গ্রন্থৰ বতৰতে পাঠকৰ মাজলৈ আহিল ‘বিজেপিক কিয় ভোট নিদিব’ শীৰ্ষক এখন বিশেষ গ্রন্থ...

Поделиться
HTML-код
  • Опубликовано: 15 янв 2025

Комментарии • 307

  • @DebanandaKaman
    @DebanandaKaman 18 дней назад +54

    সকলোতকৈ শ্ৰেষ্ঠ, সকলোতকৈ নিৰ্ভীক, সকলোতকৈ বেছি সত্যবাদী বাতৰি কাকতত আপোনাৰ সেই প্ৰতিদিন। আমি সদায় আপোনাৰ লগত আছোঁ।❤❤❤

    • @pinkugoswami7448
      @pinkugoswami7448 17 дней назад +2

      Um..Goalpara r miya area bur o main guest ...miya k henu ami jonogosti bonabo lge ..

  • @moheswardutta1774
    @moheswardutta1774 18 дней назад +82

    Nitumoni Saikia ডাঙৰীয়ালৈ বহুত ধন্যবাদ জনালো।

  • @ddhemali2.040
    @ddhemali2.040 18 дней назад +45

    অভিনন্দন দাদা।
    উপযুক্ত সময়ত গ্ৰন্থখন প্ৰকাশ কৰিলে।

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 18 дней назад +39

    অসমত এইখনেই কাকত যিখনে ৰাইজৰ দুখৰ কথা কৈ আহিছে ভাল লাগে

  • @lalitpukan4197
    @lalitpukan4197 13 дней назад +4

    বহুত ভাল কথা। সকলোৱেই কথাষাৰ বুজিবলৈ যত্ন কৰকচোন।

  • @aimbot_ff__
    @aimbot_ff__ 10 дней назад +1

    You are right

  • @Neuosm
    @Neuosm 18 дней назад +51

    আমি অসম বাসি ৰাইজে কিতাপ খন পঢ়া উচিত ❤

  • @imdadali9519
    @imdadali9519 18 дней назад +29

    সুন্দৰ পদক্ষেপ।

  • @pranjitroypranjitroy
    @pranjitroypranjitroy 18 дней назад +18

    নিতুমনি ছাৰলৈ বহুত বহুত ধন্যবাদ থাকিল

  • @bimangogoi2512
    @bimangogoi2512 18 дней назад +41

    এইখন চৰকাৰ 26 ত পুলিয়ে পোখাই উঘালী নোৱাৰিলে জনতাৰ পুলি পোখা নাইকিয়া হোৱাটো খাটাং।

    • @harukantidas
      @harukantidas 18 дней назад

      😂😂😂

    • @hemantadas403
      @hemantadas403 17 дней назад +1

      Best step, But who will understand ? All are greedy for benefichery

    • @junD-r4u
      @junD-r4u 17 дней назад

      Moiu Ahom hoi kintu BJP jikiboi..

    • @ArpanGogoi3457
      @ArpanGogoi3457 17 дней назад

      @@junD-r4u Bamun'r pukor seleki thak goi jaa

  • @AbhijitChutia-q6y
    @AbhijitChutia-q6y 18 дней назад +36

    প্ৰতিদিন গোষ্ঠীৰ ❤❤❤❤

  • @h1239640
    @h1239640 18 дней назад +34

    কিতাপখন সকলোৱে পঢ়িব লাগে 🙏

  • @ranudevimorang9103
    @ranudevimorang9103 18 дней назад +14

    ধন্যবাদ থাকিল!

  • @rinkushivam8759
    @rinkushivam8759 17 дней назад +4

    আমি এইবোৰ কথাত ভোল নাযাও।কংগ্ৰেছীয়ে টকা দিলেই চাকৰি দিছিল।বিজেপি য়ে মেধাবী ছাত্ৰ সকলক চাকৰি দিছে।কংগ্ৰেছী য়ে আমাৰ জীৱন ধ্বংস কৰিছে, টকা দিৱ নোৱাৰাৰ বাবে চাকৰি এটাকে লৱ নোৱাৰিলো ।এইবোৰ কথাও ভাৱিব লাগে।অহা ২০২৬ত বিজেপি চৰকাৰ অসমত গঠন হৱ, অসমীয়াই বিজেপিক ভোট দি জয়যুক্ত কৰি চৰকাৰ গঠন কৰিৱ

