Комментарии •

  • @shroud-biki2552
    @shroud-biki2552 Год назад +111

    সম্পূৰ্ণ খোলোচা কৰিব হলে দুয়ো পক্ষৰ মানুহ মাতিব লাগিছিল । তেতিয়া অনুষ্ঠান টো আৰু ভাল হল হেঁতেন ।

  • @khalilurrahman847
    @khalilurrahman847 Год назад +97

    দৰাৰ কিমান জ্ঞান আছে ইয়াতেই বুজা যায়। পেহীয়েক আৰু ভনীয়েকক লগাই দি সি নিধিৰাম চৰ্দাৰ হৈ বহি আছে, ভাল লাগিছে দেই।

  • @devdas8542
    @devdas8542 Год назад +86

    পেহীয়েক আৰু ভনীয়েক জনি মেইন.... ইহঁতে উচুতাইছে দেখিলে গম পাই পেহিয়েক জনীক 😂😂😂🤭🤭😁😁

    • @anyjobs.4483
      @anyjobs.4483 Год назад

      right kota..

    • @bhanitamedhi1380
      @bhanitamedhi1380 Год назад +2

      Dorai diya msg bor sowali jonir tat nai nki..... sowali joni o dekhi dibo lge.....Dora Jonk knekuwa dekhi .....bor avdro dora ghrar mahnu bor.

    • @momiseatingshowatoz9160
      @momiseatingshowatoz9160 Год назад

      Dora gharr manuh khini Alp sikha loi bahirot ghuri phuri..koina gharr manuh khinik gaoliya vut buli vabisil sage jenek nasuai tenekei soali joni nasibo...eman jd apotiye asil ghyt a koina sai biya patibo lagisl akou. 1 month r vitort dora dori kori kio biya patibo lage ajoni soalir jibon dhongkho koriboloi akha akhangkha panit pelai biya buli kimn manage kori khors kori..kiba hoisil jdio 2yo pokhor majot buja buji kori lob lagisil biyar dina khont biya vaungi diya tu kunu e val poa nai ru anekua ghotona val pabo o noare..sodai val news dbo janibo lage homajot jate ntun projnmoi kiba val sikibo pare poromporak loi..aibilak sai kune ki sikibo mani solibo atia sob ghotonai easy jen hobloi dhorise aghoton news buror pora....akou soali jonir honman ghuri ahibo nki eman hoi joa r pist..tako biya hoa age t

    • @gagandas4836
      @gagandas4836 4 месяца назад

      Right

  • @bulbulentertainment3028
    @bulbulentertainment3028 Год назад +33

    দৰা পক্ষৰ 80% ভূল আছে। মই ভাবো কাৰণ তেওঁ লোক ধনী মানু্হ হয়। নিউজ চেনেলত তেওঁ লোকে খুব সুন্দৰ কৈ ভাষণ দিছে শুৱলা কণ্ঠৰে। কইনা পক্ষৰ studio ত কোনো নাই তাৰ মানে কি ৰাইজ? দৰা পক্ষেও নিজকে শুদ্ধ বুলি খুব কইনা ওপৰত বহুত বেছি অভিযোগ তুলিছে

  • @rajibrabha1704
    @rajibrabha1704 Год назад +207

    দুয়ো পক্ষৰ পৰা মানুহ ষ্টুডিয়ত মাতিব লাগিছিলে, তেতিয়াহে ভুল কোন পক্ষৰ হৈছে ধৰিব পৰা গ’ল হেঁতেন ৷

    • @lakhyaassam1633
      @lakhyaassam1633 Год назад +3

      ছোৱালী হয় দেই বুজা বুজি হওক তাই নোবুজে আপোনালোকে বুজক

    • @evabhuihar3632
      @evabhuihar3632 Год назад

      Video tu last loike sabo lage...

    • @evabhuihar3632
      @evabhuihar3632 Год назад

      Video tu last loike sabo lage

    • @anjumonborah506
      @anjumonborah506 Год назад

      No coment

  • @ddcreations1049
    @ddcreations1049 Год назад +71

    ছোৱালীৰ জীৱনৰ লগত খেলা অধিকাৰ দৰাপক্ষই কত পালে ? ঈশ্বৰে নকৰক যদি তেওঁলোকৰ ভনীয়েকৰ লগত তেনেকুৱা ঘটনা ঘটে তেতিয়া কি কৰিব ???

  • @tukheswarpayeng3703
    @tukheswarpayeng3703 Год назад +137

    যদি ছোৱালীজনী আগৰপৰা ডিমান্ডীং আছিল,তেন্তে আগতেই বিয়া কেনচেল কৰিব লাগিছিল। কিয় ডৰাঘৰে এইবোৰ অভিনয় কৰিলে? দৰাঘৰে কিন্তু ভাল অভিনয় কৰিছে।

    • @KrishnaDas-rx7th
      @KrishnaDas-rx7th Год назад +4

      Pehiyek joni bohut besi korise

    • @rubigogoi9132
      @rubigogoi9132 Год назад +5

      দৰা পক্ষই দুখি

    • @kanaujnath8506
      @kanaujnath8506 Год назад +1

      কইনাৰ দদায়েক টো কথাৰ পৰা পলাইছে কিয় তেওঁ নিজৰ বয়বহাৰেই নিজৰ পৰিচয় দিছে লিগেল কথালৈ আহক ডাঙৰিয়া

    • @David-kh7rq
      @David-kh7rq Год назад +3

      Petua a besike bonay koi ase

    • @David-kh7rq
      @David-kh7rq Год назад +3

      Agor pora jodi diman kori asil agote censal koribo lagisil

  • @supriyaborah4234
    @supriyaborah4234 Год назад +53

    যদি আপুনি ছোৱালী জেনীৰ বেয়া বুলি জানিছিল তেনেহলে আগতেই কেনচেল কৰিব লাগিছিল বিয়া দিনা কিয় কৰিলে।

  • @assamesenewddhd8608
    @assamesenewddhd8608 Год назад +40

    দৰাপক্ষই Pre Planning কৰি কামবোৰ কৰিছে । এনেকুৱা লাগিছে যে প্ৰয়োজন সাপেক্ষে তেওঁলোকে দৰা সাজি কইনা ঘৰত বিয়া কৰাব যোৱা প্ৰমাণো সাজু কৰিব পাৰিব । গতিকে Pre Planning আৰু এই Pre Planning ৰ Master mind পেহীয়েক আৰু ভনীয়েক ।

    • @gagandas4836
      @gagandas4836 4 месяца назад

      Voniyek jni aru pehiyek jniye koina jni xihtr mte sla to bisarisil sage......

