মোৰ নিজৰ মায়ে মোক হিজৰা বুলি গালি দিয়ে😭 | Monor Kotha EP15

Поделиться
HTML-код
  • Опубликовано: 4 авг 2024
  • #jssunscripted
    #assameseinterview
    #monorkotha
    Created by: Mustaq Ahmed
    ( mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    jumpingspiderst...
  • РазвлеченияРазвлечения

Комментарии • 552

  • @jayantidas639
    @jayantidas639 Год назад +166

    মানুহে বেয়া পায় পাবলৈ দিয়া ভগৱানে টো ভাল পায় হে সৃষ্টি কৰিছে । তুমি মাথু দুৰ্বল হৈ নপৰিবা ।

    • @ankurborush9638
      @ankurborush9638 Год назад

      Kio tumi manuh nhoi nki?? Kisuman word Tu koba, karon manuh Or vitort... Tumi nopora nki, njnile kotha nkoba

    • @dilipborah2849
      @dilipborah2849 Год назад +2

      সঁচা কৈ বহুত ভাল কথা কৈছে আপুনি

  • @pintusaikia412
    @pintusaikia412 Год назад +16

    হয় দেই! নিজৰ মাকেই যদি সাহস নিদিয়ে সন্তনে কেনেকৈ জীয়াই থাকিব বাৰু? আশীৰ্বাদহে কৰিব লাগে নিজৰ পেটৰ সন্তানক! মাকতকৈ আপোন কোন হব পাৰে এই পৃথিৱীত! বহুত দুখ পালো কথাটো শুনি.....

  • @luckyassam8565
    @luckyassam8565 Год назад +7

    যি জোপা গছৰ ফল মিঠা সেই জোপা গছত ফৰ্মূথি মৰা মানুহো বেছি । মোৰো ঠিক তেনেকুৱাই সকলোৱে বেয়া পাই সকলোৱে পৰা কেৱল অভিশাপ , তথাপিও অভিশাপ বোৰক আশীৰ্বাদ হিচাপে লৈ জীয়াই আছো । তুমি তোমাৰ দুখ বোৰ দুখ বুলি নাভাবিবা কাৰণ মানুহৰ জীৱনটো কিমান ভাগ্যৰ মূৰত পাইছা । জীৱনটো যিখিনি পাইছা তাকে লৈ সুখী হোৱা নোপোৱা খিনি লৈ দুখ নকৰিবা । ভগৱানে তোমাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি তুলক ।

  • @ankurboruah3072
    @ankurboruah3072 Год назад +36

    তুমি এজন বহুত ভাল মানুহ। তুমি আগুৱাই যোৱা , আৰু এটা কথা যত সন্মান আদৰ নায় মই ভাবো তুমি তাৰ পৰা ওলাই আহি নিজৰ জীৱন গঢ়া । তোমাৰ নিজৰ ইনকাম আছে তুমি পাৰিবা। আৰু তুমি মা হতক আঁতৰৰ পৰা পতিপাল কৰিবা।

  • @dipakkalita7034
    @dipakkalita7034 Год назад +22

    পাগল , পাগলি, হিজিৰা লেঙাৰা, লেঙিৰি হিজীৰা এই বোৰ যিয়ে কয় সেই বোৰ মানুহৰ শাৰীত নপৰে । আনৰ কথাত কান নিদি আগ বাঢ়ি যোৱা ।

    • @keyore8915
      @keyore8915 Год назад +1

      Lower caste upper caste Kuwa bur ki te. Jontu janowar

    • @dipakkalita7034
      @dipakkalita7034 Год назад +1

      @@keyore8915 নিশ্চয় ।

  • @Myworld-zn3fv
    @Myworld-zn3fv Год назад +31

    মায়ে জন্ম দি কেনেকৈ তেনেকে কলে আশীৰ্বাদ বুলি লৈ আগুৱাই যোৱা সকলো আছে /আছো তোমাৰ লগত

  • @trishapride901
    @trishapride901 Год назад +8

    বহুত দুখ লাগিল । চকুৰ পানী ওলায় গ'ল । আনৰ কথা শুনি দুখ নকৰিব জীৱনটো নিজৰ মতে জীয়াই থাকিব । ঘৰৰ মানুহে এনে ব্যৱহাৰ কৰিলে সচাকৈ বহু দুখ লাগে ।

