Himantar jodi case soli ase tenehole jail kio jua nai, ulta CM he hol aru apunaku ator kori dile, kintu BJP t join nokorute himanta polai furil join korar loge loge helth and education minister hol aru atia CM hol, apunar dekhun thoka khiniu nuhuar nisina lage. Case soli ase jodi jail t pothauk.
Sidhartha bhattacharya adina khon apuniye koisil je himanta biswa sharmak BJP loi anat Dilli High commandor khiddhanto asil, aru aji apuniye koise je nijei ahise neta bilak.
ভাল লাগিছে । ।দুইয়োজনৰ কথাবিলাক যুক্তিপুন' হৈছে নবপ্ৰজম্নই শিকীবলগীয়া বহুত আছে । । দুইয়োজনেই ভদ্ৰ আৰু নম্ৰ । । সুন্দ্বৰ হৈছে । । নতুমনি শইকীয়ালৈ আন্তৰিক ধন্যবাদ । । ❤ ❤ ।
😊😊😊😊😊
❤❤
33:44 মোৰ এই খিনিটে এটা কথা সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া লৈ - বিজেপি ক ৱাছিং মেচিনৰ লগত তুলনা হে কৰা হয়.... প্রকিততে, বিজেপি এ কাকো ধুই চাফ কৰিব পৰা নাই.....😮😮😮😮 যি আগতে লেতেৰা আছিল এতিয়াও লেতেৰা হয়ে আছে, কিন্তু বিজেপি এ গেৰুৱা পিন্ধাই মানুহৰ আগত চাফা হল বুলি দাঙি ধৰিছে....🙂🙂🙂 আৰু কোনেও বিজেপিৰ নীতি আদৰ্শ ক মানি বিজেপি লৈ অহা নাই... অন্য দলৰ পৰা যি সকল আহিছে, তেওঁলোক বিজেপিত কিবা এটা পাম বুলি আহিছে...😮😮😮 অৰ্থাৎ সুবিধা বিচাৰি আহিছে...🙂🙂 কাৰণ কংগ্ৰেছত বেলি মাৰ যোৱাৰ দৰে হৈছে....গতিকে বহুতেই আসন্ন সূৰ্য অস্ত্ৰ দেখি, উভুটা লৰ দিছে...🙂🙂🙂 কাইলৈ বিজেপিৰ বেলি মাৰ গলে, এই সকল আকৌ অন্য দিশে উভূটা লৰ দিব - তাত কোনো সন্দেহ নাই.....🤔🤔🤔 বৰ্তমান বিজেপিৰ ভাল দিন চলিচে আৰু যি কিটা ভোট পালে কেৱল নৰেন্দ্ৰ মোদীৰ নামত পালে.... নৰেন্দ্ৰ মোদীয়ে টো সদাই বিজেপি ধৰি ৰাখিব নোৱাৰে, বৰ্তমান ৭৪ বছৰ হল.... নৰেন্দ্ৰ মোদীৰ পিছত বিজেপিৰ কাৰো ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰহণ যোগ্যতা নাই.... কোনোবা নিজৰ ৰাজ্যত জনপ্ৰিয় হব পাৰে কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰো গ্ৰহণ যোগ্যতা নাই....🙂🙂 গতিকে অহা ২০২৯ নিৰ্বাচনত বিজেপিৰ বেলি মাৰ যোৱাটো স্বাভাৱিক....🤔🤔🤔
অতি বিৰম্বনাৰ কথা যে ৱাচিং মেচিনত সোমায়ো লেতেৰা কাপোৰবোৰ চাফা হোৱা নাই !!!
