দীপলিনাৰে কি সম্পৰ্ক লুৰীণজ্যোতি গগৈৰ?

Поделиться
HTML-код
  • Опубликовано: 25 ноя 2024

Комментарии • 379

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 2 месяца назад +238

    এগৰাকী অবিবাহিত আৰু সামাজিক ভাবে প্ৰতিষ্ঠিত মহিলাৰ বিষয়ে ৰাজহুৱা ভাবে অন্য এজন যুৱ ৰাজনীতিকক প্ৰশ্ন কৰা অনুচিত । ই সুষ্ঠ আৰু নীতিগত সাংবাদিকতাৰ পৰিপন্থী । ব্যক্তিগত অনুস্থান হ'লে বেলেগ কথা । এটা মাত্ৰ তৰল আৰু ব্যক্তিগত প্ৰশ্নই অনুস্থান টোৰ গম্ভীৰতা ম্লান কৰি পেলালে । বিভাগীয় সম্পাদকে চকু ৰখা দৰকাৰ ।

  • @NorenKardong
    @NorenKardong 2 месяца назад +93

    লুৰিনজ্যোতি গগৈ অসমৰ ভবিশ্যৎ অভিবাৱক হিচাপে আশা কৰিব পাৰি।

  • @benipegu2302
    @benipegu2302 2 месяца назад +48

    লুৰিণজ্যোতিৰ কথাত গুৰুত্ব দিয়া
    উচিত, আৰু অহা দিনত বিধায়ক
    বনাবলৈ ৰাইজ নাপাহৰিব। এনেকুৱা ব্যক্তি অসমৰ মানুহৰ অতি দৰকাৰ,❤❤❤

  • @dipikaphukan7387
    @dipikaphukan7387 2 месяца назад +23

    ধন্যবাদ,লুৰীণ‌ আৰু ‌নতুন‍ মঞ্চ "যি‌ কম সঁচা কম "

  • @PranabjyotiSaikia-ke1sr
    @PranabjyotiSaikia-ke1sr Месяц назад +9

    লুৰীণজোতি ককাইদেউ লগত আমি আছো ❤❤❤

  • @amritmixed515
    @amritmixed515 2 месяца назад +23

    লুৰিণজ্যোতি গগৈৰ স্পষ্ট কথাখিনি শুনি ভাল লাগিল 🙏

  • @LakhikantaPegu-u4x
    @LakhikantaPegu-u4x 2 месяца назад +18

    Lurinjyoti gogoi dangoriyar লগত সদায় আছো আৰু সদায় থাকিম

  • @IbrahimKhalil-y9x
    @IbrahimKhalil-y9x 2 месяца назад +18

    বহুত ভাল লাগিছে অনুষ্ঠান চাই

  • @rijumonigogoi3659
    @rijumonigogoi3659 2 месяца назад +2

    ভগৱানে তোমাক অসম আৰু অসমীয়া হৈ যূজিবলৈ শক্তি সাহস দিয়ক

  • @rebalien5207
    @rebalien5207 2 месяца назад +11

    মোৰ প্ৰিয় আৰু ষ্পষ্টবাদী, ধৰ্মনিৰপেক্ষ, এজন সৎ নেতা Lurinjyoti.

  • @firkulislam2154
    @firkulislam2154 2 месяца назад +10

    অসমত অখিল গগৈ আৰু লুৰিণজোতি গৈগৈ দৰে নেতা অসমত বহুত দৰকাৰ।

  • @jadumonithengal5510
    @jadumonithengal5510 2 месяца назад +27

    ভাল লাগিলে অনুষ্ঠানটো চাই❤

  • @rajadoley3921
    @rajadoley3921 2 месяца назад +30

    লুৰিণ দা লগত দীপলিনা মিলিব‌ । লুৰিণ দা ❤❤❤।

    • @Amiya-l7w
      @Amiya-l7w 2 месяца назад +1

      Yojer yoyer yobud yorud yojek yorek yoka munsun dung

    • @rajadoley3921
      @rajadoley3921 2 месяца назад

      Okkumno ed hopdong keridemne ' ekaidan ? Okolok yumralok onamen n ?

    • @Amiya-l7w
      @Amiya-l7w 2 месяца назад

      @@rajadoley3921 yotak n

  • @phukanvlog1123
    @phukanvlog1123 2 месяца назад +39

    লুৰিন Jyoti গগৈ karena এটা like ❤

  • @TridipDoley-ro3rr
    @TridipDoley-ro3rr 2 месяца назад +26

    সুন্দৰ অনুষ্ঠান আয়োজনৰ বাবে ভাল লাগিছে !

