1. ILP korile val asil 2. **Notun act anibo lage jate bohira manuhe kina matibur asomiyar hatoloi ahe. 1950 pisot bahira manuhe kina mati agontok 50 years pisot automatically malikisatta sorkari hoi jabo lage. 3. Dukanor nambur assamese language hobo lage with pin code and address 4. To get assam govt. Job one must hav to read in assam school atleast 5 years continuously with assamese subject.
আলোচনা কৰাটো আমিও বিচাৰো কিন্তু এটা কথা এটা শক্তিশালী সংগঠনে যদি অসমত আছে মিয়া বাংলাদেশী বোৰক টাৰ্গেট কৰি অসম এৰিব লগা কিয় নকৰে। আমি কাক ভৰসা কৰিম বাৰু চৰকাৰে কা আনিলে বিদেশী বোৰ জাপি দিলে। এতিয়া অসমত অসমীয়াত কৈ মিয়াৰ দপদপনি বেছি কিয় হব পালে আমি বিদেশী মুক্ত অসম বিচাৰো।ইমান ডাঙৰ সংগঠন ৰ নাম শুনি আছো কিন্তু মিয়া বাংলাদেশীৰ নামত এই2 সংগঠনৰ পৰা এটা শব্দ ও শুনিব পোৱা নাই। আৰু বোমা বোৰ যে কেৱল অসমীয়া সকলৰ বসতি স্থলত ৰাখিলে মিয়া বিলাকৰ ঠাইত কিয় ৰাখিব নোৱাৰিলে অসমীয়াই অসমীয়াৰ শত্ৰু নেকি
@BastabSaikia-hn2mnot only china even Bangladesh will try to push along with the support of china and Pakistan ,Indian army will not protect us at that time and china ,Pakistan and bangladesh will take full advantage of it and even Myanmar is also a very very destabilize country which would also join all these forces ,china and Pakistan would be after independent Assam
ককাই আপোনালৈ ধন্যবাদ জনালো বোমা কেইটা বিস্ফোৰণ হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে... আপুনি ওলাই আহি অসমখন ৰক্ষা কৰক... নহলে অসমৰ অসমীয়া বুলি একো অস্তিত্বই নাথাকিব... এতিয়াৰ তথাকথিত মহান ৰাজনীতিয়ে অসমখন ধংস কৰিলে...
আচলতে এই "সাৰ্বভৌম অসম" বিষয়টোৰ আধাৰত ভাৰত চৰকাৰৰ লগত আলোচনা কৰিবলৈ অসম চৰকাৰ সদিচ্ছাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে... আচলতে বৰ্তমানৰ তথাকথিত মহান ৰাজনৈতিক নেতাবোৰে ভাবে যে অসম স্বাধীন (স্বায়ত্ত্ব শাসন) হলে তেওঁলোকৰ এতিয়াৰ এই লুভিয়া ৰাজনৈতিক জীৱন ধংস হৈ যাব... কথাটো শুনিবলৈ বেয়া হলেও এয়াই সত্য..., "জয় আই অসম"...