হয়... যাৰ গুৰি গুষ্ঠিয়েই লেতেৰা তাক আৰু ৱাচিং মেচিনে কি ছফা কৰিব.....🤔🤔🤔 ছাইনাত হব লাগিছিল পিঠি ফালি চিৰা চিৰ কৰি জেলত ভৰাই Suspended Death sentence দিলে হলে.... 😲😲😲 ভাৰতত বুলি ৰাইজৰ পইছা মাৰি টীকা জোঁকাৰি খাই আছে.... 🙂🙂🙂🙂
Bjpৰ মাৰ যোৱা সহজ নহয় অ পায়৷ আপুনি ভালকৈ ছালি জাৰি কৰি চা চুকৰ পৰা শুই থাকি ভুকি একো লাভ নহয়😅😅😅😅😅😅😂
@@rambalram2610 hoi Chinai ehetok langta kori tika phali dile heten sage
দুয়োজনেই অত্যন্ত জ্ঞানী আৰু অভিজ্ঞ। সঁচাই যুক্তিবোৰ ভাল লাগিল।
যি কি নহওঁক আজিৰ অনুষ্ঠান ভাগ ভাল লাগিল ।গিয়ানী লোকৰ আচৰন এনে হোৱা উচিত। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ ভাষা গৰিহনাৰ যোগ্য।
আজি আপোনা সৱৰ আলোচনা শুনি সচাকৈ বহুত ভাল লাগিল।
কিছুমান আলোচনাত অশ্বথমা
হত, কিন্তু ইতি গজ" হত শব্দটোৰ
উপৰত গুৰুত্ব দিয়ে কিন্তু যিটো প্ৰকৃত সত্য "গজ". সেই শব্দ টো
গুৰুত্ব নিদিয়ে!
ফলত আলোচনা টো বিবেৰি বাং হৈ
পৰে!
যা হওক, বাস্তৱ সন্মত আলোচনা
শুনি ভাল লাগিল।🙏
সিদ্ধাথ ভট্টাচাৰ্যই যিমান চতুৰ দেখালেও আপোনাৰ হিমন্ত ই পাখি কাটি দিছে । আপুনিও হিমন্তক ভয় কৰে । ।
নিতুমনি sir বহুত ভাল পাও❤❤
সিদ্ধাৰ্থৰ কথা যুক্তিহীন যেন পালো দেই ৰাইজ
আনক নিৰলজ বুলি কোৱা তকৈ নিজৰ ক্ষেত্ৰত প্ৰয়োগ হয় নেকি ভাবি চোৱাটো ভাল।এনে কথা কোৱা চিন্তা কৰিব লগা হয়।
ভাল আলোচনা হৈছে।
৩ শিক্ষিত ব্যক্তি ৰাজনীতিবিদৰ শ্ৰেষ্ঠ সাক্ষাৎকাৰ ❤
Best n logical explanation is given by Sri Ripon borah regarding emergency, 100% right kota
পাথৰ্ক্য একো নাই কি কংগ্ৰেছ কি বিজেপি । এটাতকৈ আনটো এখোপ চৰা ।
আজিৰ অভিমত অনুষ্ঠানটি বৰ মনোগ্ৰাহী হৈছে৷সাধাৰণতে অভিমত অনুষ্ঠানত হোৱা বাক-বিতণ্ডা বোৰৰ বাবে চাবলৈ এৰিলো৷কিন্ত আজিৰ দুয়োজনেই যথেষ্ঠ সংযমী আৰু ধৈৰ্যৰে নিজস্ব যুক্তি উপস্থাপন কৰিছে৷দুয়োজনৰ যুক্তি অখণ্ডনীয়৷দুয়োজন উকীল আছিল৷সেইবাবে চালো৷পাৰিলে আকৌ এবাৰ দুয়োজনক এনেদৰে অভিমত অনুষ্ঠানৰ অতিথি কৰোৱাৰ চেষ্টা কৰিবলৈ অনুৰোধ জনালোঁ৷
ৰিপুন বৰা sir ৰ কথা বোৰ সঁচাই ভাল লগা হৈ পৰিছে
হিমন্ত নিচিনা মিচলিয়া আৰু ফাকিবছ ৰাজনীতি পৃথিৱীত নাই
Very good and valuable statements given by Respected Siddhartha Bhattacharyye dangoria. We salute Hon'ble Bhattacharyye dangoria.
