Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
এয়াই অসমীয়া❤এয়াই অসমীয়াৰ দেহত থকা তেজ ❤আটাইলৈ মাঘ বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন জাছিলো.
😊ko⁰⁰⁰😊
Ulfa r maa r n d y hoi
তোমাৰ লগতে ময়ো জ্ঞাপন কৰিছো জয় আই অসম
Mojja ligsa day dada
হে অসমৰ তেজাল ৰণুৱাসকল মাঘ বিহুৰ হিয়াভৰা মৰম ও শুভেচ্ছা জনাইছোঁ । তোমালোক দীৰ্ঘ আয়ুস কামনা কৰিলো ।জয় আই অসম❤❤
বিপ্লৱী বন্ধুসবলৈ মাঘ বিহুৰ অলেখ অযুত শুভেচ্ছা জনালোঁ । জয় আই অসম ।
Biplobi nohoi...r n d y r batsa hoi ulfa..open kolu
চকুলো বৈ আহিছে অ ককাই ভাই সকল। কুশলে থাকা তোমালোক❤❤❤❤❤❤❤❤❤❤❤❤
হয় অ চকলো বৈ আহিছে 😭😭😭ভালে কুশলে থাকক
কৌশলে থাকা তোমালোক
❤ কৌশলে থাকক ককাই ভাই সকল
সঁচাই নাকান্দি নোৱাৰিলোঁ বিহু গীতটি শুনি ।😢
মাঘ বিহুৰ হিয়াভৰা মৰম ও শুভেচ্ছা জনাইছোঁ সে তেজাল ৰণুৱা সকল।৷জয় আই অসম ❤❤❤❤WE LOVE YOU ALL .অৰণ্যৰ মাজতেই কুশলে থাকক ৷
বিপ্লৱী ভাই - ককাই সকললৈ ইংৰাজী নববৰ্ষ আৰু হেঁপাহৰ ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ । সকলোকে ভগবানে যাতে নিৰাপদে ৰাখে, তাৰেই প্ৰাৰ্থনা জনালোঁ । " জয় আই অসম " ।। 🙏
যি কম সঁচা কম --------------------মানুহৰ বাবে, জাতিৰ বাবে, তেওঁ লোকৰ যি প্ৰেম , যি সেয়াৰ মনোভাৱ সেইয়া সচাকৈয়ে অতুলনীয় । তেওঁলোকৰ হাড়ে হিমজুয়ে, ৰন্ধে ৰন্ধে , তন্তয়ে তন্তয়ে জাতিৰ প্ৰতি অফুৰন্ত প্ৰেম বিৰাজমান হৈ আছে । সঁচা অথ'ত তেওঁ লোক প্ৰকৃত জাতীয়বাৰ ।
Joi aai অসম। আপোনালোক সদায় ভালে কুশলে থাকক । মৰম আৰু চেনেহ বৰা শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ।
সুন্দৰ কণ্ঠ, গানটোৰ প্ৰতিটো শব্দৰ অৰ্থ সঁচা,অসমখনত দিনক দিনে অসমীয়াৰ অস্তিত্ব নাইকীয়া হবলৈ ধৰিছে । বিপ্লৱী বন্ধুসকল সকলোলৈকে মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । " জয় আই অসম "
Jindabad Jai ai akham❤❤❤❤❤, আলফা বীৰ সেনা লৈ, বহুত বহুত বিহু শুভেচ্ছা থাকিল,❤❤❤
ভোগালী বিহুৰ শুভেচ্ছা থাকিল। সুন্দৰ ❤
আলফা কেদাৰলৈ মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিল (জয় আই অসম ✊) আৰু পৰেশ বৰুৱা গিবনৰ মাজত ভালে থাকক যে 🙏🤝
বিহু গীতটোৱে বহুত কথাৰ আভাষ দি গ'ল..অসম আকৌ ৰসাতলৰ পথত..আশা কৰো অসমৰ ভাল দিন আহিব❤ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে
সঁচাকৈ কবলৈ গলে বাচি থকা অসম খন আপোনালোকৰ কাৰনেহে বাচি আছে অ 🙏 মৰমৰ ভোগালীৰ শুভেচ্ছা থাকিল ককাই জয় আই অসম ✊
ভোগালীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো. জয় আই অসম
ভোগালীয়ে সকলোৰে মনবোৰ সমিদ্ধ কৰক , কহিয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস মোৰ ফালৰপৰা সংগ্ৰাম মুক্ত বাহিনী আলফা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ জয় আই অসম
জয় আই অসম 🌹🌹🌹❤️❤️❤️
Vikhari ulfa.....uchorot paabo lagixil hihotok
বহুত বহুত ভাল লাগিল ধন্যবাদ মোৰ পৰা মাঘৰ বিহু শুভেচ্ছা যাচিলো জয় আই অসম
জাতীয়তাবাদী চেতনাৰে স্বাধীন অসম আৰু সাৰ্বভৌমত্ব বিচাৰি নিজৰ পৰিয়াল তথা পত্নী পুত্ৰ আই পিতাইৰ মৰম স্নেহ ত্যাগ কৰি ম্যানমাৰৰ দুৰ্গম স্থানত জীৱন অতিবাহিত কৰা প্ৰতিজন বীৰ সৈনিকলৈ হেঁপাহৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভগৱানে সদায়ে কুশলে ৰাখক 🙏🙏🙏 happy bhugalee bihu