  • @himaniray6654
    @himaniray6654 Год назад +45

    সঁচাকৈ যেতিয়া ঘৰৰ মানুহে এনেকুৱা কৰে তেতিয়া বহুত কষ্ট হয়।

  • @birajvlogs9433
    @birajvlogs9433 Год назад +37

    কি মাক অ আপুনি, নিজৰে লৰা।আজিকালি এইবিলাক খুব সাধাৰণ কথা।আইনে সকলোকে জীয়াই থকাৰ সমান অধিকাৰ দিছে।আপুনি কাকো মানসিক অশান্তি দিব নোৱাৰে।

    • @keyore8915
      @keyore8915 Год назад

      Hijrak hijra nkoi ki kbo. Gay, transgender word bur sob manuhe najane speacillay maiki manuhe. Eman akhyep maakok kio kribo lge. Hijra koleo toh jonmo maakei dse

  • @hiranyarabha8867
    @hiranyarabha8867 Год назад +69

    শুনি বেয়া লাগিল 😭 দুখ নকৰিবা আগুৱাই যোৱা,,,👍👍

  • @sukanyarajbanshi5376
    @sukanyarajbanshi5376 Год назад +8

    নিজৰ সন্তান সদায় নিজৰেই সি যিয়েই নহওঁক কিয় ।অন্তত মাকে তেওঁক বুজিব লাগে ।

  • @rumabora8990
    @rumabora8990 Год назад +14

    বহুত বহুত দুখ লাগিল। তুমি তোমাৰ মতে আগুৱাই যোৱা কাকো ভয় কৰা ৰ দৰকাৰ নাই। ভগবান তোমাৰ লগত আছে।

  • @sibaprasadbora01
    @sibaprasadbora01 Год назад +67

    তোমাক ম ই চিনি পাওঁ,দুখ নকৰিবা আমি তোমালোকৰ লেখিয়াক মানুহক সন্মান জনাও ।আগোৱাই যোৱা চিন্তা নকৰিবা ভগবান আছে।

  • @pranamisarma6032
    @pranamisarma6032 Год назад +25

    I request his parents - please accept him. Teok moromot aakowali louk. Dekhibo kiman morom pabo ubhotai. Ekhon ghorot elaagi kori maat bol nokorile kiman dukh lage ebar daw koi bhabile bujibo pari.

  • @tannushreetannu2778
    @tannushreetannu2778 Год назад +17

    ভাল লাগিল 🙂 সচাই আপোনি বহুত Strong মানুহ সদায় এনেদৰে শক্তিশালী হৈ থাকিব 😌💞 । ভগৱানে আৰু শক্তি দিয়ক আগুৱাই যাবলৈ 😇💕 । শেষত এটাই কথা ক‌ও 🙂 আপোনাৰ ভূল নহয় মানুহে নিজে কৰি নলয় ভগৱানে আপোনাক এনেদৰে সৃষ্টি কৰিলে সেইবাবে আপোনি এনেকোৱা হল 🙂 তাতে আপোনাক লৈ হাহা বোৰকো কিন্তু মানিচো 😶 বাকি যিয়ে নহ‌ওক এইবোৰ কথা ক লৈ আপোনি ভাবি ভাগি নপৰিব 😌 আগুৱাই যাওক সদায় ✌️😇💕

  • @ashiqurrahmanassam132
    @ashiqurrahmanassam132 Год назад +26

    মন‌ বেয়া ‌নকৰিবা‌ মানুহে‌ যি‌ কয়‌ কও‌ক তুমি‌ আগোৱাই‌ যোৱা‌ 🙏।ভগৱানে‌ যাতে‌ তুমাক‌ ভালে‌ কৈষশলে‌ ৰাখে‌ খেই টো‌ ভগৱানৰ‌ উচৰত‌ শৰল‌ প্ৰাৰ্থনা

    • @analata6540
      @analata6540 Год назад +1

      ভগৱানক বিশ্বাস কৰোক আগুৱাই। যাওঁ কি

  • @biswadoley4365
    @biswadoley4365 Год назад +13

    কথা কি খাৰ শুনি হৃদয় চুই গল👍❣️
    আগ বাহি যাওঁক আপুনি tention nohi lena ap

  • @karpumpulidoleymusical4149
    @karpumpulidoleymusical4149 Год назад +55

    এনেকুৱা মাতৃ আৰু এনেকুৱা পৰিয়াল কোনেও যাতে দুৰ্ভাগ্য ক্ৰমেও নাপায়। ভগবানৰ ওচৰত সেয়াই কামনা কৰিছোঁ 🙏🙏🙏

    • @chiranjibkonwar
      @chiranjibkonwar Год назад +3

      Infact এইটো মাতৃ গৰাকীৰ লগতে আমাৰ সমাজৰো দোষ আছে ...

