Tumi Je Abhimani - Web Film | Pinkal Pratyush | Diganggana Bora | Javed | Violina | Anamika Films

Поделиться
HTML-код
  • Опубликовано: 12 фев 2022
  • আমাৰ প্ৰতিটো কামতেই আমাক সহায় সহযোগ কৰা আমাৰ পৰিয়ালৰ অতি মৰমৰ সদস্য আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই যোৱা প্ৰয়াত “শিবু গৰাইত’’ ৰ সো৺ৱৰণত আমাৰ এই ছবিখন উৎসৰ্গিত কৰিলো 🙏 ঔম শান্তি🙏
    VIDEO CREDITS ~
    Strarring : Pinkal Pratyush & Diganggana Bora
    Co-starring: Javed Akhtar & Violina Deka
    Story & Concept : Pinkal Pratyush
    Screen-play/Dialogue/Directed by: Kishor Baruah
    Guest Artist: Vidya Rao
    Asst. Director: Thomas Rajkhowa & Lachit
    Make-up Artist: Priyasri, Archana, Juvashni Bora,Haima,Bablu
    Cinematography : Baidurjya Senapoti & Apuraj Gogoi
    DI: Baidurjya Senapoti
    Editing: Pinkal Pratyush & Thomas Rajkhowa (Cineplex Picture)
    Drone: Thomas Rajkhowa & Apuraj Gogoi
    Choreography: Apuraj Gogoi (Morome Morom Bisare)
    Thomas Rajkhowa (Kiman Morom Tumale)
    Supporting Cast : RJ Pallavi, RJ Gaurav,Apuraj Gogoi, Mayur Saikia, Thomas Rajkhowa, Dimi Sonowal, Priyasri, Pranjit Kush,Sailaja Nanda Khanikar,ParagJyoti Dutta
    Produced By : Anamika Films
    Co - Produced By : Sailaja Nanda Khanikar
    Video Studio : Cineplex Pictures
    Gfx: Studio Anamika
    Dubbing Artist: Ragini Kaushik
    AUDIO CREDITS ~
    Song (Morome Morom Bisare)
    Singer: Mizzu Mirzanoor &Aakangkhya Das
    Lyrics: Kishor Baruah & Punam Nath
    Song (Kiman Morom Tumale)
    Singer: Prihan Pradeepta
    Additional Vocal :Namrata Priyam
    Lyrics: Kishor Boruah
    Additional Lyrics: Tapan Sonowal, Pari Borgohain
    Music Director : Pinkal Pratyush
    Audio Studio : Studio Anamika,ghy
    Media & Entertainment Partner ~
    Radio Mirchi (Guwahati)
    Location Partner ~
    Caffeine Park (Rukmini Gaon,Ghy)
    Fortune Convention Center (Sixmile,Vip Road)
    Urban Cottage (Jayanagar)
    Promotional Partner ~
    Reels Axomiya
    Special Thanks
    Rajashree Das, Samar Baruah,Rohit Sharma (Ene Olp G3),Rakesh Reeyan, Apuraj Gogoi,Dhanjit Haloi, Bitumoni, Bitupon
  • КиноКино

Комментарии • 7 тыс.

  • @PinkalPratyush
    @PinkalPratyush  2 года назад +1819

    Thank you for being so supportive, means a lot.
    To keep an eye for my recent updates do follow my Instagram ID - instagram.com/pinkal_pratyush?igshid=73m2h4o0iv0

    • @__w4r.m4chin3__
      @__w4r.m4chin3__ 2 года назад +19

      ❤️📌🌿moja lagise

    • @hiranyaborah547
      @hiranyaborah547 2 года назад +14

      বহুত দুষ লাগিলে 😭😭😭💔💔

    • @barnalidas491
      @barnalidas491 2 года назад +6

      ❤️🥺

    • @voiceassam4134
      @voiceassam4134 2 года назад +3

      ruclips.net/user/shorts0C5HMJK6Msg?feature=share

    • @Zzfact12
      @Zzfact12 2 года назад +10

      Soku pani uliai hai arila bro🤧🤧☹️☹️

  • @AD_Official600
    @AD_Official600 Месяц назад +59

    ২০২৪ ত কোনে কোনে চাইচাগে ❤❤❤

    • @Deepaxom
      @Deepaxom Месяц назад +1

      Traint Sai asu gujrat journey .

    • @AnjuSarkar-gu1rc
      @AnjuSarkar-gu1rc 16 дней назад +1

      Moi dubar koi salu ai movie khon ... First ketia saisu mont nai mr

    • @Lipikasaikia123
      @Lipikasaikia123 13 дней назад

      Moi

  • @NitulDadhara
    @NitulDadhara 2 года назад +1040

    খুব ধুনীয়া হৈছে ❤️
    অসমীয়া ভাষাটো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰা বাবে বেছি ভাল লাগে ❤️❤️

  • @sonmoni5573
    @sonmoni5573 Год назад +65

    প্ৰতিটো শব্দই হৃদয় চুই গল। কবলৈ ভাষা নাই। বহুত বেছি ভাল লাগিল ❤️❤️

  • @diplinashorts
    @diplinashorts 2 года назад +70

    প্ৰেম ৰ কিমান গভীৰতালৈ সোমাই গলে পৃংকল দাৰ দৰে এজনে এখন চুটি কথাছবি, ইমান নিখুঁত অভিনয় কৰিব পাৰে অ???❤️❤️

