ছানছিল্ক শ্বেম্পু, সৰু ক্ৰীম...প্ৰকৃততে বিয়াখনত কি হৈছিল?

Поделиться
HTML-код
  • Опубликовано: 14 окт 2024
  • ছানছিল্ক শ্বেম্পু, সৰু ক্ৰীম আৰু এখন বিয়া...
    কিয় চৰ্চাত এই বিশেষ বিয়াখন? সবিশেষ EXCLUSIVE

Комментарии • 1,4 тыс.

  • @AnubhabAakhaar
    @AnubhabAakhaar Год назад +1388

    কোনে কোনে মোৰ দৰে comment পঢ়িব আহিছা! Like এটা মাৰি যোৱা।🤧

  • @k_d1537
    @k_d1537 Год назад +483

    পেটুৱা ভাই তোক যদি এমাহ আগৰ পৰা দাবী কৰি আছিল তোৰ ঘৰৰ লগত মিলাই নাছিল আগতে সিদ্ধান্ত লোৱা নাছিলি কিয়? কি ঘেণ্টা কৰিব সেন্দুৰ দি আহিছ? ছোৱালী এজনীৰ জীৱনৰ লগত কিয় খেলা কৰিছা বজাৰৰ পুতলা নহয় বুজিছা? তহঁতৰ দৰে এচাম ব্যক্তিৰ বাবেই বিয়া এখন উৎসৱ/মেলা হ'ব পাৰে কিন্তু দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে নিজৰ সন্তানৰ বিয়াখন মাক দেউতাকৰ বহু দিনৰ কষ্ট আৰু সপোন উন্মোচনৰ পবিত্ৰ সময় বিনিময় নোহোৱাকৈ এজনী ছোৱালীক 20/25 বছৰ ডাঙৰ কৰি, পালন কৰি আন এখন ঘৰলৈ বোৱাৰী কৰি পঠিয়াই দিয়ে ইমান সহজ কথা নহয়। তোৰ নিচিনা এচাম মুখা পিন্ধা ধনীৰ বাবে সমাজত বহু সঁচা প্ৰেমৰ সম্পৰ্ক‌ও ভাঙি গৈছে। নাৰীক সন্মান কৰিব শিকিবি।

    • @ultra8142
      @ultra8142 Год назад +1

      😂😂😂😂😂🤣

    • @satyamevajayate1274
      @satyamevajayate1274 Год назад +16

      এখন তাল অকলে নাবাজে।

    • @ankurhazarika8787
      @ankurhazarika8787 Год назад +20

      এপাত তাল অকলে নাবাজে সি যদি সঁচাত থাকিল হয় সি তাৰ নিজৰ মেচেজ দিলিত নকৰিলে হয়

    • @juriprabhadeka2114
      @juriprabhadeka2114 Год назад +2

      Sosa kotha

    • @kumudrabha2500
      @kumudrabha2500 Год назад +2

      Kuldeep bhul kotha kaicha🙏

  • @purnagohain1853
    @purnagohain1853 Год назад +125

    ধনী বোৰে এনেও দুখীয়া মানুহ বোৰক মানুহ বুলি গণ্য নকৰে সেই কাৰণে দুখীয়া ঘৰৰ ছোৱালী অভাৱত ডাঙৰ হৈছে বেয়া বস্তু দিলেও আপত্তি নকৰিব বুলি ভাবিছিল । নিম্ন মানৰ বস্তু দি অপমান কৰি এতিয়া ছোৱালীক দোষ দি আছে petlai 🙏 তাৰ নিজৰ যদি ইমান সন্মান আছে তেনেহলে নিজৰ সন্মান ৰ লগত মিলাই দিব লাগিছিল বস্তু বোৰ 🙏 ছোৱালী বদনাম কৰাৰ উদ্দেশ্য আছিল চাগে🙏

    • @prabhadas8896
      @prabhadas8896 Год назад +1

      Ami dukhiya bilake sun dhoni ghort he biya dib khuja kio dukhiya ghor kisuman suwali ase dhoni ghor lora ba dhoni ghor pali bohut ure dhoni dukhiya kotha seybabe ami olp vabib lage ji disi disi ty o sage bohut dhoni ghort biya hob bohut dami dami kapur gohna lov asil sage

    • @ranjitsaikia6991
      @ranjitsaikia6991 Год назад +3

      Kela sualir dukh nai neki epat tal kela ketiau nabaje o bupai vul soborei

    • @bobitaboro3606
      @bobitaboro3606 Год назад

      @@ranjitsaikia6991 😡😡😡

    • @top-on-dus10
      @top-on-dus10 Год назад

      @@prabhadas8896 Thik koise tai jodi dhukhiya hoi tair ghoror manuhe 8-9 lakh tokat mati bikri kori biya potat kiba jukti ase neki.
      Sunsilk shampoo nelage international brand or shampoo lagibo.