  • @amothuyein7957
    @amothuyein7957 Год назад +8

    So very emotional hoi golu, hosakoi aji-kali enekoi kuwa n voba manuh bohuuut face kori paisuu,okol nijoke hihote original manuh hisape vabe,anok akou optrino nisina vabi koi,ekuu nai,vll puwa beya puwa bur2 thakiboi , vogowane apunak akhirbad diyok n kukhole rakhok Goutom daa😘

  • @Kaushik632
    @Kaushik632 Год назад +17

    আগুৱাই যোৱা দাদা।
    শক্তিশালী হোৱা.......🤟🤗
    ভাল লাগিল তোমাৰ মনৰ কথা বোৰ খুলি কোৱাৰ বাবে......❤️❤️❤️

  • @pallabigogoi8185
    @pallabigogoi8185 Год назад +3

    Bhut dukh lagil tumr kotha but huni dukh nokriba bhut VL Lora Tumi maa aru deuter Tumi aghuai jua aru tumr ghart hokoluye tmk nijor Lora bhaite dada buli akuali Lok good bless u .

  • @r.m.b4094
    @r.m.b4094 Год назад +8

    ভগৱানে যাক যেনেকৈ বনাইছে 😒 তাত আপুনি কি কৰিব পাৰে । দুখ নকৰিব 😌

  • @ranjandutta4662
    @ranjandutta4662 Год назад +2

    আমাৰ হাতত কিছুমান কথা নাই আচলতে।ভগৱানে নিৰ্ধাৰণ কৰে এইবিলাক।সেইকাৰণে আমি সকলোৱে আদৰি লব লাগে এওঁলোকক।শুভেচ্ছা থাকিল তেওঁলৈ

  • @tridipkumardas2174
    @tridipkumardas2174 Год назад +22

    Each and every human being is a gift of god. We support you. You are brave and bold.

  • @biswajitphukan642
    @biswajitphukan642 Год назад +17

    মই ভাওনা কৰু আমাৰ নিছিনা মাইকী ভাও কৰা সকলোকো সমাজত মাইকী বা লেডিছ বুলি চিনাকী দিযে আমি যেনিৱা অন্য কোনোৱা গ্ৰহৰ জীৱ

    • @r.d.creator8235
      @r.d.creator8235 Год назад

      Tumi o gay neki? Please beya napaba xudhatu🙏

    • @Moinakolija4567
      @Moinakolija4567 Год назад +1

      @@r.d.creator8235 ki fltu😡kisumn thait purukhei suwali vao kore🤐, tat ako gay huwar ki question ahl???

  • @bowlofhappinessbykrishnaa6532
    @bowlofhappinessbykrishnaa6532 Год назад +3

    সঁচাকৈই ঘৰখনে ignore কৰিলে বহুত দূখ লাগে। সকলোৰে story বেলেগ বেলেগ but sturggle একেই হয়।

  • @tanujarsarkar5235
    @tanujarsarkar5235 Год назад +5

    তুমাৰ নিজৰ এটা চিনাকি কিছুমান ছোৱালী আছে ল'ৰা ৰ নিচিনা আৰু মই তুমাক আশীৰ্বাদ কৰিছো আগলৈ তুমাৰ ভাল হওক

  • @apeditzroom7396
    @apeditzroom7396 Год назад

    Sowa Tumi brave hoi, kotha bilak khuli koisa, aguwai jowa, Kam Kora, Naam Kora gutei manuhe janok tomak..... But important kotha keitaman kou...
    1. Beya abhyakh bilak era (drinking).
    2. Dharjyo sil howa,
    3. Manuh bilak eman aware nohoi so gharat bujuwa, Santi bhabe,
    4. Emanei val Kam Kora je edin manuhe tomar naam loi
    Aru sobotke dangor kotha tu hol heibilak manuh he mataa manuh nohoi jiye anok respect koribo najane, bipodot karobak help koribo nuware,
    Hekhot, bhagwan Sri Krishna u Mohini rup loisile aru rahu ketuk Kaati dusowa korisile