Apunalukoloi magh bihur hiya bhara hubheisa jonalu, Apunalokok jen bhagobane hodai bhale rakhey tarei kamona korisu, joi ai akhom,
ভগৱানে সদায় ভালে কুশলে ৰাখক ককাইদেউ কেইজনখ জয় আই অসম
অসমৰ হিয়াৰ আমঠু স্বজাতিৰ প্ৰাণ হে মোৰ মৰমৰ ভাই ককাই , বাই ভনী সকল তোমালোক আটাইলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ তোমালোক য’তেই আছা কুশলে থাকা , এই কামনাৰে ৷
জয় আই অসম , মাঘ বিহুৰ অলেখ শুভকামনা ককাই হত
জয় আই অসম মাঘ বিহুৰ শুভেচ্ছা জনালোঁ ❤❤
কবলৈ ভাষা নাই কেনেকুৱা লাগিছে গানটো শুনি। আপোনালোকলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো।ভগৱানে কুশলে ৰাখক আটাইকে। জয় আই অসম।
অসমৰ তেজাল ৰণুৱাসকল আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা থাকিল । জয় আই অসম
এজন অসমীয়া যুৱকে যদি পুলিচ পায় তেনে সকলোৱে ফুৰ্তি কৰে কিন্তু এজন অসমীয়া যুৱক যদি আলফা স্বাধীনত যোগদান কৰে তেন্তে সেই অসমীয়া পুলিচে আহি অসম স্বাধীন বিচাৰি যোৱা মাক - দেউতাকক হাৰা শাস্তি কৰে😢😢😢😢।।।। আমি অসমীয়া একতা হবলৈ হল।।। জয় আই অসম।।।। ❤
জয় আই অসম 🚩 জয় ভাৰত 🚩সপোন আছে আলফা যোৱা 🫡
Muru ase
জয় ভাৰত 🚫 জয় আই অসম ❤
@@hemantasarma7631 ভাৰত মাতা কি জয় 🚩জয় আই অসম 🚩
@@Kalpakalita333মনত ৰাখক। আমি ভাৰতীয় নহয়।
মোৰো মন আছে আলফাত যোৱা
Bhal lagil, God bless your family and friends
মৰমৰ সেনাবাহিনিলৈ বহুত বহুত মাঘৰ বিহু শুভেচ্ছা থাকিল ❤❤❤❤জয় আই অসম
আমাৰ লৰাহতৰ এহাতত মেজি বিহুৰ নাচ-গান , আন হাতত জাতিৰ স্বাধীনতাৰ বন্দুক।" জয় আই অসম"
Jai aai axom, bohut val lagil Sai, 🌹🌹🌹🌹🌺❤️❤️❤️👍
সুন্দৰ কণ্ঠ । বিহুৰ শুভেচ্ছা থাকিল ।ঈশ্বৰে ভালে ৰাখক সকলোকে ।
অসমৰ বাবে জংঘলত থকা দাদা সকলক আৰু আপুনাৰ লুকৰ পৰিয়াললৈ ইংৰাজী নৱবয ভোগালী বিহু শুভেচ্ছা থাকিল
ইহঁতে একো দিয়া নাই গতিকে ইহঁতৰ প্ৰতি কোনো সন্মান দি লাভ নাই সন্মান দিব লাগে দিনে নীশাই শীত তাপ নেওচি Border t পহৰা দি থকা Indian army ৰ বীৰ সেনা সকলক
@Srikaushikdas Bangladeshi
@Srikaushikdas😂😂😂তুমাৰ দৰে নিষ্ঠুৰ স্বাৰ্থপৰ নহয়।।।ককাইহতে অসমৰ স্বাৰ্থৰ কাৰণেই গৈছে।
@@shreeja4587 Ooh apuni bangladeshi niki jawk akou bangladesh gusi axamat kio ase
@@Nirmalkumarray2000 বাল স্বাৰ্থৰ বাবে গেছি বিহু দিনা বেলেগ কে কবা মন নাই আৰু চুটমাৰানা হাতে ভাৰতীয় বীৰ সেনাক আক্ৰমণ কৰে অ দাদা ভাৰতীয় বীৰ সেনাই Border ত শিত তাপ নেওচি পহৰা দি থকাই আজি আপোনি মই বিহু পালন কৰিব পাৰিছো ইয়াত আলফা স্বাধীনৰ কোনো অবদান নাই আলফা স্বাধীনে আমাক সুৰক্ষা দি থকা নাই সুৰক্ষা দি আছে ভাৰতীয় বীৰ সেনাই আপোনি মই হে পাৰিছো শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিব কিন্তু ভাৰতীয় বীৰ সেনাই নোৱাৰে যিমান যি হ'লেও সিহঁতে কৰ্তব্য পালন কৰিব লাগিবই
Aai akhomir bir hokolok bhugali bihur antorik hevasha jonalu ...❤joi aai akhom
কিহৰ লগত তুলনা দিম ভাষা নাই জয় আই অসম।❤❤❤❤
ULFA thakute amar axomok kuneu eku koribo juware . JOI AAI AXOM ❤❤❤
আমাৰ প্ৰাণ 🎉🎉
😂😂😂
বৰ সুন্দৰ হৈছে ভাই ককাই হত সকলোঁ লৈকে মাঘৰ বিহু শুভেচ্ছা থাকিলে
বহুত ভাল লাগিছে, আপোনাৰ লোকৰলৈ মাঘ বিহুৰ উবেচ্ছা জাছিলো
আপোনালোকৰ বিহু শুভেচ্ছা জনালোঁ দেই 👌👌❤❤
সকলোৰে ডিঙিত আমাৰ অসমীয়া গামোচা দেখি ভাল লাগিছে ♥️♥️ অসমৰ ভাই ককাই হত ভালে থাকক,,,, জয় আই অসম 🙏
জয় আই অসম! সমূহ বিপ্লৱীক বিহুৰ শুভেচ্ছা জনালো!!
