Victor Das UNTOLD Stories: Tragic, Relationship, Angry, Family & Jail || Assamese PODCAST - 144 (4K)

Поделиться
HTML-код
  • Опубликовано: 31 янв 2025

Комментарии • 4,2 тыс.

  • @nainabhuyan3391
    @nainabhuyan3391 2 месяца назад +174

    সমাজত ভদ্ৰ মুখা পিন্ধি দুখন মুখ লৈ ফুৰাত কৈ স্পষ্টবাদী অভদ্ৰ মোৰ বেছি প্রিয় । ভিক্টৰ দাক সদায় ভাল পাওঁ তেওঁৰ সাহস আছে সৎ সাহস । কাৰো somsa গিৰী নকৰা ভৰি তলুৱা চেলেকি নথকা মানুহ সদায় প্রিয় জয় আই অসম ❤❤

  • @chandanachangmai4628
    @chandanachangmai4628 2 месяца назад +970

    হাঁহিলো, শিকিলো আৰু বহুখিনি নজনা কথা জানিব পাৰিলো।। এনেকুৱা ভিক্টৰ দাসক আমাৰ সমাজত সদায়ৰ বাবে লাগে।। ধন্যবাদ অবয়ৱ দা❤️

  • @gp9537
    @gp9537 2 месяца назад +385

    আটাইতকৈ বেয়া পোৱা মানুহ জন আছিল তেওঁ কিন্তু কথা খিনি শুনাৰ পৰা শ্ৰদ্ধা আৰু সন্মান বহু খিনি বাঢ়িল🙏

    • @pagollora7978
      @pagollora7978 2 месяца назад +1

      Xosa kotha be 😢

    • @prakashpapon6158
      @prakashpapon6158 2 месяца назад +1

    • @DK-jc7ru
      @DK-jc7ru 2 месяца назад +2

      Ame agor porai janu

    • @enigmatic.grace4
      @enigmatic.grace4 22 дня назад

      মগজ থকা মানুহ iq তোমাৰ মোতকৈ বেছি

  • @প্ৰাঞ্জলৰয়
    @প্ৰাঞ্জলৰয় 23 дня назад +17

    ভিক্টৰ দাসক প্ৰশ্ন কৰিছোঁ । দেউতাৰ কথা মানি শুনি ইমান ডাঙৰ হৈছা দেউতাৰ যুক্তি বাৰু ভাল দৰে দিলা কিন্তু দেউতায়ে নিবিচৰা কাম বোৰ বাৰু এতিয়া কিয় কৰি আছা ।। তুমি বুদ্ধিমান বুলি সকলোৱে জানে কিন্তু বেয়া শব্দত ভাল হব কিয় বিচৰা ।। আশা কৰোঁ দেউতাৰ লগত হৈ যোৱা কথাৰ বোৰ পাহৰি নিজে ভাল মনৰ গৰাকী হয় দেউয়তাৰ মনত শান্তি দিয়া তেতিয়া সকলোৱে ভাল পাব।। আৰু এটা কথা কওঁ সকলোৱে মুখা নিপিন্ধে। কৰুণাক ভয় খোৱা কেইজন হে মুখা পিন্ধি নিজকে বাচিবলৈ বিচাৰে ।।। আশা কৰোঁ তুমি পূৰ্বতে জ্ঞানী বুদ্ধিমান আছিলা আৰু আগলৈ ও হবা ।।

  • @Diganta_hazarika.2003
    @Diganta_hazarika.2003 2 месяца назад +411

    অসমৰ জুবিন দাৰ পিছত এইজনক বহুত বেছি ভাল পাওঁ। ভালে ৰাখক ভগৱানে❤

    • @tridibsonowal261
      @tridibsonowal261 2 месяца назад +4

      Eman val pao Jodi victor r mal tu mukhot loi loo

    • @sidharthadeka9910
      @sidharthadeka9910 2 месяца назад

      Borhiya koisa

    • @YunushAli-ir7xx
      @YunushAli-ir7xx 2 месяца назад +2

      ​@@tridibsonowal261bhal tu toiu tur baperor pao heibuli baperor koni tu mukhot lobi nki

    • @ChinmoiHazarika-uz3xd
      @ChinmoiHazarika-uz3xd 2 месяца назад

      ​@tridibsonowal261 vai toi atleast video tu alopu skip nokorake sa tar pst bujibi

    • @Scientist.yt__
      @Scientist.yt__ 2 месяца назад

      @@tridibsonowal261 Tke Bhut vl manuh apuni laz nkara ata hahokh ase

  • @gjbbhd
    @gjbbhd 2 месяца назад +699

    1:03:55 মানুহজন হঠাৎ আবেগিক হৈ গ'ল ! দুখ লাগি গ'ল নিজৰে । মই সঁচা কথা কওঁ ভিক্টৰ দাসক বেয়া পাইছিলোঁ। আজি মন জয় কৰিলে।