  • @AnkanPuru
    @AnkanPuru 2 месяца назад +12

    Lurinjyoti gogoi good explation

  • @jahanarayasmin15
    @jahanarayasmin15 2 месяца назад +12

    লুৰিনদা সদায়েই প্ৰিয়৷

  • @hemantamalakar4127
    @hemantamalakar4127 2 месяца назад +3

    Lurinjyoti Gogoi is a good leader.

  • @kanaktalukdar2847
    @kanaktalukdar2847 2 месяца назад +4

    অতি সুন্দৰ বক্তব্য ,বৰ ভাল লাগিল ।

  • @shamimahmedofficial5450
    @shamimahmedofficial5450 Месяц назад

    Very informative and analytical interview with a humble personality
    Respect 🙏

  • @PankajSaikia-nd1lv
    @PankajSaikia-nd1lv 2 месяца назад +7

    ভাল লাগিল লুৰীন দা

  • @kushalkalita7921
    @kushalkalita7921 2 месяца назад +12

    Lurinjyoti gogoi will become a good leader

  • @bandanakonwar664
    @bandanakonwar664 2 месяца назад +5

    Bhal lagil❤❤❤

  • @NabinKachari
    @NabinKachari Месяц назад +1

    Lurinjyoty আমাৰ অতি মৰমৰ নেতা। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 2 месяца назад +6

    Lurin da সদাই স্পষ্ট কথা কয়

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Месяц назад +1

    সুন্দৰ মন্তব্য আগবঢ়াইছে

  • @Mridu-hr4er
    @Mridu-hr4er Месяц назад

    Lurin da you are great 👍

  • @pratimsaikia3849
    @pratimsaikia3849 2 месяца назад +3

    Lurinjyoti Jindabad ❤❤❤

  • @mamonidevi617
    @mamonidevi617 2 месяца назад +3

    Bohut bhal lagil

  • @rahulbaro1644
    @rahulbaro1644 2 месяца назад +3

    ❤❤❤Lurin da gyani byokti.
    Lurin dai jane j satro xonthat burha boyokholoi nathake❤❤

  • @mousumiphukon4160
    @mousumiphukon4160 2 месяца назад +1

    Hundor onusthan bhal lagil 🙏

  • @RatulGogoi-t9o
    @RatulGogoi-t9o 2 месяца назад +2

    Lurinjyoti Gogoi Zindabad

  • @khetraburagohain2501
    @khetraburagohain2501 2 месяца назад +1

    সছাকৈ লুৰিণ বোপা তুমি প্ৰকৃত জাতীয়তাবাদী। অসমীয়াই তোমাক এদিন ভাল আসনত ৰাখিব। তোমাৰ এসময়ৰ লগত থকা গাদাৰ বদমাচ কেইটাক সময়ে চিনাকি দিলে। চিন্তা কৰিব লগা নাই। Himanta. B. Sharma
    ও ১৯৯৬ হাৰিছিল। কামাখ্যা প্ৰসাদ তাছা ও বহুত বাৰ হাৰিছিল । বাজপেয়ী, ইন্দিৰা গান্ধী, তৰুণ গগৈ,পবন সিং ঘাটোৱাৰ ,অমীয় ভুঞা, সৰ্বানন্দ, শঙ্কৰ প্ৰসাদ ৰায়, ভূপেন হাজৰিকা, আদি বহু নেতা নিৰ্বাচনত পৰাজয় হৈছে। বুঢ়া ছাত্ৰ নেতা জন থকালৈকে আৰু বহুত লোকচান হ'ব অসমীয়া জাতিৰ। এদিন তাকো সময়েই সছা বুলি প্ৰমাণ কৰি দিব। বৰ্তমান অসমীয়াৰ জাতীয় সংগঠনৰ ওপৰত বিশ্বাস নাইকীয়া হৈ গৈ আছে।

  • @SadanandaChamuah
    @SadanandaChamuah Месяц назад +1

    লুৰিণ জোতি ডাঙৰীয়া আপুনি আপোনাৰ স্হিতিত অতল থাকি ভবিষ্যত যাতে জাতীয়তাবাদী ধাৰাটো আগবঢ়াই লৈ যায় এইটোৱেই কামনা কৰোঁ। ভগৱানে আপোনাৰ সুমতি আনক।

