কিমান শুনিব এঘৰীয়া হোৱাৰ কাহিনী, সঁচাকৈয়ে আমি এনে অসম বিচাৰোনে?

Поделиться
HTML-код
  • Опубликовано: 24 авг 2022
  • ▶️পাটৰ ছোৱালীক বিয়া পাতিলে বৰুৱা উপাধিৰ ল'ৰাই। সৰু জাতৰ ছোৱালীক বিয়া পতাৰ অজুহাতত ৫ বছৰে এঘৰীয়া কৰি ৰাখিছে এটা পৰিয়ালক। কিমান শুনিব এঘৰীয়া হোৱাৰ কাহিনী, সঁচাকৈয়ে আমি এনে অসম বিচাৰোনে?

Комментарии • 1,7 тыс.

  • @pd5182
    @pd5182 Год назад +75

    এইয়াই আমাৰ অসম আমেৰিকা,লণ্ডনৰ ছোৱালী বিয়া পাতিব পাৰে কিন্তু অসমৰে এজনী বেলেগ cast ৰ ছোৱালী বিয়া পাতিলে এঘৰীয়া হব লগা হয় |

  • @yutfufty
    @yutfufty Год назад +467

    মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত ময়ে অসমীয়া জয় আই অসম, কোনো ঘেণ্টা কাকো খাতিৰ নকৰোঁ ময়ে জুবিন দাদাৰ ভক্ত 👑🔥

    • @user-jr1oe9tg2p
      @user-jr1oe9tg2p Год назад +12

      একেই মতামত ক্লা ঘেন্টা এনেকুৱা সমাজক যি সমাজত মানুহক মানুহ বুলি চিকিতৃপ্ৰপ্ত নহয়

    • @yutfufty
      @yutfufty Год назад +6

      Hoi vai, aikhon xomaj nhy bl hoi kla, sob pagol eyat

    • @p.j.h4542
      @p.j.h4542 Год назад +3

      Joi Jubin da

    • @babybrown2995
      @babybrown2995 Год назад +3

      Yess me to ghontao khatir nokoru ..manuh hisabe hihot besi tol khapor karon usso sinta thoka k ke he usso manobr sikriti dibo pari .

    • @manjilsaikia4533
      @manjilsaikia4533 Год назад

      Thats why i hate religion and god...... And i dont biliv them really

  • @tiwamusicofassam7313
    @tiwamusicofassam7313 Год назад +146

    কোনে কৈছে তিৱা তলৰ জাতি বুলি? তিৱা জাতি কেতিয়াওঁ তলৰ জাতি নহয়। তিৱা সকলৰ কলা কৃষ্টি ,বুৰঞ্জী , ইতিহাস আছে। তেওঁলোকে বুৰঞ্জী আৰু ইতিহাস নাজানে। ভাৰত স্বাধীনতৰ কাৰণে তিৱা মানুহে শ্বহীদ হৈছিল । তিৱা বীৰ ৰজা জুঙাল বলহু হে মধ্য অসম আসন কৰিছিল । তিৱা সকলৰ কি নাই সকলো আছে ৰজা আছে ঐতিহাসিক জোনবিল আছে আৰু অসম খনত তিৱা সকলৰ অৱদান আছে সেয়ে বুৰঞ্জী আৰু ইতিহাস পঢ়ক । জনজাতিক নিম্ন খাপৰ বুলি নাভাবিব। কাক লৈ অসম হৈছে বুলি ভাবিছে বাৰু? আমি সকলো হৈ য়ে অসমীয়া হৈছে কিয় বুজি নাপায়। ধিক্কাৰ দিছোঁ নিকৃষ্ট মানসিকতাৰ সমাজক।

    • @samiranjyoti220
      @samiranjyoti220 Год назад

      Moi lalung lora

    • @dipjyotinath5055
      @dipjyotinath5055 Год назад +2

      Tar manhu khini hoitu bhut pis pra hoitu najane

    • @bharathindubhumi
      @bharathindubhumi Год назад +2

      মই অসমীয়া |
      জাত পাত নাই | আমি সকলো অসমীয়া |
      অসমীয়া জাতি প্ৰথম পৰিচয় |
      জয় আই অসম |

    • @krishnadasassam6479
      @krishnadasassam6479 Год назад +2

      কনো মানুহ তলৰ নহয়

    • @user-vt9es4wy6h
      @user-vt9es4wy6h Год назад +4

      আমাৰ তিৱা জাতিক অপমান কৰাৰ দৰে হৈছে আৰু সেই গাঁৱৰখনৰ মানুহবোৰ মূৰ্খ হয়

  • @jitudeka4431
    @jitudeka4431 Год назад +66

    ধিক্কাৰ দিছোঁ সেই গাওঁ ✊✊✊

  • @angshumanbharali3880
    @angshumanbharali3880 Год назад +114

    গাঁওখনৰ মানুহবোৰ মানুহৰ নামত কলংক
    যিখন সমাজে মানুহ চিনি নাপায় সেইখন সমাজক এৰি চলায় ভাল
    আমি আছো আপোনালোকৰ লগত।।
    God bless your family
    🙏🏻💞

    • @gmr8094
      @gmr8094 Год назад +4

      Gaon khonok axomor pora okolhoria koribo lage

    • @pujagogoi2021
      @pujagogoi2021 Год назад

      Umm

    • @munmikashyap8577
      @munmikashyap8577 Год назад

      আজি অলপ দিনৰ আগত কিছু মান মানুহ ব্ৰাহ্মণ সম্প্ৰদায়ৰ ওপৰত জঁপিয়াই পৰিছিল। আজি সেই সকল মানুহ কত সোমাই আছে। লোকৰ দোষ বোৰ খুসৰি নিজৰ বোৰ লুকুৱাই থৈ সোমাই আছে । বৰ হৰামি সেই সকল লোক।

  • @pallbaruah9
    @pallbaruah9 Год назад +518

    সেই গাঁও‌ খনৰ মানুহবোৰ মানুহৰ নামত কলংকʼ ।

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад +5

      Ki kotha koy. Apuni u khei ekei bebosthar majot khumai thaki pratibad kari kunu laav nai. Jetialoikey jatibadi monubadi,Pakhanda, Andha biseakherey Bhora ponthat khumai thakibo apunar pratibad foos. NOROK r MUKUL.

