তোলনি-বিয়া মাতিবলৈ আহি মুখলৈ দলিয়ালে তামোল পাণ

Поделиться
HTML-код
  • Опубликовано: 27 дек 2024

Комментарии • 739

  • @rlaskarkam3616
    @rlaskarkam3616 6 месяцев назад +86

    সুন্দৰ উপস্থাপন । বৰ্তমান আমাৰ সমাজব্যৱস্থাত এনে কাৰ্য্যই বহু ক্ষতি কৰিছে । জন্ম দিন , তুলনীবিয়া আদি উৎসৱ সমাজত নিজৰ সামৰ্থ দেখুৱাবলৈ গৈ প্ৰায়বোৰ গৃহস্থই পিছলৈ জুৰুলা হৈছে । বৰ্তমান সময়ত সন্তানক জন্মৰ পৰা ডাঙৰলৈ শিক্ষা - দীক্ষাৰে উপযুক্ত কৰি গঢ়ি তুলিবলৈ মাক - দেউতাকৰ মানসিক, শাৰীৰিক আৰু আৰ্থিক সামৰ্থৰ প্ৰয়োজন । সেইবাবে জীৱনৰ প্ৰতিটো মুহূৰ্তত চাই-চিতি খোজ আগবঢ়োৱা ভাল ।

    • @IlaDevi-cm5qk
      @IlaDevi-cm5qk 5 месяцев назад

      Pppppppppppp😊

    • @korobidas5121
      @korobidas5121 5 месяцев назад

      একদম সঁচা কথা !

  • @xmdi3687
    @xmdi3687 6 месяцев назад +64

    Master বাবু ৰ লগত মই একমত আলোচনা সুন্দৰ বৰ্তমানৰ অবস্থা ১০০% correct

  • @akashdeepsaud7207
    @akashdeepsaud7207 6 месяцев назад +34

    মনৰ ভিতৰত গুজৰি গুমৰি থকা বিষয়বস্তু এটা ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে অশেষ ধন্যবাদ🙏

  • @hirankalita1034
    @hirankalita1034 6 месяцев назад +18

    বহুত ভাল লাগিছে চাৰৰ পৰামৰ্শ খিনি । সমাজৰ মাজত চলি থকা সত্য কথা।❤❤❤

  • @goodluck8410
    @goodluck8410 6 месяцев назад +32

    অভিনয় যেন‌ লগা নাই।ইমান সুন্দৰকৈ বুজাই দিছে।🙏🙏

  • @DipikaKonwar-p5b
    @DipikaKonwar-p5b 6 месяцев назад +69

    চাৰৰ কথাখিনি বহু সুন্দৰ হৈছে আৰু বিযা মাতিবলৈ অহাজনে কথাখিনি শুনি বহু সকাহ পালে লগতে কিছু টকা ৰাহিহৈ গল ধন্যবাদ চাৰক ।

    • @ChandrapravaGogoi-f8t
      @ChandrapravaGogoi-f8t 6 месяцев назад

      🎉Apunar kathakhini hunibahutbhallagilaikhinikathai manuhburok okanmanchinta kariboloibadhaykorai bohut2dhanybud apunaloi

  • @BHUBANESWARSAIKIA-tf8me
    @BHUBANESWARSAIKIA-tf8me 4 месяца назад +1

    বহুত ভাল লাগিল ছাৰ, সঁচা কথা।🎉🎉❤

  • @putalimahanta6878
    @putalimahanta6878 6 месяцев назад +22

    সময়োপযোগী এটি সুন্দৰ বাৰ্ত্তা সমাজলৈ আগবঢ়ালে । এনেধৰণৰ ভিডিঅৰ দ্বাৰা আশাকৰো আমাৰ ফোপজহী মানুহ কিছুমান উপকৃত হব ।

