Rinima Borah BREAKS DOWN in the Assamese PODCAST || Sex Drives, Affairs, Love Jihad - 143 (4K)

Поделиться
HTML-код
  • Опубликовано: 18 янв 2025

Комментарии • 2,7 тыс.

  • @phuljyotigoswami7232
    @phuljyotigoswami7232 2 месяца назад +372

    ইমান সাধাৰণ ইমান স্পষ্টবাদী ইমান মুকলি মুৰীয়া মনৰ শুদ্ধ কৈ কথাবোৰ কোৱা ৰিনি জনীয়ে মোৰো হৃদয় জিনিলে ৰাইজৰ লগতে।সত্যত আছা বাবেই এইয়া প্ৰাপ্য।বৰ মোহনীয় কথাবোৰ শুনি মনটো সচাই গৌৰৱ বোধ কৰিছো।অসমৰ মান ৰাখিলা অ আইজনী।আগলৈ আজুৰি আনিবা তোমাৰ প্ৰাপ্য।

    • @GunaBorgohain-c5g
      @GunaBorgohain-c5g 2 месяца назад +1

      Bor honder lagesa

    • @ankurraj8350
      @ankurraj8350 2 месяца назад +1

      তাই যিমান যি নকওক তাই এজনী মুছলমান ছোৱালী । ভাল কথা কৈছে যদিও তাই আগতে বহুত বেয়া কৰিছে । কথাখিনি ভাল হলে কি হব মুছলমানৰ লৰাৰ লগত ৰিলেশ্বনত থাকি এতিয়া বেলেগক দিহা দি কি লাভ

    • @AimoniAimoni-p4f
      @AimoniAimoni-p4f 2 месяца назад +3

      ​@@ankurraj8350Muslim mnuh nhoi nki .jate dhrmok kio tani ane protetu kothate .

    • @KrishnaBorah-e8c
      @KrishnaBorah-e8c 2 месяца назад +1

      ​@@ankurraj8350 Tai Muslim nhoi Assamese hoi borah likhe tai jdi aku njne then ktha nkbo ...apunar kthar pora anekuwa lgil Jen apuni 1st r pora podcast tu nsle any olp saii cmnt dile ...apunlkr nsina mnuheii kre wife k misbehaviour ❤

  • @Dikshitaa13
    @Dikshitaa13 2 месяца назад +982

    এনেকুৱা স্পষ্টবাদী মহিলা আমাৰ সমাজৰ বাবে অতি প্ৰয়োজনীয় ❤❤
    বহুত ভাল লাগিল ❤
    সাহস পাইছোঁ ❤
    আগুৱাই যাওঁক আপুনি❤

  • @jyotidasmoran3490
    @jyotidasmoran3490 2 месяца назад +126

    Can somebody be so sweet,strong,open minded n what else should I say ! Hats off to this young lady of my daughter's age !God bless you...m a lady of 61+... I 'v drawn tattoos in my hand...just after my retirement...what's there to judge a person by the tattoos he/she has it !!! Proud of you Rinima...আৰু আগবাঢ়ি যোৱা...lv lots from Tinsukia

    • @priyankarai7227
      @priyankarai7227 2 месяца назад

      From Bihar love jihad exists I know I feel... Same by school friends

  • @Gitanjalichangmai8140
    @Gitanjalichangmai8140 2 месяца назад +67

    আমাৰ ছোৱালীৰ বাবে ‌এইটো এটা নতুন ধুনীয়া উপহাৰ যেন লাগিল, ধন্যবাদ।

  • @madhusmitagogoi7380
    @madhusmitagogoi7380 2 месяца назад +33

    ৰিনিমা বৰা অসমৰ উজ্জ্বল নক্ষত্ৰ আৰু আগোৱাই জোৱা আশীৰ্বাদ কৰিছো।

  • @sangitamazumdar7725
    @sangitamazumdar7725 2 месяца назад +241

    আজি 10 নৱেম্বৰৰ ৰাতিপুৱা শুই উঠয়েই podcast তু চালো। ইমান সুন্দৰ মনৰ মানুহজনী। তেখেতৰ কথা কোৱাৰ ধৰণ , স্পস্তাবাদিত্ব দেখি জীৱন টো চোৱাৰ ধাৰণাটোৱে সলনি হৈ গল মোৰ। আগুৱাই যাওঁক সুন্দৰ মনৰ , মৰমিয়াল নাৰী গৰাকী। মোৰ বাবে এগৰাকী প্ৰিয় নাৰী বিচাৰি পালোঁ।

  • @barshabora8081
    @barshabora8081 2 месяца назад +131

    কি কম ভাষা নাই, গোটেই podcast টো শুনিলো, অনুভব কৰিলোঁ। গোটেই podcast টো মই মাত্ৰ এটা কথাই ৰিঙিয়াই আছিল যে মাত টো কাৰ লগত মিলিছে, at the end বুজি পালোঁ একেবাৰে প্ৰস্তুতি পৰাশৰ ৰ দৰে একেই। বহুত বেছি মৰম সদায় হাঁহি থাকক।।

    • @monisharai3967
      @monisharai3967 2 месяца назад +1

      This podcast is amazing 🤩 and Mam is so sweet 🫶🏻❤️ vohut val lagile 1st time moi full podcast salu aji

    • @barshabora8081
      @barshabora8081 2 месяца назад

      @@monisharai3967 moiu full podcast saisu olpu nuruake.