  • @harsitadevi6221
    @harsitadevi6221 Год назад +3

    মানুহৰ কথা এৰি দিয়ক‌।সুখী হৈ থাকক সদায়

  • @mrsaikia262
    @mrsaikia262 Год назад +14

    এনেকৈ এ আগুৱাই যোৱা♥️❤️💯🙏

  • @susmitadas7958
    @susmitadas7958 Год назад +2

    last r kotha khini huni bor beya lagil...napai dei karubar monot emn dukh diboloi.. Apuni nijor mote jiyai thakok dada karon jibon tu apunar... all the best 👍

  • @bonditagogoi2281
    @bonditagogoi2281 Год назад +10

    Emotional hoi golu😭 dada always happy thaka😭nohoi😁jogot jinok .

  • @Rekhasvlog1515
    @Rekhasvlog1515 Год назад +4

    বহু ভাল লাগিল তোমাৰ কথা খিনি শুনি ❤God bless you ❤ডিব্ৰুগড় পৰা মৰম দিলো❤❤

  • @mintudas8402
    @mintudas8402 Год назад +1

    Voi nokoriba tumi aguai jua vagabanar sisti ❣️belegor katha kan nidiba god bless you 🙏

  • @Monisha428
    @Monisha428 Год назад +7

    দাদা আপুনি ভবা দৰে জীৱনটো আগুৱাই লৈ যাওক , আপোনাৰ সপোনবোৰ যাতে পূৰ্ণ হয় ।আৰু আপোনাৰ মায়ে যদি আপোনাক গালিও দিছে তথাপিও আপুনি দুখ নকৰিব আশীৰ্বাদ হিচাপে ল'ব , এই খন সমাজত সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে আপোনাক যদি কোনোবাই বেয়াকৈ কয় তেতিয়াহলে আপুনি গুৰুত্ব নিদিব কাৰন এই পৃথিৱীখনত ভাল মানুহতকৈ বেয়া মানুহৰ সংখ্যা বেছি শেষত মই এটা কথাই কও আগুৱাই যাওক💐💐👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @user-kk5hb4ms6o
    @user-kk5hb4ms6o Год назад +1

    "Moi nijok bohut bhal pau karone anoku bhal pau". khub hundor
    I appreciate this a lot whether gay straight or lesbian or transgender ba kiba beleg nohouk kio hodai enekuwa thinking thakibo lage manuhor.

  • @GeetaDevi-hl8uv
    @GeetaDevi-hl8uv Год назад +2

    Tumi dukh nakariba.....adin vaal din ahiboi....manuhburar saku mel khaboi adin......amar dare haday tumar lagat asu....lv u gautam..

  • @kabyashreesarmah2118
    @kabyashreesarmah2118 Год назад +12

    বৰ দুখ লাগিল অ। মন বেয়া নকৰিব আপুনি। সদায় ভালে থাকক, আনৰ কথা মন বেয়া নকৰিব।

  • @gobinchuri1693
    @gobinchuri1693 Год назад +1

    Agbahi jua,June ji koi heibur care nkriba,nijor mote soliba,God bless u,vul buja bure adin holeu tumak bujiboi

  • @munmigogoi7952
    @munmigogoi7952 Год назад

    Dukh nokoriba .nijok loi busy thaka..aguwai juwa..vogoban r shristri jetia vogobanoke vaviba ru ♥️♥️

  • @dhritimadhabsaikia2952
    @dhritimadhabsaikia2952 Год назад +4

    Always respect that people...
    Teur mnr kotha bur janibo pari vl lgl

  • @_The_Leo_Man_
    @_The_Leo_Man_ Год назад +1

    Carry on yr job with sincealy,god always help u,all da best

  • @kabyakaumudiborah
    @kabyakaumudiborah Год назад +4

    দাদা তোমাক কথা বহুতো দূখ লাগিছে মানুহে কথা শুনি নিবা‌ ভগবান তোমাক আগুৱাই যোৱা

  • @anubhavsaikia1396
    @anubhavsaikia1396 Год назад +14

    true words gautam daa 🥺❤️,we love u

  • @NDR_LIZA
    @NDR_LIZA Год назад +3

    God Bless You...👍👍👍 YOU ARE THE BEST AND GREAT ❤❤❤

  • @dipenkonwar5003
    @dipenkonwar5003 Год назад +1

    Tomi ajon khahokhi lora, are strong ,manuhe bewake koleu Tomi vagi npora Karon tomak god khokti dise, Tomi agbahi jowa tomi adin kamiyab hoba