মোৰ ফালৰ পৰা সকলো লৈ ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল জয় আই অসম ❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
সমূহ বিপ্লৱী ককাইদেউ, বাইদেউ লৈ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। সাহসেৰে যুঁজত অৱতীৰ্ণ হোৱা তাকে কামনা কৰিলো।জয় আই অসম
ভোগালী বিহু শুভেচ্ছা জাচিলো জয় আই অসম
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ 🎉🎉 ককাই সত আপোনালোক সদাই ভালে থাকক ❤❤
মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ, জয় আই অসম
মৰমৰ ককাইদেউ হত মোৰ ফালৰ পৰাই আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো জয় আই অসম
❤জয় আই অসম আলফা ❤দুখ লাগি জাই ও দাদা হট😢😢😢 আপোনালোকে জটে আছে ভালকে থাকে জাটে
জয় আই অসম ৷মাঘ বিহুৰ শুভকামনা ককাইহত 🙏🙏❤️
জয় আই অসম , বিপ্লৱী সেনানি সকলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালো ❤❤❤
জয় আই ❤অসম ❤
জয় আই অসম আলফা জিন্দাবাদ
Bohut val lagil sai joy ai axom Happy bhogali bihu
অসমৰ প্ৰত্যেকজন বিপ্লৱীসকৰ লৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল ❤❤❤❤❤❤❤
সংগ্ৰামী সেনানী সকললৈ আন্তৰিক শুভেচ্ছা ও মাঘ বিহুৰ ওলগ জনালোঁ৷
জয় আই ❤ ❤❤অসম❤❤❤
জয় আই অসম দাদা খুৰা আপোনালোকে ভাল কৈ থাকক ❤❤
এইয়াই টো আচল শুদ্ধ অসমীয়া। ইমান সুন্দৰ শব্দ ,কথাৰেৰচনা কৰা গীত। অতি সুন্দৰ ৰূপে গীতৰ পৰিবেশন হৈছে ।
হাবিৰ মাজত থাকি ঘৰৰ পৰা আতৰ হৈ বিহু পাতি কি লাভ?? আপোনালোকৰ ঘৰৰ মানুহবোৰক সুধিবচোন তেওঁলোকৰ কেনেকুৱা লাগে মনটো আজিৰ দিনটোত। যদি আপোনালোকে অসমখনৰ কাৰনে কিবা কৰিম বুলি আছেগে তেনেহলে অসমখনত বহু অন্যায় হৈ আছে অসমীয়াৰ ওপৰত নিৰ্যাতন চলি আছে, সেই বিলাকৰ ওপৰত কাম কৰক, এনেই হাবিত সোমাই থাকি লাভ নাই
Bohut val lagise antorik hubeisa joonallu
মোৰ ফালৰ পৰা সকলোঁলৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। জয় আই অসম ❤️♥️😍😍😍😍
Jai❤aai axom❤ bhout val lagise❤ happy magh bihu❤❤❤❤
এ মজ্জা লাগিছে। মাঘৰ বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ।
মাঘ বিহুৰ শুভেচ্ছা থাকিল দাদাহত আপোনালোক সদাই ভালে কুশলে থাকক
Bihu nach bohut dhunia hoise..... Antorik subhecha jonalu
Joy ai axom 🎉❤ ...bohut bohut morom apunalokoloi.. val din ahibo ❤❤❤❤❤ joy ai axom
জয় আই অসম ❤❤ মাঘ বিহু শুভেচ্ছা থাকিল
প্ৰতিটো শব্দই হৃদয় চুলে,, প্ৰতিটো বিহুতে আলফা স্বাধীনৰ পৰা আমি এনে দৃশ্য দেখা পাওঁ, এয়াই অসমীয়া, ❤ অসমৰ ৰণুৱা সকললৈ মোৰ অন্তৰৰ পৰা ভোগালীৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো,,, ❤❤❤❤❤ ভালে থাক ককাইহঁত, কুশলে থাক,
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ বিপ্লৱী আটাইবোৰকে। ভালে কুশলে থাকা তাকেই কামনা কৰিলোঁ।
সংগ্ৰামৰ মাজতে অসমীয়া সংস্কৃতি সত্তা জীয়াই ৰখা দেখি বহুত ভাল লাগিল। আপোন জনৰ পৰা আঁতৰি মাঘৰ বিহুৰ উৰুকা সুন্দৰকৈ উৎযাপন কৰা দেখি আনন্দিত হৈছোঁ।। আপোনালোক লৈ মাঘ বিহুৰ আন্তৰিক শুভ কামনা জনালোঁ 🎉🎉জয় আই অসম
সলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলো ৷ সকলোকে ভগৱানে কুশলে ৰাখক
সুন্দৰ কন্ঠ❤ জয় আই অসম ❤
বিহুৰ শুভেচ্ছা যাছিলো সকলো ককাইদেউ সকলক। আপোনালোক আছে বাবেই অসমখন শান্তিৰে আছে । নহলে কেতিয়াবাই বিক্ৰী কৰি দিলে হয় বনীয়াৰ ওচৰত। ।।
ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤অসমবাসীৰ লৈ মোৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ যাচিলো🙏❤️🌱জয় আই অসম
জয় আই অসম love from gohpur
Apona logloi bohut bohut bihur sobho kamona thakil
Joi ai asom
❤❤❤😢😢😢 dhuniya lagise dei জয় আই অসম ❤❤❤
অসমক ইমান ভাল পায় অসমীয়া পৰম পৰা সাছ পিন্ধীব তান পায়
What ? Toi tat kot parampara haj pabi.
মনটো শুদ্ধ হ'লে হ'ল
ককাইহঁতলৈ মাঘ বিহুৰ শুভেচ্ছা😢❤❤
জয় আই আলফা জয় আই অসম মোৰ ফালৰ পৰা আপোনালোকলৈ মাঘ বিহুৰ শুভেছা জনাইছো জয় আই আলফা
ককাইদেউসকললৈ মাঘবিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
অত্যন্ত দুখ লাগিছে আমি ইয়াত ভোজ ভাত খাইছো । আৰু আপোনালেকে অসমীয়া জাতিৰ প্ৰাপ্যৰ কাৰনে হাবি বননিয়ে দুখৰ ভাত খাইছে । অসমত আনন্দ লোৱা ম'হ যুজৰ সম্পৰ্কত এষাৰ মাত দিয়ক । অবুজ প্ৰানীৰ লগত কিহৰ আনন্দ ।
Heitu soli oha porompora arunsoli jabo
আজৈ নেৰিবা ❤✊সঁচা কথা কবলৈ হলে আপোানা লোকক দেখা নাই যদিও ওচৰত বহুত ভাল লাগে ❤ ভাল কৈ থাকক সদাই 🙏গান গোৱা দাদা জন বহুত ধুনীয়া কৈ গাইছে 2024 t মাঘ বিহুৰ গানটো বহুত ধুনীয়াকৈ গাইছিল চকু পানি ওলাই গৈছিল সেই গানটো শুনি 🥺বাকি ভালে থাকক সদাই ভগৱানে ভালে ৰাখক ❤জয় আই অসম ❤️✊
মাঘ বিহুৰ শুভেচ্ছা থাকিল ❤
অতি সুন্দৰ ভাখাৰে বৰ্ণ না অতিত যয় আই অসম
মাঘ বিহু হিয়াৰ ভৰা মৰম জনালো।হেই তেজাল বিৰ সকল। কুশলে থাকা। ❤❤❤❤
মাঘ বিহুৰ শুভ কামনা জনালোঁ 🙏
আপোনাৰ লোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ।জয় আই অসম
জয় আই অসম । ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ❤️🌺🌹
সংগ্রামী বন্ধু সকললৈ বিহুৰ শুভেচ্ছা থাকিল। জয় আই অসম।
আপোনালোক প্রতিজন সংগ্ৰামী বীৰলৈ মাঘ বিহুৰ শুভেচ্ছা জনালো । সকলোৰে সুস্বাস্থ্য কামনা কৰিলো । 🙏🙏🙏🙏🙏
Joi ai okhom
Bohut vallagise aponalokor bihu.agbahi jawok tare kamona korilo.
Bohut val lagise Nice jai aai axom ❤❤❤❤
অসমীয়া বিপ্লৱী বন্ধু সকলক মোৰ ফালৰ পৰা আন্তৰিক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।জয় আই অসম।
Joy ai axom, Mising Re'gam I'roi ✊ all the best
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 👍💗
জয় আই অসম।। আপোনালোকৰ আশা পূৰণ হওঁক উদ্দেশ্যত সফল হওঁক ❤❤❤। ভোগালীৰ ওলগ জনালো।। গান বোৰ শুনি বেয়া লাগি গৈছে 😢
দাদা সকল আপোনালোকৰ হু স্বাস্থ্য কামনা কৰি ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।লগতে আপোনালোকৰ লক্ষ্যত উপনীত হব বুলি আশা ৰাখিলোঁ।জয় আই অসম আলফা🙏
এয়াই অসমীয়া❤এয়াই অসমীয়াৰ দেহত থকা তেজ ❤আটাইলৈ মাঘ বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন জাছিলো.