  • @TirthajyotiGogoi-u4n
    @TirthajyotiGogoi-u4n 18 дней назад +11

    সাদিন প্ৰতিদিন গোষ্ঠীক শতকোটি প্ৰনাম জনাইছো ❤

  • @Kiran-si2bf
    @Kiran-si2bf 18 дней назад +21

    মানুহ একেই কেইজন,কংগ্ৰেছ চৰকাৰ দিনত জী কেইজন,এতিয়া বিজেপি চৰকাৰ খনৰ মূৰব্বী পৰা মন্ত্ৰী সকলো,

  • @Eve-d2e
    @Eve-d2e 17 дней назад +3

    এয়া আপোনাৰ পক্ষপাত।
    আপুনি নক'লেও সহজে অনুমেয়।
    এয়া আপোনাৰ মাৰাত্মক প্ৰচাৰ। অপৰিপক্ক ৰাজনৈতিক চিন্তাৰ বহি:প্ৰকাশ। কোনোবা দলক ভোট নিদিবলৈ জনগণক আহ্বান জনোৱাতকৈ গণতন্ত্ৰৰ পৰম্পৰাসমূহৰ প্ৰতি সচেতন হ'বলৈ আহ্বান জনোৱা বা সজাগতা অভিযান চলোৱাহে উচিত আছিল।
    সংবাদ কৰ্মী হিচাপে আপুনি ৰাজনীতিৰ পৰা (নিজক) সামান্যতমো দূৰত্ব বজাই নাৰাখিলে। আপোনাৰ এই ঘোষণাই তাকে প্ৰমাণ কৰে।
    অসমৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে সংবাদ মাধ্যম আটাইতকৈ বেছি দায়ী। ২০১৪ত কংগ্ৰেছক হৰুৱাই বিজেপিক শাসনলৈ অহাত সহায় কৰিছিল সংবাদ মাধ্যমে। এতিয়া বিজেপিক হৰুৱাই কংগ্ৰেছক শাসনলৈ অনাৰ বাবে পুনৰ ভূমিকা লৈছে সংবাদ মাধ্যমেই। আপুনি বুকুত হাত থৈ কওক, কংগ্ৰেছ পুনৰ শাসনলৈ আহিলে জনগণৰ কল্যাণ নিশ্চিত হ'ব। আপুনি নিশ্চিত প্ৰদান কৰিব পাৰিব নে যে, এইবাৰ শাসনলৈ আহিলে কংগ্ৰেছৰ পূৰ্বৰ সকলো অশুভ পৰম্পৰা নাথাকিব? এই প্ৰশ্নৰ‌ প্ৰাসংগিকতা এইবাবেই যে, বৰ্তমান অসমত বিজেপিৰ বিকল্প কংগ্ৰেছ। আঞ্চলিক দল দুটাৰ সাংগঠনিক স্থিতি পুতৌ লগাকৈ দুৰ্বল।

  • @RDSProduction
    @RDSProduction 18 дней назад +10

    1250 টকা পোৱাসকলক তাচ্ছিল্য কৰিবলৈ সবাতোকৈ সহজ ৷ নেৰিবা ৷ কিন্তু হে প্ৰভূ আমি দৰিদ্ৰবোৰে জানো 1250 টকাই আমাক কিমান উশাহ দিযে ৷

    • @dhrubajyotitalukdar3320
      @dhrubajyotitalukdar3320 18 дней назад

      Hahi uhte dada aibor ktha xunile.. 1250 toka paise thike ase xaekhinir babe xklo bostut besi dam vori ase.. najane ne jani najanar bhao dhre buji napao

