With a secretive smile the daughter seem to be very intelligent intact she is a fighter soon she will be able to change the time for her father.... May God protect this family...
iman dukhor majot suali joni kiman hohoki hoi tar hahite gom pua goise tai j hahi ase tar antorot kiman dukh ase tai lukai thoise.... salute to such brave soul ❤
She is mature enough to understand the society and now she has to ignore the society and study hard to support her parents may god bless you sister and hope your success bring happiness to your family stay strong sister ❤
বহুত ধন্যবাদ ইমান দুখতো হাঁহি হাঁহি কথা কোৱা ময়না জনী আশিৰ্বাদ কৰিছু ❤ 👏👏👏👏👏🙏🙏🙏
ছোৱালী জনীৰ সাধাৰণ ব্যৱহাৰ টো সঁচাকৈ হৃদয় চুই গল!... জীৱনত বহুত উঠা নমা আহে... আৰু মানুহ চিনিব বাবে এইটো উত্তম সময়.. চিনি পাই লোৱা চিনাকি হৈ লোৱা.. আগৰ জীৱন টোত কামত আহিব❤❤... আৰু চিন্তা নকৰিবা... তোমাৰ কথাত তোমাৰ ভৱিষ্যত দেখা পাইছোঁ.... আজি যি নাই তাতকৈ বহুত ভাল তোমাৰ বাবে ৰৈ আছে। এটা সময় আহিব যিটো সময়ত তোমাৰ দেউতাৰ নাম উজ্বলোৱাই নহয়.. গোটেই অসমৰ নাম উজ্বলাই তুলিবা... তোমাৰ positive Approach টো সঁচাই ভাল লাগিল❤
ইমান মৰম লগা ছোৱালী জনী তাইৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
জীৱন টো এনেকুৱায হয়
বুজন বহুত বুজন তুমি । ভন্তীজনী সাহস আৰু মনোবল অটুত ৰাখা । তোমাৰ দেউতাক লৈ কোনোবাই উপহাস কৰিছে কৰিবলৈ দিয়া ।মানুহৰ সময়বোৰ সদায় একে নাযায় । তোমালোকৰো এদিন এনে দিন আহিব যি হাঁহিছে সি তোমালোকৰ কাষ চাপি নিজৰ ভুলৰ বাবে অহংকাৰৰ বাবে অনুতপ্ত হ'ব ।সৰস্বতী আই তোমাৰ কণ্ঠাগত হওঁক ❤❤
ঈশ্বৰে মংগল কৰক.......🙏
টকা পইছা হলে বহুত বন্ধু বহুত লগৰ কিন্তু পইছা নাথাকিলে একো নাই,অপ্ৰিয় হলেও সত্য.
সচাঁ কথা।
Hasa.koisa.
With a secretive smile the daughter seem to be very intelligent intact she is a fighter soon she will be able to change the time for her father.... May God protect this family...
Yes the daughter is mentally strong and matured. May GOD bless them.
আপোনাৰ ছোৱালী গৰাকী লৈবহুত বহুত ধন্যবাদ, ভগৱানে সহায় কৰিব।
একালত সুখ একালত দুখ,আপুনি আত্ম বিশ্বাস অটুট ৰাখক,নিশ্চয় অমাবস্যাৰ পিছত আকৌ জোন ওলাই ঠিক তেনেকৈয়ে এদিন আকৌ আৰ্জেণ্টিনাৰ জৰিয়তে আপোনাৰ ঘৰ খন পূৰ্ণিমাৰ জোন টোৰ দৰে উজ্জ্বল হব🙏🙏
ছোৱালী জনিৰ কথা শুনি বহুত দুখ লাগিছে।😢😢 God bless you 🙏❤️ maina.
কণা কণাবুলি কোৱা কেইজনক ভগৱানে যেন অন্ধ কৰি দিয়ে যেন
উপকাৰী গছৰ ছাল নাথাকে । অৰ্থাৎ আনক বেছি উপকাৰ কৰিবলৈ গ'লে কেতিয়াবা এনে হয়। যিকিনহওক ঈশ্বৰে মঙ্গল কৰক তাৰেই কামনা থাথিল ।
Mur hei obostha
Mur deutaru ene bilai.toka thakile bhut manuh lgt thake jetiya toka nai nijor manuhu khbr ni 😭😭
ঈশ্বৰে মংগল কৰক🙏🙏🙏।ছোৱালী জনীক বহুত বহুত সন্মান জনাইছোঁ
ভগৱানে ভাল কৰিব ,ৰাইজে সহায় কৰিবলৈ আগবাঢ়ি আহক
আৰ্জেন্টিনা ভগৱানে। তোমাক মঙ্গল কৰক তুমি আগ বাহা তোমাৰ ভবিষ্যত সুন্দৰ হোৱাৰ ভগৱানৰ ওচৰত পুনৰ কামনা কৰিলো। আৰু 1000টকা আগ বঢ়াইছো।
Ki Argentina e bl??