😊ko⁰⁰⁰😊
Ulfa r maa r n d y hoi
তোমাৰ লগতে ময়ো জ্ঞাপন কৰিছো জয় আই অসম
Mojja ligsa day dada
হে অসমৰ তেজাল ৰণুৱাসকল মাঘ বিহুৰ হিয়াভৰা মৰম ও শুভেচ্ছা জনাইছোঁ । তোমালোক দীৰ্ঘ আয়ুস কামনা কৰিলো ।জয় আই অসম❤❤
বিপ্লৱী বন্ধুসবলৈ মাঘ বিহুৰ অলেখ অযুত শুভেচ্ছা জনালোঁ । জয় আই অসম ।
Biplobi nohoi...r n d y r batsa hoi ulfa..open kolu
চকুলো বৈ আহিছে অ ককাই ভাই সকল। কুশলে থাকা তোমালোক❤❤❤❤❤❤❤❤❤❤❤❤
হয় অ চকলো বৈ আহিছে 😭😭😭ভালে কুশলে থাকক
কৌশলে থাকা তোমালোক
❤ কৌশলে থাকক ককাই ভাই সকল
সঁচাই নাকান্দি নোৱাৰিলোঁ বিহু গীতটি শুনি ।😢
মাঘ বিহুৰ হিয়াভৰা মৰম ও শুভেচ্ছা জনাইছোঁ সে তেজাল ৰণুৱা সকল।৷জয় আই অসম ❤❤❤❤WE LOVE YOU ALL .অৰণ্যৰ মাজতেই কুশলে থাকক ৷
বিপ্লৱী ভাই - ককাই সকললৈ ইংৰাজী নববৰ্ষ আৰু হেঁপাহৰ ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ । সকলোকে ভগবানে যাতে নিৰাপদে ৰাখে, তাৰেই প্ৰাৰ্থনা জনালোঁ । " জয় আই অসম " ।। 🙏
যি কম সঁচা কম --------------------
মানুহৰ বাবে, জাতিৰ বাবে, তেওঁ লোকৰ যি প্ৰেম , যি সেয়াৰ মনোভাৱ সেইয়া সচাকৈয়ে অতুলনীয় । তেওঁলোকৰ হাড়ে হিমজুয়ে, ৰন্ধে ৰন্ধে , তন্তয়ে তন্তয়ে জাতিৰ প্ৰতি অফুৰন্ত প্ৰেম বিৰাজমান হৈ আছে । সঁচা অথ'ত তেওঁ লোক প্ৰকৃত জাতীয়বাৰ ।
Joi aai অসম। আপোনালোক সদায় ভালে কুশলে থাকক । মৰম আৰু চেনেহ বৰা শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ।
সুন্দৰ কণ্ঠ, গানটোৰ প্ৰতিটো শব্দৰ অৰ্থ সঁচা,অসমখনত দিনক দিনে অসমীয়াৰ অস্তিত্ব নাইকীয়া হবলৈ ধৰিছে । বিপ্লৱী বন্ধুসকল সকলোলৈকে মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো । " জয় আই অসম "
Jindabad Jai ai akham❤❤❤❤❤, আলফা বীৰ সেনা লৈ, বহুত বহুত বিহু শুভেচ্ছা থাকিল,❤❤❤
ভোগালী বিহুৰ শুভেচ্ছা থাকিল। সুন্দৰ ❤
আলফা কেদাৰলৈ মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিল (জয় আই অসম ✊) আৰু পৰেশ বৰুৱা গিবনৰ মাজত ভালে থাকক যে 🙏🤝
বিহু গীতটোৱে বহুত কথাৰ আভাষ দি গ'ল..অসম আকৌ ৰসাতলৰ পথত..আশা কৰো অসমৰ ভাল দিন আহিব❤ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে
সঁচাকৈ কবলৈ গলে বাচি থকা অসম খন আপোনালোকৰ কাৰনেহে বাচি আছে অ 🙏 মৰমৰ ভোগালীৰ শুভেচ্ছা থাকিল ককাই জয় আই অসম ✊
ভোগালীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো. জয় আই অসম
ভোগালীয়ে সকলোৰে মনবোৰ সমিদ্ধ কৰক , কহিয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস
মোৰ ফালৰপৰা সংগ্ৰাম মুক্ত বাহিনী আলফা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ
জয় আই অসম
জয় আই অসম 🌹🌹🌹❤️❤️❤️
Vikhari ulfa.....uchorot paabo lagixil hihotok
বহুত বহুত ভাল লাগিল ধন্যবাদ মোৰ পৰা মাঘৰ বিহু শুভেচ্ছা যাচিলো জয় আই অসম
জাতীয়তাবাদী চেতনাৰে স্বাধীন অসম আৰু সাৰ্বভৌমত্ব বিচাৰি নিজৰ পৰিয়াল তথা পত্নী পুত্ৰ আই পিতাইৰ মৰম স্নেহ ত্যাগ কৰি ম্যানমাৰৰ দুৰ্গম স্থানত জীৱন অতিবাহিত কৰা প্ৰতিজন বীৰ সৈনিকলৈ হেঁপাহৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভগৱানে সদায়ে কুশলে ৰাখক 🙏🙏🙏 happy bhugalee bihu
Apunalukoloi magh bihur hiya bhara hubheisa jonalu, Apunalokok jen bhagobane hodai bhale rakhey tarei kamona korisu, joi ai akhom,
