বোৱাৰীয়ে পিন্ধিব নোৱাৰিব চুৰিদাৰ৷ ছিপাঝাৰত তালিবানী শাসন!

Поделиться
HTML-код
  • Опубликовано: 6 фев 2025
  • ছিপাঝাৰত তালিবানী শাসন! বোৱাৰীয়ে পিন্ধিব নোৱাৰিব চুৰিদাৰ৷ বোৱাৰীয়ে চুৰিদাৰ পিন্ধাৰ অপৰাধত নামঘৰত সভা পাতি ল’লে এই সিদ্ধান্ত
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Комментарии • 718

  • @bidyutkakati6724
    @bidyutkakati6724 Месяц назад +102

    ঢুৰিদাৰ পিন্ধিলে শৰীৰৰ টো গোটেই ধাকি ৰাখে । আৰু কিছুমান মাইকী মেখেলা চাদৰ পিন্ধিলে শৰীৰৰ প্ৰায় ভাগ অংশ দেখুৱাই পিন্ধে , এনেকুৱা কৈ মেখেলা চাদৰ পিন্ধাতকৈ নিপিন্ধাই ভাল । আৰু কিছু মান মহিলাই ঘৰৰ কামৰ বাদেও বাহিৰৰ বাহিৰৰ কামো কৰিবলগীয়া হয় । সেয়েহে খৰধৰ কৰি কামত যাব লাগিলে চুৰিদাৰ যোৰ পিন্ধি যাবলৈ বহুত সহজ হয় । কিন্তু মেখেলা চাদৰ পিন্ধিবলৈ সময় লাগে ।

    • @Diptisagar122
      @Diptisagar122 Месяц назад +3

      Eyh bilak kuntu jugar manuh hoi, suridar pindhile ki beleg mota korible jai nki, ji goraki pindhi mota dhorile taik dhori ani fhasi di diok. Mekhela sadar ba saree emergency pindhi bole problem so churidar tu pindhile besi comfortable hoi ,,

    • @Diptisagar122
      @Diptisagar122 Месяц назад +2

      Right❤

    • @lakhyashreedas2880
      @lakhyashreedas2880 Месяц назад +1

      Dheiiii

    • @RenukaThapa-u9g
      @RenukaThapa-u9g 11 дней назад +1

      Ryt

  • @prasantagoswami1477
    @prasantagoswami1477 Месяц назад +27

    ৰাইজ বোলা বস্তুটো danger/ বিষাক্ত.। একো কাম নাই গোটেই পৃথিবীত। ৰাইজে খুৱাবই নে পিন্ধাব। এনেয়ে জুলুম কৰিবলৈকে ৰাইজ। মানুহক বাধ্য কৰাবলৈ কাৰো অধিকাৰ নাই। সকলোৱে নিজে নিজৰ কাৰণে কৰিছে খাইছে। কোনো কাৰো দূ:খৰ কাৰণ হ'ব নালাগে।

  • @junuhaloi3575
    @junuhaloi3575 Месяц назад +71

    সুৰিদাৰ পিন্ধাটো একো অপৰাধ নহয়। তিৰোতাৰ স্বভাৱৰ ভাল হ'ব লাগে।

    • @prasantaborah8228
      @prasantaborah8228 Месяц назад

      Suwali buwari huwar pashat sadr mekhelai main

    • @user75677
      @user75677 Месяц назад

      আজিকালি ছোৱালী বোৰক নকওঁৱেই বোৱাৰী কিছুমানেও চুৰিদাৰ জোৰৰ লগত দুপাট্টাখন নলয় ইফালে খীন সকলটো বাদেই শকত ধেপেছি বোৰে নললে কেনেকুৱা দেখি বাৰু কওকচোন ?

  • @gg_art-k8s
    @gg_art-k8s Месяц назад +211

    কোন যুগৰ মানুহ হে এইবোৰ মাইকী মানুহ লং পেন পিন্ধি ফ্লাইট চলাই আছে আৰু তহতে এইবোৰত লাগি থকা

    • @madhuborah5779
      @madhuborah5779 Месяц назад +1

      🤭🤭🤭🤭🤣🤣🤣

    • @MomyBorah-jk3rg
      @MomyBorah-jk3rg Месяц назад +13

      Mota keitai dhuti pindhene

    • @madhuborah5779
      @madhuborah5779 Месяц назад +4

      @@MomyBorah-jk3rgmotabure kio pindhibo.Maiki manuhok he thika di thoise prarompora dhori rakhibole🤣😁😁

    • @sahar-394
      @sahar-394 Месяц назад

      ​@@madhuborah5779 আকৌ পুৰুষ মহিলা 🤦‍♂️

    • @kamalapatar1465
      @kamalapatar1465 Месяц назад +3

      @@gg_art-k8s মেখেলা চাদৰ পিন্ধি কি ফ্লাইট চলাব নোৱাৰে নেকি?
      মই নিজেও মেখেলা চাদৰ আৰু শাড়ী পিন্ধি স্কুটি চলাই যাও অফিচত।
      এইবোৰৰ এক বাহানা হে।
      মানুহে কৰিব নোৱাৰা একো কাম নাই। বেয়া নেপাব দেই। ধন্যবাদ 🙏