    • @dimpulbaruah5979
      @dimpulbaruah5979 7 месяцев назад

      Kela sunsilk shampoo nalage branded shampoo lage😂😂ambanir jiyek nki tai

  • @devdas8542
    @devdas8542 Год назад +119

    লৰা জনৰ লগত কোনো ছোৱালী সুখী হব নোৱাৰিব in future...,,বাৰে বাৰে এটা কথাই কই অহংকাৰী লৰা জনে ঘৰৰ একমাত্ৰ লৰা.... তই একমাত্ৰ লৰা বাৱে তই এনেকুৱা কৰিব পাৰিলি তোৰ যদি ঘৰত দাদা বা ভাইটি এজন থাকিল হয় টয় এনেকুৱা অভদ্রামি কৰিব নোৱাৰিলি হয়...

    • @kamrup133
      @kamrup133 Год назад

      শুন ভাই সাংঘাতিক ভূল আছে এই ছোৱালী জনীৰ ওপৰত লাজ নেলাগিল ছোৱালী হৈ তেনেকুৱা লেতেৰা মন্তব্য দিবলৈ .........সেই ছোৱালী জনীৰ এবাৰ বদনাম হল ন তাইক আৰু কোনেও বিয়া নকৰাই কিন্তু লৰা জনে পুনৰ বেলেগক বিয়া কৰাব পাৰিব যদি তাৰ টকা আছে আজিকালি টকা মেইন ভাই টকা টকা , কিন্তু ছোৱালীৰ এবাৰ বদনাম হব লাগিলে সেই টকাও একো কামত নিদিয়ে মই কী কব খুজিচো আপুনি চাগে বুজি পাইছেয়

    • @ddcreations1049
      @ddcreations1049 Год назад

      Right

  • @pkparag2688
    @pkparag2688 Год назад +200

    অসমত পুলিচ প্ৰশাসনক অৱসৰ দি সাংবাদিক সকলক দায়িত্ব দিব লাগে 😆

  • @rinadeka2756
    @rinadeka2756 Год назад +76

    ল'ৰাটো ভিতৰত কিবা এটা আছে । ইমান ধনী ঘৰৰ ইঞ্জিনিয়াৰ ল'ৰা এটা হৈ ইমান দুখীয়া ঘৰৰ ছোৱালী এজনীক বিয়াৰ প্ৰস্তাব দিছিল ৰহস্য

    • @taiyaburrahman33
      @taiyaburrahman33 Год назад +3

      Manuhor manobota main ......., Kon dukiya kon dhone aito asol kota nohoi

    • @bishalsarma5306
      @bishalsarma5306 Год назад +6

      বাল ধনী দুখীয়া বুলি কথা নাই,, ভাল ঘৰ বেয়া ঘৰ বুলি হে কথা

    • @Animal55571
      @Animal55571 Год назад

      Dhoni holei bhul dukhiya holeu bhul kehna Kiya chahti ho behen

    • @Ridip498
      @Ridip498 4 месяца назад

      Myo engineer .mro vlpuwa dukhiya hoi .prem dhani dukhir ktha nhy

  • @bishwajithazarika1158
    @bishwajithazarika1158 Год назад +67

    সঁচাকৈ
    এই বিয়াখনে বহুত কথা শিকাইথৈ গল,
    প্ৰতিখন বিয়াতেই এই বিশেষ বিয়াখন চৰ্চিত হৈ ৰব।

  • @anupamlahan8931
    @anupamlahan8931 Год назад +20

    একেখিনি কথা শুনি আমনি লাগিছে। বিয়া হৈছে দুটা পৰিয়াল আৰু দুটা মনৰ মিলন। কিন্তু যি দেখিছো তেওঁলোকৰ একো মিলেই নাই। তেনেক্ষেত্ৰত বিয়াখন কেনেকৈ আগবঢ়াইছিলে?

  • @atulgowala7384
    @atulgowala7384 Год назад +138

    Demand jodi দিছিল আগতে kio জোৰোণ দিব গৈছিল

  • @devdas8542
    @devdas8542 Год назад +145

    পেটলাও কম নহয় তই..... নিজৰ চাগে ইচ্ছা নাছিল এ টোৰো বিয়া পতাৰ... আচল কথা বিয়া ঘৰৰ কথা মতেই হব নালাগে কেবল... লৰা ছোৱালী ৰ মাজত প্ৰথম মৰম ভালপোৱা বুজা বুজি হোৱাৰ পিছত হে বিয়া হব লাগে....যদি দুজনৰ মাজত 5%ও মৰম ভালপোৱা থাকিল হয় ইমান ডাঙৰ ঘটনা এটা হব নাপালে হয়...
    বিয়া ভঙা শুনিছোঁ বহুত কিন্তু এনেকুৱা ঘটনা লৈ আজিলৈ বিয়া ভঙা শুনা নাই ময়.. মোৰ বয়স 58 হল.... পঢ়াৰ কোনো মূল্য নাই তহটৰ

    • @dipankardeka3876
      @dipankardeka3876 Год назад +1

      হয়

    • @sangitachetia6751
      @sangitachetia6751 Год назад

      Right

    • @pinkidas2606
      @pinkidas2606 Год назад

      Ekdam hosa katha .....lorajon gutei ghotona tu handle koribo parile heten but no coward tu MSG dekhowai ase .... Just ceeeeee

    • @techT_assam9712
      @techT_assam9712 Год назад

      Koinar vashya xunak 👇
      m.ruclips.net/video/ZPsJQ4EYuTc/видео.html 🙏

    • @techT_assam9712
      @techT_assam9712 Год назад

      @@kamrup133 asolote suali ghoror family tu ahikhyit aru luvia...xeikarone shampoo shampoo kari ase

  • @kishorhaloi5563
    @kishorhaloi5563 Год назад +83

    নিজৰ হবা লগা মানুহ জনী কিবা কলে যেনিবা সেইটো জগৰ নেকি

    • @deepadas3542
      @deepadas3542 Год назад

      hoy...moio kou 2 kg hun dibo lagibo buli...but mr manuhjone hahi thake...