  • @MayurakshiMahanta
    @MayurakshiMahanta 2 месяца назад +90

    অৱয়ৱ ভূঞাৰ এইটো বোধকৰোঁ আটাইতকৈ মূল্যবান আৰু অনন্য সুন্দৰ podcast. অনুপ্ৰাণিত হ'লো। ৰিণিমালৈ বহুত মৰম আৰু শুভকামনা ❤️❤️❤️

  • @robysaikia6727
    @robysaikia6727 2 месяца назад +20

    গংগা জলে কাকো শুদ্ধ কৰিব নোৱাৰে। মন আৰু মানসিকতা শুদ্ধ হ'ব লাগিব। সমাজত আপোনাৰ মা আৰু দেউতাৰ দৰে মানুহৰ প্ৰয়োজন বাইদেউ।❤

  • @DibyangeeDutta
    @DibyangeeDutta Месяц назад +5

    She definitely nailed it......... Never ever saw such a strong and beautiful woman ever in my 17years of life.... Even if it's short..... My idol... Hat's off to her.

  • @simantadas1616
    @simantadas1616 2 месяца назад +99

    বহুত বেছি মৰম থাকিল আপোনালৈ ভালে থাকক সদায় ।আৰু এই হাঁহিটো সদায় জিলিকি থাকক ❤ আপোনাক লৈ অসমবাসী বহুত গৌৰৱান্বিত ❤ বহুত কথা শিকিলোঁ আপোনাৰ পৰা বহুতে বেছি । আকৌ এবাৰ ভগবানৰ ওচৰত সেৱা ধৰিছো কুশলে থাকক ❤

  • @OnlineExam-ox9kt
    @OnlineExam-ox9kt 2 месяца назад +95

    Ohh God.. enekuwa manuhor lgt ktha patibo mon jai.. life r view burei change kori dise 1hr podcast t.. uff personally jodi ktha patibo parilu hoi😢❤

  • @Prarthana808
    @Prarthana808 2 месяца назад +494

    This woman has an absolute reason to rise higher.. so much love ❤❤

    • @mallikanath2034
      @mallikanath2034 2 месяца назад +12

      Kthat dom ase and bht clearly ktha kheni koisa val lagise❤

    • @Sundry7227
      @Sundry7227 2 месяца назад

      @@Prarthana808 what an idiotic statement....nowadays being fooked and used by a katwa is a reason for dumb women to rise higher...level of our Assamese women😂😂😂

    • @Umesh-im9to
      @Umesh-im9to 2 месяца назад +9

      Jake prem nokora kio muslim k ketiao nokoriba.

    • @gayatrikonwar860
      @gayatrikonwar860 2 месяца назад +2

      বহুত উৎসাহিত ব্যক্তিত্ব। অভিনন্দন আৰু শুভেচ্ছা ❤
      ------ৰখি আছোঁ, ছটা বজা----এনেকুৱা কথাবোৰ শুধৰাই ক'বা। মৰম অশেষ---

    • @DipankarBhuyan-dv7rd
      @DipankarBhuyan-dv7rd 2 месяца назад +3

      ​@@Umesh-im9to Kele mur logor tu assamiya muslim ami akeloge 30 basar asu .Tetiya hole marwari ku bishakh koribo nuari .Marwari business kori amar pora lutise he .

  • @jugosmitadas5821
    @jugosmitadas5821 6 дней назад +1

    I just love this lady she's so open-minded and motivating❤❤❤ keep achieving success in life

  • @munuhzk
    @munuhzk 2 месяца назад +8

    সচাঁকৈ ক'বলৈ ভাষা নাই😢আৰু আগুৱাই যোৱা।শুনিয়েই থাকিবৰ মন গৈছে❤

  • @dharmeswar63
    @dharmeswar63 2 месяца назад +108

    এইটো চেনেলৰ পডকাষ্টবোৰ আগতেও চাইছো যদিও কন্দা নাছিলোঁ। আজি নজনাকৈ চকুৰ পানী বৈ আহিল। মইও মোৰ গাৰ্লফ্ৰেণ্ডক অজানিতে তাইৰ দোষ থকা স্বত্বেও মই তাইক কেনেকুৱা ব্যৱহাৰ কৰিছোঁ যিয়ে তাইক মনোকষ্ট দিছে; আৰু সেই কষ্টই তাইৰ মানসিক অৱস্থাৰ কি ক্ষতি কৰিছে এইবোৰ প্ৰশ্ন মনলৈ আহে যদিও ইমান গভীৰলৈ চিন্তা কৰা নাছিলো। আপোনাৰ কথাবোৰে বুকু কঁপাই তুলিলে। কাৰোবাক ভাল পালেই নহয়, ভালে ৰাখিব পৰাটোহে আঁচল কথা। আপোনাৰ আৰু ভাল হওঁক, কুশলে থাকক।

  • @runuminath2818
    @runuminath2818 2 месяца назад +49

    The aura she holds is so fascinating. Loved the podcast . More power and love to this strong woman. ✨

    • @Sundry7227
      @Sundry7227 2 месяца назад

      @@runuminath2818 getting fooked and used by a mulla is the benchmark of a strong woman according to these dimwits😂😂