    • @gagandas4836
      @gagandas4836 4 месяца назад

      Voniyek jni aru pehiyek jniye koina jni xihtr mte sla to bisarisil sage......

  • @rkofficial1868
    @rkofficial1868 Год назад +119

    দৰাৰ ভনীয়েকক দৰা নাপাই , পেহীয়েক ঘৰ ভঙা, দৰাৰ নিজৰ পুৰুষত্ব নাই!

    • @mosudurrahman907
      @mosudurrahman907 Год назад +4

      Right said.dhori lolu koina pokhyo dukhi kintu ontim muhurto loi ai decesion tu koboloi kio roi asil.

    • @mosudurrahman907
      @mosudurrahman907 Год назад +4

      Dorar pehi jonir age hoise jodiu propose koribo bisaru.handle kori sau sunn

    • @om6083
      @om6083 Год назад +2

      @@mosudurrahman907পেহীয়েক তোৰ status ৰ লগত নিমিলিব😁😁😁 ত‌ই খাদেজা খাতুনৰ লগতে ট্ৰাই কৰি থাক

    • @himangshubarman2135
      @himangshubarman2135 Год назад +3

      বন্ধু,মনে মনে কথা এটা কওঁ দৰা বাৰু সেইবিধ নেকি..? ট্ৰেইনত যে আমি দেখা পাওঁ দল বান্ধি আহি যে পইছা বিচাৰে..!

    • @comedyassam3994
      @comedyassam3994 Год назад

      👏👏👏👏👏👏👏👏👏👏👏👏👏👏

  • @fajlulhoque6735
    @fajlulhoque6735 Год назад +83

    তিনিটা স্মাৰ্ট brain শুৱলা কথা কব জনা ৰ মাজত এটা গাঁৱলীয়া লৰা তাতো ভাঙি পৰা কইনাৰ দাদা , এইটো planinig কৰিছে বাবে তেওঁলোকৰ প্ৰমাণ ৰাখি নিউজ লাইভ ৰ মাজত বহিছে যেন লাগিছে।। লৰা ঘৰ চতুৰ আছে।।

    • @hirakjyoti6283
      @hirakjyoti6283 Год назад +3

      Pehi main

    • @meIanchoIia
      @meIanchoIia Год назад

      Maror bushkhon johora kunu emn okora nohoi je proof ketau dekhabo nuare just bhukibole ahe

    • @ddcreations1049
      @ddcreations1049 Год назад +4

      ভনীয়েক আৰু পেহীয়েক মেইন

    • @phirujphukan1147
      @phirujphukan1147 Год назад

      Aalu Sona ne homalusona

    • @m8dimangaming885
      @m8dimangaming885 Год назад

      শুভ সসময়ত তেনে msg লিখি কইনাই তাইৰ বেয়া চৰিত্ৰ দেদেখুওৱা বাবে এইয়া ফল

  • @tulshiprasadborah9815
    @tulshiprasadborah9815 Год назад +197

    কেৱল দৰা,দৰাৰ পেহীয়েক আৰু দৰাৰ ভনীয়েকক লৈ কি পুংখানুপুংখ আলোচনা চলিছে।আলোচনালৈ কইনা পক্ষৰ কাকো মতা নহ'ল কিয়?সম্বধত মই দৰা বা কইনাৰ কোনো পক্ষৰেই নহওঁ। কিন্তু, আজিৰ আলোচনাত কেৱল দৰা ঘৰীয়া সমালোচনা হে দেখা গ'ল। ভবিষ্যতে কেৱল কইনা পক্ষৰ মানুহক লৈ আৰু এখন আলোচনা চক্র দেখা পাম নে???

    • @lakhyahiragohain2011
      @lakhyahiragohain2011 Год назад +9

      একমত

    • @satyajeetdas2755
      @satyajeetdas2755 Год назад +19

      দৰাই কিছু খৰচ কৰিলে 😀
      সকলো নিউজ দেখোন দৰাৰ ফালেই 😭

    • @kargeswarthakuria3689
      @kargeswarthakuria3689 Год назад

      AK pikhoi loi kio aalosona korile

    • @nirupoma5935
      @nirupoma5935 Год назад +7

      এককক্ষীয় হ'লে আচল সত্য উদ্ঘাটন নহয়।

    • @lakshmisonowal5113
      @lakshmisonowal5113 Год назад +4

      100%

  • @seemaboruah4514
    @seemaboruah4514 Год назад +67

    এনে লৰাক বিয়া কৰাত কৈ ঘৰত বহি থকাই ভাল। বিয়া ভঙাত এইদুগাকীয়েই মেইন যেন লাগিছে।

  • @jesussong9328
    @jesussong9328 Год назад +83

    দুয়ো পক্ষৰ মানুহ কো মাতিব লাগিছিল ধনী মানুহ ৰ কাৰণে দৰাৰ পৰিয়ালক মাতিছে নেকি

    • @madhuborah5779
      @madhuborah5779 Год назад

      100% right 👍

    • @sanzu8674
      @sanzu8674 Год назад +1

      ধনী হলে আৰু কমদামী কাপোৰ দিয়েনে

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 Год назад +1

      Akebare Right...👍

    • @tulumonivlog
      @tulumonivlog Год назад

      100% Right

    • @himangshubarman2135
      @himangshubarman2135 Год назад +1

      ধনী আৰু বেপাৰীৰ মাজত কিন্তু সাংঘাটিক পাৰ্থক্য আছে...!

  • @krishnaborah5595
    @krishnaborah5595 Год назад +135

    নিউজ চেনেল কেইটাই কেতিয়াপৰা ঘটকৰ কাম কৰিবলৈ ধৰিলে

  • @uddhabpathak8602
    @uddhabpathak8602 Год назад +47

    দৰাপক্ষৰ ভুল নথকা নহয় । এজনী ছোৱালীক সামাজিক ভাৱে অসন্মান কৰা সাহস দৰাপক্ষক কোনো দিলে? ছোৱালী জনীৰ ভৱিষ্যৎ সুনিশ্চিত কৰক।

  • @khogenrajkhowa3479
    @khogenrajkhowa3479 Год назад +66

    ইয়াৰ পৰা বুজা গল দৰা পক্ষ সম্পুৰ্ন দুখি

  • @pronobgogoi3449
    @pronobgogoi3449 Год назад +49

    দৰা ভনীয়েকৰ মূখখন বৰ চোকা

  • @misingkoovlogs4048
    @misingkoovlogs4048 Год назад +125

    এনেকুৱা news নবনাব এইবোৰ one side news দৰাৰ ফালৰ পৰা দিয়া মেছেজ বোৰ কি হল পইছা দিছে নেকি one side কৰি news দিছা যে why?

