থাকিবলৈ ঘৰ নাই... এসাঁজ খালে এসাঁজ খাবলৈ নাই

Поделиться
HTML-код
  • Опубликовано: 6 дек 2021
  • 🏠 থাকিবলৈ ঘৰ নাই... এসাঁজ খালে এসাঁজ খাবলৈ নাই
    🏠 বিছনা নাই, শোৱে বস্তাত...
    🏠 পঢ়িবলৈ নাই কাৰেণ্ট, মিঠাতেলৰ পোহৰত জীৱন
    🏠 দুৰ্ভাগ্যই খেদি ফুৰা মানুহৰ সন্ধানত অনুপম চক্ৰৱৰ্তী

Комментарии • 535

  • @dhanrajbonshi9201
    @dhanrajbonshi9201 2 года назад +200

    এনেকুৱা দুখীয়া মানুহ এইখন অসমত আৰু বহুত আছে। যাৰ কথা ভাবিবলৈ কাৰো সময় নাই। যেনেকৈ ভেকচিন দিবলৈ ঘৰে ঘৰে তালাচী চলাইছে , তেনেদৰেই দুখীয়া মানুহে চৰকাৰী সুবিধা পাইছে নে নাই তাৰ খবৰ চৰকাৰী Department য়ে ঘৰে ঘৰে লোৱা উচিত। শেষত অসমৰ অতি আদৰৰ আৰু দয়ালু মূখ্যমন্ত্ৰী হেমন্ত বিশ্ব শমাক ইয়াৰ তদন্ত কৰিবলৈ অনুৰোধ জনালো । ধন্যবাদ। জয় আই অসম ।

    • @JSBMCreativeAngel
      @JSBMCreativeAngel 2 года назад +5

      Right

    • @Krishnanature5818
      @Krishnanature5818 2 года назад +1

      Thik

    • @tuylaborah6866
      @tuylaborah6866 2 года назад +2

      Right 😞

    • @novakhushy8507
      @novakhushy8507 2 года назад +1

      EXCELLENT

    • @dimbeswarsonowal2988
      @dimbeswarsonowal2988 2 года назад

      Bhai practical kotha kuwa, manuhor haat bhori thaki kandi thaki aaku lav, sobe jodi hai2 kothake bhabi thake moi dukhiya muk hohai lage tenehole kunu kam kora nokoril hoi, and 1st moi thakilu hoi

  • @touriststatus9068
    @touriststatus9068 2 года назад +198

    বেজি দিবলৈ হে ঘৰে ঘৰে জাই কিন্তু চৰকাৰী আচনিবোৰ দিবলৈ নাজাই কাৰণটো কি,,

  • @mukulkeot9285
    @mukulkeot9285 2 года назад +102

    অনুপমে অলপ সহায় কৰিব বুলি আশা কৰিলো ৷

  • @ajitneog7659
    @ajitneog7659 2 года назад +121

    চকুপানী ওলাই আহিল, জীৱনৰ দুখবোৰ দেখি । এয়াই আমাৰ দৰে দুখীয়া মানুহৰ জীৱন। 🙏 🙏 🙏 ভগৱানে দুখীয়া মানুহক অলপ সহায় কৰক 👏 ❤️ 👏

  • @fagunechangmai2676
    @fagunechangmai2676 2 года назад +68

    দুখিয়া মানুহ বোৰক সহাই কৰক
    চৰকাৰে

  • @dipakgohain1263
    @dipakgohain1263 2 года назад +41

    অনুপম দা বহুত ভাল কাম কৰিছে ।

  • @anishapuwali
    @anishapuwali 2 года назад +186

    মন্ত্ৰী বোৰ কত লুকাই আছে নেদেখি নেকি এইবোৰ 😢 ডাঙৰ ডাঙৰ বিলাসী ঘৰত থাকিলে আপোনালোকে নেদেখি নেকি এইবোৰ 🙏🏽🙏🏽🙏🏽 এইবোৰত অলপ আওকাণ কৰক 🙏🏽🙏🏽