  • @FunnyCornflowers-jj7fs
    @FunnyCornflowers-jj7fs 2 месяца назад +12

    Lurinjuty Gogoi zindabad

  • @mukulmon18
    @mukulmon18 2 месяца назад +36

    আমাৰ ভবিষ্যতৰ মুখ্যমন্ত্ৰী লুৰিনজ্যোতি গগৈ। এতিয়া নহলেও আহি থকা অনাগত দিনত তেওৰ গাত সেই গুন দেখা গৈছে

  • @SatyajitSatyajitsaikia
    @SatyajitSatyajitsaikia 2 месяца назад +4

    Lurin dar sinta, kotha botorabur bohut vall

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Месяц назад +5

    লুৰিনজ্যোতি গগৈক এবাৰ দিছপুৰৰ গাদীত বহাই কাৰ্যপন্থা চাওঁক।🙏

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv 2 месяца назад +8

    Val manuh❤❤❤

  • @merajulahmed9320
    @merajulahmed9320 2 месяца назад +6

    excellent lurin da

  • @krishnagogoikg2162
    @krishnagogoikg2162 2 месяца назад +5

    প্ৰিয় ব্যক্তি ❤

  • @shyamalgogoi1672
    @shyamalgogoi1672 2 месяца назад +3

    Val lagil saii

  • @TulikaboraKkp
    @TulikaboraKkp 2 месяца назад +18

    অনুষ্ঠানটো চাবৰ বাবে বহু আশাৰে বাট চাই আছিলোঁ বিশেষকৈ লুৰিণ অনুষ্ঠান বুলি কলে বেলেগ আকৰ্ষণ এটা থাকে ৷কিন্তু ইমান গুৰুত্ব পূৰ্ণ অনুষ্ঠান এটাত এটা তৰল প্ৰশ্নই যেন সুন্দৰ অনুষ্ঠানৰ জ্যোতি ম্লান পেলাই দিলে ৷আমি ভবো আনৰ ব্যক্তিগত বিষয় এটা ৰ ওপৰত ৰাজহুৱা প্ৰশ্ন কৰাটো উচিত নহয় কাৰণ দুয়োজন অবিবাহিত ৷

  • @eusufali1125
    @eusufali1125 2 месяца назад +2

    লুৰিণজ্যোতি Da❤

  • @gitanjalisarmah9482
    @gitanjalisarmah9482 2 месяца назад +2

    Bhal lagil sai.

