মুছলমানক মিঞা প্ৰসংগৰে নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল আলফা স্বাধীন

Поделиться
HTML-код
  • Опубликовано: 13 сен 2024
  • #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
    Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

Комментарии • 2,9 тыс.

  • @madhurjyamahanta
    @madhurjyamahanta 18 дней назад +183

    ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই । সকলো অপৰাধীয়েই সমানে চৰম শাস্তি পোৱা উচিত ।

    • @JwngsarBasumatary-e5g
      @JwngsarBasumatary-e5g 17 дней назад +2

      Miya mano bilak kio miya sowali aa ci , kiyo hindo sowali kiya lagi , .....

    • @JwngsarBasumatary-e5g
      @JwngsarBasumatary-e5g 17 дней назад +2

      Ulfa ,poris sir ,a bangladec aace na he karo ni ,na ki , but de 2daliya aro kam nai ,only drama ,

    • @pbarman7369
      @pbarman7369 17 дней назад +2

      Hoy neki...kindly data check kori sabo...2 number'i bea kaam kune besi kore...

    • @dinabandhu9827
      @dinabandhu9827 16 дней назад

      ধৰ্ষন কাৰীৰ ধৰ্ম নাই কিন্তু ধৰা পৰাৰ পিছত ধৰ্ষন কাৰী জন মুছলমান বুলি প্ৰমানিত হয়.... Ok? 95% rapists are belong to this special community....

    • @SlowedSuhel
      @SlowedSuhel 15 дней назад

      ​@@pbarman7369 Himanta cm a🤣

  • @ankurgogoivlogs7035
    @ankurgogoivlogs7035 18 дней назад +592

    অপৰাধী কোনো ধৰ্ম নাই যিয়ে অপৰাধ কৰে তাক ফাচি দিয়ক 🙏

    • @NkNk-jl7dm
      @NkNk-jl7dm 18 дней назад +11

      😂 de aar

    • @jintucreationxyz
      @jintucreationxyz 18 дней назад +5

      Mulalmanor dhormo.. nai majhob he ase xeikarone aporadhir dhormo.. nai kintu majhob ase..

    • @Manuram07
      @Manuram07 18 дней назад

      Sb miya rape kra bilk

    • @Jerifulslam
      @Jerifulslam 18 дней назад +1

      R,n

    • @sportstalk3521
      @sportstalk3521 18 дней назад +2

      Boi eksoda tur news

  • @ProbalKhataniar
    @ProbalKhataniar 18 дней назад +758

    অপৰাধী সদায় অপৰাধীয়ে সি হিন্দু বা মুছলিম যি নওক লাগে,সকোলোৱে শাস্তি পাব লাগে।

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 18 дней назад

      বাল কথা কব আহিছ" চেকুলাৰৰ জাত

    • @BasirAli-g5r
      @BasirAli-g5r 18 дней назад +12

      Right bro

    • @rahamanali235
      @rahamanali235 18 дней назад +4

      Xur bodlise dekhun

    • @JLI321
      @JLI321 18 дней назад +4

      Right kotha kuwar babe pronam🎉❤

    • @RafiulAli-fq7yb
      @RafiulAli-fq7yb 18 дней назад +2

      Right,

  • @contactsnumbersave5329
    @contactsnumbersave5329 16 дней назад +40

    যি সকল দোষী আৰু অপৰাধ কৰিছে তেওঁলোকক শাস্তি দিয়া উচিত, সেয়া হিন্দু ধৰ্মই হওক বা মুছলমান ধৰ্মই হওক, যি ধৰ্মৰেই নহওক কিয়, তেওঁলোকক শাস্তি দিয়া উচিত।

  • @mkmixvlog1128
    @mkmixvlog1128 16 дней назад +78

    এজন প্ৰকৃত জ্ঞানি মানুহ কেতিয়াও বেলেগ ধৰ্মক অপমান বা দোষী বুলি সাব্যস্ত নকৰে। অপৰাধ কৰা মানুহক অপৰাধী বুলি কোৱা হয় সি যিকোনো ধৰ্মৰে হওঁক। সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ এনেকুৱা কৰে এচাম মানুহে.... পৰেশ বৰুৱা সকলো বুজি পায়। Thank u PB

    • @nazneenwahab2146
      @nazneenwahab2146 13 дней назад

      Absolutely right 👍

    • @Baba-ic4un
      @Baba-ic4un 13 дней назад

      99.99% un designated terr**ist Musalman aru ki kobo baki ase..... Aru tur montobyo tur kotit humai tho..... Jidina Tur ghorot jui lagibo heidina tuk Miya bosabo najai....