    • @lizasvlogs8257
      @lizasvlogs8257 2 года назад +4

      Election tymt dekhe Baki tymt nedekhe

    • @anishapuwali
      @anishapuwali 2 года назад +4

      @@lizasvlogs8257 সঁচাকৈ ইহঁতক election সময়ত ভোট খুজিব আহিলে খেদিব লাগে এমান সন্মান দিব নালাগে

    • @ramanandadass9085
      @ramanandadass9085 2 года назад

      Hoi o

    • @Lucky77-x8v
      @Lucky77-x8v 2 года назад +2

      Kanakoi dekhibo ..assam khonot 33 khon jila aru 3.30.00000 manuh axe sobor ghore ghore goi sabo nuare nohoi ..diya tu soboke di axe majot dalal bilake ki kori axe haytu he

    • @sayanikaborah4519
      @sayanikaborah4519 2 года назад

      Hska monti bura atiya sokura nadakha emn dukhar timet 😭😭

  • @sahcindrasonowal7292
    @sahcindrasonowal7292 2 года назад +36

    সেই ঘৰখন পৰিৱেশলৈ চাই চৰকাৰে চকু দিয়ক আৰু অতিসোনকালে সহায় কৰক যাতে শিক্ষালৈ থকা সেই ছোৱালীজনী মনৰ আশা পূৰ হওঁক

  • @Adventure_with_Homen
    @Adventure_with_Homen 2 года назад +50

    এইটো এটা উদাহৰণ হে, আৰু বহুত আছে, ভাল মেধাবী ছাত্ৰ ই এইবোৰ কাৰণে নিজৰ সপোন বাদ দিব লাগে, বাস্তৱৰ লগত হাৰ মানি। পঞ্চায়ত বোৰ আছে কিন্তু কোনো কাম নাই

  • @UmanandaChutia-cs7ch
    @UmanandaChutia-cs7ch 2 года назад +25

    আমাৰ অসমত ইচতেন্দাৰ ভিক্ষাৰি ইমানে বেছি কাৰনে দুখীয়া মানুহৰ এই দখা। বেছিকৈ চৰকাৰি চাকৰিয়াল আৰু চৰকাৰি প্ৰতিনাধি সকল।

  • @jawancartoon9042
    @jawancartoon9042 2 года назад +46

    বাস্তৱ জীৱনৰ জীয়া ছবি😢

  • @jagatsaikia7451
    @jagatsaikia7451 2 года назад +47

    জন প্ৰতিনিধিয়ে দেখা নাই । গাওঁ পঞ্চায়তৰ প্ৰতিনিধি কুকুৰ চবে দেখা নাই নেকি? ক'ত সোমাই আছ ? ৰমাকান্ত দেউৰী কুকুৰ তই দেখা নাই এই পৰিয়ালটো।

  • @bulbulinath2610
    @bulbulinath2610 2 года назад +45

    অনুপম দা !আপুনি সঁচাই জনসাধৰনৰ আমঠু !

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 2 года назад +16

    অনুপম দা আপুনি আমাৰ দুখৰ কথা পছাৰ কৰা কাৰনে আপুনাক ধন্যবাদ বাইদেউ জনি মানুহজন চাইকেল লৈ আহি পাইছিল এই মানুহ জন ইটা ভাটাত ইটা কঢ়িয়াই, মানুহ জন ৰাতিপুৱা 4 বজাতে জাই একো নোখোৱা কৈ জাই মানুহ জনৰ বিষয়ে অলপ দেখুৱালে ভাল পালু হয়

  • @ranjudeka4818
    @ranjudeka4818 2 года назад +54

    ৰমাকান্তক তাৰ যি কৰি আছে ভগৱানে শুনকালে চালে হয়🙏

  • @hemkantaborah7434
    @hemkantaborah7434 2 года назад +107

    ৰমাকান্ত দেউৰী মুখত তিনিটা শব্দই থাকে, সেয়া হল-মাৰিম, কাটিম, পিতিম।

    • @rmdqueen3592
      @rmdqueen3592 2 года назад +1

      Ru ata xbdo thake tr muxot...
      'Gsoki petuka uliai dim'😆

    • @pallabpro2664
      @pallabpro2664 2 года назад

      Nijor he pet2 sini pai Romakanta D.Fal2 MLA....