  • @NirmolRay118
    @NirmolRay118 Год назад +2

    বাকী যিয়েই নহওক নিজৰ ভৰিত নিজে থিয় হোৱা।।।চিন্তা কৰিব নালাগে।।।।

  • @supriyaborah4234
    @supriyaborah4234 Год назад +16

    ল'ৰা জনৰ গাত কি দুখ আছে বেচেৰা ,মাক -বাপেকেই যদি এটা healthy সন্তান জন্ম দিব নোৱাৰে।

  • @mayahazarika1796
    @mayahazarika1796 Год назад +1

    All the best goutom aru aguwai jua tumi .vogoban ase .

  • @kaushik....6385
    @kaushik....6385 Год назад +10

    Love u so much 🤗🤗🤗 u r so positive keep it up 👍👍👍👍👍

  • @jahnabibhuyan7839
    @jahnabibhuyan7839 Год назад

    Dada apuni hodai aguwai jawok..vogobane hodai soku meli sabo...apuni bht vl manuh hoi..lukor kthat Mon nidibo..

  • @Minakshi-kz8tc
    @Minakshi-kz8tc Год назад +2

    আজিৰ সমাজখনে তেনেকুৱাই আনক উপলুঙা kori ভাল পাই । সমাজত সকলোৰে সমান অধিকাৰ আছে বুলি কৈ জাতি,ধৰ্ম বৰ্ণ, লিংগৰ বাদ বিচাৰ kori ফুৰে। .... কথাখিনি শুনি নকৈ নোৱাৰিলোঁ । কিছুমান কথা ভাল নালাগে ।

  • @foodieassam530
    @foodieassam530 Год назад +1

    Jibon tu tumar Tumi ji kora tumar kotha ...aag barhi jwa ❤️❤️❤️

  • @bad_boygaming1150
    @bad_boygaming1150 Год назад +4

    Manuhay hodai baya tu a dekhy. Vl bur nedaykhay.. God bless you

  • @indiraphukan9476
    @indiraphukan9476 Год назад

    Bohut bohut xuvexa thakil... Gibonto abare pai... Vgwane deya hokolu amr dan.jibon jiyai thakiboloi nohoi, jibon upovug koriboloi hoi... Upovug kora

  • @abishmitamaina69
    @abishmitamaina69 Год назад +1

    Tumar ji mon jai take kra nijor essa mote kra beya puwa burk beya pab diya bhutu vl puwa manuh ase tumalukk.... Aguwai juwa xodai❤️

  • @anitadas9102
    @anitadas9102 Год назад

    apuni jeneke thaki val pai teneke thakibo.kele ki jibon to apunar.aru lukor kothat nakandibo hodai hahi dhemali kori thakibo😊🥰😍♥️❤️♥️

  • @mantunath7317
    @mantunath7317 Год назад

    Xosai tumar kotha bur xuni dukh lagise Goutam . Vogobanor uporat Biswas rakha aru aaguwai juwa . Aru tumi monor kotha bur pun potiyakoi khuli kuwar babe aamiu bohut xahox paisu tumaloi bohut bohut dhainybad thakil

  • @mainumajuli589
    @mainumajuli589 Год назад +2

    মানুহে হাঁহি কি কৰিব ভগৱানে তেনেকুৱা কৰাটো নাই আপোনাক তেনেকৈ সৃষ্টি কৰিছে জীৱনটো আগুৱাই যাওক

  • @shyamoleegogoi1421
    @shyamoleegogoi1421 Год назад +2

    কোনো মাকে,নিজ সন্তানক বেয়া নাপায়। মাকে"দুখতে গালি দিয়ে। সেইটো 2মি নিগেটিভ চেঙ্গে ত নলবা।
    মা"সদায় মা"য়েই

  • @RiderboyDimpal96
    @RiderboyDimpal96 Год назад +3

    Video2 dia bhut Val lgise ❤️

  • @mdssinta5180
    @mdssinta5180 Год назад +15

    নিজক ভাল পাবলৈ শিকা এদিন চবেই মনত পেলাব তোমাক
    এদিন সকলো এই পৃথিৱীৰ পৰা যাবগৈ লাগিব 🤞