    • @dimpulbaruah5979
      @dimpulbaruah5979 7 месяцев назад

      Lorajone bhalei korise bator kosu gat gohi noloi 😂😂tai jodi dorak biya nohoutei eman beya apomaan koribo parise tente biya huar pisot dorar abostha ki hol hoi😂😂dora nodit jap di moribo lagil hoi

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Год назад +121

    এই পেটলা কাছোটোৱো কম নহয় কিন্ত্ত... তাৰ মনত কোনো বেজাৰ নাই দুখ নাই... ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছত... ই বদমাছ যেন লাগে... মাজে মাজে... একটিং হে কৰি আছে যেন লাগিছে... গাহৰিটোৱে....

    • @assameseentertainment9361
      @assameseentertainment9361 Год назад +2

      Ekdom right

    • @Ragnar4104
      @Ragnar4104 Год назад +3

      🤣🤣🤣🤣🤣 kasu bule

    • @kabindeka1307
      @kabindeka1307 Год назад

      Nhy bandhu,... Apat tale ketiyaw nabaje. Xklo khettat je loray sowalir jibn xekh kre tene nhy. Nijr khettat nowale manuhe xdai agte lorake dokh japi diye

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 Год назад +1

      @@kabindeka1307 সেইটো বাৰু মানিলো... কিন্ত্ত সি মালৰ বটল কেইটা ফটো মাৰি দি আজি তামাম খাম বুলি কিয় দিয়ে... সি ইমান অমায়িক নিৰ্জু প্ৰকৃতিৰ...গোটেই দেহাত বাল সোপা লৈ ভালুকৰ ৰূপ দেখুৱাই... ফটো কিয় দিয়ে... ৰেড নাইটি পিন্ধিব দিয়ে হট চিলি যেন লাগিব... এইবিলাক কৰি লৈ সি ভদ্ৰ শান্ত যুধিষ্ঠিৰ হৈ পৰিছে... কথাটো মন কৰিছা নে....

  • @ritubora7588
    @ritubora7588 Год назад +140

    কোন সচা কোন মিছা ভগৱানেহে জানে
    প্ৰভু ।।

  • @sadstory6014
    @sadstory6014 Год назад +16

    ইমান কষ্ট কিয় দিছে দাদাক,,,,,,বহিবলৈ টো পীড়া এখনো দিব পৰিলে হয়।।।।।

  • @chayanikasristiofficial4177
    @chayanikasristiofficial4177 Год назад +185

    নিজৰ ব্যক্তিগত কথা নিজে সমাধান কৰি লব লাগে ৰাজহুৱা কৰিব নালাগে,,

  • @niharikadas6189
    @niharikadas6189 Год назад +231

    আজি কালি কিন্তু জোৰোনৰ বস্তু কইনাই আগতেই দেখা পাই। নহলে দৰা ঘৰৰ মানুহৰ লগত একেলগে বজাৰ কৰে। পেতুৱা দাই মিচা কথা কৈছে,,,

    • @porishmitasaikia3479
      @porishmitasaikia3479 Год назад +4

      Mja disa😇 petua dada...!

    • @anitasarma654
      @anitasarma654 Год назад +7

      Hosake
      Aji kli sob koinar pasanda mote kine
      Dekhat toh gahari dada jnr family Tu modern jen a lgisil
      Tathapio eman narro minded na

    • @jesussong9328
      @jesussong9328 Год назад

      Petela

    • @nayansaikia9665
      @nayansaikia9665 Год назад

      Khosa kotha hoi...duyu bojar kore biar

    • @porishmitasaikia3479
      @porishmitasaikia3479 Год назад +2

      @@arryankashyapkalita.2020 it's not important now okay🥱

  • @utpaldeka6306
    @utpaldeka6306 Год назад +64

    এপাত তাল কেতিয়াও নবজে ধন।দৰাজন ধোৱা তুলশী পাট ন।টকা আছে যে।

  • @manikabarman2970
    @manikabarman2970 Год назад +21

    দৰাই ম'বাইল চাই চাই কৈ আছে কোনোবাই শিকাই দি আছে এনে লৰাক পিতন দিব লাগে আন ছোৱালীৰ লগত যাতে এনেকুৱা নকৰে

    • @kamrup133
      @kamrup133 Год назад

      Toi ki jan xi kijani beleg a saise

    • @kabindeka1307
      @kabindeka1307 Год назад

      Dokh nathakilew dokh japi diyatkoi mne mne thakai val. Dorajne ji ji koise thanda vabe, aru with prove & genuine reson t koise. Biyar agdina nijr professionk loi ty ty buli ajni hblgiya koinai gali parile rati kon lorai biya krba.... 🙄 Jibn akl sowalire dhankha hoi neki,... Lorar man xnman nathake neki....

