Assam Viral Wedding News : এখন বিয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ!

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • ৰাজ্যৰ চুকে-কোণে এখনৰ পাছত আন এখন বিয়া। এয়া যেন আঘোণমহীয়া বিয়াৰেই বতৰ। কিন্তু হাঁহে, মাহে, দৈ-জলপানে সাজু কৰিয়ো হঠাৎ বিয়াৰ দিনাই অথন্তৰ লাগিল দৰা-কইনাৰ ঘৰত। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে দৰা মান্তি নহ’ল কইনা আনিবলৈ।
    #assam #wedding #weddingvideo #marriage #marriagevideo #bridal #bride #groom #viralvideo #viral
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 RUclips channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam

Комментарии • 416

  • @dxmonda3341
    @dxmonda3341 Год назад +95

    এনেই দৰা গুৱাহাটিৰ তাতেই আকৌ ইঞ্জিনিয়াৰ কম দামৰ বস্তু দিলে কইনাৰ খং উঠিবই দিয়কছোন 🤭

    • @hridaiprakashsaikia2126
      @hridaiprakashsaikia2126 Год назад +5

      Engineer hol bulei jee dhoni hobo xetu kotha nhoi

    • @home2905
      @home2905 Год назад +3

      @@hridaiprakashsaikia2126 lecture bur j kom diya nai doraghore recent news interview burot

    • @princideka21
      @princideka21 Год назад

      😂

  • @zubeengargjukebox
    @zubeengargjukebox Год назад +54

    ভাল লৰা মানে স্বভাৱ চৰিত্ৰ নহয় সেইটো আগৰ যুগত আছিল l
    আজি কালি ভাল লৰা মানে টকা পইচা, চাকৰি, কাপোৰ কানি ভাল, গাড়ী থকা লৰা লাগে সেইবোৰ হে প্ৰয়োজনীয় আজিৰ যুগত
    আৰে মইনা টকা পইচা গাড়ী মটৰে জীৱন ভাল নকৰে
    জীৱনটো সুখৰ হবলৈ হলে মৰম ভালপোৱাৰ প্ৰয়োজন l
    সেই বাবেই চাগে মোক ছোৱালীয়ে এৰি যায় মৰম নিদিয়া বা সময় নিদিয়া বাবে নহয় টকা পইচা নথকা বাবে🥺

    • @abinsurin8277
      @abinsurin8277 6 месяцев назад +1

      Akdam right lora dhunia houk ba bhaal swabhab saritra houk eku fark nopore kintu Jodi Toka hle sob thik lora jenekuau houk Toka thakile hlll ajir jugot😂😂😂

    • @zubeengargjukebox
      @zubeengargjukebox 6 месяцев назад

      @@abinsurin8277 hmmm

    • @RehanDutta-hd6lg
      @RehanDutta-hd6lg 6 месяцев назад

      Okol morom val puare besi din hukhor honkhar nsole...practical lifet morom val puar lgote poisau dorkar hukhor hokhar jiyai thakibole

  • @taradihingia2545
    @taradihingia2545 Год назад +91

    সাংবাদিকে কইনাঘৰৰ মেচেজ দেখুৱালে কিন্তু দৰা ঘৰৰ মেচেজ নেদেখুৱালে কিয়?

    • @ankurbarman6503
      @ankurbarman6503 Год назад

      Mmm

    • @bhumikadutta3384
      @bhumikadutta3384 Год назад +2

      Karon koina ghr e eku proof nai dia....only alligation logai ase dora ghror uporot. First kole dora ghr e dowry bisarise. Bisora amount nupua krne biya vangise tar pisot koise dora e taik dom di beya msg korise beya kotha koi gali dise...but etia loi k eku proof dekhabo nai para

  • @assamfoodeat2156
    @assamfoodeat2156 Год назад +141

    একো নাই বিয়া হৈ গলেহে বেয়া কথা হল হয় এতিয়া দুয়ো জনে আকো ভাল লৰা চাই বিয়া হব পাব। কিন্তু বস্তু লোভ কৰিব নালাগে দে কোনেও