  • @sintuhazorika9199
    @sintuhazorika9199 18 дней назад +168

    স্মাৰ্ট মিটাৰৰ কাহিনি লুকুৱাবৰ কাৰণে কৰা উপায় মিয়া মিয়া

    • @mamonichetia306
      @mamonichetia306 17 дней назад +5

      একেবাৰেই সঁচা

    • @user-co4lh6ge4e
      @user-co4lh6ge4e 16 дней назад +4

      Hoi ako sab burbok hoi goise education😂nai je

    • @MithuDutta-w9p
      @MithuDutta-w9p 15 дней назад +1

      Ryt

    • @dhrubajoel8024
      @dhrubajoel8024 15 дней назад

      Right

    • @Assamcreation3.0
      @Assamcreation3.0 15 дней назад

      Rape case kaita ki himantai korise nki....?
      Politics thakilau ji korise valai korise kin2👍

  • @BabuBabu-fe2zs
    @BabuBabu-fe2zs 18 дней назад +314

    এই বোৰ ৰ পৰা প্ৰমাণ এটাই হৈছে ।। মুখ্য মন্ত্ৰী মাটি কেলেংকাৰি টো বাতৰি টো একেবাৰে ঢাকি পেলোৱা হল ।।

  • @nayankumarpawe2671
    @nayankumarpawe2671 18 дней назад +159

    আলফা স্বাধীনে কোনো পক্ষ লোৱা নাই অশান্ত অসমক শান্তি কৰিবলৈ প্ৰচেষ্টা লৈছে। খুব সুন্দৰ বাৰ্তা।

    • @maniknath8661
      @maniknath8661 13 дней назад

      Ulfa kun hoi .ulfar bapekor naki

  • @alauddinmondal920
    @alauddinmondal920 14 дней назад +45

    আলফা স্বাধীনক ছেলুট জনাইছোঁ।

  • @mohammedahad293
    @mohammedahad293 17 дней назад +14

    ধন্যবাদ। অভিনন্দন গ্ৰহণ কৰিব বৰুৱা ডাঙৰীয়া। আপোনাৰ বক্তব্য সছাঁকৈ প্ৰশংসনীয়। দীৰ্ঘ আয়ু কামনা কৰিলো।

  • @DibesharBora
    @DibesharBora 18 дней назад +303

    অপৰাধিৰ লগত কোনো জাতি বা মুছলিম বুলি কথা নাই, অপৰাধি সদায়ে অপৰাধি ধন্যবাদ

    • @jintucreationxyz
      @jintucreationxyz 18 дней назад

      😂😂😂😂

    • @user-td5bn9lp7j
      @user-td5bn9lp7j 18 дней назад +2

      কিন্তু 99% অপৰাধি মুছলমান কিয় হয়

    • @bhargabpratimkashyap6260
      @bhargabpratimkashyap6260 18 дней назад +1

      Axamiyat burk nedekhai

    • @Sunriseak47
      @Sunriseak47 18 дней назад +2

      ​@@user-td5bn9lp7jbaki bur tohote nedekho sage

    • @hujintao990
      @hujintao990 18 дней назад +1

      হয় আলফাও অপৰাধী

  • @hemabaruah5890
    @hemabaruah5890 18 дней назад +199

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক নমস্কাৰ জনাইছো৷এই বিষয়টিৰ বিষয়ে আপুনি যি পদক্ষেপ লৈছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো৷

    • @lkgogoisworld7191
      @lkgogoisworld7191 18 дней назад

      সচাঁই অসমক উজনি নামনি পাহাৰ ভেয়াম হিন্দু মুছলমান আদি ভাগ ভাগ কৰাসকল জাতীয়বাদী

    • @jintucreationxyz
      @jintucreationxyz 18 дней назад

      ই এটা, মুছলিমৰ দালাল..

    • @theunlimitedpower12
      @theunlimitedpower12 18 дней назад +1

      😂😂😂😂

    • @MizanurRahman-it5yw
      @MizanurRahman-it5yw 18 дней назад

      ​@@theunlimitedpower12Tur pir pir koi jolise

    • @drsajidulIslam
      @drsajidulIslam 18 дней назад

      Ata ktha buji napalu apuni hindu ne muslim but moi blood or uporot gurotto dew .ktha to xudilu karon Baruah thaka manuhbilak Muslim hoi neki

  • @AnantaBorah-q6j
    @AnantaBorah-q6j 18 дней назад +160

    অসমত বিদেশী বাংলাদেশী বহিস্কাৰ হোৱাটো সকলো অসমৰ খিলঞ্জীয়াই বিছাৰে, কিন্তু তাত পলিটিক্স হব নালাগে। আমাৰ খিলঞ্জীয়া ভুমি পুত্ৰ মুছলমান সকল আমাৰেই ভাই ককাই যাতে তাক লৈ জাতীয় সংগঠন বোৰে ৰাজনীতি নকৰে!! বিদেশী বহিস্কাৰ কৰক কিন্তু আমাৰ খিলঞ্জীয়া মুছলমানৰ যাতে একো ব্যাঘাত নজন্মে তাক লক্ষ্য কৰিব লাগিব

    • @Tech_MD_85
      @Tech_MD_85 18 дней назад

      Bhal koisa

    • @codingninjas4609
      @codingninjas4609 17 дней назад +2

      Lol learn history of Assam. There is no indigenous Muslim in prayagjyotispur

    • @mr.hindustaniblog3731
      @mr.hindustaniblog3731 16 дней назад

      You are right

    • @travelwithjoyy4558
      @travelwithjoyy4558 15 дней назад

      ​@@codingninjas4609apuni atiau xotya jog t ai jiyai ase neki

    • @rax_783
      @rax_783 15 дней назад

      ​@@codingninjas4609 freedom fight ot tor grandfather okol jog disil no??