    • @r.d.creator8235
      @r.d.creator8235 Год назад +1

      Ekdom xosa

    • @chiranjibkonwar
      @chiranjibkonwar Год назад +2

      I'm not straight.... infact I'm only 17 years but I accept it....only our society don't accept 😷

    • @scgaming8373
      @scgaming8373 Год назад

      Nijam Val powa aru aguwai jowa bhagwan ase

    • @ashabora5045
      @ashabora5045 Год назад +1

      ভগৱানৰ আশীগৰ্বাদ তুমি হতাশ নহবা আমাৰো আশীৰ্বাদ তুমি
      আ‌গুৱাই যোৱা । মানুহ হৈ জন্ম
      হোৱা সাৰ্থক এইয়া যি নিজৰ। আত্মাক আৰু ভগৱানক বিশ্বাস কৰি জীৱন জয়ী কৰিব পাৰে ।🙏🙏

  • @nazimaahmed9974
    @nazimaahmed9974 Год назад +1

    Nice to Know. And be bold.Its natural.God created you.Be Happy.
    GodBless.

  • @bontisonowal5816
    @bontisonowal5816 Год назад +1

    😭😭😭 sokupani ulai gol. ajoni mattri hoi nijr hontanok tnk koboloi okonu bya nalagil ne .aku nai dukh nokoribo vogoban hodai ase apunar lgt.adin Saba hokolua apunak loi gourb koribo hai dintur babe apuni aru aaguwai jaok

  • @kripanjalikatakiborah553
    @kripanjalikatakiborah553 Год назад +4

    May God bless and fulfill your wishes 🙌 🙏. We are always with you.

  • @krishnasetiya267
    @krishnasetiya267 Год назад +1

    All the best bro 👍👍 aguwai Jua tumi

  • @aongsumita2597
    @aongsumita2597 Год назад +1

    Bht vl lgil episode tu Sai bht emotional u hoi keep it up 💖

  • @bobybora146
    @bobybora146 Год назад

    Tumar kotha bur bahut val lagil aguwai jua kaku care nakoriba

  • @renukalahkar8669
    @renukalahkar8669 Год назад +1

    I m with u frnd... Always be happy😊😊😊

  • @jonaknixasor8258
    @jonaknixasor8258 Год назад +3

    Baidau videio bor xosai bohut vl laga dia

  • @anujofficial6943
    @anujofficial6943 Год назад +2

    আগুৱাই যোৱা brother👍

  • @pranjaldeka8345
    @pranjaldeka8345 Год назад +3

    আৰু আগোৱাই যোৱা মানুহৰ কথা কান নিদিবা

  • @Kairavbeta
    @Kairavbeta Год назад +1

    Nice .videotu sai val lagil dada

  • @mohan9827
    @mohan9827 Год назад +1

    Salute u💓💓 monor Kotha r kua babe

  • @VisionVoyage-i2t
    @VisionVoyage-i2t Год назад

    Positively vba dada.... Aguwai juaa..

  • @karishmasaikia5279
    @karishmasaikia5279 Год назад +3

    Jesus bless you brother.... Jodi tmi homoy pua Bibel pohiba sun.... Jodi issa Kora... Jur kora ni......(নিজৰ জন্ম দিয়া মাতৃয়ে এৰি দিব পাৰে কিন্তু আমাৰ পৰমেশ্বৰ যীচুৱে কেতিয়াও এৰি নিদিয়ে...)

  • @himashrikalita8797
    @himashrikalita8797 Год назад

    Val lagil video Tu.. Aguwai jaok agoloi o

  • @papuburagohain4330
    @papuburagohain4330 Год назад +1

    Hosakoi bohut dukh lagi gol o
    Aru maa tumi plz NXT bar তেওঁক মনত দুখ লগা কথা নকবা 🙏🙏🙏🙏

  • @The.Musical.Rishii___
    @The.Musical.Rishii___ Год назад +1

    ❤️Aku nai, Tumi Val Manhu, Tumar Future Val Hobo.
    Akha koru Khodai Hahi Thaka.

  • @munnisvlog7267
    @munnisvlog7267 Год назад

    Aguwai jua bro........... always ..keep smiling😊😊

  • @dijodaya5972
    @dijodaya5972 Год назад +4

    Baaa bohut val lagil video tu sai . Guys joldi 100K kori diyok subscribe 🙏❤️

  • @rumigogoivlogs7565
    @rumigogoivlogs7565 Год назад +1

    Val lagil aguwai jua.....