    • @dhuvaaa1140
      @dhuvaaa1140 Год назад +7

      Amr eyat muslim swali biya korileu emn dhuneyaky ghor t oha jwa kore manuh bur amr eyar homaj y val 🙂moi nahraktia dibrughar t thku amr eyat aeebur dekh nie kentu

    • @thememeworld3910
      @thememeworld3910 Год назад +2

      Manuh ne gadho

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      @@keyore8915Bhunya baa kalita habo.

    • @Simanta_Boruah
      @Simanta_Boruah Год назад +2

      Kobole gole sob ake sala 🤣🤣🤣

  • @arpondas7642
    @arpondas7642 Год назад +16

    গাওঁ খনৰ মানুহ জাক মানুহৰ শাৰিত নপৰে । পশুতকৈ অৰ্ধম । মহা পাপি সেই জাক ।

  • @nivabora2932
    @nivabora2932 Год назад +32

    দুখ নকৰিব, এনেকুৱা চিন্তা ধাৰাৰ সমাজৰ খনলে অনুৰোধ জনালো, চিন্তা ধাৰা সলনি কৰিব হ'ল, মানুহ ঘৰক অকলশৰীয়া নকৰিব 🙏🙏🙏🙏🙏

  • @lord4840
    @lord4840 Год назад +228

    সমাজে এঘৰীয়া কৰিলে সমাজখনকে এঘৰীয়া কৰক । বেলেগ এখন শিক্ষিত সমাজৰ অংশীদাৰী হওক ।

    • @travelmdshorts8998
      @travelmdshorts8998 Год назад +3

      Thik koisa

    • @whitefox5801
      @whitefox5801 Год назад

      Perfect 👍

    • @abinashbasumatary5448
      @abinashbasumatary5448 Год назад

      Right

    • @putuldutta3803
      @putuldutta3803 Год назад

      Right ✅

    • @kulendrabora58
      @kulendrabora58 Год назад +1

      শিক্ষিত সমাজতো এনে ধৰণৰ জাত পাতৰ বিচাৰ কৰা অনেক মানুহ আছে । তেওঁলোকে সাৱধানতা অৱলম্বন কৰে কাৰণে প্ৰকাশ নাপাই । শিক্ষি লোকৰ মাজত অসবৰ্ণ বিবাহিত দম্পতি কিমান আছে? যি দুই এক আছে তেওঁলোকৰো কোনোবা এটা পক্ষৰ আই ঘৰৰ লগত সম্পৰ্ক বেয়া । পৰীক্ষা কৰি চাব পাৰে ।

  • @padumpait1657
    @padumpait1657 Год назад +149

    যদি ধনী পৰিয়ালৰ হলে হৈ, এইবোৰ নিয়ম নহলে হেঁতেন।

  • @Mintusaikia9418
    @Mintusaikia9418 Год назад +37

    মানুহ গৈ মঙ্গল গ্ৰহত পালেগে আৰু আমাৰ অসমত কিছুমান মানুহৰ মানসিকতা এতিয়াও সলনি হোৱা নাই । Gaor t কেইজন মান মানুহ থাকেই এনেকুৱা ।

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Год назад +5

    ৰাইজৰ মনবোৰ ঠেক , কুঁৱাৰ ভেকুলীৰ দৰে জীয়াই আছে ৷ আচৰিত সমাজ এইখন !

  • @monujmanoshborah9388
    @monujmanoshborah9388 Год назад +153

    ফটুৱা নিয়ম বোৰ ঘৃণা লাগে ।। মানুহ মানুহেই ।। মূৰত গোবৰ আছে মানুহ বোৰৰ ।।

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Manuhr majot Uswa/Nich,Cuaa/Choot,Jaat/Paat kuney sristy karisey janeney.

    • @DARKANGEL-uy3nw
      @DARKANGEL-uy3nw Год назад +1

      @@mukulbaruah1833 tohotr nisina olpo mogojur manuhei korise

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      @@DARKANGEL-uy3nwPrathom kotha Hijira baa Sur,Dhurndhar,Dokait,Johorai hey nijor nam nidiey. Tur mukhat moi 100baar mutu.

    • @daisyrabharabha2078
      @daisyrabharabha2078 Год назад

      ঠিকেই কৈছা মৃৰত একো নাই

    • @nilimadasdas9694
      @nilimadasdas9694 Год назад +1

      সমাজখনৰ মানুহবোৰৰ মানসিকতা নিকৃষ্ট ৷ অসমীয়া ল’ৰা এজনে অসমীয়া ছোৱালী এজনী বিয়া পাতিছে তাতেই কিহৰ জাত পাতৰ কথা আহে ৷

  • @anuborah4561
    @anuborah4561 Год назад +46

    এখেত সকলৰ তেজৰ ৰঙ বেলেগ নেকি ? মনৰ পৰা এলান্ধু অতৰাৱ হ'ল । আজিৰ যুগত এইৱোৰ নিয়ম 'শোভা নপাই । জাত দুটাহে মতা আৰু মাইকী ।

  • @biswavolg1562
    @biswavolg1562 Год назад +6

    নাপাই মানুহে মানুহৰ বাবে এনে কৰিব। কাৰণ আজি আছোঁ কালৈ হয়টো কি। জীৱন দুদিনিয় নাথাকে ৰৈ। থাকোঁ মানে সকলোৱে মিলি থাকা টো ভাল।

  • @munmivlogchannel9270
    @munmivlogchannel9270 Год назад +22

    ছোৱালী হ'ল পানীৰ নিচিনা, পানী যি পাত্ৰত থোৱা যায় তাৰে আকাৰ লয়। ছোৱালী জনীও হ'ল হিন্দু, ল'ৰা জনো হ'ল হিন্দু , গতিকে ইয়াত সমাজে আপত্তি কৰাৰ কোনো কথাই নাই। সমাজৰ এচাম কু মনৰ মানুহৰ বাবে সাধাৰণ মানুহে কষ্ট খাব লাগে

  • @deepjyotideka6200
    @deepjyotideka6200 Год назад +129

    আত্মাৰ কোনো জাতি নেথাকে, কোনো গোষ্ঠী নেথাকে....আত্মা মাথোঁ পৰমেশ্বৰৰ দাস.... মানুহঘৰক নানসিক অশান্তি দিয়া মানে ঈশ্বৰকেই কষ্ট দিয়া বুজাইছে.. .আজিৰ বিজ্ঞানৰ যুগত এনেধৰণৰ চিন্তাধাৰাই শুভ নেপায়।।

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Dada apuni dukhon naot vori disey. Afaley bigyan aru anfaley atma maney andha biswakh. Science t atmaa niradhar. Norokr Mukul.