    • @tarungogoi9406
      @tarungogoi9406 Год назад +3

      ছোৱালীৰ মসিমা ময় মত্লৱ বুজিবলৈ কোনোবা আচে চাগে - - -

    • @zinudasbarman3030
      @zinudasbarman3030 Год назад

      Fastest century Pujara r

  • @bahanitadas5494
    @bahanitadas5494 Год назад +29

    মোৰ সম্ভৱ জোৰোণ দি যোৱাৰ পিছত কইনাক সম্ভৱ কৈছে যে তোমালোকৰ সন্মানত আমাৰ মানুহ সন্তুষ্ট নহল বুলি চাগে saibabe কইনাই তেনেকৈ কলে মৰ সম্ভৱ নহয় হৈয়ে চাগে এই ধনী ঘৰৰ কিছুমান মুখা পিন্ধা কুকুৰ থাকেই দুখীয়াৰ ছোৱালী বিচাৰে যাতে নিজৰ ধৰণেৰে চলাব বিচাৰে সকলোৱে ake nhi thake tar মাজতে কিছুমান।

    • @jushorts7956
      @jushorts7956 Год назад

      Anekua Mr lgt o hoise

    • @sonmonidas201
      @sonmonidas201 7 месяцев назад

      Right koise

    • @dimpulbaruah5979
      @dimpulbaruah5979 7 месяцев назад

      Ghenta buli kou thot suwali bur nimki bodmass tohote ko eta aru koro antu lorai ji koi mukhor aagot koi petot tohotor dore bikh puhi thoi nidie tohote xaap hoi ekdomei bishakh koribo nuwari

  • @sanjibdas15040
    @sanjibdas15040 Год назад +105

    ছোৱালীক চাকৰি কৰা লৰা লাগে। লৰা ক ধুনীয়া ধনি ঘৰৰ ছোৱালী লাগে 😛😂😂😂😂😂😀😀😂😂

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Год назад +50

    ভাল ল'ৰা। ভাল সিদ্ধান্ত।এই বাটৰ কচু গাত ঘঁহি লাভ নাই।👌👌👌👌👌✌️✌️✌️✌️

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 Год назад +48

    ঈশ্বৰ ৰে যি কৰে ভাল কৰিছে। পিছলৈ জেমেলা হ'ল হয়। দুয়ো খন ঘৰতে অশান্তিত ভূগিব লাগিল হয়

  • @mandirarajbongshi5133
    @mandirarajbongshi5133 Год назад +15

    দুটাৰে ফোন কল চেক কৰিব লাগে কোন সচা কোন মিছা উলাব

  • @bhaskarborah7873
    @bhaskarborah7873 Год назад +27

    লোভীয়া ছোৱালী।লোভেই পাপ পাপেই মৃত্যু।আই অ তই পাছতো গহনা চেম্পু কিনিব পাৰিলি হয়।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Год назад +20

    বিয়া খন পিচত ভঙাত কৈ আগতে ভাঙি ভাল হল। বিয়াৰ পিচত ঘৰ ভাগিলে বছৰৰ পিচত বছৰ আইন-আদালতৰ পিচত দৌৰিব লাগিল হেতেঁন। প্ৰকৃততে এই সমস্যাত দুই পক্ষৰে কিছু ভূল থাকে। কইনা জনীৰ কিন্তু মানসিক সন্তুলন কম থকা যেনেই লাগে। কইনা জনীক বিশেষজ্ঞৰ দ্বাৰা counselling ৰ প্ৰয়োজন আছে । অন্যথা ভবিষ্যতে তাই সুখী হব নোৱাৰিব।

    • @comewithmenyb3906
      @comewithmenyb3906 Год назад

      Biyar bondobost totha date thik howar dina duyokhan samaje r majot akhan likhito president/secretary totha. Duyokhan raijor majot likhakhot duyofale thakibo lagichil, jito likha likhi niyam asomor. Boro samajot prachur prachalito

  • @KSwar77
    @KSwar77 Год назад +88

    One side WhatsApp or msg show kio korisa lora jodi dudh se dhula huwa hole nijor text delete nokorile hoi...