    • @rajibrajbongshi8789
      @rajibrajbongshi8789 2 года назад +1

      Ramakanto to gaya ra baba .mamar sarkar hoi

  • @rajugogoiofficial
    @rajugogoiofficial 2 года назад +20

    বিধায়ক ঘৰে ঘৰে আহিব লাগে । ভেকচিন আকৌ ঘৰে ঘৰে দিয়ে , চৰকাৰৰ সুবিধা বোৰ পাব লাগে।।

  • @PTPTPTPTPT2001
    @PTPTPTPTPT2001 2 года назад +13

    বৰ দুখ লগা, চাকৰি এটা দিয়ক ছোৱালী জনীক

  • @digantadeka7201
    @digantadeka7201 2 года назад +11

    সঁচাকৈয়ে বৰ দুখ লাগিল ।
    আমি বোৰ এনেকৈয়ে জীয়াই থাকিবলগীয়া হয় কেতিয়াবা কেতিয়াবা!

  • @jawancartoon9042
    @jawancartoon9042 2 года назад +22

    এয়াই আমাৰ জীৱন

  • @ranjudeka4818
    @ranjudeka4818 2 года назад +22

    সঁচা বৰ দুখ লাগে আমাৰো দেখি চকু পানী উলাইছে ,চৰকাৰে অলপ চাৱক 🙏🙏

  • @abstudio7865
    @abstudio7865 2 года назад +27

    চৰকাৰে কি কৰে
    বহুত দুখৰ বিষয়
    ই বিলাক নেদেখে নেকি ?
    ভেকচিন দিবলৈ পুলিচ লৈ যায়
    বেজি দিবলৈ
    জোৰ জবছ বেছি দিয়ে !
    কিয় এতিয়া এইবিলাক চকুত নপৰে নেকি
    চৰকাৰৰ
    কত চৰকাৰৰ ডাঙৰ ডাঙৰ ভাষণ ?

    • @healthcare3128
      @healthcare3128 2 года назад +1

      আপুনি বাৰু জানেনে : এই বিষয় টো যে বেজি দিবলৈ অহা দলটোৱে উদঙাই দিলে ??

  • @indirabaruah8033
    @indirabaruah8033 2 года назад +21

    Good job Anupom da.

  • @subornagogoi4194
    @subornagogoi4194 2 года назад +6

    দুখীয়া পৰিয়ালক চৰকাৰে ভেকচিন দিবলৈ খেদি খেদি যায়। বাকী আঁচনী দুখীয়া পৰিয়ালে পায় নে নাপায় সেয়া খবৰ লবলৈ সময় নাই। দুখীয়া সদায় দুখীয়াই 😠😠

  • @khorubhuya3039
    @khorubhuya3039 2 года назад +10

    মোৰো এনেকুৱা দিনে গৈছে । পঢ়িব লাইন নাথাকে । খাব ভাত পোৱা নাছিলো
    পিন্ধিব কাপোৰ নাছিলে । বহুত দুখত ডাঙৰ হৈছো ।

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 2 года назад +19

    বাক ৰুদ্ধ সছাকৈ ,😪😪 বৰ দুখ লাগিল

  • @punyeswarkachari9899
    @punyeswarkachari9899 2 года назад +5

    অনুপম দা ভাল দিছে আৰু ভাল সহায় কৰিছে

  • @manjudas9101
    @manjudas9101 2 года назад +17

    আমাৰো একেই অৱস্হা

    • @nilakhisonowal5032
      @nilakhisonowal5032 2 года назад +1

      Dukhehe dukh buje ...dhoniye aku buji napai ....ghre ghre ahi sorkare sai jok hi kiman dukhiya manuh ase ai assomot ...vaccine diboloi ghre ghre jur julmkoi dibohi pare kintu sorkaror bostu kune paise kune nai pua khubor louk 🙏🙏🙏

  • @rajenm3777
    @rajenm3777 2 года назад +24

    CM sir, please help the very very poor family. God blessed you.

