Это видео недоступно.
Сожалеем об этом.

নিজ কন্যা হীৰামনিক থুৱাই দিলে মাতৃয়ে ।

Поделиться
HTML-код
  • Опубликовано: 19 авг 2024
  • নিজ কন্যা হীৰামনিক থুৱাই দিলে মাতৃয়ে । Crpf জোৱান হ*ত্যাকাণ্ডৰ A to Z ।

Комментарии • 489

  • @funusenapoti9220
    @funusenapoti9220 Месяц назад +428

    অভিযুক্ত গৰাকী ৰ মাতৃ ৰ কথাখিনি শুনি সঁচা কৈ ভাল লাগিল, এনেধৰনৰ অভিভাৱক আজিও যে সমাজত আছে ভাবিবই নোৱাৰি। অভিভাৱক গৰাকীক মই সেৱা জনালোঁ 🙏🙏

  • @Gaoliyasuwali12
    @Gaoliyasuwali12 Месяц назад +156

    আপুনি মহান মা । লৰা দুটাক চাব মা।ভগৱানে আপুনাক ভালে ৰাখক ।🙏🙏🙏

  • @BarmanMaina
    @BarmanMaina Месяц назад +168

    সকলো মাতৃ যদি আপোনাৰ দৰে হ'ল হৈ, ভগৱানে কুশলে ৰাখক,হৰ হৰ মহাদেৱ 🙏

  • @hemantaborgohain4493
    @hemantaborgohain4493 Месяц назад +96

    আপোনি ভাল চিন্তা কৰিছে । এনে ছোৱালীৰ হৈ মাত মাতি লাভ নাই । হে মাতৃ, আপোনাক শতকোটি প্ৰণাম জনাইছো ।

  • @pompydevi769
    @pompydevi769 Месяц назад +74

    সুন্দৰ এনেকুৱা মা দেউতা সকলো হব লাগে।কাৰণ আজি কালি মা দেউতা এনেকুৱা নাই নিজৰ লৰা ছোৱালীক ভুল বোৰ দেখা নাপায় লুকুৱাই ৰাখে। আপোনাক বহুত ধন্যবাদ মা

  • @gitanjalibhagabati5666
    @gitanjalibhagabati5666 28 дней назад +19

    প্ৰতি গৰাকী মাতৃ আপোনাৰ নিচিনা হওঁক, আপোনাৰ মহান চিন্তা চাৰিওফলে বিয়পি পৰক , আপোনাক শত কৌটি প্ৰণাম। জনাইছোঁ

  • @Entertainment-fg4sj
    @Entertainment-fg4sj Месяц назад +33

    এগৰাকী শিক্ষিত মাতৃ,কথাবোৰ মন চুই গল😊

  • @pankaj12360
    @pankaj12360 Месяц назад +62

    থিক ! আপুনি মহান ! আপুনি সমাজৰ সতে সহাবস্থান কৰক ! দেখিব ভালৰো ভাল মানুহ খিনিয়ে আপোনালোকক ঘেৰি ৰাখিছে !!

  • @parthapratimdas5047
    @parthapratimdas5047 Месяц назад +38

    কথা খিনি সুন্দৰ ভাৱে কয়ছে বহুত বহুত ধন্যবাদ থাকিল আপোনা লৈ চেলুত দিছো মা এনেকুৱা হ'ব লাগে

  • @diptidevi4055
    @diptidevi4055 Месяц назад +135

    সুন্দৰ পদক্ষেপ লৈছে মাকদেউতাকে। এনেকুৱা সন্তান থকাতকৈ সন্তান হীন হোৱাই ভাল।

  • @Mousumi719
    @Mousumi719 Месяц назад +28

    বুকুত একুৰা জুই লৈ এনেকুৱা পদক্ষেপ লৈছে আপোনাক চেলুত দিছো মা বহুত দুখৰ কথা এনেকুৱা আৰু কেতিয়াও নহওক