    • @বিশাল_শৰ্মা
      @বিশাল_শৰ্মা 2 месяца назад +23

      আনদিনা আপুনি মদ খোৱা ভিক্টৰ দাসক দেখে। আজি real ভিক্টৰ দাসক দেখিলে

    • @simantadas2994
      @simantadas2994 2 месяца назад +10

      Same to you❤

    • @themorningstrar
      @themorningstrar 2 месяца назад +6

      Actually jikini a reality tu jane teulok frustrated hoi abur kam kore

    • @DhritirajDeka-o1u
      @DhritirajDeka-o1u 2 месяца назад +2

      Jibilak first r pora Victor dak sini pai teu r ktha bur jane teuluk a ketiyau bya napai victor dak.. Jibilak viral hua reels bur sai judge kore teuluk a ha gali di thke tetiya victor dai u reply t bya ke koi

    • @HemantaDutta-b6t
      @HemantaDutta-b6t 2 месяца назад +4

      Moi u agote blg k bhabisilu kin 2 atiya he gm paisu dada beya nohoi poristhiti a beya korise

  • @কবিতাৰে_আলাপ
    @কবিতাৰে_আলাপ 2 месяца назад +66

    অবয়ৱ,প্ৰথমে তোমালৈ যাছিলো মৰম আৰু অলেখ শুভকামনা।তোমাৰ পডকাষ্ট মই সদায়ে চাওঁ।মোৰ এতিয়ালৈ আটাইতকে ভাল লাগিল তোমাৰ মাৰ আৰু ভিক্টৰ দাসৰ এপিছ'দ দুটা।বাকীবোৰো ভাল লাগিছে কিন্তু এইদুটা বিশেষ।তোমাৰ প্ৰশ্ন সোধাৰ কৌশল আৰু ভিক্টৰ দাসৰ সততাৰে দিয়া উত্তৰবোৰে মুগ্ধ কৰিলে।বহুত নজনা কথা শিকিলো।ভিক্টৰ দাসৰ কন্টকময় জীৱনৰ পথ সুগম হওক আৰু তোমাৰ এই যাত্ৰা অবিৰত হৈ থাকক।তোমাৰ লগতে তোমাৰ টিমৰ আটাইলৈ থাকিল অলেখ অলেখ শুভকামনা। (তোমাৰ আঙুলি লুকুৱা ধৰণটো দেখি ভাল লাগিল)

  • @gaurabjyotisarma424
    @gaurabjyotisarma424 2 месяца назад +54

    Moi sualkuchir hoi.. seriously aitu podcast akeloge ses kori saisu... and I personally feel that you should invite Victor da for the second episode... whoever agrrees with me please like my comment.

    • @bhabeshkalita5785
      @bhabeshkalita5785 2 месяца назад

      Moi o salu mor ghr halogaon t

    • @MunudasMunudas-c2e
      @MunudasMunudas-c2e 2 месяца назад

      Moiu salu dampur hoi suwalkuchi t prhu

    • @abhijitbaishya3554
      @abhijitbaishya3554 Месяц назад

      Akdm

    • @joydeepborpatra2769
      @joydeepborpatra2769 Месяц назад

      100% agree Mnuhjon Byaa Mnuh Nhoii Emotional Hoii Pure Hearted Mnuh Hoii jar krnee ketiyaba Emotion Control kribo nwrii Gali pri diyeee Heibabe Mnuhe bya buli vabee

  • @Wanted_Jaan99
    @Wanted_Jaan99 2 месяца назад +140

    Full Video Sowa Bore Like Kora ❤😂 mojja lagil bohut xikhilu victor da 🎉

  • @rikidas3680
    @rikidas3680 2 месяца назад +78

    ভিক্টৰ দা আপোনাক বহুত ভাল পাওঁ ৰাতি ২:৪১‌মিনিট আনদিনা হয়তো টোপনি ধৰে কিন্তু আজি এই ভিদিও টো শেষলৈকে চাইছো আপোনাৰ ব্যক্তিগত প্ৰত্যেক কথা হৃদয়ত চুই গৈছে খুব সচা মনৰ এজন মানুহ আগুৱাই যক ভিক্টৰ দা আৰু আমাৰ কাৰনে ভাল কাম কৰি যক

  • @utpalkalita3406
    @utpalkalita3406 2 месяца назад +505

    মানুহ টোৰ অন্তৰখন হীৰা হয় 💫✅

  • @indiareelsmedia
    @indiareelsmedia 2 месяца назад +11

    He came as a temporary teacher in our school(Don Bosco School,Sonaighuli) in 2018 when I was in class8, didn't knew he would be soo famous in this few years . Cheers to Victor Sir❤️

  • @gogoisahab9332
    @gogoisahab9332 2 месяца назад +181

    ভিক্টৰ দাসৰ আগৰ ধাৰণাটো মনৰ পৰা আতঁৰি গ'ল। ধন্যবাদ ককাইদেউ.....