    • @meIanchoIia
      @meIanchoIia Год назад

      Tetia hole dorai diya msg bur bhukibole oha kokaiyek e dekhabo lagisil ako... irrelevant point di ase aku proof nai..

    • @srigunajitsharma8282
      @srigunajitsharma8282 Год назад

      Tumi Mithun Chakraborty.😂😂

    • @amitabhbaruah7884
      @amitabhbaruah7884 Год назад

      @@srigunajitsharma8282 tumi kukur pwail nki

    • @You_nub
      @You_nub Год назад

      Eitu channel Toka di ye soluwa hoi

    • @You_nub
      @You_nub Год назад

      Aji jodi moi Toka di Mur false story nuxabo bisaru eitu channel ye easily poisa loi published kori dibo

  • @niputhakuria240
    @niputhakuria240 Год назад +20

    পেহীয়েক জনীক দেখিলেই গম পাই ঘৰ ভঙা তিৰোতা বুলি। দৰাৰ ভনীয়েক জনীক যোনে বিয়া পাতিব..... 🤣😂😂ভাই তই বৰলা হৈ থাক। danger piece আছে।

  • @ranjudeka4818
    @ranjudeka4818 Год назад +8

    লৰা টো দেউতাকৰ কথা বোৰ শুনি গম পালো ,লৰা টো ঘৰৰ মানুহ খিনি বেয়া যেন লাগিল ,বুঢ়া বহুত আহংকাৰী হয়

  • @nayanmonidutta9768
    @nayanmonidutta9768 Год назад +52

    দৰাপক্ষ সন্দেহৰ উৰ্ধত নহয় | যাৰ ভনীয়েকৰ লগত এনেকোৱা হৈছে তেওঁ বুজিছে কেনেকোৱা মানসিক অৱস্থা হৈছে....| দৰাই নিজৰ মেচেজবোৰ কিয় ডিলিট কৰিলে ?

  • @assameseentertainment9361
    @assameseentertainment9361 Год назад +44

    কেৱল দৰাঘৰৰ মানুহকে কিয় মাতি আনিছে।কইনাঘৰৰ মানুহকো মাতি আনক ।সচাটো ওলাই পৰিব।দৰাই নিজৰ মাথাৰে চলা নাই পেহীয়েকৰ মাথাৰে চলিছে আৰু দৰাৰ মেচেজ দেখাওক অকল কইনাই মেচেজ কৰা নাছিল টো।

    • @meIanchoIia
      @meIanchoIia Год назад

      Ai goya illiterate chup thak

    • @trishnakalita4154
      @trishnakalita4154 Год назад

      Koinai mediak poisa dibo nuware j xei karne mati Ona nai

  • @darrangdigitaldreams.jadab761
    @darrangdigitaldreams.jadab761 Год назад +29

    অকল কইনাৰ মেছেজ হে দেখাইছে যে দৰাই মেছেজ দিয়া নাছিল নেকি।অকল দৰাৰ ঘৰৰ হে কথা খিনি উত্থাপন হৈছে।

  • @digoms272
    @digoms272 Год назад +12

    Time 8 য়ে কিবা এটা পালে যেন লাগিছে ।
    দৰাক মাতিলে কি হ'ব কইনাৰ পৰিয়াল মাতিব লাগিছিল । ঘেন্টা news .

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Год назад +21

    পইচা লৈ এটা পক্ষক...মাতি নি আন এটা পক্ষক আক্ৰমণ কৰিব সুযোগ দিয়াটো উচিত হোৱা নাই... এইবিলাক পক্ষপাত মূলক কাম কৰিলে... TRP নাবাঢ়ে... হুৰে হুৰে নামিব...

    • @ddcreations1049
      @ddcreations1049 Год назад

      Time 8 Go Back

    • @You_nub
      @You_nub Год назад +1

      It's just a business to earn money 🤑 nothing to say

  • @anitamajhi4294
    @anitamajhi4294 7 месяцев назад +8

    ভগমানেই.জানে কোন সঁচা কোন মিছা

  • @bandanahajongbandanahajong7779
    @bandanahajongbandanahajong7779 Год назад +28

    এক হাতেৰে তালি নাবাজে, দুয়ো পক্ষক মাতিব লাগিছিল।

  • @rupamdas6609
    @rupamdas6609 Год назад +39

    ক‌ইনা ঘৰত গৈ দৰা পক্ষ‌ই ‌ওলপ lebel দিলে, তাৰ পিছত ক‌ইনাই গলুমলু দৰাৰ ওপৰত নিজৰ খ্ং জৰিলে। ঘতনা এইখিনিয়ে, news কৰি লাভ নাই।

  • @ddcreations1049
    @ddcreations1049 Год назад +27

    Time 8 ৰ একপক্ষীয়ভাৱে দৰাৰ সপক্ষে কৰা বিচাৰ এখন দেখিলো , নিউজ চেনেল নিৰপেক্ষ হব লাগে ৷

  • @twinkalbora4326
    @twinkalbora4326 Год назад +65

    গম পোৱা গল দৰা ঘৰৰ পৰিয়াল কিমান ভয়ঙ্কৰ ।।এজনী ছোৱালীয়ে নিজৰ বিয়াত নিজৰ হব লগা স্বামী জনৰ আগত নিজৰ পছন্দ বস্তু কেইটা কথা কুৱাটো একো ডাঙৰ কথা নহই ।।আৰু বাকী জোৰোণ ৰ পাছৰ msg বোৰ যে দেখা ইছে হয়টো দৰা জনে তাৰ আগত ছোৱালী জনীক বেয়াকৈ কৈছে । সেইবাবে তাই কব লগা পৰিস্থিতি হল ।

  • @assameseentertainment9361
    @assameseentertainment9361 Год назад +46

    দৰাঘৰৰ মানুহ বদমাচ। এজনী ছোৱালীৰ বিয়া ভাঙি গ'লে কেনেকুৱা লাগে দৰাৰ নিজৰ ভনীয়েকৰ লগত হোৱা হ'লে গম পালে হয়।

    • @om6083
      @om6083 Год назад +7

      লৰা জাতি বদমাছ আৰু ছোৱালী বোৰ ভাল,,,,এই মেন্টেলিটি এৰক,,,,,,, দৰা জন সচাকে সম্পূৰ্ণ দোষী নে

