Это видео недоступно.
Сожалеем об этом.

গুৱাহাটীত মই বেয়া কাম কৰিব আহিছোঁ😳 JSS Monor Kotha.

Поделиться
HTML-код
  • Опубликовано: 6 окт 2023
  • Pompi's channel:
    youtube.com/@pampikalita1922?...
    Created by:
    Mustaq ahmed
    mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    / jumpingspiderstudios

Комментарии • 420

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 10 месяцев назад +23

    সঁচাকৈয়ে বহুত দুখ লাগিল তোমাৰ জীৱন সংগ্ৰামৰ কথাবোৰ শুনি। সাহসেৰে আগবাঢ়ি যোৱা এদিন সফলতাৰে জগত জিনিবা ,মৰমভৰা শুভ কামনা জনালোঁ তোমাক।

    • @user-xb7wc9sd2i
      @user-xb7wc9sd2i 7 часов назад

      Vul nijor tokadekhi aromt hkam toka nohole nuhudhe suwali jiman morise toka jibon jai sabo nai heimore jibotu nesai hei more ninoro dhukho tumi nogole kune nibo pare suwali nijor nokoi anoke koi

  • @anantasaikia3937
    @anantasaikia3937 10 месяцев назад +30

    বৰ দুখ লাগিল পম্পিৰ কথাবোৰ।মাঁ সমান হব কোন। মাঁক পিশাচ সকলৰ মাজত বেছি দিন নাৰাখিবা।

  • @kamaldas2446
    @kamaldas2446 10 месяцев назад +22

    কাহিনীটো শুনি দুখ লাগিল। ছোৱালীজনীৰ ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলো।

    • @sumideka429
      @sumideka429 7 месяцев назад

      Sagal to sagal manuhbur he pagal 😊

  • @riturajkalita2767
    @riturajkalita2767 9 месяцев назад +17

    পম্পীৰ সংগ্ৰামী জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

  • @Kaustav_rava
    @Kaustav_rava 10 месяцев назад +13

    কৃষ্ণ আই অ তোমাৰ ধৈৰ্য্য গুণৰ প্ৰতিভাক সেৱা কৰিছো।আই অ আগুৱাই যাবলৈ ধৈৰ্য্য লাগিবই।তোমাৰ মঙ্গল কামনা কৰিছো।কৃষ্ণ-🙏🙏

  • @arunjyotihazarika4950
    @arunjyotihazarika4950 9 месяцев назад +10

    বহুত দুখৰ কথা , সত্যৰ সদায় জয় হয়েই , ধৈৰ্য্য ধৰা ,ভগৱানে ভাল কৰিব ।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 9 месяцев назад +10

    দুখ লাগিল তোমাৰ কাহিনী শুনি, কিন্তু এতিয়া তুমি যাৰ সাহসত ইমান খিনি আগবাঢ়িছা তেওঁক কেতিয়াও নেৰিবা, অনাগত দিনবোৰ সুখৰ হওঁক তাকে কামনা কৰিলোঁ 🙏🙏

  • @tarungogoi3008
    @tarungogoi3008 10 месяцев назад +7

    ভণ্টি সত্যত থাকা । কৰ্ম কৰি যোৱা ।ঈশ্বৰে কৃপা কৰিব ।ধয্যৰ ফল সদায় মিঠা ।

  • @momisaikia6986
    @momisaikia6986 9 месяцев назад +5

    বৰ ভাল ছোৱালী,ভগৱানে সহায় কৰক❤

  • @rekhagogoi322
    @rekhagogoi322 9 месяцев назад +6

    কাহিনীটো বৰ দুখৰ জিকি নহওঁক তুমি আগুৱাই যোৱা তোমাৰ ভৱিষ্যত উজ্বল হওঁক তাকে কামনা কৰিলো।