Sir,Your daughter has Quality.
She will touch the sky one day.
Sky may be the limit.
God Bless you 🥰
আৰ্জেন্টিনা তোমাৰ চিন্তাধাৰা বোৰ বহুত ধনাত্মক, আৰু এনেকুৱা চিন্তাধাৰাৰে আগবাঢ়ি যোৱা, ইমান দুখৰ মাজতো কথাবোৰ হাঁহি হাঁহি কব পাৰিছা, তাৰ বাবে ধন্যবাদ, আৰ্থিক ভাৱে একো সহায় কৰিব নোৱাৰিলোঁ কিন্তু অন্তৰৰ পৰা আশীৰ্বাদ কৰিলোঁ তুমি বিচৰা ধৰণে সফল হোৱা ।
বিশেষকৈ ছোৱালীক সন্মান জনাইছো আৰু ভবিষ্যতে মানৱজাতিৰ ভাল কাম কৰিব পৰা।
মই আজি এটা কথা কৈ যাম । এই জনি ছোৱালী এদিন APSC, UPSC clear কৰিব ।
😂😂😂😂
Hosai edin agbahi jabo
Hahibo loga ki hoise eyat kribo pare tat emn ki hoise hahibo loga @@apocalypto77
Hosai tai valmanuh hobo
@@apocalypto77Hahibo loga ki kotha kole apuni j hahile
গাঁৱৰ প্ৰতিনিধি সকল অন্ধ যেন লাগিছে আল্লাহ ভগৱানে সহায় কৰক অভিনন্দন থাকিল।
আকৌ ভাল দিন আহিব | আৰ্জেণ্টিনা জেদ নেৰিবা , আনৰ বেয়া নাভাবিবা | বেয়া কথা কোৱা সকলক চিনি থবা |সময়ে সকলোকে চাই থাকে | আনৰ দয়াৰ বাবে আশা নকৰিবা বা সহায় কৰোতা সকলক না পাহৰিব |মা দেউতাক সাহ দিবা | দেউতাই লাখ টকা থাকোতেও কিয় ঘৰ বাৰী নবনালে মই নাজানিলো | সেই ডুল টো তুমি মন কৰিব লগীয়া |শেষত একো দিব নোৱাৰিলেও এষাৰ কও সাহ আৰু স্বাভিমান থাকিলে শুভ দিনলৈ সময় কম লাগে | তোমালৈ মোৰ আশা আৰু আশীর্বাদ থাকিল |
আৰ্জেন্টিনা আগুৱাই যোৱা, তোমাৰ doctor হোৱাৰ আশা পূৰণ হওঁক
মোৰ মতে সকলোৱে তেখেতৰ বাবে সহায়ৰ আগবঢ়োৱা উচিত। এইজন ব্যক্তিৰ পৰা এটা শিক্ষা লোৱা উচিত যে সঞ্চয় কৰিব লাগে আৰু বিপদৰ সময়ত প্ৰকৃত বন্ধুৰ পৰিচয় পোৱা যায়।😢😢😢😢😢
পৰিয়ালটো অতি স্ংগৰামৰ মাজেৰে চলি থাকিব লগীয়া হৈছে। ছোৱালী জনীৰ পঢ়া শুনাত সকাহ হওক বুলি ৪০০০/- টকা ওপৰোক্ত বেংক একাউণ্ট টোত আগবঢ়ালোঁ।
❤❤❤
আপুনি মহান
Account no tu kot pale
❤❤
❤
ভগবানৰ ওপৰত বিশ্বাস ৰাখক, বেয়া দিন সদায় নাথাকে, এদিন নিশ্চয় ভাল হব। আৰু আৰ্জেণ্টিনা লৈ আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ শুভেচ্ছা থাকিল। তোমাৰ আশা-আকাংক্ষা সকলো পূৰণ হওক, তাকে কামনা কৰিলোঁ ।
Ekdam hosa jiyei itiking korise adin teu itiking r Patra hobo karma ketiyau Hari najai
ভন্টিৰ কথাখিনি বহুত স্পষ্ট, ধুনীয়া। ভাল হওক তোমাৰ।
ছোৱালীজনী ভাগি পৰা নাই সেইবাবে ছোৱালীজনীক ধন্যবাদ, ছোৱালীজনীয়ে ঘৰখনলৈ এদিন সূখ আনিব।।
আৰ্জেন্টিনা, তোমাৰ সপোন সফল হওঁক । আপোনালোকক ভগৱানে সহায় কৰিব । 🙏
God bless you🙏🙏
ঈশ্বৰে আশীৰ্বাদ কৰক।এই দুৰবস্থাৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰক।
তোমাৰ আশা পূৰণ হওকঁ মাজনী ।দুখ লাগিল কথা বোৰ শুনি ।
শুনি বৰ দুখ লাগিল । ভগৱানে আপোনালোকক মঙ্গল কৰক ।
ভগৱানে ছোৱালীজনীক কিবা এটা সংস্থাপন দিয়ে যেন ,মই ভগবানৰ ওচৰত এয়ায়ে প্ৰাৰ্থনা