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 2 месяца назад +1

      Scripted podcast aru positive Pr 😂

    • @arnabrajshow8988
      @arnabrajshow8988 2 месяца назад +1

      @@wrongwithyou-i9iঘিন লাগে তঁহতৰ নিচিনা মানুহক, অবয়ব নিজেই তহঁতৰ শঁকুনিৰ ভাগিন তথাপিও Non-sense কথা ক’ব লাজ নালাগে

  • @Biki__Barman
    @Biki__Barman 2 месяца назад +83

    এক বিশেষ ব্যক্তিত্বৰ অধিকাৰী ভিক্টৰ দা । ভাল লাগিল তেওঁৰ কথাবোৰ শুনি, আজিৰ যুগত এনেকুৱা লোক খুব কম , বহুতো জানিব লগা কথা আছে তেওঁৰ পৰা , ঈশ্বৰে মংগল কৰক তেওঁৰ 🙏🙏

  • @FARUK028
    @FARUK028 2 месяца назад +1162

    Inviting Real Victor Das to the podcast was a brilliant move by Aboyab. It’s a great opportunity for people to truly know him better and appreciate his journey. Hopefully, Victor Das will finally receive the recognition and love he deserves but hasn't gotten yet. Kudos to Aboyab for making this happen such a thoughtful initiative!

  • @snehasrimitra3628
    @snehasrimitra3628 2 месяца назад +13

    I have seen so many podcasts but this particular podcast touched my heart and soul. May Maa Kamakhya bless Victor Da with the ultimate happiness in life.

  • @mridangadeka2226
    @mridangadeka2226 2 месяца назад +102

    সকলোৰে positive comment
    Wah কি সুন্দৰ এটা podcast ❤
    ভিক্টৰ দা one man army

  • @BikashBorah-s4m
    @BikashBorah-s4m 2 месяца назад +777

    বছৰটোৰ সৰ্বশ্ৰেষ্ঠ podcast ❤

  • @juribaruah1261
    @juribaruah1261 2 месяца назад +417

    সচাঁকৈ খুবেই ভাল লাগিল । অলপো skip নকৰাকৈ চালো । ইমান দিনে ভিক্টৰ দাস বুলি যিটো ধাৰনা আছিল, আজিৰ podcast টোৱে সম্পূৰ্ণ সলাই দিলে । বহুতো হাহিঁলো । অবৱব , তোমাকো বহুত ধন্যবাদ

  • @ArupAdhikary-k6z
    @ArupAdhikary-k6z 2 месяца назад +19

    Eman val manu apuni. Hosake dada apunar ontor khon bohut bohut val.❤❤❤❤

  • @Dasjinti
    @Dasjinti 2 месяца назад +53

    ভিক্টৰ দা, আপুনি বহুত ভাল মানুহ❤❤ কিন্তু জীৱনত ঘটি যোৱা কিছুমান ঘটনাই, পৰিস্থিতিয়ে মানুহ ক বহুত সলনি কৰি পেলায়।😢

  • @Pranjit_bora
    @Pranjit_bora 2 месяца назад +240

    সম্পূৰ্ণ অনুষ্ঠানটো অলপো নাকাটাকৈ চালোঁ! কেনেকৈ ডেৰ ঘন্টা সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। সঁচাকৈয়ে এটা ব্যতিক্ৰম আৰু সুন্দৰ অনুষ্ঠান চালোঁ।❤ ভিক্ট'ৰ দা এজন ব্যক্তিবিশেষ নহয়, ভিক্ট'ৰ দা হৈছে এটা অমূল্য সত্বা আৰু সঁচা অৰ্থত এটুকুৰা দুষ্প্ৰাপ্য হীৰা।❤

    • @manashkumar4593
      @manashkumar4593 2 месяца назад +3

      Same To You ❤❤❤Bro

    • @BabuPhukan-r8y
      @BabuPhukan-r8y 2 месяца назад

      Kela tmr comment pohi eyaty arisu mrng 5tat duty dinot sam ✌🏻

  • @ayushmaanbora7307
    @ayushmaanbora7307 2 месяца назад +106

    Didn't even like Viktor Das up until this point. My perspective towards him has now completely changed. Watching this till 4am when I have an exam in the morning.

    • @সুপারবমকেশ
      @সুপারবমকেশ 2 месяца назад +1

      🤣🤣🔥🔥

    • @nayan687
      @nayan687 2 месяца назад +4

      That is why he came to white wash himself

    • @apratimbordoloi4056
      @apratimbordoloi4056 2 месяца назад

      Says a 1500 tokia andh bhakt​@@nayan687

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 2 месяца назад +2

      ​@@nayan687 exactly it's called positive pr 😂

    • @raiden810
      @raiden810 2 месяца назад +3

      And your exam is going to be worse 😂😂 bcz you are a victor's student 😂😂

  • @rayRajkr12
    @rayRajkr12 18 дней назад +1

    জীৱনত প্ৰথম দুঘণ্টাৰ পডকাষ্ট ওলপো স্কিপ নকৰাকৈ চালো। হাহিলো, শিকিলো আৰু কৰবাত নিজকো বিচাৰি পালো। এনেকুৱা এটা অনুষ্ঠান দিয়াৰ বাবে বহুত বহুত ধন্যবাদ Untold Podcast পৰিয়াললৈ।

  • @Dittutitu
    @Dittutitu 2 месяца назад +92

    ভদ্ৰ সমাজৰ মুখা নিপিন্ধা মানুহ জনৰ বাবে এই Podcast টো চালোঁ - চিধা কথা কৈ যায় - ভাল লাগে তেখেতক মা দেউতা পিছতে আন এজন মোৰ জীৱনত দেখা পোৱা সত্য বাদী মানুহ ❤❤❤