    • @c.r7010
      @c.r7010 Год назад +9

      Delete korile delete for all ahil hoi

    • @sameerbaruah1453
      @sameerbaruah1453 Год назад +3

      😛

    • @himangshusikha7605
      @himangshusikha7605 Год назад +1

      Thikei koisa ❤️

    • @AbuKalam148
      @AbuKalam148 Год назад +2

      @@c.r7010 pagol nki lurar khini lurai nije delete korise

    • @c.r7010
      @c.r7010 Год назад +1

      @@AbuKalam148 uff moi najanu kon kalprit but moi koisu je lora tui delete korile deleted for all ahil hoi.nuxunake ji ti nokoba

  • @funnyentertainment3718
    @funnyentertainment3718 Год назад +30

    News channel বোৰৰ কাম নাই নেকি? সন্ধিয়া পৰা এইডাল বাতৰিকে গোটেই কেইটা channel ত দেখি আছোঁ এনে কি পৃথিৱী খন ওলোটা হ'ল। ইমানে যদি কথাতো বেয়া হৈছে আইনৰ কাষ চাপক অযথা বেলেগ মানুহক এইবিলাক কি কৰিব দেখুওৱাই আছে । অসমত সমস্যা বেলেগ আছে টো

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Год назад +2

      বাতৰিৱালা বোৰে এইবোৰ বাতৰি দি বেছি ভাল পায় কিজানি । নহলেলেনো এই বাতৰিটো সকলো বোৰ চেনেলে বজাই থাকেনে?

    • @HridayanandaDeka
      @HridayanandaDeka Год назад +1

      Apuni je sai ase takehe

    • @rubulmoran422
      @rubulmoran422 Год назад

      Right

  • @ratulbarman5821
    @ratulbarman5821 Год назад +23

    মাটি বিক্ৰী কৰি 23 হাজাৰ টকাৰ কাপোৰ জোৰ নেদেখালেও হয়। তেওঁ লোকে সেইকাৰণে ধনী বুলি ভাবিছিল চাগে।😂

    • @sunishakalita3615
      @sunishakalita3615 Год назад +1

      Standard maintain koriboloi kinise sage mati besi holeu kapor. Ki din poril o.

    • @ratulbarman5821
      @ratulbarman5821 Год назад

      @@sunishakalita3615 উটক দেখি ফেঁচাই দুব মাৰিব নালাগে। আগতেই সাবধান হ'ব লাগে।

    • @sunishakalita3615
      @sunishakalita3615 Год назад

      @@ratulbarman5821 Hoi diok

  • @nitusaikia4804
    @nitusaikia4804 Год назад +13

    মুখা পিন্ধা মানুহক বিশ্বাস কৰিব নোৱাৰি এনেকুৱা মানুহো আছেনে আমাৰ মৰমৰ অসমত

  • @dhrubazglover6601
    @dhrubazglover6601 Год назад +3

    চাবলৈ গলে মেছেজৰ লৰাটোতেয়ে 11.13 অত দিছে আৰু ছোৱালী জনিয়ে 11.24 অত তেনেহলে কব পৰা জাই যে লৰা জনে যৌতুকৰ কথা আগতে কৈ সে চাগে তাৰ পাছত ছোৱালী জনীয়ে বাকী কথা খিনি কৈছে এই টো মোৰ অনুমান

  • @rinkigogoi7455
    @rinkigogoi7455 Год назад +4

    ইমান ধুনীয়া জোৰোণ দিছে,ইয়াত কৈ আৰু কি লাগে,সুখী হবলৈ বস্তুৰ কি দৰকাৰ

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Год назад +1

      সেই কাৰণে লৰা- ছোৱালীক সৰুৰ পৰাই ভাল শিক্ষা দিব লাগে । সংস্কাৰ ঘৰ খনৰ পৰাই লাভ কৰে। জাতি -বৰ্ণ আদি পিচত, শিক্ষা-সংস্কাৰ প্ৰথমে চাব লাগে ।

  • @ratulbarman5821
    @ratulbarman5821 Год назад +4

    বিয়া নহ'ল ভালে হৈছে কইনাক জৌতুকত চাকৰি কৰা ল'ৰা লাগে । ল'ৰাক কইনাৰ লগতে জৌতুক ও লাগে ।😂😂😂😂

  • @parthapratimdeka023
    @parthapratimdeka023 Год назад +3

    ছোৱালী জনীৰ মুখ খন কিয় দেখুৱা নাই ? লৰাই কিবা এটা কৰিলে মুখ খন দেখুৱাই দে

  • @4u206
    @4u206 Год назад +4

    সুন্দৰ পদক্ষেপ।

  • @manash6992
    @manash6992 Год назад +7

    কি হব হয় এনেকুৱা হলে? বিয়া- বাৰু নাপাটো বুলি ভাবিছোঁ । হে ঈশ্বৰৰ কি লীলা দেখাইছা, এইবোৰ। কোনো কম নহয় ,এখন‌ তাল অকলে নবজে।