ভাৰত চৰকাৰ দুমুখীয়া | অসম স্বাধীন নহলেও পূর্ণ স্বায়ত্ব শাসন প্রদান কৰক | জনজাতি ৰাজ্য ঘোষণা কৰক | বহিৰাগতক নিয়ন্ত্রণ কৰক |
কথাখিনিত একমত ,কিন্তু পদক্ষেপ লব লাগিব ৰাজ্য চৰকাৰে কিয়নো ভাৰত চৰকাৰে অসমীয়াৰ অস্তিত্ব,আবেগ-অনুভূতি,সুখ-দুখক সদায় উপলুঙা কৰি আহিছে ।
100percent hosa kotha kokaideo
Ekdom thik, nohole Himanta kukur Sharmae Bongal Bihari Miya Marwarir hathot jeneke Axom gotai dise tahatoku khilonjia buli kuwa arombho kori dibo
Dio bulile pare....Bharat Sarkar r hodissa nai
@@prasannabora7644 thik, 40 bosore Axom Sukti rupayan nokorile , Bharat ekhon dumukhia xaapor dekh
জয় আই অসম | ULFA জিন্দাবাদ❤
জয় আই অসম
অসমীয়াৰ তেজ থকা সকলো লোক আপোনাৰ লগত আছো
আমি অসমীয়া ই স্বাগতম জনাইছোঁ
বহলাই শুনিবলৈ জদি সময় নাটনি কিয় সংযোগ ৰাখে তেওঁ লোকৰ লগত। ইমান ধুনীয়া কথা কৈছিল পৰেশ বৰুৱা ডাঙৰীয়াই ধন্যবাদ জনাইছোঁ আপোনাক জয় আই অসম।
জয় আই অসম |
পৰেশ বৰুৱাই ১০০'/. সত্য কথা কৈছে। জয় আই অসম।
ককাইৰ কথা সুনি সঁচাই আবেগিক হলো
ককাই জতে আছে ভালে থকাটো বিচাৰিছোঁ
বৰ ভাল কথা
আলোচনা আগবাঢ়ক
আলফাৰ লগত এটা ভাল আলোচনা কৰিব লাগে তাতে আমাৰ ভাই ককাই হে আছে কোনো বাংলা দেশৰ মিয়া বিহাৰী নাই জয় আই অসম
😂😂
অসমক যে স্বাধীনতা নিদিয়ে সেইয়া অপ্ৰিয় সত্য
গতিকে অসমক স্বায়ত্ত্বশাসিত ৰাজ্য ঘোষণা কৰিব লাগে
ইনাৰ লাইন পাৰ্মিট লাগে
Yes
আমি স্বাধীন অসমীয়া। জয় আই অসম।
Bihar. Bengal. Andhra. Pradeh. Ja. Kar. Tetu. Fali. Siorgoi
@@dijengohain718😂
Laz lagise Assam sadhin buli kua karone .lazor kotha
অসমৰ ৯৫% মানুহ আলফাৰ পক্ষ্যত আছে। বাকী অনাঅসমীয়া ৫% মানুহ হে আলফা বিৰোধী।
JAI AII ASOM👍
জয় আই অসম পৰেশ বৰুৱা ডাঙৰীয়ালৈ ধন্যবাদ সুন্দৰ কথা কৈছে 👍👍👍 । তেওঁ অসমৰ জনসাধাৰণৰ ক্ষতি সাধন নকৰে ।
জই আই অসম ❤❤❤ আলফা জিন্দাবাদ✊
JAI AII AXOM❤❤
অসমীয়াৰ একতা নাই অ । অকল অভিজাত্যক মুৰৰ ওপৰত থয় অসমীয়াই ! সেই কাৰণে আজি এই অৱস্হা আমাৰ । ।
আমিও আলফা আৰু চৰকাৰৰ অসমৰ খিলঞ্জীয়া জাতি -জনগোষ্ঠীসমুহৰ সাংবিধানিক ভাবে সুৰক্ষিত কৰিব পৰা সন্মান জনক আলোচনা আমাৰ কাম্য। জয় আই অসম 🙏🙏🙏
পৰেশ বৰুৱাৰ কথা এটাই সাৰ্বভৌমত্ব আৰু স্বাধীন অসমৰ দাবী।তাকে চৰকাৰে মানিলে হ'ব নামানিলে নহয়।
আমাৰ অসম আছিল আমাৰ অসম থাকিব❤ জয় আই অসম ❤
আমিও বিচাৰোঁ আলোচনা
আলফা জিন্দা বাদ জয় আই অসম
Speech 100% right
জয় আই অসম ।
moja i love paresh❤❤
জয় আই অসম ❤
আলফা(স্বা)ৰ ক্ষোভক কোনেও নুই কৰিব নোৱাৰে ৷ শান্তি আলোচনাৰ প্ৰতি চৰকাৰ সদিচ্ছা পুতৌজনক বুলি প্ৰমাণিত হৈ আহিছে ৷৷