  • @minakshimedhi8908
    @minakshimedhi8908 10 месяцев назад +11

    সুখ আৰু দুখৰ মাজতেই জীৱনটো ধৈয় ধৰি আগ বাঢ়ি যোৱা

  • @jitusaikia8929
    @jitusaikia8929 9 месяцев назад +5

    পম্পী তোমাৰ জীৱন সঽগ্ৰ্ম তোমাৰ মুখে শুনি দুখ পাইছো যদিও ছোৱালী হৈ তোমাৰ সাহস আৰু কষ্টসহিঞ্চুতা দেখি তোমালৈ শুভেচ্ছা থাকিল তোমাৰ ভবিষ্যৎ জীৱনৰ উজ্বল কামনা কৰিলো

  • @jinubarman5479
    @jinubarman5479 9 месяцев назад +4

    ঐ আইজনী তোমাৰ কথাবোৰ শুনি মই বহুত ধন্যবাদ জনাইছোঁ। ঈশ্বৰে তোমাক সদায় মঙ্গল কৰি ৰাখক ।

  • @rumidas6338
    @rumidas6338 10 месяцев назад +26

    মাইনা ভগৱানে তুমাৰ দুখ দেখি বিজুক তুমাৰ ওচৰলৈ পথাইছে 😢😢😢😢

  • @bijoyagogoi6248
    @bijoyagogoi6248 9 месяцев назад +4

    বহুত দুখ লাগিল কথাবোৰ শুনি,আগুৱাই যোৱা ভন্টি ভগৱানে তোমাক সহায় কৰিব ।

  • @gitushreevolg4001
    @gitushreevolg4001 9 месяцев назад +6

    বহুত দুখ লাগিল তুমাৰ কথা শুনি ৷ তুমাৰ ভবিষ্যত বহুত ভাল হব ভগবানে তুমাক সকতি দিয়ক ৷আৰু মানোহৰ কথা গুৰুত্ব নিদিবা

  • @karabipatar5453
    @karabipatar5453 10 месяцев назад +5

    দুখ লাগিল কথাবোৰ শুনি তুমি আগৰলৈ এনেকৈ আগবাঢ়ি যোৱা আমি আছো তোমাৰ লগত

  • @sankarjyotibordoloi1454
    @sankarjyotibordoloi1454 10 месяцев назад +3

    বহুত দূখ লাগিল। ভগৱানে তোমাক সহায় কৰক । ভৱিষ্যৎ তোমাৰ সুখৰ হওঁক।

  • @kabitamoran6158
    @kabitamoran6158 10 месяцев назад +35

    বহুত দুখৰ কথা ।ঈশ্বৰে আশীৰ্বাদ কৰক

  • @manikchandradas7057
    @manikchandradas7057 9 месяцев назад +2

    আগ বাঢ়ি যোৱা ভনটি, তোমাৰ সংগ্রামেই তোমাৰ জীৱন, সংগ্রাম নাম এটি নাম জীবনৰ, ভূপেন দাই কৈ গৈছে দেখোন, হাৰ নামানিবা।✌💪👍

  • @rumineogborah-rr6bu
    @rumineogborah-rr6bu 10 месяцев назад +3

    বহুত দুখ লগা কাহিনি। ভগৱানে তোমাক কৃপা কৰক সাহসেৰে আগুৱাই জোৱা কেতিয়াও আনৰ কথাত পিছলৈ নাছাবা।

  • @barnalidutta8210
    @barnalidutta8210 9 месяцев назад +2

    আগুৱাই যোৱা পম্পী, তোমাৰ সাহস আছে ।আচৰিত লাগে আজিৰ দিনত লোকৰ কথা চিন্তা কৰি থকা মানুহ বিলাকক দেখি।

  • @dimbeswargogoi8180
    @dimbeswargogoi8180 9 месяцев назад +1

    পমপি তোমাৰ জীরন বিষয়ে আজি জানিছো .তোমাক ভগরানে গোপনে সহায় কৰির. তোমাৰ জীরন অতি সুখৰ হর. ভগরানৰ বিচাৰ অলপ পলম হয় .🙏