  • @bhashkarjyotiray4537
    @bhashkarjyotiray4537 Год назад +1

    ভালে সিদ্ধান্ত লৈছে

  • @bishalsarma5306
    @bishalsarma5306 Год назад +10

    লৰাই ভাল সিদ্ধান্ত লৈছে

  • @narayansaikai4990
    @narayansaikai4990 Год назад +5

    দুয়ো ফোন কল ৰাজহুৱা কৰিবলৈ অনুৰোধ জনালোঁ

  • @chapari5372
    @chapari5372 Год назад +8

    ককায়েকে অলপ বেছি কৰি আছে ভেটি বিকি চে কিও লৰা টো কত থাকিব কইনা মুখৰ মাত নাই যে

  • @assamnaturalview2432
    @assamnaturalview2432 Год назад +4

    সুন্দৰ দাদাৰ বহুত ভাল কৰিলে আপোনি সঠিক সিদ্ধান্ত ললে আপোনি

    • @hriakjyotideka5560
      @hriakjyotideka5560 Год назад

      Vl km korisa ছোৱালী fltu

    • @bkp9774
      @bkp9774 Год назад

      @@hriakjyotideka5560 eaia purukh nijyaton.

  • @ranjitamahanta7707
    @ranjitamahanta7707 Год назад +4

    নিজৰ মুৰ নিজেই খালে ছোৱালীজনীয়ে ! লৰাই সচা কৈছে

  • @nilimadasdas9694
    @nilimadasdas9694 Год назад +1

    দৰাই কন্যাক দিয়া Message খিনিও দৈখুৱাক ৷ তেতিয়া দে গম পাম কোন দোষী
    কোন নিৰ্দোষী ৷

  • @animegh1987
    @animegh1987 Год назад +15

    Bohut bhal decision lole👍

  • @nityaborah123
    @nityaborah123 Год назад +1

    যি হ’ল হ’ল আৰু ৷ আপোন কৰি লওঁক ছোৱালীজনীক ৷

  • @dipubora3518
    @dipubora3518 Год назад +16

    ভালেই কৰিলে দৰায়ে নানিলে নহলে তাই এখন ঘৰ শ্মশান কৰিলে হেতেন

  • @bishalsarma5148
    @bishalsarma5148 Год назад +9

    Ses etia koina joni IAS hoi ahibo aru dorar bojabo 🤣🤣🤣

  • @kamalapatar1465
    @kamalapatar1465 Год назад +1

    মোৰ টো এনেকুৱা লাগিছে কইনাজনী মহা লুভীয়া
    জীৱন সংগী নকৰাওতে ইমান দাবী। আৰু বিয়াৰ পাছত কি গতি হ'ল হেতেন।যিহল ভালেই হ'ল।ভগৱানে দৰাঘৰক বচালে।সা্ংখীনী জনীৰ পৰা ৰক্ষা পৰিল।

    • @bahanitadas5494
      @bahanitadas5494 Год назад +1

      Tar msg tu dexuwa nai gatike koina gharak duxiya buli apaman kara t sage yenekoi kale

  • @amarendrapaul718
    @amarendrapaul718 Год назад +1

    Good step

  • @bintiborah3202
    @bintiborah3202 Год назад +1

    ভালে হল বিয়া নহল ,হোৱা হলে পিছত কেজেং লাগিলে কি হল হয় 😭 সেইহে লৰা বা ছোৱালী ক বিয়া পাতিলে ভালকৈ ,কেইটামান দিন পৰীক্ষা কৰিব লাগে।

  • @krishnagogoi1657
    @krishnagogoi1657 Год назад +1

    ছোৱালী জনীক ধনী লৰা লাগে নেকি?

  • @parthasaikiavines4848
    @parthasaikiavines4848 Год назад +2

    Asol kotha etya ওলাইছে..

  • @devaboro4260
    @devaboro4260 Год назад +1

    As a member of comment reader I came here to read comments thank you guys I appreciate you all 🫶

  • @sunilamshi8854
    @sunilamshi8854 Год назад +4

    Good decision bro

  • @pranjaldaimary8163
    @pranjaldaimary8163 Год назад +2

    Atiya kak ki kom........!! Message tu kiba sokranto kori diyowa Baah diya jen lagisehh........!!

  • @evasanga1946
    @evasanga1946 Год назад +2

    Right.