    • @kamrup133
      @kamrup133 Год назад

      @@kabindeka1307 xaitu a mur mate tu vull suwali jonire hoi

  • @newtub9568
    @newtub9568 Год назад +8

    কিহৰ জোৰোণ জোৱাৰ পিছত সিদ্ধান্ত লৈছিলি, আগতে কাৰ মুৰা কৰি আছিল, যোনে কথা সাৰ সঁচা পাইছে এটা like কৰি যাব

  • @gyangk8038
    @gyangk8038 Год назад +44

    কইনা জনৰ কপাল ভাল হল বিয়া পতাৰ কেইমামান পিছত ৰক্তচাপত মৰি থাকিলে হয়। 🤔🤔🤔🤔🤔🤔😂😂😂😂

  • @sukleswardas3869
    @sukleswardas3869 Год назад +91

    Vai এইখন বিয়া জীৱনত মনত ৰব কিন্তু

  • @papulbhuyan3322
    @papulbhuyan3322 Год назад +72

    লৰাই সকলো pre plan kri থৈছে so biya ভাঙিছে। ছোৱালী জনি বেয়া আছিল যদি মাকে কিয় সেন্দুৰ দিছিল।সেন্দুৰ দিয়া আগত বিয়া ভঙা নাছিল কিয়? End time যৌতুক নাপালে বাবে ছোৱালী বেয়া হৈ গল। কইনাই ব্যৱহাৰ কৰা বস্তু খিনি কইনাৰ পছন্দৰ হলে কিহৰ ক্ষতি।

    • @worldfoodies1259
      @worldfoodies1259 Год назад +1

      Khyoti ase. Jdi swali ajnia bos2 bisari bya bebohar kribo pare tene khetrot lora ataiu bisaribo pre. Hator tali akhon hate mabaje mnt rakhiba

    • @ktboss1110
      @ktboss1110 Год назад

      Lora bodmas. Bujibo baki nai

  • @bikashdeka8714
    @bikashdeka8714 Год назад +39

    এতিয়া ডাঙৰ কথাটো হল এওঁৰ বিয়া আৰু 5 বছৰ pisowale.. কাৰণ এতিয়া ছোৱালী পোৱাটো টান হব এওঁৰ।😎😎🙏
    নয়ন নীলিম দাৰ 16 ডিচেম্বৰ যেন লগা হৈছে।

  • @SanjoyDas-id5jq
    @SanjoyDas-id5jq Год назад +26

    আৰু অলপ বয়স হওক দে তোৰ। ইমান কম বয়সত বিয়া কৰাব নালাগে দে।

    • @rabungsabasumatary2933
      @rabungsabasumatary2933 Год назад +2

      🤣🤣🤣🤣🤣pet 2 sa tar

    • @bishalsarma5306
      @bishalsarma5306 Год назад

      Toy পাতি লওঁ তেনেকুৱা ছোৱালী 😂😂

    • @kishormahanta5697
      @kishormahanta5697 Год назад

      Babur gakhir khua dat goja a nai biya patibo hua nai nhy

  • @munudevi3284
    @munudevi3284 Год назад +36

    কোনো ছোৱালী য়ে কেতিয়াও দাবী নকৰে।দৰাজনে‌ একো নকৰাকৈয়ে তাই মেচেজ নকৰে।সি চাগে বেলেগ ছোৱালী ভাল পায়।ইমান টকা খৰচ কৰাৰ পিছত এতিয়া সেই মানুহ ঘৰৰ কি হ'ব? মানুহঘৰক ন্যায দিয়ক। এনেকুৱা ল'ৰা লৈ দিলে ছোৱালী জনীৰ জীৱন ধঙশ হব

    • @meIanchoIia
      @meIanchoIia Год назад +2

      Tumar dorar logot olop ghonisthota ase jen pau...heikrne opinion diyar upori criticize kribo parisa...

    • @munudevi3284
      @munudevi3284 Год назад

      @@meIanchoIia pagal neki?Mur ghr Hojai t Tat ghr korbat ki ghonista ase? Uchit comment likhile Kiya laj pawa? Ne tur kiba ase? Kanfaliya char chini pawa?beleg mar baperhte comments diya dekha nai?Mur commenthe tur ga farfrai gol?2nd time aru aku commentnidiya?

    • @aucjripz4732
      @aucjripz4732 Год назад

      Tumaku Sunsilk sempu nalage sagee nhh 😂

    • @munudevi3284
      @munudevi3284 Год назад

      @@aucjripz4732 তুমি তোমাৰ মা ,বা,ভনীক দিয়া । মোক মোৰ ল'ৰা বোৱাৰী ‌husbande dib.কাৰ কিমান বয়স নজনাকৈ‌ যিকোনো মন্তব্য নিদিবা আগলৈকে দেই

    • @aucjripz4732
      @aucjripz4732 Год назад

      Baideu duita pokhore vul ase,swli jniu komti neki dami dami bstu dabi kore,prai bur suwali dekhisu anekuwai 😂,aji kali kunu compromise nkre sbo ke dami dami lge,bia past baruh teor khongkhar khn khukhr hbo ne??matir manuh hbo lage ji diye sbre lgtei mili juwa,

  • @RK-gj9zn
    @RK-gj9zn Год назад +1

    Moi aji bohut dinor pora sunsilkr rohoshya tu bisari habathuri khai furisilu. Dhanyabaad nk TV urohi gosor urh tu bisari diar karone.