    • @srigunajitsharma8282
      @srigunajitsharma8282 Год назад

      Tumi Mithun Chakraborty 😂😂

    • @srigunajitsharma8282
      @srigunajitsharma8282 Год назад

      @@om6083 👍

    • @ddcreations1049
      @ddcreations1049 Год назад

      Right

    • @munuroy4325
      @munuroy4325 Год назад

      Dorar sister joni buri hbo aru koina joni agote blg Dora loi biya hoi jbo..take kamona krisu

  • @kalpanaboruah3516
    @kalpanaboruah3516 Год назад +85

    ৰাতি সি কিয় ফোন কৰি জোৰোণ কেনেকুৱা দিলে সুধিব লগা হ'ল??? এই দৰাটোৱে ছোৱালীজনীক ব্যতিব্যস্ত কৰি তুলিছিল। কথাবোৰৰ পৰা গম পোৱা গৈছে। দৰাটোৰ মেছেজবোৰ কি হ' ল??? এজনী ছোৱালীৰ জীৱনক লৈ, ছোৱালীজনীৰ পৰিয়ালক লৈ খেলা কৰাৰ অধিকাৰ ক'ত পালে?? সকলো পৰিকল্পিত।

    • @ManashBhaii
      @ManashBhaii Год назад

      Sai sini kotha kobo ane altu falu boki nidibo

    • @rubulkalita4345
      @rubulkalita4345 Год назад +1

      Lora Jon beya hil...apuni jane swli val buli...Jen apuni a asil main biya khnr aneke koise je...👎👎👎

    • @ManashBhaii
      @ManashBhaii Год назад +2

      Tiruta jonik

    • @meIanchoIia
      @meIanchoIia Год назад

      Assam t manuhor iq level emn kom kio....
      Dora e jodi beya msg dile hoi kokaiyek e dekhale heten ene aal bal bhukibole nahile hoi...aru kaile ji joni suali wife hbo tai jodi toi toi k koi / family r regarding disrespectful behavior dekhai tenekua keti k biya nopotai bhal noh...
      Nam kirton luwa r boyokht apuni aku clear nuhua k criticize kio koribo lge baru....

    • @ronimahammad7506
      @ronimahammad7506 Год назад

      Bodmas hoi fmly tu.. Nijor msg bur dlt kori sualir msg rajhua kori khi nijor porisoi di dile. .. Etiya news chnlt toka khuai negur sidha korat lagise.. Aytu fmlyt jiye suali diye tatkoi burbok fmly nulabo

  • @premrajpanging5778
    @premrajpanging5778 Год назад +8

    আচলতে দৰাই, কন্যাক ভাল পোৱা নাই গতিকে কিবা এটা নহ'লে কিবা এটাত পাক লগায় বাচিবলৈ চেষ্টা কৰিছে

  • @rimabagum6815
    @rimabagum6815 Год назад +13

    ছোৱালীয়ে ভুল কৰিছে 1 SMS
    লৰাই ভুলকৰিছে 20 SMS
    দৰাৰ জ্ঞন অলপো নাই,
    ই এটা সাধৰণ মেচেজ সয্য কৰিব
    নোৱাৰিলে, চালা ই এটা গাহৰি,হই।
    ,"মইনা " তোমাৰ সচাই কপল ভাল,
    তুমি নেকাণ্ডীবা,তুমি বহুত ভাল দৰা
    পাবা, ভগৱণৰ আশীৰবাট আছে
    "তোমাৰ"ওপৰত।।

    • @meIanchoIia
      @meIanchoIia Год назад

      Oi bonori chup thak e toi...pisdina bisona gorom koribo pam buli sobei insult hojyo nokore aru emn materialistic suali biya npate kela...eneu biya pati 1hoptah pst divorce dibo loga hol heten nohole

  • @prantihazarika5053
    @prantihazarika5053 Год назад +2

    দৰাই মেছেজ কিয় দিলিট কৰিলে ?

  • @ranjitlachan7332
    @ranjitlachan7332 Год назад +14

    দুয়োঘৰৰ মানুহক ষ্টুডিঅলৈ মাতিব লাগিছিল, অকল দৰা ঘৰৰ মানুহে ষ্টুডিঅ ত যে!

  • @Divya_basu
    @Divya_basu Год назад +35

    ইমান বিতৰ্ক কৰাতকৈ সকলোৰে mobile details চাওক DGtal india হয় 👍

  • @cricboy3803
    @cricboy3803 Год назад +13

    যদি ছোৱালী জনিয়ে কিবা খুজিছিল দি দিব লাগিছিল অনেও এইবোৰ সকলো বোৰ চোন আকৌ তাই লৈ আহিব।

  • @moinamoina9794
    @moinamoina9794 Год назад +36

    এনেকোৱা জুৰোণ প্ৰথম দেখিছোঁ হে । তাত কে বহুত দূৰ দূৰ জুৰোণ গৈ জুৰোণ দি বিয়া পাতি আহিছে । তেওঁলোকৰ হে ৪ টা বাজিলে ও...হাঁহি হে উঠিছে... মই জনাত জুৰোণ দিয়াৰ হে সময় থাকে নেকি । তোমালোকৰ যদি মহানগৰীত গাড়ী ৰ যাম লাগে জানেই তেন্তে সোনকালে ওলাল হয় ।

  • @kantikachari7996
    @kantikachari7996 Год назад +12

    মোৰ মতে দৰা ঘৰৰ মানুহবোৰ বদমাচ,চাৰি বজাত জোৰন দিবলৈ যোৱা প্ৰথম শুনিছো

  • @amarswapna1133
    @amarswapna1133 Год назад +17

    সত্য কথা কবলৈ হলে দৰা ঘৰিয়া মানুহ বোৰৰ বাবেই এনেকুৱা হল যাৰ অন্তৰ খুলা সদায় আবেগিক হৈ কথা কয়,,,তাৰ কথা কন্যা ৰ ককাই ঠিক কৈছে,,,দৰাৰ ঘৰৰ পৰা লাইফৰ আহি কথা কবলৈ যি কেইজনি আহিছে মহা নঙঠা লাজ নাই কিয়া দৰাৰ লগত কথা কবলৈ হাৰামি কেইজনি নিউজ ত হাজিৰা দি আহিছে,,,লাজ নাই এজনী ছোৱালী ৰ জীৱন ধংস কৰিছ হাৰামি কথা কবলৈ আহিছে দুটা জীৱন বচাইছ,,,দৰাৰ লগত অহা কেইজনী কুকুৰ মেকুৰী গৰুৰ লগত তুলনা নয়হ