  • @deepjyotitechnicalvideo
    @deepjyotitechnicalvideo 5 месяцев назад +2

    সুন্দৰ কথা কৈছে।❤

  • @kunjarajkhowasona8902
    @kunjarajkhowasona8902 5 месяцев назад +1

    Bahut,bahut,Bhal lagise,oi Dada,,🙏🙏🙏🙏

  • @ushaburagohain6612
    @ushaburagohain6612 4 месяца назад

    সুন্দৰ উপস্থাপন ৷ সময় উপয়োগী হৈছে ধন্যবাদ ৷❤❤

  • @DipaliNeogMoran
    @DipaliNeogMoran 5 месяцев назад +1

    Quite natural, val lagil

  • @nobinboruah6855
    @nobinboruah6855 4 месяца назад

    সুন্দৰ উপস্থাপন। বৰ্তমান সমাজৰ বাস্তৱ প্ৰতিচ্ছবি।আপোনাৰ প্ৰতিটো ভিডিঅ'ই এটি সুন্দৰ বাৰ্তা প্ৰদান কৰে।এই বাৰ্তাই আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীক ৰক্ষা কৰে।

  • @santiraninathbaruah3803
    @santiraninathbaruah3803 4 месяца назад

    বৰ সুন্দৰ আলচ। এনে ধৰণৰ কথা কোৱাৰ বাবে নিজৰ পৰিয়ালৰ মানুহে ই আমাক বেয়া পাই।

  • @putulkataki1487
    @putulkataki1487 6 месяцев назад +6

    অতি সুন্দৰ উপস্থাপন । তোলনি বিয়া বৰ্তমান এক সামাজিক ব্যাধিত পৰিণত হৈছে ।পৰম্পৰা ৰক্ষা কৰাটো উচিত কিন্তু পৰম্পৰা নামত মাটি বাৰী বন্ধকত ৰাখি তোলনী বিয়া পতাটো অনুচিত । মোৰ এক মাত্ৰ সন্তান কন্যাৰ তোলনি বিয়াখন কেৱল বৈদিক ৰীতিনীতিৰে সমাপন কৰা হয় । কোনে কি কয় তালৈ কাণ দিয়াও হোৱাও নাছিল ।

  • @RubulHazarika-c7o
    @RubulHazarika-c7o 5 месяцев назад +2

    Good/bout Val bujaisa dei hosa Kotha

  • @BobitaSoren-w1o
    @BobitaSoren-w1o 5 месяцев назад +1

    Good information for All Assam's Assamese peoples👍👍👍

  • @bivaborah3695
    @bivaborah3695 6 месяцев назад +15

    প্ৰাকৃতিক কথাটোৰ বাবে ইমান হৈ চৈ আৰু কষ্টৰ ধন খিনিৰ অপচয় কৰাটো উচিত নহয়। উত্তম আলোচনা, পৰিষ্কাৰ পৰিচ্ছন্নতা আচল কথা ।

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 5 месяцев назад +1

    অতি সুন্দৰ বিশ্লেষণ মন মগজু চুই গৈছে দাদা সময় উপযোগী আলোচনা।

  • @ikondas8254
    @ikondas8254 Месяц назад

    বহুত বহুত ধন্যবাদ ভাল লাগিল এই ভিডিঅতো চাই একদম ৰাইত ৰাইত
    আচে এনেকুৱা বুজাই দিলে আৰু জিবিলাকে চাইচ্ ভিডিঅতো বুজিলে যে 🙏🏼🙏🏼

  • @Gayotrigogoi-u4s
    @Gayotrigogoi-u4s 5 месяцев назад +1

    মই চোৱা শ্রেস্ঠ ভিডিঅবোৰৰ ইয়ো এটা ৷অভিনয়ৰে সমাজলৈ এটা সুন্দৰ বার্তা ৷

  • @harenbaishya6038
    @harenbaishya6038 6 месяцев назад +27

    কথা খিনি শুনি বহুত ভাল লাগিল মধ্য বিত্তৰ মানুহ খিনিৰ বাবে উপযুক্ত আলোচনা

  • @JayaTamuli-p1r
    @JayaTamuli-p1r 6 месяцев назад +19

    বৰ সুন্দৰ উপস্থাপন । আমাৰ অসমত হে প্ৰথম পুস্পিতা বিৱাহ পতা দেখিছো ধুমধামেহে । আমি অসমৰ বাহিৰত থকা ১৮ বছৰ হ'ল কোনো সমাজত আমাৰদৰে এই বিৱাহ পতাৰ দুৰৰ কথা কাষত থকা ঘৰেও গম নাপায ।

    • @aliciadawns8535
      @aliciadawns8535 5 месяцев назад

      Tamil hokole pate dei poriyalor bhitorot niyom kori kintu axomor dore jakjomokota ekebrei nathake.