  • @smitadeka2422
    @smitadeka2422 2 месяца назад +26

    ইমান এড ৰ মাজতো শেষ কৰি চালোঁ তেখেতৰ অনুপ্ৰেৰণা মূলক কথাখিনি। মাজে মাজে লাগিছে যেন প্ৰস্তুতি পৰাশৰ বাইদেউৰ কথাহে শুনি আছোঁ।

  • @hdhirakjyoti6091
    @hdhirakjyoti6091 Месяц назад +14

    আজি কালি এইবিলাক কথা পাতিবলৈ মানুহ নোহোৱা হল। সেইদিনা মনতো ই সকাহ পায় যিদিনা মাল খাই এজন প্রিয় বন্ধু ৰ সৈতে এইবিলাক চিন্তা কৰিয়েই আলাপ আলোচনা হয়।পদকাষ্ট 2 ভাল লগিছে।অভিনন্দন জনালোঁ আপোনাক🎉🎉

  • @tinadas5711
    @tinadas5711 2 месяца назад +7

    আপোনাৰ কথাৰ পৰা আগবাঢ়ি যাবলৈ বহুত উৎসাহ আৰু প্ৰেৰণা পালো, মোৰ এবছৰীয়া এটা ল'ৰা আছে আৰু মই বৰ্তমান পঢ়ি আছোঁ আৰু বহুতে মোক সমালোচনা কৰে যে কেঁচুৱা‌ লৈ পঢ়ি ফালিব এই বোৰ আওকাণ কৰি‌ আগবাঢ়ি যাব পাৰো যাতে। বহুত ভাল লাগিল কথাবোৰ আৰু আপোনাক ও বহুত ভাল লাগে

  • @Ainuu123
    @Ainuu123 2 месяца назад +48

    Podcast টো চাই ভাল লাগিল বিশেষকৈ বাইদেউগৰাকীৰ মানসিকতা বাৰুকৈয়ে প্ৰশংসনীয়.. ❤😊

  • @karinataid8708
    @karinataid8708 2 месяца назад +69

    বহুত বেছি ভাল লাগিল। ইমান বেছি স্পষ্টবাদী আৰু সহজ সৰল ❤

  • @sayanikagogoi2756
    @sayanikagogoi2756 2 месяца назад +255

    Mur suwali 2.5years now.but i will make sure ja tai jetia teenage pabo moi aitu podcast taik hunam.😊

    • @BishnuKhrinpu
      @BishnuKhrinpu 2 месяца назад +12

      Give her knowledge about our roots...Keep a Frank relationship with her...Share every opinion with her ...I hope u will give her a good personality ma'am

    • @JaylaksmiBaruah
      @JaylaksmiBaruah 2 месяца назад +5

      Nijor Dharma mane Hindu dharma bikhoye porhaba ...

    • @monalishasangma1778
      @monalishasangma1778 2 месяца назад

      Exactly...

    • @trishanath7100
      @trishanath7100 2 месяца назад

      ​@@JaylaksmiBaruah agot mnuh hua tu.. nd sob religions eh equal nd imp hoi so sobb eh hikaa jbo agot bss val mnuh bonile eh hol..

    • @JaylaksmiBaruah
      @JaylaksmiBaruah 2 месяца назад

      @@trishanath7100 val manhuor defination ki ???? Kashmiri Hindus hbo mon nai mur ...

  • @joonmoniiii
    @joonmoniiii 2 месяца назад +4

    আপুনি বৰ স্পষ্টবাদী।
    আপুনি জীৱনত আগুৱাই যাওঁক।
    আপোনালৈ বহুত বহুত শুভ কামনা থাকিল ❤।

  • @dhirajkalita6362
    @dhirajkalita6362 2 месяца назад +8

    অতি সুন্দৰ। বহুত ভাল লাগিল বহুত অনুপ্ৰাণিত হলোঁ। ধন্যবাদ ৰিনীমা বা ইমান স্পষ্ট ভাবে কথাবোৰ বুজাই দিয়াবাবে।

  • @rubimedhi7066
    @rubimedhi7066 2 месяца назад +32

    এই মনুহগৰাকীলৈ মোৰ মৰম লাগি গল। ইমান সহজ সৰল আজিৰ পৃথিৱীত। আপোনালৈ বহুত মৰম
    আৰু বহুত আগুৱাই যাওক আপুনি ❤️

  • @NatkhatGopal1
    @NatkhatGopal1 2 месяца назад +13

    These issues should be addressed with strict law and also awareness in society is important. People like her should come forward to educate society.

  • @smritipsarma6457
    @smritipsarma6457 2 месяца назад +34

    Bohut dinor pachot eman strong lady dekhi bohut proud feel korisu
    Tumaloi bohut morom aru blessings..