  • @sanubegum2803
    @sanubegum2803 Месяц назад +14

    এনেকৈ সঁচা কথা কোৱা মানুহ বহুতেই কম ওলাব। মা গৰাকী আন দহজনৰ আদৰ্শ হৈ জীয়াই থাকক। ❤❤❤❤

  • @bharatibarkataki7592
    @bharatibarkataki7592 Месяц назад +35

    বহুত ভাল মাক সঁচাকৈ কথাখিনি শুনি আপোনাক অশেষ ধন্যবাদ দিছোঁ ৷ শুদ্ধ সিদ্ধান্ত লৈছে ৷

  • @bishalbivaanlaskar8433
    @bishalbivaanlaskar8433 Месяц назад +13

    Salute maa.... সত্য ৰ পক্ষে থিয় দিছে আপুনি।

  • @rbrinki1898
    @rbrinki1898 Месяц назад +12

    এনেকুৱা মাতৃ পিতৃ প্ৰতি ঘৰতে থাকিলে সন্তান কেতিয়াও বিপথে পৰিচালিত হবয়ে নোৱাৰে।তেওঁ সচাঁই বহুত মহান 👍❤।তেওঁ শুদ্ধকৈ বিচাৰ কৰিছে।।

  • @GitikaBaruah
    @GitikaBaruah Месяц назад +21

    মাকজনীৰ কথা খিনি বহুত ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছো

  • @minakshiborgohain7378
    @minakshiborgohain7378 Месяц назад +97

    বহুত স্পষ্টভাৱে কথাখিনি কোৱাৰ বাবে ভাল পালোঁ... কিমান অতিষ্ঠ হ'লে দুখ কষ্ট পালে ‌এগৰাকী মাকে বুকুত শিল থৈ সততা আৰু সাহসেৰে এনে সিদ্ধান্ত দিব‌ পাৰে মাক -দেউতাকৰ সু-স্বাস্থ্য কামনা কৰিছোঁ । সেই যে মতা আৰু শাহুক হত্যা কৰি ছিন্ন মুণ্ড অৰুণাচলত পেলায় দিয়া জনীক আজিও পিতৃ মাতৃয়ে নিজৰ গৃহত স্থান দিছে কিন্তু বন্দনাৰ লগত পিতৃ - মাতৃও সমানেই কলংকিত আৰু হত্যাকাৰী জীয়ৰীৰ অন্ধ ভক্ত ।

    • @Sarma.k_123
      @Sarma.k_123 Месяц назад

      Bandana r case tu olop man beleg. Bandana bht bodmas. Kintu tair husband nd mil u birat besi harami asil. Tair life borbad kori disil. But bandana e Mari pelabo nLagisil. Tai gusi ahibo lagisil. Kintu crpf juwan jon bhal asil. Ei duta case bht blg kintu.

    • @antarafoodlover77
      @antarafoodlover77 Месяц назад

      🙏🏻🙏🏻🙏🏻

    • @pratimahazarika4330
      @pratimahazarika4330 2 дня назад

      Arunachalat pelua nasile Shillongt pelai sele.kintu xosakoie bea lagile tie je eman bea kaam koriu mukto hoi furise 😌