  • @mukutborah4081
    @mukutborah4081 Месяц назад

    ভাল লাগিল। স্পষ্ট কথা, সাহসী কতা পৰিচয়।

  • @gabrielpegu
    @gabrielpegu 2 месяца назад +3

    লুৰিণজ্যোতি গগৈৰ সদায় স্পষ্ট কথা ।

  • @LAWRENCE-f5t
    @LAWRENCE-f5t Месяц назад

    স্পষ্টবাদী নেতা❤❤❤ আপোনাৰ লগত আছো ককাইদেউ❤❤❤👍👍

  • @monjurikagogoi1406
    @monjurikagogoi1406 2 месяца назад +1

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল 🎉

  • @nayangogoinayangogoi4750
    @nayangogoinayangogoi4750 Месяц назад

    ❤❤❤ সুন্দৰ

  • @EmoniBorah
    @EmoniBorah Месяц назад

    দীপলিনাৰ বিষয়ে কথাটো গা এৰাই মন্তব্য দিল।গম পোৱা গ'ল বাৰু, শুভেচ্ছা জনালোঁ 🙏

  • @assamesevauna3184
    @assamesevauna3184 Месяц назад

    Vl lgil ❤

  • @rajengogoi193
    @rajengogoi193 Месяц назад

    Good L Gogoi. Congresolation

  • @tapandeka196
    @tapandeka196 2 месяца назад +7

    Perfact Maan Herro

  • @tonmoyborahsaikia2745
    @tonmoyborahsaikia2745 2 месяца назад

    ধন্যবাদ লুৰীন আৰু নতুন মন্ঞ যি কম সছাঁ কম

  • @manashpratimdutta2923
    @manashpratimdutta2923 2 месяца назад +1

    Great presentation..... proud of this man

  • @pijushsharma8249
    @pijushsharma8249 Месяц назад

    Nice speech luren da

  • @bhargabdeka1774
    @bhargabdeka1774 2 месяца назад +2

    ভবিষ্যৎ ৰ এজন ভাল নেতা ❤❤❤

  • @kailaishray6001
    @kailaishray6001 Месяц назад

    Val lagil kotha bilak lurin da

  • @ishanthazarikaa3873
    @ishanthazarikaa3873 2 месяца назад

    বৰ ভাল পালোঁ

  • @tahimabegum5896
    @tahimabegum5896 2 месяца назад +3

    লুরিণ জ্যোতি গগৈ এজন অতি ভাল নেতা বুলি আমি বিশ্বাস করো।

  • @AnjaliBrahma554
    @AnjaliBrahma554 2 месяца назад +1

    Lorinjyoti is a good person and good man

  • @himangsumasrong3945
    @himangsumasrong3945 2 месяца назад +1

    Lurinjyoti gogoi ❤❤

  • @kamaldas2446
    @kamaldas2446 2 месяца назад +3

    A good political actor

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 месяца назад +3

    ভাল লাগিল আগ বাঢ়ি যাওঁক হাহক আছে

  • @BonteeHazarika
    @BonteeHazarika Месяц назад

    লুৰিণ ভাইটিৰ কথাবোৰ সচা আৰু স্পষ্টবাদী শুনি আমনি নেলাগে ❤

  • @satyamevajayate1274
    @satyamevajayate1274 2 месяца назад +1

    অসমত যেতিয়া জাতীয়তাবাদ জগিব সেইদিনা অসমৰ মুখ্যমন্ত্ৰী হব লুৰিন জ্যোতি গগৈ।

  • @jugalsarmah7925
    @jugalsarmah7925 Месяц назад +1

    কথা বৰ ধুনীয়া ৷ পিচে ভোটৰ লোভত নামাজ পঢ়াৰ ভাও দিয়া , বাঙালী ভাষাত পোষ্টাৰ ছপোৱা , ৰাহুল গান্ধী কংগ্ৰেছৰ পোকৰত ধৰা এইবোৰ কি জাতীয়তাবাদ ?

  • @NKMedia-d6k
    @NKMedia-d6k 2 месяца назад +26

    ৰজত শৰ্মাৰ দশকজুৰি চলি থকা অনুষ্ঠান “আপ কি আদালত”ৰ ফটোষ্টেত কপি

    • @ashinikumargogoi
      @ashinikumargogoi 2 месяца назад +5

      নকল কেৱল, কি চিনেমা, কি সাংবাদিকতা😅

    • @jadavsaikia5419
      @jadavsaikia5419 2 месяца назад +1

      😂😂😂😂

  • @Rahul-e2x7z
    @Rahul-e2x7z 2 месяца назад +15

    লুৰিণ ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আপোনী আপোনাৰ কামত আগুৱাই গৈই থাকক লুৰিণ ককাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ

  • @Tankabahadurchetry-ze5vs
    @Tankabahadurchetry-ze5vs Месяц назад +1

    লুৰিনজ্যোতি গগৈ এগৰাকী দক্ষ সাহসী ব্যক্তি। কথাবিলাক স্পষ্ট।

  • @MILIASSAM
    @MILIASSAM 2 месяца назад +4

    নতুন প্ৰয়াস ভাল লাগিছে। চাৰ, বাইদেউ ৰ সাজ পোচাক যোৰ অসমীয়াৰ পাৰস্পৰ্য্য সাজ পোচাক হলে আৰু ভাল লাগিব।

  • @bantidas2403
    @bantidas2403 Месяц назад

    লোভৰ ক্ষেত্ৰত লোভ লোভে পাপ পাপে মৃত্যু হয় কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় আই অসম কৃষ্ণ

  • @kanakbijoyboruah6804
    @kanakbijoyboruah6804 2 месяца назад +1

    Bhut val manu hoi

  • @freestyle8102
    @freestyle8102 Месяц назад

    Lorinjoti is so much good 👍

  • @JagdishSharmah
    @JagdishSharmah 2 месяца назад +5

    এইবাৰ আপ কি আদালত নামৰ হিন্দী শ্ব' টোৰ নকল মাৰিবলে লাগিলি হপায়। হেৰ' তহঁতি নিজৰ মগজেৰে নতুন কাম এভাগ কৰিব নোৱাৰ নে

  • @nikugohain4408
    @nikugohain4408 2 месяца назад +1

    এদিন সফলতাই নিশ্চয় লগ দিব, হাৰ নামানিব দাদা সকলোৰে সময় আহে প্ৰাথমিক পৰ্যায়ত ভেটি মজবুত কৰক লগত আছোঁ,

