পত্নীৰ WhatsApp খুলি হতবাক স্বামী

Поделиться
HTML-код
  • Опубликовано: 24 ноя 2024

Комментарии • 354

  • @arealsoldierlife7679
    @arealsoldierlife7679 2 месяца назад +104

    কিমান দুখ লগা মানুহ জন কিমান অপমান সহিব লগা হল মানুহ জনীৰ বাবে

  • @Trilochnjmedhi
    @Trilochnjmedhi 2 месяца назад +71

    আজি লক্ষ্মীনাথ বেজবৰুৱা থকা হ'লে বুঢ়ী আইৰ প্ৰেম কাহিনী বুলি অন্য এখন গ্ৰন্থ লিখিলে হয়।

  • @অনুভৱীহৃদয়
    @অনুভৱীহৃদয় 2 месяца назад +70

    এতিয়াও মানুহগৰাকীলৈ চিন্তা কৰিছে,,,।।। এতিয়াও মানুহগৰাকীৰ কিবা হৈছে বুলি ভয় কৰিছে,,,।।। সঁচাকৈ ভাল মানুহৰ লগতেই এনেকুৱা হয়,,,, ।।।

  • @Moni88-k2n
    @Moni88-k2n 2 месяца назад +153

    আজিকালি মানুহবোৰে স্বামী থকা মহিলাবোৰক চকু নিদিয়ে কাৰন স্বামী আছে আৰু এগৰাকী বিধৱা মহিলাক জীয়াই থকাৰ অধিকাৰ কনো। নিদিয়ে ককাই ভাই ঘৰৰ মানুহ আহিলে ও অপৰাধ যদি ভুলতে ঘৰৰ আগত গাড়ী বা বাইক ৰখাই আনৰ ঘৰলৈও যায় বদনাম কিন্তু বিধৱা মহিলা গৰাকীৰে হয় নেদেখাকে নজনালকে উলিয়াই দিয়ে বিধৱা মহিলাৰ ঘৰতে সোমাই আছে বুলি কিন্তু সঁচা কথাটো এই স্বামী থকা মহিলা বোৰ মহা বদমাছ এটাৰ লগত খজুৱতি নমৰে বিধৱা বোৰৰ সমান পবিত্ৰ নাই ক'ৰবাত দুই এক ব্যতিক্ৰম হয়

    • @madhulekhaboruah4196
      @madhulekhaboruah4196 2 месяца назад +6

      Akmot

    • @KankanaKalita-fs2fr
      @KankanaKalita-fs2fr 2 месяца назад +4

      Moio akmot

    • @Assameseofficial-hq2ul
      @Assameseofficial-hq2ul 2 месяца назад +4

      Right

    • @Mekoo1234
      @Mekoo1234 2 месяца назад

      Moio.ejoni bidhoba Hou mur age 40 kintu moi mur sami k mur monot chirodin Bosai rakhisu corona t dukale 2021 t moi tak bohut bhal pao moi mur jibon tu mur mr r babe Kotai dim kintu eibur Maiki kio enekoi iman beya.kam kore

    • @User১২৩
      @User১২৩ 2 месяца назад +4

      ​@@NajimAli-ns5qjdhorkhonkari thntr khali hindu suwali buwarir uprt soku laz naikia jat

  • @pocokids320
    @pocokids320 2 месяца назад +23

    প্ৰশ্ন:- ইয়াৰ পৰা কি বুজিলা?
    উত্তৰ:- মবাইলত 1234 password 🔑 নলগাব 😂😂

    • @Pujaboro-21
      @Pujaboro-21 Месяц назад +3

      😂😂😂 thikei koisa

  • @pabitragogoi8654
    @pabitragogoi8654 2 месяца назад +50

    ছোৱালী কেইজনী মুখলৈ চাই সকলো ঠিক কৰক, পুলিচ প্ৰশাসনে

  • @ajimabegum5683
    @ajimabegum5683 2 месяца назад +12

    কিমান কষ্টকৰ জীৱন নিৰ্বাহ কৰিছে মানুহ জনে...