  • @RudreswarBora
    @RudreswarBora 18 дней назад +11

    Thank you Nitumoni Saikia ok right

  • @rohitgupta9139
    @rohitgupta9139 18 дней назад +14

    বিহপুৰীয়া সমষ্টিৰ পৰা টিকট বিচাৰি হাবাথুৰি খোৱা জনে কিতাপ আজি একো নকওঁ😊😊

    • @R....n-qm9fb
      @R....n-qm9fb 18 дней назад +3

      Bengali jaat 😂

    • @Nabajyoti-c4c
      @Nabajyoti-c4c 18 дней назад +1

      ​আৰু তই মিয়া@@R....n-qm9fb

    • @AyushShankaria
      @AyushShankaria 18 дней назад

      @@rohitgupta9139 hosa kotha

    • @humendas6064
      @humendas6064 17 дней назад +1

      Koi jowa bro ami u asu jai shree ram ❤🚩

  • @sunandaborah8177
    @sunandaborah8177 12 дней назад

    সুন্দৰ বহু ত বহুত ভাল কথা কৈছে ।

  • @saralmonineog7403
    @saralmonineog7403 16 дней назад +1

    Great Book 👌

  • @mrinalmedhi8346
    @mrinalmedhi8346 12 дней назад

    মই জনা হোৱাৰ পৰাই প্ৰতিদিন বাতৰি কাকতৰ নিয়মীয়া পঢ়ুৱৈ। প্ৰতিষ্ঠাপক সম্পাদক জাতীয় শ্বহীদ পৰাগ কুমাৰ দাস দেৱৰ আদৰ্শ ৰে চলিবলৈ চেষ্টা কৰি আহিছোঁ। জয় আই অসম ❤❤❤

  • @apurbabhuyan8121
    @apurbabhuyan8121 18 дней назад +7

    আমি ১০০% BJP ভোট দিম। নিজৰ ঘৈনীয়েকে নুশুনে নিতুমনীৰ কথা। এনে অসমৰ অভিভাৱক ওলাইছে।

  • @nabajitchaliha8084
    @nabajitchaliha8084 18 дней назад +3

    Nitumoni saikia ডাঙৰীয়াই ২০১৪ চনত লোকসভা নিৰ্বাচনত Open Chelenge কৰিছিল বিজেপি হাৰিৱ‌ বুলি , কিন্তু একো‌লাভ নহল, এতিয়া গ্ৰন্থ লিখি কি‌‌ কৰিব, সাংবাদিক সকলে ৰাজনৈতিক দলৰ হৈ কাম কৰিলে ভাল নালাগে,পাৰিলে নিজৰ,,,,,,,,,,,,,,,,,?

    • @kusumsarma6702
      @kusumsarma6702 18 дней назад

      আপুনি আগতে কিতাপ খনকে পঢ়ক,,, তাৰ পিছত কথা কব

  • @JayantakonworKonwar
    @JayantakonworKonwar 18 дней назад +14

    Mooja,,,,,

  • @adrirajphukon3828
    @adrirajphukon3828 18 дней назад +9

    Afterwatching this News
    ED, CBI, IT be like - Get Ready Boys ,phir se kam pe lagna hein 😂

  • @tapanjitdeka800
    @tapanjitdeka800 18 дней назад +12

    Vote bank কংগ্ৰেছে হে সৃষ্টি কৰিছিল

    • @LearningSparkAxom
      @LearningSparkAxom 18 дней назад

      আপুনি caa ৰ কথা নিশ্চয় শুনিছে।

    • @tapanjitdeka800
      @tapanjitdeka800 18 дней назад

      @LearningSparkAxom caa এতিয়াহে আনিছে , কংগ্ৰেছে 1946 তে vote bank বনাইছিল , সেয়ে এতিয়া caa বিৰোধ কৰিছো

    • @LearningSparkAxom
      @LearningSparkAxom 18 дней назад

      @@tapanjitdeka800 অতীতত সলনি কৰিব নোৱাৰো। কিন্তু ভৱিষ্যতে নহৱলৈ কি কৰিব লাগিব?

    • @Hahi-Xurag
      @Hahi-Xurag 18 дней назад

      ​কিছুমানে দেখি শিকে। কিন্তু আপুনি একো শিকা নাই। বাংলাদেশত যাওক।

  • @AsrafAli-cx3jj
    @AsrafAli-cx3jj 18 дней назад +14

    you are really Hero

  • @JayantaDek
    @JayantaDek 18 дней назад +5

    বাদ দিয়া হে আমেৰিকাতো বান পানী হয়

  • @babulnath1081
    @babulnath1081 18 дней назад +6

    হীৰেন ভট্টাচাৰ্য দেৱে বিজেপিক ভোট দিব নালাগে বুলি বহুত কৈছিল। নিতুমনি শইকীয়া তেওঁতকৈ বহুত তলৰ মানুহ।

    • @pragjyotishsarmabaruah7440
      @pragjyotishsarmabaruah7440 18 дней назад +3

      হীৰেণ ভট্টাচাৰ্য নহয় হীৰেণ গোহাঁই

    • @jayantabhuyan8019
      @jayantabhuyan8019 18 дней назад

      বিষয়টোৰ ওপৰত আপুনি কি কয়?