Joi aai axom ❤
আলোচনা হব লাগে। ধন্যবাদ
Joi ai okhom
সমাধান উলিওৱা টো অত্যন্ত প্ৰয়োজন বৰ্তমান । যাতে খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষা হয় সেইটো সু নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজন ।।
জয় আই অসম আলফা স্বাধীন জিন্দাবাদ
জয় আই অসম ✊️
Jai ai axom ❤❤
Joi aai Asom
জয় আই অসম 🙏🙏🙏
বাহিৰত থাকে যে।অসমৰ কিমান কণ কণ লৰা ছোৱালী ৰ পৰা বৃদ্ধ লোকৰ মৃত্যু হল।
Joi aai Assam ❤❤
Jai Aii Axom
মূল নিবাসী ভাৰতীয় সকল সচাকে অতি স্বাৰ্থপৰ আৰু লুভীয়া… অসমীয়াই নিজক নিচিনিলে আৰু অলপ দিনৰ পিছত যত তত মাৰ খাৱ অসমীয়াই ! অসমীয়াক আলফাই শিকাৱ লগা হৈছে জাতীয়তাবাদ । যিটো বস্তু তেজতে থাকিৱ লাগিছিল অসমীয়াৰ । ইমানেই মুৰ্খ অসমীয়া বোৰ । । ভৰিৰ তলৰ মাটি গৈ আছে খহি খহি তথাপি একতা নাই , তথাপি বহিৰাগতৰ পৰা ব্যৱসায় বোৰ নিজৰ হাতলে অনাৰ কোনো চেষ্টা নাই ! দুঃখ লাগে ইমান শক্তিশালী জাতি এটাই এদিন ৰাষ্টাত মাৰ খাৱ লাগিৱ ।
Asomiya manuhe business jane ne
@@MOFIDULISLAM-lv6mx মই কি কৈছো নো
হলেও হেলমেত পিন্ধি বম নিষ্ক্ৰিয় কৰিব যোৱা দৃশ্য টো দেখি অভিভূত হলো 😂😂😂
Eiyai Axom police 😂😂😂
😂😂
❤ জয় আই অসম ❤
এতিয়াও সসন কৰি আছে কেন্দ্ৰীয় চৰকাৰে । ভূল টো অসমীয়াৰ আমাৰ আপোনাৰ সকলোৰে ।
জই জই আই অসম ❤❤
ভাৰত চৰকাৰে আলফাক নিঃশেষ কৰিব হে বিচাৰিছে ,,কিন্ত্ত আলোচনা কৰিব নিবিচাৰে কিয় ????
আলোচনা কৰি অসমৰ জনসাধাৰণৰ সুব্যৱস্থা কৰিব লাগে ।।
জয় আই অসম। ।আজি আলফা স্বাধীন জীয়াই আছে বাবেই অসমৰ অসমীয়াৰ কেইটাই জীয়াই থাকিব পাৰিছে ,, তথাপিও বহিৰাগত বণিয়াই অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিছে ,,চৰকাৰৰ সাহসত। ।।
আলফা জিন্দাবাদ ❤❤
জয় আই অসম ❤ জয় আই আলফা ❤
Jai I axom
পৰেশ বৰা নহয় ঔ চুদুৰভাই ছোৱালী পৰেশ বৰুৱা। এইখন অসম দেশ হয়। জয় আই অসম। আমাক স্বাধীন অসম দেশ লাগে। আলফাই একমাত্ৰ সাৰথি। জয় আলফা✊✊
সময় নহ'লে যোগাযোগ নকৰিব
Jai ai axom
সচাঁ কথা কিন্তু।অসমখন আমাৰ। গতিকে অসমখন ৰক্ষা কৰাৰ দায়িত্ব আমাৰ।
জয় আই অসম ।🙏🙏🙏🙏🙏
jay aai okhom...❤
Yes right I am ❤❤❤❤❤❤
জয় আই অসম
We are fast Assamese. Joi Aai Axom
Jai ai assam
ULFA ❤❤
Joi ai axom
Thanks u l fa
Right paresh baruah sir
Jai ai axom✊✊
Ulfa jindabad, joi aai axom
ULFA jindabad joi aai axom
1. ILP korile val asil
2. **Notun act anibo lage jate bohira manuhe kina matibur asomiyar hatoloi ahe. 1950 pisot bahira manuhe kina mati agontok 50 years pisot automatically malikisatta sorkari hoi jabo lage.
