Lora burok koi su ajo ni suwali karo ne nijor life tu borbad nokori ba sakore napale u kunu kotha nai hajira Kori ba aru Toka joma koriba all india travel kore ba aji kali ai bur suwali Kotha vabi lav nai but. Acting bohut dhuniya hoi se next level ❤❤
চেলিব্ৰেটি নহব পাৰে । কিন্তু সেইবোৰতকৈ যে ওপৰৰ । acting,dialogue,script,video quality,direction,editing ,background music ভাষা নাই । অপূৰ্ব অতুলনীয়। বহুত বহুত মৰম আৰু শুভেচ্ছা ১২ আহিন team টোলৈ
কি কম কবলৈ একো ভাষা নাই 😭😭😭 নিজৰ মানুহ জনীক হেৰুৱা বেদনা !!!! দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়াৰ বজাৰত। এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায়।
some bro moi dhukiya buli,aru sakori nai buli frist val puak nepalu 😢😢😢,anyway ahin 12 team loi bhut bhut hardiyo durga pujar ubessa thakil,love from lakhimpur ❤❤❤
এটি বাস্তৱ জীৱনৰ জীয়া কাহিনী। এনেকুৱা ঘটনা আমাৰ সমাজত প্ৰায় ঘটি থাকে। এই কাহিনীটোৰ পৰা আমি বহুত কথা জানিব পাৰিলো। যদি কোনোবা বয়ষীয়াল ব্যক্তিয়ে চাই আছে তেনেহলে অলপ ভাবি-চিন্তি সিদ্ধান্ত লব । টকা - পইচাই সকলো সমস্যাৰ সমাধান নহয়। আমাৰ সমাজত এতিয়াও এনেকুৱা ব্যক্তি আছে যিয়ে টকা -পইচাৰ কাৰণে এনে সিদ্ধান্ত লয় আৰু ছোৱালীজনীৰ সুখ-দুখৰ কথা নাভাবি তাইৰ সুন্দৰ জীৱনটো ধ্বংস কৰে।
@@abhilashbordoloi8465 Thank you for pointing out the correction. I appreciate your attention to detail and your support in helping me improve. It means a lot!
কাৰ কাৰ চকু পানী ওলালে লাইক এটা দিব।বহুত ধুনীয়া অভিনয় কৰিছে। বহুত ভাল লাগিল চাই কবলৈ ভাষা নাই। আৰু চাবলৈ পাম বুলি আশা ৰাখিলোঁ। তিনিচুকীয়াৰ পৰা কোনে কোনে চাই আছে কমেণ্ট কৰিব।
প্ৰথমতে সকলোৱে একমত দিব কিন্তু টকা পোৱাৰ পিছত আকৌ ওলোটা টো হব এইবোৰ চুব মানুহৰ এক ধাৰণা হে 😮😮
😢😢
Tinsukia pora moi sai axu😅😅😅
@@MonjitYes-ti3pl মাকুমৰ পৰা
Hosakoi soku pani rokhabo nuwarilu 😢😢😢
বহু নামি দামী অভিনেতা অভিনেত্ৰীতকৈ বহু গুনে অভিনয় ভাল হৈছে ,,,
আকৌ এনেকুৱা ধৰণৰ বাস্তব জীৱনৰ লগত খাপখোৱাকৈ কাহিনী সমূহ অভিনয়ৰ যোগেদি আমাৰ মাজত উপস্থাপন কৰিলে সকলোৱে শিকিব পাৰিব ইয়াৰ যোগেদি ইয়াৰ ভাল গুণ সমূহ ।
বিশেষকৈ কাঞ্চন আৰু মৰম চৰিত্ৰ দুটাৰ অভিনয় exchilllent
আৰু বনাব নালাগে নেকি? আগৰ জীৱনলৈ উভতি নাযাওঁ
@@KrishnakantaDas-ve8qilagibo bro aikn assam hoi eyat poisa nathakileu morom thakib
Moja bhal lagil saii❤😊
Hosaky dhoni manuh bur hosaky nisthur hoii ooo😢
Lora burok koi su ajo ni suwali karo ne nijor life tu borbad nokori ba sakore napale u kunu kotha nai hajira Kori ba aru Toka joma koriba all india travel kore ba aji kali ai bur suwali Kotha vabi lav nai but. Acting bohut dhuniya hoi se next level ❤❤
চৰকাৰ যাৰেই হওঁক "দালাল আছিল আছে আৰু থাকিব" ধ্ৰুৱ সত্য।কোনে কোনে একমত লাইক কৰা।
😢
সচাঁকৈ ইমান ধুনীয়া অভিনয় কৰিছে৷চকুপানী ওলাই গ’ল৷এইবোৰহে আমাৰ সম্পদ৷Reel চাই কোনে কোনে আহিলে লাইক এটা কৰি দিব৷
Maa kasam aji reels Tu sai salute bht vl lagil
সমাজত চলি থকা, এক সচা ঘটনা,সচা ভালপোৱা জনাৰ, পাছতো কিছুমান মাক বাপেকে ধনি ,দুখীয়া বিছাৰে ,কিন্ত এনে কৰিব নাপাই...মানুহৰ ছভাপ চৰিত্ৰ হে ,আছল মেন কথা...বহুত ভাল লাগিল ❤❤❤...