    • @samarendrabiswas6050
      @samarendrabiswas6050 17 дней назад +1

      Nitu monir nijor wife and children... divorce dilee......

  • @localstoryinassam8358
    @localstoryinassam8358 18 дней назад +9

    সুন্দৰ পদক্ষেপ❤

  • @moheswardutta1774
    @moheswardutta1774 18 дней назад +24

    কিতাপ খন কত পাম জনাবচোন।

    • @JayantaDek
      @JayantaDek 18 дней назад +1

      তুমি কিতাপৰ দোকানত পাই যাব

    • @MIRAJULHOQUE-w2i
      @MIRAJULHOQUE-w2i 18 дней назад

      ​@@JayantaDekকোন 2 দোকানত পাম

  • @MerujitPatowary
    @MerujitPatowary 18 дней назад +5

    Protidin jindabad....

  • @chandanlahkar9868
    @chandanlahkar9868 16 дней назад

    Thanku patidin gosti
    Jayanta Da Thanku

  • @NirjayIslary
    @NirjayIslary 18 дней назад +3

    I will purchase the book & read ❤❤❤

  • @SanjayBorahkumar
    @SanjayBorahkumar 18 дней назад +7

    B j p zindabad

  • @mainulhque1667
    @mainulhque1667 18 дней назад +12

    সুন্দৰ বাৰ্তা

  • @bikashhasda9015
    @bikashhasda9015 18 дней назад +2

    Salute 🎉

  • @Sarudhan-xj7wg
    @Sarudhan-xj7wg 18 дней назад +2

    All is right.❤❤❤

  • @MohirUddin-ch3qf
    @MohirUddin-ch3qf 18 дней назад +2

    Right 👍

  • @KhruloraPatar-yt3cf
    @KhruloraPatar-yt3cf 18 дней назад +7

    Bjp wlc ako aba bjp sorkar 26 ❤

    • @abhijitkakoty4705
      @abhijitkakoty4705 18 дней назад

      Foolish people are everywhere .. what did they do till now? Extortion of money?

  • @gautamairiya9148
    @gautamairiya9148 12 дней назад

    সুন্দৰ

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 18 дней назад +12

    😂😂😂বিজেপিক কোনো দলে বৰ্তমান হৰুৱাব নোৱাৰে।।।বিজেপিৰ ভেটি অসমৰ বেছিভাগ গাওতেই শক্তিশালী।গতিকে গাওৰ মানুহে বিজেপিৰ দিনত কংগ্ৰেছতকৈ বহ পাইছে।গতিকে গ্ৰাম্য এলেকাত এটায় জানে যে কংগ্ৰেছে আমাক একো দিব নোৱাৰে।বিজেপিয়ে যিখিনি দিছে,সেয়াই যথেষ্ট।কোনো ব্যক্তিৰ মন্তব্য ই মূখ্যমন্ত্ৰীৰ মন্তব্য ই কাটিব নোৱাৰে।গতিকে এইবোৰ কথা জনগনৰ ওচৰত অৰ্থহীন।।।কেইদিনমান পিছত এখন বিজেপিৰো কিতাপ পাব।-----"কংগ্ৰেছৰ দিনত অসম আৰু আজিৰ অসমৰ মাজত তুলনা"-------অসমত আগন্তক দিনত বিজেপিয়ে কি চমৎকাৰ দেখুৱাব তাৰ বিষয়ে গ্ৰন্থ ও ওলাব।গতিকে বিজেপি বিৰোধী কিতাপখনক বিজেপিৰ কিতাপে তল পেলাব।।।গতিকে অসমত বিজেপি আৰু কেইবাৰ শাসন কৰিব তাৰ কোনো শেষ নাই।।

    • @mondeephazarika681
      @mondeephazarika681 18 дней назад

      ধাৰ লৈ 😂😂😂😂

    • @Nirmalkumarray2000
      @Nirmalkumarray2000 18 дней назад

      ​@@mondeephazarika681বেলেগ ৰাজ্যতকৈ অসমৰ ধাৰ কম।আগত কংগ্ৰেছে ধাৰ লোৱা নাছিল নেকি???