ভগৱানে সদায় ভালে কুশলে ৰাখক ককাইদেউ কেইজনখ জয় আই অসম
অসমৰ হিয়াৰ আমঠু স্বজাতিৰ প্ৰাণ হে মোৰ মৰমৰ ভাই ককাই , বাই ভনী সকল তোমালোক আটাইলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ তোমালোক য’তেই আছা কুশলে থাকা , এই কামনাৰে ৷
জয় আই অসম , মাঘ বিহুৰ অলেখ শুভকামনা ককাই হত
জয় আই অসম
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ ❤❤
কবলৈ ভাষা নাই কেনেকুৱা লাগিছে গানটো শুনি। আপোনালোকলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো।ভগৱানে কুশলে ৰাখক আটাইকে। জয় আই অসম।
অসমৰ তেজাল ৰণুৱাসকল আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা থাকিল ।
জয় আই অসম
এজন অসমীয়া যুৱকে যদি পুলিচ পায় তেনে সকলোৱে ফুৰ্তি কৰে কিন্তু এজন অসমীয়া যুৱক যদি আলফা স্বাধীনত যোগদান কৰে তেন্তে সেই অসমীয়া পুলিচে আহি অসম স্বাধীন বিচাৰি যোৱা মাক - দেউতাকক হাৰা শাস্তি কৰে😢😢😢😢।।।। আমি অসমীয়া একতা হবলৈ হল।।। জয় আই অসম।।।। ❤
জয় আই অসম 🚩 জয় ভাৰত 🚩সপোন আছে আলফা যোৱা 🫡
Muru ase
জয় ভাৰত 🚫
জয় আই অসম ❤
@@hemantasarma7631 ভাৰত মাতা কি জয় 🚩জয় আই অসম 🚩
@@Kalpakalita333মনত ৰাখক। আমি ভাৰতীয় নহয়।
মোৰো মন আছে আলফাত যোৱা
Bhal lagil, God bless your family and friends
মৰমৰ সেনাবাহিনিলৈ বহুত বহুত মাঘৰ বিহু শুভেচ্ছা থাকিল ❤❤❤❤জয় আই অসম
আমাৰ লৰাহতৰ এহাতত মেজি বিহুৰ নাচ-গান , আন হাতত জাতিৰ স্বাধীনতাৰ বন্দুক।
" জয় আই অসম"
Jai aai axom, bohut val lagil Sai, 🌹🌹🌹🌹🌺❤️❤️❤️👍
সুন্দৰ কণ্ঠ । বিহুৰ শুভেচ্ছা থাকিল ।ঈশ্বৰে ভালে ৰাখক সকলোকে ।
অসমৰ বাবে জংঘলত থকা দাদা সকলক আৰু আপুনাৰ লুকৰ পৰিয়াললৈ ইংৰাজী নৱবয ভোগালী বিহু শুভেচ্ছা থাকিল
ইহঁতে একো দিয়া নাই গতিকে ইহঁতৰ প্ৰতি কোনো সন্মান দি লাভ নাই সন্মান দিব লাগে দিনে নীশাই শীত তাপ নেওচি Border t পহৰা দি থকা Indian army ৰ বীৰ সেনা সকলক
@Srikaushikdas Bangladeshi
@Srikaushikdas😂😂😂তুমাৰ দৰে নিষ্ঠুৰ স্বাৰ্থপৰ নহয়।।।ককাইহতে অসমৰ স্বাৰ্থৰ কাৰণেই গৈছে।
@@shreeja4587 Ooh apuni bangladeshi niki jawk akou bangladesh gusi axamat kio ase
@@Nirmalkumarray2000 বাল স্বাৰ্থৰ বাবে গেছি বিহু দিনা বেলেগ কে কবা মন নাই আৰু চুটমাৰানা হাতে ভাৰতীয় বীৰ সেনাক আক্ৰমণ কৰে অ দাদা ভাৰতীয় বীৰ সেনাই Border ত শিত তাপ নেওচি পহৰা দি থকাই আজি আপোনি মই বিহু পালন কৰিব পাৰিছো ইয়াত আলফা স্বাধীনৰ কোনো অবদান নাই আলফা স্বাধীনে আমাক সুৰক্ষা দি থকা নাই সুৰক্ষা দি আছে ভাৰতীয় বীৰ সেনাই আপোনি মই হে পাৰিছো শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিব কিন্তু ভাৰতীয় বীৰ সেনাই নোৱাৰে যিমান যি হ'লেও সিহঁতে কৰ্তব্য পালন কৰিব লাগিবই
Aai akhomir bir hokolok bhugali bihur antorik hevasha jonalu ...❤joi aai akhom
কিহৰ লগত তুলনা দিম ভাষা নাই জয় আই অসম।❤❤❤❤
ULFA thakute amar axomok kuneu eku koribo juware . JOI AAI AXOM ❤❤❤
আমাৰ প্ৰাণ 🎉🎉
😂😂😂
বৰ সুন্দৰ হৈছে ভাই ককাই হত সকলোঁ লৈকে মাঘৰ বিহু শুভেচ্ছা থাকিলে
বহুত ভাল লাগিছে, আপোনাৰ লোকৰলৈ মাঘ বিহুৰ উবেচ্ছা জাছিলো
আপোনালোকৰ বিহু শুভেচ্ছা জনালোঁ দেই 👌👌❤❤
সকলোৰে ডিঙিত আমাৰ অসমীয়া গামোচা দেখি ভাল লাগিছে ♥️♥️
অসমৰ ভাই ককাই হত ভালে থাকক,,,, জয় আই অসম 🙏
জয় আই অসম! সমূহ বিপ্লৱীক বিহুৰ শুভেচ্ছা জনালো!!