  • @ablangjitu6372
    @ablangjitu6372 8 месяцев назад +3

    Jss বা pon প্ৰথমে আপোনাক ধন্যবাদ জনাম........ আপোনাৰ video আজি এবছৰে salo 😢ইমাণ কষ্ট কৰি মানুহ জীয়াই আছে ন....... মানুহ ইমানো তলত নামিব নালাগে মানুহৰ দুখ বুজিব লাগে আৰু নুবুজিলে অ বেয়া vabe চাব নালাগে.... ভগৱান e মানুহৰ কাম চব দেখি আছে... আৰু বা তুমি বিজু vindeu ৰ লগত সুখী hoa তেখেতক oo মই ধন্যবাদ যাচিলোঁ vogoban হৈ থিয় দিয়া মানুহ জন তেওঁ 🕉️🚩🙏সুখ ৰ দিন আহিব vogonok সেয়া যাচিছো......... আৰু JSS বা আপোনাৰ ভিডিঅ মই সদায় Share কৰি যাম্ ❤love from kamrup (R) rangia dimu😊

  • @anjananath8470
    @anjananath8470 10 месяцев назад +1

    বহুত দুখ লাগিল ভন্টি সদায় আগবাঢ়ি যোৱা ভগৱানৰ ওচৰত বিশ্বাস ৰাখা ।

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 9 месяцев назад +3

    সঁচাকৈ বহুত দুখঃ লগা ঘটনা ।। ভাল মানুহৰ লগত হে এইবোৰ হয়
    ,,তুমি চিন্তা নকৰিবা আৰু সহ্যও নকৰিবা তোমাক ভগৱানে কুশলে ৰাখক ভগাৱন আছে সদায়
    😢❤️🙏

  • @MINE_Craze_81
    @MINE_Craze_81 9 месяцев назад +7

    God always help you sister. You are great. 🙏🙏

  • @junaligogoi9387
    @junaligogoi9387 Месяц назад +1

    আনৰ কথাত মন নিদি আগ বাঢ়ি যোৰাই ভাল ।সুখী থাকিবা কাৰণ মুকো বহুতে বহুত কথা কয় মই কান নিদিওঁ ।

  • @madhurimaborah4410
    @madhurimaborah4410 10 месяцев назад +2

    Bohut val lagile sai ... Aguwai juwa tumi pompi,.❤️❤️❤️ Love from majuli

  • @KHalilurRahman-tq5ob
    @KHalilurRahman-tq5ob 9 месяцев назад +4

    মানুহৰ জীৱনত বহুতো ঘাট প্ৰতীঘাতৰ মাজত নিৰ্বাহ কৰাৰ বিনিময়ত পাৰ হব লাগে। যিতো তোমাৰ জীৱনত হৈছে। গতিকে সেইটো তোমাৰ জীৱনত হৈছে। ধন্যবাদ তোমাক। ভগৱানে সহায় কৰে

  • @dipachodury2284
    @dipachodury2284 9 месяцев назад +4

    ভগৱানে কুশলে ৰাখক তোমাক। ধৈৰ্য আৰু সাহস তোমাৰ অসীম। আগবাঢ়ি যোৱা, সুখী হবা তুমি ভৱিষ্যতে।

  • @bobitabaruah9830
    @bobitabaruah9830 8 месяцев назад +1

    পম্পী তুমি নিজৰ শক্টিৰে আগুৱাই যোৱা পাছলৈ ঘূৰি নাচাবা। জীৱনটোত বহুত ঘাট প্ৰতিঘাত সহ্য কৰিলা। বৰ্তমান জীৱন সঙ্গীজন খুব বুজা পাইছা আগুৱাই যোৱা।

  • @jbsananyaprithwivi
    @jbsananyaprithwivi 10 месяцев назад +2

    তোমাৰ ভাল হওঁক আৰু বহ। এনেকুৱা বদমাছ বিলাকেই এদিন যীশুখ্ৰীষ্টকো বেয়া মানুহ বুলি ক্ৰুচবিদ্ধ কৰি মাৰিছিল।এতিয়া সকলোৱে ভগৱান বুলি পূজা কৰে, নহয়নে।বহুত মৰম থাকিল তোমালৈ।