  • @Bishnuxyz09
    @Bishnuxyz09 2 месяца назад +314

    হাজাৰ ধুমুহা আহিলেও হালি নপৰাকৈ ৰখি থকা বৰগছ জোপা ❤✊🏻

  • @Jayshreejg
    @Jayshreejg 2 месяца назад +92

    এইখনয়ে এখন সঁচা মঞ্চ যিয়ে মন খুলি কথা কব পাৰে।। এটা কথা, সঁচা মানুহৰ খং বোৰ অলপ বেছি।। কাকো বুজাব নোৱাৰিলে, মিছাৰে কিছুমান সঁজাব বিচাৰিলে মানুহ খঙাল হয়।। জীৱনৰ প্ৰথমটো কমেণ্ট🎉🎉

    • @happyboy4579
      @happyboy4579 2 месяца назад +3

      Victor Das nesena assamot lorai nai

  • @hirakbarman2161
    @hirakbarman2161 2 месяца назад +10

    Bohut nojona kotha janilu aji victor daa bikhoye ❤
    Thank you aboyab daa ❤

  • @PublicVoiceAxom
    @PublicVoiceAxom 2 месяца назад +137

    মানুহে যিটো জীৱ শ্ৰেষ্ঠ সেইটোৱে বিষাক্ত।এটা ফেটি সাপো ইমান বিষাক্ত নহয় যিটো জীৱ শ্ৰেষ্ঠ হয়। Epic line true line victor da

  • @manujgogoi6303
    @manujgogoi6303 2 месяца назад +173

    বহুত বহুত দুৰ যাব কলো নহয় ,,যাব মুঠতে,,, ভিক্টৰ দা জুই। আজি তুমি হিট অবয়ৱ 🥳🥳🥳

  • @riyan5481
    @riyan5481 2 месяца назад +8

    বছৰৰ সৰ্বশ্ৰেষ্ঠ podcast.
    কোনোদিনে RUclips. ত comment নকৰা এই অভাজনে আজি comment কৰিবলৈ বাধ্য হৈছো।
    ভিক্টৰ দাসৰ প্ৰতি থকা মনোভাৱ আজি সম্পূৰ্ণভাৱে সলনি হৈ পৰিল।
    ভিক্টৰ দাসৰ অন্তৰত সোমাই থকা সুখ,দুখ,সততা, ক্ষোভ, পৰিশ্ৰম আদি সকলোখিনি এই podcast ৰ জৰিয়তে প্ৰকাশ পাইছে…
    ❤❤❤❤❤❤
    ভালে থাকা …সকলোৰে ভাল হওক…

  • @bishalbhatta1210
    @bishalbhatta1210 2 месяца назад +3

    গোটেই ভিদিওতো চালো । বহুত ভাল লাগিল । ভিক্টৰ দা আপুনি আগুৱাই যাওক । আপোনাৰ সপোনবোৰ বাস্তৱ হওক । আলপ মদতো কমাব আপুনি আৰু খঙ বেছি নকৰিব ❤

  • @bhumijabarman3056
    @bhumijabarman3056 2 месяца назад +59

    ওপৰৰ পৰা মানুহজনক চাই আছিলোঁ... কিন্তু আজি তেওঁৰ কথাখিনি অকনো skipp নকৰাকে চালোঁ... ইমান বেছি ভাল লাগিল চাই ভাষা নাই কি কম... এনেকুৱা মনৰ মানুহ খুব কমেই দেখা যায়...❤

  • @Secratelysecrate
    @Secratelysecrate 2 месяца назад +28

    আচলতে ভাল হৈ থকাতকৈ শুদ্ধহৈ থকাটো বেছি প্ৰয়োজনীয়। ভাল লাগিল চাই

  • @Kripal_Das
    @Kripal_Das 2 месяца назад +38

    মানুহজন এক অদ্বিতীয় ব্যক্তিত্বৰ অধিকাৰী। সেই ব্যক্তিত্বক মই সন্মান জনাইছো। দীৰ্ঘায়ু হওক ভিক্তৰ দা❤

  • @heroox23
    @heroox23 Месяц назад +1

    After watching the whole podcast.....literally tearing 😢 😭 ..... lots of love for VICTOR DAS from Dhubri ❤❤❤

  • @sajadulalom9401
    @sajadulalom9401 2 месяца назад +34

    মানু্হ জনক আগতে কিবা বহুত কিবা বুলি ভাবিছিলো বে 🙏 আগুৱাই যোৱা অসম খনক লৈ ব্ৰো ✊

  • @enjoywithniku845
    @enjoywithniku845 2 месяца назад +18

    এওঁৰ কেতিয়াবা কিছুমান কথা বেয়া লাগে কিন্তু এওঁৰ সত্যতাত শ্রদ্ধা জনাওঁ | ❤

  • @nayanjyotibhardwaj9809
    @nayanjyotibhardwaj9809 2 месяца назад +11

    সঁচাকৈ বহুত কথা জানিব পাৰিলো আৰু শিকিলোঁ।
    সঁচাকৈ victor da বহুত বেলেগ এজন লোক যি নেকি কব গ'লে তেও এখন অন্যতম কিতাপ। হয়তো কিতাপ খনৰ বেটুপাতটো ৰঙীন নহয় যাৰ বাবে মানুহে পঢ়িবলৈ ইচ্ছা নকৰে বা জানিবলৈ ইচ্ছা প্ৰকাশ নকৰে। কিন্তু সঁচা অৰ্থত কব গ'লে সেই কিতাপ খন বা তেনেধৰণৰ কিতাপ বোৰ এবাৰ পঢ়ি চাব লাগে।য'ত জীৱনৰ বহুতো কথা জানিব পাৰি।