  • @ratannath3071
    @ratannath3071 Год назад +36

    ছিঃ লাজৰ কথা বিয়া খন যেন পুতলাৰ খেল কৰি পেলালে .... আগতেই ইমান বোৰ হোৱাৰ পিছতো জোৰোণ দিব নালাগিছিল ছোৱালীজনী জীবনতো বৰবাদ কৰিম বুলিয়ে এনে কৰিলে চাগৈ ... সি তু আকৌ এজনী আনিব পাৰিব কিন্তু ছোৱালী জনীয়ে গোতেই জীবন এই বদমান তু গাত লৈ থাকিব লাগিব ..... নাৰী সন্মান কৰিব নজনা এই লোক বোৰ সমাজৰ আবৰ্জনা.....

    • @yutfufty
      @yutfufty Год назад

      Munda singi jbo set

  • @V....170
    @V....170 Год назад +11

    মই এনেকুৱা এখন ঘৰত বিয়া হব বিচাৰোঁ যত মোক বোৱাৰী নহয় জীয়েক হিচাপে লৈ যায়। আৰু মইও মোৰ শাহু নহয় মা হে বিচাৰোঁ।🥺 পাম জানো তেনেকুৱা ?

  • @musicallibrary4149
    @musicallibrary4149 Год назад +29

    ছোৱালী তাত থকা মেচেজ বোৰ দেখাই দিব লাগে,

  • @dipenrabha117
    @dipenrabha117 Год назад +24

    আগতে বিয়াখন ভাঙিব লাগে কিও বিয়া দিনাখন সে ভাঙিব লাগে । বিয়া দিনাখন ভঙা মানে ক‌ইনা ঘৰৰ কিমান টকা আছে পৰিক্ষা চোৱা সে কথা।

  • @dipaliray5259
    @dipaliray5259 Год назад +16

    দৰাই ছোৱালী পাই যাব কিন্তু ছোৱালী জনীৰ কি হব। জোৰন দিয়া ছোৱালী ক কোনে বিয়া কৰাব। এমাহৰ পৰা কি কৰি আছিল দৰাই। জোৰন দিয়া মানে তেওঁৰ কন্যা হৈ গল। কোন সচাঁ কোন মিছা না জানে। কাৰো জীবনক লৈ হেতালীখেলিব নালাগে। বুজাবুজিৰ মাজেৰে আকৌ নতুন কৈ চিন্তা কৰক। মানুহ মাএে ভূল হয়

  • @bablu..544
    @bablu..544 Год назад +1

    Bohut val kaam korila vai.. nohole tumi gutai zebon kandibo loga hol hoi.... thanks Brother...i respect you...👍👍👍

  • @atulgowala7384
    @atulgowala7384 Год назад +5

    লৰা জনো এক নম্বৰ ফালটো

  • @smarttrick7008
    @smarttrick7008 Год назад +25

    বাইদেউ এনেবোৰ news আপুনি কৰিলে শোভা নাপাই

  • @GamingWorld-lt8oy
    @GamingWorld-lt8oy Год назад +3

    Studio ত দৰা কইনা দুইজনকে আগত ৰাখি মতামত লব লাগিছিল । কোন সচা কোন মিছা ।

  • @kartikroy8619
    @kartikroy8619 Год назад +7

    কোন সঁচা কোন মিছা নাজানো বাৰু... তথাপিও কব বিচাৰোঁ যদি আগৰ তেনেকৈ কিবা ছোৱালী জনী কৈ আছিলে জোৰোণ দিবৰ আগতে ছোৱালী জনী ঘৰৰ লগত আলোচনাৰ মাজেৰে সম্পৰ্ক
    শেষ কৰিব লাগিছিল... এইকাৰণে কৈছোঁ বিয়াত কিবা বস্তু দাবী কৰাটো লৰা ছোৱালী দুটা ফালৰ পৰাই crime buli vabo

  • @ViralOfficial-jh6bm
    @ViralOfficial-jh6bm Год назад +130

    বিচাৰ কৰিবলৈ পুলিচৰ নে সাংবাদিকৰ চাকৰি কৰিম 🤣🤣

  • @biplabvlogs1503
    @biplabvlogs1503 Год назад +42

    Biya patile Sunslick sempu nidiw pai 😂😂😂😂

  • @malamishra9893
    @malamishra9893 Год назад +33

    কোন সঁচা কোন মিছা আইনৰ দাৰস্থ হলেহে গম পোৱা যাব

  • @Momomative123
    @Momomative123 Год назад +1

    মিছা কথা পেতুৱা ভাই নিজকে বৰ ধনী দেখাইছে ।

  • @nayanmanideka5758
    @nayanmanideka5758 Год назад +82

    ছোৱালীজনীৰ কথা কনো নিউজ ত দিয়া নাই j। বেছি লৰা জনেই। তাইৰও কথা শুনিব মন আশিলে।

  • @nabajitdeka9357
    @nabajitdeka9357 Год назад +20

    এইবোৰ news দি থাকে বাবে indian Media ৰ rank পৃথিৱীৰ ভিতৰত 150 নম্বৰ । অতি উত্তম।

  • @darpandeka5141
    @darpandeka5141 Год назад +37

    জোৰণৰ দিনা বিয়া নপতাৰ তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ আৰত নিশ্চয় দৰাৰ ভিতৰি কিবা কাৰণ । ল'ৰাৰ ওপৰত ভালদৰে তদন্ত চলাব লাগে ।