  • @Hamsing-rt8ts
    @Hamsing-rt8ts 5 месяцев назад +2

    বহুত ভাল লাগিল ।

  • @jinuburagohain6462
    @jinuburagohain6462 6 месяцев назад +40

    আলোচনাটো বহুত ভাল লাগিল,সময়োপযোগী।

    • @bipuldas4388
      @bipuldas4388 5 месяцев назад

      Borhiaa dai ,upojukta ...ana ata msg.baaba upunaaloi dhannyabaad 24:26

  • @debikaborpujari6748
    @debikaborpujari6748 6 месяцев назад +7

    বাজেট চাৰে চাৰি লাখ শুনিয়েই গোটেই খিনি চাবলৈ মন নগল কিন্তু শ্ৰীমন্ত তুমি এটা সজাগতা আনিবলৈ চেষ্টা কৰা বাবে সুখী হৈছো। সুন্দৰ আৰু সময়োপোযোগী বিষয়।

  • @PromilaGogoi-l1n
    @PromilaGogoi-l1n 6 месяцев назад +5

    সুন্দৰ উপস্থাপন, আমাৰ গাঁৱত এটা পৰিয়ালে ৰাজকীয় তোলনি বিয়া পাতি আইতাকে নাতিৰ বিয়াৰ ধাৰ পৰিশোধ কৰিবলৈ চেন্নাই লৈ যাব লগা হৈছিল ১ বছৰৰ বাবে। তোলনিবিয়া , বিবাহ বাৰ্ষিকী, জন্ম দিন উদযাপন আদি অনুষ্ঠান বিলাক পৰিয়াল এটাৰ বিধ্বংসী অনুষ্ঠান। এই অনুষ্ঠানতো সময় উপযোগী, কিন্তু মানিব কোনে !!!

  • @BarnaliBhuyan123
    @BarnaliBhuyan123 5 месяцев назад +1

    সুন্দৰ উপস্থাপন আজি কালি মানুহে দেখুৱাই ভাল পায়

  • @reenadoley1541
    @reenadoley1541 5 месяцев назад +2

    ভাল লাগিল কথাবোৰ।কথাবোৰ সকলোৱে বুজিপোৱাটো বৰ জৰুৰী ।

  • @golapisaikia8626
    @golapisaikia8626 5 месяцев назад +1

    Video title is clickbait but the message delivered well...cudos for giving great insight.....

  • @nirupoma5935
    @nirupoma5935 6 месяцев назад +4

    ভাল লাগিল। পৰম্পৰা, সংস্কৃতি এইবিলাক আজিৰ দিনত ফেচনত পৰিণত হ'লগৈ। Birthday, marriage day,annaprahan এইবোৰৰ প্ৰাদূৰভাবে সমাজ খনক একেবাৰে পংগু কৰি পেলাইছে। আমিও দুই তিনিবাৰ বাৰ্থডে নেতা নহয়, কিন্তু নিমন্ত্ৰণ দিওতেই কৈছিলো যে। কোনেও যেন gift নিদিয়ে। প্ৰথমে দুই-একে আপত্তি দৰ্শাইছিল যদিও পিছলৈ আমাৰ কলনিত কেইবা ঘৰেও তেনেদৰে পাতিবলৈ ল'লে। লগৰ ল'ৰা ছোৱালী কেইটিক মাতি আনি কিবা এটা খুৱাই দিয়ে।

  • @mukutborah4081
    @mukutborah4081 5 месяцев назад +1

    সুন্দৰ আৰু শুদ্ধ কথা।

  • @kunjarajkhowasona8902
    @kunjarajkhowasona8902 5 месяцев назад +1

    Dada,,bahut bhal,katha kale dei,🙏🙏🙏🙏🙏

  • @NarayanNath-jp4fu
    @NarayanNath-jp4fu 5 месяцев назад +1

    আপোনাৰ চিন্তা ধাৰাৰ দৰে আৰু ৫০জন মান ওলাল হয় সমাজ খন সুস্থ হৈ থাকিল হয় । ধন্যবাদ থাকিল বহুত সুন্দৰ নিদৰ্শন আপোনাৰ।

