This movie relates to most of the middle class family suffered same kind of situation it's really touch m heart n emotions tnkq fr this kinda movie. Watching frm Nagaland....
চাই শেষ কৰিলোঁ। কিবা এটা শোক জাগি উঠিল মনটোত। এটা কথা ঠিক যে গোটেই কাহিনীটো কেৱল মাত্ৰ এখন চলচ্চিত্ৰ হে। কিন্তু এই জীৱনটো কোনোবা নহয় কোনোবাই প্ৰতিদিনে জী আছে, নিজৰ কোনোবাক এনেকেই মানসিক ভাৱে ভাগি যোৱা প্ৰত্যক্ষ কৰি আছে। তেওঁলোকে বাৰু কেনেকে পাৰ কৰি আছে দিনবোৰ। ভাবিলেও আচৰিত লাগে । তিল তিলকে হয়তো জীৱনটো শেষ হোৱালৈ ৰৈ থাকে , এই বৃদ্ধ বয়সত এইটো জীৱন যদি কোনোবাই জীয়াই আছে তেন্তে ভগৱানে তেওঁলোকক শক্তি দিয়ক। 🙏🙏🙏
Heartiest congratulations to the entire team of phehujali. 😊 Eikhon movie sabole bohut hepah asile biswajeet da. Thank you so much for releasing it here....Totally speechless and every character did a marvelous job...loved to see ainu ba , mainu ba and om on the screen....😊❤ lots of love from our family.
Hokoluwe sawok ...hridoyor kunuba khinit sap bohuwai jabo ...bohut dinor murot akhon val movie salu ....bohut bohut morom koka aita tiku aru kripaloi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
এইসমুহ অসমীয়া চলচ্চিত্ৰয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো জীয়াই ৰাখিছে। Trailer টো চোৱাৰ পিছৰ পৰাই চিনেমাহ'লত কেতিয়া লগাব অপেক্ষা কৰি আছিলো। কিন্তু চিনেমাখন তিনিচুকীয়াত release কোনো চিনেমা হ'লতে নিদিলে খুব সম্ভৱ। আজি youtube তে চালো। খুব ভাল হৈছে। ককা আইতা দুগৰাকীৰ অভিনয় ইমান বাস্তৱধৰ্মী আৰু নিখুঁত। ❤❤❤
ধন্যবাদ গোটেই ফেঁহুজালি পৰিয়াললৈ।👏🙏
Thank you...
Hosa koi koboloi vakha nai kimn jj vl lgil❤❤❤❤
চিনেমা নহয় যেন কবিতা হে, যাৰ প্ৰতিটো শব্দতে বাজি উঠে জীৱনৰ ছন্দ! কিমান যে সুন্দৰ উপস্থাপন, লিখি বুজাব নোৱাৰোঁ। আৰু এটা কথা, আপোনালোকৰ ৱেবছাইটটো চালোঁ, খুব সুন্দৰ, কিন্তু, চিনেমাখনৰ প্ৰতিজন কলা-কুশলীৰ নাম অনুগ্ৰহ কৰি দি দিব চোন, প্ৰতিখন চিনেমাৰে দিব, কিয়নো, তেওঁলোকৰ বাবেই এই কাম সম্ভৱ হৈ উঠিছে, গতিকে তেওঁলোক সকলোৱে নিজৰ নিজৰ স্বীকৃতি পাব লাগে। পাৰিলে তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়েও দি থব। কৃতজ্ঞতা জনালোঁ ইমান সুন্দৰ চলচ্চিত্ৰ উপহাৰ দিয়াৰ বাবে। ❤️🙏
Ki sundar kahani ki sundar avinay...eiburok koi asol movie ❤love from Nagaon ❤
বৰ সুন্দৰ কাহিনী আৰু অতি সুন্দৰ অভিনয়েৰে হৃদয় চুই যোৱা কথাছবি।
বহুত বহুত ভাল লাগিল। শিল্পী কলাকুশলী চিত্ৰ নাট্যকাৰ সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ ।
সুন্দৰ কাহিনীৰ আৰু অতি মনোমোহা অভিনয়ে হৃদয় স্পৰ্শ কৰি গৈছে । ❤
ইমান যে ভাল লাগিল..চকুপানী ওলাল মাজে সময়ে..কিন্তু একেবাৰে শেষৰ সামৰণিয়ে মন জুৰাই গ'ল ❤❤❤❤
বৰ ভাল লাগিল চাই। সুন্দৰ কাহিনী সুন্দৰ অভিনয়।
Bohut val lagil sai
Khub dhuniya story... Bohut bohut val lagise❤
Biutiful and very very good and Nice 🎉🎉❤❤🙏🏻🙏🏻
Sopppper.......se bhi opor........🎉🎉❤❤👌👌👍👍🙏🏻🙏🏻🙏🏻🙏🏻
Saii vl lgil bht ❤❤❤❤❤
বাস্তৱ কাহিনী ❤ বহুত ভাল লাগিল চাই❤
Sobi khone bor dukh dile....😢, hundor uposthapon. From Sweden ❤
বাস্তৱ কাহিনী , সংলাপ, অভিনয় , সকলো সুন্দৰ হৈছে।
Bhut vl lgel dai Sai ❤❤❤❤
val lagil sai ❤❤❤❤
বহুত ভাল লাগিল।
Speechless
Great Storyline...!! 👌🏻
And the actors have performed tremendously...!! ❤
Bor vl lgil sai ❤❤
@quatermoonproductions8158
1 hour ago
@quatermoonproductions8158
1 hour ago
Thank you...