  • @prastutikalita7924
    @prastutikalita7924 2 года назад +101

    প্ৰেম, ভালপোৱা, বন্ধুত্ব এইবোৰ জীৱনত লাগে ❤️ এইবোৰ অবিহনে জীৱন আধৰুৱা ❤️ বহুত ভাল লাগিল এই কাহিনীটো 😍🥰

  • @eneolopg3560
    @eneolopg3560 2 года назад +439

    Watched it yesterday during the premiere. Loved it❤️. Special appreciation for javed bhai

    • @farhanazsereen7699
      @farhanazsereen7699 2 года назад

      ruclips.net/video/YRAZ8HLWmJg/видео.html

    • @gogoi__18
      @gogoi__18 2 года назад +2

    • @ms.Rao7539
      @ms.Rao7539 2 года назад +4

      Just tumalukor new Video tu sai aitu sabo loisu and bohut vl lagil sai deii🤗❤️ love from nagaon ❤️

    • @sanjibray_arts6845
      @sanjibray_arts6845 2 года назад +3

      G3🔥say eitu sabo loisu😍
      Part3 falisa❣️😂🤗

    • @rana_69_
      @rana_69_ 2 года назад

      De ar

  • @Nur_____376
    @Nur_____376 Год назад +65

    প্ৰেমৰ এক হৃদয়ঙ্গম ছবি 😩❤️
    সঁচাই,ভালপোৱা সকলোৰে জীৱনত নাথাকে🥲 ভালপোৱাজন লগত নাথাকিলে জীৱন অস্থিৰ
    যিমান মানুহ লগত থাকিলেও ভালপোৱা মানুহজন লগত নাথাকিলে চাৰিওফালে মাথো নিসংগতাই আৱৰি থাকে😐😩😭

  • @pranitadeka2032
    @pranitadeka2032 2 года назад +40

    প্রতিটো শব্দই মন চুই গ'ল.. কবলৈ যেন উপযুক্ত শব্দই বিচাৰি পোৱা নাই ❤❤🥺 ... নাপাই হেৰুৱাতকৈ পাই হেৰুৱাৰ বেদনা অধিক কষ্টদায়ক 🥺❤

  • @rjjintu9583
    @rjjintu9583 2 года назад +1780

    কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হল গম এই নাপালোঁ মাঠু মনত ভয় লাগিছে কাৰোবাক হেৰুৱাৰ বেদনাৰ অনুভৱ 🥺🥺🥺

    • @dhrubajyotirajkonwar1046
      @dhrubajyotirajkonwar1046 2 года назад +15

      অতি সুন্দৰ উপস্থাপন।

    • @dhritiman_achurjya
      @dhritiman_achurjya 2 года назад +13

      Xosa koisa tme dada.... Bhut voy lagisil ata muhurtot....

    • @dhritiman_achurjya
      @dhritiman_achurjya 2 года назад +13

      Story Tu anekuwa lagil je... Kijaniba nijor logt a hoi ase..... Bhut bhut bhut vl lagil story Tu sai.... Akha thaki agoli anekuwa aru dhuniya dhuniya story pm buli dada.... God bless you

    • @kamalanchari502
      @kamalanchari502 2 года назад +4

      🥺🥺

    • @jituz3886
      @jituz3886 2 года назад +6

      🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺❤️🥺voi lage

  • @diabarua7188
    @diabarua7188 2 года назад +117

    অন্তত থমকি ৰৈ গলো। সচাঁই ভালপোৱাত অভিমান থাকেই তথাপিও অভিমান ভাঙি জীবনটো সদায় উপভোগ কৰাটোৱেই মনত বহুত সুখ দিয়ে। সুন্দৰ কাহিনী 😔❤

  • @user-uz3yb7np9w
    @user-uz3yb7np9w 3 месяца назад +6

    হৃদয় স্পন্দ চুই যোৱা এটি স্মৃতিময় কাহিনী হয়টো অনুভৱ কৰিব পাৰোঁ
    সিমান দূৰ আগবাঢ়ি যোৱা নাই 🥺❤️

  • @ashimsvlogs7812
    @ashimsvlogs7812 2 года назад +222

    চকুপানী ওলাই গ'ল বুজাব নোৱাৰা অনুভৱ। প্ৰেম ভালপোৱা বন্ধুত্ব এইবোৰ জীৱনত লাগে। এইবোৰ অবিহনে জীৱন আধৰুৱা ❤️

  • @Suuu103
    @Suuu103 2 года назад +69

    সকলো প্ৰেম কাহিনীৰ শেষ কিয় বিচ্ছেদ হয়......💜.... কাহিনীটো সঁচাই বৰ হৃদয় চুই যোৱা

    • @ahmedimrul8140
      @ahmedimrul8140 2 года назад +3

      সঁচা প্ৰেম কাহিনী বোৰ চাগে তেনেকুৱা এ __ মই বুজি পাওঁ যেতিয়া কাৰোবাক হেৰুৱাই তাইক বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ বিচাৰি নাপাওঁ