  • @tutumonichetia5827
    @tutumonichetia5827 5 месяцев назад +1

    সুন্দৰ আৰু সচাঁ কৈছে । কথা বোৰ ভাল লাগিল ।

  • @JumiDeka-lx6um
    @JumiDeka-lx6um 5 месяцев назад +1

    Bohut.val.lagil.

  • @RupaliRajput-b4o
    @RupaliRajput-b4o 5 месяцев назад +1

    খুব ভাল লাগিল। ভিডিঅ'টো।‌

  • @mrinalitamuli1502
    @mrinalitamuli1502 6 месяцев назад +3

    আজিকালি অল্প আজ্ন, বিস্তৰ ভজন, বহুত সময় উপযোগী আলোচনা ❤

  • @munindrahazarika6343
    @munindrahazarika6343 5 месяцев назад +1

    Very very logical conversation,It is very good message convey to every single Assamese.

  • @gjdgamer2723
    @gjdgamer2723 5 месяцев назад +1

    Hundr bhal lagel

  • @anuradhadas5494
    @anuradhadas5494 6 месяцев назад +148

    Aamar ghoror obosta bhalei ....kintu Moi suwali r tuloni r niyom khini he korilu....biya pota nai ....aaji Kali r compitition dekhi khong uthe .

  • @prabhusvillagelive4061
    @prabhusvillagelive4061 6 месяцев назад +2

    বৰ সুন্দৰ দেম’ হৈছে দেই৷অভিনয়ৰ যোগেদি সমাজলৈ ভাল বাৰ্তা দিছে৷❤

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 6 месяцев назад +12

    সঁচাকৈয়ে ব্যতিক্ৰমী আলোচনা। ভাল লাগিল।

  • @dilipborkakoti9635
    @dilipborkakoti9635 5 месяцев назад +1

    আমাৰ সমাজৰ কাৰণে এটা দৰকাৰী বাৰ্তা।কথা বাৰ্তাখিনি একেবাৰে সহজ সৰল ভাবে প্ৰকাশ কৰাৰ কাৰণে অতি সুন্দৰ হৈছে। ভিডিঅটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জনালোঁ।

  • @runuchetia1658
    @runuchetia1658 5 месяцев назад +1

    সুন্দৰ উপস্থাপন!ময়ো সদায় এই কথাত প্ৰতিবাদ কৰোঁ।খুউব ভাল আলোচনা

  • @namitarabha1470
    @namitarabha1470 5 месяцев назад +1

    Bohut dhunabad sir akeybarey shosa kotha

  • @ranjitatalukdar9074
    @ranjitatalukdar9074 6 месяцев назад

    সময়োপযোগী হৈছে।

  • @aradhyakalita4573
    @aradhyakalita4573 6 месяцев назад +1

    সুন্দৰ উপস্থাপন। বহুত ভাল লাগিল।

  • @rinadekabarman
    @rinadekabarman 5 месяцев назад +1

    Khub sundor sunta dhara aru val upodesh dise val lagise. Amar oxomiya xomajot tuloni biya bohut bahulya kori pate. Situ mane dekhak dekhi hua nisina Tuloni biyar iman toka khori kora ki proyujon. Aji karbar bohut toka ase karbar nai tai patibo lohiya hoi logot bure hahibo xeibuliei dhar koriu pate aitu bohut bhul sidhanrto.. Kuneu jen bhul sidhanto noloi niyomtu kori xoru koi patileu hoi

  • @pankajkaushik9043
    @pankajkaushik9043 5 месяцев назад +1

    Hundor kotha koise amar samajot napate okol ga dhuai ki jug porise hetu suwa sita kori protikar diye

  • @jugamayasaikia2412
    @jugamayasaikia2412 5 месяцев назад

    100/ right. Apuni bor sundar jukti dise. 🙏

  • @KalpanaChutia-i7h
    @KalpanaChutia-i7h 6 месяцев назад +1

    বৰভাল লাগিল।সময় উপযোগী বাৰ্তা।

  • @abhijitlaskar3254
    @abhijitlaskar3254 5 месяцев назад

    সুন্দৰ উপস্থাপন 🎉

  • @BHASKARGOSWAMI-gw7mt
    @BHASKARGOSWAMI-gw7mt 5 месяцев назад +1

    Exactly. Sundar vedio.

