if I say this boy is in 5 th standard but still he takes class of 8 th standard .look his maturity as well as knowledge. Future of our India. well we feel proud when such youth or child shows his interest in study .but same time I request to our children of Assam as well as youth please keep change your way and take part in central level exams why only Bihar is topper in IAS? they work hard really
এই ল'ৰা জনক উপযুক্ত শিক্ষাৰে আগ বাঢ়ি যাবলৈ সুযোগ দিয়ক , তেওঁৰ ভৱিষ্যত মানসিক চিন্তা ধাৰা অতি শক্তিশালী আৰু সাহসী,
এই খন এখন সাহসী তৰোৱাল যাক ভাল পথেৰে ধাৰ দিলে এদিন ভাৰত বা দেশৰ সম্পদ হৈ পৰিব
ভগৱান সহায় হওক....চনু তুমি আগুৱাই যোৱা....
এই ল'ৰা জনক পঢ়ি বলৈ দিয়ক, তেওঁ সমাজৰ বাবে কাম কৰিব। এয়া মোৰ বিশ্বাস
Apuni o help koribo pare olop solop koribo?
এই ল'ৰাটো এদিন বিহাৰৰ মূখ্য মন্ত্ৰী হ'ব।❤️❤️🙏
👌
নহয় , নীতিশৰ নাতি নাতিনী নাই নেকি 😂
ভৱিষ্যতে এই ল'ৰা জন দেশৰ সম্পদ হৈ পৰিব । তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।👍
,, , xx x ❤❤❤❤
যি মূলা বাঢ়ে তাৰ দুপাততে চিন৷ Smart boy. All the best.
কিছুমান ল'ৰা ছোৱালীক দেখিছোঁ পঢ়াৰ নামত কোনো কাণ সাৰে নাই কিন্তু এই শিশুটিয়ে নিজৰ পঢ়াৰ বাবে মূখ্যমন্ত্ৰী ক মিনতি কৰাটো অতি আচৰিত কথা। কিমান বুজি পাইছে নিজৰ জীৱন টোক ইমান ফুল কুমলীয়া বয়সতেই। আগলৈ গৈ তেওঁ বিহাৰৰ এজন বহুত ডাঙৰ মানুহ হ'ব।
বাঃ এই ল'ৰা টোক মানিছো।সচাকে তেওঁৰ ব্যৱহাৰ কথা দেখি বহুত ভাল লাগিছে।দেশৰ বাবে যি চিন্তা কৰিছে সচাকে ধন্যবাদ।
এইয়া দেশৰ ভবিষ্যৎ। এওঁক গঢ় দিলে তীখা হৈ পৰিব যেন লাগিছে।
তেও দূৰ্দান্ত মানসিক শক্তিৰ অধিকাৰী...অতি সাহসী। তেওক গঢ় দিলে ,তেও গঢ় দিব সুস্থ সমাজ ব্যৱস্থা।
কিছুমান কাহিনী দেখি শুনি বহুত বেয়া লাগে।তুমাৰ আশা পুৰণ হওক।
ল'ৰাজনৰ কথন শৈলী বাৰুকৈয়ে মনকৰিবলগীয়া!! উপযুক্ত শিক্ষাৰে আগবঢ়াই নিলে এদিন নিশ্চয় দেশৰ সু-নাগৰিক হ'ব!
সুন্দৰ,সুযোগ্য পুত্ৰ !আমি কম সন্তানটিৰ বাবে এই ক্ষেত্ৰত। অসমীয়াতে কওঁ" সংঘাতে জীৱনৰ ভাঙি দিলে আশা ৰৰ, পোনৰ গঢ়িবা বন্ধু গড়িবা সোণৰ ।"
বহুত ভাল লাগিল বাবু , আগুৱাই যোৱা, ভগৱানে তোমাৰ মঙ্গল কামনাৰে 🙏🙏
He has a bright future..Wish success in life..
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ 😊 আগুৱাই যোৱা ❤️
জুবিনে সাধা মাৰা বাতৰি কৰাতকৈ এনেকুৱা বাতৰি কৰিলে দেশৰ উন্নতি হব পাৰে বুলি মোৰ বিশ্বাস
ইয়াত আকৌ জুবিন ক'ৰ পৰা আহিল ?😂
God bless you little kid 🙏🙏🙏
Bihar kids -IAS
assam kids -cover songs video
Yes 😂
😂
Correct
😂
Hmmm
চনুলৈ প্ৰীতিভৰা শুভেচ্ছা থাকিল।চৰকাৰে নিশ্চয় তেওঁক সহায় কৰা উচিত।চনু আমাৰ দেশৰ ভৱিষ্যতে এটুকুৰা সুউজ্বল হীৰা হিচাপে চিহ্নিত হোৱাটো নিশ্চিত।
very powerful boy. Make a bright future we are with you❤
ভগবানে তুমাক নিশ্চয় সহায় কৰিব
Ai Lora jonok agbahi jaboloi sorkare hubidha diyok ,ata homoyot akakhor dhurbo tora hoi jilikil thakibo .Sonu Tumi agbahi jua ,vogobane tumak kukhole rakhok .❤❤❤❤from assam ,sivasagor❤❤❤❤
এই লৰা জনক পঢ়িবলৈ দিয়ক তেওঁ দেশৰ সম্পদ হয় পৰিব ❤️❤️🙏
লৰা তোক পঢ়াত চরকারে সহায় কৰে যেন
ধন্যবাদ সনু তোমার আশা পূরণ হোক
Enekuwa positive news bur dile val lage, gd one, baki babu vat khala, kun kot polai gol seibur nabajabo, thnx
I will pray to God for his bright future
এনেকুৱা লৰা হব লাগে ♥️♥️
ভগৱানে তোমাক মঙ্গল কৰক সোন, তুমি বিচৰা ধৰনে সাহস গোটাই আগলৈ আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ 🙏
লৰা জনৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো,,,
ভগবানে আশীবাদ কৰক
U have the capability to become a great personality for India 🇮🇳 u r confidence level is superb God gifted ❤❤❤❤❤🙏🙏🙏🙏
God bless you beta... Vagawane tumar monor kamona puron korok... India r dimond hobo edin... Mur asirbaad thakil tumaloi....