  • @rupamjyoti8412
    @rupamjyoti8412 Месяц назад +2

    Inspirational story ❤
    সপোন যদি দেখিছা তাক পাৱলৈ নিজৰ সমস্ত দিৱই লাগিৱ
    Best 2 line
    1)Survival is the key
    2)Hardwork + Spirituality+ Positivity - is the key for getting everything

  • @Majonidas-c4e
    @Majonidas-c4e 2 месяца назад +2

    বহুত বেছি ভাল লাগিল 🎉🎉,,,,সচাকে বহুত জানিব লগীয়া কথা কলে তেখেতে,,,, আৰু ইমান শক্তিশালী ব্যক্তিত্ব,,, ইমান সহজ সৰলকে ৰাইজৰ মাজত সজাগতা আনি দিয়াৰ এক মহৎ উদ্দেশ্য আগত ৰাখি কথাবোৰ আলোচনা কৰা হৈছে,,,, বহুত বহুত বহুত বেছি ভাল লাগিল,,,ৰিণিমা অশেষ ধন্যবাদ থাকিল ❤❤❤

  • @Nirmali19
    @Nirmali19 2 месяца назад +13

    তুমি ‌ সদায় আগবাঢ়ি ‌যোৱা ❤ইমান ধুনীয়া কৈ কথা বোৰ কৈছা.... তোমাৰ পৰা মই লগতে প্ৰতিজনী ছোৱালী, প্ৰত্যেক গৰাকী নাৰী এই আগবাঢ়ি ‌আহিব পাৰিব❤ tmr journey tu a Assam r nm ujolaisa baa thanks u baa❤❤ lot's of love 💕💕

  • @petejohnes8442
    @petejohnes8442 2 месяца назад +103

    Can't believe someone could change me so much in only an hour!? 😭 Ekdomm REAL kotha koi ase! Eman bosore I had a different way of thinking...areh bhaii moi ei2 POV pa ketiyau vabai nasilu YAAR!!😢❤
    THANK YOU SO MUCH Rinima ba and Aboyob da!🙏❤

  • @chumpiboruah9025
    @chumpiboruah9025 2 месяца назад +19

    নিশা 2:30 লৈকে skip নকৰাকৈ গোটেই ভিডিও টো চাইছোঁ। ভাল লগা কথাবোৰ rewind কৰি কৰি চাইছোঁ। বহুত ভাল লাগিল। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। ৰিণিমা বৰাৰ মনৰ আশা পূৰণ হওঁক । Best wishes to her.

  • @priyambada5414
    @priyambada5414 Месяц назад +2

    So inspiring... enekua discussion hua tu bohut besi important....khub bhal lagil....👏👏👏

  • @kangkita_devi
    @kangkita_devi 2 месяца назад +4

    কোনো আধুনিকতা নাই একদম সহজ সৰল ভাষা ৰে মুখত হাঁহিটোৰে ইমান স্পষ্ট কৈ কথাখিনি কৈছে সঁচাকৈ ভাল লাগিছে ❤️🥺 this video is really inspiration for us because our parents feels shy to teach us about this topic.... thanks to aboyob da for this podcast

  • @akankhyaduttaakankhya5063
    @akankhyaduttaakankhya5063 2 месяца назад +18

    পোন পথমে ‌ৰিনিমাক শুভ কামনা জনালো ।তুমি খুউব স্পষ্টভাবে কথা খিনি কোৱাৰ বাবে ভাল লাগিছে ।তুমি আমাৰ অসমীয়াৰ চিনাকী ❤❤❤❤❤

    • @DipankarBhuyan-dv7rd
      @DipankarBhuyan-dv7rd 2 месяца назад

      বাইদেওঁ বেয়া নাপাব "আমাৰ অসমীয়া চিনাকি " বুলি কৈছে কিন্তু সকলো অসমীয়া চিনাকি নহয় ।মাৰুৱাৰীলৈ বিয়া হৈছে যেতিয়া তেওঁ এতিয়া মাৰুৱাৰীও চিনাকি ।

  • @bikashitakalita597
    @bikashitakalita597 2 месяца назад +53

    সমাজৰ বিশেষ মৌলিক কথাবোৰ স্পষ্টকৈ প্ৰকাশ কৰাটো খুবেই প্ৰয়োজন। ভাল লগা খণ্ড এটা।❤❤

  • @Rijuwanasaikia
    @Rijuwanasaikia 2 месяца назад +84

    ভাল লাগিল৷তেখেতৰ স্পষ্টবাদীতাক সন্মান জনাইছোঁ৷বহুত প্ৰয়োজনীয় কথা শিকিলোঁ৷মইও মোৰ পৰিয়ালৰ বিপক্ষে গৈ মোৰ ছোৱালীৰ হাতত টেটু কৰাইছোঁ৷যিহেতু সেইটো তাইৰ সপোন আছিল

  • @NijaraGogoi-sk7nn
    @NijaraGogoi-sk7nn 2 месяца назад +4

    তোমালোকৰ কথাবোৰ শুনি খুউব ভাল লাগিছে। এনেধৰণৰ কথা বতৰাৰ পৰা বহুতো মানুহ উপকৃত হ'ব। ৰিণিমা তোমাক হবটি ধৰি মৰম কৰিবলৈ মন গৈছে। তোমাৰ পৰা ইংৰাজী শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছো। আৰু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক আগুৱাই নিব বিচাৰো। মই এগৰাকী শিক্ষয়িত্ৰী 57 years old. District - Lakhimpur

  • @pallabipriyam7579
    @pallabipriyam7579 2 месяца назад +4

    আমাৰ সমাজ খনত আগুৱাই যোৱাটো বেয়া পাই।। ভালৰ গুণ নাগাই।। যোনে যি কওক মোৰ বা জনি খুবেই প্ৰিয়।। আমাৰ এই মধ্য বৃত্ত পৰিয়াল বোৰত সৰু সৰু মূহুৰ্ই বহুত ডাঙৰ।। ভাল হওক তোমাৰ।।❤🎉 অভিনন্দন ৰিনিমা বা❤