    • @DARKANGEL-uy3nw
      @DARKANGEL-uy3nw Год назад +1

      @@mukulbaruah1833 ki bal singa kotha koi aso kla

    • @dwipenmedhi5323
      @dwipenmedhi5323 Год назад

      Tmm

    • @nishi316
      @nishi316 Год назад

      @@mukulbaruah1833 science t atma ki,??? Philosophy buli eta sbjct ase , ondho bissakh ne ki buji pai jbo. Science e fact ane , hetu xosa kintu kisumn ondho bissakh burei reality hoi. Taak jbrdsti science buli proof kori eku lbh nai. Bcz science e even god k e bissakh nokore, jst ondho bissakh buli koi. Dekhi asu,science r pise pise douri mnuh kimn agbarhise.

    • @deepjyotideka6200
      @deepjyotideka6200 Год назад +2

      @@mukulbaruah1833 ভুল নুবুজিব...ইয়াত আত্মা মানে কোনো অলৌকিক বা বেলেগ শক্তিক প্ৰশ্ৰয় দিয়া হোৱা নাই...কাৰণ ঈশ্বৰৰ বাহিৰে এই পৃথিৱীত সকলো মাথোঁ মায়া...মাটি, পানী, তাপ, বায়ু আৰু আকাশ এই পঞ্চভূতেৰে দেহৰ গঠন হয়....এই পঞ্চভূতি দেহক যোনে চেতন কৰি ৰাখে (আপোনাৰ উশাহ নিশাহ, আভ্যন্তৰীণ অংগৰ চলাচল আদি)... সেয়াই জীৱাত্মা(জীৱ+আত্মা)......এইয়া জানো বিজ্ঞান নহয়....???? আশা কৰোঁ অকণ হলেও বুজিছে....

  • @johnalbertpatir3110
    @johnalbertpatir3110 Год назад +71

    ছিঃ ছিঃ মানৱীয়তা ছিঃ.......
    ঘৰখনে ভাল সিদ্ধান্ত লৈছে, এনেকুৱা সমাজ নহ'লেও ঘৰখনৰ একো অনিষ্ট নহয়।

    • @kakoli8291
      @kakoli8291 Год назад +3

      হয় দাদা ঠিক কৈছে আপুনি🥲🥲🥲🥲 😭😭😭😭🙏🙏🙏🙏

    • @FaithfulMuslim
      @FaithfulMuslim Год назад

      Pise religious scripture t ase dekhun shudra (lower caste) r hator khana khale norok t jabo bli 🤔

  • @DigantaKrBaro
    @DigantaKrBaro Год назад +15

    এই প্ৰতিযোগিতাৰ যুগতো মানুহৰ চিন্তাধাৰাৰ পৰিসৰ ইমান ঠেক হৈ আছে । অত্যন্ত পৰিতাপৰ বিষয় । পৰিয়ালটোৰ মানুহবোৰৰ মনৰ অৱস্থা কেনেকুৱা হব পাৰে ভাবি বহুত বেয়া লাগিছে ।

  • @sahcindrasonowal7292
    @sahcindrasonowal7292 Год назад +13

    এয়াকে কৈয় আমাৰ অসমীয়া সমাজ জাত বিচাৰ কৰে মানুহ মানুহে বুলি ভাবিব লাগে আজিসময়ত লালুং আমাৰ অসমীয়া সমাজৰে মানুহ

  • @GitarthaGogoi_Original
    @GitarthaGogoi_Original Год назад +30

    অসমীয়া জাতি কেকুৰা জাতি.....
    মই বহুত সুখী যে মই সেইখন গাৱৰ লৰা নহয়

  • @porashmoniganingborah8503
    @porashmoniganingborah8503 Год назад +66

    মই আহোম সম্প্ৰদায়ৰ লৰা, মইয়ো লালুং ছোৱালী বিয়া পাতিছো

    • @devasenchowaofficial4692
      @devasenchowaofficial4692 Год назад +3

      Kintu Ahom Boruah r prablm nai kintu teu luk General Boruah heikarone aitu problm

    • @simangbaro4050
      @simangbaro4050 Год назад

      @@devasenchowaofficial4692 general boruah nohoi burbok boruah

    • @Mr_rocky776
      @Mr_rocky776 Год назад

      @@devasenchowaofficial4692 ami mahanta hoi kintu mur dadai kochari swali biya patise amr iat kintu udhar kori dile thik hoi jai

    • @axom7985
      @axom7985 Год назад

      @@Mr_rocky776 ki kochari
      Boro ne sonowal ne thengal kachari ?

  • @ManabDutta007
    @ManabDutta007 Год назад +13

    মানুহ গৈ চন্দ্র পালেগৈ কিন্তু কিছু মানুহে জাতি ধর্ম ক লৈয়ে মৰি আছে কি যে হব 😪

  • @pikubora9865
    @pikubora9865 Год назад +4

    এনেকুৱা কৰা গাৱবিলাকক চৰকাৰে কঠোৰ ব্যৱস্থা লওক সকলো চৰকাৰি সা সুবিধাৰ বঞ্চিত কৰক

  • @birajkalita3573
    @birajkalita3573 Год назад +62

    হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে। আমাৰ দৰে সাধাৰণ দুখীয়া মানুহৰ বাবেহে এই নিয়ম -নীতি।

    • @kakoli8291
      @kakoli8291 Год назад +5

      হয় দাদা ঠিক কৈছে আপুনি 🥲🥲🥲🥲😢😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🥺🥺🥺🥺🥺

    • @horenhimansu2843
      @horenhimansu2843 Год назад +1

      ✌️

    • @kunjaraj2863
      @kunjaraj2863 Год назад

      Dokhiya manhur moilo nai ai duniyat

  • @putulgayan648
    @putulgayan648 Год назад +43

    যিকেইটা মানুহে এই পরিয়ালটিক এঘরীয়া করিছে সেইকেইটা অধমক দহ বচৰমানকৈ জেইলত দিব লাগে । কটা নিধকহঁত । ধিক্কাৰ দিছো ।

  • @habiburrohman6763
    @habiburrohman6763 Год назад +9

    মানুহ এনেকোৱা হব নাপাই 😭
    পৰিয়ালটিৰ এনে দশা কৰা কেইজনক ভগৱানে..........

