назад

    এয়া সমাজৰ বাবে আদৰ্শ... সকলোৱে ভালে থাকক তাকে দোৱা কৰো

  • @monjit85
    @monjit85 2 года назад

    Salute dsu apunalukok ..hundor nidorkhon dle apunaluke..hukhi houk anagoto din bur...

  • @rishibabu2680
    @rishibabu2680 2 года назад +8

    সচাঁই বহুত মহান কাম কৰিলে তেওঁ আজিলৈকে দুখন বিয়া দেখিলো কাহিনী একেই

  • @pankajkumartalukdar890
    @pankajkumartalukdar890 2 года назад +8

    Salute to the couple.Be happy.

  • @purnimakalita1805
    @purnimakalita1805 2 года назад

    বহত বহুত ধন্যবাদ আপোনাক

  • @apurbadutta4261
    @apurbadutta4261 2 года назад +1

    Congratulations 🌹🌹🌹bohut vl lagil....tumaluk happy thaka

  • @pabitrarabha7052
    @pabitrarabha7052 5 месяцев назад

    Well done by the family ❤ please take care of her😊😊

  • @jayantamahanta242
    @jayantamahanta242 2 года назад +11

    They are really to be worshipped as they are the great priest of humanity.

  • @jyotigogoi3852
    @jyotigogoi3852 5 месяцев назад

    C অতিশয় মানবীয় গুন আপোনাৰ ওচৰত দেখিলো।ঈশ্বৰে মঙ্গল কৰক আপোনাৰ পৰিয়ালটিক। ধন্যবাদ।

  • @korobidas5121
    @korobidas5121 2 года назад +1

    বহুত ভাল কাম কৰিলে 🙏🙏🙏

  • @arupbora9869
    @arupbora9869 2 года назад +3

    Both of you happy married life.. 💐💐,,May God bless you 🙏

  • @promitsonowal1220
    @promitsonowal1220 2 года назад

    সুখৰ হওক আপুনালোকৰ জিৱন ৷

  • @kanchandas7076
    @kanchandas7076 2 года назад +9

    God bless him.

  • @romanandagogoi-tf6bs
    @romanandagogoi-tf6bs 2 месяца назад

    এই সিদ্ধান্তত আদৰণি জনাইছোঁ ধন্যবাদ

  • @PodumHazarika-y4l
    @PodumHazarika-y4l Год назад

    Great Job Nomaskar

  • @niruborah9424
    @niruborah9424 8 месяцев назад

    ❤এনেকুৱা শা হু সমাজৰ আদৰ্শ হওঁক

  • @amiyokumardas9048
    @amiyokumardas9048 2 года назад +3

    Congratulations
    God will help them
    Salute to MA

  • @jyotigogoi3852
    @jyotigogoi3852 5 месяцев назад

    এনে পদখেপ লোৱাৰ বাবে ধন্যবাদ।

  • @moliboro8777
    @moliboro8777 Год назад

    Bahut val lagise anekuwa hbo lage manur mon bilak

  • @bibhagogoibibhagogoi4148
    @bibhagogoibibhagogoi4148 2 года назад

    Bhut bhut dhuniya hoise anekoi hokolu aag bahi ahok

  • @joligoswami3870
    @joligoswami3870 2 года назад +2

    God bless himmm❤️❤️❤️

  • @bishnuprasadnath1214
    @bishnuprasadnath1214 8 месяцев назад

    Very Good 👏👏👏🙏🙏🙏......

  • @divishakayshap1842
    @divishakayshap1842 2 года назад +1

    Apunalukor Dore Xahu Ru Xahur thakile xamajat Durvigiya Nariye Murtuli Jiyai thakibo paribo.
    Shardha Janaisu.🙏🙏🙏🙏🙏
    Xakoluke Bhagawan ne xadai xukhat rakhok tar kamona.

  • @d.gogoivlogs7081
    @d.gogoivlogs7081 2 года назад

    sundor bhal lagil aapunalukor sidhanta .

  • @NURULISLAM-ne7lw
    @NURULISLAM-ne7lw 2 года назад +4

    The guardian has taken nice step.
    I wish the new couple a happy conjugal life

  • @nirmalikakatisharmah8417
    @nirmalikakatisharmah8417 2 года назад +2

    Xundor podokhap.May God bless them.

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass8788 2 года назад +2

    GOOD JOB 💕

  • @manirsmnath9964
    @manirsmnath9964 2 года назад

    তেওলোকৰ বৈবাহিক জিবন সুখৰ হওক তাৰে কামনা কৰিলো

  • @vlogjnm5948
    @vlogjnm5948 2 года назад +1

    Maa, tumi mohan, God blees you maa.

  • @ratnadas3609
    @ratnadas3609 2 года назад +1

    Eman mohan matri aaji u ai prithibit ase ne ... 🙏🙏🙏... dirgho jibi hok aapuni

  • @omichabegum7309
    @omichabegum7309 2 года назад +1

    Best decision

  • @rajanisut113
    @rajanisut113 2 года назад

    Very good anekuwa khahu khot.. khohorsy pronam

  • @tahimabegum5896
    @tahimabegum5896 Год назад

    শাহু জনী সচাকৈয়ে অতি মহান।

  • @svlogs1793
    @svlogs1793 2 года назад

    Congratulations best of luck.

  • @sukantapaul681
    @sukantapaul681 2 года назад +3

    We salute u,Mother.

  • @lizaboruah4550
    @lizaboruah4550 2 года назад +3

    Congratulations.... May God bless you all😊✨

  • @junkulijunkuli3643
    @junkulijunkuli3643 2 года назад +1

    ।ভাল লাগিল

  • @ainulhussein8536
    @ainulhussein8536 Год назад

    Bhal lagil , ❤❤❤

  • @S.M.8439
    @S.M.8439 2 года назад +2

    শাহুৰুপী ভগৱান।

  • @dipbhuyan1808
    @dipbhuyan1808 2 года назад +2

    আপোনাক সহস্ৰ প্ৰণাম মা। আপুনাক প্ৰণাম মা। আপুনি মহান।

  • @bijukalita3567
    @bijukalita3567 2 года назад

    Bahut val manar garaki Sahu Maa jni🙏🙏🙏

  • @sonjoyboro8556
    @sonjoyboro8556 2 года назад +1

    God bless you tangks.