    • @chandandutta3186
      @chandandutta3186 Год назад

      Lorai Karan hisape dekhon suwalir SMS bor dekhai disei

    • @sumitlalmohan2113
      @sumitlalmohan2113 Год назад

      Tadantat aitu pua gol j this is zurun Traping case....lol....😂😂😂😂😂😂

  • @dwipenkumarsaikia.2645
    @dwipenkumarsaikia.2645 Год назад +58

    এই বিলাক বাতৰি, খবৰ সংবাদ মাধ্যমত প্ৰকাশ বা প্রচাৰ কৰাটো ভাল কথা নহয় আৰু এনেধৰণৰ কথাবোৰে সমাজত বহুত ক্ষতি কৰিব পৰা |দুয়ো পক্ষই বুজা বুজিৰে সমস্যা সমাধান কৰিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে |

  • @nitulpathak2868
    @nitulpathak2868 Год назад +43

    Jaldi jaldi note kori Lou, UPSC/APSC interviewt khudhibo pare ! Thank you news channel.

  • @reemagogoi7865
    @reemagogoi7865 Год назад +19

    ক‌ইনাকো একেলগে মাতি NEW কৰক..

  • @youtubeuser8607
    @youtubeuser8607 Год назад +71

    যদি জানিছিলেই , বিয়া কৰাবলৈ কিয় আগবাঢ়িছিল ?

    • @joyshreedas5371
      @joyshreedas5371 Год назад +5

      Duyotare dokh ase...

    • @rsrajsarma1341
      @rsrajsarma1341 Год назад +5

      gadha.... taik bujo bli koise na nai... ru juron r rati xeneke koa r pist kunu atmoxonman thaka apai bia patpa najai

    • @joyshreedas5371
      @joyshreedas5371 Год назад +1

      Ami lgi ako hba nhy bhaiii....😂😂😂

    • @techT_assam9712
      @techT_assam9712 Год назад

      Koinar bhashyo xuni lua m.ruclips.net/video/ZPsJQ4EYuTc/видео.html

  • @bhaskarborah7873
    @bhaskarborah7873 Год назад +2

    লৰাজনৰ কথাত যুক্তি আছে।ছোৱালী জনীক কিবা বেয়াকৈ কৈছে যদি দেখুৱাই দিয়া।লৰাজনে যি কৈছে স্পষ্ট কথা কৈছে👌

  • @atulgowala7384
    @atulgowala7384 Год назад +16

    দুখীয়া বুলি এনে কৰিছে লৰা ঘৰে

  • @supriyaborah4234
    @supriyaborah4234 Год назад +31

    ছোৱালী জীৱনটো এনেধৰনৰ ল'ৰা বাবে ধংখ হয়।এই ল'ৰা তোক জেল দিব লাগে। নহ'লে আগলৈ এনেকুৱা ঘটনা আকৈ হ'ব।কি মেচেজ মেচেজ কৰি আছে।

    • @rishigogoi1030
      @rishigogoi1030 Год назад

      Aitu 1 no seni hoi

    • @supriyaborah4234
      @supriyaborah4234 Год назад

      @@rishigogoi1030 হয়

    • @dimpulbaruah5979
      @dimpulbaruah5979 7 месяцев назад

      Tohotor dore suwali buror logot enekuai hbo lage 😂😂bhal lora, dukhia loraburok dhoka di xihotor জীবন dhonxo kori tohotok engineer lage😂😂doctor lage😂😂ambani type dora lage 😂😂xaikarone di dise bamboo tu😂

  • @rajarishibhattacharyya80
    @rajarishibhattacharyya80 Год назад +75

    Nktv is the best channel, congratulations. You are highlighting the most sensational news of the year, all the audiences are interested in this type of news only. TRP is very important, is not it. Do this channel still recognize themselves as forth pillar of democracy.

  • @sauravp723
    @sauravp723 Год назад

    Media baideu bohut val lagise
    Ei news to continue rakhibo

  • @riturajunofficial
    @riturajunofficial Год назад +9

    নাৰীক (এচাম) ইমান সহজ বুলি নাভাবিব
    Well done bro.....

  • @rajivrajput3130
    @rajivrajput3130 Год назад

    Val basi goiso bhai... Enekuwa suwalik biya potat koy nopotai val. Basi goise apuni. Agoloy val suwali pabo.👍

  • @jaharr4206
    @jaharr4206 Год назад +20

    Patient and true love nohole biya patibo nalage.