  • @pabanchutia6778
    @pabanchutia6778 5 месяцев назад

    100% সঁচা কথা আলোচনা কৰিছে👍👍👍

  • @RinaGohain-dk6xd
    @RinaGohain-dk6xd 6 месяцев назад +1

    আলোচনাটো খুউব ভাল লাগিল। মই আপোনাৰ সৈতে একমত। উপাৰ্জন চাই খৰচ কৰিব লাগে। ধন্যবাদ ❤🎉❤🎉❤🎉❤

  • @kunjarajkhowasona8902
    @kunjarajkhowasona8902 5 месяцев назад +1

    💐💐💐💐💐💐manuh jonk,hakah,diya,,👏👏👏👏👏

  • @junmonigogoi3972
    @junmonigogoi3972 5 месяцев назад

    বহুত ভাল লাগিল | আমাৰ নিচিনা মধ্যবিত্তৰ বাবে অধিক উপযোগী আৰু আদর্শ |

  • @legend_gaminng
    @legend_gaminng 5 месяцев назад

    Video to sai bar val lagil, Aenekua video atar khubai prayojan Aasil lamar khamajar babe !👍👍👍👍👍👍👍👍

  • @reetaborbora7763
    @reetaborbora7763 6 месяцев назад +1

    অতি সময় উপযোগী vdo. প্ৰশংসনীয় প্ৰচেষ্টা আৰু উপস্থাপন। শলাগ ললোঁ।

  • @nanditadevi4964
    @nanditadevi4964 6 месяцев назад +7

    Khundor vido dada

  • @KashyapVlogs9
    @KashyapVlogs9 5 месяцев назад +1

    Ekdom imman natural acting, iman dhuniya topic, positive video, bahut bhaal lagise. Raij-loi positive message goise. Bahut dhuniya bahut dhuniya. Ketiyaba paam neki chance acting koribole❤❤❤❤❤

  • @simagogoi1198
    @simagogoi1198 6 месяцев назад +2

    সঠিক কথা 🙏🙏
    এই ভিডিঅ'টোৰ জৰিয়তে এটি সুন্দৰ বাৰ্তা পোৱা গৈছে যিটো নেকি বৰ্তমান সময়ৰ বাবে অতি প্ৰাসংগিক 🙏
    ভিডিঅ'টোৰ সাৰুৱা কথাখিনি হৃদয়ঙ্গম কৰিব পাৰিলে মধ্যবিত্ত পৰিয়ালৰ লোকসকল উপকৃত হ'ব 🙏