  • @aparajitatamuli7273
    @aparajitatamuli7273 2 месяца назад +11

    এনে তিৰুতাক অতি সোনকালে ত্যাগ কৰক আৰু তিৰোতাৰ লগতে দুখিক শাস্তি দিয়ক

  • @anupkrdas6798
    @anupkrdas6798 2 месяца назад +24

    সেইজনৰ ওচৰত আপোনাৰ পত্নী আছেনে নাই সেইটো গম লওক যদি নাই তাক থানালৈ আনাৰ ব্যৱস্থা কৰক তেতিয়া হে আচল কথা ওলাই পৰিব ।

  • @RinkuGogoiRinku-o8c
    @RinkuGogoiRinku-o8c 2 месяца назад +58

    প্ৰেম নহয়, নিকৃষ্ট যৌন আকৰ্ষণ ।

  • @jaiaiiaxom
    @jaiaiiaxom 2 месяца назад +113

    বনৰী তিৰোতা,বাদ দিয়ক এনে চৰিত্ৰহীন তিৰোতাক,ক'ত মৰে মৰকগৈ

  • @nayan.j
    @nayan.j 2 месяца назад +11

    তিৰোতাগৰাকী বেশ্যা স্বভাৱৰ আছিল৷ এনেধৰণৰ বিবাহিত মহিলাৰ বেশ্যা স্বভাৱ অপৰাধ নহয় বুলি কেইবছৰমান আগতে আইনখন বন্ধ কৰাৰ লগে লগে দিনক দিনে বেছি বাঢ়িছে৷৷যেতিয়ালৈকে আমাৰ মাজত আমেৰিকাৰ বান্দৰামিৰে অনুপ্ৰাণিত হৈ এইধৰণৰ চৰিত্ৰক ডিফেণ্ড দিয়া উদাৰবাদী/নাৰীবাদীবোৰ থাকিব, তেতিয়ালৈকে এইবোৰ দিনক দিনে বাঢ়ি যাব৷

  • @MoinaDas-v6d
    @MoinaDas-v6d 8 дней назад

    Daia. Apuna. Power. Full. Dakhi. Val.lagil.thank.u.so.much

  • @kusumbaruah2336
    @kusumbaruah2336 2 месяца назад +8

    বুঢ়া বুঢ়ী আইৰ সাধু প্ৰেম কাহিনী শুনি ভালlagil আপুনি বৰ্ত্তমান শান্তিত থাকিব

  • @LakhiDeuri-vx3ru
    @LakhiDeuri-vx3ru 2 месяца назад +23

    আপুনি এই মাইকী জনী এৰি দিয়ক এৰি দিয়াৰ আগতে এনো কোৱা কে পিঠা ভৰি পুৰা লেঙুৰা কৰি খেদি দে, এইবোৰক ৰাখি লাভ নাই।

  • @WildDiscovery-h6u
    @WildDiscovery-h6u 19 дней назад +1

    Atia story to ki holge???

  • @KamaleswarBarman-n2w
    @KamaleswarBarman-n2w 2 месяца назад +5

    দাদা আনক গালি দি লাভ নাই নিজৰেই মানুহজনী ভাল নহয়।

  • @MonikantaBoruah
    @MonikantaBoruah 2 месяца назад +4

    আপোনাৰ সাফল্য মই সুখী

  • @hirakjyoti8984
    @hirakjyoti8984 2 месяца назад +18

    Dada power full asea

  • @BoraNilash
    @BoraNilash 2 месяца назад +13

    Maiki jonir photo kiyo Dhaki Rakho ha... Ladies/Gens Sob homan hoi.....😮

  • @legendplays3
    @legendplays3 2 месяца назад +8

    Thats where man lost 💔

  • @jaishreekrisna01
    @jaishreekrisna01 2 месяца назад +5

    মানুহজনী মুখখন ভালকৈ দেখালে হে আমি দেখিলে জনাব পৰিম।

  • @ranjumabegum1390
    @ranjumabegum1390 2 месяца назад +17

    দুটা স্মাৰ্ট ফোন লগত থাকে মালিক ডিউটি যায় কাৰো ফোন নাহে।।। এটা থকাৰ পিছত ও আৰু এটা বিচাৰি নিজৰ জীৱনটো ধ্বংস কৰাৰ বাহিৰে লাভ একো নাই।।। মোৰ বয়স ও বহুত হোৱা নাই মাত্ৰ22 ভাবিছোঁ সন্তান এটা জন্ম হলে তাৰ লগত ব্যস্ত হৈ যাম ।।। সৰুৰ পৰা hs পঢ়ালৈ নিজে পঢ়াব পাৰিম।।।