    • @toxicvenom8529
      @toxicvenom8529 Год назад

      @AMAR SWAPNA apunar nisina uneducated manuhe only xai koina r kokayek k support krise Kimn ovodrami kri kotha koise ru koina kokayek a eligation logaise thik ase but eligation bur proof diboloi goi eketa kotha k ghurai pokai pagolor nisina k boki ase

  • @padum123
    @padum123 Год назад +48

    এই ভনীয়েক জনিক কৈছোঁ আপোনালোকে যদি ইমান জ্ঞান থকা সভান্ত্ৰ ঘৰৰ মানুহ তেনেহলে আপোনালোকে মেছেজৰ একো ৰীপ্লে নকৰাকৈ কেনেকৈ আহিব ইমানবোৰ মেচেজ আপোনালোকৰ মেচেজ বোৰ দেখাওক

    • @meIanchoIia
      @meIanchoIia Год назад +9

      Maths pohiba olp matha bahibo....dorai beya msg diya hole koina r kokayek e publish kribo parile hoi..

    • @srigunajitsharma8282
      @srigunajitsharma8282 Год назад

      @@meIanchoIia 👍

    • @padum123
      @padum123 Год назад

      @@meIanchoIia Tumi jana jodi hokolu message publish kora ako pasot kukuror dore kio vuki asa

    • @padum123
      @padum123 Год назад

      @@meIanchoIia অংক পঢ়িলেই নহব বুজি পাইছেনে তাৰ লগতে লিখিবও লাগিব,আপুনি চাগে অকল পঢ়িলে সেইবাবে আপুনি অলপ কম কৈ বুজি পালে, অংক টো উত্তৰ জনিলেই নহব 12বুলি তাক 7আৰু5 যোগ কৰি দেখাব লাগিব।এইটো ভাবি নলব যে মই কাৰোবাৰ পক্ষে কৈছোঁ বুলি আমি সঠিক উত্তৰ টো হে বিচাৰিছোঁ যাতে সকলোৱে বুজি পায় কাৰ ভুল আছিল।আপোনাৰ প্ৰশ্ন উত্তৰ শুনক যদি তেওঁ একো ভুল নাই তেন্তে কিয় তেওঁ কৰা মেচেজবোৰ নেদেখালে,মই এইটো কব বিচৰা নাই যে তেওঁ ভুল বুলি আপুনি কৰা প্ৰশ্ন বাবে এনেকৈ কব লগা হৈছে

    • @meIanchoIia
      @meIanchoIia Год назад

      @@padum123 are goya obhong jodi dorai beya msg dile htn ba any sort of harassment krile htn kokayek e bhukibole ahute proofs bur publish kri dile htn sale bere kubai bal nobokile htn...himan khini buji puaru brain nai dhei

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 7 месяцев назад +1

    দৰ্শক হিচাবে এইটো কয় যে ছোৱালী জনীক সহায়ক দিও আৰু তেওঁৰ জীৱন বাচি গ'ল সত্তৰ জয় হ'ব ই

  • @darpandeka5141
    @darpandeka5141 Год назад +9

    দৰাৰ ভনীয়েক জনী যে আত্ম সন্মানৰ কথা কৈ আছে ইমান আত্ম সন্মান থকা মানুহ হ'লে বিয়াৰ ৰাতি জানো বিয়া নকৰাকৈ থাকে ? আৰু সাংবাদিক মহাশয় ষ্টুডিঅ'ত অকল দৰা

  • @smita...4553
    @smita...4553 Год назад +8

    দৰা ভনীয়েক পেহীয়েক দেখিলে গম পোৱা যায় কিমান চতুৰ।
    আজি দিনত কোন দৰাই পেহিয়েকক ভনীয়েকক বজাৰ কৰিব দিয়ে ইমান সময় নোহোৱা ইঞ্জিনীয়াৰ সি। 4 তাত কোনে জোৰোণ দিয়ে এই প্ৰথম শুনিছোঁ 🤣🤣🤣 বিয়া ভাঙি তাইক সুখত থাকিব কই wahh

    • @footballfootball5518
      @footballfootball5518 Год назад

      Kom dint biya khon thik hoise gotike dibo pare aru akol lora biyar blg kmt besto thakibo pare . baki xoitya ki xeya ami njanu🙌🏻

  • @bhagyasrirajbongshi4587
    @bhagyasrirajbongshi4587 Год назад +46

    Moro biyat juront diya bastro bhut bya desele 😭 moi bhut kandiselo aru dorak bhut gali deselo 😭 kintu teo mok bujai desel j moi aibur bojar kribo najnu ghrr manhu he ji dese take delo 2mi dukh nkriba biya howa pisat ami adin bojar koribo jm 2mi pasand kori loba atiya dukh nkriba tenkoi koisel....atiya bhut happy ami 4 yrs hol swli ajonio ase......ghrr manhu bhut vaal ❤️💋...aitu imn dangor kotha nasil e buja buji koribo parile hoi 2tai ..2ta o kom nhoi sage
    ..atiyao time ase buja buji hoi biya khn pati loa... 👍👍

    • @himashridoloi926
      @himashridoloi926 Год назад +2

      🙏

    • @teachinglearningeducentre5741
      @teachinglearningeducentre5741 Год назад +3

      Ekdom xosa.loratu nijr bli ekoe ni.faltu lagise .bhoniek joni ru pehik joni kom nohoi

    • @journeytogether6449
      @journeytogether6449 Год назад +3

      Ji Joni suwali ye biya r agote anekuwa koribo pare , tai biya r pist ki koribo.Lora tu val karone val decision loise loratuye.Tar kopal val asil j future tu borbad huwa r pora basil.

    • @meIanchoIia
      @meIanchoIia Год назад +4

      @@teachinglearningeducentre5741 nijor buli tu hei kokaiyek r nai aku rational points..kor kukur/ dowry aal bal bokise aku proof naikiya ke...tar behavior te gom pai ghrr owostha

    • @bikramrabhablogs6822
      @bikramrabhablogs6822 Год назад

      Hoina news sai bujabo ahisa kar vul jana na baidu okol lorar tax lorar khakhatkar luisa karon dupokhor manuh lagisila aru okol sowalir tax lorai ki ato riply nokoril naky eman jodi anaka tax korisa lorai atao ji riply nokoribo jana asa riply kot lorar aje kaly midia news faltu huisa

  • @rkofficial1868
    @rkofficial1868 Год назад +23

    অ পেহীয়েকজনী বৰ লেবেল, একেই মানুহ....