  • @jutikakalita7722
    @jutikakalita7722 9 месяцев назад +16

    ভাল মানুহৰ লগতে এইবোৰ হয় পম্পী।ধয্যধৰা ।ধয্যৰ ফল মিঠা।🙏

  • @jamunadeori7352
    @jamunadeori7352 9 месяцев назад +2

    বহুত ভাল লাগিছে দেই মানুহৰ কথা বিলাক।

  • @anuragg2153
    @anuragg2153 10 месяцев назад +1

    বহুত দুখৰ জীৱন। কিন্তু জীৱন জীন্দাবাদ। মই ভাবো মোতকৈ দুটি আৰু কোনো নাই কিন্তু আছে। কেতিয়াবা মন যায় সকলো লিখি যাবলৈ কিন্তু কলম হাতত কলম তুলি ললেই ভাগৰি পৰো। মানসিক ভাৱে।

  • @hanshikhakashyap1436
    @hanshikhakashyap1436 9 месяцев назад +6

    May god bless uh and ur family 🙏

  • @nijorapatangia7797
    @nijorapatangia7797 10 месяцев назад +3

    অনাগত দিনবোৰত ঈশ্বৰে কুশল কৰক । তোমালোক চাৰিওটা ভালে থাকা ।

  • @rameshchandradas1759
    @rameshchandradas1759 9 месяцев назад +13

    অতি হৃদয়ৰ বিদাৰক, ধৈৰ্য ধৰা সত্যৰ সদাই জয় ।ভগৱানে দেশি আছে

  • @Sarma.k_123
    @Sarma.k_123 10 месяцев назад +7

    U r the true definition of Women power ❤️. God bless you dear 💜. Ur story inspired me a lot 🙏

  • @parulsarmah4586
    @parulsarmah4586 3 месяца назад

    গাৱৰ মানুহখিনি মানুহ নহয় অসুৰ।তোমাক ভগবানে আশীৰ্বাদ দিয়ক যাতে তুমি সাহসেৰে আগুৱাই যাব পাৰা।

  • @gitashreedas5803
    @gitashreedas5803 10 месяцев назад

    Bohut val lagil,pompi Tumi sahosi suwali Ru aguwai jua,vogowane tumar mongol korok.

  • @sima886
    @sima886 9 месяцев назад +5

    ভবিষ্যতে মা আৰু ভাইটিক তোমাৰ লগতে ৰখাৰ ব্যবস্থা কৰিবা । তোমাৰ ভাল হওক🙏

  • @depalitamuli4012
    @depalitamuli4012 10 месяцев назад +1

    বহুত দুখ লাগিল । ধৈৰ্য ধৰা । ধৈৰ্য ৰ ফল সদায় মিঠা ।

  • @lachitgogoi5082
    @lachitgogoi5082 10 месяцев назад +1

    Bhagobanot biswakh rakhi aguwai juwa ,bohut bhal hobo tumar , Axirbad korisu.

  • @mamonigogoi8199
    @mamonigogoi8199 9 месяцев назад +1

    হিমাশ্ৰী তোমাৰ অনুস্থান সমোহ চাই বৰ ভাল লাগে।আগবাঢ়ি যোৱা আৰ্শীবাদ থাকিল।

  • @Debajit-boro
    @Debajit-boro 10 месяцев назад +3

    Boko r hoi moio❤

  • @dilipsaikia7010
    @dilipsaikia7010 9 месяцев назад +2

    ভাল লাগিল।

  • @aaisu_1657
    @aaisu_1657 10 месяцев назад +3

    খুউব দুখ লাগিল তোমাৰ অতীতৰ কথাবোৰ শুনি. ....অনাগত সময়বোৰ ভাল হওঁক তোমাৰ

  • @manjuboruah2408
    @manjuboruah2408 9 месяцев назад +1

    কবলৈ একো ভাষা নাই🙏🙏🙏 তুমি আগুৱাই যোৱা ।ভগৱান তোমাৰ লগত আছে ।

  • @umanandabezbaruah5287
    @umanandabezbaruah5287 10 месяцев назад +1

    শ্ৰীমতী পম্পীলৈ আশীৰ্বাদ থাকিল। জীৱনৰ আন এটি নাম সংগ্ৰাম বুলি কোৱা হয়। সকলো ঈশ্বৰৰ পৰীক্ষা বুলি বিশ্বাস কৰি পৰবৰ্তী জীৱনটো কৃতকাৰ্যতাৰে আগুৱাই নিয়া আৰু নিজে ভুল কৰি আনক দোষী কৰা অমানুহ সকলৰ পৰা আতৰত থকাই নিৰাপদ বুলি বিবেচনা কৰো।