  • @GulapBora-z1f
    @GulapBora-z1f 2 месяца назад +2

    Best Best

  • @dulaprava1122
    @dulaprava1122 2 месяца назад +1

    এনে অনুষ্ঠানত একান্ত ব্যক্তিগত জীৱনৰ কথা সুধিব নালাগে বুলি ভাবোঁ।

  • @karunabora4327
    @karunabora4327 2 месяца назад

    Liked this programme

  • @mridulsaikia7875
    @mridulsaikia7875 2 месяца назад +1

    Lurinjyoti Gogoi ❤

  • @MahabirPrasadAgarwal-f3t
    @MahabirPrasadAgarwal-f3t Месяц назад +1

    যদিও ৰাজনৈতিকভাৱে হাৰিছে কিন্তু সামাজিক নেতৃত্বত যোগ্য ‌ আছে।

    • @pareshdas4685
      @pareshdas4685 Месяц назад

      এজন ভাল ব্যক্তি।

  • @ShantanaRajkhowa
    @ShantanaRajkhowa 2 месяца назад +1

    Bor hundor kontho 👍❤🙏🙏

  • @jintuentertainment2017
    @jintuentertainment2017 2 месяца назад +1

    এইজন মানুহৰ পৰা শিকিবলৈ বহুত আছে ।।

  • @ajubhai2131
    @ajubhai2131 Месяц назад +1

    প্ৰত্যেক জন ব্যক্তিয়েই এই ধৰিত্ৰীলৈ অতিথি হৈ আহে আদৰ্শৰ গৰাকী হৈ । সঁচাকৈয়ে লুৰীণজ্যোতি দেৱে এই ক্ষেত্ৰত ঠিকেই মন্তব্য আগবঢ়ায়ছে।

  • @bantidas2403
    @bantidas2403 2 месяца назад +5

    ৰাইজে শুণক মই মোৰ ক্ষেত্ৰত এৰিলোও এখেতক মই বেয়া নাপাওঁ কিন্তু ম ই একোও নকাও এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয়তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ

    • @munindrabaruah9597
      @munindrabaruah9597 2 месяца назад

      লুৰিন জোতি গগৈ জাতীয় নায়ক

    • @munindrabaruah9597
      @munindrabaruah9597 2 месяца назад

      লুৰিন জোতি গগৈ জাতীয় নায়ক

  • @DibakorKaman-q6s
    @DibakorKaman-q6s 2 месяца назад +2

    Haxyatkarti khuwb bhal lagil, jihetu Lurinjyoti Gogoi ajon spostobadi neta. ___D.Kaman

  • @ujjalkonwar2859
    @ujjalkonwar2859 Месяц назад +1

    বিজেপিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী জনেই প্ৰধান কংগ্ৰেছী নহয় নে বাইদেউ ।

  • @jugalborah4465
    @jugalborah4465 2 месяца назад +19

    ইয়াত ইমান কেইটা অসমৰ গুৰুত্ব পূৰ্ণ কথা আলোচনা কৰিচে আৰু তহঁতে Title তো দিছ কি ? এনেই তহঁতে 180 ভিতৰত 159 স্থানত নাই

  • @sumandeka9812
    @sumandeka9812 2 месяца назад +5

    Lurinjyoti gogoi r joi adin nissito❤😊..

  • @kanakbijoyboruah6804
    @kanakbijoyboruah6804 2 месяца назад

    Love

  • @shriarchana8844
    @shriarchana8844 2 месяца назад +1

    লুৰিনজোতি গগৈ জিন্দাবাদ

  • @sazid123
    @sazid123 2 месяца назад

    Vl lagil

  • @mridulbaruahofficial
    @mridulbaruahofficial 2 месяца назад +6

    আপ কি আদালত ৰ assamese version😂😂😂😂

  • @raktimlahkar8290
    @raktimlahkar8290 2 месяца назад +16

    লুৰীণ জিকিব লাগে । ই অন্তত: অসমীয়াৰ হৈ মাত মাতিব ।

  • @nurislamali3616
    @nurislamali3616 2 месяца назад

    Very good Lurin da❤❤❤

  • @LarnishChiring-hn9kl
    @LarnishChiring-hn9kl 2 месяца назад

    Val lagil

  • @Anirudhasonowal
    @Anirudhasonowal 2 месяца назад

    ❤❤❤❤❤Lorin daaa

  • @bhaitipegubhaitipegu96
    @bhaitipegubhaitipegu96 2 месяца назад

    Very nice 👍

  • @lakheswarborah3046
    @lakheswarborah3046 2 месяца назад +1

    বিভিন্ন লোকৰ প্ৰশ্ন আৰু লুৰীণজ্যোতিৰ পুণপতিয়া উত্তৰ ভাল লাগিল । ধন্যবাদ জনালোঁ ।