চেলিব্ৰেটি নহব পাৰে । কিন্তু সেইবোৰতকৈ যে ওপৰৰ । acting,dialogue,script,video quality,direction,editing ,background music ভাষা নাই । অপূৰ্ব অতুলনীয়। বহুত বহুত মৰম আৰু শুভেচ্ছা ১২ আহিন team টোলৈ
Hosakoi hklure acting hundor hoise❤️
Bohut val lagile chai ❤
বহুত বহুত বেছি ভাল লাগিল। সঁচা প্ৰেম কৰা বিলাকে হে বুজে ভালপোৱাজনক হেৰুওৱাৰ বেদনা কিমান 😢😢😢
Right 😢❤
Take vall 😂😂😊😢😢😢😢
Jyotimay
Yes🥺
@@sayashreedas4626 umm😖🥹
সচাকৈ বৰ্তমান সময়ত হৈ থকা এটা সচা ঘটনা 🥺চকু পানী ৰখাব পৰা নাই ইমান ধুনীয়া অভিনয় সকলোৱে 🥰বহুত বহুত ভাল লাগিল ❤
Bohut bohut val lagil Sai Kune Kune kandila 😭 like kora ❤️🥳🥺😭😊
Nai koda
@@bdassamtrainer 😄
❤❤❤
Babpri pura duk lagitra nata😊
@@itsHriday-fc6pt oo 😊
কি কম কবলৈ একো ভাষা নাই 😭😭😭 নিজৰ মানুহ জনীক হেৰুৱা বেদনা !!!!
দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়াৰ বজাৰত।
এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায়।
Yes🥺👍👍
কাহিনীটোই বহুত শিকিব লগা কথা দি গৈছে। ভাল লাগিল দৰংৰ লৰাকেইটা দেখি আগুৱাই যা ❤ আৰু লাগে এনেকুৱা শিকিব লগা কাহিনী। Darrangian like❤
😊 লৰা নহয় লিকিৰা হে
Hy neki ❤@@_Nijara_45
Kor hoi no
Likira aru jhiya2
কিছুমান সঁচা ভাল পোৱাত এনেকুৱা 😭 বহুত বেয়া লাগিল 🧡
১২ আহিন কাহিনীটো ধুনীয়া হৈছে, কিমান লৰাই যে এটা চাকৰিৰ বাবে নিজৰ প্ৰিয়জনক নাপালে 😢
মোকো কৈছিল চাকৰি.😢..... ।
Hosai kotha Mur lgt tu ankua hoi goise olp din agt bht dukh loga 🥹🥹💔
❤❤❤❤
@@satyajithazarika9653 amar kopalot a nasil
Hy mr lgto hyse 😭😢
Xusake bohut bohut dhunia hoise
" যদি চৰকাৰে যোগ্যতা আৰু শিক্ষা চায় চাকৰি দিব বুলি ৰৈ থাকো মোৰ দৰে বহু নিবনুৱাই শিক্ষা লৈ ভিক্ষা কৰিব লাগিব " ভাল লাগিল dialogue tu
বিয়ে এমে পঢ়ি ছয় সাত হাজাৰ টকাত প্ৰাইভেট স্কুলত মাস্তৰ চাকৰি কৰি স্কুল সমুহক ৰাজা কৰি আছে 😂😂
Yes
Roght
কি কম ভাষা নাই। ইমানেই সফল অভিনয়।মোৰ লগত মিলি গৈছে কাহিনী টো।মোৰো কথা কোনেও শুনা নাছিল শেষত মই পলাই আহি বলৈ বাধ্য হলো।মোকো এনেদৰে নিব আহিছিল নাযাও বুলি কলো। সেই যে কলো।বিয়া হোৱা ৯ বছৰ হ'ল এতিয়াও মোৰ মুখ মা দেউতা ই নাচায়। নাজানো ভুল কৰিলো নে শুদ্ধ। এতিয়া তাৰ লগতেই সুখী।মাজে সময়ে অকল মা দেউতা ক অলপ missকৰো। আচলতে জীৱন এনেকোৱাই কিবা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব। শেষত সকলো কলা কুশলিলৈ কে অলেখ ধন্যবাদ জনাইছোঁ ধুনীয়া উপহাৰ দিছে।।
আপোনাৰ মা-দেউতাৰ প্ৰব্লেমতো কি আছিলে।
Amar caste problem.moi Assamese aru hi bengoli lora