  • @monujhira6016
    @monujhira6016 2 года назад +27

    এইবোৰ দেখা নাপাই লিদাৰ বোৰে হলে ,ভেকচিন কোনে লৈছে ,কোনে নাই লোৱা, পথাৰ লৈকে সেদি গৈছে।

  • @hemantasaikia1104
    @hemantasaikia1104 2 года назад +13

    চৰকাৰে কিয় সহায় নকৰে । কি লাগে কি নেলাগে।সুধিব তো যাব লাগে।

  • @biswajittamuli4074
    @biswajittamuli4074 2 года назад +8

    গাঁৱৰ গাওঁবুঢ়া আৰু পঞ্চায়তৰ মানুহে এইবিলাক দেখা নাপায় নেকি ?

  • @Sankarjitcreation
    @Sankarjitcreation 2 года назад +6

    MET পাতিব লাগে,,MLA Eligible Test

  • @ajoydas5624
    @ajoydas5624 2 года назад +15

    Cm sir and M. L. A sir please help them.. please feel some of their sad 😭

  • @manjitbarman2481
    @manjitbarman2481 2 года назад +2

    বৰ দুখ ৰ জীৱন অ বাইদেউ ' অসম বাসীৰ আশীৰ্বাদ আছে আপোনাৰ সপোন পুৰ হয় যাতে তাকে কামনা কৰো । এনে কো ৱা আৰু বহুত আছে যি কান্দি কান্দি দুখৰ জীৱন জীয়াই আছে । অসম চৰকাৰ কি কৰি আছে হে ?????????

    • @prafullagogoi2005
      @prafullagogoi2005 2 года назад

      গাওঁ বুঢ়া , ওৱাড মেম্বাৰ সকলে
      দেখা নোপোৱাটো নিশ্চয় ৰহস্য
      আছে । এওঁলোকৰ নিজৰেই
      নাই , সেই সকলক কৰ পৰা
      যোৰামাৰি দিব ? ভাৱি চাওঁক ।

  • @brojenbarman1035
    @brojenbarman1035 2 года назад +5

    Aponak bhut bhut dhoinnobat anupom sir . apuni je dukhiya manuhor ghort goi raijok dekhuwai ase.

  • @ucreativesboy8238
    @ucreativesboy8238 Год назад

    Apuni hosai manuhor ek ridhai jinibo pora manu baka nai apunak ai dukiya poriyalok hasta diyar babe salute sir....

  • @jawancartoon9042
    @jawancartoon9042 2 года назад +7

    ধন্যবাদ NKTV

  • @rajnishbora3392
    @rajnishbora3392 2 года назад +8

    Aebur bohut val korise .Anupom da ..prokrit manuhe asoni bur napai

  • @trishnakalita4154
    @trishnakalita4154 2 года назад +19

    এওঁলোকত কৈও বেছি দৰিদ্ৰ এইখন অসমত আছে।

  • @iqbalsaikia3003
    @iqbalsaikia3003 2 года назад +9

    Only our most beloved CM can think about such poor families and take action to uplift their living standards. Let's hope for the best for such poor and deprived families.

  • @gobindboro9543
    @gobindboro9543 2 года назад +5

    মোৰ ঠিক এনেকুৱা অবস্থা হৈছিল ।মই খৰি জ্বলাই সেই জুই শিষাৰ উৎসৰেই পঢ়ি ছিলো ।আৰু ৰাতি ফৰকাল আকাশৰ তলত ফটফটীয়া জোনাকৰ পোহৰত পঢ়িব লগীয়া অবস্থা হৈছিল, যদি বতৰ ভাল থাকে তেতিয়া পাঁচ ছয়দিন মান আকাশৰ তলত জোনৰ পোহৰত পঢ়িব পাৰিছিলো, । তেনেকৈয়েই মেট্ৰিক লৈকে পঢ়িলো।পিছত যেতিয়া কলেজত গলো তেতিয়া আহৰি সময়ত লোকৰ ঘৰত বন কৰি সেয়া পইচাৰে অকনমান সকাহ পায়,পিছত আকৌ অধিক মনবলেৰে পঢ়ি বি এ পাছ কৰিলোঁ । এতিয়া টো যিয়েই নহওক নিউজ চেনেলবোৰতে ফকাচ কৰিব পাৰিছে তেওঁলোকৰ মৰ্ম বেদনা । মোৰ দিনত সেইয়াওটো নাছিল ।(তেওলোকে যেন সহায় পাই চৰকাৰী পাপ্য বোৰ যাতে ঢুকি পায় তাকেই কামনা কৰোঁ) ধন্যবাদ ।