  • @irennath1411
    @irennath1411 Год назад

    Bhal lagil Dada

  • @tucu925
    @tucu925 Год назад +1

    Mur bodhere duyoghorore dokh aese.kintu dukh lgl koinar bhaiti aaru dorar bapekok.duijone bohut dukh pale

  • @northeastindia279
    @northeastindia279 Год назад +1

    Cancel ❌❌❌

  • @pranabdas7121
    @pranabdas7121 Год назад +13

    লৰাজনে ভাল কাম কৰা নাই

  • @nilakshimedhi8999
    @nilakshimedhi8999 Год назад +5

    কইনাজনীৰ মন্তব্য এতিয়া লৈকে কিয় লোৱা নাই? এইবোৰ gender biasness ভাল নহয়। দৰাজনক নিউজ চেনেল বোৰে ব্যতিব্যস্ত কৰি আছে কিন্তু কইনাজনীক এতিয়াও blur কৰি দেখুৱাই আছে। তেওঁকো সোধক চোন কথাবোৰ।

  • @aprupadeka3148
    @aprupadeka3148 Год назад

    দুখিৰ ঘৰৰ ছোৱালী তেনে কোৰ কৰিব নাপাই

  • @kailash-u6f
    @kailash-u6f 7 месяцев назад

    আপোনালোক সকলোৱে গম পাইচা নে নাই মই নাজানু ....কিন্তু news তোৰ 2.24 ছেকেণ্ড ত যিতো কৈছে ..সেইতো বেলেগ news ৰ হয়...😂

  • @truthoflife4477
    @truthoflife4477 Год назад +10

    If it would had been detected by female then Broom or the innocent male would had been arrested by police but why police can't arrest her

  • @asomiyasuwaliprastutioffic9063

    ল'ৰায় বোৱাৰি ঠিক কৰি থৈছে নেকি। বোৱাৰি লাভাৰ যেন পাই ল'ৰাক।

  • @Itsakashvlogs0
    @Itsakashvlogs0 Год назад

    Whatsapp r msg kio akpokhor dekhuwale...koinar mobiler msg aru dorar mobiler msg sabo titiya gm pbo.. আমি উপাইহিন হৈছোঁ কাৰণ ভুল কাৰ ধৰিব নোৱাৰিলোঁ ...so comments keneke korim kar dokh

  • @medinitalukdar4873
    @medinitalukdar4873 Год назад +3

    কোনেও কম নহয় ..... ।

  • @ratanpatar5445
    @ratanpatar5445 Год назад +36

    Biya jak dib lage tak nidie....jak dib nalage tak biya dia....Val basisa pist bipd hol hoi.... engineer sai biya dib nalage Val manu sai biya dib lage

  • @theonemanyt9482
    @theonemanyt9482 Год назад +2

    Sunsilk main😂😂😂

  • @sumitlalmohan2113
    @sumitlalmohan2113 Год назад

    Zurun Traping party...lol😂😂😂😂😂😂😂😂😂😂😂

  • @BikramDas-xd3hl
    @BikramDas-xd3hl Год назад +1

    Val hol mojja

  • @streamer3325
    @streamer3325 Год назад +1

    Api luviya

  • @prasantasaikia2125
    @prasantasaikia2125 Год назад +1

    Ami kn hsa kn misa njanu pi & krubak hsa misa kbole...

  • @bhaspalinfo6604
    @bhaspalinfo6604 Год назад +2

    Kebol koinai msg diakhinihe ase.amar engineer saare eku rply nidiake asene aru.Nijor diakhini delete kri koinak fosabole koinar msgkhini thoi dse jenhe lagise.

  • @Lovacurious2
    @Lovacurious2 Год назад

    Atiya bujilu.. dei.. ei aamar Lora suwali r kisuman bhulor babe. Aji 2khon ghare bhugise.. ji hol bhaal hol..

  • @kritagyaboro6310
    @kritagyaboro6310 Год назад

    Suwali ghoror kotha huni right jen lagil

  • @ramsahu9708
    @ramsahu9708 7 месяцев назад

    Dadai hosa kotha koise 🙏🙏🙏🙏🙏

  • @shantanudas4990
    @shantanudas4990 Год назад +1

    Dada sida kotha koisu biya pata nai bhale bhulato nahoi

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial Год назад +1

    Ki ha Hoi thaka aibur hahim na kanim

  • @mousumiborthakur3425
    @mousumiborthakur3425 Год назад +7

    Kunubai koina mobilr pora mesg koribo pare ...abar koina jonik hudha val asil ..