  • @rejaulahmed6500
    @rejaulahmed6500 14 дней назад +71

    পৰেশ বৰুৱা মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতক
    কোটি কোটি প্ৰণাম জনালোঁ ।

    • @MehbubDewan
      @MehbubDewan 12 дней назад

      😊😊😊😊😊😊😊😊

    • @MehbubDewan
      @MehbubDewan 12 дней назад

      P😊😊😊😊😊😊😊😊😊😊😊,

    • @_Indian_Dark_meme
      @_Indian_Dark_meme 11 дней назад

      Tar bari. Dal selek jaa 😂.....

  • @BabaGohain-wm3db
    @BabaGohain-wm3db 15 дней назад +42

    আলফা (স্বাঃ)ৰ সভাপতি ডাঙৰীয়াৰ বক্তৱ্যক পূৰ্ণ সমৰ্থন জনালো।

  • @surendrasurendra6163
    @surendrasurendra6163 18 дней назад +128

    পৰেশ বৰুৱাই যি পদক্ষেপ লৈছে ভালেই কৰিছে। পৰেশ বৰুৱা পদক্ষেপ ক সমৰ্থন জনাইছো। জয় আই অসম।

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 18 дней назад

      বাল সমৰ্থন জনাম এই জঙ্গলী কেইটাৰ কথাত....আৰু তোক জয় আই অসম কবলৈ কোনে অধিকাৰ দিলে!তই সেই জঙ্গলী কেইটাৰ দৰেই "জয় আই বাংলাদেশ আৰু বাংলাদেশী" বুলি কবি 😡😡

  • @SaddamHussain-ow5cd
    @SaddamHussain-ow5cd 18 дней назад +169

    Right sir অপৰাধীৰ কোনো ধৰ্ম নাই

    • @dinabandhu9827
      @dinabandhu9827 16 дней назад

      কিন্তু অপৰাধীৰ পৰিমাণ ৯৫ % মুছলমান..... Court আৰু জেলত গলে ইয়াৰ আচল data পোৱা যায়

    • @user-sq1go9yb7x
      @user-sq1go9yb7x 16 дней назад

      Bl ko tohotork guli kori maribo lage . Miya bangal ct

    • @EmolG444
      @EmolG444 15 дней назад +4

      Hoi but hokolu aporadhi ata dharmar porai ulai kio 😏

    • @sudirsingh1652
      @sudirsingh1652 15 дней назад +1

      Genta kobo ahisa

    • @dinabandhu9827
      @dinabandhu9827 15 дней назад +2

      @@SaddamHussain-ow5cd অপৰাধীৰ কোনো ধৰ্ম নাই কিন্তু আপৰাধী মাত্ৰ এটা ধৰ্মতেই পোৱা যায় 😂😂

  • @khairuz4355
    @khairuz4355 18 дней назад +190

    পৰেশ বৰুৱা লৈ ধন্যবাদ থাকিল । অপৰাধীক ধৰ্মীয় দৃষ্টিভঙ্গীৰে চোৱাৰ পৰম্পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে আৰাম্ভ কৰিছে। এখন ৰাজ্যৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী য়ে সকলো ধৰ্মৰ মানহক সমান চকুৰে চোৱাটো উচিত। এয়া আমাৰ বাবে সঁচাকৈয়ে দূৰ্ভাগ্যজনক।

  • @monjilmusic9534
    @monjilmusic9534 17 дней назад +65

    পৰেশ বৰুৱাক ধন্যবাদ জনাইছো মিঞা জনগোষ্ঠীৰ পৰা।

    • @dinabandhu9827
      @dinabandhu9827 16 дней назад +2

      কাগজ পত্ৰ সাজু কৰি থৈ দে আৰু NRC হব তহঁতৰ কেলা

    • @monjilmusic9534
      @monjilmusic9534 16 дней назад

      @@dinabandhu9827 এই মাদাৰচোদ কথা ভালকেই ক'বি।আমি মিঞা হয়।মিঞা এতিয়াওঁ চিনি পোৱা নাই।উজনি অসমৰ পৰা নামি আহি নামনি অসমত আহি দম দে কেলা তহঁতক এটা এটাকৈ পিচ পিচ কৰি কাটিম।আমি মিঞা সেই তহঁতৰ বালৰ হিমন্তক ভয় নকৰো।আমাৰ NRC নালাগে আমি এনেই অসম একেবাৰেই দখল কৰি ল'ম।তালিবানে যেনেকৈ আফগানিস্তান দখল কৰিছে আমি মিঞাই অসম দখল কৰি ল'ম এইটো ফাইনেল কথা।অসমত আহোমৰ অস্তিত্ব নোহোৱা কৰিম।আহোম কেৱল অসমতেই আছে কিন্তু আমাৰ কেৱল অসমতেই নাই আৰু অন্যান্য দেশতো আছে।কেইটামান আহোমে মিঞাৰ কি ঘণ্টাডাল কৰিবি।আমি মিঞা অসমতেই 40%আছো।যুদ্ধ লাগিলে বাহিৰৰ পৰা আৰু 60 %ভাড়া কৰিম আৰু তহঁতক একেবাৰে অসমৰ পৰা ধূলিসাৎ কৰিম।বেছি উৎপাত কৰি আছা কৰি থাক এটা সময়ত তহঁতৰ বিপদ নিশ্চিত হ'বই।