  • @nilamsharma7390
    @nilamsharma7390 Месяц назад +58

    মূৰ্খ সমাজৰ মূৰ্খ কথা 😅

  • @satisdas8746
    @satisdas8746 Месяц назад +11

    কি যে আচৰিত ঘটনা। তেনেকুৱা কোনো ধৰণৰ নিয়ম মানি চলা উচিত নহয়। কিয়নো মহিলাৰ ক্ষেত্ৰত এনে কৰিছে। কিন্তু পুৰুষৰ ক্ষেত্ৰত সাজ-পোছাক পিন্ধা কি নিয়ম কৰিছে। আইনৰ সহায় লওক সকলো ঠিক হ'ব।

  • @namitanath7898
    @namitanath7898 Месяц назад +288

    সুৰিদাৰ ভাল হে পিন্ধিলে। মেখেলা চাদৰ পিন্ধিলে পেট ওলাই থাকে।

    • @ariyanhussain2126
      @ariyanhussain2126 Месяц назад +6

      Right 👍

    • @sahar-394
      @sahar-394 Месяц назад +5

      মানে হাগিব বহি মূখ খন মেলি নাকটো চেপি ধৰা। 😅

    • @KalpanaHindiVlogs
      @KalpanaHindiVlogs Месяц назад

      হয়

    • @MaLexTIdE
      @MaLexTIdE Месяц назад

      Right

    • @babulrabha-b2m
      @babulrabha-b2m Месяц назад

      টিপ তপ কৈ পিন মাৰিলে ঘেন্তা উলায়

  • @babulchkalita7511
    @babulchkalita7511 Месяц назад +175

    মেখেলা চাদৰ পিন্ধাকেইজনীক ঘৰত নাইটি কিয় লাগে?

  • @AK_special25
    @AK_special25 Месяц назад +115

    চাদৰ মেখেলা পিন্ধা মাইকী কিছুমান মানুহো পলাই যাই।

    • @Qari_ajmol-fg9no
      @Qari_ajmol-fg9no Месяц назад +6

      😂😂😂 hosa kotha kobo napai o 😂

    • @madhuborah5779
      @madhuborah5779 Месяц назад

      @@Qari_ajmol-fg9no 🤣🤣🤣🤭

    • @lizabora5291
      @lizabora5291 Месяц назад +2

      Hoi dei. Jar sovab bea hei goraki ji e nipindhak polai jaboi

    • @MOMILPACHUNG
      @MOMILPACHUNG Месяц назад +1

      আধা পেত উলিয়াই মেখেলা চাদৰ পিন্ধা প্ৰায় বোৱাৰীবোৰে পলাই যায়।

  • @DevapriyaNabavlog
    @DevapriyaNabavlog Месяц назад +19

    চুৰিদাৰ পিন্ধিলে চৰিত্ৰহীনা মেখেলাখন পিন্ধি বুকুৰ মাজত ভাইব্ৰেচন লগাই মোবাইল লুকুৱাই থৈ ৰাতিৰ আন্ধাৰত পৰৰ পুৰুষক ঘৰ সুমুৱাইলৈ থকাজণী গাঁৱৰ বুঢ়া বুঢ়ী কেইজনীৰ কাৰণে বহুত ভাল. মেখেলা পিন্ধি থকা কেইজনীযে শহুৰেক দেওৰেক হতৰ ৰাতিৰ আন্ধাৰত ঘৈনীয়েক, মেখেলাখন লাহেকৈ ডাঙি দিলেই হল কাম ইজি তাৰে প্ৰমাণ। এইবোৰ মানুহে নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব। ল'ৰাক বেলেগৰ মেখেলাতলত সোমাব মদ খাই আহি মাৰ ধৰ কৰিব ছোৱালীক খেতি বঢ়োৱা মেচিন, আজিৰ যুগত ছোৱালীৱে আকাশত উৰি নোফোৰিলে আকাশ এন্ধাৰ হয় সেইখন সমাজত এনেকুৱা মানুহ আছেনে । কাম বন বেলেগ নাই আৰুএইবোৰৰ।