মোৰ ফালৰ পৰা সকলো লৈ ভোগালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল জয় আই অসম ❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
সমূহ বিপ্লৱী ককাইদেউ, বাইদেউ লৈ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। সাহসেৰে যুঁজত অৱতীৰ্ণ হোৱা তাকে কামনা কৰিলো।
জয় আই অসম
ভোগালী বিহু শুভেচ্ছা জাচিলো জয় আই অসম
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ 🎉🎉 ককাই সত আপোনালোক সদাই ভালে থাকক ❤❤
মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ, জয় আই অসম
মৰমৰ ককাইদেউ হত মোৰ ফালৰ পৰাই আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো
জয় আই অসম
❤জয় আই অসম আলফা ❤দুখ লাগি জাই ও দাদা হট😢😢😢 আপোনালোকে জটে আছে ভালকে থাকে জাটে
জয় আই অসম ৷মাঘ বিহুৰ শুভকামনা ককাইহত 🙏🙏❤️
জয় আই অসম , বিপ্লৱী সেনানি সকলৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালো ❤❤❤
জয় আই ❤অসম ❤
জয় আই অসম আলফা জিন্দাবাদ
Bohut val lagil sai joy ai axom Happy bhogali bihu
অসমৰ প্ৰত্যেকজন বিপ্লৱীসকৰ লৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল ❤❤❤❤❤❤❤
সংগ্ৰামী সেনানী সকললৈ আন্তৰিক শুভেচ্ছা ও মাঘ বিহুৰ ওলগ জনালোঁ৷
জয় আই ❤ ❤❤অসম❤❤❤
জয় আই অসম দাদা খুৰা আপোনালোকে ভাল কৈ থাকক ❤❤
এইয়াই টো আচল শুদ্ধ অসমীয়া। ইমান সুন্দৰ শব্দ ,কথাৰে
ৰচনা কৰা গীত। অতি সুন্দৰ ৰূপে গীতৰ পৰিবেশন হৈছে ।
হাবিৰ মাজত থাকি ঘৰৰ পৰা আতৰ হৈ বিহু পাতি কি লাভ?? আপোনালোকৰ ঘৰৰ মানুহবোৰক সুধিবচোন তেওঁলোকৰ কেনেকুৱা লাগে মনটো আজিৰ দিনটোত। যদি আপোনালোকে অসমখনৰ কাৰনে কিবা কৰিম বুলি আছেগে তেনেহলে অসমখনত বহু অন্যায় হৈ আছে অসমীয়াৰ ওপৰত নিৰ্যাতন চলি আছে, সেই বিলাকৰ ওপৰত কাম কৰক, এনেই হাবিত সোমাই থাকি লাভ নাই
Bohut val lagise antorik hubeisa joonallu
মোৰ ফালৰ পৰা সকলোঁলৈ মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। জয় আই অসম ❤️♥️😍😍😍😍
Jai❤aai axom❤ bhout val lagise❤ happy magh bihu❤❤❤❤
এ মজ্জা লাগিছে। মাঘৰ বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ।
মাঘ বিহুৰ শুভেচ্ছা থাকিল দাদাহত আপোনালোক সদাই ভালে কুশলে থাকক
Bihu nach bohut dhunia hoise..... Antorik subhecha jonalu
Joy ai axom 🎉❤ ...bohut bohut morom apunalokoloi.. val din ahibo ❤❤❤❤❤ joy ai axom
জয় আই অসম ❤❤ মাঘ বিহু শুভেচ্ছা থাকিল
প্ৰতিটো শব্দই হৃদয় চুলে,, প্ৰতিটো বিহুতে আলফা স্বাধীনৰ পৰা আমি এনে দৃশ্য দেখা পাওঁ, এয়াই অসমীয়া, ❤ অসমৰ ৰণুৱা সকললৈ মোৰ অন্তৰৰ পৰা ভোগালীৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো,,, ❤❤❤❤❤ ভালে থাক ককাইহঁত, কুশলে থাক,
ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ বিপ্লৱী আটাইবোৰকে। ভালে কুশলে থাকা তাকেই কামনা কৰিলোঁ।
সংগ্ৰামৰ মাজতে অসমীয়া সংস্কৃতি সত্তা জীয়াই ৰখা দেখি বহুত ভাল লাগিল।