    • @dkkoushikpuwali6603
      @dkkoushikpuwali6603 16 дней назад +1

      Boka suda hoi toi dom ase jodi reply koribi laura

    • @user-dm9ul5yz7m
      @user-dm9ul5yz7m 16 дней назад +1

      miya kela jonagosthi neki

    • @h.igamer4154
      @h.igamer4154 15 дней назад +2

      Chet miya , moi axomiya musolman , jai aai axom

  • @eyakubali336
    @eyakubali336 9 дней назад +1

    ধন্যবাদ , কোটি কোটি ধন্যবাদ , আমাৰ সমাজত সকলো সমান , আমাৰ দেশৰ সকলো ৱে শান্তি ত থকাতো আমি ‌সকলোৱেই বিছাৰো ‌ , আমি ‌সকলোৱেই খিলঞ্জীয়া অসমীয়া যদি বিদেশী ‌আছে চৰকাৰে। ,,,,,জয় আই অসম।

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 18 дней назад +250

    কথাটো ঠিকেই খিলঞ্জীয়া মুছলমানৰ অসমীয়া জাতি আৰু ভাষাৰ ক্ষেত্ৰত অৱদান আছে

    • @starprinters3810
      @starprinters3810 18 дней назад +1

      I s😊uport ulfa speech,Let the Assam peaceful.

    • @user-ls4ok6dj4i
      @user-ls4ok6dj4i 18 дней назад

      Asay but sob Miya muslim rapist nohoy.rapist hokolok rastat Ani fasi diyok

    • @nayan.j
      @nayan.j 18 дней назад +9

      অহ আৰু প্ৰতিবাদ বাংলাদেশী মিয়াৰ বিৰুদ্ধেহে হৈ আছে৷
      মাত্ৰ এচাম সুবিধাবাদী মিয়াৰ দালাল, যিয়ে ভালদৰে জানে যে এই আৱৰ্জনাবোৰ নিজৰ প্ৰিয় ৰাজনৈতিক দলটোৰ বাবে ভোট বেংক, সিহঁতেহে খিলঞ্জীয়া মুছলিমক এনেধৰণে কোৱা বুলি বিপথে পৰিচালিত কৰি আছে৷ এই মিয়াক বহাবলৈ এইবোৰ দালালে নিজৰ কৃষ্টি-সংস্কৃতি দলিয়াই দিবলৈ কুন্ঠাবোধ নকৰে৷

    • @Li-gz8un
      @Li-gz8un 18 дней назад

      চল এবার আমরা ভাষা পাল্টাই

    • @Crezy_boy45
      @Crezy_boy45 18 дней назад

      Khilongia musolmanor kotha eyat kio ahil

  • @user-ln1cz7xy9d
    @user-ln1cz7xy9d 18 дней назад +152

    আপুনি ঠিক কথা কৈছে ।ধৰ্ষনকাৰী অপৰাধীয়ে । কেৱল মিঞাই ধৰ্ষন কৰা শহুৰেকে শিক্ষক পুজাৰী মমায়েক তেওঁলোকটো হিন্দু

    • @saratkalita6468
      @saratkalita6468 18 дней назад +1

      aikhon assam hoi

    • @Dchutia-xy5zl
      @Dchutia-xy5zl 18 дней назад

      লেওৰা মিঞা....তহঁতক ঘেন্টাও খাতিৰ নকৰে অসমীয়াই!সময়ত তহঁতৰ উটপাত বেছি হলে আইন হাতত তুলি হলেও তহঁতক পিটি পিটি পিঠি ফালি উজনিৰ পৰা খেদাৰ বৱস্হা কৰিং

    • @hanseali1924
      @hanseali1924 18 дней назад

      ​@@saratkalita6468gomei powa naselu

    • @Rahul-tk6lo
      @Rahul-tk6lo 18 дней назад

      ​​​@@saratkalita6468সেইকাৰণে ধৰ্ষণ কেৱল অসমী়য়া হে কৰিব 😢,,,, মিয়াই কিয় কৰিব 😂

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 18 дней назад

      ​@@saratkalita6468hosa kotha , eixon oxom....tumi thoka xon Gujrat sage 🤔

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 18 дней назад +126

    নমস্কাৰ সেনাধ্যক্ষ মহোদয় ৷আপুনি যথা সময়ত হস্তক্ষেপ কৰা বাবে আমি উশাহ লব পাৰিছো ৷ধন্যবাদ মহোদয় ৷আপুনি দীৰ্ঘায়ু হওক ৷