@@AjoyDas-hl5wk অ কি কব আৰু।উপায় নাই।বাকী সুখী থাকক
দুখ নকৰিবা গতেই জীৱন দুখত থকাত কৈ মানুহজনৰ লগত এ সুখী হৈ থাকা মা দেউতা এদিন হলে ও আহিব কিছুমান সৰু ভুল এটা কাৰণে তুমি কিজানি তুমি দুখত থাকিলা হৈ 😢
🥺😒
বাস্তৱ জীৱনৰ এক জীয়া কাহিনী ❤🥺 হৃদয় চুই যোৱা এখনি পূৰ্ণাংগ চুটি ছবি 🧿 সুন্দৰ উপস্থাপন 🌷১২ আহিন 🙂
Bhut val hoise 😭 iman kandilo 😢😭😭mor nisinake aru kune kune kandise baru 😢 ata like kri dib son 🥺😭😭
Moi u kandilu o 😥😭 val lagela 😭😭😭
খুউব ধুনীয়া বাস্তৱ জীৱনৰ কাহিনী.. বহু নামি-দামী অভিনেতা/অভিনেত্ৰীতকৈ অভিনয় বহু গুণে ভাল হৈছে কোনো কৃত্ৰিমতা নাই একদম realistic❤আজিলৈকে চোৱা ৱেব চিৰিজবোৰৰ ভিতৰত এইখনেই একমাত্ৰ যʼত এবাৰো skip নকৰিলো.. বহুত কান্দিলো অʼ 😭সকলোখিনিয়েই perfect হৈছে camera/acting/background music/direction/editing sob...শেষত team আহিনলৈ অলেখ শুভেচ্ছা আৰু অভিনন্দন..Love from Nagaon❤
ভাল লাগিল বহুত। সঁচাকৈ বৰ্তমান সমাজত ঘটি থকা ঘটনা বোৰৰ এটি সঁচা উদাহৰণ।টকাৰ বাবে মানুহে মানুহৰ শত্ৰু হৈ পৰিছে।সমাজত আজিও এনে মানুহ আছে যিয়ে নিজৰ স্বাৰ্থ অহংকাৰ উচ্চ কাংক্ষা এইবোৰৰ বাবে আনৰ মন বোৰ অলপো নুবুজে।
(বিয়াৰ পিছৰ সেই বজাৰ কৰিব গৈ লগ পোৱা দৃশ্য টো outstanding 👌)
কাহিনী সংলাপ অভিনয় কাৰিকৰী সকলো ফালৰ পৰাই খুব ধুনীয়া হৈছে। কল্গ দা তুমি 🔥🔥🔥😅
ভাষাহীন ইমান সুন্দৰ অভিনয় তোমালোকৰ❤ পুনৰ নতুন কাহিনীৰ সৈতে দেখা পাম বুলি আশা ৰাখিলো । বহুত বহুত মৰম তোমালোকৰ টিমটোলৈ ❤❤❤❤❤
কবলৈ ভাষা নাই, ইমান সুন্দৰ অভিনয়। ইমান সুন্দৰ প্ৰদৰ্শন, আৰু লাগে এনেকোৱা নাটক।
ছবি খনত অন্তৰ্নিহিত গান কেইটা পৃথকীয় ভাৱে মুক্তি দিব লাগে।😊❤
সাধাৰণতে মই খুব কমকৈ কিবা এটাত comment কৰিবলৈ আগবাঢ়ো।পিছে এইখন চাই নিলিখাকৈ নোৱাৰিলো। 'মৰম'ৰ মাজত ক'ৰবাত নিজক বিচাৰি পালো💔 আমাৰ চকুপানী ওলাইছে যেতিয়া,আপোনালোক সাৰ্থক ☺️
সঁচা প্ৰেম হেৰাই যোৱাটো কিমান যন্ত্ৰণাদায়ক নিজৰ ক্ষেত্ৰত নহলে আনে উপলব্ধি কৰিব নোৱাৰে ❤️
Umm Hosai o. Bohut kandilu o. Bohut purona kotha Monot pelai dise mur.
Bohut Val Hoise Web series khon.
বহুত বহুত ধুনীয়া লাগিল চিনেমা খন চাই বিশেষ কৈ মৰম আৰু কাঞ্চনৰ অভিনয় দেখি সঁচাকৈয়ে মোৰ চকু পানি ওলাই গল।। 😢😢😢😢 ইমান সুন্দৰ অভিনয় কৰিছে কৰিছে।।। 😭😭😭🥹🥹🥹
দৰং বাসী .... এটা এটা লাইক কৰি যোৱা ❤👍
Kriso kriso
Like kori disu dei
🎉❤
Korisu dei❤❤
❤
প্ৰথমে কও নাকানি নোৱাৰিলোঁ।🥺🥺, হিৰইন জনীৰ অভিনয় শলাগ লৱ লগীয়া, কোনোবা এটা ফালৰ পৰা যেন বৰষাৰাণী বিষয়া ৰ অভিনয় চাই থকা যেন পালো । ইমান দীঘল Web film এখন অলপমানো ব্ৰৰিং দৃশ্য নাপালো ।