❤❤❤❤❤❤❤emn dhunia o sobi khon ...
বৰ ভাল লাগিল। বৰ সুন্দৰ অভিনয়।
সুন্দৰ চিনেমা ।মন চুই গ'ল
বহুত ভাল লাগিল।অন্তৰস্পৰ্শী গৈছে। বহুত বছৰৰ পাছত ভাল অসমীয়া কথাছবি এখন চালোঁ 🙏
Khub xundar uposhthapon, abhinoy kora xklu khube xundar vabe korise ❤❤❤ cinema hall release hob lagisil 👍👍👍👍
সঁচাই এখন জীয়া ছবি উপস্থাপন কৰিছে 😌 "ফেহুজালি" ৰ আটাইবোৰ অভিনেতা অভিনেত্ৰী, কৰ্মকৰ্তালৈ শুভেচ্ছা আৰু ধন্যবাদ থাকিল 🙏🏼
Thank you
Bhut dhuniya 😢❤ru khuri সকলোৰে acting bapre 🔥❤
Bahut vll lagil sai😢😢❤❤👍👍
Thank you.
সুন্দৰ ❤
Excellent story and superb acting ❤
Bohut emotional story.bohut val lagil❤❤
বহুত ভাল লাগিল
❤ সুন্দৰ
Bohut val ata ontor sui juwa kahini...bohut val lagil sai ❤❤
Thank you...
অতি সুন্দৰ। কাহিনী, পৰিচালনা, অভিনয়---সকলো, সকলো সুন্দৰ 🎉
সুন্দৰ কাহিনী , সুন্দৰ অভিনয় ... ভাল লাগিল সঁচাকৈয়ে।
সুন্দৰ কাহিনী লগতে অভিনয় ❤❤❤
Iman xundr kahani xundr ovinoy true story of our life n society
Thank you biswajit❤ এটা সৰু বিন্দু মাত্ৰেও এইখন পৃথিৱীৰ কোন এটাত এনেকুৱা মানুহৰ জন্ম হয় ,উপলব্ধিবোৰ বহু সাংঘাতিক নো ধৰিবই নোৱাৰি নে এইয়া মৰমৰ যাতনা,আচলতে জীৱন টোৱে সাঁথৰ।।। ভাল লাগিল🙏
Thank you
Bor bhal lagil Sai , sundor ovinoy
ইমান সুন্দৰ অভিনয়েৰে কৰা ফেঁহুজালী চালোঁ। অভিনয় কৰা যেন লগাই নাই।অন্তৰ স্পৰ্শী।
দুৰৈত মা দেউতা ক এৰি থকা সকলো লৰা ছোৱালীৰ মা দেউতা ৰ মুখ খন এবাৰ হ'লেও ভাহি আহিব মনলৈ,আমাক কিয় জন্ম দিলে আমি জীয়াই থাকোঁতেই তেওঁ লোক 😢😢😢😢 ছোৱালীৰ জীৱন এনেকুৱা ই।।।।।।।।
সুনদৰ কাহিনী ❤❤❤
সুন্দৰ অভিনয় চবিখনে সমাজ লৈ ডাঙৰ বাতাপেৰন কৰিছে
Eemman dukh lagil, manuhor jibontu Ane poijyat akha koribo nuari. Bahut morom jagi uthe. Olp moromor sakure sale ene homissabur olp holeu kom hobo. Eemman j val obhinoy, bujabo nuari❤❤❤❤
বৰ সুন্দৰ উপস্থাপন। ভাল লাগিল। চকু পানী ৰখাব নোৱাৰিলো ।
This movie relates to most of the middle class family suffered same kind of situation it's really touch m heart n emotions tnkq fr this kinda movie. Watching frm Nagaland....