  • @monuwarabegum6472
    @monuwarabegum6472 7 дней назад +1

    পৰেশ বৰুৱা মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @JakariaAlom-rp1bw
    @JakariaAlom-rp1bw 12 дней назад +1

    পৰেশ বৰুৱা দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।।

  • @lgameplay6771
    @lgameplay6771 18 дней назад +42

    আমি অসমীয়া সদায় সত্যৰ পক্ষত থাকো,,সত্য সদায় জয় ,,জয় আই অসম ,,,,,মোৰ কবলগা এইটোৱেই যে পৰেশ বৰুৱা দাঙৰিয়া খিলঞ্জীয়া মুছলমান অসমীয়া জাতি তাৰ বাবে মাতমতাৰ কাৰনে,,ধন্যবাদ,দাঙৰিয়া

  • @njyotinjyoti7541
    @njyotinjyoti7541 18 дней назад +19

    পৰেশ বৰুৱা মহাশয় সত্য ৰঞ্জন বৰাই বেয়াকৈ কৈছে ঠিকনা লগাব লাগে।ভাল লাগিব

  • @om6083
    @om6083 18 дней назад +83

    আলফা স্বাধীনে আগতে উপযুক্ত পদক্ষেপ ল'লে,,,, অসমত মিঞাৰ দপদপনি নহ'ল হেঁতেন 🙏🙏🙏🙏🙏

    • @babuldas4341
      @babuldas4341 18 дней назад

      ঠিক
      কিয় লব 😂

    • @s.a.m7680
      @s.a.m7680 18 дней назад +1

      Hojair case tu Hindu Bengali ya korise Kando tu ....abar sailobi....suali tu Hindu asil...

    • @junmonni3390
      @junmonni3390 18 дней назад +3

      Miya ajir ei situation babe ulfa Bahu parimane dayee.

    • @digantakaibarta3940
      @digantakaibarta3940 18 дней назад +1

      মেইন দালাল হৈছে আমাৰ অসমৰ অসমীয়া মানুহে ,কি কৰিছে পৰেশ বৰুৱাই অসমৰ হৈ চাৰিওফালে কেবল অনা-অসমীয়াৰ দপদপনি

    • @Mukund-o7y
      @Mukund-o7y 18 дней назад

      Hoi

  • @amritkalita7315
    @amritkalita7315 17 дней назад +10

    শান্তি সম্ৰতি অটুত ৰাখিবলৈ সকলো অসমিয়ালৈ অনুৰুধ জনালো ।

  • @FirozNobi-pf8hs
    @FirozNobi-pf8hs 7 дней назад +1

    পৰেশ বৰুৱা ডাঙৰীয়াৰ এই মন্তব্যক আমি অন্তরর পৰা স্বাগতম জনাইছো।

  • @user-or7fc5qk9q
    @user-or7fc5qk9q 18 дней назад +110

    আলফা চাধিন 100% সুদ্ধ যুক্তি দঙি ধৰিছে

  • @RamchandraKalita-by4zo
    @RamchandraKalita-by4zo 18 дней назад +44

    কোনো খিলঞ্জীয়া মুছলমানৰ ওপৰত নিৰ্যাতন বা অত্যাচাৰ হোৱা নাই। আপুনি কি বকি আছে এইবোৰ । বাংলা দেশীৰ স্বাৰ্থত লাগি আছা। কেইটামান লৈছা টকা।নহলে ইমান নিচিঞৰিলি হয় । বাংলা দেশীয়ে যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত আক্ৰমণ কৰি আছে দেখা নাই নেকি ।টেটশিক্ষয়তী পৰ্যন্ত সাৰি যোৱা নাই সিহতৰ পৰা।বলাৎকাৰ হত্যা হিংসা চোৰ ডকাইত কি কৰা নাই সিহতে ।

    • @user75677
      @user75677 17 дней назад +2

      নালাগিব কিয় তেওঁ বাংলাদেশীৰ লগতে থাকি থাকি ল’ৰাছোৱালী বাহিৰত পঢ়াইছে ৷ আমাৰ অসমীয়াৰ বাবে কৰিলে কি তেওঁ

  • @kamrupassam3683
    @kamrupassam3683 18 дней назад +44

    নিশ্চয় । কিছুমান হিন্দুত্ববাদি সংগঠনে অসমখনক ৰক্তাক্ত কৰিব বিচাৰি আছে ।

  • @JakirMondal-kc7qu
    @JakirMondal-kc7qu 11 дней назад +1

    ধন্যবাদ মি: বৰুৱা আপোনালৈ

  • @ajitbordoloi4217
    @ajitbordoloi4217 16 дней назад +18

    এটা সময়ত বাংলাদেশী মিঞা উৎপাতত অসমৰ খিলঞ্জীয়া মানুহ শান্তিত থাকিব নোৱাৰিব, বহু দুখীয়া মানুহৰ গৰু চোৰ কৰি মানুহৰ আর্থিক অবস্থা শোচনীয় কৰি পেলাইছে, বৰুৱা ছাৰে মিঞা অধ্যুষিত এলেকাৰ বোৰত গৈ অসমীয়া মানুহ খিনিয়ে কি পৰিস্থিতি ভূগি থাকে সেয়া খবৰ লওক, ইয়াত মই আমাৰ খিলঞ্জীয়া মুছলিম ককাই ভাই সকলক কোৱা নাই