  • @jurikalita4756
    @jurikalita4756 Год назад +3

    Bhut val ktha kaise...👍

  • @nurulislam560
    @nurulislam560 Год назад

    দুখ নকৰিব ৷ ঈশ্বৰ সকলোৰে লগত আছে ৷ সৃষ্টি ঈশ্বৰে কৰিছে ৷ ঈশ্বৰে জীয়াই ৰাখিব ৷ আপুনি আগুৱাই যাওক ৷

  • @hiranyanath7403
    @hiranyanath7403 Год назад +10

    Vl lagil baa

  • @rekhadeka6633
    @rekhadeka6633 Год назад +1

    Kaamei hl manuhr porisoy....kaam kori jua...aguwai jua

  • @pradipnath325
    @pradipnath325 Год назад

    Dada nijor kotha vaba nijor Kam kori juwa love you 2me bohut val belaka jikoi koy thakok

  • @Rituponsaikia86
    @Rituponsaikia86 Год назад +25

    Very straight forward man.....👍🙏🙏🙏🙏

    • @chayanbhagawati4286
      @chayanbhagawati4286 Год назад

      🤣🤣🤣🤣🤣 heavy

    • @chiranjibkonwar
      @chiranjibkonwar Год назад +2

      It is matter that someone is straight or not ....we should respect all.... because we are all human....
      That is just sexuality (infact only our society don't accept it)

  • @pampam5677
    @pampam5677 Год назад

    val manuhe hodai tumak val pabo aru beya monuhor kotha moi nokoleu buji paise sagoi sobei... you are great👍👏😊

    • @chiranjibkonwar
      @chiranjibkonwar Год назад +1

      I think.....manuh bur bea nhoi.....
      Teu lukor manokhikota bur h bea...

  • @ilasaikia9077
    @ilasaikia9077 Год назад +14

    মাকৰ চকুত নিশ্চয় বেয়া পোৱা কাম তেওঁ কৰিছে যিকাৰনে তেনে শব্দ মূখৰ পৰা ওলাই যায়। ৰাতি কিবা খাই অহাতো গাঁৱৰ মানুহে সহ্য কৰিব নোৱাৰে। জন্ম দিয়া মাক অকনমান শান্তি দিয়া।

    • @lifechanging34
      @lifechanging34 Год назад

      Toi olp besi bokili nk8

    • @lifechanging34
      @lifechanging34 Год назад

      Video to Last k lgi nasali nki

    • @priyaksheepriyam8166
      @priyaksheepriyam8166 Год назад +1

      যিমানেই বেয়া পোৱা কাম নকৰক লাগিলে নিজৰ মাকে তেনেকে কোৱাটো ঠিক বুলি নাভাবো।

  • @manashbora5516
    @manashbora5516 Год назад

    Bea lgeei deiii, bohut kastat asee deii manuh jon, alp hahokh houk jiyai thakiteiii

  • @subhadrabasumatary5476
    @subhadrabasumatary5476 Год назад +2

    Always be strong dost.

  • @rupashreegoswami6594
    @rupashreegoswami6594 Год назад +2

    Apunar ktha khini xuni dukh lagile kinto apunak bhut val Lage dada

  • @trishnadas258
    @trishnadas258 Год назад

    Bya lge oo tnkua dukh nkriba...tmi lora suwali ji nhouk tar agt ami mnuh ...tumi bhtt vl hoi...vl k thka

  • @parismitadas2236
    @parismitadas2236 Год назад

    Apuni belegor kotha nuxunibo aru aguwai jauk bhogoban ase apunar logot 😍😍😍

  • @dhrubajitdashaloi8511
    @dhrubajitdashaloi8511 Год назад +1

    Video tu bohut val lagil da

  • @nurhoque1080
    @nurhoque1080 Год назад

    Blgr kthat dhiyan ndiba dada...aku ni vlkoi soli jua...aguay jua dada Allahr usrt duwa thkil 🤲🤲🤲

  • @nabanitahaloi9857
    @nabanitahaloi9857 Год назад +4

    ভালে থাকা💕

  • @ankitadeka2773
    @ankitadeka2773 Год назад +2

    Xsai re emotional hoi golu😪xdai vale thak k apuni♥️

  • @rabinadas5408
    @rabinadas5408 Год назад +14

    দুখ নকৰিবা. যি হব ভালেই হব 😭