  • @minudey7657
    @minudey7657 Год назад +8

    দৰা ঘৰৰ মানুহখিনি ভাল নহয় দেখাতেই গম পোৱা গৈছে

  • @villagersassam2704
    @villagersassam2704 Год назад +3

    ভাই দুখ নকৰিবা ছোৱালী জনীৰ জীৱন ৰক্ষা পৰিলে , দৰা ঘৰৰ মানুহ বেয়া !

  • @blissfulsoul2933
    @blissfulsoul2933 Год назад +33

    জোৰণ দিব দেৰিকৈ অহা কথাটোত ও কিবা ৰহস্য আছে ।

    • @bhagyasreehazarika122
      @bhagyasreehazarika122 Год назад +4

      Umm 4ta bojat kunuba jurun dibo jai neki

    • @sikhitaray5810
      @sikhitaray5810 Год назад +4

      Aji kali Rasta vl hy ..ghyt Hy traffic jam janu but....emno g emn tym ketiya nlge. But ghyt nu kimn dur 4ta nabaje ketiyao juron dibole...kiba ETA subho km korile aruh tar next dina biya point it...

  • @paramanandabora1047
    @paramanandabora1047 Год назад +12

    দৰাই সচা কথা কোৱা নাই। ছো যদিহে দোষী আছিল তেওঁলোকে আগতেই কোৱা হেঁতেন
    তেওঁলোকে বিয়াৰ আগদিনাই‌ বিয়াখন নহ'ব
    বুলি কোৱা হেঁতেন , কইনা ঘৰৰ ইমান খৰছ
    কৰিব নেলাগিল হয়। দৰাৰ পক্ষই ইচ্ছা কৰিয়েই
    অযথা খৰছ নকৰিলেহেতেন।

  • @pompiborah458
    @pompiborah458 Год назад +24

    এই জে দৰাৰ ভন্তি জনি ইমান কথা,কি তাই কথা মতে ঘৰৰ কামকাজ হৈনেকি মানে তাই অদাৰ চলেনেকি

  • @rashmiphukan6501
    @rashmiphukan6501 Год назад +2

    যি হৈ গল ভালেই হল। নহলে এই সোপা মূৰ্খই তাইক জ্বলাই দিলে হেতেন।

  • @gobindasarma8946
    @gobindasarma8946 Год назад +11

    চেনেল বোৰে বিয়া খন পুনৰ হোৱাৰ চেষ্টা কৰিৱ পাৰিলেহেতেন. বেচি বেয়া হোৱাৰ চেষ্টা কৰাযেন অনুমান হয়

  • @supriyaborah4234
    @supriyaborah4234 Год назад +7

    পেহীয়েকৰ ঘৰত ছোৱালী আছে নে নাই?

  • @amar..1830
    @amar..1830 Год назад +4

    দৰা জন হে কব লাগিছিল কিন্তু দৰা জন হে মনে মনে আছে তাৰ মানে দৰা জনৰ হে বেছি ভুল আছে। দৰা জনে ভাবিছে মই কিবা কথা কলে মোৰ সকলো কথা খুলি কব

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM Год назад +2

    কাক নো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা যি দেখিছোঁ শুনিছো সদায় আচৰিত কথা বতৰা, দৰা ঘৰৰ মানুহখিনি ক'বই নালাগে তাৰ বিপৰিতে ছোৱালী মেচেজ কেইটাও কম নহয়, সকলো দায়ী যেন পালো ইয়াৰ পৰা। আৰু পেহী কথাবোৰ মুখ খন কম নহয় পেতেৰ পেতেৰ কৰিয়ে আছে মাজে।

  • @mamonisarma8345
    @mamonisarma8345 Год назад +7

    দৰা ঘৰৰ সম্পূৰ্ণ পৰিয়ালৰ ষড়যন্ত্ৰ স্পষ্ট দেখা গৈছে

    • @toxicvenom8529
      @toxicvenom8529 Год назад

      Apuni enekua case investigation krile saage Assam r kolyan hoi jbo😂😂

  • @Mind22909
    @Mind22909 Год назад +3

    কইনাৰ ভায়েক আৰু দৰাৰ ভনীয়েকক বিয়া পাতি দিয়ক😛

  • @jayshrimahanta6908
    @jayshrimahanta6908 Год назад +18

    বিয়াখন লৈ social mediaইমান কিয় busy কিয় আন কাম নাইনেকি। বন্ধ কৰক এইবোৰ

  • @alakeshthakuria9946
    @alakeshthakuria9946 Год назад +8

    Time8 এ বিয়াৰ বাতৰি কৰি কিমান পইচা ললি। পেতুৱা দাদাই নিজৰ মতে একো কব নোৱাৰে পেহী আৰু ভনীয়েকে কয়।

  • @ratin2das910
    @ratin2das910 Год назад +27

    কল চেনটারত গৈ কল রেকর্ডিং সুনিলে গম পোবা জাব

  • @abhientertainment4198
    @abhientertainment4198 Год назад +1

    ছোৱালী জনী যদি বেয়াই আছিল তেতিয়া হ'লে আগতে কেনচিল কিয় কৰা নাছিল এয়া দৰাৰ সম্পূৰ্ণ যৌতুক দাবিৰ ছাল

  • @babitadas2630
    @babitadas2630 Год назад +3

    দৰা পক্ষৰ মানুহ খিনি বেছি চতুৰ। যদি দৰাৰ ভনীয়েকৰ লগত হয় তেনেকুৱা কি কৰিব?