    • @bidyutbaruah8722
      @bidyutbaruah8722 15 дней назад

      Ulfa e politics arombho korise. Eman dine Miyai kora otyasar r biporite ulfa e maat kiyo mota nasil? Nije bangladesh r asroy loi ase babe voy hoise Paresh Barua r

    • @Musafir78r
      @Musafir78r 14 дней назад

      Apuni najane ai bixoy apuni ahi sai jauk musalman or majot kane asu ami axomiya

    • @KaushikKumar-ty8mr
      @KaushikKumar-ty8mr 9 дней назад

      ঠিক কৈছে, যেতিয়া নিজৰ ঠাই খিনি মিঞাৰ উৎপাতত এৰি যাব লাগিব তেতিয়া বুজিব প্ৰত্যেক জনে

  • @rajusarma9691
    @rajusarma9691 18 дней назад +79

    সচাঁ কথা কইছে। মুচলমান লোক সকল সচেতনতা বৃদ্ধি কৰক।

  • @Arib.7863
    @Arib.7863 18 дней назад +29

    জয় আই অসম 🙏🙏আমি সকলোৱে অসমীয়া হয়.

  • @nayankumarpawe2671
    @nayankumarpawe2671 18 дней назад +37

    পৰেশ বৰুৱা দেৱে অসম খন শান্তিত থাকক বুলিয়ে। সিদ্ধান্ত লৈছে।

    • @user75677
      @user75677 17 дней назад +3

      শান্তিত থাকক বুলি নহয় নিজৰ স্বাৰ্থত হে তেনেকৈ কৈছে ৷ অসমীয়াৰ ভালৰ কাৰণে কিমান কি কৰিলে তেওঁ ? চকুৰ আগতে নিজৰেই বাইভনীক ধৰ্ষণ হত্যা কৰা দেখিও একো কৰিব পৰা নাই ৷

    • @Ar-um3dt
      @Ar-um3dt 17 дней назад

      ​@@user75677bhai axom t krne xanti bisare krne emn year dhori habi t asai bujisa

  • @AbdulJalil-eb2km
    @AbdulJalil-eb2km 17 дней назад +3

    তেখেতে সাংবিধানিক আৰু ঐতিহাসিক অসমৰ শান্তি শৃংখলা বজাই ৰখাৰ বাৰ্তা পেৰণ কৰিছে।ধনঃ

  • @ZamalUddin-hm4di
    @ZamalUddin-hm4di 12 дней назад +1

    আলফা স্বাধীনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @taradoi7957
    @taradoi7957 18 дней назад +38

    মই ভাৱিবলৈ বাধ্য হৈছো মানুহবোৰৰ কি হৈছে ।নৈতিকতা ,মানৱতা দেখোন হেৰাই গল ।ইফালে যদি নাৰী ধষন' আনফালে মিঞাৰ হিন্দুৰ বিভেদৰ আস্ফালন ।কি হৈছে বাৰু ? ঐক্যৰ মাজত অনৈক্যৰ বীজ সিচা হৈছে যিটো অতি ঘৃননীয় কথা হৈছে ।সকলোৱে সংযমী হবলৈ চেষ্টা কৰক ।

    • @MinhajulIslam-p2b
      @MinhajulIslam-p2b 18 дней назад

      Rajotto dhori rakhibor babe mamai rajniti nokori dhorniti kori ase

    • @bbsgaming5156
      @bbsgaming5156 18 дней назад +1

      শীতল যুদ্ধ চলি আছে সকলোৱে নিজৰ বাবে কাম কৰিছে অসমৰ পক্ষ্যত কোনো নাই

  • @mijanurmusiccompany4194
    @mijanurmusiccompany4194 18 дней назад +48

    কথাবোৰ বহুত গুৰুত্বপূৰ্ণ। মিয়া বুলি কোৱা শব্দটো মুছলমান নহয় নেকি। ধন্যবাদ

    • @whatgamer3820
      @whatgamer3820 18 дней назад +1

      মুচলমানৰ মাজত মিঞা বুলি কিবা সম্প্ৰদায় আছে নেকি বাৰু মই হ'লে নেজানো মিঞা শব্দটো মুচলমানৰ এটা সন্মানজনক শব্দ বুলিহে শুনিছো।