এটা কথা কাহিনী এটা তেতিয়া চাবলৈ ভাল লাগে যেতিয়া সেই কাহিনীটোত অভিনয় কৰা অভিনেতা সমূহ ভাল হয়।
আৰু কাহিনীটোৰ লগত অভিনেতা কেইটাই ইমান ভাল অভিনয় কৰিছে , সঁচাই মন চুই গল ।
Background music/Humming/Song ইমান মিঠা ইমান ধুনীয়া আৰু বিয়া খনৰ কথা নকই নোৱাৰোঁ, দৃশ্য গ্ৰহণ কোনে কৰিছে নাজানো কিন্তু Direction/ editing আৰু কেমেৰা বাপ্ৰে এটা এটা চৰ্ত চাব লগা হৈছে। ৰাজু দাক ভাল লাগিছে চাধা মাৰি থকা জন টো মোৰ আগৰ পৰাই ফেভাৰেত 😄, । আশা ৰাখিলোঁ এইখন movie সমগ্ৰ অসমত বিয়পি পৰক , সকলোৱে এবাৰ চায়ক । আৰু এটা কথা বিয়া হোৱাৰ পিছত যে চাহ কাপ লৈ জাই তাই গিৰিয়েকক দিবলৈ__ হালধীয়া বেৰ খনৰ আগত চাহৰ কাপটোৰ লগত তাইক কিবাএটা বেলেগ লাগিছে💞 লিখি প্ৰকাশ কৰিব নোৱাৰি...। ছোৱালী জনীৰ Big Frend হৈ ৰলো লৰাটো কিন্তু কি নেচাৰেল এক্তিং কৰিছে বাপৰে ♥️♥️♥️ । এবাৰ আপোনালোকক লগ পোৱাৰ হেঁপাহ বুকুত বান্ধি মনৰ কথা খিনি Comment ৰ জৰিয়তে প্ৰকাশ কৰিলো । ।।। ১২ আহিন নামটোয়ে যেন কিবা মিঠা........💞❤️❤️❤️❤️❤️❤️ ধুনীয়া হৈছে বহুত ধুনীয়া।।
❤🎉
Comment ❤
সঁচাকে বহুত ধুনীয় হৈছে ❤❤❤❤❤
ধন্যবাদ জনালোঁ দেই🥰 ভাই
Nice❤❤❤
এজনী ছোৱালীক বিশেষকে বুজি পোৱা টো মাকৰ কৰ্তব্য। যদি নিজৰ মাকেই বুজিব চেষ্টা নকৰে সেই ছোৱালী জনীয়ে কাক নিজৰ মনৰ কথা খুলি কব 🙏💗। আশা কৰো কথা খিনি সকলোৱে ভাল পাব ❤
❤
👍💖
Comment বহুতৰ পৰিল কিন্তু এইটো comment সঁচাই বহুত বহুত বহুত ❤
Akdom xosa
Mur ma a Mur bestfriend
সঁচাকৈ বৰ আবেগিক হৈ গলো 😢 আৰম্ভণি ৰ পৰা শেষলৈকে কান্দিলো 😢 বৰ ভাল লাগিল............😢 From sivasagar
Practically Movie খন বহুত গুনেই উন্নত হৈছে । ইমান ধুনীয়া কাহিনী , অভিনয় ..! ৱাহঃ ..... 👍👍👍 ❤ অভিনন্দন আৰু শুভেচ্ছা সকলো কলা-কৌশলী সকললৈ .... এখন খুব সুন্দৰ অভিনয়ৰ আকৰ্ষণীয় Wed Series ....
নোকোৱাকৈ নোৱাৰিলোঁ বহুত কান্দিলো তাৰ মাজতে বহুত হাঁহিলো ,, এনেকুৱা বাস্তব জীৱনত ঘটি থকা ঘটনাবোৰ ইমান ধুনীয়াকৈ দেখাব পাৰিছে সঁচাকৈ শলাগ লব লগীয়া❤❤❤ ভগৱানে আৰু আগুৱাই নিয়াত সহায় কৰক.... ভাল হব আগ বাঢ়ি যোৱা❤❤❤ বাকী এক্টিং সঁচাকৈ শুব বেছিয়ে ভাল
সঁচাকৈ কাহিনীটোৱে অন্তৰ চুই গল o বহুত বেছি দুখ লাগিল 🥺 ভগৱানে যেন আৰু কৰোঁ লগত এনেকুৱা নকৰে 🥺🙏 বহুত কান্দিলো অ 😭
Bahut bahut bahut dhuniya lgse de sai......ufffffff heart touching ❤️❤️❤️❤️
সুন্দৰ উপস্থাপন কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰিছা সকলোবোৰ শিল্পীৰ সহযোগত আশা কৰো আগলৈও আৰু সুন্দৰ সুন্দৰ প্ৰেম কাহিনী আগবঢ়াই নিয়া 😥😥😥
দৰংৰ গৌৰৱ । অভিনয় খুব ধুনীয়া হৈছে। ১২ আহিন ❤