    • @gunajitsarma5579
      @gunajitsarma5579 18 дней назад

      ​@@mondeephazarika681আগতে জানি লো ধাৰ কাক দিএ

    • @Nabajyoti-c4c
      @Nabajyoti-c4c 18 дней назад +1

      ​@@mondeephazarika681টয় দিছ নেকি

    • @chowlengdonahom1105
      @chowlengdonahom1105 18 дней назад

      Tur koti t tel hani Hui thak

  • @AssameseMaker1
    @AssameseMaker1 17 дней назад +3

    Amak congress uu nalage bjp uu nalage notun kiba dol ata lage 😔jonota bipod tt porise

  • @JayantaDek
    @JayantaDek 18 дней назад +3

    কিছুমান মানুহে নিজৰ ঘৰ খন চলাব নোৱাৰে সিহঁতে আকৌ বহুত ডাঙৰ সপোন দেখে ।

  • @hiranyahazarika6181
    @hiranyahazarika6181 18 дней назад +3

    আপোনাৰ কথা ঠিকেই কৈছে কিন্তু আগৰ চৰকাৰৰ বোৰে কি কৰিছিল। ভোট বেংকৰ নামত বাংলাদেশী ক প্ৰশ্ৰয় দিছিল কোনে। এতিয়া বেছিভাগ জিলা বাংলাদেশী য়ে ভৰি পৰিছে। বুদ্ধিজীৱি বুলি কলে গাঁওৰ সাধাৰণ মানুহে বুজি নাপায় । তেওঁলোকৰ কথাত ভোট দিয়া নিদিয়া নিৰ্ভৰ নকৰে। এই চৰকাৰৰ নেপথ্য ত যি সকলে বিনা স্বাৰ্থত কাম কৰি আছে সেই সকলে কেতিয়াও নিজকে জাহিৰ নকৰে।আনকি চৰকাৰৰ ঘৰৰ মানুহেও কিছু ৱে চিনি নাপায়।

    • @isfaqulhussain6078
      @isfaqulhussain6078 18 дней назад

      Nirbasonor agot bangaladeshie tali tupula bandhibo buli koisil, kintu CAA ahile, Supreme courtot bhitti borkho 1971 hobo lage buli kune ba kole? Gotike, congressok xomudai dukh japi di lav nai...

  • @NishantaNayan
    @NishantaNayan 16 дней назад +1

    🎉🎉🎉🎉

  • @sankujyotidutta3137
    @sankujyotidutta3137 18 дней назад +1

    সাহসৰ বাবেই প্ৰতিদিন প্ৰতিদিনেই অনন্য।

  • @SanjaySarma-yf1yc
    @SanjaySarma-yf1yc 18 дней назад +4

    গাওঁৰ সকলো মানুহে অৰুনোদয় ধন নাখায়।এখন গাওঁৰ দুই চাৰিজনে হে এইটো সুবিধা পাইছে।ফ্ৰী চাউলৰ কথা কৈ অৰুনোদয়ৰ কথা কৈ দুখিয়া গৰিব খিনিক নানা কথাৰে ইতিকিং কৰা বহুত মানুহ দেখিছো ।এইটো ভাল কথা নহয়।গৰিবৰ পেটৰ ভাত আৰু মাহৰ মুৰত পোবা বাৰশ টকাৰ মুল্য বহুতে বুজি নাপায়।

  • @terangpi3198
    @terangpi3198 17 дней назад

    Congratulations 👏

  • @humendas6064
    @humendas6064 17 дней назад +1

    Jai shree ram 🙏 jai Bjp❤❤

  • @TarunPayeng
    @TarunPayeng 18 дней назад +1

    বহুত সুন্দৰ

  • @INDIAN787-MH
    @INDIAN787-MH 18 дней назад +3

    ক্ষমতা আহিলে ৰামেই ৰাবন আৰু ক্ষমতা হেৰালে ৰত্নাকৰো বাল্মিকী হয়। কিন্তু বলী কোন? বেলি নে বতাহ? টকা নে আশা?