    • @lbsnaaanirbandeori4971
      @lbsnaaanirbandeori4971 2 года назад

      Hi

    • @manowarhussain7803
      @manowarhussain7803 Месяц назад

      Xosa prremor xex porinoti beessad hoi nki

  • @tinkumonirabha9107
    @tinkumonirabha9107 4 месяца назад +7

    হৃদয় চুই যোৱা কাহিনী চকু পানী ৰখাবো নোৱাৰিলোঁ ❤❤ বহুত বহুত শুভকামনা থাকিল 🙏

  • @rahulakhom7078
    @rahulakhom7078 9 месяцев назад +10

    জীৱনত বহুত love story saisu কিন্তু pinkal দাৰ love story নিচিনা আজি লৈকে নাপালোঁ ধন্যবাদ pinkal দা ইমান ধুনীয়া ধুনীয়া কাহিনী বিলাক আমাৰ মাজলৈ লৈ অনা বাবে❤

  • @vibes.mp404
    @vibes.mp404 2 года назад +510

    অপেক্ষা এটা সৰু শব্দ
    যাৰ সৈতে জড়িত হৈ থাকে
    কিছুমান মানুহৰ বহুত মূল্যবান অনুভূতি আৰু কষ্ট দায়ক মুহূর্ত ❤🥺💔 Love u Pinkal da

  • @jyotismamedhi4277
    @jyotismamedhi4277 Год назад +11

    আৰম্ভ নহওঁতেই এটা কাহিনীৰ সমাপ্ত। তিল তিল কৈ অনুভৱ কৰিছোঁ এই বেদনা।

  • @Assam683
    @Assam683 Год назад +15

    মৰম অৱিহনে জীৱনটোয়ে আধৰুৱা....❤️

  • @manalishadas2421
    @manalishadas2421 2 года назад +60

    শেষত কন্দুৱাই গুচি গলা তুমি আমাক😢😢 কবলৈ ভাষা নাই ইমান বেছি ধুনীয়া লাগিছে কাহিনীটো ❤

  • @deepborah1849
    @deepborah1849 2 года назад +217

    প্ৰেম ,ভালপোৱা ,বন্ধুত্ব এইবোৰ জীৱনত লাগে ❤️
    এইবোৰৰ অবিহনে জীৱন আধৰুৱা 🥰

    • @nihalsharma9547
      @nihalsharma9547 2 года назад +5

      No no no মই মোৰ বন্ধুক কাৰো লগত share কৰিব নোৱাৰো সি অকল মুৰহে 😂😂😂 but seriously মই মোৰ বন্ধু টোক বহুত ভাল পাওঁ 👍👍👍👍

    • @anamikadas2214
      @anamikadas2214 2 года назад +3

      Xsa kotha

  • @mrigankabharali5038
    @mrigankabharali5038 2 года назад +17

    সচাঁই , এটা হৃদয় বিদাৰক কাহিনী । আপোনালোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @papudas9400
    @papudas9400 2 года назад +5

    এক মিঠা মিঠা প্ৰেম ভাল পোৱাৰ শিহৰণ দি গল🥰❣️
    চকু পানী কেতিয়া নিগৰি গল গমেই নাপালোঁ ,ভেদিওটু চাই বৰ ভাল পালো❣️
    Love from গুৱাহাটী❣️

  • @nikitatalukdar4921
    @nikitatalukdar4921 2 года назад +36

    আপোনজনৰ অভিমান ভাঙিও এক বুজাব নোৱাৰা সুখ পায়। যাক কোনো শব্দৰে প্রকাশ কৰিব নোৱাৰি ৷ ভালপোৱাৰ কোনো ৰং নাথাকে, থাকে মাথো এক বুজাব নোৱাৰা অনুভূতি ৷♥️🥀

  • @pallabkonwar1357
    @pallabkonwar1357 2 года назад +26

    ব্যতিক্ৰম😍.... সচাঁকৈ জীৱনৰ নিসংগতাবোৰেই প্ৰকৃত আপোন.. য'ত নাথাকে কাৰোবাক হেৰুৱাৰ ভয়-বেদনা.. নাথাকে লাঞ্ছিত হোৱাৰ বিষাদ অনুভুতিবোৰ😔

  • @utpalkalitautpalkalita1486
    @utpalkalitautpalkalita1486 Год назад +14

    ইমান ভাল লগিছে কি কম আৰ ভাষা নাই কবা আৰু এনেকুৱা story পাই থাকিব বুলি আশা কৰিছোঁ❤️😘😘😘

  • @user-vp9vf1mo2k
    @user-vp9vf1mo2k 12 дней назад +1

    ইমান ধুনীয়া অভিনয় কৰিছা সকলোৱে❤❤

  • @Namib-Creations
    @Namib-Creations 2 года назад +53

    নিসংগতাৰো এক সুকীয়া মাদকতা আছে -This lines ❤💙

  • @jyotishmoisaikia9288
    @jyotishmoisaikia9288 2 года назад +35

    Heart touching 🥺 pinkal da ❤️🥺 কন্দুৱাই দিলা সঁচাকৈ। "নিসংগতাবোৰ মোৰো প্ৰিয়" 🥺বাস্তবতাৰ লগত সংগতি থকা এটা সুকীয়া কাহিনী🙂