  • @kelvinvlogs6507
    @kelvinvlogs6507 Год назад +8

    আপোনালোক যদি এনেকৈ সুখী হৈ জীয়াই আছে, তেন্তে এইটোৱেই বহুত 🙏🙏বাকী আজিৰ সমাজত কিছুমান মানুহৰ নামত কলংক আৰু ভদ্ৰতাৰ মুখা পিন্ধা নিকৃষ্ট মনৰ মানুহ এনে সিদ্ধান্ত লোৱাত আগভাগ লোৱা দেখা যায়, এনে চিন্তাৰ মানুহ সাধাৰণতে মানসিকভাৱে বিকাৰগ্ৰস্ত 💯

  • @Rubulgogoi209
    @Rubulgogoi209 Год назад +84

    অলপ এৰা ধৰা কৰিব লাগে । লালুং জাতি -- সম্প্ৰদায় অসমৰ ভূমিপুত্ৰ হয় আৰু খিলঞ্জীয়া হয় । সেই কথাটোও মনত ৰখা উচিত ।

    • @keyore8915
      @keyore8915 Год назад +3

      Tolor upor ki ase. Lalung jatir history ase. Hobhahya he je morom laga lalung buwari paise. Ei Baruah Nagaon r bur Ki jati r hoi. Bamum ne napit ne Aan kiba.

    • @horenhimansu2843
      @horenhimansu2843 Год назад +2

      এৰা - ধৰা , মিলা- মিছা মাজেৰে চলাই উচিত 🙏✌️

    • @dwimubaro8730
      @dwimubaro8730 Год назад +1

      ai karone ami axomiya logot nathake ami tribal hoi agor porahe ai bilag pai asu...

    • @manashborgohain2290
      @manashborgohain2290 Год назад

      @@dwimubaro8730 tohotor majotu hindu ase Christian ase. Ki bal bokiso

    • @dnarzary2813
      @dnarzary2813 Год назад +1

      Tribel manuhok beya pai asolote nki hihoti faltu manuh

  • @khirudkonwar3197
    @khirudkonwar3197 Год назад +30

    অকলে ই থাকক ভগৱান আপোনাৰ লগত ভগৱান আচে যি খন সমাজে মানুহে মানহক চিনি নাপায় সেই সমাজত থাকি কি লাভ

  • @manubaruah9410
    @manubaruah9410 Год назад +11

    সেইখন গাৱৰ মানুহ দূৰণীবটীয়া জেগালৈ গলে ৰাস্তাত চাহ ভাত নোখোৱাকৈ থাকে নিকি? বেমাৰ দেখুৱাবলৈ গলে ডাক্তৰৰ জাত চাই বেমাৰ দেখুৱাই নিকি?ডেকা লৰাবোৰে ওলাই গলে নিজৰ খেলৰ মানুহৰ হোটেলত ভাত,চাহ খাই নিকি? হোষ্টেলত থাকিব লগা হলে ৰূমমেট নিজৰ খেলৰ লয় নিকি?

  • @dhanjitdeka6115
    @dhanjitdeka6115 Год назад +10

    সেই গাঁওখনৰ মানুহে হাগিলে কি সোণ ওলাই নেকি? noncence সেই গাঁওখনৰ মানুহবোৰ।

  • @banjitchangmai4047
    @banjitchangmai4047 Год назад +52

    বাপেকৰ মূৰটো হঁত.... পাগল হৈছে নাপায় অ...কি তলৰ কি ওপৰ অ... সঁচা দুখ পাইছো.....

  • @karendradas9197
    @karendradas9197 Год назад +22

    অসমৰ ছোৱালী বিয়া হৈছে অসমত বাহিৰ পৰা আহি বিয়া হব ধৰিছে অসমত কেলা চকুদুটা দি দেখা পোৱা নাই । জাতি ধৰ্ম লৈ এইবোৰ নকৰিবা বিয়া নহয় কি কৰিব কাৰ কত জোৰা আছে কোনে জানে সব ভগবানে কৰি থৈছে ।

  • @devajitgogoi1o1
    @devajitgogoi1o1 Год назад +33

    জধামূৰ্খ গোৰামি এগালৰ লগত নথকাই ভাল

  • @roniegogoi4611
    @roniegogoi4611 Год назад +24

    Comparatively lalun people are the most indigenous people of Assam. They should feel proud on to that.

  • @chandrakt.kachari3092
    @chandrakt.kachari3092 Год назад +16

    অসম আকৌ উন্নতি পথত জয় আই অসম বোল । উচ্চ- নিম্ন ধ্যান ধাৰণাই এই ধৰ্মকো বহু পিছুৱাই লৈ গৈছে । আমি জনজাতীয় আমাৰ ভাই - ককাইৰ মাজতো বৃহৎ ফাত । অইন ধৰ্মই পৃথিৱী জয় কৰিবলৈ নানা কৌশল আবলম্বন কৰিছে আমি জাত - পাততেই সীমিত থাকিলেই হল ।

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 Год назад

      @@satyajitboro5799 heikarone bodoland goi miyaland hol ge. Ata 2ta harami mane sob harami nhoi . axom vag koru koru ka thako

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 Год назад

      @@satyajitboro5799 moiu Eneka tribal dekhisu ji bina karonot non tribal k ghin kore. Aru axomiya k gali diya agot axomiya definition Sai ahbo ge. Tribal non tribal korute axom t aji bahiror manuh r dop doponi. June beya Pai tehatok Kobo lage soboke Kobo nalage

