প্ৰতি মাহে প্ৰায় ৬০হেজাৰ টকাৰ ঢকুৱা প্লেট বিক্ৰী কৰে পিতৃ আৰু জীয়ৰীয়ে | areca leaf plate business

Поделиться
HTML-код
  • Опубликовано: 10 сен 2024
  • প্ৰতি মাহে প্ৰায় ৬০হেজাৰ টকাৰ ঢকুৱা প্লেট বিক্ৰী কৰে পিতৃ আৰু জীয়ৰীয়ে | areca leaf plate business in assam
    দৰিদ্ৰতাৰ পৰা পৰিত্ৰান পাবলৈ এই মানুহজন নাইকীয়া হৈছিল গাঁৱৰ পৰা ৷ উপাৰ্জনৰ পথ বিচাৰি গৈ তেওঁ উপস্থিত হৈছিলগৈ মুম্বাইত ৷ মুম্বাইত গৈ কৰিছিলগৈ চিকিউৰিটি গাৰ্ডৰ চাকৰি ৷ অধিক উপাৰ্জনৰ বাবে এদিন তেওঁ শ্ৰমিক হিচাবে কাম কৰিছিল এটি ঢকুৱা প্লেট বনোৱা কাৰখানত ৷
    কিন্তু ঢকুৱাৰ প্লেটৰ ব্যৱসায় দেখি সলনি হ’ল তেওঁৰ মন ৷ মাত্ৰ তিনিমাহ দিন কাম কৰাৰ পাছতে তেওঁ নিজেই ঢকুৱা প্লেটৰ ব্যৱসায় কৰা আশাৰে ৰাওনা হ’ল ঘৰলৈ ৷
    এতিয়া নিজৰ ঘৰতে এখন চালিৰ তলত তেওঁ চলাই আহিছে ঢকুৱা প্লেট উৎপাদনৰ ব্যৱসায় ৷
    : গহপুৰৰ বাকৰি দলনি গাঁৱৰ সোমনাথ ভৰালীৰ জীৱনৰ কাহিনী এয় ৷ দৰিদ্ৰতাক জয়ী কৰিবলৈ দেউতাকক সংগ দিছে তেওঁৰ স্নাতক ডিগ্ৰীধাৰী জীয়ৰী প্ৰমিলাই ৷
    এতিয়া প্ৰতি মাহে প্ৰায় ৬০হেজাৰ টকাৰ ঢকুৱা প্লেট বিক্ৰী কে পিতৃ আৰু জীয়ৰীয়ে ৷ গহপুৰ গোগামুখৰ উপৰি অৰুণাচল প্ৰদেশৰ পাছিঝাটলৈকে বিক্ৰী হয় এওঁলোকে উৎপাদন কৰা ঢকুৱা প্লেট |
    contact number of sumnath 9365751238
    uparjan.in

Комментарии • 98