  • @RajenSonowal-n2m
    @RajenSonowal-n2m 6 месяцев назад +2

    সুন্দৰ উপস্থাপন,ভাল লাগিল

  • @chinudevi1697
    @chinudevi1697 6 месяцев назад +1

    সুন্দৰ ভিডিঅ ❤❤❤❤

  • @kabitachoudhury4954
    @kabitachoudhury4954 6 месяцев назад

    সময়োপযোগী বাৰ্তা। আচৰিত সুন্দৰ আৰু সাৱলীল অভিনয়। বহুত ধন্যবাদ।

  • @dineshdoley7652
    @dineshdoley7652 6 месяцев назад

    সুন্দৰ পৰাৰ্মশ দিলা

  • @ishanibhuyan9104
    @ishanibhuyan9104 6 месяцев назад +1

    যুক্তি সংগত আলোচনা। ভাল লাগিল।

  • @harichandrarandhani5767
    @harichandrarandhani5767 6 месяцев назад

    বহুত ভাল লাগিল।
    ❤❤❤❤❤

  • @AssamIndia-d6d
    @AssamIndia-d6d 6 месяцев назад

    আপোনী কৰ হয় বাৰু। ইমান ধুনীয়া কৈ বুজাই দিছে ভাল লাগিল।

  • @montudutta7017
    @montudutta7017 6 месяцев назад

    বৰ সুন্দৰ পৰিবেশন 👍 ভাল লাগিল Video টো চাই 🙏🙏🙏

  • @tikendraborah2901
    @tikendraborah2901 6 месяцев назад +1

    সচা আলোচনাৰ বা বে ধন্যবাদ জ্ঞাপন কৰিলো

  • @HITESHCHDAS
    @HITESHCHDAS 6 месяцев назад +2

    ইমান ধুনীয়া উপস্থাপন কোনো প্রতিভবান শিল্পীয়েও কৰিব নোৱাৰিব । অতি সুন্দৰ উপস্থাপন । তেওঁ অতি বাস্তৱিক দৃষ্টি ভংগীৰে friendly যিখিনি কলে সকলোৱে সমৰ্থন কৰা উচিত।

  • @borntobeunique5582
    @borntobeunique5582 6 месяцев назад +1

    সঁচাকৈয়ে বৰ সুন্দৰ উপস্থাপন কৰিছে, সমাজৰ বাবে এটা ভাল বাৰটা দিছে, আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @chitraranigogoi7851
    @chitraranigogoi7851 5 месяцев назад +1

    আলোচনা বহুত ভাল

  • @parveenbegum6484
    @parveenbegum6484 6 месяцев назад +1

    Bahut besi bhal lagil, iman dhuniya kathakhini.... Acting je manibologiya... Alapu acting jen loga naai.. Tiniijane bor dhuniua acting karise👌👌👌👌🙏🙏🙏aru enekuwa videos chaboloi ashare rolu😊

  • @TulanSaikia-p3j
    @TulanSaikia-p3j 4 месяца назад

    I really support this philosophy. We should reform our society.

  • @PrahladThakuria-e1e
    @PrahladThakuria-e1e 5 месяцев назад +1

    Sir thank you for your good advice

  • @bhabasaikia4269
    @bhabasaikia4269 5 месяцев назад +1

    Bor bhal poramorkha hokoloa grahan kora prayujan❤

  • @pabitranath4675
    @pabitranath4675 6 месяцев назад

    সুন্দৰ উপস্থাপন।
    বৰ্ত্তমান সমাজখনৰ কিছুমান ব্যৱস্তা দেখি আচৰিত হওঁ। এনেকুৱা পৰামৰ্শ দিয়াৰ বাবে বহুত বহুত ধ্যনাবাদ।

  • @ProsantaDas-e1t
    @ProsantaDas-e1t 6 месяцев назад

    সুন্দৰ উপস্থাপন কৰিছে দাদা বাইদেউ আপোনালোকৰ মতত‌ম য়োএকমত

  • @bijoyadevi343
    @bijoyadevi343 6 месяцев назад +2

    সত্য কথা, যি কোনো বাৰ্তা ই ধুনীয়াকৈ বুজাই দিয়াৰ বাবে চাই ভাল লাগে, ধন্যবাদ।

  • @bulukantadutta8912
    @bulukantadutta8912 6 месяцев назад +10

    কথাখিনি সচাকৈ সময়উপযোগী হৈছে ।ধন্যবাদ ।

    • @AnupDas-ef2cx
      @AnupDas-ef2cx 6 месяцев назад +2

      Aru aitu amar asomia homajot he ase baki Bengali bihari bilakr nai

  • @barnalipathak3084
    @barnalipathak3084 6 месяцев назад +1

    Sir is absolutely right.Kintu Iman deri sah ekap khuabo lagisile.