চাই শেষ কৰিলোঁ। কিবা এটা শোক জাগি উঠিল মনটোত। এটা কথা ঠিক যে গোটেই কাহিনীটো কেৱল মাত্ৰ এখন চলচ্চিত্ৰ হে। কিন্তু এই জীৱনটো কোনোবা নহয় কোনোবাই প্ৰতিদিনে জী আছে, নিজৰ কোনোবাক এনেকেই মানসিক ভাৱে ভাগি যোৱা প্ৰত্যক্ষ কৰি আছে। তেওঁলোকে বাৰু কেনেকে পাৰ কৰি আছে দিনবোৰ। ভাবিলেও আচৰিত লাগে । তিল তিলকে হয়তো জীৱনটো শেষ হোৱালৈ ৰৈ থাকে , এই বৃদ্ধ বয়সত এইটো জীৱন যদি কোনোবাই জীয়াই আছে তেন্তে ভগৱানে তেওঁলোকক শক্তি দিয়ক। 🙏🙏🙏
Thank you...
val lagil aru sabo pam buli asha thakil...
হৃদয় চুই গ'ল।
ইমান ভাল লগা❤️
ধন্যবাদ।
Wow. Bht dhunia lagise
Thank you...
বহুত ভাল লাগিলে চাই। দুখেৰে ভৰি গল অন্তৰ খন ।
Thank you.
Bohut hundar lagil sai নমস্কাৰ ❤❤❤❤
Ene hridoysporxi kahinire vorai Tula ekhon suti sobi...khub kandilu aji...briddho boyoxot enedoreitu kotabo lagibo jibontut.....❤❤❤
ধন্যবাদ। এইখন চুটি ছবি নহয়, ৭২ মিনিটৰ ওপৰত এখন চিনেমা সদায় Feature Film বুলি ধৰা হয়। এই চিনেমা খন ২০১৭ চন্ত নিৰ্মিত আৰু পৃথিৱীৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত ভাগ লোৱা অসমীয়া চিনেমা। ধন্যবাদ চোৱাৰ বাবে।
Suti sobi nhoi
suren mahanta sir great
All perfect dhuniya ❤❤
Thank you.
Best assamese horror movie so far 😢❤❤
Very good movie....love it.
Great work by the everyone
কিবা এখাৰ নোকোৱাকৈ থাকিব নোৱাৰিলো। সঁচাকৈ সমাজত ঘটা এক হৃদ়স্পৰ্শী কাহানি । আপোনালোকক সকলোকে বহুত ধন্যবাদ । শেষত সামৰণি টো এনেকুৱা হব লাগিছিল যে এই ধৰণৰ মানসিক ৰোগৰ পৰাও ভাল চিকিচ্ছাৰ যোগেদি সুফল লাভ কৰিব পাৰি। আৰু লগতে সেই লৰা ছোৱালী সাল তেনে পৰিষ্টিত থাকিও জীৱন কি ? তেওঁলোকে বুজি এক মানৱ সম্পদ হিচাপে পৰিচিত হোৱা দেখুৱাব লাগিছিল।
Thank you...
জীৱন বৰ অনুপম😢বৰ ভাল লাগিল চাই। আবেগেৰে ভৰিপৰিল হৃদয়।
Thank you.
এক অনিন্দ্য সুন্দৰ অনুপম সৃষ্টি।
Thank you...
Bhut aiii vl lgilll
Nice story ❤
Heartiest congratulations to the entire team of phehujali. 😊 Eikhon movie sabole bohut hepah asile biswajeet da. Thank you so much for releasing it here....Totally speechless and every character did a marvelous job...loved to see ainu ba , mainu ba and om on the screen....😊❤ lots of love from our family.