  • @happy_feeling100
    @happy_feeling100 17 дней назад +3

    নিতুমণি শইকীয়াৰ কৃতিত্বক শলাগ লৈছোঁ... গ্ৰন্থখনে আলোড়ণ সৃষ্টি কৰিব বুলি আমি আশাবাদী ❤❤❤

  • @abubakkarsiddique3197
    @abubakkarsiddique3197 18 дней назад

    Thank You Nitumoni Sir

  • @Dcd1971
    @Dcd1971 18 дней назад +1

    Right

  • @ArpanGogoi3457
    @ArpanGogoi3457 18 дней назад +5

    The three most corrupt Congressis --- Himanta, Jayanta and Pijush --- are now the main leaders of Assam BJP. What else can we expect from BJP in such a scenario?

  • @jayantabhuyan8019
    @jayantabhuyan8019 18 дней назад

    দেৰিয়েই হৈছিল। তথাপিও বহুত ধন্যবাদ। সুন্দৰ পদক্ষেপ।

  • @ajayrabha1610
    @ajayrabha1610 14 дней назад +1

    Best news channel of India

  • @Skdkkkskakad
    @Skdkkkskakad 17 дней назад

    Dhanyabad nitumani da

  • @AyushShankaria
    @AyushShankaria 18 дней назад +2

    Prothidin time congress ro support hoi

  • @NagenDas-g7y
    @NagenDas-g7y 18 дней назад

    Sir apunak dhanyabad janaisu .samay upajugi hoise

  • @romiodas508
    @romiodas508 18 дней назад

    You are right dada..

  • @akhilgoswami1140
    @akhilgoswami1140 18 дней назад

    Thank you nitumoni saikia......

  • @JayantaDek
    @JayantaDek 18 дней назад +5

    মই কেনেকৈ জীয়াই আছোঁ কোনে খবৰ লৈছে

  • @ShaharAliAhmed
    @ShaharAliAhmed 18 дней назад +1

    💯 Rith Sir I Selute You India Zindabad Assam Zindabad Allah Huakbar

  • @JakirAli-qx2nq
    @JakirAli-qx2nq 18 дней назад

    Good 👍

  • @rushanburagohain6803
    @rushanburagohain6803 13 дней назад

    বি জে পিক ভোট দিব নালাগে একমত।কংগ্ৰেছকো নালাগে দিব।কিন্তু জনসাধাৰণে এতিয়া কাক ভোট দিব ?কাকলৈ উন্নতি ৰ আশা কৰিব ৰাইজে ?আঞ্চলিক দলবোৰেও সঠিক পথ দিব পৰা নাই।এইবোৰৰ কাৰণতে অসম শেষ হৈ যাব নেকি।

  • @JayantaDek
    @JayantaDek 18 дней назад +1

    অসমত বুদ্ধি জিবি সংখ্যা বৃদ্ধি পাইছে। কৰ্ম জিবি মানুহ কমি আহিছে তাকে চিন্তা কৰিব লগা হৈছে

  • @mohandaimari.mohandaimari.4867
    @mohandaimari.mohandaimari.4867 18 дней назад

    Right kotha.

  • @pkvlogs1406
    @pkvlogs1406 18 дней назад

    Topic to great❤❤❤

  • @RupamSaikia-j2r
    @RupamSaikia-j2r 17 дней назад

    অতি সুন্দৰ

  • @MahimuddinAhmed-k6j
    @MahimuddinAhmed-k6j 12 дней назад

    নিতুমনি ডাঙৰীয়া লৈ আন্তৰিক অভিনন্দন জনালো।

  • @nayannilimdas5096
    @nayannilimdas5096 18 дней назад +1

    আশাকৰোঁ 'কৱিতা' লিখা জনৰ লগত যিটো হৈছিল, সেইটো যেন কিতাপ লিখোতা জনৰ লগত নহয় !! ❤️🙌