  • @pranitadas650
    @pranitadas650 Месяц назад +20

    সচাকৈ আপুনি মহান মাতৃ আৰু মা হ'লে আপোনাৰ দৰে হ'ব লাগে বিশাল মনৰ মাতৃ।

  • @aratigohain5885
    @aratigohain5885 Месяц назад +39

    এগৰাকি জ্ঞানী মাতৃ।সহজ হৰল বিছাৰ বুদ্ধি থকা মহিলা নমস্কাৰ মা

  • @jyotisarma1973
    @jyotisarma1973 27 дней назад +8

    আপুনি প্ৰকৃত মাতৃৰ পৰিচয় দিলে । আপোনাক বহুত বহুত ধন্যবাদ 🙏❤️🙏

  • @pinkuboruah2245
    @pinkuboruah2245 Месяц назад +35

    100% xosa koise apuni apunar nisina maa hob lage 🙏🙏🙏

  • @rubuldas2859
    @rubuldas2859 Месяц назад +53

    কথা খিনি বহুত ভাল লাগিল

  • @HimashreeDas-ix4si
    @HimashreeDas-ix4si Месяц назад +12

    খুব ভাল লাগিল মাতৃ গৰাকীৰ কথা খিনি শুনি। এনেকুৱা মাতৃ সমাজৰ বাবে এগৰাকী মহীয়সি নাৰীৰ প্ৰতীক।

  • @ReenaHassan-pg3bv
    @ReenaHassan-pg3bv Месяц назад +13

    Salute kori aponak...❤ Apuni maa hisape bahut dhonnyo

  • @binaprovasaikia8555
    @binaprovasaikia8555 Месяц назад +32

    এনেকুৱা মাতৃৰ বহুত ধন্যবাদ

  • @borokhagogoi7481
    @borokhagogoi7481 Месяц назад +6

    Aapunar ktha bur huni val lagil aru aapunak bhut bhut dhoinobad disu anekuwa 1ta hedhanto luwar babe

  • @user-io7km5ux5t
    @user-io7km5ux5t Месяц назад +17

    সকলো মাতৃ এনে হব লাগে।কিন্ত্ত আজিকালি কিছুমান ছোৱালীৰ মাক এনে নিলাজ যে এনেকুৱা ঘটনা সংঘটিত কৰিলেও গাপ দিব চেষ্টা কৰে। হে মাতৃ প্ৰণামো তোমাক।ভগৱান কেতিয়াবা যদি পুনৰ মানুহ জন্ম পাও তেতিয়া তেওঁক মোৰ মাতৃ হিচাপে পাও যেন।

    • @user-oi2py9ns6i
      @user-oi2py9ns6i Месяц назад

      Suali mak e tu ankoi e kre suali ghar r buja j...lorai jdi buari murder o kre mur hun Val....ghoiniek e bya asil

  • @jagatgogoi3281
    @jagatgogoi3281 Месяц назад +18

    সুন্দৰ পদক্ষেপ বাইদেউ,

  • @iftikaraliahmed3389
    @iftikaraliahmed3389 Месяц назад +5

    U r great mother. Thank u so much.your desition is good.

  • @beinglove1755
    @beinglove1755 Месяц назад +5

    নিজৰ সন্তানৰ ভুল ধৰিব পৰাজনেই আচল আভিভাৱক।

  • @moshmibarman7661
    @moshmibarman7661 25 дней назад +2

    আপুনি দেৱী পূজনীয় মা আপোনাক কিহেৰে সন্মান জনাম মাএ প্ৰনাম জনাইছো আপুনি মহান নাৰী শ্ৰদ্ধাৰ পাএ ।।❤

  • @user-yu9hd2sq3v
    @user-yu9hd2sq3v Месяц назад +14

    মাক দেউতাকৰ সদায়েই এনেকুৱা হব লাগে।নিজৰ লৰাৰ ছোৱালীৰে যিমান বেয়া কাম কৰিলেও লুকুৱাই ৰাখিব নালাগে তেতিয়াহে সকলো সমাধান হব।মা আপোনা নিচিনা মনৰ মানুহ বিলাক দীৰ্ঘ দিন জীয়াই থাকক আশিবাদ কৰিছো ।