Dise hikhyar proti akorkhon. Karon bohut Kom lora suwaliye 85% pai examot
ইমান দুখৰ মাজত আকমান হাঁহি দেখি বহুত ভাল লাগিল , তোমাৰ চেষ্টা সফল হওক 🫡🫡🫡🫡🫡🫡🫡🫡🫡🫸🫷🫸🫷🫸🫷🫸🫷
ছোৱালী, তুমি ভাল কৈ পঢ়িবা। ভগৱানে সহায় কৰক তাৰেই কামনা কৰিছোঁ।
ৰাতিৰ পাছতো দিন আহিবই , দুখৰ পাছতো সুখ আহিবই । মাত্ৰ ধৈৰ্য ধৰক আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখক ।
ছোৱালী গৰাকীৰ কথা বাৰ্তাবোৰ খুব ভাল লাগিল ।
Aeiya hol jibon. Sai Baba belss you from Maharashtra ❤
আপোনাৰ সুখৰ দিল আহিৱ৷ধৈৰ্য্য ধৰক৷হতাশ নহৱ৷এম.এল.ফাণ্ড এটাৰ বাবে আবেদন কৰক৷তাৰ পৰা যি টকা পায় আপুনি হোমিওপেথি ব্যৱসায়টো পোনৰ আৰম্ভ কৰক৷আপুনি মুখেৰে ঔষদৰ কমপজ টো কৈ দিৱ ছোৱালীজনীয়ে মিলাই দিৱ৷মোৰ মতে ছোৱালীজনীয়ে পাৰিৱ৷
এই সমস্যা বহুল জীৱনত তেখেতৰ ছোৱালীৰ উৎসাহ, মনোবল সঁচাকৈয়ে ভাল লাগিল। ঈশ্বৰে সহায় কৰে যেন।
ভাগ্যৰ বিৰাম্বনা,অতি সত্যত চলা লোকসকলৰ এইদৰে অৱস্থা হয়৷আনৰ দুখত টকা দি সহায় কৰা সকলৰ এই অৱস্থা হয়েই৷টকা ধাৰে দিলে বন্ধুৰ অভাৱ নাই,বিচাৰিলেই টকা ধাৰে নিদিলেই আপুনি বেয়া৷গতিকে অতি সদ্ হোৱা বেয়া৷টকা দি বেয়া হোৱাতকৈ টকা নিদি বেয়া হোৱাই ভাল৷
Right
Right
Yes 💯 true
Right
সকলোৱেই কামনা কৰিব যাতে অসমৰ মূখ্য মন্ত্ৰীৰ সাহায্য সফল হয় মানুহ জন।
আইজনী কথা কেইটাৰ বৰ ভাল পালোঁ তুমি আগলে ভাল মানুহ হবা
Muk tekhetor thikona tu diyak , jam
এষাৰ কথা আছে সুখৰ বন্ধু দামাদামি দুখৰ বন্ধু নাই। ছোৱালী জনীক পঢ়াৰ ক্ষেত্ৰত সকলোকে সহায় কৰিবলৈ অনুৰোধ জনালো।
ভগৱানে মঙ্গল কৰক তোমাসবক। তুমি আগবাঢ়ি যোৱা।এয়াই প্ৰাৰ্থনা ভগৱানে ওচৰত
আল্লাহ আপনি তেওঁলোকক সহায় কৰক
SUMMA AMEEN
যি নহওঁক কিয়। এনেকৈ নকবদিয়ক। মানুহৰ কেতিয়া দুখ আহিব কোনেও কব নোৱাৰে। একালে দুখ একলে সুখ। ভগৱানে এদিন চকু মেলি চাব।
Hosa kotha koise dada.. vogobane di sai.. vogobane ni sai..hukh hbo adin vogobanr usort parthona jonalu 🙏🙏
Ohankar hbo nlge..Manuhok manuh buli goinya kribo lge.manuhr aarshibad u lge
iman dukhor majot suali joni kiman hohoki hoi tar hahite gom pua goise tai j hahi ase tar antorot kiman dukh ase tai lukai thoise.... salute to such brave soul ❤
ভাল কাম কৰা মানে ঈশ্বৰৰ আশীৰ্বাদ পোৱা আৰু মৃত্যুৰ আগতে ভগৱানে এই গতি কৰে কাৰণ বিপদতে মানুহে ভগৱানৰ নাম লয়।
সঁচাই দুখ লাগিল। চৰকাৰী সুবিধা পোৱাৰ ব্যৱস্থা কৰিব লাগে
কিবা help kora সুবিধা থাকিলে দিব চেষ্টা কৰিম help কৰাৰ
মন ভাঙি নেপালাবা ।ভগবান আছে ।তুমি ভালকৈ পঢ়া মাজনী
কিবা দিব পৰা শক্তি মোৰ নাই , কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকৰ ভাল দিন অতি সোনকালেই আহক
এদিন ছোৱালী জনী ভাল ডাঙৰ মানুহ হব তাইৰ কথা বোৰ বৰ মৰম লগা। কাৰ কেতিয়া কি দিন আহে কোনেও কব নোৱাৰে।