  • @deepchangmaji7096
    @deepchangmaji7096 18 дней назад +5

    BJP K Vote Nidi Kak vote Diboloi koise...Jonaok Kuntu Val Dol

    • @LearningSparkAxom
      @LearningSparkAxom 18 дней назад

      আপোনাৰ ইচ্ছা। ভোট দিয়াটো নিজৰ অধিকাৰ।

  • @akshaydas3990
    @akshaydas3990 18 дней назад +2

    নিতুমণি শইকিয়া অসম তথা ভাৰতৰবাসীৰ প্ৰতিনিধি নহয়।বিজেপি চৰকাৰক ভোট নিদিবলৈ ক'বলৈ।এইটো এখন দেশৰ নাগৰিক ৰ নিজস্ব অধিকাৰ। যদি বিজেপিক ভোট দিব নেলাগে তেন্তে কাক দিব স্পষ্টকৈ উল্লেখ কৰক।পক্ষপাতমূলক বিচাৰবোৰ কিবা ভাল নেলাগে।

  • @pkvlogs1406
    @pkvlogs1406 18 дней назад

    ❤❤❤❤❤🎉🎉🎉🎉 good 👍👍👍

  • @utpalgoswami1990
    @utpalgoswami1990 18 дней назад +1

    কি কথা কয়হে ? সকলোৱে নিজৰ বাবেই ভাবে, অ'ভাৰব্ৰিজ এখন বনালে ২০/২৫ কুটি মান তায়ক দিব পাৰো, হিংসাত্মক নেছাৰটো এৰিব লাগে । অ'ভাৰ ব্ৰিজৰ তলৰ দোকানি পোহাৰী ভীক্ষাৰী হ'লেও মহিলা সকলক ১২৫০ টকা দিম নহয়।

  • @mukutborah4081
    @mukutborah4081 18 дней назад

    ভাল লাগিল🙏

  • @Kus6hant_rajRBLX
    @Kus6hant_rajRBLX 16 дней назад

    দুখীয়া মানুহৰ পৰাহে বিপদ হৈছে,কাৰণ তেওঁ লোকে সঁচা কথা বোৰ বুজিয়েই পোৱা নাই

  • @ramdhenu578
    @ramdhenu578 18 дней назад +8

    হয় কিছুমানে নুবুজে যে অৰুণোদয়, ৰেচন কাৰ্ডে, চৰকাৰী আচনিয়ে মানুহক এলেহুৱা কৰি শেষ কৰিবলৈ গৈ আছে। মানুহে বুজি পোৱা নাই চৰকাৰৰ দুমুখীয়া
    ষৰযন্ত্ৰৰ কথা। মদ খাবলৈ মানাও কৰে আকৌ Wine shope খুলিবলৈ Licence ও দিছে, মানুহক স্বাৱলম্বী হ'ৱলৈ অনুৰোধ জনাই কিন্ত আনফালে আচনি দি দি মানুহক এলেহুৱা কৰিছে, চৰকাৰী বিদ্যালয় উন্নতি হোৱাটোও বিচাৰে আনফালে Private স্কুল খুলিবলৈও অনুমতি দি আছে....

    • @Nirmalkumarray2000
      @Nirmalkumarray2000 18 дней назад +3

      তুমি অৰুণোদয় ,ৰেচন কাৰ্ডৰ পিছে পিছে দৌৰি তুমিয়ে এনে কমেণ্ট কৰা।

    • @somirbhaitipstrick6602
      @somirbhaitipstrick6602 17 дней назад +1

      Toi 7th fail chup thak

  • @MunimdraPathak
    @MunimdraPathak 18 дней назад +4

    Xundor kotha koise Jayanta da

  • @BipulKeleng
    @BipulKeleng 18 дней назад +1

    Woo, so brave to criticise the real truth.

  • @sewaligogoi3175
    @sewaligogoi3175 18 дней назад +1

    পঢ়িম কিতাপ খন ।আনকো পঢ়াম ।

  • @hemantamahanta5578
    @hemantamahanta5578 14 дней назад

    প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ নিচিনা হবলৈ নৰেন্দ্ৰ মোদী আৰু পঞ্চাশ বছৰ অধ্যয়ন কৰিব লাগিব ।

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 18 дней назад +1

    ৰাস্তাঘাট বাত পথে ৰাইজৰ বেপাৰ বানিজ্যৰ আৰ্থিক দিশ টনকিয়াল কৰিবলৈ বহুত সুচল হয় বুলি ভাবো ৷

  • @mallikasarma7817
    @mallikasarma7817 17 дней назад

    Let the media be public spokeman.