3. Dukanor nambur assamese language hobo lage with pin code and address
4. To get assam govt. Job one must hav to read in assam school atleast 5 years continuously with assamese subject.
we want the central government to declare Assam as a tribal state.
Request brother baruah Deb,to discuss regarding Iner-line permit in assam compulsory.
ULFA (i) jindabad 🏴
Long live ulfa. JAI AI ASSAM.. Declare Assam as a tribal state and we want 6th schedule in Assam..
Aponalok olai ahok assamiaa sakolu AAFA HOI JAAM LIKE1991❤❤❤
আলোচনাত আহি অসমৰ সকলো সমস্যা সমাধান কৰক।।।অসমীয়াৰ 100% সমস্যাবোৰ সমাধান কৰক।।।ভাৰতৰ মাজত বা ভিতৰত থাকি বৰ্তমান সম্ভৱ নহয়,আমিও বিচাৰো যে অসম এখন ৰাষ্ট্ৰ হওক,কিন্ত বৰ্তমান সম্ভৱ নহয় সেইবাবে অসমবাসীয়ে স্বাধীন অসম পোৱা অসম্ভৱ বুলিয়েই জানে।।।ভাৰতীয় সেনাৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতা নাই আলফাৰ।।গতিকে ভাৰতৰ ভিতৰত থাকি অসমৰ এখন পতাকা,অসমৰ এখন সংবিধানৰ দাবী কৰক।।।নহলে আপোনাৰ মৃত্যুৰ পিছত আলফা এনেই নোহোৱা হৈ যাব।।।তেতিয়া কি হব???অসম পুনৰ আগতকৈও অৱস্থা বেয়া হব।
Thanks,for
,parasbaru,
No success no saparate
joi ai axon ❤❤❤❤❤
AXOM katiyauu Bharat ttr pora prithok nohoi
kintu axomot axomiya rrr uprot dadagiri nosolibo
**JOI AI AXOM**
That is the style and power ⚡ to discuss with the government. . . He is the best leader of Assam forever. . . .
পৰেশ বৰুৱা ডাঙৰীয়াই কি ক'ব বিচাৰিছিল ভাল কৈ শুনি নলয় আপোনালোকে, কেৱল বিষয় তো শুনিলেই সকলো গম পোৱা নাযায় বহলাই ক'বলৈ দিব লাগে।
Right
Joi ai akhom sorkare maniboilagiboi
Thanks
Ami jam ulfa loi
Jaa bhai..