  • @h.k.s.1383
    @h.k.s.1383 Год назад +12

    Common sense logai jodi kotha kua jai ejon dhoni ghror manuhe dukhia ghr etar pora assam or nisina jegat joutuk bisara dekha pua nai moi. Aru lora jon nije engineer sakori kore, deutak police asile , poisar eku obhab nai tetyahole hihote ako poisa kio bisaribo. Kintu suali jonir msg bur porhi pura driishyo to dekha goise. Aru eneka ekei case moi nije usoror family etat dekha paisu khali hi biya pati anisile aru etya postai ase. Lora ghror sampatti aru toka poisa demand kore ahar loge loge. Heikarone hodai suali hosa buli bhabibo nalage. June hohise hihotehe buji pai.

  • @prabalhazarikaniku752
    @prabalhazarikaniku752 Год назад +3

    Dada apuni basi gol, enekuwa suwali biya napatai val. Tair msg khini pohi e gom palu tai kiman do panir maas..

  • @anupambasumataryvlogs837
    @anupambasumataryvlogs837 Год назад +2

    Suwali jonir photo too kio dekhuwa nai

  • @devkantobora9247
    @devkantobora9247 7 месяцев назад

    Ami hodai news aru video sai thaku kintu jikunu vidio news last answer tu ki vul tu kar kunau nedekhuai kio

  • @Gangster-u7g
    @Gangster-u7g 7 месяцев назад

    সম্পাটি লুভীয়া কি ঘৰ সংসাৰ কৰিব এজনী ছোৱালী আচল সম্পতি হল মানোজনৰ মৰম ঘৰখনৰ মৰম ধেত্ তেৰি কি বুজিব...............?

  • @manashiintertainment3466
    @manashiintertainment3466 Год назад +1

    Ohhh Dora tu he beya buli voba hoisil fst.....Atiya he gom palu urohir urrr-----🙄🙄🙄Tait koi vall suwali paba Dada....👍👍👍

  • @princideka21
    @princideka21 Год назад +1

    Eesshh raam ki je hoise aru aibur... 🙂🙂

  • @bhashkarkalita3237
    @bhashkarkalita3237 Год назад +1

    Joutuk r karone buli koise he... Kintu suwali joni e je ru kimn msg di se xeitu o sawk sun.... Xeijoni suwali biya hoi aha hole dekhun kimn ru bostu bisari asanti korile hoi... Koinar mak e nijike dukhiya buli kole... Efale koina i akou 23000 r kapoor pindhe, sunsilk r shampoo nologai bapre ...

  • @NoOne-tg9tk
    @NoOne-tg9tk Год назад +10

    দাদাকৰ চকুৰ পাক চাই মিছা কোৱা যেন লাগিছে...ক‌ইনাঘৰ ধূৰন্ধৰ

    • @zayndx2288
      @zayndx2288 Год назад +2

      A bro ajon mnhur Karne gute thay khonr bodnam nkorbi .. Kotha vl k kobi OLP ...Dom Ase jdi rply de

    • @NoOne-tg9tk
      @NoOne-tg9tk Год назад +1

      @@zayndx2288 পঢ়ি লোৱা আকৌ এবাৰ

    • @zayndx2288
      @zayndx2288 Год назад

      Tmi porha abr aku

    • @NoOne-tg9tk
      @NoOne-tg9tk Год назад

      @@zayndx2288 আৰে পঢ়া না... তোমাৰ আপত্তি নোহোৱা কৰি দিছোঁ 😘

  • @simi143
    @simi143 Год назад +1

    Koli jug Bhai ghur Koli jug

  • @dikhitadas1203
    @dikhitadas1203 Год назад

    Ata ktha koinai jdi 23000 tkar 1jur kapur kinibo pare tene koina jni kihor dukhiya... Moi kwa ni j drar vul ni... Tar o thakibo pare ru tair o thakibo pare xeitu ami valke najnu... Xi lra xei babe tar a j xklo khini dokh xei2 nhbo pare...

  • @trishnadas1767
    @trishnadas1767 Год назад +1

    Apuni sage dora ghrr mnuh ..xei krne ..anke ulaise

  • @utpaldas7130
    @utpaldas7130 Год назад +1

    Darar sms kio nede koinar sms kio dekhuwao

  • @Neon-lp6fd
    @Neon-lp6fd Год назад +5

    dora ghr very good

  • @simonbhuyan2607
    @simonbhuyan2607 Год назад +4

    bazarat bahut bastur dam bahise. Tel r pora til loike. Amar nicna sadharan manuhar haraxasti hoise. Anugrah kori aiburar uporat duta man news bonale kitartha hom.