    • @IndiavillagesmanM
      @IndiavillagesmanM 2 месяца назад

      মূৰ্খ আনে কাকো ধৰি থকা নাই নিজেই আগোৱাই যাব লাগিব

  • @jborgohain2116
    @jborgohain2116 2 месяца назад +18

    ৰীনিমা বৰালৈ আন্তৰিক অভিনন্দন জনালো। অনুষ্ঠান টো চাই খুব ভাল লাগিল অবয়ব। শিৱসাগৰৰপৰা মৰম দিলো ❤❤❤

  • @MonHazarika-h9c
    @MonHazarika-h9c 2 месяца назад +25

    Okay eitu video viral huar bohut e joruri. That's called PODCAST. MR BHUYAN this is one of your best video

  • @simashreeneog4116
    @simashreeneog4116 2 месяца назад +10

    বহুত বেছি ভাল লাগিল, সুন্দৰ, যোগাত্মক আলোচনা লগতে তেওঁ ইমান সৰল আৰু স্পষ্টকৈ প্রকাশ কৰিছে, বহুত ভাল লাগিল। তেওঁৰ লগত "সৰল "শব্দটো এই কাৰণেই সকলোৱে ব্যবহাৰ কৰিছে কিয়নো বৰ্তমান সকলোতে সৰলতাৰ তুলনাত কৃত্রিমতা বেছি দেখা যায়। মই ভাবো,আপোনাৰ podcast সমূহৰ ভিতৰত এইটো episode best ❤

  • @bornaliboruah2555
    @bornaliboruah2555 2 месяца назад +2

    বহুত বেছি ভাল লাগিল। এনেকুৱা স্পষ্টভাবে কথা কোৱা মানুহ আমাৰ সমাজত খুবেই প্ৰয়োজন। কথাবোৰ ইমান সুন্দৰকৈ আৰু মুকলি মনেৰে কৈছে। সঁচাই খুব খোলা মনৰ ছোৱালী। আগুৱাই যাওক।

  • @monalishakalita3530
    @monalishakalita3530 Месяц назад +1

    PODCAST tu xuni bhut val lagil Rinima Borah xasai agoraki xahahi spostbadi khola monr nari Assamor ujjol vbisst aponi agh bhari juwa dhynbad. ❤🌹

  • @Biki-l9r
    @Biki-l9r 2 месяца назад +19

    বিৰাট ভাল লাগিল PODCAST টো ❤️❤️
    বা গৰাকীয়ে মনৰ পৰা কথা খিনি কৈছে ।ইমান ধুনীয়া কৈ বুজাই দিছে ,এনেকুৱা স্পষ্ট বাদী ,আৰু সাহসী মানুহৰ আমাৰ সমাজত প্ৰয়োজন আছে।তেখেতৰ স্পষ্ট বাদি তা আৰু সাহ সিকতাই বাৰুকৈয়ে মুগ্ধ কৰিলে। কোনো লাজ ভয় নোহোৱাকৈ কথা বোৰ কৈ গৈছে ।বহু সংগ্ৰাম ,বহু কষ্ট কৰি তেখেতে এইখিনি সন্মান পাইছে।মানুহৰ জীৱনটো সহজ নহয়,আমি যিমান সহজ বুলি ভাবো। আৰু মানুহে তেতিয়া হে আপোনাৰ ওচৰলৈ দৌৰিব যেতিয়া ধন ,সন্মান থাকিব ,ভাল সময়ত সকলো থাকে ,কিন্তু বেয়া সময়ত কোনো নাথাকে।যিখিনি সময়ত সেই মানুহ খিনিক প্রয়ো জন আছিল আছিল।নিজৰ অভিজ্ঞতাৰ পৰা কৈছো।মই ভাবো মাক দেউতাক first যিয়ে তোমাক নিস্বাৰ্থ ভাৱে ভাল পায়,আৰু বিপদৰ সময়ত লগত থিয় হয় ,সকলো নহয় বাৰু ,,,কিন্তু 99 % মাক দেউতাক e কোনো স্বাৰ্থ নোহোৱা কৈ লৰা ছোৱালী ক মৰম কৰে।গতিকে তেখেত সকলক সন্মান কৰাটো আমাৰ দায়িত্ব,আৰু কৰণীয়।
    তেখেতক বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো ✨💐🌷ভাল হওঁক তেখেতৰ ,আৰু আগুৱাই যাওক❤️✨

  • @DasRanjita-y7e
    @DasRanjita-y7e 2 месяца назад +24

    She is the ultimate epitome of unwavering confidence, truly inspiring .

  • @TusharjeetNeog
    @TusharjeetNeog 2 месяца назад +107

    Till now this was the best podcast 🫂

  • @AsharaniBoruah-123
    @AsharaniBoruah-123 2 месяца назад +3

    খুব বেছি ভাল লাগিল, ইমান সুন্দৰকৈ কৈছে কথা বোৰ, স্পষ্ট অসমীয়া, সকলো ভাল লাগিল, বিশেষকৈ শেষত যে ক'লে এদিন অকল অসমীয়াতে পাতিম, এটাও ইংলিছ শব্দ ব্যবহাৰ নকৰোঁ❤ ৱাও, সঁচাই আপোনালোক দুইজনক ধন্যবাদ দেই🙏❤️

  • @diya182d
    @diya182d Месяц назад +1

    Bahut bahut bahut din pisot podcast tu salu. Bahut val lagil. Inspiration palu
    Love u rinima baa..❤❤

  • @loyaagarwala4798
    @loyaagarwala4798 2 месяца назад +19

    Totally engaging till the end! I cried with you, laughed with you! What a life story Mamon. You embody the spirit of a woman with grit, love and determination! Way to go, my beautiful niece! Keep empowered, keep empowering. Love you 🥰

  • @santoshkumargorh5080
    @santoshkumargorh5080 2 месяца назад +16

    It's contagious....... Her excitement and gratitude for being alive. Thank you 🙏.