  • @nippuali5420
    @nippuali5420 Год назад +1

    নিউজ ওপৰত নিউজ নিউজ ওপৰত নিউজ
    কিন্তু ইমান বাৰ চালো বুজি নাপালো🥲

  • @sikhabaishyabaishya9601
    @sikhabaishyabaishya9601 Год назад +57

    সাংবাদিক কেইটাই যে উলটা পুলটা কই আছে ছোৱালী মেচেজ খেনি কিয় নেদেখাই ।সেইখেনি লই আৰু নিউজ কৰিব কাম নাই আৰু।।।

  • @Prernaira_
    @Prernaira_ Год назад +1

    Aikhon biyar karone aji sir tv t ulabole chance ple beh kimn lucky beh sir apuni 😭😭,, moiu anke jodi tvt ulai porilu hoi,news live wahh

  • @atulgowala7384
    @atulgowala7384 Год назад +72

    ছোৱালী জনিক লৈ নিউজ কৰক

  • @xyza100
    @xyza100 Год назад

    Baideo bahut bhal lagise... Society t beleg issue bisari npale baideo. Bor lajr kotha

  • @atulgowala7384
    @atulgowala7384 Год назад +74

    One side news নকৰিব

  • @taralisaikia8281
    @taralisaikia8281 Год назад +3

    সঁচা ভাল পোৱা নহৈ অ এইবোৰ। । জন্ম, মৃত্যু , বিবাহ কোনেও নাজানে।।। হলেও যদি পছন্দ নাছিল তেন্তে ইমান দুৰ আগ bahebo নালাগিছিল।।।বিয়া টো মাক bapakor মতে নহৈ, লৰা ছোৱালীৰ u সন্মতি লব লাগে।। মিছা তে ইমান দুৰ kio আগ bahibo লাগে।। এজনী ছোৱালীৰ গোটেই জীৱন টো আছে।।। ভগৱানে যি কৰে ভালৰ কাৰনে কৰে।।। দৰা সম্পত্তি লুভিয়া বনেকি? সঁচা ভাল পোৱাই সম্পত্তি নিবিচাৰে প্ৰিয় জনক সদায় কাষত বিচাৰে।।

  • @apurbanath938
    @apurbanath938 Год назад

    Petuwa da tor kotha bor alop alop shosa jen lagise .

  • @anowarhussainkhondokar1124
    @anowarhussainkhondokar1124 Год назад +14

    এটা মুখত শুনিলে ভালেই শুনা যায়

  • @taralikalita7660
    @taralikalita7660 Год назад

    Vl a hoise baa tmi anekowa ajon Lara r lgt biya nhola.. Tmi je biya r agt a gm Pala vl a hoise

  • @bhaswatientertainment1077
    @bhaswatientertainment1077 Год назад +47

    Important for Apsc examination ❤️💕 note down kri loa !!

  • @rajiplx6428
    @rajiplx6428 Год назад +3

    আপুনি যি ভাবি আছে, 🙂
    লজিক্যালি কথাটো কিন্তু তেনেকুৱা নহয় দেই।
    কথাটো যেনেকুৱা কথাটো আকৌ তেনেকুৱাও নহয়... 😑 যদি মই কওঁ বুজি নাপাবো, নক'লেও আপুনি বুজি নাপাব।
    সেয়েহে কোৱা নাই, কোৱাৰ ইচ্ছা আছিল বাট ক'লে বুজি নাপাব, পিচে নকলেও বুজি নাপাব।
    সেয়েহে কৈছো কথাটো একচুৱেলি তেনে নহয়। আপুনি বুজি পাব, কিন্তু বুজি নাপায়।
    এনেদৰে কলেও বুজি নাপাব। গতিকে যি কি নহওক
    মই যেনেদৰেই নুবুজাও কিয় মূল কথাটো হ'ল আপুনি বুজি নাপাব।
    সেয়েহে বুজায় নিদিলো। ধন্যবাদ 🙏🏻

  • @dhrubajyotiboruah9544
    @dhrubajyotiboruah9544 Год назад +1

    Intersting discussions

  • @nabajyotidasdas8451
    @nabajyotidasdas8451 Год назад +12

    Petla bhii 🤘

  • @playeroo5092
    @playeroo5092 Год назад +2

    ভাল পাই বিবাহ কৰা এই ভাল আছে hosa kotha kobo gole

  • @iamreels5821
    @iamreels5821 Год назад +13

    বিয়া হব গে বাৰু no tension
    মকা মিলা কৰিব গে
    ছোৱালী বৰ্বাদ হৈ jabo no

  • @PragyamSharma
    @PragyamSharma 6 месяцев назад

    Bhaluk daa

  • @arupdutta9812
    @arupdutta9812 Год назад +4

    মুঠতে এই সম্বন্ধ হ'লে ভবিষ্যত বিপদ আছে গতিকে বেলেগ বেলেগ হোৱাই ভাল

  • @yellowtube1539
    @yellowtube1539 Год назад +5

    Great....jani huni jola juit hat nidiya tu bhal kotha...aagote jiyei msg nethakok suwalir msgkhiniyei hosakei biya bhangibole jothestho..