Ripun bora fully logical
সিদ্ধাৰ্থ ডাঙৰীয়াই কথাবোৰ ৰিপুন বৰা ডাঙৰীয়াৰ দৰে ভালকৈ উপস্থাপন কৰিব নাজানে ,বাক চাতুৰ্য বহুত বেছি বৰা ডাঙৰীয়াৰ ।মই চাৰিত্ৰিক বিশ্লেষণ কৰা নাই
সিদ্ধাৰ্থই সাতবাৰ জনম ললেও ৰিপুণ বৰাৰ লগত যুক্তিত নোৱাৰে।
সিদ্ধাৰ্থৰ কথাটো হাঁহিব মন যায়।
ভাল লাগিল
ৰিপূন বৰা দল ত্যাগ কৰি গৈছিল বংগললৈ কিন্তু ভট্টাচাৰ্য্য জত আছে ততে আছে। হয় নে নহয়। দুয়োজনৰ কথা নিমিলে।
Hoi but bartaman sorkaror bahuto mantri bidhayok dol tyag kori ahise xeitu hoi ne nahy?
এতিয়া অসমত চৰকাৰ নাই কেৱল এটা ঠিকাদাৰ কাম চলি আছে , বিৰোধি বুলি বলৈ বিধায়ক হিচাপে কেৱল অখিল গগৈ হে আছে মাত মাতিবলৈ বৰ লাজৰ কথা অৰুণোদয় অসমৰ কাৰণে
নিতুমনি শইকীয়াইহে আলোচনাটোত বেছি কথা কোৱা যেন লাগিলে।সাধাৰণতে আলোচনাৰ আঁত ধৰোঁতাজনে নিৰপেক্ষ ভূমিকা লব লাগে;কিন্তু আঁত ধৰোঁতা জনে তেনে ভূমিকা লোৱা দেখা নগল।
দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত ৰাজনৈতিক নেতাবিশেষক আই ডি, ই ডি, চিবিআই আদিয়ে গ্ৰেপ্তাৰ কৰে কিন্তু, সিবিলাক বিজেপি দলত যোগদান কৰিলে সকলো দুৰ্নীতি- ভ্ৰষ্টাচাৰ মাফ হৈ যায় । এইটো সকলোৱে জনা শুনা কথা । সেইহে, ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত সন্দেহ ওপজিছে । সংবিধান অবমাননাৰ ইও এক কাৰক বুলি ধাৰণা হয় ।।
বাক যুদ্ধ হবই এয়া স্বাভাৱিক শইকীয়া ডাঙৰীয়াৰ এনে বক্তব্যৰ লগত একমত নহয়।। বাক যুদ্ধৰ নামত যিতি কথা কব সেয়া মানি লব নোৱাৰি।
Bohut bhal lagil,
এও কিন্ত লাজতে আছু কৰিছে আলফা কৰিছে কংগ্ৰেছ কৰিছে বিজেপি কৰিছে লাজতে ৰাতিপুৱা এটা কথা আবেলি এটাকথা কয়। ধূৰ ভূতৰ মুখত ৰাম নাম।
প্ৰাক্তন সভাপতি মহোদয়, আপুনি কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ গৈছিল নহয় ,তাত থাকিবলৈ ঠাই অকণো নাপায় পুণৰ ফেছাটোৰ দৰে কংগ্ৰেছলৈকে ঘুৰি আহিব লগা হ'ল। হিমনত বিশ্ব ডাঙৰীয়াই কিন্তু কংগ্ৰেছৰ পৰা বিজৈপিলৈ আহি মুখ্যমন্ত্ৰীৰ দৰে ৰাজ্যৰ শীৰ্ষতম পদত অধিষ্ঠিত হ'বলৈ সক্ষম হ'ল
সিদ্ধাৰ্থ এটা প্ৰশ্ন কৰক himanta বিশ্ব কিমন সম্প্ৰতি কৰিলে বিজেপি ত অহাৰ পৰা
সাংবাদিক জনে পক্ষপাতিত্ব কৰা য়েন লাগিল।
Gentle talk shows last of the year 😮😮
বিজেপিক ৱাচিং মেচিন বুলি কোৱা হয যদিও এই মেচিন টোৱে মলিবোৰ ঢাকিহে ৰাখে আতৰাই নিদিয়ে। এই ঢাকি থোৱা মলিবোৰ লৈ পিচত ব্লেকমেইল কৰি থাকে।
Vall lagilay 👍
Good Assam cm Mama ❤
দুয়োজনে অসমৰ সৰ্বকালৰ অসফল মন্ত্ৰী। লেকচাৰ কম কৰি কাম কৰিলে বহুত ভাল লাগিলহেতেন।
True is true, one should not remark with one, without proper justice. Every one respect each other.