  • @the_melodious_world3657
    @the_melodious_world3657 2 месяца назад +17

    ইমান সুন্দৰ মনৰ মানুহ। অন্তৰ চুই গৈছে কথাবোৰে💚

  • @geetapathak5633
    @geetapathak5633 2 месяца назад +5

    ইমান সুন্দৰ মনৰ মানুহজনী। সছায় বহুত বহুত ভাল লাগিল। মই নলবাৰী পৰা কৈছো❤❤❤

  • @juntiborah3548
    @juntiborah3548 2 месяца назад +3

    ৰিনিমা বৰা লৈ আন্তৰিক অভিনন্দন জনালো । 🎉🎉💐💐❤❤❤❤ যোৰহাট ৰ পৰা মৰম দিলো ।

  • @debashreesworld1m517
    @debashreesworld1m517 2 месяца назад +17

    বহুত ভাল লাগিল ইমান খোলা কৈ কথা বিলাক কৈছে, খুবেই সাহসী নাৰী আপুনি ইমান খিনি পোৱাৰ যোগ্য ❤️ আগলৈ আৰু বহুত খিনি পাব বহুত বহুত মৰম আপোনালৈ❤ইমান স্পষ্টবাদি মহিলা আমাৰ সমাজত থকাটো খুবেই প্ৰয়োজন❤

  • @babitaborthakur7125
    @babitaborthakur7125 2 месяца назад +28

    অতি সুন্দৰ পৰ্য্যালোচনা ,এই মুক্ত আলোচনাই বহুজনৰ চিন্তা-চেতনাক যুক্তিবাদী হৈ পোহৰৰ বাট দেখুৱাব❤❤❤আন্তৰিক শুভ কামনা💐💐💐

  • @anjaliboruah2035
    @anjaliboruah2035 2 месяца назад +44

    এটাই বুজিলো মাক দেউতাক যদি সন্তানৰ পক্ষত থাকে তেন্তে সন্তানে সেই মাক বাপেকৰ বাবে সকলো কৰিবলৈ সন্তানটোৱে জী-জান লগাই দিব😊❤ ....
    Any one agree with me 🙂

  • @silpadavi5575
    @silpadavi5575 Месяц назад +2

    Ahhh I just love the lady her words🥺❤️her lines 💯 she is wonderful ✨

  • @topanpegu8999
    @topanpegu8999 Месяц назад +1

    বহুত বহুত ভাল লাগিল❤❤👌👌👍🏼👍🏼so interesting.

  • @_barsha_rb
    @_barsha_rb 2 месяца назад +21

    How strong she is❤

  • @JurunaDas
    @JurunaDas 2 месяца назад +20

    আন্তৰিক অভিনন্দন জনালোঁ🎉ৰিনিমা বৰা বাইদেউলৈ❤কথাবোৰ ইমান ধুনীয়া কৈ কৈছে যে🤗 বহুত ভাল লাগিল কামৰূপ বকোৰ পৰা চাইছোঁ ❤❤❤

  • @priyanchigoswami94
    @priyanchigoswami94 2 месяца назад +21

    জীৱনত আগবাঢ়ি যাবলৈ নিজৰ কষ্ট আৰু ত্যাগৰ লগতে মাক বাপেকৰ বিশ্বাস কিমান প্ৰয়োজন আপুনি তাৰ এটা perfect example ।বহুত বহুত শুভেচ্ছা আপোনালৈ ।

  • @tarungogoi8841
    @tarungogoi8841 2 месяца назад +3

    ৰিনীমাৰ স্পষ্টবাদী কথাবোৰ সঁচাই বহুত ভাল লাগিছে ।তোমাৰ সাহস আৰু প্ৰেৰণা দেখি ইমান ভাল লাগিছে বুজাবলৈ ভাষা নাই ।তুমি আগবাঢ়ি যোৱা আমাৰ আৰ্শীবাদ সদায় আছে ।তোমাৰ নিচিনা সাহসী আৰু স্পষ্টবাদী ছোৱালী আমাৰ সমাজত আৰু লাগে ।ভগৱানে তোমাক কৃপা কৰক ।🙏

  • @anurupa-zn4br
    @anurupa-zn4br Месяц назад

    ইমান সুন্দৰ মনৰ মানুহ। কথা বোৰ যেন শুনিয়েই থাকিম....আৰু বহুত ভাল হওঁক আপোনাৰ🎉

  • @juryduttaboruah3121
    @juryduttaboruah3121 2 месяца назад +10

    আজিৰ সময়ত এইধৰণৰ আলোচনাৰ বহুত প্ৰয়োজন আছিল,বহুত সুন্দৰ ❤ শিৱসাগৰৰ পৰা

  • @spndn25
    @spndn25 2 месяца назад +17

    প্ৰত্যেকটো কথাই প্ৰয়োজনীয় এটাও পেলাই দিব নোৱাৰি।বহুত প্ৰেৰণাদায়ক , খুব ভাল লাগিল চাই , কথাবোৰ শুনি । ❤❤❤