  • @nabajyoti2869
    @nabajyoti2869 Год назад +18

    জীৱ শ্ৰেষ্ঠ মানুহৰ এয়া এক লাজ লগা উপহাৰ পৰিৱৰ্তিত সমাজত মানুহ বহুত নিকৃষ্ট হৈ উঠিছে

  • @N.M.Ahmed007
    @N.M.Ahmed007 Год назад +3

    গাওঁৰ সকলোবোৰ মানুহ মূৰ্খ যেন লাগিছে, মানুহৰ আকৌ কিহৰ জাত, শৰীৰৰ অঙ্গ কাটি চা একে তেজ ওলাব,

  • @stormxt2542
    @stormxt2542 Год назад +7

    চ্যুকাফাই গঢ়ি যোৱা বৃহত্তৰ অসমীয়া জাতি এতিয়া ভাঙিব ধৰিছে। Please মানুহ হয় মানুহ হিচাপে জিয়াই থাকক। কোন তল জাতি কোন ওপৰ জাতি সেইবোৰ ভবাৰ সময় আৰু এতিয়া নাই। শিক্ষিত হ‌ও‌ক It's 2022 ধন্যবাদ।🙏🏻

  • @lakhyadeephandique9400
    @lakhyadeephandique9400 Год назад +12

    জাতিত কি আছে , ধৰ্মত কি আছে ? কাটিলে সকলোৰে তেজেই ওলাব । চিন্তা শক্তিৰ অলপ বিকাশ কৰিবৰ হ'ল ।

  • @user-vj2kb1sb8k
    @user-vj2kb1sb8k Год назад +39

    ফালটো নিয়ম এইবোৰ , কাম নাই 👎
    টকা দিলে সকলো ঠিক আৰু টকা দিব নোৱাৰিলে এঘৰিয়া 😂
    এই মগজুৰ মানুহ বোৰক কুকুৰৰ পোৱালি বোলিহে কলো আৰু 😠

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад +1

      Apuni faltu niom buli koi ki laav. Apuni nijey kalitar bahirat biaa karok soon apunar parialr u ekei durdakha habo. Jetialoikey saitan Brahmon panthat khumai thakiba tetialoikey bhugi thakiba. Janma, Bibah, Namakaran, Mrityut khukhita,Lunthita hoi thakiba. Iarpira poritran puar rasta hol Ana Swarbad,Anatmabadi, Bastobadi,Tarksil habo lagibo. Narokr Mukul.

    • @bishalkalita3388
      @bishalkalita3388 Год назад

      @@mukulbaruah1833 👍👍

    • @user-vj2kb1sb8k
      @user-vj2kb1sb8k Год назад

      @@mukulbaruah1833
      কি কৈছে মই ভালকৈ বুজি নাপালোঁ ।
      শুদ্ধ কৈ লিখক ,

    • @dhunubordoloi3723
      @dhunubordoloi3723 Год назад +3

      Misa kole ki hb apunalukr jati manuhe belgk jati suwali anibo nidiye aru anilau suwali Jonik ghrt jbo nidiye amar eat a paisu

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Apuni Eswar maney niki. Jodi Eswar maani thakey tentey apuni u bhugiba.Manuhr jaati kebol Bharatat hey asye. Jaat kunye sristi karisil apuni janeney.

  • @prasantabprdoloi2575
    @prasantabprdoloi2575 Год назад +6

    Aji 18 basar pora moi Assamar bahirat asu, all India bahu thait asu, bahirar UP, Haryana adit he anekuwa dekhu, kintu pratham baar Assamat anekuwa dekhi nikake bahut pis pori thoka jen lagise, so bad, so sad, Administrative officer or Government should take necessary action and make educate people, other wise Assam will fallback 1500 years.
    Remember Dr Bhupen Hazarika Song... Manuhe manuhak nisinile Asom rakhatale jabo...

  • @biswavolg1562
    @biswavolg1562 Год назад +2

    জি কেইজন এনে বিবহাৰ কৰিছে ।হেই কেইজনক ধ্বংসপ্ৰাপ্ত মানুহ । খেখা খোৱা বুলি কৈছোঁ

  • @travellersuman7859
    @travellersuman7859 Год назад +15

    জাত পাতৰ কি কথা আছে? অসমত অসমীয়া মানুহ থাকে সকলো অসমীয়া হয়। উচ্চ নিম্ন এইবোৰ কোনে কৰে সেইসকলক ধৰি গৰু পিতন দিব লাগে।

  • @AnkurJoyti123
    @AnkurJoyti123 Год назад +20

    সেই সমাজ খনৰ মানুহ খিনিক আৰু সেই সমাজ খনৰ সমাজ ব্যৱস্থাক ঘিণ কৰো।

  • @huntugaming4150
    @huntugaming4150 Год назад +6

    সমাজ এখনত কেইটামান মানুহ বেয়া থাকে আৰু সেইকেইটাৰ কথা শুনে সকলোৱে। যদি ইমানকে কোৱাৰ পাছতো লগ নিদিয়ে আপোনালোকে বেলেগ এখন সমাজত সোমাই লওক।

  • @rajotphukon3403
    @rajotphukon3403 Год назад +4

    মানুহে মানুহক সহায় কৰিব লাগে

  • @sdtech2285
    @sdtech2285 Год назад +77

    এনেবোৰ মানুহ মানুহৰ নামত কলংক

  • @abcentertainmentassam6012
    @abcentertainmentassam6012 Год назад +27

    😢আজিৰ যোগত এনেকুৱা মানুহ থাকে নেকি,,, সেই খন গাঁৱৰ মানুহ বোৰ মৰি যোৱাই ভাল ।

  • @horenhimansu2843
    @horenhimansu2843 Год назад +2

    ৰাইজ তু এওঁলোক ৰ পৰাই বা‌ আমাৰ পৰাই হৈছে , ৰাইজে যেন আকোঁৱালি লয় , কাইলে তেওঁক লাগিব বা মুক লাগিব বা বেলেগগ লাগিব , কথা একেতাই 🙏।।