    • @mintudas3675
      @mintudas3675 Месяц назад

      Kotha tu thikei koisa kintu imaan bekoi likhisa bhal loga nai pohi

  • @KabitaMedopin
    @KabitaMedopin Месяц назад +66

    পিছ পৰা মানুহৰ পিছ পৰা কথা

  • @BhanitaDas-m9j
    @BhanitaDas-m9j Месяц назад +25

    এইবোৰে জলিছে সেইবাবে এইবোৰ নাটক কৰিছে।কৰ্মত আগবাঢ়িযোৱা বাবে জলিছে যেন লাগিছে। মহিলাই মহিলাৰ শত্ৰু ।কাৰণ শাৰী মেখেলা ছাদৰ পিন্ধা মহিলাবোৰেওঁ তো আনৰ সুখৰ সংসাৰ বোৰ ভাগি নিযে সুখী হৈ পৰ পুৰুষৰ লগত পলাই গৈ সংসাৰ ভগা দেখিছো ।আপোনালোকে এইতুকথাত লাগক যে যিবোৰ মহিলাই নিজৰ পুৰুষ জন থকাৰ পিছত যদি আনৰ পৰুষৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক ৰাখে বা নিজৰ পত্নী আৰু সন্তানৰ সৈতে সংসাৰখন সুখেৰে চলি থকাৰ পিছত আনৰ মাইকীৰ লগত প্ৰেমৰ সৰ্মক ৰাখি দুইখন ঘৰ ধংস কৰিব বিছাৰে সেইবোৰক লগে লগে হাত ভৰি ভাগি ৰাইজে এঘৰীয়া কৰি দুইজনকে ঘৰৰ পৰা উলিয়াই গাওঁত কেতিয়াওঁ ভৰি থব নোৱাৰে এইবোৰ প্ৰতিবাত কৰকচোন চাওঁ কুনে পাৰে ।কাৰণ আমি দেখিছো মেখেলা ছাদৰৰ আৰতো কিছুমান মহিলাই ২,৩টা সন্তান আৰু পুৰুষজনক এৰি পৰপুৰুষলৈ গুছী গৈছে চুৰিদাৰ পিন্ধিওঁ সন্তান সকলক পোহপাল দি ডাঙৰ মানুহ বনাই সংসাৰবোৰ সুন্দৰ ভাৱে চলাই আছে।কথাখিনি হয়তো বেয়া পাব পাৰে কুনুবাই সছা কথাতু হে কৈছো।

    • @jonadas3826
      @jonadas3826 Месяц назад

      Hoi teuloke nije o self independent nhy house wife hoi thake aru ane swabolomi hole o agbarhibo nidiye

  • @JayPegu321
    @JayPegu321 Месяц назад +5

    মূৰ্খ সমাজৰ মূৰ্খ নীতি,এই অসমত আৰু সকলো হ'ব...

  • @pompydevi769
    @pompydevi769 Месяц назад +54

    ঘৰত মেক্সী পিন্ধিবলৈ পাৰিলে চুইদাৰ কিয় পন্ধিবলৈ নোৱাৰে ঘৰত চাদৰ মেখেলা পিন্ধি থাকক মেক্সী কিয় পিন্ধে । চুইদাৰ পিন্ধিলে মাইকী পলাই যায় নেকি।এখন সমাজত থাকিলে কাম সকাম পাতিলে নামঘৰ পাঠ পহালে চুইদাৰ পিন্ধিলে ৰাইজে ধৰিব লাগে ।তেওঁ কৰ্ম কৰিবলৈ ওলাই গলে চুইদাৰ পিন্ধিলে এঘৰীয়া কৰেনে বাৰু ।

  • @bhabensaikia5028
    @bhabensaikia5028 Месяц назад +6

    যি পোছাকেই পৰিধান নকৰক কিয় শালীনতা বজাই ৰাখি পিন্ধিলেই হ'ল - চুৰিদাৰেই হওক নাইবা মেখেলা-চাদৰেই হওক কোনো কথা নাই ৷ আগৰ দিন এতিয়া নাই ৷

  • @NorenKardong
    @NorenKardong Месяц назад +58

    তালিবানী শাসনৰ দৰে হোৱা নাইনে বাৰু?কোনে কি পিন্ধিব তাক ৰাইজে সিধান্ত দিয়াটো আজিৰ দিনত সমীচিন হোৱা নাই।মাত্ৰ মাৰ্জিত দ্ৰেচ হব লাগে।

    • @nijorabaglary9625
      @nijorabaglary9625 Месяц назад

      Pasot goi American r dore jangiya aru braaa pindha hbo jen paisu ,,thike korise Raije.😅😅😅😅😅😅😅😅😅😅

    • @kulennath1210
      @kulennath1210 Месяц назад

      এঘৰীয়া কৰা মহিলা সকল মিয়া খালিফাৰ শিষ্য😂

    • @bogiboro783
      @bogiboro783 Месяц назад

      Baideo apunio manilok beya nepabo 🙏🙏🙏

  • @susmitatalukdar5111
    @susmitatalukdar5111 Месяц назад +6

    মোৰ মা,বা হতেও চুৰিদাৰ নিপিন্ধে,কিন্তু ঘৰত মেক্সিও নিপিন্ধে,কেবল মেখেলা চাদৰে পিন্ধে,আপোনালোক চুৰিদাৰ নিপিন্ধা বাইদেউ কেইজনী ঘৰত মেক্সি পিন্ধিলে আপোনালোকৰ ৰাইজে নেদেখেনে বাৰু,তেতিয়া কিয় এঘৰীয়া নকৰে আপোনালোকক,,নে তলে তলে........suspens.......😂😂😂

  • @Sewalicartoon
    @Sewalicartoon Месяц назад +2

    মোৰ পাল্লাত এই বোৰ মানুহ পৰিলে ওলোটাই মই ইহঁতক সমাজৰ পাঠ পঢ়াই দিম । বেছি সমাজৰ নিয়ম দেখাইছে । যিদিনা কাঠে বাহে মিলিব গম পাব তেতিয়া।

  • @rojonichitia2596
    @rojonichitia2596 Месяц назад +8

    এক কথাত কবলৈ গলে। আপোনাৰ উন্নতি দেখি সেই বিলাকে সিংসা কৰিছে।মনত ৰাখিব ভগৱানে সিংসা নকৰিলে হ'ল।মনিষে সিংসা কৰি একো কৰিব নোৱাৰে। 7:38