  • @santanachetia7874
    @santanachetia7874 2 месяца назад +9

    Tai bohut brave aru real person hoi..bor monkhola nika.. respect puar kabil hoi tai...ki comment dim likhi jonabo bisora ni..moi taik salute jonaisu..tekhe agbahi goi thakok aru success achieve korok...bohut bhal lagil...tekhetok aku abar podcast loi anibor babe request thakil.. thankyou

  • @moheshsahu5729
    @moheshsahu5729 Месяц назад +1

    সঁচাই ভাল লাগিল ❤
    আমাৰ সমাজ ৰ এক কলা অধ্যায় স্পট কৈ উজাগৰ কৰিলে এই podcast ৰ দ্বাৰা।
    Lot's of love from Sivasagar ❤

  • @aninditadevi20
    @aninditadevi20 Месяц назад +1

    একেবাৰে শেষলৈ চালোঁ । বহুত ভাল লাগিল দেই। আৰু শুনি থাকিব মন আছিল ❤❤❤

  • @Doinondin-wu6gf
    @Doinondin-wu6gf 2 месяца назад +22

    জীৱনত পোৱা অভিজ্ঞতাক মূলধন হিচপে লৈ আগবাঢ়ি যোৱা মানুহে আৰু পিছলৈ ঘূৰি চাব লগা নহয়।❤️❤️❤️

  • @Wineedeka2000
    @Wineedeka2000 2 месяца назад +6

    I don’t really comment on YT but what a strong personality and such a beautiful perspective towards life.Thank you for inviting her.

  • @bhaskarglitz1
    @bhaskarglitz1 2 месяца назад +9

    The majority of your podcast episodes are truly exceptional. I am a dedicated viewer of your channel all the way from Washington D.C.

  • @Tunmoni-wm8xr
    @Tunmoni-wm8xr 2 месяца назад +1

    Bhut besi val lagile aru aguyai jua tare kamna korisu This woman has an absolute reason to rise higher. So much ❤❤

  • @Cartoon70834
    @Cartoon70834 2 месяца назад +2

    বহুত ভাল লাগিল আপোনাৰ কথা বিলাক শুনি,আপোনাৰ মা দেউতা লৈ প্ৰণাম ❤️🙏🏼

  • @RitaRita-r7n
    @RitaRita-r7n 2 месяца назад +15

    Khub besi vll lagil ai podcast tuu❤বহুত শুভেচ্ছা থাকিল বা গৰাকীলৈ🎉

  • @ankusmitadeka4863
    @ankusmitadeka4863 2 месяца назад +5

    বেংগলৰ যোৱা কাহিনীটোৱে হৃদয় চুই হৈ গ'ল। ❤

  • @JeshanChutia
    @JeshanChutia 2 месяца назад +20

    Thank you soooo much.. Bohut vl lagil sai.. Moi u ajoni single mother. Moi 19 years t widow hoisu.. Bohut kosto koresu jebon to gorhebola.. But nuearesu mur lora ata asa tak bohut kosto kore aje 18 years korelu.. Horuta bidhoba huwar karona atya muk homajot ajoni rnde bule a koi.... Kintu moi neja jnu moi nohoi.. Aje bohut hahok palu video to sai.. Thanks one's again.

    • @ImeeRabha
      @ImeeRabha 2 месяца назад +1

      Stay strong

  • @valentinaboruah1261
    @valentinaboruah1261 2 месяца назад +2

    ইমান সুন্দৰ ,ইমান স্পষ্টবাদী বহুত সুন্দৰ সাক্ষাৎকাৰ🎉🎉

  • @jharnapun4152
    @jharnapun4152 Месяц назад +1

    More power to you Rini ba , keep shining 🌟
    Aboyob tumi u aguwai jua , khub bhal lagil aei podcast tu sai 😊

  • @banditasarma3839
    @banditasarma3839 2 месяца назад +15

    I'm in love with her vibrant personality ❤

  • @KreativeTale
    @KreativeTale 2 месяца назад +114

    Why people are so much bothered about her tattoo..I personally have seen most kind hearted people covered in tattoos and most wicked minded people visting temples/churches/mosques..Tatoo is an Art,it's a creative artistic piece created by an artist..Though i have none but i always love beautiful tattoos..She's very confident and powerful..More power to you❤

    • @mrigankahazarika9976
      @mrigankahazarika9976 2 месяца назад +5

      One thing I would like to say to you is that she has been beaten by your religion boy means a muslim boy who has been beaten her for 16 yrs.
      After hearing this I feel very sad for her.

    • @debajanidutta6239
      @debajanidutta6239 2 месяца назад

      She was also beaten by a hindu in that case you didn't felt sad? ​@@mrigankahazarika9976

    • @ZaredMirakle
      @ZaredMirakle 2 месяца назад +3

      ​@@mrigankahazarika9976so in every relationship man and women fight but after breaking up he becomes muslim or your religion....so don't instill your brains with gober chap thinking......how can you judge someone by a podcast .....?? I have seen my friends in relationship with muslim girls and they fight but it didn't occur as love jihad ....I propose to Satya ,stop doing this muslim hindu concept between Assamese people since muslim or Hindu relationship has its darker side on every section of society......