  • @bipulboruah4607
    @bipulboruah4607 2 месяца назад +2

    আইতা বৰ বেয়া কাম কৰিলে ঔ😢😢

  • @RANJANSWEETHEARTBLOGS7639
    @RANJANSWEETHEARTBLOGS7639 2 месяца назад +29

    46বছৰ বয়সত বেলেগ পুৰুষৰ লগত প্ৰেম কিয় হৈছিল?মাইকীজনীৰ ভুল আছে নিজৰ স্বামীক ত্যাগ কিয় কৰিলে নিশ্চয় কিবা নহয় কিবা ৰহস্য আছে লগতে যিজনে পৰৰ পত্নীক হৰণ কৰিছে ৰাবণৰ বংশধৰ দুয়োজনৰে সমান সমান ভুল আছে

    • @hirakkalita1882
      @hirakkalita1882 2 месяца назад +6

      Server down mrise Samir xekarane gol

    • @HGNAH0
      @HGNAH0 2 месяца назад

      ​@@hirakkalita1882😂😂‌ নতুন নেটৱৰ্কৰ লগত সংযুক্ত হৈছে

    • @nilamonimanta5579
      @nilamonimanta5579 Месяц назад

      Porokiya prem

  • @SimiDeka-rp6mk
    @SimiDeka-rp6mk Месяц назад

    ইমান দুখ লাগিছে 😢

  • @harekrishnadas1807
    @harekrishnadas1807 2 месяца назад

    গৈছে যাব দিয়ক । আইনী কামখিনি কৰি থৈ দিয়ক ।

  • @Samazinnervoice5322
    @Samazinnervoice5322 2 месяца назад +4

    Always bad things happened with good people 😞 so sad.

  • @kumarsimanta8802
    @kumarsimanta8802 2 месяца назад

    পত্নীৰ প্ৰেম জনমে জনমে বদলি
    প্ৰেম পৰ পুৰুষৰ অন্তৰে অন্তৰে 😮
    প্ৰশাসনে ব্যৱস্হা গ্ৰহণ কৰক 🙏

  • @MonikantaBoruah
    @MonikantaBoruah 29 дней назад

    গগন শৰ্মাই আপোনাৰ লৈ ভয় নকৰে। কাৰণ আপোনাৰ ডেকা লৰা নাই মাইকী সুদিল্লে

  • @pathorighat
    @pathorighat 2 месяца назад

    Tair photokhon dekhuwa nai je..?

  • @nagaonexpres2484
    @nagaonexpres2484 2 месяца назад +6

    Koka jonok bohut din agot news ot chaicilu aji akou bohut din pisot dekha palu beya lagise koka jonak sai kub dukh lagise. O koka manuh jonik pale abar news kori jonabo amk paise ne nai.

  • @adventureassam5437
    @adventureassam5437 19 дней назад

    বুঢ়ী বয়সত আইতাৰ খজুৱতি নতুন ঘাহ খাব বুঢ়ী গাইয়ে

  • @rahulchoudhury2051
    @rahulchoudhury2051 2 месяца назад +1

    Tair mukh kio blur kri dse... Dekhaok sbke

  • @pratimasarma1737
    @pratimasarma1737 2 месяца назад +7

    একো বেয়া হোৱা নাই। বিজেপিৰ নেতা সকলৰ পাছে পাছে ফুৰি এই বোৰ শিকিলে।

  • @HemangaKalita-l6j
    @HemangaKalita-l6j 2 месяца назад +1

    নাম টো জানিলে বিচাৰত আমাৰো সহায় হল হৈ

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 2 месяца назад +28

    তোমাৰ গাত দোষ পৰাগ শৰ্মাক পুলিছত দিলে নাই কিয় পুলিছত দিয়া নাই আপুনি মৰি থকাই ভাল

    • @Pakhi_111
      @Pakhi_111 2 месяца назад +1

      @@digantajyotibordoloi5528 police case kori ki koribo... Khuri jonir gate 80% bhul.... Nijor family thakute aanok bea hubidha dile.... Loi juwa khura jon valei hobo sage.... Bhul karise ........ Akebare loi goise..... Aijon khuraloi jutha kori thoi jua nai.....