  • @DipikaBorah-gu1dm
    @DipikaBorah-gu1dm 7 месяцев назад +6

    সঁচাকৈ প্ৰেম ভাঁল পোৱা সকলোৰে কপালত নাথাকে যিমান ভাঁল পালেওঁ ধৰি ৰাখিব নোৱাৰে যদি ভগবানে লিখা জন যদি নহয়!💔💔💔😌😌😢👌👌👍👍👍

  • @sewalibhuyan1162
    @sewalibhuyan1162 2 года назад +4

    সচাকৈয়ে সম্পৰ্ক এটা আবেগ যাক মনৰ পৰা ভালপোৱা হয় তেওঁৰ অবিহনে জীয়াই থকাটো অসম্ভৱ,য'ত বেছি ভালপোৱা থাকে তাত খং ,অভিমান,আবেগ আৰু আপোনজনক হেৰুৱাৰ ভয় সদায় থাকে।

  • @MAHIIII_007
    @MAHIIII_007 2 года назад +99

    বহুত সময়ৰ পৰা অপেক্ষা কৰি আছিলো চাবলৈ। Finally চাব পালো বহুত ভাল লাগিল🥰😍।ধেমাজিৰ পৰা সকলোলৈ মৰম যাছিলো।।

  • @jitusvlog9806
    @jitusvlog9806 2 года назад +40

    সচাকৈ শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এটা কাহিনী ,হৃদয় চুই গৈছে। অতি সুন্দৰ অভিনয়। ❤😭

  • @dulumonisaikia8701
    @dulumonisaikia8701 2 года назад +4

    ইমান এটা মধুৰ প্ৰেমকাহিনী উপহাৰ দিয়াৰ বাবে অলেখ আন্তৰিক ধন্যবাদ

  • @babusaikia7886
    @babusaikia7886 Год назад +3

    বহুত বহুত বহুত সুন্দৰ বহুত কান্দিলো শেষ হোৱাৰ গমেই নাপালোঁ আৰু অলপ দীঘল হোৱা হলে ♥️♥️♥️ সুন্দৰ লাভ story

  • @ahom_prince01
    @ahom_prince01 2 года назад +74

    সচাঁকৈ হৃদয় চুই গ'ল, অলপ হাহিঁ অলপ কান্দোন , এটা বুজাব নোৱাৰা কাৰোবাৰ হেৰুৱাৰ অনুভৱ 😭 ,

  • @karobimoran2664
    @karobimoran2664 2 года назад +138

    বহুত বেছি ভাল লাগিল ❣️ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি... নেকান্দি নোৱাৰিলোঁ 😭 কাহিনীটো যেন মোৰ লগত মিলি পৰিছে প্ৰেম -ভালপোৱা , বিয়া সকলোৱে ভাগ্যত নাথাকে আৰু যাৰ থাকে সি সুভাগ্য কিমান কষ্ট হয় আপোন জনক হেৰুৱাৰ বেদনা সহিবলৈ 😭😭😭😭

    • @ahmedimrul8140
      @ahmedimrul8140 2 года назад +8

      আপোন জনক হেৰুৱা ৰ কষ্ট কেৱল মই হে বুজি পাওঁ সকলো থকীও সচাকৈ একো এ নাই * তাইৰ লগত বহুত সুখী আছিলোঁ ,এতিয়া তাই মোক এৰি বহু দূৰ পালেগৈ বিচাৰিলেও নাপাও

    • @tulikasaikia1438
      @tulikasaikia1438 Год назад

      Same feelings..

  • @assamvlogs9209
    @assamvlogs9209 2 года назад +8

    ভাল লাগিল পিংকল দা হিদয় চুই যোৱা এটা কাহিনী😥😥😥😥😭😭

  • @priyankagogoi1413
    @priyankagogoi1413 5 дней назад

    কান্দি গলো ইমান ধুনীয়া লাগিল ___ বিশেষকৈ পিংকল দাৰ acting 😢❤
    আৰু লাগে আমাক এনেকুৱা কাহিনী

  • @theannayasworld5895
    @theannayasworld5895 2 года назад +81

    সঁচাকৈ ভাল পোৱা মানুহ জন লগত থাকিলে life টো বহুত easy যেন অনুভৱ হয়❤️।

  • @voiceassam4134
    @voiceassam4134 2 года назад +452

    বহুত বহুত সুভকামনা তোমাৰ লগতে তোমাৰ টিম টোলৈ , এনে দৰে সকলোৰে মনোৰঞ্জনৰ বাবে আগ বঢ়াই যোৱা নতুন নতুন কাহিনী 💕💕 পুনৰ বাৰ শুভ কামনা থাকিল ❤️