  • @queenvictoriaqueenvictoria4697
    @queenvictoriaqueenvictoria4697 10 месяцев назад

    Axomt ki Ankwai mhnu axe niki njnu,prai dekhai pao criticze korat no-1 hoi val kam krat nhoi human being bula bostu tu nhuwa hoi goise n i really proud of you that you such a great woman

  • @harendas8088
    @harendas8088 9 месяцев назад +1

    Bahut dhukh lagil de..vogobane val koribo tumak

  • @himanibanikya8168
    @himanibanikya8168 10 месяцев назад +3

    তুমি কাকো খাতিৰ বাতিৰ নকৰিবা তোমাৰ বহুত ভাল হব❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @user-og6mb5cv5u
    @user-og6mb5cv5u 9 месяцев назад +1

    পম্পী তোমাৰ বহুত বহুত শুভ কামনাকৰীছো তুমি আগবাঢ়ি য়োৱা ভগবানে তোমাক সহায় কৰক,।

  • @hrishi6946
    @hrishi6946 9 месяцев назад +1

    Good bless you pompey keep shining ❤❤❤❤❤

  • @paporiroymedhibarman9867
    @paporiroymedhibarman9867 10 месяцев назад +1

    তোমালোকৰ ভাগৰ মাটিখিনি লোৱাৰ চেষ্টাত থকা মানুহখিনিয়ে তোমালোকক এনেকৈ কষ্ট দি আছে। একো ভয় নকৰিবা। নিজৰ কামত আগুৱাই যোৱা।

  • @sibanihazarika506
    @sibanihazarika506 10 месяцев назад +2

    Tumi aagbihi juwa. May be God bless you

  • @user-gk6qw8ov9r
    @user-gk6qw8ov9r 10 месяцев назад +2

    বহুত।দুখৰ। কথা।সুনি।দুখ।লাগিল।ভগবানে।সহায়।কৰিব😂😂

  • @ankitaborah3401
    @ankitaborah3401 10 месяцев назад +1

    Aro agowai jowa pampi,

  • @mamonisaikia304
    @mamonisaikia304 10 месяцев назад +2

    সকলো কথা শুনিলো দুখী হে বোজে এঘৰীয়া কৰা কথা বিলাক ইশ্বৰে জানে বাকী সময় খিনি ইশ্বৰে সহায় কৰক

  • @pravachutia931
    @pravachutia931 9 месяцев назад +3

    কিছুমান মানুহ জন্তুৰকৈ বহুত গুণতকৈ অধম । কেৱল আকৃতিটোহে মানুহ , সেইবোৰ দানব হয় । ভয় নকৰিবা ,ভগবানৰ ওপৰত বিশ্বাস কৰা ।ধন্যবাদ

  • @hansboruah5003
    @hansboruah5003 10 месяцев назад

    Tmr ahiblogao jibonr baki dinbur huk aru hantirey vori porok vonti tumi bhut hahokhi aru hodai hahokhere aguwai Juwa 👍👍

  • @parthapratim7164
    @parthapratim7164 9 месяцев назад +1

    Ba patient neheruabo....ai2 a trust rakhok life t jeneke bya din ahe vl din o ahibo.... bhout Bsi heart touching story hoi..and all is well.....adin xokolue bujibo....xokolu vl hbo...