  • @dhanjitbaba5589
    @dhanjitbaba5589 2 месяца назад +7

    1990 লৰা ছোৱালীবোৰে যি অলপ ঠিক আছে হৈ কিন্তু এতিয়া 2000 লৰা ছোৱালীবোৰ প্ৰায় বেয়াৰ দিশে গৈছে কিন্তু সঁচা কথা দাদা।dil sui goise apunar kotha bur

  • @AimKla
    @AimKla 2 месяца назад +52

    Justice for Viktor da papa🌟

  • @tezpurorlorakushalnath2404
    @tezpurorlorakushalnath2404 2 месяца назад +77

    Victor sena Jindabad ❤
    Jai aai axom ❤

  • @lakhayajutiassam6389
    @lakhayajutiassam6389 2 месяца назад +51

    সচাকৈ আজিৰ সমাজ ব্যৱস্থাত এনেকুৱা এজন মানুহৰ খুউব প্ৰয়োজন আছে, ভিক্টৰ দা সচাকৈ আপোনাৰ কৰ্মৰাজী প্ৰশংসনীয়❤❤❤

  • @ABINASHDAS-w6q
    @ABINASHDAS-w6q Месяц назад +2

    Victor da apunar kotha bilak t emn gobhirota emn rokhal jen xuni a thakibo mon jai 😭❤one of the best motivator of Assamese❤❤❤

  • @biswajittalukdar2048
    @biswajittalukdar2048 2 месяца назад +36

    অৱয়ব তুমি প্ৰতিদিনে Mature হৈ গৈ আছা। আগুৱাই যোৱা ।

  • @Bikram539
    @Bikram539 2 месяца назад +242

    The actual example of "Don't Judge a Book by its Cover".....Hats off to you Victor Daa👑....and Also Aboyob , great step😊

  • @Tilldeath-cc4sr
    @Tilldeath-cc4sr 2 месяца назад +26

    মানুহজনৰ দুটা ৰূপ আছে..
    মদ নাখালে ভাল কথাই কয় কিন্তু মদ খোৱাৰ পাছত সম্পূৰ্ণ বেলেগ ভালেই পাইছিলোঁ আজি দুমাহ মান আগত এদিন ৰাতি মাকক যিটো ব্যৱহাৰ দিছে সেইদিনাৰ পৰা respect zero হৈ গ'ল...!!
    এওঁৰ পৰা শিকিৱ লগীয়া জীৱনত বহুত আছে সংগ্ৰামী মানুহ কিন্তু নম্ৰ হৈ কাম কৰিলে তেখেতৰ বাবেও ভাল সমাজৰ বাবেও।

  • @vloggingassam3534
    @vloggingassam3534 2 месяца назад +3

    ভাল লাগিল মানুহজনৰ কথাবোৰ. সদায় প্ৰিয় মানুহজন. Victor da. ❤❤

  • @jitpoemstories3092
    @jitpoemstories3092 2 месяца назад +25

    After watching this podcast i must say that the victor das we saw on social media is actually a character. Behind the character there's a mature man who knows everything about the society everything about the politics everything about the humanity. You just changed my mind Victor das is a great man.

    • @rabindraboro4107
      @rabindraboro4107 2 месяца назад +1

      Actually bro...he is a good observer ❤ which is the most needed to us❤🎉

  • @ulubarilittlestar2663
    @ulubarilittlestar2663 2 месяца назад +14

    এক প্ৰেৰণা দায়ক উৎস ❤
    সদাই এনেকৈ থাকক, কুশলে থাকক।
    অবয়ব দা, এনেকৈ আৰু আমাৰ সমাজৰ উৎকৃষ্ট উৎস, যাক দেখি আমি প্ৰেৰণা পাওঁ, এনেকুৱা পদকাষ্ট আকৌ পাম বুলি আশা থাকিল।
    “নেদেখা side খিনি কোনোৱে নেদেখে, আৰু সেই নেদেখা খিনিতে ভাল খিনি থাকি যায়❤

  • @themorningstrar
    @themorningstrar 2 месяца назад +27

    Victor Das ৰ negative side বোৰ comments section ত দেখা নাপালোঁ । ভাল লাগিল।। ভিক্টৰ দাস আৰু বহুতো এনে ব্যক্তি আছে যি সকলে এনেকৈ frustration ত কথা আৰু কাম কিছুমান কৰি পেলাই আৰু মেডিয়াই তেওঁলোকক বেয়া দৃশ্যটোহে সমাজৰ আগত দেখাই।।