❤❤❤
Donnobadnipunbora
সাংবাদিক জনক একচেটিয়া যেন সদায় অনুমান হয়।
Good nitumoni da
Good
নিৰ্লজ্জ মানুহ আমাৰ জন😅😂
Mama zindabad❤❤❤
Moi jodi muder kori BJp t join koru jail r শাস্তি পৰা বাচিম নে বিজেপি ৱাছিং মেচিন
নিতু কংগ্ৰেছৰ সমৰ্থক ৰিপুণ চতুৰ দলবাগৰা ঠগবাজি সিদ্ধাৰ্থ নম্ৰ ভদ্ৰ সত্য বাদী ৷
Ripun sirr logat hitdarto tulana nahoi
Xundor ? Xakolure avimot val lagil
নিতুমনি দাঙৰিয়া সাঙবাকতা এৰি ৰাজনিতি কৰাতুহে ভাল হ'ব কাৰন ভুপেন কথাতৰ মাজত মাত নামাতে আৰু ্্্্্্ বাকি বিলাকে ককখ
ভট্টাচাৰ্য ডাঙৰিয়া সাহস জদিআছে লাজ থকা মানু্হ জন বি জে পি দ'ল তেগ কৰি দেখুৱাই দিয়ক
2026 bjP go back
হিমন্ত এতিয়া হেমন্ত হ'ল! তেখেতে কি কয়-কি নকয় তেওঁ নিজে নাজানে ?
খুব সম্ভৱ গৌৰীশঙ্কৰ ভট্টাচাৰ্য্য ডাঙৰীয়া এগৰাকী বাওঁপন্থী ৰাজনৈতিক নেতা আছিল, কিন্তু তেখেতৰ পুত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য একেবাৰে ওলোটা অৰ্থাৎ সোঁপন্থী ৰাজনৈতিক নেতা !!
কলিমা লগা মানুহ বিলাক বহু অভ্যাসৰ ফলত হোৱা দেখা যায়৷ তেনেহলে সেই অভ্যাস এবাৰ প্ৰচেষ্টাত শুদ্ধ কৰা অভ্যাসন ইমান সহজ নহয়৷ 37:06
সিদ্ধাৰ্থ ডাঙৰীয়া মাজে মাজে তেতিয়া হলে মামা লৈ নিজৰ চৰকাৰৰ কি কি কৈছিল সেই মনত পেলাক আপুনিটে বিজেপি শেষ কৰা বুলি কেইবাৰে সংবাদ মাধ্যমৰ কৈছিল
Nobody con escape from Public eye .
Siddhartha Bhattacharya jodi sorkar t nathaki beleg dolot thakil hoi tetia ripun borahr logot milil hoi kotha khini.