  • @user-cf5ss4ww9e
    @user-cf5ss4ww9e 10 месяцев назад +1

    মোৰ দেউতা একে লগে কাম কৰা মানু্হ হৈ বিষয় sir লগত
    Tarabari mv Scholl লট একে লগে কাম কৰিছিল

  • @lizaverma4019
    @lizaverma4019 9 месяцев назад +5

    God bless you Pompi keep shining 🌞❤️

  • @hamanbora976
    @hamanbora976 3 месяца назад

    Ba apunar interview Sai bohut val laga❤❤❤

  • @gopalchandradas5760
    @gopalchandradas5760 9 месяцев назад +1

    ভগৱানে তোমাক সহায় কৰিব !

  • @lifegoeson5592
    @lifegoeson5592 10 месяцев назад

    Bht strong tumi😊...vgbne val korok

  • @Hidan-akatsuki-qz5st
    @Hidan-akatsuki-qz5st 10 месяцев назад +2

    তুমি সাহসী ছোৱালী
    সাহসেৰে আগুৱাই যোৱা!!! ভগৱানে চকু মেলি চাব

  • @queenrani7261
    @queenrani7261 9 месяцев назад

    Agoloi aru aguwai juwa pompi nijor kamot focus Kora manuhr kam a tenekuwa j anor vl dekhibo nuware krn he nije Jane j heitu kam he koribo nuware tar khyomota ni so blgr ji koi koi thakok tmi tmr kamot lagi thaka..god bless you 🙌

  • @tokimegu2398
    @tokimegu2398 9 месяцев назад

    Subscribe korilu dilu, Apunar video sai bohut val lagil❤from Arunachal

  • @manitabhuyan501
    @manitabhuyan501 10 месяцев назад +2

    আন মানুহে বহুত কব আনক কিয়াৰ নকৰিবা নিজে আগুৱাই য়োৱা ভগবানে সহায কৰিব ধন্যবাদ

  • @hrishitakashyap2853
    @hrishitakashyap2853 9 месяцев назад

    Brilliant girl pompy...bohut val hobo tumar future'loike...Hari najaba..jibon't...

  • @hemkantaborah7434
    @hemkantaborah7434 9 месяцев назад +1

    সাহসী আৰু ন্যায়পৰাযণ ছোৱালী। উন্নতি হওক।

  • @mintusaikia580
    @mintusaikia580 3 месяца назад

    Tumi agbahi juwa...tumar kotha khini xuni mor bohut dukh lagil.....

  • @dulalchbaruah7162
    @dulalchbaruah7162 6 месяцев назад

    তুমি সাহসী হৈ আগবাঢ়ি যোৱা ৷সমাজৰ কুচিৎ মানসিকতা মানুহবোৰক উচিত উত্তৰ দিয়া ৷

  • @user-uw4zy7kc4c
    @user-uw4zy7kc4c 10 месяцев назад

    Val lagel sai moi tumar shokolu vedio sau vl lge bht .an tumar kotha bur xuni bea lagel bt aku ni ag bahi jua vl hobo tumar jiban tu pompi ba

  • @mukundaboruah4365
    @mukundaboruah4365 10 месяцев назад +1

    Next level love from lakhimpur dk rd

  • @makbulali1165
    @makbulali1165 9 месяцев назад +1

    Tumar val hok Allah r osort duwa korisu

  • @sahilKhan-ey3bw
    @sahilKhan-ey3bw 8 месяцев назад

    alwys happy baa gd bless u ❤😘

  • @AzadulKing
    @AzadulKing 9 месяцев назад

    Pompi ba aru sanjip bhai tumalok aguwai Juwa 👍

  • @user-up4oh9wi3h
    @user-up4oh9wi3h 10 месяцев назад +1

    Homoy dak matibo sun.homoy da bohut bohut Val kam kori ase.