  • @saratmedhi3923
    @saratmedhi3923 2 года назад

    ধ ন্য বা দ শৰ্মা , স্বাধীন ভাৰতৰ বাস্তৱ ছবিখন আপুনি ভালদৰেই দেখুৱালে । এতিয়া ভাৰতত শাসক আৰু ধনিক সকলৰহে স্বাধীনতা ।আন সকলো মানুহ তেওঁলোকৰ দাস ।আইটোৱে আমাৰ ভাৰতৰ প্ৰকৃত স্বাধীনতা ।

  • @sahilhussain5347
    @sahilhussain5347 2 года назад +4

    Anupam da apuni bohut val manuh

  • @tilutamabaruah4479
    @tilutamabaruah4479 2 года назад +4

    ছাৰ আপুনি ভাল কাম কৰিছে🙏🙏🙏🙏🙏🙏🙏

  • @bobymech7096
    @bobymech7096 2 года назад +3

    Very Good Work Anupam Da Sokulu Nije Ulai Ahil 😭🙏🙏🙏

  • @Lalung88
    @Lalung88 2 года назад +3

    Sewa...Dukh lagil.plz help her Family..

  • @himakshidas7580
    @himakshidas7580 2 года назад +3

    Nice anupam daa

  • @jobexamwithddas56
    @jobexamwithddas56 2 года назад +4

    বিদ্যুৎ বিভাগ সচাকৈ ondho এই পৰিয়ালটোক এবাৰ হলেও ভাবি চাব লাগিছিল।

  • @kukibarman7609
    @kukibarman7609 2 года назад

    অনুপম দা বহুত ভাল কাম কৰিছে। এনেকুৱা আৰু বহুত আছে প্লিছ সহায় কৰক দাদা।

  • @kanakborah1406
    @kanakborah1406 2 года назад +1

    সমাজৰ যিখিনি মানুহক চৰকাৰৰ বিভিন্ন আচনিৰ জড়িয়তে সহায় সহযোগ আগবঢ়াই মুলসুতিৰ মানুহ খিনিৰ কাষলৈ আগবঢাই আনিব লাগে সেই মানুহ খিনিক সদায় একেবাৰে শেষৰ শাৰীত থোৱা হয়। ৰাজনৈতিক চামচাৰ অঙহী বঙহী ,আৰু প্ৰ্ভাৱশালী ব্যক্তি বোৰৰ সম্বন্ধীয়ই হে প্ৰথ্মতে সুবিধা লভা তালিকাত থাকে। মানুহক দেখুৱাবলৈ দুই এজন দুখীয়া নিচলাক কিবা কিবি দিলেও সামগ্ৰিক ভাৱে দুখিয়া নিছলা সকলে নেপায়। সেই কাৰনেই ইমান সামাজিক অসমতা। কিছুমানে এই সামাজিক অসমতা নীৰৱে সমৰ্থন কৰে। কাৰণ তেওঁলোকক চাকৰ খটাবলৈ কিছু দুখীয়া মানুহৰ সদায় দৰ্কাৰ হয়।

  • @mrrd7000
    @mrrd7000 2 года назад +5

    এই বিলাকক ভোত দিবলৈ নালাগে। মই জালুগুটি ৰ বাসিন্দা মই আজিলৈকে একো সুবিধা পোয়া নাই

  • @kabitabharali2149
    @kabitabharali2149 2 года назад +2

    ৰমাকান্ত দেউৰি আপুনি সোনকালে এই পৰিয়াল টোক সহায় কৰক ...

