যুৱকজনক চিনি পায় বৰ্ষাৰাণী বিষয়াকে ধৰি বহু অভিনেত্ৰীয়ে | muga cloth production
HTML-код
- Опубликовано: 12 сен 2024
- যুৱকজনক চিনি পায় বৰ্ষাৰাণী বিষয়াকে ধৰি বহু অভিনেত্ৰীয়ে muga cloth production
এজন যুৱকৰ ঠিকনা বিচাৰি গাঁৱৰ মাজে মাজে যাত্ৰা উপাৰ্জনৰ
যুৱকজনক চিনি পায় বৰ্ষাৰাণী বিষয়াকে ধৰি বহু অভিনেত্ৰীয়ে ৷ চিনি পাই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পত্নী ডলী গগৈ আৰু তেওঁৰ বোৱাৰীয়েকে ৷
কি্ন্তু এখন জকাই চুকীয়া গাঁৱৰ বিজয় চুতীয়া নামৰ এই যুৱকজন ইমান বিখ্যাৎ কিয় ?
হয় ৷ মুগা মেখেলা চাদৰ উৎপাদনৰ বাবে অসমৰ বহু হাইপ্ৰফাইল লোকে চিনি পায় বিজয় চুটীয়াক ৷
ঢকুৱাখনা মদাৰগুৰি গাঁৱৰ বিজয় চুটীয়াই এই সৰু ইণ্ডাষ্ট্ৰীটোৰ জৰিয়তে প্ৰতি মাহত ১ লাখ টকাৰ কাপোৰ বিক্ৰী কৰে ৷
মাত্ৰ তিনিখল শালৰ জৰিয়তে প্ৰতি মাহত পাঁচ যোৰকৈ মুগা চাদৰ মেখেলা বৈ উলিওৱা উপৰা গামোচা এৰি চাদৰ নুনী কাপোৰকে ধৰি বহু কাপোৰ উৎপাদন কৰে ৷
কম বয়সতে এগৰাকী প্ৰখ্যাত শিপিনীত পৰিনত হোৱা বিজয় চুটীয়াৰ লগত কথা পাতো আহক :
uparjan.in
কথা খিনি খুব খোলা খুলি কৈ কৈছে,,, ভাল লাগিল।
বিজয় চুতীয়াৰ একাগ্ৰতা আৰু কৰ্মস্পৃহা ই মুগা উদ্যোগ এখোজ আগুৱাই লৈ যাবলৈ সক্ষম হব বুলি আমাৰ বিশ্বাস।আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
অসমৰ গৌৰৱ। আগোৱাই যোৱা। শুভেচ্ছা থাকিল।
You are one of the few who carry the true identity and tradition of Assam.
Great work.....Dada... 👍👍👍👍👍...,....aibilak manuhok Govt. ye uthakh dibo lage....tetiahe amar traditional bostro bilak jiyai thakibo....
উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
তোমাৰ কৰ্মস্পৃহা তথা সৰলতা দেখি আপ্লুত হৈ গলো । তুমি আগলৈ বহুত উন্নতি কৰিব পাৰিবা মোৰ বিশ্বাস আছে ।
বহুত ভাল লাগিছে ।সুন্দৰ । আগুৱাই যোৱা ।
ময়ো তাঁত বওঁ বিজয় চুতিয়া কথাবোৰ শুনি ভাল লাগিল
যোগাযোগ ৰ কোনো সুবিধা কৰি নিদিলে।বাকী তেওঁ আগুৱাই যাওঁক।
Khub sohoj- horol lora, tumi aaguwai juwa, bohu uporoloi,
কাপোৰ বোৰ বৰ ভাল লাগিল। তেওঁৰ ভবিষ্যত্ উজ্জ্বল কামনা কৰিলো।
দাদা আপোনাৰ কথা বোৰ শুনি চকু পানি ওলাই গল god bless you
সুন্দৰ পদক্ষেপ 👍👍👍👍👍
Val lagil... Enebur news bonabo lage... Ata positive way bisari puwa Jai..