  • @himantavlog9815
    @himantavlog9815 2 месяца назад +3

    4th Time aijonor news salu 😂 case kimn bahile hei2 kouk.. Agor 3ta episode salu nhoi dada 😂

  • @BajWonderWorld
    @BajWonderWorld 2 месяца назад

    কি হৈ আছে আমাৰ এই সমাজত 😢😢

  • @Eyasir-f7k
    @Eyasir-f7k 2 месяца назад +3

    Morel of the story: password 1234 thobo nalage💀

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 2 месяца назад +15

    দেত তেৰিকা মোৰো পাশ্বৰ্দ নম্বৰ 1234আছিল এই ভিডিঅ'টো চাই মোৰ মানুহ গৰাকীও এতিয়া চেক কৰিব।,,,, অতি সোনকালে সলনি কৰি লম

  • @DalimiDas-u4j
    @DalimiDas-u4j 14 дней назад

    চিনেমা জগতৰ অভিনেতা অভিনেত্ৰী বিলাকে বিয়া পাতিব পাৰে আপোনাৰ মানুহ জনি কিয়নো নোৱাৰে আপুনি মাইকী এজনী আনিব নহলে ঘৰ নছলিব

  • @xmdi3687
    @xmdi3687 2 месяца назад

    প্ৰেম ৫৫ ,৬০বছৰত ও প্ৰেম জাগে সঁচা real প্ৰেম

  • @hemanta336
    @hemanta336 2 месяца назад +1

    Napai napai
    I feel bad for this person.😢

  • @bhaitisingha6063
    @bhaitisingha6063 2 месяца назад +3

    দীঘল আৰু ডাঙৰ বিচাৰি গৈছে। চিন্তা নকৰিব সূৱাদ লয় ঘূৰি আহিব

  • @puspalgogoi1363
    @puspalgogoi1363 2 месяца назад +1

    আপোনাৰ এইগৰাকী সৎ পথত নাহে আৰু হৰি নাম লোৱাৰ সময়ত মাইকী জনী লগত কিমান লাগি থাকিব বাদ দিয়ক আপুনি

  • @budhasordas3270
    @budhasordas3270 2 месяца назад +2

    যি কৰিছে ভালো কৰিছে

  • @nurulquraanofficial.channe5344
    @nurulquraanofficial.channe5344 2 месяца назад +15

    বিজেপি চৰকাৰে Mobaile phone ৰ দাম কম কৰিছে, আৰু এটা iPhone কিনি নিজৰ পত্নীক দিয়া,এতিয়া কি হল?

  • @tapandas2831
    @tapandas2831 2 месяца назад

    Sky /space politics??

  • @MonikantaBoruah
    @MonikantaBoruah 29 дней назад

    তিলিঙা মন্দিৰত চাকি জলালে বিবাহ হয় আপোনাৰ ভাগিলে পুনৰ বিয়া পাট

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 2 месяца назад +9

    1234 এইটো একেবাৰে দুৰ্বল password সেই কাৰণে তৎক্ষণাত খোলা খাই গ'ল।

  • @jdscartoon3026
    @jdscartoon3026 2 месяца назад +12

    Password ❎ Passport ✅

    • @kiddlynikha
      @kiddlynikha 2 месяца назад +12

      Hohoj sorol manuh eibur vul hby amar maa papar age r manuh hy ..