  • @rupjyotisarma7434
    @rupjyotisarma7434 Месяц назад +42

    অলপ নিজৰ কথা ক‌ওঁ। আমিও আধুনিক। আমাৰ ঘৰৰ তিনিজনী বোৱাৰী আছে। গোটেই কেইজনীয়েই শিক্ষিত/উচ্চশিক্ষিত। বাহিৰত নিজৰ কামত চাদৰ মেখেলা /শাৰি পিন্ধিয়েই ওলাই যায়। ঘৰতো চাদৰ মেখেলা পিন্ধিয়েই থাকে। আজিলৈকে মা/দেউতাই কোনেও চাদৰ মেখেলা পিন্ধিবলৈ নিয়ম বান্ধি দিয়া নাই।। কিন্তু নিজেই চুৰিদাৰ নিপিন্ধে।।

  • @akashkachari6439
    @akashkachari6439 Месяц назад +3

    নিজেই নিজৰ সুবিধা অনুসৰি যিকোনো ধৰণৰ পোছাক পৰিধান কৰিব লাগে

  • @kKumardas-en3oc
    @kKumardas-en3oc Месяц назад +2

    Very good

  • @Kitas_Sparkle
    @Kitas_Sparkle Месяц назад +16

    গাঁৱলীয়া ভূত😂 পৃথিৱীখনলৈ ওলাই আহক অকমান।।

  • @putuldas855
    @putuldas855 Месяц назад +9

    অসমত অসমীয়াই জাতীয়সাজপাৰ পিন্ধক ।

    • @leonatalukdarpoetics6019
      @leonatalukdarpoetics6019 Месяц назад

      হয় নেকি ? তেন্তে পুৰুষ সকলক ধুতি পিন্ধিব দিয়ক।

    • @Withsorgo5135
      @Withsorgo5135 Месяц назад

      তুমি গামোচা খন পিন্ধি ওলাই চা নে নাই😂নে লং পেন্ত পিন্ধি ঘুৰিচা

  • @Kalpajyotibarman-w1x
    @Kalpajyotibarman-w1x Месяц назад +10

    অসমীয়া সমাজত মেখেলা চাদৰ পিন্ধীলে ভাল লাগে

  • @AnilRabha-x6r
    @AnilRabha-x6r Месяц назад +37

    নিজৰ সাঁজ সজ্যাক কিয় বেয়া পায়। ইমান সুন্দৰ মেখেলা যোৰ।

  • @susmitatalukdar5111
    @susmitatalukdar5111 Месяц назад +2

    নিজৰ মানুহজনে পৰামৰ্শ দিয়াৰ পিছত কোনহে আপুনি ঘৰত মেক্সি পিন্ধে কিন্তু চুৰিদাৰ নিপিন্ধে..তেখেতে আপোনালোকৰ নিচিনা পেট উলিৱাই আৰু এটা উলিৱাই ফুৰা নাই অ..মেখেলা চাদৰ পিন্ধা কেইজনীৰ চৰিত্ৰ কিমান ভাল অ

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x Месяц назад +24

    কোনে কি পিন্ধে তাতে আপোনালোক কোন হয় কোৱাৰ b j pr এজেণ্ট হিচাবে কাম কৰে নেকি কোনে ইমান অধিকাৰ দিলে! কোনে কি খায় কি পিন্ধে!

    • @ariyanhussain2126
      @ariyanhussain2126 Месяц назад +1

      Bodmash hoi sage gaa tu daki thoka val napai bodmash manuhe

  • @jantihira9356
    @jantihira9356 Месяц назад +1

    মাইকী বোৰ আৰম্ভণি আৰু মাইকী বোৰে শেষ কৰিব পাৰে। গতিকে যোনে যি পিন্ধে পিন্ধক মানুহৰ চৰিত্ৰ ভাল হ'ব লাগে.. সন্ধিয়া ৰাইজৰ নামঘৰত চাকি জ্বলায় ডবা কোবাই..মদৰ ঘাটিত বহি থকা অভাৱ নাই আৰু মদ খাই কীৰ্তন ভাগৱত পঢ়া মানুহৰ ও এই সমাজত অভাৱ নাই।

  • @RatulSaikia-r1y
    @RatulSaikia-r1y Месяц назад +12

    বিয়াৰ জোৰোণত অসমীয়া সমাজে চুৰিদাৰ দিয়াৰ সিদ্ধান্ত লোৱাই ভাল হ'ৱ ।

  • @TaraliKalita-x4g
    @TaraliKalita-x4g 21 день назад +1

    হাই , মানুহৰ মানসিকতা ‌। এই বিলাক মানুহে কোনটো যুগত জীয়াই আছে । 🤦‍♀

  • @MonjitNath-hg5fp
    @MonjitNath-hg5fp Месяц назад +36

    নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ স্বার্থত কৰা কাম বোৰে তালিবানী শাসন বোলে নেকি?