বহুত বহুত বহুত ভাল লাগিল আটাইৰে অভিনয় আৰু কাহিনীটো উপভোগ কৰি..... আগুৱাই যাওক
সুন্দৰ অভিনয় ❤❤ আগলৈ আৰু সুন্দৰ সুন্দৰ ছবি দেখিবলৈ পাম বুলি আশা থাকিল ।
পিতৃ মাতৃয়ে সদায় আমাৰ ভালৰ বাবেই চিন্তা কৰে কিন্তু চব ক্ষেত্ৰত যে ভালেই হব তাত কোনো মানে নাই। কিছুমান ক্ষেত্ৰত ভাল গুচি কাল হে হৈগে। কেতিয়াবা আমাৰ সুখবোৰতকৈ বেছি সন্মানটো ডাঙৰ হৈ পৰিয়াল বা বংশৰ ক্ষেত্ৰত, কিন্তু এইটো ভাবি নাচাই যে পাছলৈ লৰা বা ছোৱালীজনী সুখী হব নে নাই, তাৰেই পৰিণাম বহুতে ভুগি আছে প্ৰকাশ কৰিব নোৱাৰে কাৰো আগত। প্ৰেমত বিয়া হবই লাগিব যে সেইটো কতো লিখা নাই কিন্তু বিবাহত প্ৰেম লাগিবই কাৰণ গোটেই জীৱনৰ কথা আহি পৰে ইয়াত। প্ৰেমৰ সঁচা অৰ্থ হল নিস্বাৰ্থ পবিত্ৰ অনুভৱ। এই অনুভবক যদি বিবাহৰ জৰীৰে বান্ধি লয় তেন্তে সেয়া প্ৰেম নহয় স্বাৰ্থ হৈ যাব কাৰণ প্ৰেমক বান্ধিব পৰা জৰিডাল কেৱল মৰম হে,বিবাহ নহয়, কিন্তু বিবাহৰ পাছত বিবাহক বান্ধিবলৈ প্ৰেমৰ জৰী লাগিবই। দুটাৰে অৰ্থ ভিন্ন সেয়েহে কোনোবাই ওলোটা কথা কব পাৰে তলৰ comment ত তেঁওক কব বিচাৰিম যে প্ৰেম মানে কি আৰু বিবাহ মানে কি বুজি লওক আৰু মই কি প্ৰসংগত কলো তেতিয়াহে বুজিব। বাকী অভিনয় খুব সুন্দৰ কবলৈ ভাষা নাই। কিছুমান web series চালে আমনি লাগে, খং উঠে অভিনয়ৰ অ টো নাজানে কিন্তু এইখন উফ সঁচাকৈ আকৰ্ষণীয় ❤️🙌 ভাল ভাল কাম কৰি যোৱা এনেকৈ ❤
👍
আপোনাৰ লিখনি খিনি পঢ়ি বৰ ভাল লাগিল 👍❤️
𝑩𝒐𝒉𝒖𝒕 𝒃𝒆𝒔𝒊 𝒗𝒍 𝒉𝒐𝒊𝒔𝒆 ❤❤❤
Xundor kotha koise apuni ❤ #bhupalimixassamese
Likhoni ❤
মৰমৰ মাকৰ অভিনয় 🔥 প্ৰাকৃতিক অভিনয়
মনৰ কথা কলে আপুনি
12 ahin buli thumbnail dekhi bhabisilu anekuwai kiba akhon film hbo aru mur mon bur bohut besi bya kri pelabo buli..! Mur jibont prothom nijtkoi besi vl pua jonik tair maa deutar karne aribo lga hoi tairu 12 ahint (2024)biya hoise belgr lgt..! Bhogbane jate taik vale rakhe 🙏🙏🥺🥺..! Comment 2 porhisaise jodi like dibo..🥺🥺🥺🥺
Bor dukh lagil apunaloi😢
some bro moi dhukiya buli,aru sakori nai buli frist val puak nepalu 😢😢😢,anyway ahin 12 team loi bhut bhut hardiyo durga pujar ubessa thakil,love from lakhimpur ❤❤❤
সঁচাকৈ বহুত ভাল লাগিল । Comment নিদিয়াকৈ নোৱাৰিলোঁ। বৰ সুন্দৰ অভিনয়। এনেদৰে আগুৱাই যোৱা ।
12 ahin❤ ata sundor concept 🖤 morom dibo xokolowe 💌💌💟
১২আহিন khn sai bhut bhut vl lgise ❤🎉bhut kandhilo 😢mor nisina koi kone kone kandhisa like kra 😢❤🎉
সম্পূৰ্ণ এঘন্টা কান্দিছোঁ আৰু নিজক শান্তনা দিছোঁ...... অনুৰোধ এনেকুৱা যাতে কাৰো লগত নহয় 😭😭😭
Umm moi u bohut kandilu o.