    • @riturajmohan7863
      @riturajmohan7863 2 месяца назад

      Sutmaroni heiburot dhori aso ene English t faliso toi

    • @loknathrayl5266
      @loknathrayl5266 2 месяца назад +2

      Right ✅ ​@@kiddlynikha

    • @rockstaryt6785
      @rockstaryt6785 2 месяца назад

      ​@@kiddlynikhahey😢

  • @bnjn5135
    @bnjn5135 2 месяца назад

    মানুহ জন বয়স বেছি পত্নী কম বয়সৰ গতিকে তাই ডেকা লৰা বিচৰাতো স্বাভাৱিক

  • @nboraik9726
    @nboraik9726 Месяц назад

    কিমান লাজৰ বিষয় আজিৰ এই দিনবোৰ চাব লগা হৈছে কি সংসাৰ খন পৰিৱৰ্তন হৈ গল

  • @junumonikalita9935
    @junumonikalita9935 2 месяца назад

    Ketiya o mblt 12345 anekua password thba nlge esy cmn paswrd hoi😂😂😂

  • @parthapratimdas5047
    @parthapratimdas5047 2 месяца назад +1

    আপুনি মাইকী পাগল নেকি আপুনি মাইকী এজনী আনিলক

  • @369mahadev
    @369mahadev 2 месяца назад

    Sharma😊 aru password 1234 ki hoise ebur amar homajot

  • @BituponSaikia-n5m
    @BituponSaikia-n5m 25 дней назад

    Aiber sharma he ulal nki

  • @ankush.bhai155
    @ankush.bhai155 2 месяца назад

    Password❎ passport✅

  • @RomaGoswami-v2j
    @RomaGoswami-v2j 2 месяца назад

    Ki je hove songsar দাদা

  • @apurbabaida383
    @apurbabaida383 2 месяца назад

    Hai.Ram ki hoose jogot khon.

  • @Aniltalukdarvlog
    @Aniltalukdarvlog 2 месяца назад +1

    Law bonabo lage jaate aeibur r uport action lobo pari.

  • @জয়ন্তৰামধেনু
    @জয়ন্তৰামধেনু 2 месяца назад +1

    এই মানুহ জন ঠগ পবঞ্চক

  • @localalien-f4u
    @localalien-f4u 2 месяца назад

    Photo dekha heten kobo parilu heten jodi korbat dekhu.. etiya news sai thaka aru

  • @Charsita_parasar9780
    @Charsita_parasar9780 2 месяца назад

    Apuni ari nidibo,apuner patni sage kiman kostat ase.

  • @thecoolless8256
    @thecoolless8256 2 месяца назад +4

    PIN lock❌️, Passport Lock.✅️

  • @BhaskarMohan-h1j
    @BhaskarMohan-h1j 2 месяца назад +2

    Pass port nohoi dada password

  • @Babita.k.b
    @Babita.k.b 2 месяца назад +7

    Buwari lovar besi hoise aye karone.polai jai.moha khoi mama please buwari lover huwa lora borok.jelot vora.tetiya he bhoi khabo.nhole.buwari bor.koina hbo suwalir bor burhi hbo😊

  • @MahiburRahman-c2m
    @MahiburRahman-c2m 2 месяца назад

    কপাল ভাল, দোযী জন মুছলমান নহয় !

  • @AnjaliHazarika-w3o
    @AnjaliHazarika-w3o 2 месяца назад +4

    ❤❤hoi gol.

  • @joyn12
    @joyn12 2 месяца назад

    News channel tu a teok use korise views or karone manuhjoni face tu lukuaise news tu aku value a nthakile tatkoi aitu news published kora t k nkora a vl

  • @DhurbojyotiNath-o5z
    @DhurbojyotiNath-o5z 2 месяца назад +3

    Dada maikik phone Diya porinam atiya aponi vogisa. Sai. Karona maikik katiyau uporot rakibo nalage. Maikik sodai mota tolot rakibo lage.

  • @Kun280
    @Kun280 2 месяца назад

    Ki je nhy o

  • @lgassamgaming9529
    @lgassamgaming9529 Месяц назад

    Nari tumi sonmanor jogyo kintu bishashor jogyo nohoi

  • @movieslover3627
    @movieslover3627 2 месяца назад

    Apuni niai pabo dada

  • @rafikulali4396
    @rafikulali4396 2 месяца назад +2

    প্ৰেমৰ সম্পৰ্ক,,, গতিকে কোনো একো কৰিব নোৱাৰিব ককা,,,,
    পুৰনি হ'ল, বাতৰি টো,,,

  • @pryka4
    @pryka4 2 месяца назад

    Ajiloik case tu homadhan huwai nai,ram ram

  • @4KWORLD-h9x
    @4KWORLD-h9x Месяц назад

    apuni servicing vlkoi nidile...