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 2 месяца назад +1

      Kla toy frustration t Bea Kaam Korile Justify Hoi Jaay Nki 😅

    • @themorningstrar
      @themorningstrar 2 месяца назад +1

      @wrongwithyou-i9i toi nu frustration nuhua k ki dal folaiso teo hazar ta lora swali k life bonai dse. Toi bjp r gu khua sudurvai

    • @apratimbordoloi4056
      @apratimbordoloi4056 2 месяца назад

      Andh bhakt got triggered​@@wrongwithyou-i9i

  • @mirajulhaque6464
    @mirajulhaque6464 23 дня назад +1

    Thank you Aboyub, you carried the whole podcast so beautifully. Ekebare hohoz nohoi enekua ejon personality pora iman cozy and hunchful talks koribor karone. This made me cry and laugh out loud.
    Eta request thakil ekou mata Victor daa'k kintu eibar okol emotional talks, not only life happenings. Bohut ase manuh jonor pora janibo aru bujibo logia, 1% tu teu kua nai karon kunu uliabo pora nai. Tumi pariba..

  • @tpmultimedia
    @tpmultimedia 2 месяца назад +10

    ছাৰ সদায় প্ৰিয় আছিল আৰু সদায় থাকিব ❤বিশেষকৈ মানুহজন চিধাকৈ কৈ দিয়ে কথাবোৰ সেইকাৰণে বেছি ভাল লাগে ❤❤

  • @NRIPENKUMARDas
    @NRIPENKUMARDas 2 месяца назад +18

    খুউব ভাল লাগিল , ভিক্টৰ দাসক ঈশ্বৰে যেন সদায় সুস্বাস্থ্য আৰু সুৰক্ষিত ৰাখে 🙏🏼

  • @A..55B
    @A..55B 2 месяца назад +47

    চিধা আৰু সং মানুহৰ জীৱনত বহুত ঘটনা ঘটে।। ভিক্টৰ দাৰ class কৰো মানুহটো বহুত Emotional আৰু চিধা,,কোনোবাই বেয়া পাব বুলি খাটিৰ নকৰাকে সঁচা কথাবোৰ কব পৰা সাহস Victor daa Aru Zubeen da য়ে আছে অসমত।।।

  • @hannanali9648
    @hannanali9648 2 месяца назад +1

    I often watch full podcast of Hindi Media but today it's first time I have watched full video of Assamese Media, Victor Daa is a genuine guy and genius guy ❤️‍🩹✅

  • @surabhibora22
    @surabhibora22 2 месяца назад +23

    জয় Victor da বহুত সত্যবাদী দাদা জন। কথাখিনিয়ে দেহ প্ৰান জাগ্ৰত কৰি তুলিছে 🔥🙏

  • @siddharth4191
    @siddharth4191 2 месяца назад +11

    আজি বহুতো ভুল ধাৰণাই মনৰ পৰা দূৰ হ'ল । এজন সঁচা প্ৰতিকৃতিৰ মানুহৰ মূখ খন কেনেকুৱা আজি বুজিলো । সঁচাই এই podcast টোত Victor Das ৰ জীৱনৰ নজনা কথা জানিলো । মাজতে অলপ দুখ ও লাগিল, যিয়ে নহওঁক এটা সুন্দৰ podcast ৰ বাবে ধন্যবাদ Aboyob দা ❤

  • @NandoMurmu
    @NandoMurmu 2 месяца назад +47

    South movie skip kori sau but aji Frist podcast olp o skip nkra k salu 12 ta ratit ❤ val lagil sai

  • @Theislamicthought3142
    @Theislamicthought3142 Месяц назад

    Thank you for inviting the real hero, Victor sir, to your podcast. I've realized that whenever someone raises their voice against injustice, they're labeled as PAGAL. Most people are trapped in the system, sacrificing their rights without a fight(ANDHBHAKT). But Victor sir fearlessly supports the youth, standing up against the government even if it means going to jail.

  • @anairu3137
    @anairu3137 2 месяца назад +69

    After nipu and betal episode aitu 2nd episode saisu without skipping a single second. ❤ At some point i love this man. He is the real example for never give up and never forget your goal--- "why did you started.."❤️

  • @Bishal_Hazarika
    @Bishal_Hazarika 2 месяца назад +29

    Sokujuri mudi victor Das buli kole only murei sobi ahibo lgbo .... this line 🔥🔥🔥🔥🔥 god bless you sir ❤❤❤❤❤

  • @HENGDANG-123
    @HENGDANG-123 2 месяца назад +155

    জীৱনত প্ৰথম অলপো skip নকৰাকৈ চালো ❤️
    ভাল লাগিল 🤟

  • @অনুপকুমাৰ
    @অনুপকুমাৰ 2 месяца назад +11

    তোকোলো তোকোলো তোম তোম... আজি এই নতুন শব্দ এটা সৃষ্টি হল । লগতে অনুষ্ঠানতো সুন্দৰ হ'ল।

  • @Itsmemo1963
    @Itsmemo1963 2 месяца назад +11

    It's amazing to see the real Victor Das... People should try to protect this person as he has so many enemies just for his honesty and outspoken behaviour...he is like a mirror to the society