  • @deboramtaye4259
    @deboramtaye4259 Год назад +2

    এই অলাগতী়াল কাহিনীবোৰ প্ৰচাৰ কৰাতকৈ অসমৰ শক্তি খণ্ডৰ অস্থায়ী বিদ্যুত কৰ্মীসকলৰ জীৱন জীৱিকাৰ সমস্যাবোৰৰ ওপৰতো talk show পতক।

  • @atulgowala7384
    @atulgowala7384 Год назад +28

    দৰা ঘৰৰ মেইন দায়ী

    • @meIanchoIia
      @meIanchoIia Год назад

      Toi bhaji bilabo goisili nki 🤣

  • @Xhuntu6590
    @Xhuntu6590 Год назад +2

    TRP মেইন বাবা,, আমি লাজ পাইছোঁ, কাৰণ‌ লোকৰ প্ৰাইভেট কিছুমান কথাও আজিৰ তাৰিখত নিউজত প্ৰচাৰ কৰিবলগা হ‌ইছে বা‌ আমি চাবলগীয়া হৈছে,,,, এইটো খবৰ জে সমজোৱাত প্ৰচাৰ কৰাতকৈ নিজেই কিবা এটা কৰিব লাগিছিল

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 Год назад +19

    এই ভুল ক ভাল ৰ সুগন্ধি ৰে জীৱন দিয়াত মানবীয় দৃষ্টিকোণ প্ৰদৰ্শন কৰক ।

  • @tapanbaruah6255
    @tapanbaruah6255 Год назад +7

    সাংবাদিক ডাঙৰীয়া আপোনাৰ প্ৰশ্ন কৰা ষ্টাইল তুত কিবা ভাল লগা নাই ।আপুনি kio buji পোৱা নাই ?কইনাৰ ককায়েকে কথা বোৰ ইমান সজাই কব পৰা নাই যদি o তেও যে ফাকি দিয়া নাই এই টো সঁচা।আৰু ইহঁতে সব প্লেনিং কৰিছে ।নহলে ৰাতি পোৱা যোৱা মানুহ কেইজনৰ ফটো কিয় উঠালে।বাকী aku nakou Dora জনে কুকুৰ বুলি kio kole iman jodi val . ইহঁত ফটোৱা হৈ নিচিনা লাগিছে।Dr. Himanta bishow sarma sir a বিষয় তু চাব লাগে।

  • @thedhirajyoutube4686
    @thedhirajyoutube4686 Год назад +10

    দে ভাই আৰু কি কম অসমৰ সকলো জলন্ত সমস্যাৰ সমাধান হল যেন পাওঁ অসম সমস্যা মুক্ত এতিয়া আৰু 😂 এতিয়া এইবিলাক সংসাৰৰ কথাত লাগি দিলে আৰু মিডিয়া বিলাকে যে দৰা কিয় নগল কইনাৰ ঘৰলৈ কইনা কিয় নাহিল দৰা ঘৰলৈ😂

  • @rinkoolgaming802
    @rinkoolgaming802 Год назад +2

    বিয়া নহ'ল ভালেই হ'ল ।নহ'লে দৰাই সকলো কাম ঘৰৰ মতেই কৰিলহেতেন ,ক‌ইনাৰ মান-অভিমান বুলি একো নাথাকিলহেতেন । ক‌ইনাৰ কাৰণে বহুত ভাল হ'ল বিয়াখন ভাগি ।

  • @villagersassam2704
    @villagersassam2704 Год назад +3

    মই news টো জিমানে চাই আছো ইমানেই দৰা মানুহৰ ওপৰত খং উঠি আছে

  • @Tapanbaruah-dq3to
    @Tapanbaruah-dq3to 4 месяца назад

    ছোৱালী ঘৰ যদি লৰা ঘৰৰ সমপৰ্যায়ৰ হলহেঁতেন তেতিয়া লৰাটোৱে কোৱা কথাবোৰ সঁচা হলহেঁতেন । কিন্ত্ত এতিয়া কথাবোৰ সন্দেহ জনক।

  • @mridusmitasaikia83
    @mridusmitasaikia83 Год назад +5

    সাংবাদিক জনে লগাই লগাই দিয়ে😂😂😇

  • @himanibaishya3546
    @himanibaishya3546 Год назад

    এক পক্ষক কিয় মাতিছে ? দুয়ো পক্ষক মাতিব লাগিছিল ।ভয়ানক মানুহ বোৰৰ পৰা ছোৱালী জনি বাছি গ'ল যেন পাইছোঁ।

  • @supriyaborah4234
    @supriyaborah4234 Год назад +9

    দৰাতো ৰাবন।

  • @juanki_official
    @juanki_official Год назад +2

    ১৯৫০ চনৰ ভূমিকম্পয়ো চাগে সিমান কপোৱা নাছিলে
    যিমান Sunsilk shampooয়ে গোটেই অসম কপালে 🙄।🤭

  • @akashteron8429
    @akashteron8429 Год назад +18

    Petla2 aru suwali napai aru....

  • @himanibaishya3546
    @himanibaishya3546 Год назад +1

    দৰা ঘৰিয়া সম্পূৰ্ণ দুখি বুলি গম পোৱা যায়
    ধুৱা তুলশি পাত হৈছে দৰা ঘৰিয়া।।
    টাইম ৮ ক টকাৰে কিনিললে চাগে। দৰা ঘৰিয়া দুখি সম্পূৰ্ণ

  • @27.malabikakakati37
    @27.malabikakakati37 Год назад +5

    News পোৱা নাই news channel কেইটাই.. ইহঁত বোৰেহে ডাঙৰ কৰি আছে কথাটো... কিজানি ভালে হলহেঁতেন সিহঁতৰ মাজত

  • @branalidas9830
    @branalidas9830 Год назад

    কইনাৰ দাদাক বহুত কথা কব বিচাৰিছে কিন্তু টেনচনত একো কব পৰা নাই । দৰা বেঙা হৈ বহি আছে এতিয়া ।

  • @om6083
    @om6083 Год назад +6

    কোকাকোলাৰ বটল চাইড কৰি এসময়ত 77 মিলিয়ন ডলাৰৰ লোকচান কৰিছিল,ৰোনাল্ড‌ই ,,,,,,,💪💪💪💪💪💪
    এই বিয়া খনে চানচিল্কৰ 50% মাৰ্কেটিঙ ডাউন কৰিলে

  • @gitigogoi5257
    @gitigogoi5257 Год назад +1

    নিজৰ ভনীয়েক আছে। বিয়া ঠিক হোৱাৰ পাছত এই বিলাক কৰিছো নিজৰো হ'ব লাগে। নিজৰ মন নাই দৰাৰ।

  • @champaksarma9303
    @champaksarma9303 Год назад +13

    Pehi...apuni a main ......joi maa hukuni

  • @bishnurampatar9239
    @bishnurampatar9239 Год назад +5

    আপোনাৰ লোক যে আৰু ।।TV ওলোৱা ankorটো।।।। বাকীবোৰ ছোৱালী ঘৰৰপৰা মানু্হ বোৰ ক'ত গ'ল।।।

    • @ronimahammad7506
      @ronimahammad7506 Год назад

      Sualir ghoror manuh thakile je asol kothatu ulai poribo. Khi nijor msg bur dlt kori sualir msg bur rajhua kori nijor porisoi di dile