😂😂😂
Olp bsi hl nki eghonta😂😂
তিনি বছৰ আগতে মোৰ লগত একেই ঘটনা হৈছিল। সেই সময়ত মই মোৰ নিজৰ জীৱনটোও শেষ কৰিবলৈ ভয় কৰা নাছিলোঁ কিন্তু মা' দেউতাকৰ কথা ভাবি বহুত কষ্ট কৰি নিজকে চম্ভালি ল'বলৈ চেষ্টা কৰিলোঁ। আজিওঁ তাইক অনুভৱ কৰোঁ কিন্তু অনুভূতি বোৰক,ভাল পোৱা বোৰক কাৰো আগত প্ৰকাশ কৰা নাই নিজৰ মাজতে লুকাই ৰাখিছোঁ। আমাৰ ভাল পোৱা বোৰ সফল নহ'লেও মই সদায় ভাল পোৱা বোৰক আজীৱন জীয়াই ৰাখিম 💚। মৰি মৰি আজিওঁ জীঁ আছোঁ কিন্তু দুখীয়াৰ দুখ জানো কোনোবাই বুজে 😢
ৱাঃ কিমান ধুনীয়া হৈছে ❤কি কম আজি ভাষা নাই ইমান বেছি ধুনীয়া হৈছে ।দেখিছোঁ শুনিছোঁ বহু কাহিনী কিন্তু এয়া হইটো বেলেগকৈ অলপ বেলেগ❤ চকু পানী ওলাই গল , ইমান সুন্দৰ কৈ কাহিনী টো অভিনয় ৰ বলত উপস্থাপন কৰিছে ❤ কাহিনী টো থকা কিছুমান সংলাপ,যেন সংলাপ নহয় সঁচা কথা ,এটা এটা কৈ কব গলে শেষ নহব , দেখিছোঁ বহুত কিন্তু ৰ সঁচাই বহুত বেছি ধুনীয়া ❤
লখিমপুৰৰ পৰা কোনে কোনে চাই আছে like এটা কৰি দিয়া ।😅
অপূৰ্ব হৈছে ❤
হৃদয় চুই গ'ল কাহিনী টোৱে 😭🥺
😢😢
এটি বাস্তৱ জীৱনৰ জীয়া কাহিনী। এনেকুৱা ঘটনা আমাৰ সমাজত প্ৰায় ঘটি থাকে। এই কাহিনীটোৰ পৰা আমি বহুত কথা জানিব পাৰিলো। যদি কোনোবা বয়ষীয়াল ব্যক্তিয়ে চাই আছে তেনেহলে অলপ ভাবি-চিন্তি সিদ্ধান্ত লব । টকা - পইচাই সকলো সমস্যাৰ সমাধান নহয়। আমাৰ সমাজত এতিয়াও এনেকুৱা ব্যক্তি আছে যিয়ে টকা -পইচাৰ কাৰণে এনে সিদ্ধান্ত লয় আৰু ছোৱালীজনীৰ সুখ-দুখৰ কথা নাভাবি তাইৰ সুন্দৰ জীৱনটো ধ্বংস কৰে।
Xosake 😢
@@SaniKumarRabha😢
Beyake kandi palu 😭❤️ufff vakhare bujabo nuwara kahini❤️
সঁচাই এক হৃদয় স্পৰ্শ কৰা কাহিনী.... বহুত ধুনীয়া ....শুভেচ্ছা থাকিল।
দূখৰ সময়ত লগ দিয়া বন্ধু জনহে প্ৰকৃত বন্ধু। শুভেচ্ছা থাকিল, আগুৱাই যোৱা🎉🎉
আমাৰ দুখীয়াবোৰৰ এনেকুৱা আধৰোৱা প্ৰেম হয় ।
জীৱন ধ্বংস হয় যায় 😢😢
Yes
বহুত বেছি ভাল হৈছে, Emotions খিনি সুন্দৰকৈ ফুটি উঠিছে। শুভকামনা
ধেমাজি বাসী ...এটা এটা লাইক কৰি যোৱা ❤
হৃদয় চুই যোৱা কাহিনী , সচাকৈ বহুত ভাল লাগিল । সকলোৰে অভিনয় সুন্দৰ হৈছে ।
কান্দিলো বহুত কাহিনীটো হৃদয় চুই গল । সুন্দৰ অভিনয়।🥺🥺🥺❤️
Morigaon r pra kune kune sai asa like kra ❤
🤚
Guwahati pora sai thaka bur a ata like
মঙ্গলদৈৰ পৰা কোনে কোনে চাই আছে এটা এটা like কৰি যাব 🥰♥️
Moi sipajhar girl
Moi mangaldai
Khas sonapurr pra
Moi
@@jahnabibarmankalita1462 hoi
সময় নাই আৰু বন্ধু সকল যদি এইবছৰ পুলিচৰ চাকৰি পাবই লাগিব নহলে ছোৱালী নিদিয়ে আজি কালি দিনত 😢
বহুত বহুত বেছি ধুনীয়া হৈছে 🥺❤️ ।। ইমান দিনে কিয় চোৱা নাছিলোঁ গম নাপাওঁ কিন্তু চোৱাৰ পিছত 3 4 বাৰ চালোঁ।। বহুত বেছি মৰম থাকিল মৰম কাঞ্চনলৈ