  • @astumitabaishya
    @astumitabaishya 2 месяца назад +10

    আপোনাৰ ভাল হওঁক দাদা
    আপোনাৰ কথাবোৰ বহুত ভাল লাগিল শুনি
    আপুনি বহুত ভাল হৈ
    অবয়ব দা আৰু আগবাঢ়ি যোৱা
    জয় মা কামাখ্যা🙏🏽

  • @jyotishmandeka8376
    @jyotishmandeka8376 2 месяца назад +46

    Zubeen da a jodi sai aji podcast tu pakka Upcoming movie t loi lobo victor dak 😂😂😂 ......just Complete korilu podcast tu ...Mur lgr dutaman a koi thake victor das eta pagol hoi Sukur Ali r kotha Kune hune tetiya moi mone mone thaku Karon Buji paw je eta manuhor lift ba tar mogojut ki sinta dhara soli thakibo pare Tak Buji pua tu dangar kotha ...and Ajon manuh r baground tu najanake ji ti Comment kora tu ba gali pari diya tu vul ...jitu just victor da a kole je Comment kora vilakor mentality tu hodai eta jegat a himabadda hoi jai ba tahatr kam a haetu ........Bea val duitare jibon ...so Bea hini ari val hinik loi ami aguyae jaw .........Val lagil Podcast tu ..❤️❤️

  • @SamudraChoudhury-w6n
    @SamudraChoudhury-w6n 23 дня назад +2

    ভিক্টৰ‌ দা ❤😊সচা কথা কোৱা মানুহ
    কিছুমানে জলিবই 💥

  • @jubanarahman3373
    @jubanarahman3373 2 месяца назад +29

    Soku Pani ulai gol mur victor da kotha huni....hosake bht vl hoi mnuhjon ♥️

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 2 месяца назад +16

    ছাৰক ইয়ালৈ মাতি অনা বাবে ধন্যবাদ অৱয়ব❤

  • @Hemanta-vai
    @Hemanta-vai 2 месяца назад +20

    ভিক্টৰ দাসৰ নিচিনা মানুহ অসমত প্ৰয়োজন❤

  • @bidyawatisonowal4442
    @bidyawatisonowal4442 10 дней назад

    সুন্দৰ মানুহবোৰ আছে । ভাল কথা বোৰ শুনিলে।

  • @BeUnique97
    @BeUnique97 2 месяца назад +86

    প্ৰতিটো কমেন্টেই Positive দেখি ভাল লাগিল ❤❤

    • @wrongwithyou-i9i
      @wrongwithyou-i9i 2 месяца назад

      Chill Positive pr hoy 😂
      Eta positive image create koribole enekuwa Podcast bonai 😂

    • @sekharhazarika2934
      @sekharhazarika2934 2 месяца назад +5

      Toi vabi sasun,toi kiman negative thinking r voral​@@wrongwithyou-i9i

    • @Vibetoohaii1
      @Vibetoohaii1 2 месяца назад

      ​@@sekharhazarika2934aree vaii ee ata fokotiya tar nijor okad nii babe blg k judge koribo ahe

  • @xorotofficial967
    @xorotofficial967 2 месяца назад +56

    jodi education improve kariba lage tetiya hale amak aru bohut keita victor das lage . this is the most beautiful podcast in my life i have seen.

  • @labibajahan882
    @labibajahan882 2 месяца назад +34

    One of the most loyal person of Assam

  • @KhirodPatir-ou2wm
    @KhirodPatir-ou2wm 13 дней назад +1

    Really Victor das very good . through. Educational & helpful to poor students also

  • @julibordoloi6565
    @julibordoloi6565 2 месяца назад +73

    ভিক্টৰ দা আপুনি বহুত ভাল মানুহ❤❤

  • @sumankumardas5062
    @sumankumardas5062 2 месяца назад +28

    ABOYOB da thanks..
    Victor dar Untold story dekhuwar babee...❤

  • @bituponlahon-rp1vt
    @bituponlahon-rp1vt 2 месяца назад +16

    ৰাতিপুৱাই দিছিলো Live চাই চাই। Victor দা মেইন।

  • @nayan1073
    @nayan1073 2 месяца назад +2

    The finest podcast I have ever seen till date....Hats off to this man... literally I got tears when he said dukhia manuhor karone ekhon hospital khada kori dim moi...Live long Victor Das🤘🤘🤘

  • @mamonidas9626
    @mamonidas9626 2 месяца назад +19

    Dil r pora respect ase victor da loi..❤ xodai thakibo.