  • @tenganidiba9970
    @tenganidiba9970 Год назад +9

    Jati mati vetite jabo Amar bur🙃

  • @axom6256
    @axom6256 Год назад +18

    মানুহবোৰ পগলা হৈছে
    আজিৰ দিনত এনেকুৱা হোৱাটো অতি লজ্জাজনক

  • @mr.bordalai2541
    @mr.bordalai2541 Год назад +7

    নিজকে উচ্চ বুলি কোৱা সকল প্ৰকৃততে সিহঁতবোৰ নিম্ন বৰ্গ। লালুংৰ অৱদান কি আছে অলপ মান অধ্যয়ন কৰিবি উচ্চ বুলি কোৱা কেইটা। মই নিজকে লালুং বুলি কব লাজ নকৰো বৰঞ্চ গৌৰৱ হে কৰো। একবিংশ শতিকাত এনে ভাৱ চিন্তা থকাটো এটা ডাঙৰ সমস্যা।

    • @mukulbaruah1833
      @mukulbaruah1833 Год назад

      Vaal hoisey aru Brahmonr pukar seleki thaka. Janma, Mrityu,Bibah, Namakarn t Brahmon naholey kamei nahoy. Prathom Brahmon k tyag kora. NOROK r MUKUL.

  • @buliborah5758
    @buliborah5758 Год назад +5

    সমাজৰ কথা ভাবিলে আচৰিত লাগে।ধনী ঘৰৰ হোৱা হলে এইবোৰ নকৰিলে হয়।বিচাৰ অকল দুখীয়া মানুহৰ বাবে হে।

  • @akb1975
    @akb1975 Год назад +32

    It was in practice but it's nice step by media to aware people n society👍

  • @nabajitdeka9357
    @nabajitdeka9357 Год назад +21

    এনে বোৰ মানুহ বহু ফালটো সভ্যতাৰ পোহৰ নেদেখা লোক।

  • @tulonsonowal6521
    @tulonsonowal6521 Год назад +15

    আজি দিনত সেইবোৰ কাম
    পাগল বোৰে কৰে,???
    হেই বোৰে,,কি মানুহক সদাই
    তলৰ ওপৰৰ কৰিয়েই ভাল পাই
    সিহঁতৰ মাক বাপেকে ওপৰত হুৱে নে নুহুৱে

  • @oxygenlife8980
    @oxygenlife8980 Год назад +8

    Best comedy ever seen in Assamese media...

  • @newmotivatinalworld
    @newmotivatinalworld Год назад +7

    এইবোৰ ৰাইজ নহয়, ইহঁতৰ নিচিনা মানুহবোৰক মাৰি পেলাব লাগে, এই খন অসমক কছাৰী ৰজাই ৰাজত্ব কৰিছিল সেই কথা মনত পেলাই এই নিম্ন মানৰ সমাজে সমূহীয়া দেহ ত্যাগ কৰিব লাগে, 😄😄😄😄😄

  • @anuragsaikialakhisaikia3782
    @anuragsaikialakhisaikia3782 Год назад +7

    আজিৰ অসমীয়া সমাজ কোনো কাম নাই বাদ দিয়ক সকলো ফালে একে দুখীয়া মানুহৰ ওপৰত সকলো ৰজা আমাৰ ফালেও একে কৰ্মই ধৰ্ম কাম কৰি যাওক

  • @Bishnu5874
    @Bishnu5874 Год назад +9

    সেই গাঁৱ খনৰ মানুহবোৰ মানুহৰ নামত কলংক আজি দিনত

  • @omnamahshiva8103
    @omnamahshiva8103 Год назад +4

    That's the mentality of Old generation......New generation i.e. 21st youngsters are not like this type of mentality......

  • @MYEARTH59510
    @MYEARTH59510 Год назад +1

    পৰিয়ালটোক ৰাইজে আকোৱালি ল'লে হ'ল... এয়াই মোৰ ফালৰ পৰা অধীৰ অনুৰোধ.... যি জাতিৰেই নহওঁক সকলোৱেই আপোনালোকৰ দৰে সেই একেই মানুহ..... মানুহ হিচাপে মই নিজেই লাজ পাইছোঁ..... গাৱৰ ৰাইজে তেওঁলোকক আকোৱালি লওঁক..... 🙏🙏🙏🙏

  • @axomneo1395
    @axomneo1395 Год назад +6

    ভূপেন হজৰিকাদেৱে কৈ গৈছে __
    "মানুহে মানুহৰ বাবে
    যদিহে অকনো নেভাবে
    অকনি সহানুভূতিৰে
    ভাবিব কোনেনো কোৱা সমনীয়া?
    সেই গাঁওৰ মানুহ মানুহখিনি মানুহৰ নামত কলংক

  • @axom6256
    @axom6256 Год назад +8

    বেলেগ জাতিৰ মানুহ কি মানুহ নহয় নেকি
    কিযে সমাজখন😖

  • @sumonbaruah2280
    @sumonbaruah2280 Год назад +3

    Joy krishno guru ,amar krishno guru homaj khona val hokoluka adori loi. vogobana jati vad besar nokora manuha ha korisa

  • @Request_motivation
    @Request_motivation Год назад +2

    এই বোৰ বৰ বেয়া কথা খুনি বৰ বেয়া লাগিল ।। আগৰ কোৱা কথা এইবোৰ একো নাই।। এই বোৰ মানু্হৰ গীয়ানৰ অভাবব

  • @user-xb7cq9do4f
    @user-xb7cq9do4f Год назад +4

    ভালদৰে চালি জাৰি চালে অসমৰ প্ৰায়বোৰ গাওঁতে উলাব এনেকুৱা জাত পাতৰ নিয়মবোৰ । সকলোৱে মুখবোৰ বন্ধকৈ থৈছে ।

  • @AnimalsCasa
    @AnimalsCasa Год назад +7

    Baal'or Jati, Dhormo eibur... nijoke eman bhal kori tulok jaate belege xohai support suggestion bisari aahe apunalukor usorot.
    Practically kobo gole Education + Money is a deadly combination.
    MONEY IS NOT EVERYTHING BUT WE NEED MONEY FOR EVERYTHING 🤐

  • @sudarshanborah2914
    @sudarshanborah2914 Год назад +2

    love you lalung people moi sob manhuok e respect koru

  • @rahulhazarika7116
    @rahulhazarika7116 Год назад +6

    ভগৱান কোন জাতিৰ অ' 😂 ??
    তেওঁ ওপৰৰ জাতি চাগে সেয়েহে সেৱা কৰি আছে, তলৰ জাতিৰ হোৱা হ'লে চাগে ভগৱানকো এইখন গাঁৱৰ মানুহে এঘৰীয়া কৰিলে হেঁতেন চাগে 😂😂