    • @voiceassam4134
      @voiceassam4134 2 года назад +6

      চকুলো বোৰে বুজিবই নোখোজে তোমাৰ অভিমান বোৰ 🥺 ,
      তুমি সঁচাই বৰ অভিমানি

    • @farhanazsereen7699
      @farhanazsereen7699 2 года назад +4

      ruclips.net/video/YRAZ8HLWmJg/видео.html

    • @pankhisaikia2938
      @pankhisaikia2938 2 года назад +2

      @@voiceassam4134 thik kotha

    • @axombhaity7024
      @axombhaity7024 2 года назад

      ruclips.net/video/9VcLd__pFeI/видео.html

    • @_ttfccc_
      @_ttfccc_ 2 года назад

      ruclips.net/video/CCMhtBEhXes/видео.html fj

  • @kingkohli4856
    @kingkohli4856 Год назад +3

    বহুত ভাল লাগিল hosake aru pinkal দা আৰু Diganggana বা প্ৰিয় আৰু এনেকুৱা video পাই থাকিম বুলি আশা ৰাখিলোঁ।
    অতিতৰ বেয়া দিনবোৰ এজাক ধুমূহা বুলি ভাবিব লাগে।❣️❣️

  • @user-bf5cd8ck1m
    @user-bf5cd8ck1m 11 месяцев назад +5

    কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হল গমকে নাপালে❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @jintupegu447
    @jintupegu447 2 года назад +74

    আপোনাৰ স্মৃতি বোৰ সদায় জীয়াই থাকক দাদা তাকে কামনা কৰিলোঁ ,💚💚

  • @rakeshaxom3.o565
    @rakeshaxom3.o565 2 года назад +209

    প্ৰেম, ভালপোৱাৰ অবিহনে জীৱনটো সঁচাকৈ আধৰুৱা । যাক ভালপাওঁ সেইজনেই যদি লগত নাথাকে তেন্তে জীৱনটোত সুখ বুলিবলে জানো কিবা আছে ! নাই । মাত্ৰ দিনবোৰ, সময়বোৰ পাৰ হ'ব । 😊
    অভিনয় আৰু কাহিনী ধুনীয়া হৈছে ❤️🤗

  • @KoushikDeka-zr1fw
    @KoushikDeka-zr1fw День назад +1

    ❤❤val lagil sai 🥺

  • @munmihazarika982
    @munmihazarika982 2 года назад +182

    চকুপানী উলিয়াই হে এৰিলে তোমাৰ অভিমানে , বহুত বহুত শুভেচ্ছা আৰু আগুৱাই যোৱা😊😊

    • @PujaDas-cz4lf
      @PujaDas-cz4lf 2 года назад +1

      সচাঁকে video tu চাই চকুপানী ওলাই আহিল

    • @mahindridas1311
      @mahindridas1311 2 года назад

      Love means sex not tears

  • @koumarjya6351
    @koumarjya6351 2 года назад +48

    দাদা ইমান ধুনীয়া ষ্টোৰী হৃদয়খন কন্দুয়াইথৈ গল । ইমান ধুনীয়া অভিনয় , তুমি যেন অভিমানী।❤️

  • @Rkvideo56560
    @Rkvideo56560 Месяц назад +1

    Axomiya vakha bur anekoi jiyai rakhibo lagibo ❤❤❤❤❤...dhuniya hoise ..best of luck 🤞

    • @Rkvideo56560
      @Rkvideo56560 Месяц назад +1

      Dada aru ketiya ahibo short film 🙂

  • @bibikontayung6965
    @bibikontayung6965 5 дней назад

    Video টো লগতে acting বোৰ বহুত ভাল লাগিছে very nice

  • @kuldipdeka8438
    @kuldipdeka8438 2 года назад +26

    কবলৈ ভাষা নাই....
    হৃদয়ৰ ক'ৰবাত চুই গ'ল .... অৱশেষত সকলোকে কন্দুৱাই গলা.....অতি সোনকালেই নতুন video পাম বুলি অপেক্ষাত আছোঁ।

  • @sonowalentertainment4587
    @sonowalentertainment4587 2 года назад +25

    "বাস্তৱ নাথাকিলে সপোনৰ ৰং কেতিয়াও ধুনীয়া হব নোৱাৰে"---বাক্যশাৰীয়ে মনত বৰ সুন্দৰকৈ চাপ এটি পেলাই থৈ গল ।
    Love you pinkal da °ganganaa ba
    Love from Dibrugarh ❤️

  • @bkrOfficialmusic
    @bkrOfficialmusic Год назад +5

    মনৰ নিসংগতাৰ মাজেৰে বৈ যোৱা এই অনুভূতি , বাস্তববোৰ সঁচাকৈ বোৰ নিষ্ঠুৰ , সেইবাবে কল্পনা মোৰ বাৱে বোৰ আপোন 🥰,,,,। বহুত ভাল লাগিলে সঁচাকৈ __ চকুলো বৈ আহিলে😔

  • @indiacricket6572
    @indiacricket6572 2 года назад +53

    হৃদয় চুই যোৱা কাহিনী ,,,চকু পানী ওলাই গ'ল ,,,শুভকামনা থাকিল দাদা ❤️

  • @tiklikashyap6776
    @tiklikashyap6776 2 года назад +17

    গোটেই জীৱন টোত সঁচা ভালপোৱাৰ অনুভৱ কি ভালদৰে বুজাই দিলে । শব্দৰে প্ৰকাশ কৰিব নোৱাৰি 😭 হৃদয় চুই গ'ল 🥺
    বাস্তব নাথাকিলে সপোনৰ ৰং ধুনীয়া হ'ব নোৱাৰে 🌺🥺😭🍁🥀