কি কম আৰু ভাষা নাই🥺 প্ৰথমৰ পৰা শেষলৈ এবাৰো স্কিপ কৰিব মন ন'গল। শেষৰ সম্পূৰ্ণ এঘণ্টা কন্দিছো🙏🏿 ভগবানে কাৰোঁ লগতেই এনেকুৱা নকৰক। সমাজৰ বাবে বহু সঠিক বাৰ্তা থকা এখন ছুটিছবি 😢 কাঞ্চন আৰু মৰমৰ কথানো কি ক'ম; অভিনয়ত সম্পূৰ্ণ পাকৈত। কোনোফালে অকণো ত্ৰুটি দেখা নাপালোঁ ❤
বৰ্তমান সময়ত ঘটি থকা সঁচা কাহিনী এটা দেখা পালোঁ...কেতিয়া চকু পানী বৈ আহিল নিজে গম নাপালো🥺
সঁচাকৈয়ে বৰ দুখ লগা দেই😔😔 অভিনয় বহুত ভাল হৈছে।। সচাঁ কাহিনী, আমাৰ দৰে দুখীয়া মানুহৰ কাৰনে কষ্ট হয় , ধনী ঘৰৰ ছোৱালী এজনীক আনিবলৈ ❤❤❤ কাৰণ জীৱনটো চলিবলৈ এটা কামৰ প্ৰয়োজন ।।
সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু এটা কথা সঁচা ভাল পোৱা কেতিযাও টকা পইচা নিবিচাৰে বিচাৰে মাথোঁ অলপ মৰম আৰু অলপ ভালপোৱা ❤
সম্পৰ্ক বোৰ কিয় এনেকৈ ভাঙি য়াই .....?ধনী_দুখীয়া, ধুনীয়া _বেয়া _মাজত----মৰম বোৰ সদাই মৰম হৈ থাকিব দিব লাগে ❤🥺
ক'বলৈ ভাষা বিচাৰি পোৱা নাই ,মাথো দুচকুত অশ্রু ।এইখনে এতিয়ালৈ চোৱা চুটি ছবিৰ ভিতৰত স্কিপ নকৰি চোৱা প্ৰথমখন চুটি ছবি।কাহিনী, সংলাপ, অভিনয় কোনোটোৱে কোনোগুণে কম নহয় অসমীয়া ছবিজগতৰ আন আন চিনেমাৰ লগত ।ধন্যবাদ এনে এখন চুটি ছবি আমাৰ মাজত আগবঢ়োৱা বাবে।আগলৈ ও এনেধৰণৰ উপহাৰ দিব বুলি আশা কৰিলো ।
এওঁলোকৰ আগৰ খন চাব আৰু ধুনীয়া
সকলোখিনি ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে।
সঁচাকৈয়ে বহুত ধুনীয়া হৈছে ❤️
Ajir dinot anekua ekhn movie sabole kot pam bru ❤❤❤ such a good movie
বিলাসীতাৰ মোহত প্ৰেমৰ মূল্য একেবাৰে নগন্য। জীৱন জীয়াই থাকিবলৈ টকা লাগে কিন্তু সুখ-শান্তি টকাৰ অধিন নহয়। জীৱনত প্ৰথমবাৰ চকুৰ পানীয়ে মোবাইলটো ছুৱাত বাধা দিলে।এই কহিনিটো বহুতৰে জীৱনৰ লগত মিলি গৈছে বিশেষকৈ লৰাবোৰৰ লগতে বেছি ছোৱালী জনিয়ে কৈ দিব দেহা ভালটো মই তোমাকে পাইছিলো কিন্তু মা দেউতা কথা এৰিব নোৱাৰা।হয় নে নহয়
Kune kune kandila like kora ❤
Bohut bhal lagil❤
Xunkale part 2 lage
বহুত ধুনীয়া হৈছে হৃষিকেশ দা সুন্দৰ অভিনয় হৈছে আৰু লগতে সকলোকে শুভেচ্ছা জনালোঁ 🎉❤ আৰু আগুৱাই যোৱা ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ।
ঢকুৱাখনা পৰা বহুত বহুত মৰম দিলোঁ ❤ সঁচাকৈ কেনেকৈ নো চকু পানি ওলাল গমেই নাপালোঁ 😢😢
❤ সুন্দৰ হৈছে, দৰঙীয়া হিচাপে গৌৰৱান্দিত ❤ বহুত বহুত শুভকামনা সকলোলৈকে 🎉 সঠিক সময়ত এখন ধুনীয়া webb film সমাজলৈ আগবঢ়োৱা বাবে ধন্যবাদ
ছবিগৃহত মুক্তি পাব লগীয়া Web film
Webseries nahoi web film 😂
@@abhilashbordoloi8465 Thank you for pointing out the correction. I appreciate your attention to detail and your support in helping me improve. It means a lot!