Allahe Hifazat krk...😭😭😭dua kru vl houk jibon tu agore dore
বৰ দুখ লাগিল। পৰিয়ালটিৰ কুশল মংগল কামনা কৰিলোঁ। কণ্যা গৰাকীৰ ভবিষ্যত শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
Suwali joni khub positive minded hoi...tai edin successful hobo..God bless them
বহুত দুখ লাগিল
CM sir e Direct help koribo lage... Dukh lage....
তিৰস্কাৰ কৰাৰ পৰিবৰ্তে আমি সকলোৱে ঘৰখনক , ছোৱালী জনীক অলপ সহায় কৰাৰ কাৰণে চেষ্টা কৰিব পাৰো ।
Yes
Address tu Jonabosun
Contect number to dib sn parile teor moi olp xohai krim
Praise the lord 🙏
সম্পদত সাত ভাই, বিপদত কেও নাই।😢😢😢
She is mature enough to understand the society and now she has to ignore the society and study hard to support her parents may god bless you sister and hope your success bring happiness to your family stay strong sister ❤
আজিকালি টকাই সকলো।আজিৰ মানুহে(আনকি ময়ো)টকা নহলে কাকো চিনি নাপায়।।অপ্ৰিয় হলেও সত্য।
tumi kiman komaisa
Ohh tumi tumar lgt ketiyaba juji Paisa nije absta beya hle tumio bujiba👍🏻
মই আৰ্জেণ্টিনা দলৰ আৰু দেশখনৰ পৰম ভক্ত। ছোৱালীজনীৰ নাম আৰ্জেণ্টিনা বুলি জানি খুব লাগিল । তোমাক প্ৰভু ঈশ্বৰে মংগল কৰক । তোমাৰ ইচ্ছা শক্তি প্ৰৱল আৰু চিন্তাধাৰা উচ্চ স্তৰৰ। আমাৰ সদিচ্ছা আৰু সহযোগ থাকিব ।
আইজনী ভগবানৰ সহায় পাবা, ধৈৰ্য্য ধৰা নং দিবা অলপ হলেও সহায় কৰিম।
Oo
মাইনা জনী কথাবতা বোৰ ভাল লাগিল , সদায় আগবাঢ়ি যোরা দেই
মোৰ মনৰ দৃষ্টিৰে------------------
যি কম সঁচা কম ।-----------------
মানুহ ৰূপি বিষাক্ত জীৱবোৰৰ প্ৰকৃত সততা , মানৱতা, নৈতিকতাৰ অভাৱ ঘটাৰ বাবে বিপদত মানুহ আতৰি যোৱাৰ এটা স্বভাৱত পৰিণত হৈছে । কোনো মানুহক বিশ্বাস কৰিব নেপায় আজিকালি ।
Reporter janak danyobadh dilo anekua news diyar babe
😢😢😢😢😢😢 সকলোৱে মিলি একেলগে অলপ সহায় সহযোগ কৰিব লাগে ,নাপায় ।
She is so strong ❤so proud
ভগৱানে কৃপা কৰক। কৃষ্ণ 🙏🙏🙏
ভগবানে সহায় কৰক পৰিয়ালটোক ....🙏🏻🙏🏻
দোষ কাৰ ? নিজৰ অহঙ্কাৰ ।কৰ্ম ফলে জীৱে শাস্তি পায় । ডাক্টৰ হৈ নিজৰ চিকিৎসা কৰাৰ পৰিবৰ্তে ধোৱাখুলীয়া হৈ টকা উৰুৱাই নিব নালাগে । চিকিৎসাৰ বাবে ব্যৱস্থা কৰা উচিত।
The father is very good gentleman... I wish someone would give him eyes and he work like before ...and the girl will be doctor too
ভাল লাগিল ❤ ভগবানৰ সহায় হওঁক
গোলাঘাটৰ ফালে ওচৰৰ পাজৰৰ বিপদত পৰা সকলক কাষৰ সকলেই বহুত সহায় কৰে জীয়াই থকাত ৷ সেইফালৰ কোনোৱে নিশ্চয় সহায়ৰ হাত আগ বঢ়াব
Akha koru news live cm sir or hohaiara swali jonike grade 4 post ata holeu byabosta kore deboloi anirudh jonolu.poreltuk udhar korok.