Such an honest and smart boy. wishing for his bright future
স্মাৰ্ট লৰা 👍👏
Bah. Bah ❤❤❤
His words are emotional
if I say this boy is in 5 th standard but still he takes class of 8 th standard .look his maturity as well as knowledge. Future of our India. well we feel proud when such youth or child shows his interest in study .but same time I request to our children of Assam as well as youth please keep change your way and take part in central level exams why only Bihar is topper in IAS? they work hard really
Salute to his high ambition & bravery.
Smart boy❤
Very Good boy from Assam
Really a Very Brilliant Boy 👦👏God bless you my child..
God bless you beta.. Bohot aage jauoge... 🙏 salute korta hoon aapko..
Good
Verry intelligent boy . God bless u.
এই লৰাজনক পঢ়িব সুবিধা দিওক এদিন ভাল মানুহ হিচাবে পৰিচয় দিব
Goad.bless.you.beta.tum.aru.age.baro.tumara.monu.kamna.pura.korega.Vogoban.hai.tumare.pasme..thanks.again.to.your.mind.and.voice
সাহসেই লক্ষী বেটা । তোমাৰ উজ্জ্বল ভমবিষ্যতৰ কামনাৰে অন্তৰ ভৰা স্নেহাশীষ জনালো ।❤❤
ধন্যবাদ ভাইতি ❤ Dipti Rabha Teron
Bohut bohut hundor sinta
Very very smart n breavest boy plz give him chance 2,improve his life i request to honourable cm bihar
Thank you 👌👌👌⭐⭐⭐🖋️
❤ I love 💕 you baba আশিʼবাদ থাকিল।
Good boy agee bari, from Assam
Thanks for Assam
❤ May God bless to you Sanu babu
লৰাজনে হাত দুখন মেলি দিলে কিন্তু মন্ত্ৰী জনে সহাৰি নিদিয়া যেন লাগিলে ।।।
Thikei...amar mamai hole2 Sonuk aakuwali lole hoi..
😊😊
@@chandasmitadas7656 moro tenekuwai lagile
Amar baal korile hoi@@chandasmitadas7656
ভীষণ প্ৰতিভাশালী ল'ৰা; আগবাঢ়িবলৈ সহায় কৰক।
Great soul ever owned by this young.
Super little one God bless u 🤗🤗🤗🤗❤❤❤❤❤
Thank you so much. Be happy sonu.
Thank you baie
Very smart Boy❤️❤️❤️❤️❤️❤️
Smart, boy
Very good boy , god bless you ❤❤❤
এই খন দেশৰ প্ৰতি জন নাগৰিক তুমাৰ দৰে সাহসী হোৱা উচিত
God bless him
God bles you kid..hope full-fill your drem's..
Gd bless u beta
Aj sonu kaha he janneka mon he bohute tellent n breav he God bless you beta Go ahead
ভাল,লাগিল,চুনু,ভগবানে,আর্রুসাহশ,দিয়ক
Jarur ak din yea bonaga
Salute...you...
Bhut val lagise video too. Thanks 👍
More power to you kid god bless 🙏🙏
চেলুট বেটা🙏may your future purpose be successful 🙏
"Ji lai bahe tar duatote sin,"❤❤❤❤❤
Your are god gifted I hope one day you IAS officers
Thank you 👍👍👍
ভগৱানে সহায় কৰক
God bless him❤️❤️❤️🙏🙏
God bless you bro👌👌👍👍🙏
Wow... Thumps up to his maturity... Quite rare
Very good Congratulations
Good !God Bless you! Keep it up!
Salute my dear 🌷🌷🙏
God bless you 🙏 ❤️
God bless you,Babu ..🙏
Kya baat he beta. God bless u. Ye confident humesa rakhna beta. Love u sonu
I pray to God for your good..
God bleees u beta ❤❤❤❤❤
Smart boy all the best 👍👍
বিহাৰত আছোঁ মই বৰ্তমান
২১ তাৰিখত
বৰ আমনি লাগি আছে ইয়াৰ পৰিবেশ বৰ বেয়া ৰাস্তাত যাব নোৱাৰো লেতেৰা বেয়া গোন্ধ
আজিৰ দিনত ৰাস্তাত মানুহ থাকে
কি কম বাৰু
মই থাকিব পৰা নাই
অতি সোনকালেই ঘৰত যাম
কান্দোন আহি থাকে মোৰ
একো খাৱ পৰা নাই
শুব পৰা নাই
জয় আই অসম
Very good 👍
Good news👍
God
Bless
You
God bless you brother
কিছুমান শিশু God gifted,,
All The best❤