  • @rupjyotidas1622
    @rupjyotidas1622 Месяц назад +4

    Pronam aru selut ma.apunk. dukhik.hodai.dukhi buli koise apuni..dhanyavad ma

  • @user-ld6nh3mw5d
    @user-ld6nh3mw5d Месяц назад +10

    বহুত ভাল কথা কৈছে , মাক গৰাকিয়ে

  • @rumibarman8007
    @rumibarman8007 17 дней назад +1

    এনেকুৱা মা বিছাৰিলে পৃথিৱীত দ্বিতীয় এজনী নোলাব। সকলো মাকে যিমান দোষী হ'লেও জিয়েকৰ পক্ষ লয় দোষ বিলাক লুকুৱাই। ল'ৰাৰ কথা চিন্তা নকৰে। এই জনী মাক আচল মা বহুত ভাল লাগিল তেখেতৰ কথা শুনি তেখেতলৈ ভক্তি ভৰা শ্ৰদ্ধা জনালোঁ সকলো মা এনে হ'লে ভাল হয় 🙏🙏🙏

  • @user-oi2py9ns6i
    @user-oi2py9ns6i Месяц назад +6

    Baideu joni he janisil modaru r lgt thoka jala ki.....suali buli ghrt anile buja hbo hebbe bare bare hoitu modahi lgt sopai thoi ahisil

    • @rekhadaspathsala8371
      @rekhadaspathsala8371 27 дней назад +2

      Gotei comment buror vitorot bisari bisari aitu palu......apuni he asol kotha tu kole.....gotei somaj khone sowalik kenekuwa kore o......sowali joni atyasar khai thakiboi disil.....tai soijyo koribo nowari anekuwa kori pelale.... atiau tair sath nidile......somaje ketiao sowalir sath nidiye....maak joni bohuttt sarthopor....nijor tu Jane......bodmas ase.....sowalir dukh nubujil alpo ..

    • @chandrika.rajbongshi
      @chandrika.rajbongshi 17 дней назад

      Moio aitu comment a bisari asilu....modahi giriyeke mod khai ahi kiman oxanti disil taik xeitu kuneo nokoi ulta taik a xojyo kori thakibo koi...maak joni o ki sarthopor...maak namor kolongko ata​@@rekhadaspathsala8371

    • @kushrambora7467
      @kushrambora7467 12 дней назад +1

      Heibuliye Mari pelaboni.divorce dib lage.
      Makr ghrt narakhile nije akle ksto kri belegt thaki hleu jibn jiyab lagib nhle atia ki hl jail

    • @shashank1268
      @shashank1268 6 дней назад

      ​@@rekhadaspathsala8371beleg purkh ajonok kiyo humuai rakhisil ghorort.... Aibur sob extramarital affair or babe hoixe... Tai bonorie belgor log xomporko asil...

  • @Hirabarman558
    @Hirabarman558 Месяц назад +5

    আপোনাৰ দৰে মাক সকলোৰে হওক |❤❤❤ I salute ❤❤❤

  • @pranitatalukdar304
    @pranitatalukdar304 Месяц назад +5

    You are great mother.God bless you.

  • @eradas7739
    @eradas7739 13 дней назад

    বহুত ভাল মাক সচাকৈ কথাখিনি শুনি আপোনাৰক অশেষ ধন্যবাদ দিছো ।

  • @user-dp2qh3rd5i
    @user-dp2qh3rd5i Месяц назад +12

    বেলেগ ৰাজ্যৰ ঘটনা দেখিছিলো ক্রাইম petrolt, এতিয়া নিজৰ ওচৰত হব ধৰিছে, বহুত দুখ লাগিল😢😢😢, তাইক শাস্তি দিয়ক

  • @nabanitabaishya2999
    @nabanitabaishya2999 Месяц назад +6

    Salute apunk..xosai val lagil apunr podokhep

  • @manshisharma6796
    @manshisharma6796 Месяц назад +2

    You are great mom n very strong good decision Aunty 👍

  • @binodkakati7300
    @binodkakati7300 Месяц назад +1

    অভিযুক্ত মহিলা গৰাকীৰ মাতৃৰ ভাষ্যখিনি শুনি অভিভূত হ'লো ! আপুনি এগৰাকী মহান মাতৃ ! আপুনি যি মন্তব্য দিছে, সেয়া সকলো মাতৃয়ে প্ৰশংসা কৰিছে !