  • @atulhazarika4227
    @atulhazarika4227 15 дней назад

    সকলো ৰাইজে ফ্লাই অ'ভাৰ হোৱাত যানজটৰ পৰা যথেষ্ঠ সকাহ পাইছে । বিশেষকৈ খানাপাৰাৰ পৰা জালুকবাৰীলৈ আজিকালি যানজটৰ সমস্যা নোহোৱাকৈ সকলোৱে যাব পৰা হৈছে ।

  • @MajidaSultana-x3f
    @MajidaSultana-x3f 18 дней назад

    ❤❤❤❤❤

  • @AlikBorah-l4w
    @AlikBorah-l4w 18 дней назад

    Good nitu mani sir

  • @monjyotinath6891
    @monjyotinath6891 16 дней назад

    Only Modi ji ❤❤❤

  • @manna_999
    @manna_999 18 дней назад

    Bohut xundor kotha koise.....HBS'k aibr PT'e abr jibo.......(ashr botora ahibo)

  • @MantuPanging
    @MantuPanging 18 дней назад

    BJP ক ভোট নিদিয়াৰ গ্ৰন্থ উলিয়াব লগা হল এইটো BJP ৰ গৌৰৱ। BJP ক ভোট নিদিয়া কথা কোৱাৰ আগতে কাক ভোট দিব লাগে আগে তাক ঠিক কৰি লওক। উপায় এটা ৰাইজক দিয়ক। বৰ্তমান BJP ৰ বিকল্প অসমত নাই। সামান্যতম বস্তুৰ দামৰ কাৰণে BJP প্ৰতাৰণা কৰাতো ঠিক নহয়। অসমৰ অন্যান্য বহুতো ভাল কাম BJP য়ে কৰিছে। যিবোৰ কাম আন দলে কৰিব পৰা নাছিল।

    • @apurbabhuyan8121
      @apurbabhuyan8121 18 дней назад

      ধন্যবাদ, লাখটকীয়া উত্তৰ দিলে।

  • @Nabajyoti-c4c
    @Nabajyoti-c4c 18 дней назад +5

    নিজৰ পৰিয়াল চলাব নোৱাৰা মানুহ জনে দেশ কেনেকৈ চলাব তাক জনাবলৈ আহিছে।
    পইচা লৈ কিমান আৰু পলিটিকেল পাৰ্টি ক চাপৰ্ট কৰিব

    • @Pslv3kb
      @Pslv3kb 17 дней назад

      Xahokh ase Jodi manuhjonor front ot thaki Kobo sun.

    • @Nabajyoti-c4c
      @Nabajyoti-c4c 17 дней назад +1

      @Pslv3kb পালে কম

  • @dilipdeka3355
    @dilipdeka3355 17 дней назад

    ঠিকেই কাৰণ আগৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য কেইজনে 2014 চনত ভাৰত স্বাধীন হোৱাৰ পিছত সেই কেইজন অভিনেতাই দল সলাই অগপ দলৰ সদস্য কেইজনে লগত লৈ চৰকাৰ চলাই আছে লগতে অতল বিহাৰী বাজপেয়ীৰ পুৰণি বিজেপি আউট কৰি উঠি ৰজা মহাৰাজা হ'ল ।

  • @tamanna2813
    @tamanna2813 18 дней назад +3

    Reporterk salary kiman aru news reader salary kiman kobo ne. News channel kar pora sole. News reporter pora ne news reader pora.

  • @Hulk-v3s
    @Hulk-v3s 18 дней назад

    Take a bow

  • @bhupendas8637
    @bhupendas8637 17 дней назад

    ধন্যবাদ, ভোট কাক দিম।70বছৰ কি কৰিলে। নিবনুৱা সমস্যা, বিদেশীৰ সমস্যা একো নকৰিলে,😮 কেৱল মুনাফা।

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 18 дней назад +1

    কিতাপখন পঢ়ি চাব মন গৈছে তাত কি লিখাই আছে।