  • @zitul2020
    @zitul2020 Год назад

    Akhon movie lage ai kahinitot🤩🤩

  • @dipumonibora682
    @dipumonibora682 Год назад +32

    Sunsilk shampoo shares are down after this... So sad.. 😂😂

  • @bharatdas3469
    @bharatdas3469 Год назад

    Amazing story

  • @gautamdas8556
    @gautamdas8556 Год назад +9

    দৰাক finely studio লৈ আনিলে ঠিকেই আৰু কিনো দেখাৱ TRP TRP

  • @dhrubakaibarta5842
    @dhrubakaibarta5842 Год назад +2

    মহাশয় আপুনি অলপ পলম কৈ সিদ্ধান্ত ললে।

  • @priyankasaikia5302
    @priyankasaikia5302 Год назад +13

    দৰা ডাঙৰীয়া চেনেলবোৰ কিনি লৈ,,,যধে মধে ঘুৰি আছা যে,,,,,,বৰবাদ কৰিলি ছোৱালী জনী,,,,,কণা আছিলি নেকি,,,,,,???? মদাহী যেনেই লাগে তেওঁক 😀😀😀😀😀

  • @bitulsonowal3626
    @bitulsonowal3626 Год назад +1

    কেলা ইমান ফেমাছ হই গল বিয়াখন।

  • @bishnubaruah9983
    @bishnubaruah9983 Год назад +4

    সঁচাকৈ যদি ছোৱালীজনীয়ে বিয়া আগদিনাখনৰ লৈকে লৰাজনক বেয়া ব্যৱহাৰ কৰিছিল, তেন্তে তেনে ছোৱালীক কোনো লৰাই বিয়া নকৰায়।

  • @bishalsarma5306
    @bishalsarma5306 Год назад

    লৰাই ভাল সিদ্ধান্ত লৈছে,,, সুন্দৰ

  • @brindabangogoiofficial
    @brindabangogoiofficial Год назад +7

    দলিল খন কোনে কৰ পৰা কিনি আনিছিল এবাৰ চাওঁক। দলিলৰ পিছ পিনে কাউণ্টাৰ ষ্টাম্প থাকে

  • @sanjibdas15040
    @sanjibdas15040 Год назад +1

    চাস্নলিকে Shanslik কেবল চুলি চফা নকৰে সম্পর্কও চাফা কৰে🙏🙏

  • @Charsita_parasar9780
    @Charsita_parasar9780 Год назад +3

    আজি-কালি শব্দতু বাদ নিদিলে নতুন প্ৰজন্মৰ ল'ৰা - ছোৱালীৰ বিশেষকৈ যিখিনি দুখীয়া , তেওঁলোকে খুব কষ্ট পাব। গতিকে যিয়ে যিমানৰ তাতে থকাটো Best.

  • @digantasaikia7472
    @digantasaikia7472 Год назад

    Engineer Sahab, apuni bya pota bad diok, Dang Borola life moja beleg,

  • @bikashgogoi9910
    @bikashgogoi9910 Год назад +10

    আজিকালি Instagram আছে বা । ছেম্পু, ক্ৰীমক লৈ কাজিয়া নকৰিবা । আৰু এই পেটুৱা টো লে ক'ত ছোৱালী আহিব বাৰু । পেটুৱা প্ৰথমে পেট ভাঙ তাৰ পাছত বিয়া পাতিবলৈ ছোৱালী চাবি

  • @lilimech4021
    @lilimech4021 Год назад +1

    All the best disiton,,

  • @krishnabasistha7104
    @krishnabasistha7104 Год назад +8

    সকলো ক্ষেত্ৰতে লৰা পক্ষ জগৰীয়া নহয়। কোন জগৰীয়া আমি ক'ব নোৱাৰোঁ।

  • @bikkrampegu2763
    @bikkrampegu2763 Год назад +13

    দৰাৰ পেট ২ দেখুন ৯ মহীয়া চলি আছে যেন পাও

  • @pegu6282
    @pegu6282 Год назад

    Aapuni aagotei hiddhanta lbo lgisile ne opoman korim buli roi asile .......apuniu jodi vl mantalityr hua hole emn aag nabarhi agotei dicission lole hoi apunar vontik teneke korile kimn dukh lgile hy ..........thik hbo buli enekua hmyloi roi thaki karubr familyk opoman kori vl lgil apunalukr ..........suali ghrr manuhe apunalukok saboloi bisari goisile jnu apunalukehe suali bisari goisile

  • @manalishadas2421
    @manalishadas2421 Год назад +18

    Moi sunsilk pink shampoo use koro kn2☺

  • @MrDebDas
    @MrDebDas Год назад +1

    Yes, suwalir sonman Ase,but lora buroru sonman, justice for all

  • @nitugogoi8133
    @nitugogoi8133 Год назад +28

    Dora famous hoigol all assamor manuhy Dora dekhapale...😆😆😆😆😆petela Dora gahoritu guty lgse

  • @DIPANKARDAS-pt5co
    @DIPANKARDAS-pt5co Год назад

    Khub bhal korise dorai.... enekuwa suwalik biya korai moratkoi borola hoi thokai bhal...

  • @munudevi817
    @munudevi817 Год назад +9

    Agote cancel koribo lagisile suwali r bodnam..... Aru nu ki kom agote vabibo lgisile 🙏 suwali jonik anekua koribo nlgisile

  • @purabidas8213
    @purabidas8213 Год назад

    Vlei hl emn hokot ase besi bemar jen lgil

  • @nattajyotiboruah1664
    @nattajyotiboruah1664 Год назад +23

    আগতেই যদি জানিছিল বিয়াৰ দিনালৈ ৰৈ থাকিল কিয়?

  • @bhaskorjyoti3731
    @bhaskorjyoti3731 Год назад +1

    বাও দাদা চেম্পুটো 1 টকীয়া আছিল নে 3 টকীয়া পেকেট আছিল?