    • @mijanurmusiccompany4194
      @mijanurmusiccompany4194 18 дней назад

      @@whatgamer3820 তোমাৰ জন্ম ক'ত । তাৰ পিছত বুজায় দিম। ধন্যবাদ

  • @ShankarBiswakarma-iw3vt
    @ShankarBiswakarma-iw3vt 18 дней назад +58

    আপুনি অলপ লাহেকৈ কলেও আমি শুনি আছোঁ ইমান ডাঙৰকৈ চিঞৰা কি দৰকাৰ

  • @omoronfire-c8f
    @omoronfire-c8f 8 дней назад +1

    আহক সকলো মানুহে মিলিজুলি বসবাস করো ❤

  • @BroA.KTANTI
    @BroA.KTANTI 12 дней назад

    Good job পৰেশবৰুৱা sir Godblessyou

  • @_mujibur830
    @_mujibur830 18 дней назад +30

    হয় কিছুমান মানুহে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিছাৰিছে

  • @brajengohain8983
    @brajengohain8983 18 дней назад +22

    পৰেশ বৰুৱা এতিয়া আসমিয়া হৈ থকা নাই

  • @mithunpegu5935
    @mithunpegu5935 18 дней назад +38

    সঠিক সিদ্ধান্ত ।

  • @diptidas9583
    @diptidas9583 17 дней назад +3

    অপৰাধী সদায় অপৰাধী ইয়াত হিন্দু মুছলিম নাইবা খৃষ্টান ধৰ্মালম্বী একো নহ'ব। সদায় নিৰপেক্ষ হ'ব ‌লাগে।

  • @HussinAhmad-k3t
    @HussinAhmad-k3t 15 дней назад

    Thank you DADA

  • @user-tw7qn7os4y
    @user-tw7qn7os4y 18 дней назад +22

    অপৰাধী সদায় অপৰাধী হিন্দু /মুছলমান নাই ৷ মিঞাৰ দ্বৰে কামত আমাৰ যোগ্যতা নাই বাবে মিঞা ইমান আগবাঢ়িল ৷ নিজৰ যোগ্যতাৰে মিয়াক প্ৰতিহত কৰক ৷ যঠি জোঙেৰে নহয় ৷আমি যোগ্য হলে মিঞা এদিন আপুনি অসমৰ পৰা যাবগৈ ৷

    • @dilipk.bordoloi5758
      @dilipk.bordoloi5758 16 дней назад +2

      কথাটো হয়ো আৰু নহয়ো ৷ আমি যোগ্য হও মানে তেওঁলোক আৰু বেছি যোগ্য হৈ নেযাব জানো ? … …

    • @giasuddinahmed9756
      @giasuddinahmed9756 16 дней назад

      মিয়া ভাৰতীয়। মিয়া কতো নাযায়। মিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়।

  • @devigita752
    @devigita752 18 дней назад +22

    জাতি ভেদ কৰি কি লাভ দুখিয়ে উচিত শাস্তি পাব লাগে সকলো জাতি মানুহ একলগ হৈ সকলো একলগ হৈ দুখিক উচিত শাস্তি প্রদান কৰিব লাগে

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 18 дней назад +11

    পৰেশ বৰুৱা দাঙৰিয়াক ধন্যবাদ জনাইছোঁ
    অপৰাধিৰ কোনো ধৰ্ম নাই

  • @AffectionateBaseballEqui-wi4yy
    @AffectionateBaseballEqui-wi4yy 13 дней назад +1

    Super thank u

  • @RajuChoudhury02
    @RajuChoudhury02 13 дней назад

    Right now I am proud of you Alpha❤❤❤❤❤

  • @RubulDutta-i4d
    @RubulDutta-i4d 18 дней назад +30

    Sir thank you

  • @pulakjn9090
    @pulakjn9090 18 дней назад +9

    মুচলমান মানুহবোৰে অলপ ভুল বুজিলে! এইয়া মিয়া বিৰোধি নহয় বাংলাদেশী বিৰোধি হে!

    • @KingKhan-x4x4c
      @KingKhan-x4x4c 15 дней назад

      Tente Bangladeshi birudhi buli andulon korok amiu support korim..... Miya birudhi koi anudulon kio koribo ... Sob Bangladeshi nhoi

    • @bolinkhataniar5821
      @bolinkhataniar5821 13 дней назад

      ​@@KingKhan-x4x4cbihari marowarir pora ketiya axomor dukaniye jega lobo.