  • @dimpullaskar6135
    @dimpullaskar6135 4 месяца назад +2

    Iman dhuniya avinoi korise sai bor Val lagil❤

  • @surabhiborah9944
    @surabhiborah9944 Год назад +19

    প্ৰম , ভালপোৱা ,বন্ধুতৰ বাহিৰে জীৱনটো বৰ অকলশৰীয়া 😢😢😢

    • @bitusaud
      @bitusaud 3 месяца назад

      থিকে কৈছা তুমি

  • @ayangpayeng366
    @ayangpayeng366 2 года назад +12

    হৃদয় বিদাৰক এটি হিয়া ভৰা কৰুণ প্ৰেম কাহিনীৰে আকৌ এবাৰ কন্দোৱাই থৈ গুচি গ'লা..!! বহুত বেছি ভাল লাগিল❤️❤️❤️❤️❤️❤️

  • @satyenhazarika2914
    @satyenhazarika2914 2 года назад +39

    কি ক’ম ক’ব’ পৰা নাই , কাহিনীটোৱে অন্তৰখন চুই গ’ল ।শুভেচ্ছা থাকিল আপোনালোকলৈ

  • @pranjalpratim5615
    @pranjalpratim5615 2 года назад +8

    গাড়ী চলাই থাকোঁতে Phone ত কথা পাতি চলাব নালাগে, এটা সুন্দৰ মেচেজ হব পাৰে.... প্ৰেম এটা সুন্দৰ অনুভূতি সঁচা কিন্তু সেই প্ৰেম নিজক ধংস কৰি নহয়।। তাৰ বাহিৰেও তোমাক লৈ সাপোন দেখা মানুহ তোমালৈ ৰৈ থাকে।। মোৰ মতে যিটো দিথকত নাই সেই কল্পনাত ও থাকিব নালাগে ।। ভগৱানে দিয়া সুন্দৰ জীৱনটোয়ে যথেষ্ট ।। কেতিয়াবা মন বেয়া লাগিলে বেলেগে বিপদত পৰিলে যিমান পৰা সহায়ৰ হাত আগবঢ়াই দিবা দেখিবা মনটো কিমান পাতল হয় ।। পিংকল দাৰ ষ্টোৰি চালে প্ৰেমত পৰিব মন যায় কিন্তু ছোৱালীয়ে নাপাওঁ নহয় 😀😀

  • @kushalsonowal6056
    @kushalsonowal6056 Год назад +17

    সঁচা ভাল পোৱা পাবলৈ বহুত কঠিন 😒😔

  • @axomghilapitha7703
    @axomghilapitha7703 2 года назад +53

    বাস্তৱ নাথাকিলে সপোনৰ ৰং কেতিয়াও ধুনীয়া হ'ব নোৱাৰে প্ৰণামি 💯🥺।।

  • @Simanta_saikia
    @Simanta_saikia 2 года назад +12

    *অসমীয়া বুলি কলে ভাষা চিত্র সকলো অসমীয়া হব লাগে। যিটো বিদুৰভাই আৰু এই খনত দেখা পাইছো* 🥰🥰🥰🥰🥰🥰🥰😌😌😌😌😌😌😌

  • @jyotish_vlog
    @jyotish_vlog 2 года назад +3

    বহুত দুখ লাগিল যে এইটো চাই মোৰ জীবন তুৱেই পাৰ হৈ গল god bless you 😘 dada

  • @user-hz6wc4xo3u
    @user-hz6wc4xo3u 2 месяца назад +2

    Shasay sai bht bya lagil sasa val powabor5 anekuwa hy neki 😭😭😭❤❤

  • @rijumonisaikia1422
    @rijumonisaikia1422 2 года назад +22

    উফ্ 6 pm পৰা অপেক্ষা কৰি কৰি অবশেষত পালোঁ চাবলৈ 🥺❤️✨

  • @sudakshinagogoi5653
    @sudakshinagogoi5653 2 года назад +27

    Woow ♥️ প্ৰকাশ কৰিবলৈ শব্দবোৰো যেন হেৰাই গৈছে .... গোটেইখিনিয়ে সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে......
    Everything about this story is just beautiful And every single second is performed so ravishingly....❤️
    Best wishes...

  • @Pranjithboruah9732
    @Pranjithboruah9732 Год назад +3

    দ্বিতীয় বাৰলৈ চাইছোঁ আকৌ, ভালপোৱাৰ অন্য এক নাম তুমি যে অভিমানী

  • @Krishna-pk6qx
    @Krishna-pk6qx 8 месяцев назад +2

    Soku Pani Ulai Goul Bht dux Lgile 😢🥺❤

  • @Jahnvi03
    @Jahnvi03 2 года назад +42

    ইমান ধুনীয়া,কাহিনী,শব্দৰ প্ৰয়োগ,গান সকলো ❤️😭কন্দুৱাই দিলা!