  • @EmmanualBasumatary
    @EmmanualBasumatary Месяц назад +4

    Mahi apuni thik kotha koisa.Very good.

  • @korobidas5121
    @korobidas5121 Месяц назад +29

    আপোনাৰ কথাখিনি শুনি ভাল লাগিল ! কিন্তু লৰাকেইটাক আপোনালোকে এৰি নিদিব

  • @Dibyasupa
    @Dibyasupa Месяц назад +3

    তুমি হে হৈছা আছল মা। মা শব্দৰ গৰাকী তুমিয়েই

  • @GiridharThakuria
    @GiridharThakuria Месяц назад +18

    ভাল লাগিল আপোনাৰ স্হিতি, আপোনাৰ সাহসক নমস্কৰাৰ মা

  • @Sanatan-g2h
    @Sanatan-g2h Месяц назад +8

    Ai manuhjoni k salute Mur pora❤

  • @arunkalita2562
    @arunkalita2562 Месяц назад +2

    মানৱতাক বুজি পোৱা মাতৃ, ধন্যবাদ জ্ঞাপন কৰিলো আপোনালোক।

  • @nayanrajbongshi909
    @nayanrajbongshi909 Месяц назад +11

    Tumar nisina jodi aru maa thake n anekuwa nhb sage ❤

  • @tuturay3404
    @tuturay3404 Месяц назад +1

    Apunar ktha br t gm paisu apuni kimn hanti mnor manhu. Anekuwa maaa ru ditiobar jonmo howk. Tare moi kamona bhogoban r usrt. ❤❤❤❤❤

  • @UttaraDeka-lg3ms
    @UttaraDeka-lg3ms 26 дней назад +1

    Xosakoi apunar nisina. Maa haba Lage apunak bahut bahut dhanyavad 🙏🙏❤️

  • @ponkojDutta-wq9mg
    @ponkojDutta-wq9mg Месяц назад +3

    Maa apunak sewa jonalu 🙏
    Maa ho to aisa...clear cut 🥰

  • @manikagoswami2050
    @manikagoswami2050 Месяц назад +2

    এনেকুৱা মাতৃক শতসহস্ৰ প্ৰনাম।🙏🙏🙏

  • @user-jd7gp5yy3w
    @user-jd7gp5yy3w 19 дней назад

    মাতৃ গৰাকী সচাঁই আদৰ্শ বান ৷ তেখেতৰ বাৰ্তালাপ শুনি বৰ ভাল লাগিল ৷ আজিৰ সমাজত এনেকুৱা আইমাতৃৰে প্ৰয়োজন ৷

  • @prayashpatgiri7254
    @prayashpatgiri7254 Месяц назад +8

    মাক জনীক প্ৰণাম❤❤

  • @nikumonibaruah7970
    @nikumonibaruah7970 Месяц назад +2

    এনেকুৱা মাতৃৰ প্ৰয়োজন আছে বৰ্তমান ।আপুনি উচিত সিদ্ধান্ত লৈছে ।

  • @adriburagohain8156
    @adriburagohain8156 Месяц назад +9

    আই গৰাকী ইমান ভাল আছিল ,তথাপিও জীয়েক ইমান বেয়া হ'ল 😢

    • @bkp9774
      @bkp9774 Месяц назад

      @@adriburagohain8156 কচু বেচি খোৱাৰ ফলত জন্ম হৈছিল চাগে।😄😄😄 হেভী ডিউটি প্ৰডাকচন হল।