Thank you....
শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এখন অসমীয়া ছবি।
সঁচাই বহুত ভাল লাগিল চাই।
এটা কথাই মুখত আহিছে
What a movie content ❤
ধন্যবাদ!
বৰ সুন্দৰ আৰু হৃদযস্পৰ্শী হৈছে। লোপা, তই কোৱা কথাবোৰ, তোৰ
উপলব্ধিবোৰ , তোৰ সংগ্ৰাম বোৰৰ এক বাস্তৱ স্বৰূপ বাৰুকৈ অনুভৱ কৰিব পাৰি। সঁচাকৈ গোটেই পৰিকল্পনা লেখত লবলগীয়া। আগুৱাই যা।
Thank you Dipen....
Very heart touching movie... the storyline, the direction and the performance is just perfect 👌 👍
Thank you
অভিনয় বহু সুন্দৰ হৈছে আৰু কাহিনীটোৱে শেষ হৈ যাবলৈ ধৰা জীৱনটোক আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ শিকায়। বহুত সুন্দৰ ❤🙌
Thank you....
ইমান সুন্দৰ অভিনয় সকলোৰে ! বৰ ভাল লাগিল ।
Bohut vl lagil😂
Most awaited ❤
Thank you.
বহোত ভাল লাগিল❤
Thank you...
মৰ্মস্পৰ্শী । এখন ভাল অসমীয়া ছবি ।👌👍
Khub xundor hoise. Suren mahanta amar mama. Ami Babuli mama buli matisilu. Ejon bhal xilpi asil.
❤ হৃদয়স্পৰ্শী কাহিনী ❤ কি যে সুন্দৰ অভিনয় সকলোৰে... ❤
Thank you.
This is Cinema 🙌📽 ❤❤❤it's fabulous 🎉
Thank you....
❤❤❤❤Much Love movie.. Heart touching scenes. Awesome casting..and acting 😊
Thank you....
সুন্দৰ হৃদয়স্পৰ্শী কাহিনী। সকলোৰে অভিনয়ো বৰ ভাল হৈছে।
Thank you...
Kahini tue mon sui gol....❤
বহুত ভাল লাগিল চাই.....🙃❤️
Thank you...
Kahinitu xasakoi hridoy sporxi.. Bahut val lagil
Thank you.
Br xundr... Kahini.. ayneborte lokay thake xhytatra.... Xhsaky... Anebor kahini xhmajt hy ... Xhklo aabhineta lgte abhinetrily.. dhynabad jnalo... Ata xhsa kahinire.. khntek xhmyrbabe... Ata anubhb jgay tolar babe.... Aagloyo aneky... Xhsa kahinir rupt pam boli aakha krilo...🎉🎉🎉🎉
Thank you.
Ki kom 😢😢😢bohut besi val lagil ,kandi dilu🥹🥹
হৃদয়স্পর্শী চিনেমা। অতি সুন্দৰ।
Thanks
Bohut bhal laagil ❤❤❤
Thank you
One of the best movie i have ever seen.... mind blowing
Thank you.
Bahut val lagil ❤❤
Thank you...
Bohut val lagil
বহুত বহুত বেছি ভাল লগিলে। সকলোৰে অভিনয় ইমান সুন্দৰ হৈছে কবলৈ ভাষা নাই। বিশেষকৈ কৰা আৰু আইতাৰ অভিনয়ে মন চুই গৈছে। বহুত বহুত মৰম যাচিলো।
Thank you.
Hokoluwe sawok ...hridoyor kunuba khinit sap bohuwai jabo ...bohut dinor murot akhon val movie salu ....bohut bohut morom koka aita tiku aru kripaloi ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Thank you...
কি সুন্দৰ অভিনয় 😢 বহুত ভাল লাগিছে 😢
Thank you.
Mojja ❤
Thank you...
Bht basi val lagil sai
Thank you....
অতি সুন্দৰ হৈছে
Thank you...
Fantastic movie that moved me.
Thank you...
Hundor
সুন্দৰ অভিনয় , সুন্দৰ উপস্থাপন
খুব ভাল লাগিল চাই
Thank you
Moi aaji saisu hosai hundor eta kahini
Sundr sobi🎉🎉🎉
Thank you.
Real and heart touching ❤ Hope this creates more awareness in the society 🙏
Thank you...