আপোন জনৰ পৰা আঁতৰি মাঘৰ বিহুৰ উৰুকা সুন্দৰকৈ উৎযাপন কৰা দেখি আনন্দিত হৈছোঁ।। আপোনালোক লৈ মাঘ বিহুৰ আন্তৰিক শুভ কামনা জনালোঁ 🎉🎉
জয় আই অসম
সলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলো ৷ সকলোকে ভগৱানে কুশলে ৰাখক
সুন্দৰ কন্ঠ❤ জয় আই অসম ❤
বিহুৰ শুভেচ্ছা যাছিলো সকলো ককাইদেউ সকলক। আপোনালোক আছে বাবেই অসমখন শান্তিৰে আছে । নহলে কেতিয়াবাই বিক্ৰী কৰি দিলে হয় বনীয়াৰ ওচৰত। ।।
ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ❤অসমবাসীৰ লৈ মোৰ ফালৰ পৰা মৰম আৰু আশীৰ্বাদ যাচিলো🙏❤️🌱জয় আই অসম
জয় আই অসম love from gohpur
Apona logloi bohut bohut bihur sobho kamona thakil
Joi ai asom
❤❤❤😢😢😢 dhuniya lagise dei জয় আই অসম ❤❤❤
অসমক ইমান ভাল পায় অসমীয়া পৰম পৰা সাছ পিন্ধীব তান পায়
What ? Toi tat kot parampara haj pabi.
মনটো শুদ্ধ হ'লে হ'ল
ককাইহঁতলৈ মাঘ বিহুৰ শুভেচ্ছা😢❤❤
জয় আই আলফা জয় আই অসম মোৰ ফালৰ পৰা আপোনালোকলৈ মাঘ বিহুৰ শুভেছা জনাইছো জয় আই আলফা
ককাইদেউসকললৈ মাঘবিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
অত্যন্ত দুখ লাগিছে আমি ইয়াত ভোজ ভাত খাইছো । আৰু আপোনালেকে অসমীয়া জাতিৰ প্ৰাপ্যৰ কাৰনে হাবি বননিয়ে দুখৰ ভাত খাইছে । অসমত আনন্দ লোৱা ম'হ যুজৰ সম্পৰ্কত এষাৰ মাত দিয়ক । অবুজ প্ৰানীৰ লগত কিহৰ আনন্দ ।
Heitu soli oha porompora arunsoli jabo
আজৈ নেৰিবা ❤✊সঁচা কথা কবলৈ হলে আপোানা লোকক দেখা নাই যদিও ওচৰত বহুত ভাল লাগে ❤ ভাল কৈ থাকক সদাই 🙏গান গোৱা দাদা জন বহুত ধুনীয়া কৈ গাইছে 2024 t মাঘ বিহুৰ গানটো বহুত ধুনীয়াকৈ গাইছিল চকু পানি ওলাই গৈছিল সেই গানটো শুনি 🥺
বাকি ভালে থাকক সদাই ভগৱানে ভালে ৰাখক ❤
জয় আই অসম ❤️✊
মাঘ বিহুৰ শুভেচ্ছা থাকিল ❤
অতি সুন্দৰ ভাখাৰে বৰ্ণ না অতিত যয় আই অসম
মাঘ বিহু হিয়াৰ ভৰা মৰম জনালো।হেই তেজাল বিৰ সকল। কুশলে থাকা। ❤❤❤❤
মাঘ বিহুৰ শুভ কামনা জনালোঁ 🙏
আপোনাৰ লোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ।জয় আই অসম
জয় আই অসম । ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ❤️🌺🌹
সংগ্রামী বন্ধু সকললৈ বিহুৰ শুভেচ্ছা থাকিল। জয় আই অসম।
আপোনালোক প্রতিজন সংগ্ৰামী বীৰলৈ মাঘ বিহুৰ শুভেচ্ছা জনালো । সকলোৰে সুস্বাস্থ্য কামনা কৰিলো । 🙏🙏🙏🙏🙏
Joi ai okhom
Bohut vallagise aponalokor bihu.agbahi jawok tare kamona korilo.
Bohut val lagise
Nice jai aai axom ❤❤❤❤
অসমীয়া বিপ্লৱী বন্ধু সকলক মোৰ ফালৰ পৰা আন্তৰিক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।জয় আই অসম।
Joy ai axom, Mising Re'gam I'roi ✊ all the best
ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 👍💗
জয় আই অসম।। আপোনালোকৰ আশা পূৰণ হওঁক উদ্দেশ্যত সফল হওঁক ❤❤❤। ভোগালীৰ ওলগ জনালো।। গান বোৰ শুনি বেয়া লাগি গৈছে 😢
দাদা সকল আপোনালোকৰ হু স্বাস্থ্য কামনা কৰি ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।লগতে আপোনালোকৰ লক্ষ্যত উপনীত হব বুলি আশা ৰাখিলোঁ।
জয় আই অসম আলফা🙏