Hatts off to your Simplicity and to your courage,God bless you
কাৰ কেতিয়া বিপদ আহে কোনেও নাজানে।গতিকে ইতিকিঙ্ কৰা কেইজন মানুহৰ শাৰীত নপৰে।
ভন্টি জনী বহুত Strong 😊 । Mahadev e Tuma lokor মঙ্গল কৰিব
প্ৰভু যীচুক বিশ্বাস কৰা তাতে আপোৰ এই সকলো সমাধা হব
ভগৱানে অসহায়ৰ সহায় কৰিব । আৰ্জেন্টিনা আগলৈ যোৱা ভগৱানে সহায় কৰিব। তোমাৰ হাঁহিত মোৰ চকুলো ওলাল😢। নিশ্চয় ভৱিষ্যতৰ সপোনবোৰ এদিনা খন বস্তবত পৰিচিত হব । ❤ মোৰ আশা থাকিল। Salute Arjentina 🎉🎉🎉🎉
Local MLA and state government should help them as soon as possible 🙏
ভগৱানে আপোনালোকক আশিবাদ কৰক।
Salute to this news channel this things should be get highlighted ❤
পৰিয়ালৰ মানুহ বোৰৰ হৃদয় খন বৰ সৰল ..may Allah bless you
হাহিঁ জীৱন জিকি যোৱা ! সফল হ'বাই !!
দাদা চিন্তা নকৰিব। ভগৱানে আপোনাৰ লোকক সহায় কৰিব।❤❤
God bless you sir .
ভগৱানে মঙ্গল কৰক । বহুত দুখ লাগিল ।
ঈশ্বৰে মঙ্গল কৰক!! শুনি বহুত দুখ লাগিল 😢
ছোৱালী জনি ভাল লাগিছে ভগবানে ভাল কৰিব তোমাক
Argentina! You are a wonderful girl.
Everything will be alright.
You bring a lot of positive vibes which will bring you success and happiness
আন্ধাৰৰ পাছত পোহৰ অহাৰ দৰে তোমালোকৰ জীৱনলৈ এদিন পোহৰ আহিব। ভগৱানৰ ওপৰত বশ্ৱাশ ৰাখা ।
ভগৱানে মঙ্গল কৰক।
এইয়া য়ে মানুহৰ জীৱন।😢😢😢😢😢 আৰু আপুনি প্ৰকিত মানুহ
I'm literally cried 😭
After watching this video ....
God blessed youu Arjentina .....
বন্ধু ভগৱান আছে চিন্তা নকৰিবা মোৰো একেই গতি ভগৱান বিশ্বাস কৰোঁ এদিন ভাল দিন আহিব
Suali joni bohut mature hoi . God bless her and her family ❤
মানুহ নামৰ প্ৰাণীয়েই বিধেই পৃথিৱীত আটাইতকৈ স্বাথপৰ জীৱ। স্বাথৰ বাবে কুনটিয়ে কিমান তলতৈ নামিছিল মহাভাৰতে জ্ঞান দি থৈ গৈছে।আমি তাৰ পৰা জ্ঞান ল'ব লাগে। আমিও জীৱনত বহুতো ভূল কৰিলো আৰু নকৰোঁ।
God bless his Family 🙏
She is facing sll problems with smile ❤