    • @pareshmandal5923
      @pareshmandal5923 Месяц назад

      Ki je hol . idiot society

    • @madhuborah5779
      @madhuborah5779 Месяц назад +6

      @@MonjitNath-hg5fp Sir🙏 aapuni Dhuti pindhe ne?🤣 Porampora aru shankriti,t "Dhuti" u ase nohoi janu ne pahori gol.🤣😁

    • @Kun280
      @Kun280 Месяц назад

      Apunaluke dhuti pindhai korok regular

    • @himadrideka2565
      @himadrideka2565 Месяц назад

      Porompora follow kori ghorot nighty pindhao mana koribo Lage ..ru apunaloke o dhuti pindha strt kori diok

  • @monuwarabegam5708
    @monuwarabegam5708 Месяц назад +14

    ইহতে জঙ্ঘলি নে কি হে হৰি তুমি হে জানা 😅😅😅

  • @yamunaYtube
    @yamunaYtube Месяц назад +1

    পিন্ধিছে ভাল কথা তাত সমাজৰ কি ক্ষতি ......নিজৰ হে লাজৰ কথা অসমখনত থাকি অসমীয়া নাৰী হৈ নিজৰ জাতিটো বজাই ৰাখিব নোৱাৰা .......নিজৰ জাতিক অবহেলা কৰাটো.... ইমানো ডাঙৰ কাম কৰানাই নহয় দেশৰ কাৰণে চুৰিদাৰ পিন্ধিলে হে দেশৰ উন্নতি হব ... চুৰিদাৰ পিন্ধে, অন্য ৰাষ্ট্ৰৰ পোছাক পিন্ধি হে বাহিৰত ওলাই ঔ....😵‍💫😵‍💫

  • @RitikaRajkhowa
    @RitikaRajkhowa 5 дней назад

    Borhiya ❤

  • @ag5541
    @ag5541 Месяц назад +5

    সুন্দৰ সিদ্ধান্ত কৰিছে ছিপজাৰ আইমাতৃ সকলে ।
    আমি শুভেচ্ছা জনাইছো ।
    স্কুতি মহিলাই চাদৰ মেখেলা পিন্ধি চলাব পৰাকৈ কোম্পানীয়ে বনাইছে ।

  • @dulenenterterment348
    @dulenenterterment348 Месяц назад +5

    ভাল কৰিছে

  • @loparai1957
    @loparai1957 Месяц назад +10

    Iyat kisuman purux e ei odbhut ghotona tur support ot comment dise. Xei xokol MOHAN PURUX ok mur etai prosno.... Teuluk kormostholi loi DHUTI aru PUNJABI pindhi jaine baru aru logote ei ancholtur purux xokoleu Dhuti aru PUNJABI pindhi thakene baru????????? Mohila xokolor uporotei kewal tradition rakkhya korar responsibility ase neki... ???

  • @bijukhatowal9575
    @bijukhatowal9575 Месяц назад +13

    মেখেলা চাদৰ,চুৰিদাৰ পিন্ধি লে ভাল লাগে । কিন্তু কিছুমান বোৱাৰী চুৰিদাৰ পিন্ধি লে উৰনা বা চুৰনি নলয় আৰু লেগিনছ পিন্ধি লে জানু কেইটা দেখিবলৈ বেয়া লাগে । গতিকে মাৰ্জিত পোচাক পৰিধান কৰিলে গহীন গম্ভীৰ যেন লাগে ।

  • @BituGaming-r7q
    @BituGaming-r7q 19 дней назад

    অ আই সকল এইটো কলি যুগ । কাপোৰ পিন্ধাক লৈ তৰ্ক কৰি লাভ নাই। কাৰণ তোমালোকৰ ধৰ্মৰেই নাই। তোমালোক কি ধৰ্মৰ মানুহ তাৰেই হিচাব নাই কাপোৰত কি হিচাব ধৰিছা।

  • @sunaleemili5981
    @sunaleemili5981 Месяц назад +1

    Nice 👍👍👍 nice nice

  • @SaifulHoque-om1lo
    @SaifulHoque-om1lo Месяц назад +1

    ভাল কাম কৰিছে

  • @bebimoon786
    @bebimoon786 Месяц назад

    ওচৰৰ বেলেগ গাৱত বজাৰ কৰিব গলেই হ'ল। আজিকালি যতে ততে দোকাণ। আমি দেখোন গাৱৰ ওচৰ পাজৰ মানুহক চিনিয়ে নাপাওঁ। আনকি আমাৰ এইফালে ঈদতো কোনেও কাৰো ঘৰত নামাতে।আমি কিবা জীয়াই থকা নাই নেকি? আমাৰ এইফালে দেখোন সকলো মানুহ চছিয়েল মিডিয়া আৰু নিজক লৈয়ে ব্যস্ত।

  • @pranabdas7121
    @pranabdas7121 Месяц назад +24

    ভাল কাম কৰিছে,,,দুদিন পিছত পেন্টি আৰু ব্ৰা পিন্ধি ফুৰিব,, সুন্দৰ পদক্ষেপ , ,,,,অসমীয়াৰ জাতীয় সাজ আছে,,,.......