All the best 😂 joldi jaa bura hoi mori thakibo nhole poresh
@@abhishekchanda1738 chup maksudu bongal, paisili nohoi 24ta gutei Axomt, ketia tur maror phuta bhotort thake gom napabi tur baperor koni loike phuti jabo
আলোচনা কৰাটো আমিও বিচাৰো কিন্তু এটা কথা এটা শক্তিশালী সংগঠনে যদি অসমত আছে মিয়া বাংলাদেশী বোৰক টাৰ্গেট কৰি অসম এৰিব লগা কিয় নকৰে। আমি কাক ভৰসা কৰিম বাৰু চৰকাৰে কা আনিলে বিদেশী বোৰ জাপি দিলে। এতিয়া অসমত অসমীয়াত কৈ মিয়াৰ দপদপনি বেছি কিয় হব পালে আমি বিদেশী মুক্ত অসম বিচাৰো।ইমান ডাঙৰ সংগঠন ৰ নাম শুনি আছো কিন্তু মিয়া বাংলাদেশীৰ নামত এই2 সংগঠনৰ পৰা এটা শব্দ ও শুনিব পোৱা নাই। আৰু বোমা বোৰ যে কেৱল অসমীয়া সকলৰ বসতি স্থলত ৰাখিলে মিয়া বিলাকৰ ঠাইত কিয় ৰাখিব নোৱাৰিলে অসমীয়াই অসমীয়াৰ শত্ৰু নেকি
love from Bangladesh for osomnia 💖💖
❤❤❤
অসম ভাগি ছিগি শেষ হল ককাই আপোনি সোনকালে আহক ।
Gd
Poresh borua k he axomr cm bonaba loga hoisi❤
Joy aai assom
Dekhile he lekhim😊
Joi nai axom❤
Mor kobo loga asil prag newsot bohut kotha
একো s
দাল নিদিয়ে,, এই বিলাক কংগ্ৰেছ চৰকাৰৰ দিনত,,, স্বাধীন অসম নিবিচাৰি,, জনজাতি আৰু,, ILP বিচৰা হলে আজি অসম বহুত ভালে থাকিল হয়,, একো নহয় এতিয়া,, টকা লোভী অসমীয়া কি উন্নতি হব,, জাতি মাটি ভেটি ৰক্ষা নকৰে পইচা কাৰণে বিকি দিব,, আজি কৈ দিলোঁ সঁচা কথা,, যি কৰে কৰক 😊
যি সকল মুলসূতিলৈ আহিলে তেওঁ লোককো সঙস্থাপন দিয়ক চৰকাৰে, এওঁ লোক কো আনক আলোচনা লৈ,দুমুখিয়া ৰূপ নলৈ ৰাজসাহায্য দি চলিব পথ দিয়ক সকলো কে কেন্দ্ৰীয় চৰকাৰে
Good good ❤❤
অসম যদি স্বাধীন হয় তেন্তে চীন আৰু পাকিস্তানৰ পৰা অসমক ৰক্ষা কৰিব পাৰিবনে পৰেশ বৰুৱাই।
@@musicsouluniverse5780 বেলেগ options বহুত আছে not only স্বাধী••••°°×
Xaitu kothae Tu amar axomiar mathat nuxumai... Swadhin axom Huar pis dinai Chinai lobo amak.. Axomor manuhor murot aku mal ni 😢
@BastabSaikia-hn2mnot only china even Bangladesh will try to push along with the support of china and Pakistan ,Indian army will not protect us at that time and china ,Pakistan and bangladesh will take full advantage of it and even Myanmar is also a very very destabilize country which would also join all these forces ,china and Pakistan would be after independent Assam
Bhutan area assam k ba manuh u kom... kunubai lobo parile nki Bhutan k..
@@user-jhdk777j ty pagol 2r murt mal nai. Johora suda ty
🙏🙏🙏🙏🙏
Joy. I. Akhom. Khilonjiya ZINDABAD ..
Kotha bur khuni june val dore buji pai....xosai bujibo ulfar sangramr ktha.... 🙂..jay aii axom
বহু অসমীয়া মা কৰ কোলা যে উদং হল এইবোৰৰ হিচাব কেতিয়া হব। অসমীয়াক মাৰি অসম স্বাধীন কৰা সংজ্ঞা টো মই বুজি নাপাওঁ।
@@manashojah4781 1991 চন মানত আলোচনা হব লাগিছিল ।
𝑲𝒊𝒃𝒂 𝒑𝒂𝒃𝒐𝒍𝒆 𝒌𝒊𝒃𝒂 𝒉𝒆𝒓𝒖𝒘𝒂𝒃𝒐 𝒍𝒂𝒈𝒊𝒃𝒐. 𝑩𝒖𝒋𝒊𝒍𝒆 𝒏𝒆
অসমীয়াই মানক আনিছিল । মগোলৰ পক্ষত আছিল। বাঙলাদেশী বিদেশী পক্ষত ৰাজনীতি। অসম কি হব?
love from Bangladesh. 💖
Bangladesh always like to support you..💖💖💖
ULFA ZINDABAD 🚩 AKHOMIYA JATI ODHIKAR HONA SHAHIYE MUDIJI🙏