  • @arunimabora8124
    @arunimabora8124 2 месяца назад +11

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল। ধন্যবাদ🙏🙏

  • @shashidoley7157
    @shashidoley7157 2 месяца назад +6

    Victor da নমস্কাৰ জনাইছো ।আপোনাৰ কথাই বহু নজনা কথা শিকাই গল ।ধন্যবাদ জ্ঞাপন কৰিছো দাদা🎉🎉❤❤❤

  • @sasankasarma6293
    @sasankasarma6293 2 месяца назад +5

    1:29:38 A beautiful sentence from the journey of life❤️

  • @jyotiborah9859
    @jyotiborah9859 2 месяца назад +29

    সঁচাকৈ সম্পূৰ্ণ Vedio টো চালো কিন্তু গম নাপালো দুই ঘণ্টা সময় কেনেকৈ গ'ল Victor da Zindabad ❤❤

  • @mrinmaysworld8875
    @mrinmaysworld8875 2 месяца назад +18

    ভিক্টৰ দাস মানুহ জন ভাল নে বেয়া মই আজিলৈ বাচনি কৰিব নোৱাৰিলো কিন্তু আজি এইটো চোৱা পিছত এটা কথাই গম পালো , মদ খাই বেয়া কথাৰে লাইফ কৰাটোৰ বাহিৰে ভিক্টৰ দাসৰ বাকী সকলো কথাই ভাল । তেখেতে কোৱা প্ৰতিটো কথাই সচাঁ , সেইয়া লাগিলে Coaching Centre হওঁক, ৰাজনীতি হওঁক, টকা পইচা , ড্ৰাছ , প্ৰশাসন , বৰমুৰীয়া ,মুখা পিন্ধা ডাঙৰ ডাঙৰ ব্যক্তিবোৰ..!

  • @chuklabt8114
    @chuklabt8114 2 месяца назад +18

    Atiyaw Aikhon Prithibit Mahan Mahan Manuh Ase Buli Bhabu Jene Viktar Da . ❤
    Love from Dhemaji Simen chaopi. Thaku Guwahati Gari Solaw Moi .
    Love you Viktar da ❤

  • @lakhyashreedas2880
    @lakhyashreedas2880 Месяц назад +1

    One can't take a resolution without a rational basis..I like genuine person like Victor Das

  • @m-one1m32
    @m-one1m32 2 месяца назад +56

    Vat khai movie ekhon sabo olalu....sabo goi Victar da Video tu palu aru complete salu.....okol victor da karone...bohut val manuh hoi...😊

  • @bhabajitbaruah7418
    @bhabajitbaruah7418 2 месяца назад +4

    ভিক্টৰ দা আপোনাৰ কথাবোৰে মন চুই গ'ল। আপোনাৰ সকলো কথাত একোটা একোটা poine আছে। আপোনাৰ দৰে মানুহ অসমত লাগে ❤❤ my hero

  • @bhaskarjyoti8212
    @bhaskarjyoti8212 2 месяца назад +14

    Sai thakute sai thakute potokke Kandi palu.
    Apuni manuh jon bht val dada.
    Manuhe onek ktha kobo,kintu Apuni apunar kam kori jaok.
    Axomor manuhe apunak xohai koribo.❤️

  • @samratgohain4636
    @samratgohain4636 2 месяца назад

    প্ৰকৃত অৰ্থত এনে এজন ব্যক্তি সমাজত দৰকাৰ আৰু বহু কথা শিকিবলৈ পোৱা যায়। সমাজ কল্যাণৰ বাবে কাম কৰি গৈছে আৰু কৰি ‌যাওক। ❤❤❤

  • @ROLEXAX-n4j
    @ROLEXAX-n4j 2 месяца назад +11

    Asli jindegi ka maja tab ata hai .
    jab ham filtar ho jata hai .
    Victor da আপোনাৰ সকলো nigetive চিন্তা ধৰা filtar. love you ❤❤❤

  • @vlogclouds5400
    @vlogclouds5400 2 месяца назад +8

    Thank you very much for inviting Victor daa , it was great to see you guys ❤️

  • @ParkhitBaruaah
    @ParkhitBaruaah 2 месяца назад +11

    আজি প্ৰথম বাৰৰ ৰাৰে অলপো Skip নকৰাকৈ ভিডিঅটো চালো। বৰ ভাল লাগিল।

  • @Animekohai2002
    @Animekohai2002 22 дня назад

    Bohut din pist bhal podcast eta sabole palu.. thank you. Love you victor da❤

  • @tapansaikiavlogs6209
    @tapansaikiavlogs6209 2 месяца назад +9

    আকৌ এবাৰ লাগে । বহুত বেছি ভাল লাগিলে কথাবোৰ শুনি ❤

  • @TinaDas08
    @TinaDas08 2 месяца назад +12

    Bht besi emotional holu podcast tu saii..teur deutakor proti xei morom bure mur bukut u khundiyai gol..nijor papar sobi khn bhahi ahil.. tekhetor sinta dharai xosai anupranit koril.. thanks for that type of podcast ❤

  • @YoungIndianDas96
    @YoungIndianDas96 2 месяца назад +14

    I am from Margherita, currently staying in Hyderabad.. I watch your podcasts and was eagerly waiting for Victor Da to be here . Fabulous podcast this. #JoiAaiAxom

  • @sumpibordoloi-ye6fw
    @sumpibordoloi-ye6fw Месяц назад

    Victor daa I love you moi West karbi anglong or hoi ejoni single mother, aji apunar gutei Kotha khini moi valdore hunilu bohut besi vl lagil bohut kiba bujibo parilu aru hikilu apunar pora n hahokh paisu thank you so much 🙏 vogobane apunak hodai vale rakhok. ..