  • @rahulsaikia9839
    @rahulsaikia9839 Год назад +4

    Akhomiya Jati dhongkho hobor Aru besi din naiiii.... Aru 10 bosor vitorot akhomiya jati bilupto prai hbo aru.
    Krishno he bulilu 🙏🙏🙏

  • @user-rc1kg1js1u
    @user-rc1kg1js1u Год назад +12

    মই এজন লালুং লৰা। আমাৰ সমাজ খন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ একশৰণ নামধৰ্মৰ। বৰা,ডেকা,কলিতা,পাতৰ,বৰুৱা সকলো মানুহে আছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ একশৰণ নামধৰ্ম গ্ৰহণ কৰক।। 🙏🙏🙏🙏

    • @priyankasaikia
      @priyankasaikia Год назад +3

      Hosa kotha, amio srimanta sankardev sanghor hoi, amar enekua niyom nai

    • @dhunubordoloi3723
      @dhunubordoloi3723 Год назад +3

      Right..moiu lalug suwali aru amiu 1994ta AK khoron name dhormot xumalu..aru auluke je Emn koise amar sun belgk suwali anile aku prblm nai amar puwali gole he sbr prblm 😠..amar khomajr manuh belgk Atiyau bhut pispora

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 Год назад +2

      heituwa bondu. ai brahmanbad usso nisso r babei aji axomiya vag vag. srimanta shankardev r adorkhoia thik asile.

  • @sarataxom1651
    @sarataxom1651 Год назад +5

    এইটো কাৰণতেই অসমীয়া জাতীৰ একতা নাই আৰু অসমীয়া জাতী ভাঙি চিঙি থান বান হল, এনে কাৰণতেই এচাম অসমীয়াই দিভাইদ অসম 50/50 চলো গান ধ্বনি দি আছে ।।

  • @ashinikumarbora5165
    @ashinikumarbora5165 Год назад +1

    Gaon khonor manuh bure comment bur pohise ne....proud of u dei...

  • @gobindaboro8201
    @gobindaboro8201 Год назад +8

    Too much discrimination among the Assamese society...... So shameless

  • @ranjitnarzary6786
    @ranjitnarzary6786 Год назад +5

    Pls lodge FIR against the leaders of the village

  • @digennath7719
    @digennath7719 Год назад +1

    ভাগৱত পুৰাণ লিখা আছে, ধৰ্ম যোদ্ধা নকৰিবা খোলি খাব পাপে মহাভাৰত ৰামায়ণে অ,ভকতৰ ভায় কলে বাৰে বাৰে। সেইখন সমাজত ভাল মানুহ নাই।পাছ বছৰে এঘৰিয়া কৰিব নাপায়।অপৰাধ লাগিব সমাজৰ মুৰব্বী কেইজনৰ। ইয়াৰ বিছাৰ ভগৱানে কৰিব।

  • @sumanbhargav1357
    @sumanbhargav1357 Год назад +3

    Courtt case korok, fundamental rights harm korise buli-Article 15,Article 21. Sob jailot jabo juney juney ebur decision loise.

  • @chinmoy619
    @chinmoy619 Год назад +4

    এনেকুৱা গাওঁ এখন আমৰ ঘৰ ওচৰতে আছে.... বৰাহিবৰী গায়ান গাওঁ, আমগুৰি, শিৱসাগৰ । ইফালে গাওঁ খনৰ ছোৱালী বঙালী মিয়া লৈ পলাই গৈছে ।।

  • @fighter7610
    @fighter7610 Год назад +12

    Don't worry God bless your family 🙏

  • @pappubhailifegamer9255
    @pappubhailifegamer9255 Год назад +1

    আচলতে মানুহ ঘৰ যদি বহুত ধনী মানুহ হল হেঁতেন তেতিয়া এইবোৰ নিয়ম নকৰিলে হৈ ৰাইজে। আৰু যিকেইজনে এইবোৰ নিয়ম বনাই চে তেখেত সকলৰ লৰা ছোৱালী এ যদি কৰিলে হৈ তেতিয়া তেওঁ লোকে কি কৰিলে হৈ। সকলো মানুহ একেই নিয়ম সমূহ মানুহে নিজে বান্ধি লোৱা হয়। সকলোকে বিপদে আপদে এখন সমাজ লাগে আৰু কিছুমান এৰা ধৰা মাজত চলিব লাগে।

  • @ratulentertainmentzone3948
    @ratulentertainmentzone3948 Год назад +1

    Oxomot oxomiya dhonxo hoise enekuwa xomaajor baabe

  • @rajduwarahrajduwarah5710
    @rajduwarahrajduwarah5710 Год назад +5

    Aibur gaor manuhok...aru gaor gaowburhak lengta kori pitibo lage...atiyaloike devlop hua nai...balor xomaz ,,🙏🙏🙏🙏

  • @ssvlog1984
    @ssvlog1984 Год назад +5

    একবিংশ শতিকাৰ দুখজনক কথা🥲

  • @jugalkumardas9781
    @jugalkumardas9781 Год назад +4

    I think that the main culprit is the village headman, at first arrest the village headman.

  • @pinkyborabonia6239
    @pinkyborabonia6239 Год назад +1

    হে ভগৱান কি কম ভাবি এ‌ নাই পোৱা এতিয়াও এনেকোৱা মানসিকতাৰ ব্যক্তি আছে নে

  • @himangshusarma1174
    @himangshusarma1174 Год назад +9

    everyone deserves same respect and love..after all we all are humans...this is so bad.