  • @hmchannel8749
    @hmchannel8749 18 дней назад +8

    Right 👍❤

  • @babunagaon3977
    @babunagaon3977 15 дней назад

    Dhannyabad sir

  • @AbdulBarik-rk9yy
    @AbdulBarik-rk9yy 15 дней назад

    Dhonyobad Porash Boruwa

  • @user-kf3zh7gc6s
    @user-kf3zh7gc6s 18 дней назад +9

    মহাশয় সঠিক সময়ত সঠিৰ সিদ্ধান্ত

  • @AtaurRahman-en3hw
    @AtaurRahman-en3hw 18 дней назад +40

    ছেলুট

  • @HafizAminulIslam
    @HafizAminulIslam 18 дней назад +32

    Thank you poresh boruwa sir

  • @AfjalurRohman-rj8rp
    @AfjalurRohman-rj8rp 2 дня назад

    Absolutely right

  • @ImranAli-so3ym
    @ImranAli-so3ym 16 дней назад +1

    ❤❤❤❤

  • @aftararohman8091
    @aftararohman8091 18 дней назад +10

    Thank you so much sir 🙏

  • @GiasuddinAhmed-wn4nw
    @GiasuddinAhmed-wn4nw 18 дней назад +24

    You are right.thanks

  • @BharatPegu-t2u
    @BharatPegu-t2u 18 дней назад +40

    ভাল কথা হৈছে সকলো সমান

  • @GautamBhattacharyya-lt7xp
    @GautamBhattacharyya-lt7xp 15 дней назад

    I also support this view. Thank you.

  • @youtubeallvideo
    @youtubeallvideo 18 дней назад +4

    Assam jindabad India jindabad ❤🎉

  • @masuraahmed4735
    @masuraahmed4735 18 дней назад +6

    Good sir good 👍👍

  • @kukheswargogoi9117
    @kukheswargogoi9117 18 дней назад +5

    United হৈও Liberation কৰিব পৰা নাই যেতিয়া , Divided হৈ যাওক !

  • @rockyhandsome6465
    @rockyhandsome6465 14 дней назад +1

    Joi Ai অসম

  • @localmusicvideo9399
    @localmusicvideo9399 7 дней назад

    মন্তব্যৰ ওপৰত ধন্যবাদ ।

  • @assamforever2582
    @assamforever2582 18 дней назад +17

    Thank you sir ❤❤❤

  • @tomserali4426
    @tomserali4426 18 дней назад +4

    Bohut bohut bohut thankPores Borua sir

  • @pholbhorhussain9048
    @pholbhorhussain9048 5 дней назад +1

    Paresh Baruah and great men

  • @RajikulIslam-mu2kg
    @RajikulIslam-mu2kg 10 дней назад

    Good job💯💯💯💯💯💯👍👍👍👍👍👍

  • @anupamdutta9712
    @anupamdutta9712 18 дней назад +4

    Assam Accord is more than Law, it should be implemented as per its Cut -off date in Assam. No one can question it.

  • @monuwarabegam5708
    @monuwarabegam5708 18 дней назад +24

    আইন সকলোৰে বাবে সমান তুচতিকৰন হ'ব নে লাগে

  • @MamtusBugam
    @MamtusBugam 18 дней назад +6

    Good❤❤❤❤❤

  • @NoazLaskar-v3u
    @NoazLaskar-v3u 15 дней назад

    Thankyou alfa sir good decision

  • @EsahokAli-lt4qb
    @EsahokAli-lt4qb 11 дней назад

    Thankyou, sir, hajar, dhaynnabad

  • @NazmulHoquealam
    @NazmulHoquealam 18 дней назад +25

    Right ulfa shadhin

  • @hanseali1924
    @hanseali1924 18 дней назад +12

    Thanks for alfa sadhen. You are great

  • @Disanlaskar-nx2xu
    @Disanlaskar-nx2xu 14 дней назад

    Thank you p. Bruwa.

  • @AkbarAli-uy9vi
    @AkbarAli-uy9vi 16 дней назад +1

    🙏🙏👍👌👌♥️♥️

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 18 дней назад +10

    Veri good news❤❤

  • @TaripAli-rd4hg
    @TaripAli-rd4hg 18 дней назад +6

    Good night ❤❤

  • @AmirulKhan-v9y
    @AmirulKhan-v9y 13 дней назад +1

    Right sir ❤

  • @FAhmad-dt7qk
    @FAhmad-dt7qk 12 дней назад

    জয় আই অসম ।ধন্যবাদ

  • @rupjyotiborah3967
    @rupjyotiborah3967 17 дней назад +6

    ধন্যবাদ ককাইদেউ,আপোনালোক নহলে,অসম একেদিনাই নোহোৱা হব। এইটো সচা কথা। আগবাঢ়ি যাও‌্‍ক

  • @AlkasAli-st1zq
    @AlkasAli-st1zq 18 дней назад +12

    Good

  • @najimahmed9401
    @najimahmed9401 18 дней назад +10

    You are right.Ulfa sadhin.Lot of thank.

  • @djsaddam1483
    @djsaddam1483 14 дней назад

    Very Good

  • @SoyfarAli-u7d
    @SoyfarAli-u7d 11 дней назад

    Super bro 👍👍👍👍👍👍👍👍

  • @mukundagogoi-gi1km
    @mukundagogoi-gi1km 18 дней назад +11

    Good step .

  • @user-pp2wq5iy5h
    @user-pp2wq5iy5h 18 дней назад +4

    সকলো‌ৱে নিজৰ নিজৰ সুবিধা লৈ ল‌ওক

  • @Assamese4989
    @Assamese4989 18 дней назад +7

    👍👍👍👍👍

  • @Ariful4bj
    @Ariful4bj 14 дней назад

    পৰেশ বৰুৱা thank you