বৰ ভাল লাগিল
বৰ ভাল লাগিল,অসমীয়া লৰা,আগবাঢ়ি যাওঁক,অন্তৰ খুলি কথাবোৰ কৈছে,চেষ্টা কৰিলে জীৱনত সফল হবই।তেওৰ ফোন নং টো দিলে বৰ ভাল হলহেতেন।।
বহুত ভাল লাগিল।
সুন্দৰ । আৰু আগবাঢ়ি যাওক।
Sposto bhakhi, dhoinyobaad👍
Bhut bhut hundar kotha koise.agbahi jowa.god bless you
Khub bhaal laagil. May God bless u
Waw mojjjjjjjaaaaaa hoise bhai
আৰু আগবাঢ়ি যোৱা
Nice work done
অতি সুন্দৰ
ভাল লাগিল
আপোনাৰ সৰলতাৰ বাবেই আপুনি বহুত আগ বাঢ়ি যাব পাৰিব
সুন্দৰ।
Great work brother 🙏🏻🙏🏻🙏🏻
Quality ত compromise নকৰিব। দেখিব মানুহে আপোনাৰ কাপোৰ বিচাৰি হাবাথুৰি খাব।
Agoloi jate ru aguwai jai,God bless you 🙏
Bohot bhal lagil 👍👍👍
Bahut vaal lagise vijay daa
Great work... love 💕 from Darjeeling ❤️❤️
Horu horu kei... Dangor hoi..... 👍👍
Encouraging efforts
ভাল লাগে বহুত❤️❤️❤️
our local hero .go ahead
তোমাৰ সফলতা কামনা কৰিলোঁ
Bohut val dai dada
Contact number টো দিব লাগিছিল।এওলোকৰ কাপোৰ নি বহুতে designer নাম লৈ আছে।আচল কষ্ট এওলোকেহে কৰে
Val lagil 👌👌👌
Best wishes... Keep shining bro❤️
Great dada 🙏🙏🙏
Thanks Bijoy Sutiya 🙏🙏🙏🙏
Great work..nice bro..
তোমাৰ সফলতা কামনা কৰঈলো
Our local boy ... carry on bro🙏🙏👍
🙏👍Great work
Val lagil..
Val lagil
Xundar
Val. Lagil. Aru. Aguai. Jauk. Tarei. Kamona. Korilu.
Woow realy nice👍👍👍👍👍
Good job dada
Vl lgl
Hundor
❤️
Val lgse dada
Thanks to Uparzon
Dada tumi🔥🔥🔥
বেলেগক দেখিলে মোৰ মন যায় কিন্তু কি কৰিব এই বোৰ শুনিবলৈহে ভাল
Very nice👍
bor xundor
Bor vl lagil tumar karma dekhi 🙏🙏🙏
Moja bro
Congratulations🎉🎉
Gobindopur goi ahisu.
Val jega .
Gobindopur thekeraguri.
Bhl kam, lgi thaka dada
Very nice
Val lagise kapur bur
Dada jonor katha khini vl lgil
ভাল লাগিছে।ফ'ন নাম্বাৰটো পালে ভাল আছিল
Muga cocon r kapor jor bhal lagil.color Badami sale koribo neki
Bhal lagil ..moy kotha patib bisaru fone no tu dibosun please ..
তেখেতৰ ফোন নংটো দিয়কচোন৷
Sundar
Great work
nice😍😍😍
ঠিকনা কৰ
ঠিকনা তো। কৰ। জনাবচোন। মোবাইল । নাম্বার। দিব
Vallagil dei
Apuni description t contact no nidie kio apuni content paise taur pora apuniu contact no di alp help kribo pare no order pale business bahibo tau physically goi contact koribo nuaribou pare sobe
Training krate kiman khini man khoros hoise kbosun...
uka makhela kiman dam
ফোন নম্বৰ টো পাম নিকি। কাপোৰ বোৱা জনৰ।
Address please
Tumak hokoluwe vl paboi
dada adress to dibo neki...nohole whataap no to dibo
Manuhjon r kthai koi kiman kosto korise
Address ty dibo
phon no and thikona dibo please.
Dada jonor phn no pam niki
Tekhetor contact no tu pam neki dada
চাৰ আপোনা ফোন নামবাৰ তো দিব নেকি বাৰো
বিজয় তোমাৰ ফোন নম্বৰটো পাব খোজো ।
Namber to diba son.
Phn number2 dibo sun
Thikonatu pam neki