  • @karobisaikia3548
    @karobisaikia3548 9 месяцев назад +2

    ভগৱান আছে তুমি লোকৰ কথা নুহুনিবা oo মানুহে ভাল হোৱা দেখিব নোৱাৰে

  • @user-kj1yz6nz9b
    @user-kj1yz6nz9b 3 месяца назад

    এই কাহিনীটো যদি সত্য হয়.. তেন্তে এইটো এখন নাটক কিম্বা চিনেমাৰ চিত্ৰনাট্যৰ বাবে এটা উৎকৃষ্ট পটভূমি হ'ব পাৰে বুলি মোৰ/ আমাৰ বিশ্বাস।
    ধন্যবাদ ।

  • @oinamnivaranidevi3202
    @oinamnivaranidevi3202 9 месяцев назад

    ভাল ছোৱালীয়ে ভাল কামহে কৰে । এতিয়া শান্তিৰে থাক ।

  • @muktachoudhury4858
    @muktachoudhury4858 10 месяцев назад +1

    Tumi aguwai jowa

  • @nayanmonidas5812
    @nayanmonidas5812 9 месяцев назад

    Xundar God bless you pompi

  • @rajenrabha5140
    @rajenrabha5140 5 месяцев назад

    Pampi ba, god bless you, I am from boko.

  • @jaminidas2584
    @jaminidas2584 10 месяцев назад +1

    God bless you .❤❤❤❤❤

  • @tokimegu2398
    @tokimegu2398 9 месяцев назад

    God bless you Pompi beti❤from Arunachal pasighat

  • @juntiborah5602
    @juntiborah5602 9 месяцев назад

    খোৱ ভাল লাগিল আৰু দুখু লাগিল আগোৱাই জোৱা তোমি ।

  • @mitalipegu181
    @mitalipegu181 10 месяцев назад +2

    Bhagabane tumak xokti diyak vonti 😢😢🙏🙏

  • @karunakarunaphukan7683
    @karunakarunaphukan7683 9 месяцев назад

    Agontuk din kaita vale jauk tumar pompi.biju tumar karona vogoban hodrikh buli moi vabu . God bless you

  • @Popykashyap6
    @Popykashyap6 10 месяцев назад

    Dukhar kahani , God bless you

  • @charaijandemow4165
    @charaijandemow4165 10 месяцев назад +3

    Dukhar pasat hukhar den aden aheba, bhogbana bhala rakhak

  • @mousumisworld5070
    @mousumisworld5070 10 месяцев назад +83

    Khub dukh loga ghotna .. gaonr jiai thoka mne bht kosto ... Aji kali gaor manuhe gaonr manuhjon dekhibo nuara hoise ..okol hinkha sole gaot

    • @Manjai-ks3rg
      @Manjai-ks3rg 10 месяцев назад +9

      Um gaon r manuh aji kali townr manuhotkoio bea. Agor dore hahaj saral nhoi aro. Belege ki kori ase take sai thake anoborote

    • @mousumisworld5070
      @mousumisworld5070 10 месяцев назад +1

      @@Manjai-ks3rg hoi bht sorojontro koribo Jane gaonr manuhe ..nirdokhi manuhok dokh hojuat expart hoi .... Etia gaor manuh hohoj sorol nohole ..hobot k bodmass ...gaot thoka ru nokrokt thoka ekei ...

    • @user-mv1uw4pv7e
      @user-mv1uw4pv7e 10 месяцев назад

      God bless you ❤

    • @rajibbarman309
      @rajibbarman309 10 месяцев назад

      ​@@Manjai-ks3rg0000

    • @rajibbarman309
      @rajibbarman309 10 месяцев назад

      P0😊😊😊0😊

  • @anjalithasangma
    @anjalithasangma 10 месяцев назад +5

    পম্পি sis, ইমান কষ্টত ডাঙৰ হৈছে,, 😢ভগৱানে তোমাক আৰু তোমাৰ 3জন special মানুহবোৰক ভালে কুশলে ৰাখে যেন.. এয়াই কামনা কৰিলো.❤🙏 আগুৱাই যোৱা.. ভৱিষ্যতে সুখী হোৱা sis..❤

  • @pallabiroy5786
    @pallabiroy5786 10 месяцев назад

    God bless u pampi

  • @jiribasumatary1439
    @jiribasumatary1439 8 месяцев назад +1

    Apuni kosto pua dore ajoni mahi 1ta ghorot kam kore kin2 malike bohut kosto d thake