  • @kalponachangmai6233
    @kalponachangmai6233 Год назад +9

    সন্ধিয়া নো জোৰুন দিয়েনে।

  • @Monisha428
    @Monisha428 Год назад +2

    মোৰ মতে দৰা পক্ষৰ ভুল কাৰণ কোনো ছোৱালীয়ে এনেকৈ ডিমান নকৰে বিয়াৰ আগদিনা। এইবোৰ মিছা ,দৰাজনে যদি যৌতুকয়ে বিচাৰে তেতিয়াহলে দূখীয়া কিয় ঘৰত বিয়া পাতিব আহিছিল ,আৰু মই এটা কথা বিশ্বাস কৰো ছোৱালীজনী দূখীয়া ঘৰৰ হয় বাবেতো তাই একো বস্তু ডিমান নাই কৰা ।।। ছোৱালীজনীয়ে ন্যায় পাব লাগে

    • @toxicvenom8529
      @toxicvenom8529 Год назад

      @Manika Das suwali a ktiyau biya agot bostu demand nokore buli apuni Kun khn kitap porhi kene gm ple baa kun2 research centre t research kri apuni aei abiskar 2 krile muku jonabo plzz

    • @Monisha428
      @Monisha428 Год назад

      @@toxicvenom8529 aikhni ktah janu apuni njne jodi mr pra hiki lbo ..aikhni kthakitapt thkibo nalge kitapt aibur nthke nhoi ....

  • @darshanadutta.5086
    @darshanadutta.5086 Год назад +13

    Ji kore vogobane vale kore ai keijoniye juwar past eneu hanti nidile heten gotike Mon beya kori lav nai bindas thaka 🙏🙏🙏

  • @riyasonowal8193
    @riyasonowal8193 Год назад +1

    দৰা ঘৰৰে সম্পূৰ্ণ‌দোষ যদি আগৰ পৰাই জানিছিল ছোৱালীজনী‌ দিমানদিং বুলি আগতেই বিয়া cancel কৰিব পাৰিল হলে বিয়া দিনালৈ কিয় ৰৈ থাকিল । সেন্দুৰ দি অহাৰ পাছত সংসাৰ খন ভাল নহব বুলি মগজত আহিল নেকি । এজনী ছোৱালীৰ জীৱনৰ লগত খেলা আপোনালোকৰ অধিকাৰ নাই ।

    • @ddcreations1049
      @ddcreations1049 Год назад

      ভনীয়েক আৰু পেহীয়েক মেইন

  • @dipanditabaishya4779
    @dipanditabaishya4779 Год назад +7

    ছোৱালী থকা পাচত তো বোজি নাপালি ছোৱালী হয় আন ছোৱালীৰ জীৱনৰ কথা বোজি নাপা তোৰ ঘৰ ছোৱালীৰ লগত হলে গম পালি মন গলে বিয়া পাতিব তহঁতৰ নিচিনা মানুহ এই অসমীয়া হোৱাৰ কাৰ নে তহঁতৰ জেল হব লৰা ঘৰৰ চব কে থানাত থব লাগে তহৰ লৰা তোৰ হে লগাগি চে ছোৱালী জীৱন তো কি তই এ কুকুৰ হন তই ছোৱালী হয়ই ইমান মোখ তোৰ লগত হলে গত পালি এ গজমোৰি কি অসমৰ কথাকই আছ তহত এ মেন তহৰ নিচিনা কাৰনে আগলো হৰ কি বিচাৰি আছ

  • @chittaranjanbaruh4951
    @chittaranjanbaruh4951 Год назад +12

    জোৰোণ 4বজাৰ নাজায় প্ৰথম শুনিছোঁ

  • @antammmsneevent1717
    @antammmsneevent1717 Год назад +3

    both side manuh studio t anibo lagisil.ata side r manuh anile keneke gom pabo asol kothakhini?4.30 aji kali xandhiya lage .aitu time t jurun diye janu?

    • @sanzu8674
      @sanzu8674 Год назад

      Dur ase je ghy to hauli

    • @antammmsneevent1717
      @antammmsneevent1717 Год назад

      dur holeu tu subh kam ata korar time thake .baru manisu koina ghoror dush ase tothapiu bare bare teulukak dukhia daridra aibur word use kori koi thokatu ushit huwa nai .

  • @rijuprovahandique5536
    @rijuprovahandique5536 Год назад +1

    দৰা পক্ষৰ গাত হে দুখ দেখিছোঁ । ছোৱালী ক
    কিবা জোৰোণ দিলে , সেইবোৰ টো দৰাৰ
    ঘৰলৈ কে আহিব l
    দৰাৰ ভনীয়েক আৰু পেহীয়েক ৰ মুখ কেইখন বৰ চোকা । আৰু বৰ অসভ্য ।
    আৰু অহংকাৰী ।
    দৰাই পুণৰ বিয়াৰ কন্যা পাব পাৰে ।
    ছোৱালী ভৱিষ্যত কি হ'ব ।

  • @gitikaborabora9217
    @gitikaborabora9217 Год назад +19

    পেহিয়েক জনি মেইন 🤣🤣

  • @bikashitakalita597
    @bikashitakalita597 Год назад +1

    Very smart and telented fmly.......

    • @himankudas144
      @himankudas144 Год назад

      দৰা পেহী আৰু ভনীয়ে ক কথা মতে বিয়া ভাগিল

  • @krishnaboruah3734
    @krishnaboruah3734 Год назад +5

    Eman dinr pora kotha botora solil tetiya ki aku gom puwa nasil nki. Jodiu paisil tetiya hle kio agotei biya bhangi nidile biyar dinai kio bhangise 😤 eyatei gom puwa goise kun dukhi 🤧coment tu vl lagile like ata di jabo 👍

  • @hirakmudoi7533
    @hirakmudoi7533 Год назад

    Mjjaa apunaluka anekua content bonaok full trp pb keep it up

  • @bhabanandabordoloi5112
    @bhabanandabordoloi5112 Год назад +11

    দুয়োপক্ষৰ মানুহক ষ্টুডিঅ ত মাতিব লাগিছিল, অকল দৰা পক্ষক হে মাতিলে যে, কাৰণটো কি ?দাল মে কুছ কালা হ্যায়

  • @pallavisvlog5619
    @pallavisvlog5619 6 месяцев назад

    Koinar dada on. Rock. N fire. 🔥🔥Dora manuh vl nohoi dei. Suali r jibon loi khela typ hoise.