    • @assamtastyfood6364
      @assamtastyfood6364 Месяц назад +3

      আপোনাৰ ঘৰৰ মানুহে নিপিনধিলে হয়

  • @dipandas9469
    @dipandas9469 Месяц назад

    মূখ সমাজক কি কম মেখেলা চাদৰ বিলাকে জদি পেত উলিয়াই দেহা উলিয়াই লৈই তাতকৈ ছুজাৰ পিন্ধা ভাল।

  • @MoshmiBarman-g9z
    @MoshmiBarman-g9z Месяц назад +2

    নৈতিকতা শালীনতা জাতিৰ পৰম্পৰা। সামাজিক দায়িত্ব বোধ তেজত থাকে । এয়া নিকা কৰা‌ সাধ্য ৰ ভিতৰত অসম্ভৱ।

  • @KalpanaHindiVlogs
    @KalpanaHindiVlogs Месяц назад +9

    চাদৰ মেখেলা পিন্ধা বোৱাৰীয়ে পলাই যোৱা বহুত দেখিছোঁ,কাম নাইকিয়া মানু্হ এইবোৰ

  • @GITUMANINATH-x5r
    @GITUMANINATH-x5r Месяц назад

    এইবিলাক আমৰ সমাজৰ মানুহ। আজিৰ দিনটো ইমান মূৰ্খ মানুহ থাকে নে.... তিৰোতা জনিয়ে ঘৰখন ধৰি কষ্ট কৰি খাই আছে। বেলেগে কোনেও তাইক খুৱাই থকা নাই । আজিৰ দিনটো এইবিলাকত লাগি থাকে নে।

  • @Rumisaikia-o1p
    @Rumisaikia-o1p Месяц назад +9

    যিখন সমাজত বাস কৰিছে সেইখন সমাজৰ মতে চলাটো উচিত।চাদৰ মেখেলা পৰিধান কৰাটো অসমীয়াৰ পৰিচয়।

    • @ManojBorah-oc8xh
      @ManojBorah-oc8xh Месяц назад +2

      Xeitu hoi kintu. Suijar pindha tu ako aporadh nhoi. Xeijur o ajur. Kapur a hoi. Aru jot jenele jabo lage gari solaote ba garit. Uthute. Mekhela sador pindhi kisumane comfort napai ba nuware tetiya tu suijar a pindhibo na.

    • @mainubegun6847
      @mainubegun6847 Месяц назад

      Toi ki boki asa

  • @PurnamalPatar
    @PurnamalPatar Месяц назад +3

    প্ৰশংসনীয় পদক্ষেপ।ৰাইজক ❤️🙏❤️

  • @yamunaYtube
    @yamunaYtube Месяц назад +1

    ড' ভূপেন দাই ঠিকে কৈ গৈছিল..😢

  • @mriduldas3818
    @mriduldas3818 Месяц назад +3

    সুৰিদাৰ পিন্ধে jeans pant পিন্ধে নিজৰ কথা।

  • @rinjuvlogs3049
    @rinjuvlogs3049 Месяц назад +1

    মজা

  • @Pinkimunuvlogs
    @Pinkimunuvlogs Месяц назад +1

    আচলতে গাও সমূহত চুৰিদাৰ আৰু নাইটি পিন্ধিলে ভাল নেদেখায়😂😮ঠাই বিশেষে কাপোৰ পিন্ধিব লাগে❤

  • @ProbinBorah-w8c
    @ProbinBorah-w8c Месяц назад

    Right ❤❤❤

  • @NorthEastIndia7919
    @NorthEastIndia7919 Месяц назад +17

    আমাৰ গাৱত একো নিয়ম নাই কিন্তু আজিলৈকে চুৰিদাৰ পিন্ধা মহিলা দেখা পোৱা নাই বাৰু । পোছাক আৰু চৰিত্ৰ দুটা বেলেগ বস্তু ভাল কাপোৰ পিন্ধিলেইযে চৰিত্ৰ ভাল হব এইটো নহয় আৰু যি সমাজৰ নিয়ম যি নামানে তাক এঘৰিয়াই কৰিব লাগে

    • @MomyBorah-jk3rg
      @MomyBorah-jk3rg Месяц назад +6

      Tumi dhuti kio erila sart pent tu assamor nohoi niom ki maiki manuhor babehe ?

  • @abdulbasid1709
    @abdulbasid1709 Месяц назад +8

    খোৱা খাদ্যক লৈ যদি বাধা দিব পাৰে চৰকাৰে, তেনেহলে পিন্ধন উৰণৰ ক্ষেত্ৰত গাঁওৰ মানুহে কিয় দিব নোৱাৰে? এনে তালিবানি শাসন মাজে মাজে ব্যৱহাৰ হব লাগে।

  • @mukutbaruah2354
    @mukutbaruah2354 27 дней назад +1

    Saritra vl hb lage , Suri jara pindha to Ako Aparad nhoi. Take koi ,Jatir vitorat latera Aro hingshuk Axomiya hindu. Jai shree Ram ji. Kuwar bhakuli Gaon.