    • @mrigankahazarika9976
      @mrigankahazarika9976 2 месяца назад +4

      @@ZaredMirakle hey don't use slang word okk. I am not a gobar chap or so called andhbhakt.
      I am the man of my own terms and I did not target any religion I just say my opinion that's all.
      And second thing I do not do hindu muslim concept bcz it's not my buisness.
      I am a kind hearted person that's all

    • @ZaredMirakle
      @ZaredMirakle 2 месяца назад

      @@mrigankahazarika9976 but you pointed someone here as your religion....just don't get this in our society....

  • @Zbzkhxdhkzjijvbv
    @Zbzkhxdhkzjijvbv 2 месяца назад +6

    Got goosebumps while listening to her.... So bold, so intellectual ... This is the real definition of beauty... Keep growing..

  • @rittik_brmn_02
    @rittik_brmn_02 2 месяца назад +3

    ভাল ও লাগিল অলপ দুখ ও লাগিল Bangalore অৰ কথা খিনি বেছি দুখ লাগিল

  • @nilufarahmed2364
    @nilufarahmed2364 2 месяца назад +2

    She is a wonderful woman I have ever seen. I'm fully supporting her.❤❤❤❤❤

  • @Nikki-sr4kj
    @Nikki-sr4kj 2 месяца назад +9

    She is absolutely inspirational 🥺🤍 I was crying with her, laughing with her , smiling with her. I felt proud of her achievements 🤍 I felt like kunuba ghoror manuh ei emankhini gourab korhiyaise🤍 Thank you for this podcast. More power to you, Rinima Ba and more power to you as well, Aboyob and your team 😊

  • @JessicaGogoi-f8w
    @JessicaGogoi-f8w 2 месяца назад +30

    How confident and strong she is 😍🔥
    May she receive great heights ❤️

    • @garryjadeja8683
      @garryjadeja8683 2 месяца назад

      So be aware of love jihad

    • @Sundry7227
      @Sundry7227 2 месяца назад

      @@JessicaGogoi-f8w yes...getting banged and used by a katwa is a yardstick to measure confidence and strength...salute to ur iq level

    • @Jesslife07
      @Jesslife07 2 месяца назад

      Moiu Jessica

  • @ritadeka195
    @ritadeka195 2 месяца назад +13

    বহুত খোলা খুলিকৈ কথা বোৰ কৈছে ভাল লাগিল ।।❤❤❤

  • @meenakshidas1542
    @meenakshidas1542 2 месяца назад +2

    বহুত মৰম আৰু আশীৰ্বাদ থাকিল ❤আপোনাৰ প্ৰতি টো কথাই মোৰ মন চুই যাই 🥰শুনি আমনি নালাগে 🥰ভালে থাকক সদায় এনেকৈ সুখী হৈ থাকক ❤️

  • @ManuDeviaww
    @ManuDeviaww 2 месяца назад +3

    বহুত ভাল লাগিল। এনে মনৰ ব্যক্তি আজিৰ দিনত বিৰল। ধন্যবাদ

  • @dipanjalinath8385
    @dipanjalinath8385 2 месяца назад +10

    ইমান স্পষ্টবাদী বা জনী, এক কথাত real influencer। খুব ভাল লাগিল podcast টো।

  • @parismitapatar1521
    @parismitapatar1521 2 месяца назад +11

    3rd time sai asu bar joni interview.....khosa koi bare bare saboloi alah nlgibo......bohut kotha ase baar pra khikibo loga🥰... love from Morigaon ❤

  • @priyamdnayan8791
    @priyamdnayan8791 2 месяца назад +7

    we need more women like her in our society…. lots of love and best wishes to Rinima…. ❤

  • @itztorahh2130
    @itztorahh2130 Месяц назад +2

    This was the best podcast I've ever watched ❤

  • @berileenahazarika2951
    @berileenahazarika2951 Месяц назад +1

    One of the best podcast♥️ Cried a lot listening to her story... Huge respect to her🙏🙏 What a beautiful lady🥹🫶 Keep shining maam❤️❤️❤️

  • @PLIVOGAMING
    @PLIVOGAMING 2 месяца назад +9

    ইমানেই ভাল লাগিল যে কেতিয়া সময়বোৰ পাৰ হৈ গ'ল গমেই নাপালোঁ

  • @nikitagogoi6564
    @nikitagogoi6564 2 месяца назад +6

    Aboyob thank you a lot....the podcast brought tears in my eyes....Thank you Rinima Ba for being an inspiration❤️

  • @RajashreeDas-lo3fg
    @RajashreeDas-lo3fg 2 месяца назад +7

    ৰিনিমালৈ বহুত শুভেচ্ছা থাকিল

  • @rupalidas1185
    @rupalidas1185 2 месяца назад +2

    বহুত ভাল লাগিল আৰু এনেকুৱা ধৰণৰ কথা পাতিব চোন

  • @assamvillagefood7897
    @assamvillagefood7897 2 месяца назад +8

    এজনী সাহসী নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলোঁ, চকুপানী ওলাই গ'ল.... মই নিজেই এজনী ছোৱালী হিচাপে এখোজ আগুৱাই যাৱলৈ সাহস পালোঁ.... বহুত বহুত ধন্যবাদ দুজনকে 🙏❤️

    • @KunjalataNath-u8m
      @KunjalataNath-u8m Месяц назад +1

      তোমাৰ সাহস মানিছো ৰিনিমা