  • @avizombie6547
    @avizombie6547 2 месяца назад

    Bohut dukh loga

  • @Sanjaygogoiride
    @Sanjaygogoiride 2 месяца назад +1

    Heitu karone kou, besi horu swali biya patibo nalage, pasole anekua e hoi 😢😢😅

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 2 месяца назад +11

    তাইক দাত কেইটা ভাঙি দিব লাগে

  • @AbdulHakim-d7t
    @AbdulHakim-d7t Месяц назад

    পৰাগ শৰ্মা আৰু তিৰোতাজনীৰ গাত মিঞাৰ তেজ আছে ।

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 2 месяца назад +3

    Daiti apunar mux u kom nohoi.jabo diok aijoni Bonori maiki.

  • @dharmajitboruah6575
    @dharmajitboruah6575 2 месяца назад +2

    Maike pogola, tur maike jonir gat bhul ase, tur maike jonir porokiya Prem asil, toi mekhal tolot humai thak goi ja, toi mota manu nhoi, blagor lgot thoka maike joni ako ghurai lole

    • @PJD-dw1qm
      @PJD-dw1qm 2 месяца назад

      Excellent 😅😂😂

  • @HagramaHazry
    @HagramaHazry 2 месяца назад

    Nilaj aponi😊

  • @songitaborah571
    @songitaborah571 2 месяца назад +2

    Porag sarmah r kotha koi ase kintu nijor maiki bodmas hoi

  • @Gauam_Tas
    @Gauam_Tas 2 месяца назад

    Interesting very interesting. Alimony diok.

    • @pr1505
      @pr1505 2 месяца назад

      Alimony napai bupai cheat korise

  • @madhusmitasandilya1454
    @madhusmitasandilya1454 Месяц назад

    Aiyo dehi passport khuli gol😅

  • @sonusinghghatowar6678
    @sonusinghghatowar6678 2 месяца назад +1

    Asam manuh ase anor ghor honkhar borbad kori dise eman hukhi poriyatuk hekh kori dile

  • @user-bx5oq7pr8c
    @user-bx5oq7pr8c 2 месяца назад +2

    Iman bsor jiban japon korar pisot anekuwa kore 46 t anekuwa
    30 and 35 and 25 kio nopolabo aru

  • @nitulgogoi753
    @nitulgogoi753 2 месяца назад +1

    Password 1234 dibo nalagisil

  • @gaganborah8907
    @gaganborah8907 2 месяца назад

    Aitu ekebare biddho prem hoi goise 😊😅

  • @karabikarabihandique3320
    @karabikarabihandique3320 2 месяца назад +3

    Toiu bor val manuh nhy bupai sakori dim buli poisa bisari furo je Atia kene 100 goru marile baghoru mituyo. Moi tuk Dibrugarh T sini palu monot pelai sa moi kun...

    • @prayashpatgiri7254
      @prayashpatgiri7254 2 месяца назад +1

      Xosai de bhagawane o te ekhteok enekoi xasti dse..

  • @dekhoviralshorts
    @dekhoviralshorts 2 месяца назад

    pasport lock😮😮

  • @highspeed1513
    @highspeed1513 2 месяца назад

    পত্নীৰ দাম আছে, নেৰিব, টেষ্ট বেছি কিজানি

  • @mridulkbora5349
    @mridulkbora5349 2 месяца назад +4

    মহাশই আপোনাৰ কথাৰ কুবত তিৰি ভাগিছে,

  • @Voklandu
    @Voklandu 2 месяца назад

    Dukh loga kolijugr ghotona💔

  • @অসমীয়াপৰিয়াল
    @অসমীয়াপৰিয়াল 2 месяца назад +2

    বাতৰি নাই নি ? পুৰণি বাতৰি প্ৰচাৰ কৰি আছে ?

    • @BhabaniMoran
      @BhabaniMoran 2 месяца назад

      Hoi aagor hoi news aitu moiu saisilu aagote

  • @Contentssss
    @Contentssss 2 месяца назад +1

    Mozza loi ase , ghoinek a, pura ratti mozza loi ase, koka

  • @Bonpalashi-c6n
    @Bonpalashi-c6n 2 месяца назад

    হাই কি সমস্যা।।