  • @premsiwah9966
    @premsiwah9966 2 года назад

    বহুত দুখ লগা ছবি।
    ৰাজ্য চৰকাৰৰ চকু পৰক যাতে দুখীয়া পৰিয়ালটোৱে দুমুঠি খাব পাৰে অাৰু ছোৱালী জনীয়ে উপযুক্ত শিক্ষাৰ পৰিবেশ পায়।

  • @jonalicreation301
    @jonalicreation301 2 года назад +2

    চৰকাৰী আঁচনিয়ে এইসকল দুখীয়া মানুহক ঢুকি নাপায় নেকি ডাঙৰীয়া সকল..😭😭

  • @ritupanhazarika4055
    @ritupanhazarika4055 2 года назад +1

    Good job Anupam Da , Apuni bhut Dangr Hohai kori dise poriyal Tuk , aru Alp Hohai Kri diyok , 🙏🏻

  • @akashboro7933
    @akashboro7933 2 года назад +3

    Bohut val sir

  • @rideep269
    @rideep269 2 года назад +2

    বৰ দুখ লাগিল ও।

  • @jobexamwithddas56
    @jobexamwithddas56 2 года назад +1

    অনুপম দা আপুনি ৰিয়েল সাংবাদিক

  • @kamdevnath7654
    @kamdevnath7654 2 года назад +2

    Good job anupam da

  • @apapegu6787
    @apapegu6787 2 года назад

    Good reflection...

  • @mainubordoloi4647
    @mainubordoloi4647 2 года назад +2

    আমাৰ দৰে দুখীয়া পৰিয়ালক এমেলে মন্ত্ৰী বোৰে নেদেখে, আমিও সৰু পৰা লোক ঘৰত কাম কৰিএ পঢ়ি আহিছোঁ 😢😢😢

  • @travellife662
    @travellife662 2 года назад +3

    বাস্তৱ জীৱনৰ জীয়া ছবি

  • @jaysivaram1037
    @jaysivaram1037 2 года назад +1

    Maja lagil de

  • @nandeswartaye7231
    @nandeswartaye7231 2 года назад +2

    বিজেপি চৰকাৰ থাকোতে এইবোৰ কিয় কৰিছে এইবোৰ বেয়া কথা অসম চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা লোৱা হওক ধন্যবাদ

  • @adityaengti5053
    @adityaengti5053 2 года назад

    অনুপন দা আপোনাক বহুুত ভাল পাছো

  • @junphukon2857
    @junphukon2857 2 года назад +1

    Good news,,👍

  • @bikashsonowal7812
    @bikashsonowal7812 2 года назад

    Anupom da apuni bohut val korise❤❤❤

  • @ppvlogs5993
    @ppvlogs5993 2 года назад +1

    Anupom da my God grant you a long life.

  • @namitasonowalnamitasonowal5980
    @namitasonowalnamitasonowal5980 2 года назад

    Apunak bohot bohot dhoinyabad.. hosakoi bisari gole poti khon gaonte anekua porial thake... bohot kosto kori pohabo lage..

  • @pritambaro4396
    @pritambaro4396 2 года назад +1

    Very good Anupam da

  • @Sunita__Vlogs77
    @Sunita__Vlogs77 2 года назад +1

    Thank you anupom da

  • @indiayoutubefndclbchannel5216
    @indiayoutubefndclbchannel5216 2 года назад +4

    Anupom skrbti sir i realy love you moi ajon satro BA 1st eyr ki2 moi jibon jujot dampar solai phiboloi homoi napaw tothapiw apunar news homu saboloi napahoru i love you sir i love you

  • @jyotishbasumatary2699
    @jyotishbasumatary2699 2 года назад

    Yes amiu enekuwa condition t bakh Kori asu

  • @tilokrabha2462
    @tilokrabha2462 2 года назад

    Bohut Baya lagil

  • @ridismritapathak2423
    @ridismritapathak2423 2 года назад

    Anupam da apuni bohut val kam korise. 🙏

  • @dhonraj2253
    @dhonraj2253 2 года назад

    Ou god ......bhtbyalagil swalijonik hlpkorok sobye plzzz💓💓🙏🙏

  • @maneswardewri6252
    @maneswardewri6252 2 года назад

    your are great anupom da

  • @bablulama197
    @bablulama197 2 года назад +8

    😭😭😭😭দুখিয়াৰ দুখ😭😭😭😭? ????