  • @aikankalita6733
    @aikankalita6733 6 месяцев назад +1

    Hundar hoise bhasan khini huni

  • @binapanichetia582
    @binapanichetia582 6 месяцев назад +2

    মই ও একমত শ্ৰীমন্ত যুক্তিত😮😮😮

  • @porinitaburagohain982
    @porinitaburagohain982 6 месяцев назад +5

    খুবেই সুন্দৰ পৰামৰ্শ । ভাল লাগিল ভিদিঅটো চাই । সমাজলৈ সুন্দৰ উপযোগী পৰামৰ্শ । ধন্যবাদ দাদা আপোনাক। মই আপোনাৰ প্ৰায়বোৰ ভিদিঅ চাও । আপোনাৰ ভিদিঅবোৰৰ পৰা বহুত কথা শিকিবলৈ পাইছোঁ। মোৰ শুভেচ্ছা থাকিল 🎉🎉🎉 এনেকুৱা ভিদিঅৰ পৰা আমিবোৰ বহুত উপকৃত হৈছোঁ।দাদা আপোনাক অন্তৰত পৰা ধন্যবাদ জনাইছোঁ ।

    • @JitenGogoi-zz8uf
      @JitenGogoi-zz8uf 6 месяцев назад

      উপদেশ দিয়া জনক ভাল লাগিল

    • @ranjitduttaey3967
      @ranjitduttaey3967 6 месяцев назад

      এই উপদেশ দিয়া ভদ্ৰ লোক জনৰ কথাত এক মত, উক্ত কথা আমাৰ অসমীয়া সমাজৰ বাহিৰে অন্য কোনো লোকে নাপালে গতিকে উপদেশ দিয়া জনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @AnamikaChetia-z8g
    @AnamikaChetia-z8g 6 месяцев назад

    সুন্দৰ পৰামৰ্শ

  • @lakhyajyotidutta2153
    @lakhyajyotidutta2153 6 месяцев назад

    অতি সুন্দৰ👌👌👌

  • @lakhimagoswami5789
    @lakhimagoswami5789 6 месяцев назад

    অতি সুন্দৰ আৰু সময় উপযোগী ভিডিঅ ,চাই ভাল লাগিল ।এনে ধৰণৰ সমাজ সচেতনমূলক ভিডিঅ আমাৰ কাম্য ।ভিডিঅটোৱে মন চুই গল ।

  • @আলোকৰযাত্ৰা
    @আলোকৰযাত্ৰা 6 месяцев назад

    সময়োপযোগী বাৰ্তা

  • @nirupamdeka9279
    @nirupamdeka9279 6 месяцев назад

    সুন্দৰ উপস্থাপন । আমাৰ অন্তৰৰ কথাৰ লগত মিলি গৈছে । আধুনিক তোলনীবিয়া , Modern Birthday celebration ,এইবোৰৰ Style change ,কৰিবৰ হৈ গল। নমস্কাৰ।

  • @dilipsarmah3428
    @dilipsarmah3428 6 месяцев назад +2

    Best video a good message for the society ,many 2 thanks

  • @ChandramaDuarah-2020
    @ChandramaDuarah-2020 5 месяцев назад +1

    Moiu tuloni biya khetrat bohut agor pora apunar dorei bhabu... Bhal lagil video jugere msg tu spread kori raijok hojak koribo bisorar babe...

  • @muninoza4944
    @muninoza4944 6 месяцев назад +4

    খুউব ভাল লাগিল আপোনালোকৰ আলোচনা খিনি, আচলতে এই কথাটো ঘৰখনৰ মাকৰ বাদে কোনেও গম পাব নালাগে , আনৰ কথা বাদেই । আপোনালোকক বহুত বহুত ধন্যবাদ।

  • @brajagopalsharma469
    @brajagopalsharma469 6 месяцев назад

    Good information ❤🙏🙏

  • @AnimeshAborah-fs6xb
    @AnimeshAborah-fs6xb 5 месяцев назад

    Val lagil dada apunar vdo tu kisumanr rakha koribo

  • @dibyajyotibhagawati5857
    @dibyajyotibhagawati5857 5 месяцев назад

    বৰ সুন্দৰ বাৰ্তা প্ৰেৰণ ৷

  • @PurnimaSharma-oj4ch
    @PurnimaSharma-oj4ch 6 месяцев назад

    Bhal lagil

  • @BimalaPrasadRabha
    @BimalaPrasadRabha 6 месяцев назад

    Very good dada val kotha koise 👌🙏