    • @gohpurtolgate8167
      @gohpurtolgate8167 Год назад

      Val Val khabo matilay kintu jabo tetya,khomas bhokot kotha ke kom is so bad....😭😭

  • @abhijitgogoi16
    @abhijitgogoi16 Год назад +4

    সংস্কাৰ হ'ব লাগে অসমীয়া সমাজ খনত, বহু পলপ হৈছে

  • @karengvixon5905
    @karengvixon5905 Год назад +2

    কথা বোৰ শুনি কিবা ওকাল ভাব এটা আহিছে।
    ছোৱালীজনী,ল'ৰাটো যদি ভাল চাকৰিয়াল হ'ল হয়,চোৰ ডকাইত দুৰ্নীতি কৰি হ'লেও যদি ধনীমানী হ'ল হয় তেন্তে এঘৰীয়া কৰা সেইখন সমাজেই উচ্চ-নীচ বিচাৰ নকৰি সিহঁতৰ ভৰিৰ তলুৱা চেলেকিলে হয়।

  • @trixaman3968
    @trixaman3968 Год назад +21

    Thats why education is important, govt should take proper action on education to provide in society otherwise this problem never be solve in our society

    • @yrashid6108
      @yrashid6108 Год назад +1

      Education hole nhbo. Bhal poha likha ghortu dekhisu

  • @abhijitsaikia6476
    @abhijitsaikia6476 Год назад +29

    বাদ দিয়ক এনেকুৱা ৰাইজ । একেবাৰে শঙ্কৰদেৱ ৰ বংশৰ

    • @dhunudhunu5307
      @dhunudhunu5307 Год назад

      Val dore bojai kowa

    • @SG-wh2mb
      @SG-wh2mb Год назад +3

      @Mr.Kalita😂😂😂 baruah upadhi dher castor manuhe likhe o bupai😂 Sonowal kochari bamun chutia motok moran ahom sobei likhe baruah . Baruah ahom upadhi nohoy Assamese upadhi bujile. Aal bal kori akol ahomor pisot lagi furo kiyo tohoti

    • @SG-wh2mb
      @SG-wh2mb Год назад

      😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

    • @keyore8915
      @keyore8915 Год назад

      @@SG-wh2mb chehera Sai dekhao nai Ahom jen. Kalita o likhe buli huniso baruah
      anandaram Baruah kalita asil nk

    • @manashborgohain2290
      @manashborgohain2290 Год назад

      @Mr.Kalita johora tohoti nijor jatir gela atorabole Ahom buli kbo ahiso. Toi thikei koiso Barua originally Ahom upadhire hoi. Kintu tohotor nisina gela jati Kolita al bal jati e nijor jatir upadhi likhibole laj kori Baruah likho. Aru bohut jati jene kuch kachari Baruah likhibo dhorile

  • @sauravp723
    @sauravp723 Год назад +7

    Kenekuwa prokritir manuh ase ei okhomot
    Assam is still backward

  • @ajitneog7659
    @ajitneog7659 Год назад +1

    জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একোগৰাকী মানুহ হবলৈ শিকিব লাগিব। যিদিনা সকলোৱে এজন মানুহ হবলৈ শিকক তেতিয়া পৃথিৱীৰ সকলো সুখী হব।
    কৰ্মৰ দ্বাৰাই হে মানুহৰ জাত পাত চিনিব পৰা যায়, জন্মৰ দ্বাৰা নহয়।
    এনেকুৱা সমাজে কি শিক্ষা দিব নৱপ্ৰজন্মক।
    আজিৰ আধুনিক যুগত এনেকুৱা নিম্ন চিন্তাধাৰাৰ সমাজ জীয়াই আছে নে?
    থু এনেকুৱা সমাজক।

  • @juhinborah2630
    @juhinborah2630 Год назад +1

    যোৰহাটতো এনেকোৱা সমাজ আছে বুলি ভৱা নাছিলো দেই। এনেকোৱা সমাজ থকাতকে নথকায় ভাল।

  • @jonalidutta9886
    @jonalidutta9886 Год назад +25

    Koboloi laz lage...ami Hindu buli...kiman ki cast...kiman ki jati..si kota... Islam aru christian...bur a vhal o....sob bur a general.... 🙏🙏🙏

    • @FaithfulMuslim
      @FaithfulMuslim Год назад +2

      religious scripture t ase dekhun shudra (lower caste) r hator khana khale norok t jabo bli 🤔 ,, tente vul tu kot hol

    • @nicolbaglari6163
      @nicolbaglari6163 Год назад

      Manuhor niyom aru...ki kom.....may God bless u n ur family...God is everywhere seek him u will find it.....pry kori thaka aru bhagobanok bisah korok...

    • @Mr_rocky776
      @Mr_rocky776 Год назад

      Naga , mizo Christian kintu st hoi Christian t general kom ase alop jani buji kotha koba sun

  • @horenhimansu2843
    @horenhimansu2843 Год назад +9

    আনে যি নকৰক , দিন গৈ থাকিব আকৌ ভাললে আহিব ভাল বেয়াৰ মাজেদিয়ে চলিব ‌ লাগিব , এৰা-ধৰা মিলা -মিছা মাজে দি চলিব লাগে হোৱা তু হৈ গৈছে , নিজৰ গাঁও ৰ যেতিয়া ৰাইজে ই ধৰি ৰাখিৱ , কাইলে ৰাইজৰো তুমালোকক আবশ্যক হৱ , গতিকে সকলোকে আবশ্যক ৰাইজৰো আপুনালোকক , সকলো লৈইকে আহবান মিলা - মিছাৰ মাজেৰে চলিব , নিজৰ ছৰোপ তু ওদঙাই দিব নালাগে , এতিয়া আমিয়ে তু হাঁহি ছু বা কিবা কিবি , এৰা-ধৰা বুজা- বুজি সকলোৱে যেন‌ ৰাখে 🙏🙏🙏🙏ধন্যবাদ

  • @khanindramedhi8474
    @khanindramedhi8474 Год назад +2

    আজিৰ দিনোটো এইবোৰ মানুহ আছেনে বাৰু ??
    অন্য দেশত বোৰত ডাঙৰ ডাঙৰ আবিস্কাৰৰ মাঠা মাৰিআছে আৰু আমাৰ ইয়াত এইবোৰত এ লাগি আছে
    মহাশয় আপোনালোকক হাজাৰ হাজাৰ প্ৰনাম মোৰ ফালোৰ পৰা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @hiramanibasumatary7376
    @hiramanibasumatary7376 Год назад +1

    Amar efale henka nohoi deh 😔😔❤️ kio buji napai gwr manuh he ... Amar gawt o lalung jatir manuh sowali aahise bortoman vale 😍