    • @dipjyotiroy328
      @dipjyotiroy328 2 года назад

      Dukhiyar duk dukha 😭😭😭😭😭😭😭😭😭😭😭😂😂

  • @monidipboro1112
    @monidipboro1112 2 года назад +1

    Hoy Anupam da..MLA minister burr qualifications / Exam bohut dorkar teacher hoboloi jenedore b.ed, tet, net ,slet, PhD ete ete dorkar hoy..
    M

  • @bipuldeka9309
    @bipuldeka9309 2 года назад +3

    Dada ❤❤

  • @dharitriray7385
    @dharitriray7385 2 года назад

    Anupam da aapuni bohut val kam kori ase 🙏🙏🙏🙏🙏

  • @hemantakumbang8833
    @hemantakumbang8833 2 года назад +6

    Bjp sarkar দুখী য়াৰ দূচমন

  • @pulumanipathak8327
    @pulumanipathak8327 2 года назад

    Apuni ai news2 dakhuwai Bhut VL Kam krily sar.🙏.
    Akhat xkolk jn xorkary xunkly xohair hat agborhai..🙏

  • @rupjyotisivasagar2702
    @rupjyotisivasagar2702 2 года назад

    Napai anke sorkare nedhekhe ni anebur manuhok. Ghore ghore veksin diyatke kune keneke soli ase tr khobor louk. Beji nololewo manuh nomore...Thnks Anupam da.......

  • @sarathazarika4867
    @sarathazarika4867 2 года назад

    Anupam da good news.

  • @dhirajchdeka1986
    @dhirajchdeka1986 2 года назад +1

    কেইদিন মান পিছত চৰকাৰক টেক্স দিব লাগিব দিন হাজিৰা কৰি খোৱা লোকেও l 300 টকা হাজিৰা পালে 10 টকা চৰকাৰক দিব লগা অৱস্থা হব । বেছি দিন নাই ।

  • @wildlifevideoandpictures4260
    @wildlifevideoandpictures4260 2 года назад

    Dada apunak pronam.
    Great job dada apunak pronam.

  • @utpaldas8469
    @utpaldas8469 2 года назад

    Anupam da aaponak Dhanyabad

  • @moonbora6514
    @moonbora6514 2 года назад

    anupom da apuni mohan👏👏

  • @digitalassam2.064
    @digitalassam2.064 2 года назад

    এয়াই আমাৰ নিচিনা মানুহৰ জীৱন 👍🏻👍🏻

  • @dimpalkalita2260
    @dimpalkalita2260 2 года назад +1

    Ai aghor manuhor abostha nohoi.. Ane bohut manuh ase..

  • @dilipdas9924
    @dilipdas9924 2 года назад

    মজা

  • @alismitamajumdar2538
    @alismitamajumdar2538 2 года назад

    Ami assamiya aiebur dekhile bahut dukh lage assamat ki nai kintu manuj iman dukyat ase bahut beya lagil sai v d ot

  • @munmiboro3480
    @munmiboro3480 2 года назад

    অনুপম দা ভাল কাম কৰিছে৷

  • @pinkipinkigogoi2202
    @pinkipinkigogoi2202 2 года назад

    Val lagi anupom Da apunr video bur cai .
    Aru duhk lagile kotha bur huni ..,। vogobani hohai kork 🙏

  • @eyasinali5738
    @eyasinali5738 2 года назад

    Gd job sir

  • @musfirarahman1201
    @musfirarahman1201 2 года назад

    I agree with comment

  • @soonmoni6746
    @soonmoni6746 2 года назад

    Right koise anpom da

  • @Binayvlogs6
    @Binayvlogs6 2 года назад +1

    News sir ji khorute deuta heraisu dada nai moi okole .moio Kerasin saki re porhisilu Poisa nai amoro hajira kori porisu HS pass kori BA porhiba etsa asil Bhemar hoi poisa nai mur 😥 Poisa khoros koribo nuwari Nai bad dilu .. Mati olop ase kheti kori khaw babe jiyai asu 😥 Amar dorei bohut dukhia log ase soboke soku khuli sawk Sorkaror pora bostu aha bilako Rastat a konuwai karhi niya log ase 😥