  • @jintubordoloi4731
    @jintubordoloi4731 Месяц назад +10

    Sad or mekhela pindha kijinik dekhisu nhoi gute pet2 aru 1ta gakhir uliyai ghuri furaa.. Namt sad or mekhela pindhi jodi horir 2 dhakiboi nuware to sador mekhela pindhar ki lav

  • @DaliSarmah-my1gb
    @DaliSarmah-my1gb 29 дней назад +1

    😂😂

  • @powerofalisa4325
    @powerofalisa4325 Месяц назад +4

    চৰিত্ৰ সলনি হৈছিলেই ৰাইজে ঠিকেই কৰিছে ।

  • @jyotishdas5834
    @jyotishdas5834 Месяц назад

    সত্য যুগৰ গাঁও

  • @rekhamonikonwar1167
    @rekhamonikonwar1167 Месяц назад

    সেই ঠাইকণত নথকাই ভাল ।

  • @ebulali8473
    @ebulali8473 Месяц назад +4

    চুৰিদাৰ পিন্ধিলে ভাল একো দেখা নাপায় মেখেলা চাদৰ পিন্ধিলে নাই পেট ধুনীয়া কৈ দেখা পাই খেই কাৰণে মেখেলা চাদৰ পিন্ধিব লাগে বাইডো হাতৰ মতে

  • @uddiptaborah2353
    @uddiptaborah2353 Месяц назад +11

    সমাজৰ নিয়ম মানি চলিবলৈ শিকিব লাগে । পুৰণি কলিয়া সমাজ খনৰ নিয়ম নমনাটো অপৰাধ

    • @DebajitSaikiaSaikia-q9s
      @DebajitSaikiaSaikia-q9s Месяц назад +1

      Hoi ne.. toi bamar hole doctor usorot najabe gaonliya tickment korebe ...

    • @loparai1957
      @loparai1957 Месяц назад +3

      Mohaxoy, apuni kormostholi loi jaute Dhuti aru Punjabi ei pindhi jai, nohoi janu

  • @pankajsaharia662
    @pankajsaharia662 Месяц назад +5

    Offcourse right disistion its

  • @Hmmn792
    @Hmmn792 Месяц назад +4

    চুৰিদাৰ, চালোৱাৰ কামিজ, আদি কুন্ধছ সাজ পোচাক হয়। এইবোৰ পিন্ধা আপিচবক কিবা বিহাৰী বিহাৰী, হাৰিয়ানবী হাৰিয়ানবী, লাগে।

  • @NayanDeka-n3y
    @NayanDeka-n3y Месяц назад +1

    God job medam nice

  • @bobitadekashaikia6160
    @bobitadekashaikia6160 Месяц назад +7

    বহুত ভাল লাগিছে এইটো নিয়ম কৰি দিয়াৰ কাৰণে

  • @Dameswarsaikia-sk1vf
    @Dameswarsaikia-sk1vf Месяц назад +13

    চাদৰ মেখেলাই অসমীয়া পৰিচয়

  • @abhijitkotoky7200
    @abhijitkotoky7200 Месяц назад

    Mojja

  • @sushantadeka898
    @sushantadeka898 Месяц назад +22

    গু খুৱা মাইকী কেইটা ঘৰত নাইটি কিয় লাগে ? স্বভাব ভাল হব লাগে, গু খুবাই গু খাবই ।

  • @luhitchutia9911
    @luhitchutia9911 Месяц назад

    Good ❤❤

  • @RajuKumar-vh6mp
    @RajuKumar-vh6mp Месяц назад +3

    Bahut val hoise.sealot ai gaonr raijak .

  • @tarulatahazarika6418
    @tarulatahazarika6418 Месяц назад

    ফাল্টু চিন্তাধাৰাৰ মানুহ এইবোৰ

  • @Hmmn792
    @Hmmn792 Месяц назад +2

    চুৰিদাৰ, চালোৱাৰ কামিজ, মুলতঃ মিঞাচবৰ সাজ পোচাক হয়। এনে সাজ পোচাক অসমৰ প‌্ৰাণী কেইজনীয়ে পিন্ধা বাবে অসম খন বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, আদি ৰাজ্যৰ দৰে গেলা গেলা লগা হৈছে।

  • @LakhiramDas-o8h
    @LakhiramDas-o8h Месяц назад +11

    Bhal koresa.

  • @ChandeswarHasda-xl7kz
    @ChandeswarHasda-xl7kz Месяц назад +9

    Good

  • @UdhabRajbonkhi
    @UdhabRajbonkhi 12 дней назад

    Nice

  • @MoheshMili-uu5ik
    @MoheshMili-uu5ik Месяц назад +8

    Kisumn manuhe ki kore jna sador khone vl dore buku khn dhaki nloi buku khonor majot loi sador aru pet2 adha uleai thoi tatk 1jur hompurna deh dhaki thua kapur pindhat kihor apoti baru pagl nk aibur

  • @SonjayKalita-t4l
    @SonjayKalita-t4l Месяц назад +12

    ভাল কাম কৰিছে ❤

  • @SALIMKHAN-g2z
    @SALIMKHAN-g2z Месяц назад +6

    এইটো বেয়া কাম কৰিছে !

  • @RashmiSaikia-l8w
    @RashmiSaikia-l8w Месяц назад +35

    Ki faltu manuh o aibur ... Sador mekhela t koi basi aabur he suridar jur .. mekhela sador pindhile pet ulai pithi ulai suridar jurot aku nulai ....