100%
ছুটি ছবি খন চাই বহুত ভাল লাগিল আৰু বহুত আবেগিক হৈ পৰিলোঁ এইয়া হৈছে বাস্তব জীৱনৰ এক সঁচা কাহানি শেষত astha porduction সকলো পৰিয়ালৰলৈ মোৰ ফালৰ পৰা ধন্যবাদ ইমান ধুনীয়া এখনি ছুটি ছবি আগবঢ়াবলৈ ❤❤❤
বহুতেই ভাল লাগিল চাই। এইটো এই বুজি পোৱা গল যে আজিৰ দিনত খচা ভাল পোৱাৰ কোনো মূল্য নাই । 🥹
বাস্তৱ জীৱনত প্ৰায়ে ঘটিএক ঘটনা😢 সুন্দৰ উপস্থাপন
চৰকাৰী চাকৰি এটা নহলে সচাঁ ভালপোৱা ও এদিন আনৰ হৈ যায় (12 আহিন)
অসমীয়াৰ মানসিকতা
😑hoi
Right brother xosa khotha same life
সঁচা কথা ❤
৯০ % সঁচা কথা দে
সন্ধিয়া ৬ বজাৰ পৰা অপেক্ষা কৰিছো😊❤বহুত বহুত মৰম team ১২ আহিন তথা মৰম দা😊❤
হৃদয়শ্পৰ্শী । সঁচায় আবেগিক হলো । অভিনয় সকলোৰে শলাগিব লগা । সকলোলৈ শুভেচ্ছা যাচিলো ।
যাক পাব নোৱাৰি তেওঁৰ লগতে সঁচা ভালপোৱা হয় 😢😢😢 । আটাইৰে অভিনয় ধুনীয়া হৈছে
ধুনীয়া লাগিল চাই। সকলোৰে অভিনয় অতি সুন্দৰ হৈছে । আস্থা প্ৰডাকচন আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলোঁ
সঁচাকৈয়ে "১২ আহিন" এখন অতি সুন্দৰ চুটি ছবি। সকলোৰে অভিনয় ইমান সাৱলীল হৈছে যেন বিশ্বাসেই কৰিব পৰা নাই ম'বাইলত চাই আছোঁ নে বাস্তৱত দেখি আছোঁ।❤
This is the best Assamese short film in my eyes at the moment. Everyone is acting so beautifully❤
সচাঁকৈ বহুত বেছি ভাল লাগিল❤️ আকৌ অতি সোনকালে ধুনীয়া এটি কাহিনী চাব পোৱাৰ আশাৰে❤
শুভেচ্ছা জনালো🫶
সুন্দৰ অভিনয়ৰ এক চলন্ত কাহিনী
আপোনালোকলৈ এটা সৰুকৈ অনুৰোধ আমাৰ এই web film খন যিমান পাৰে Share কৰকচোন । আমাৰ কষ্টখিনি সাৰ্থক হৱ ❤🙏🏻 । ধন্যবাদ 🙏🏻✨
Aji sai bohut val lagile 😢😢kebol dukh lage de sun 🥺🥺🥺
শিৱসাগৰৰ পৰা কোন কোন চাইছে।। শিৱসাগৰৰ পৰা মৰম জাচিলো সকলোলৈ
😢
🤘
bohut val lagil short film khon ❤❤❤ bikhista ovinetai. Patta napai ❤❤❤ aguai jua tumaluk
ভাল লাগিল ।।❤অলপ দুখ ও লাগিল।।😢
ভাল পোৱা যত 2 টা মনৰ মিলন হব তেতিয়া হে ভাল পোৱা বেছি সময় লৈ জীয়াই থাকিব । ভাল পোৱাত টকা পইচা ঘৰ গাড়ী এইবিলাক একো এটা ডাঙৰ বস্তু নহয় । জীৱন থাকিলে প্ৰতিটো বস্তু নিজৰ কৰি লব পাৰি । ঠিক তেনেদৰে এডাল গছৰ পুলি তিতিৰা লাগছি সীয়াক যাদি ওঠাই আনি ভাল সাৰ পানী থকাত ৰুই সি এদিন ডাঙৰ হব। যদি গছৰ পুলি টো ডাঙৰ হোৱাৰ পাছত মৰহি যাই সিয়াক যিমান সাৰ পানী দিলে ও সি যি নুঠে 😢
সঁচাকৈয়ে ইমান ধুনীয়া অভিনয় সকলোৰে❤️কি কম চকু পানী ওলাই গ'ল😢😭😭
আমাৰ মিড্ডল ক্লাছ মানুহ বিলাকৰ এইয়াই বস্তব্যতা 😢❤😢
ধুনীয়া লাগিছে video টো ❤❤❤
মোৰ জনীয়ে মাক দেউতাকৰ কথা শুনি সঁচা ভাল পোৱা এৰি গুচি গৈছে 😢কিন্তু তাইৰ অবিহনে কেনেকৈ আছোঁ একমাত্ৰ ভগৱানেহে জানে 😢😢
বহুত বহুত ভাল লাগিল চাই.......
বাস্তব জীবন এক চলি থকা সঁচা ঘটনা😢
বহুত ভাল লাগিছে মভি টো এনেকুৱা লাগিছে। যেনে বাস্তব জীৱনৰ এটা কাহিনী
মনত থাকিব " ১২আহিন'' আমাৰ দুখিয়াবোৰৰ এনেদৰেই প্ৰেম আধৰুৱা হৈ ৰৈ যায় 😢😢। আকৌ মনত থাকিব " ১২ আহিন '' । মই গোৱালপাৰা বাসি ❤❤।
শুভেচ্ছা থাকিল ❤️❤️ সোনকালে 1মিলিয়ন views হওক তাৰে কামনা
মৰম আৰু মৰমৰ মাকৰ অভিনয় ultimate ❤️🔥 বহুত বেছি ধুনীয়া লাগিছে ❤️ আগুৱাই যোৱা তোমালোক ☺️
কাহিনীটো সঁচাই বৰ ধুনীয়া। আগলৈকো এনেকোৱা ধুনীয়া short flim পাম বুলি আশা কৰিলো।