  • @d_nath_official7097
    @d_nath_official7097 2 года назад +39

    অপেক্ষা কৰি কৰি আজি ভিদিঅ টো পাই হৃদয় খনে মোৰ শান্তি পাইছে❣❣❣❣i love you❣pinkal daa💞🥰বহুত বহুত ভাল লাগিল চাই ❣❣❣😍কিন্ত চকুৰ পানী ওলাই পৰিল 😒☹এনেকুৱা লাগিছে ভিদিঅ টো বাৰে বাৰে যেন চাই থাকো । আৰু next এনেকুৱা কাহিনীৰ অপেক্ষাত থাকিম ।

    • @pinkinath6320
      @pinkinath6320 2 года назад +2

      Beya lagise bahut😭😭

    • @_ttfccc_
      @_ttfccc_ 2 года назад

      ruclips.net/video/CCMhtBEhXes/видео.html dj

  • @manujnarah6360
    @manujnarah6360 9 месяцев назад +4

    🎉❤mojja

  • @arjuislam452
    @arjuislam452 Год назад +2

    আবেগ অনুভূতিৰ মাজত মৰমবোৰ জীয়াই থাকে কিন্তু আমাৰ বুজি পাওঁতে লাগে সময়, বাস্তৱ জীৱনৰ সচাই এখন ধুনীয়া ছবি। কান্দি দিলোঁ চাই 😭 ❤️❤️❤️❤️@pinkal pratyush

  • @chayahun2020
    @chayahun2020 2 года назад +22

    সঁচাকৈ একেবাৰে হৃদয় চুই গল😊❤️_শেষৰ খিনি চাই চকুপানী ৰবই নোৱাৰিলে_😌____আপুনি আৰু বহুত আগুৱাই যাওঁক Pinkal daa তাৰেই কামনা কৰিছো_🤗🤗__

  • @songeetadehingia9977
    @songeetadehingia9977 2 года назад +11

    Ufff ❤️শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম বহুত ভাল লাগিলে❤️❤️ সদায় প্ৰিয় তোমাৰ কাহিনীবোৰ ❤️ তোমাৰ অনুভৱৰ কাহিনী বোৰ মাজত কেতিয়াবা নিজকে বিচাৰি পাওঁ... বাকী তুমি দাদা সদায় প্ৰিয় আৰু তোমাৰ কাহিনী ❤️❤️..

  • @KenzoTalk
    @KenzoTalk 2 года назад +2

    কি কম আৰু কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে।❣️
    আৰু এনেকৈ চাবলৈ পাই থাকিম বুলি আশা কৰিলোঁ।❣️

  • @nirbanhaloi3334
    @nirbanhaloi3334 2 года назад +2

    কাহিনীটো খুব সুন্দৰ। ভাল লাগিল চাই। এনেদৰে আগলৈ যেন হৃদয় চুই যোৱা কাহিনীবোৰ যেন চাবলৈ পাম তাকে আশা কৰিলোঁ আৰু তোমালোকৰ টিম তোক ধন্যবাদ জনালোঁ। এনেকুৱা এটা সুন্দৰ কাহিনী আমাৰ মাজত উপস্থাপন কৰা বাবে।❤️❤️❤️

  • @abdur05
    @abdur05 2 года назад +36

    কবলৈ ভাষা নাই,,,,,,,😔😔😔
    হৃদয়ৰ কৰবাত চুই গল 😞😣🥴💖

  • @dipanwitadas-tq4ip
    @dipanwitadas-tq4ip 2 года назад +28

    কাহিনী কিবা নিজৰ লগত মিলাই গৈছে নাজানো কিয় এটা অদ্ভুত বেদনাই বৰকৈ খুণ্ডিয়াইছে 🥺 বহুত ভাল লাগিছে story টো চাই চকু পানী এ এখন নোৱালিৰো 🥺

  • @snehavlog2279
    @snehavlog2279 10 месяцев назад +3

    কাহিনীটো সচাই বহুত ভাল লাগিল❤

  • @darshanasarmah406
    @darshanasarmah406 29 дней назад

    হৃদয় চুই গ'ল কাহিনীটোৱে...!!❤

  • @jitnarayankonwar230
    @jitnarayankonwar230 2 года назад +21

    হৃদয় চুই গ'ল কাহিনীটোৱে..!! এই কাহিনীটোত ভালপোৱাত থকা মান-অভিমানবোৰ খুব সুন্দৰকৈ উপভোগ কৰিবলৈ পাইছো..😊| সঁচাই ধুনীয়া কাহিনী.. কান্দি ল'লো চাই..🌼.. আগলৈ ও এনেকুৱা কাহিনী আমাৰ বাবে আগবঢ়াই যাবা..✨ শুভেচ্ছা জনালো তোমালোকৰ টিমটোলৈ.. 👍❣️

  • @ishitasarma4389
    @ishitasarma4389 2 года назад +22

    সচাঁকৈ তুমি বৰ অভিমানী 🥺 বহুত ভাল লাগিল শুভকামনা জনালোঁ আৰু আগুৱাই যাওঁক ❤

  • @nazim7483
    @nazim7483 10 месяцев назад +1

    Aibar loi 12bar hl atiyar pora jiman baray sam eta eta comment ari thoi jam pinkal da❤

  • @shikhabarman2788
    @shikhabarman2788 Год назад +2

    আপোনাৰ voice আৰু চকু যুৰিৰ দিৱানা হৈ গলোঁ। আজি প্ৰথম চালো আপোনাৰ ভিদিও। যথেষ্ট ভাল লাগিল যি কেইটা চালো। Love from nalbari ❤️

  • @ritshabarman1702
    @ritshabarman1702 2 года назад +92

    হৃদয় চুই যোৱা এটি কাহিনী। Thank you Pinkal da for bringing up such an amazing story... Absolutely loved it! ❤️❤️ Best wishes to Team Tumi Je Abhimani 😊❤️

  • @Borada7637
    @Borada7637 2 года назад +16

    এবছৰ দিনৰ অপেখ্যাৰ পিছতো কন্দোৱাই হে এৰিলা প্ৰিংকল দা 😰😭
    যি কি নহওক বহুত বেছি ভাল লাগিল ভৱাতকৈ !কাহিনিটো প্ৰায়ে মিলিছে মোৰ লগত !