    • @ariyanhussain2126
      @ariyanhussain2126 Месяц назад +5

      Pet pit bur je sabo nuware hai karone aito korise bodmash kita 😢

  • @purabimix1976
    @purabimix1976 Месяц назад

    Salwar is the best....and comfortable

  • @JoychandraDas-s6f
    @JoychandraDas-s6f Месяц назад +10

    অতি দুৰ্লভ কামত উচিত বিচাৰ কৰাতো ভাল লাগিল। কাৰণ হৰিণাৰ গাৰ মঙহেই শত্ৰু।

  • @Hahi-Xurag
    @Hahi-Xurag Месяц назад +12

    কেই বছৰমান পিছত হাফপেন্ত পিন্ধিব। হাফপেন্ত পিন্ধিলে বেছি কমফৰ্ট হ'ব। তেতিয়া অসমীয়াৰ সাজ পাৰ বুলিলে কি দেখুওৱাব।😮😮😮

  • @dasgc3133
    @dasgc3133 Месяц назад

    Right খবৰ

  • @deepaksarma3709
    @deepaksarma3709 Месяц назад +29

    চাদৰ মেখেলা অসমীয়াৰ পৰিচয়.

    • @kulennath1210
      @kulennath1210 Месяц назад

      মেখেলা চাদৰ অসমীয়াৰ পৰিচয় হ'ল বুলিয়েই কি চুৰিদাৰ পিন্ধিব নোৱাৰে নেকি? চুৰিদাৰ পিন্ধিলে কোন ৰাইজে এঘৰীয়া কৰে, এইবোৰ নিম্নখাপৰ চিন্তা ধাৰা ✊ এঘৰীয়া কৰা মহিলাসকলক গিৰিয়েকৰ জঙীয়াৰে কোবাব লাগে ✊

  • @ranjanneog245
    @ranjanneog245 Месяц назад +10

    😂😂😂 balor Niom tohot rendy hotor😅

  • @JibonJibon-h7b
    @JibonJibon-h7b Месяц назад

    ভাল কথা মেখেলা চাদৰ পিন্ধিৱ লাগে ?

  • @Sumpideorii
    @Sumpideorii Месяц назад +2

    সঁচায় কি আচৰিত দেই☺️। যি পিন্ধি comfortable লাগিব সেইটো সেই পিন্ধিব পাৰি। ভবিষ্যতে যে ছোৱালীবোৰো পিন্ধিব নোৱাৰিব নেকি বাৰু?🤔

  • @viralonly2
    @viralonly2 Месяц назад +2

    মানুহ আজি কত গৈছে 🤔🤔🤔

  • @dipalisharma5442
    @dipalisharma5442 Месяц назад

    অসমৰ মানুহ বোৰ কোন দিশলৈ গৈছে বাৰু? প্ৰথমে মানুহে নিজৰ মন বোৰ সলনি কৰাৰ দৰকাৰ। তাৰ পিছতহে চুৰিদাৰ জোৰ। ধেৎ গাৱৰ বাইদেউ হত। আপোনালোকৰ ছোৱালী বোৰে বিয়া হ'লে?😅 অসমত/ গাৱঁত অন্য বিভিন্ন নিয়ম কানুন আনক। য'ত মানুহ সুখী হ'ব পাৰে।

  • @BipulBasumatary-h7y
    @BipulBasumatary-h7y Месяц назад +2

    মটৰ চাইকেল চলাব পাৰে কিজানি । ধন্যবাদ,,,

  • @Jaggu2983
    @Jaggu2983 Месяц назад +6

    Suridar pindha mohilai gutei gatu dhaki thoi baidew ....aru Ami bahut dekhsu sador Mekhela pindhi ki ki kando Kori thake ...

  • @krishnadutta4592
    @krishnadutta4592 Месяц назад +3

    Bohut. Val. Kam. korise
    0:41 .

  • @ManojHazarika-l8h
    @ManojHazarika-l8h Месяц назад +7

    সুন্দৰ পদক্ষেপ অসমীয়া সম্মা ৰখা কৰিছে ধন্যবাদ

  • @AntonyToppo-l5z
    @AntonyToppo-l5z Месяц назад

    Very nice speech news

  • @MamoniGuhain
    @MamoniGuhain Месяц назад

    অতীতৰ পৰা চাদৰ মেখেলাই আমাৰ মা আইতা খুড়ী হতক পৰিধান কৰি অহা দেখিছো তেওঁলোকৰটো কেতিয়াও পেট ওলাইছে বুলি কোনেও কোৱা শুনা নাই । আচলতে নিজৰ সাজ পাষ কেতিয়াও এৰা উচিত নহয় । সাজ পাৰৰ লগতো বহুত কথা থাকে ।সাধাৰণ চুৰিদাৰ যোৰৰ লগতে ৰাইজ বাদ দিয়া গৰাকীও অলপ হব নালাগিব ।ভৱিষ্যতে কি ৰূপ লয় নাজানো বৰ্তমান আমাৰ গাঁৱৰ মহিলা সকলে চাদৰ মেখেলাই পিন্ধি আছে । চুৰিদাৰৰ হাৱা লগা নাই ।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Месяц назад +22

    ৰাইজৰ মাজত একতা লাগে ভাল কৰিছে ওৰনীতো গলেই

    • @MomyBorah-jk3rg
      @MomyBorah-jk3rg Месяц назад

      Hokolu pagol hol maiki manuhe akash ot urise kapurot lagi ase