  • @GarimaKalita-jy5ox
    @GarimaKalita-jy5ox 3 месяца назад

    Massage a proman kun xasa kun misa.Dora a misa kuwa nii

  • @technicalaxom424
    @technicalaxom424 Год назад +3

    শুভ বিবাহ😍😃😃

  • @nj-kalita.ASM2319
    @nj-kalita.ASM2319 Год назад +4

    Kuno Kom nahayi soman pasnir Maas😁

  • @atuldaimari9090
    @atuldaimari9090 Год назад +3

    Besi smart hikhit khomaj

  • @happyboy4579
    @happyboy4579 Год назад +6

    Bohut val korela atea dai nohola gotea gotea pane khuala haten Lora ghrt ahe

  • @sangitanath2135
    @sangitanath2135 Год назад +5

    দৰা ঘৰ ৰ মানু্হ বোৰ দেখিলে গম পোৱা যায় সিহঁতে মিছা matise

    • @bkp9774
      @bkp9774 Год назад

      Keneke gom palak? How tumiu ru dei.

    • @dibyaborah791
      @dibyaborah791 Год назад

      Tumia hai koioni naki baru

    • @ultra8142
      @ultra8142 Год назад

      চুৱালি ঘৰৰ মানুহ দেখিলে গম পোৱা যায় যে ছোৱালী ঘৰৰ মানুহে মিছা মাতিছে
      লৰাই টো নিজে Camera ৰ সন্মুখত আহি Message দেখাই Proof দি দিলে
      চোৱালী ঘৰৰ মানুহে কি proof দিলে
      চোৱালি জনী কত ?
      কেমেৰাৰ আগত আহিবলৈ সাহসেই নাই
      আজিকালি ছোৱালী বোৰ বেচি বদমাছ

  • @jrlifestyle1620
    @jrlifestyle1620 Год назад +3

    Dora Juno nitshoy beya kui massage kurisil sage tar karone suwali Juno teneke kuise...aru Judi kowa nai tente tenekuwa suwalik biya kora nai thike kurise..tat kui Val suwali pabo

  • @animadeka1352
    @animadeka1352 Год назад

    দৰাৰ meses dekhab লাগে

  • @HarePatgiri
    @HarePatgiri 4 месяца назад

    ❤❤❤❤❤❤

  • @brajenjitdas7152
    @brajenjitdas7152 Год назад +1

    Napay napay aanekuwa nokoribo .buja bujir maajot solution aanook .🙏🙏🙏🙏

  • @kukilphukan5852
    @kukilphukan5852 Год назад +18

    Suali party a misa kotha kua Jen lagise, lorai dowry bisara proof dyoksn, lorai tu proof dile msg buror

  • @abinashdeka6246
    @abinashdeka6246 Год назад +1

    লুভীয়া ছোৱালী 🤣🤣🤣🤣🤣🤣🤣

  • @golakvai662
    @golakvai662 Год назад +1

    MMS keita kunu disile ...2tokia enginiar buli. Heitu a sintonio hoise ...suwaliru dhukh ase Jen lagise

  • @mousumiborthakur3425
    @mousumiborthakur3425 Год назад

    Kun hosa kun misa vogoban ase bisar korib

  • @susmitathakuria8291
    @susmitathakuria8291 Год назад

    Tamm sun

  • @dhanjitkalita9791
    @dhanjitkalita9791 Год назад +2

    Actor and actress both are same acting

  • @jeakgamingyt2120
    @jeakgamingyt2120 Год назад +1

    Hbo de ru bohut salu biyar news ru sabo itcha nai....blg news nai neki ru??

  • @jituroy2580
    @jituroy2580 Год назад +2

    Loratuk lage joutuk. Sowali nalage.
    Aneo loratur boyokh hoise. Kam nai.
    Ji hoise vale hoise. Sowali jonir utjol vobitsot kamona korilu. God bless her

  • @gdevburagohain4700
    @gdevburagohain4700 Год назад +1

    Dorah decision thik aase. Pisot bahut okhantit duita poriyal thakil heten.

  • @arjunphangchong4997
    @arjunphangchong4997 Год назад +5

    পকৰ বিয়া এইখন