    • @Namib-Creations
      @Namib-Creations 2 года назад +1

      storyline nijoke bisari paisu bro 😢

  • @nanoksiksavlogs2542
    @nanoksiksavlogs2542 2 года назад +1

    This video makes me cry... salute to this story writer...Brings more heart touching love stories movie ❤️❤️❤️❤️..Lots of love

  • @babatudip5126
    @babatudip5126 2 года назад +1

    বহুত ভাল লাগিল... সঁচাই বৰ ভাল কাম কৰিছে আপোনালোকে... The last scene is unbelievably too good...

  • @Priyankapatgiridrdz
    @Priyankapatgiridrdz 2 года назад +5

    প্ৰেম , ভালপোৱাৰ অবিহনে জীৱনটো সঁচাকৈ আধৰুৱা । যাক ইমান ভাল পাওঁ সেই মানুহ জন লগত থাকিলে সঁচাকৈ বহুত ভাল লাগে নাজানো কীও ইমান ভাল লাগে তথাপিও কেতিয়াবা বহুত ভয় লগে তাক হেৰুয়াৰ 🥺 । লগতে আশা কৰোঁ আগলৈকে ধুনীয়া ধুনীয়া ভিদিও দিয়া থাকিব তাতে শুভ কামনা থাকিল pinkal dada ।

  • @jyotishdeka3410
    @jyotishdeka3410 2 года назад +4

    Ufff🔥😚 কেনেকৈ কওঁ কবলৈ ভাষা নাই ইমান ধুনীয়া ইমান মৰম লগা কৈ এই shrt movie খন বনাইছে বহুত বহুত বেছি ভাল লাগিছে বিশেষ কৈ prinkle দাৰ মাতটো বহুত মৰম লগা❤️বহুত বহুত শুভ কামনা থাকিল আপোনাক আৰু আপোনাৰ টিম তুলৈ 💞❤️🙌

  • @chinmoyeerajbongshi2003
    @chinmoyeerajbongshi2003 2 года назад +2

    মন চুই যায় 💝
    আজিৰে তিনিবাৰ চোৱা গল

  • @sunilsintu3846
    @sunilsintu3846 11 месяцев назад +2

    Xosai bhut vl lgile sai 🥺🥺🥺

  • @rashmigogoi6238
    @rashmigogoi6238 2 года назад +27

    অপেক্ষাৰ অন্তত🥺❤️ বহুত বেছি ভাল লাগিছে।🥰🥰

  • @Assam375
    @Assam375 2 года назад +12

    ওফ কাহিনীটোৱে হৃদয় চুই গ'ল নিসংগতাবোৰক আকোৱালি ললে জীৱনটো ধূসৰ যেন লাগে আৰু ভাল লগাবোৰক চুই চালে জীৱনটো নতুন যেন লাগে💙

  • @sauravkonwar5959
    @sauravkonwar5959 Год назад

    Uffffff....hubo a nuarilu o ❤️asorit asorittt asorittt..imn hundor kahini ❤️

  • @shibarabha6629
    @shibarabha6629 2 года назад

    ইমানেই ভাল লাগিলে, কবলৈ ভাষাই নায়। সুন্দৰ কাহিনী, সুন্দৰ অভিনয়, হিয়া চুই গৈছে ❤️❤️❤️ আৰু আগলৈ আগবাঢ়ি যোৱা, ভাল ভাল কামকামবোৰ কৰি যোৱা, সকলোৱে যেম আঁকোৱালি লয় তাৰে কামনা কৰিছোঁ ।

  • @manashaxomvlogs2928
    @manashaxomvlogs2928 2 года назад +27

    শব্দ নাই কিমান ভাল লাগিল কবলৈ মোৰ ওচৰত ♥️ সচাকৈ কেতিয়া কি হৈ যায় ধৰিৱ নোৱাৰি🦋 সকলো দাদা বাইদেউ শুভেচ্ছা জনালোঁ ইমান মৰম আৰু আবেগৰ চুটি ছৱি আমাৰ মাজত প্ৰকাশ কৰা বাবে ♥️🦋

  • @thewarrior9050
    @thewarrior9050 2 года назад +112

    বহুত ভাল লাগিল ❤️ কিছুমান পুৰণি স্মৃতি চকুৰ আগত ভাঁহি পৰিল❤️❤️ তুমি যেন অভিমানি ❤️ তেওঁ যেন অভিমানি❤️

  • @bijoydehingia3055
    @bijoydehingia3055 8 месяцев назад +1

    খুব সুন্দৰ ❤❤ ভাল লাগিল।মন চুই গ'ল