Siddhartha is very honest
ৰিপুণ বৰা ডাঙৰীয়াক প্ৰকৃত ৰাজনৈতিক নেতা হয় বুলি আমি গণ্য নকৰোঁ। কাৰণ এদিন এটা দল কাইলৈ আনটো দলত। তেখেতৰ দলৰ সীমা নাই।
ভাই ইমান ভাল হলা হেতেন এতিয়ালৈকে ভোগি নেথাকিল হয়😅😅😅😂😂৷
যিমান যি ভকি থাকক তহঁতৰক ৰাইজে গম পায়😅😅😅😂😂😂😂
i no raj niti
ৰাজনীতি মানে মিছলীয়া ।
তেতিয়া হ'লে তয় চৰকাৰী চাকৰি আঁচনি একো নলবি মোৰ দৰে
50 লাখ টকা দি কিনা বেচা কৰি চৰকাৰৰ কৰিলে sibi E d লগাই কৰা চৰকাৰৰ কি বুজা ই
Besera Cm হোৱাৰ আশা আছিল himanta ক আঁকোৱালি লৈ নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে।Lol সিদ্ধাৰ্থ
31 নিটোমনি দাই ভালকৈ এচাত দিছে😂😂
সকলো মানেনTRP হে নি
One side sangbadik
এ ঠিক
❤❤❤❤ সুন্দৰ
আজিৰ এই অনুষ্ঠানৰ অতিথি দুয়োজন ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্রী আৰু বৰ্তমানৰ শিক্ষামন্ত্রীৰ মাজত বহুত খিনি প্ৰাৰ্থক্য আছে। যাৰ ফলত আজিৰ শিক্ষা বিভাগৰ এই অৱস্থাত।
Val lagisr gyani manuk matibo...
20 26ta khhanrar
দল বাগৰা ৰিপুন বৰাৰ কথাবোৰ কংগেছ ক ক্ষতি কৰিব ।
মামা আপোনাৰ লজ্জা আছেনে ???
Akono nai neki?
Nitumai apuni Ripun Bara Sirak besi samay dese Aitu bhal laga nai
নিতুমনি ডাঙৰীয়া আপোনালোকৰ সাংবাদিক পথাৰ খনত কিমান চোৰ ,,ডকাইত , blackmailer আছে জনাবছোন।
Himantar jodi case soli ase tenehole jail kio jua nai, ulta CM he hol aru apunaku ator kori dile, kintu BJP t join nokorute himanta polai furil join korar loge loge helth and education minister hol aru atia CM hol, apunar dekhun thoka khiniu nuhuar nisina lage. Case soli ase jodi jail t pothauk.
Politicians are nonsense.
Adin akou shrinkhol solhiHa aru dipjyoti kurmir kajiya sabo mon asil o😅
Last I knew Ripun Bora was president of TMC assam unit. When did he rejoin INC 😅
It is a needles opinion. Kindly come to the topics.
Aapuni aagote kun party t aasil
Nitumoni da CM Tarun Gogoi bhal ne Himanta Bishwa Sharma bhal apuni kaba ne
Mur drishtit Tarun gogoi
Political decency is fast decaying...
Aji moi potigya korilu sb news sam..aidal sanal nasao.
Sidhartha bhattacharya adina khon apuniye koisil je himanta biswa sharmak BJP loi anat Dilli High commandor khiddhanto asil, aru aji apuniye koise je nijei ahise neta bilak.
নিটোমনি কংগ্ৰেছৰ মানুহ
Program khon Gutei tu sabole Dhorjyo lage dangaria... Valke sabo.. congress ku dhuise Nitu dai
Mokkel
Labh nai tomalokor Pratap suni
Media executive is totally antibjp. He is repeatedly asking same questions to bhatt shamelessly which was asked thousand times in other talk show.
Ripun dangariya apuni niti adarkha tu ketiyabai bad dile bengali rajnitit uti vahi ahile
2026ta khant@t ke haba?
Ripun bora dangoriya bohut gentel oviggho rajnitibid
Cong = Nitumoni
Himanta dekhun Congresse asil' atia leteratu goi BJP groupot humal Himanto atia kintu besikehe letera hoiye ase.
Congresi channel
Aituk bisasnakoribi .
Ripunuddoin and Pratidin-r Nitumonuddin-r maajot bhitorua bujhapora aase.
অ তই বিজেপিৰ হিমুউদ্দিনৰ ১৫০০ টকীয়া চোৱা-চেলেকা গোবৰ ভক্ত সেইকাৰণে তহঁতৰ এতিয়া সঁচা কথাত গাত লাগিছে বুজিছ ।
Ripun Bora ... A person of no personality ... Never ever did any welfare for Gohpur except for helping his brother for gaining wealth
Ripun Bora aji congressi kali trinamool congressi .. Gohpur t sthan nai