  • @puspanjaligogoiboruah5992
    @puspanjaligogoiboruah5992 Месяц назад +3

    আই,অতি উত্তম সিদ্ধান্ত, অপৰাধীক কেতি‌য়াও প্ৰচয় দিব নেলাগে

  • @bhabanandasaikia4764
    @bhabanandasaikia4764 Месяц назад +7

    সদায় সত্যৰ লগত থাঁকিব লাগে ।

  • @hiya.______174
    @hiya.______174 23 дня назад

    অভিভাৱক হ'লে এনেকুৱা হ'ব লাগে, আপোনাক প্ৰনাম জনাইছোঁ।

  • @dancewithupasana5612
    @dancewithupasana5612 Месяц назад +13

    মাতৃ সদায় এনেকুৱা হব লাগে

  • @tuturay3404
    @tuturay3404 Месяц назад +1

    Anekuwa maaak moi hazar salute❤❤❤❤❤

  • @user-tf9qg4dg1d
    @user-tf9qg4dg1d Месяц назад +15

    Bohut bhal kotha koise mak gorakea .kotha kaita huni bhal lagil

  • @goneswarboro7312
    @goneswarboro7312 3 дня назад

    Khub bhal lagil kothakhi
    Nijor khontanor bhul tu je bhul buli sikar korise

  • @ALAKESHHALOI-cm9mh
    @ALAKESHHALOI-cm9mh Месяц назад +11

    Maa hale aponar nisina habo lage .l saluate you .

  • @rajashreechoudhury7155
    @rajashreechoudhury7155 20 дней назад

    Salute to such an honest mother . Hats off ma

  • @smitabaishya8122
    @smitabaishya8122 Месяц назад +1

    You are great❤ Salute koresu aapunak

  • @saranjitkour4109
    @saranjitkour4109 Месяц назад +1

    You are real mother god bless you

  • @user-eq4os9xs6s
    @user-eq4os9xs6s Месяц назад +2

    আপোনাৰ কথা শুনি ভাল লাগিল এনেধৰনৰ অভিভাবক হব লাগে

  • @jayamoniborah3928
    @jayamoniborah3928 Месяц назад +2

    Hundor podokhep..hokolu maa deuta anekua hua usit🙏

  • @jyotishmansarmaassamkamrup1840
    @jyotishmansarmaassamkamrup1840 Месяц назад +6

    আপোনাৰ নিছিনা মা হ'ব লাগে আপুনি মহান

  • @user-wh8bc9dn6u
    @user-wh8bc9dn6u Месяц назад +1

    মাক হিচাপে আপোনাক শত কোটি প্ৰণাম। 🙏🙏

  • @healthworld9935
    @healthworld9935 Месяц назад +7

    Good decisions. Salute you.

  • @babulbora8030
    @babulbora8030 Месяц назад

    বহুত ভাল কৰিছে ।ধন্যবাৰ্দ ।

  • @DDFLUTE
    @DDFLUTE Месяц назад +2

    মাতৃ তুমি মহান ৷

  • @prasantarajbongshi7584
    @prasantarajbongshi7584 Месяц назад +1

    সছাই, এনে অভিভাৱক, ভাল লাগিল

  • @nripendrabarman2950
    @nripendrabarman2950 Месяц назад +1

    প্ৰণাম মাতৃ।আপোনাক স্বাগতম,

  • @anjumaassameserecepie
    @anjumaassameserecepie Месяц назад +2

    Aapunar dore hokolu,maa huwa উচিত 🎉bhogobane আপোনাৰ মঙ্গল কৰক 🎉❤❤❤❤

  • @gargidas7970
    @gargidas7970 Месяц назад

    বহত বহুত ধন্যবাদ মা আপোনাক

  • @rahulneog3243
    @rahulneog3243 Месяц назад +1

    এগৰাকী প্ৰকৃত মাতৃ ❤

  • @wahidurrahman1647
    @wahidurrahman1647 Месяц назад

    Aponar dorey matrik bahut bahut pronam 🙏🙏

  • @dipagogoi9673
    @dipagogoi9673 Месяц назад

    ধন্যবাদ আপোনাৰ পদক্ষেপত সঁহাৰি জনাইছো

  • @pratimahazarika4330
    @pratimahazarika4330 2 дня назад

    Vaal lagil maa kor katha khini karon vul tuk vul r u xudho tuk xodai xuddho bulie katha khini beokto korise.

  • @MinakshiBora-zn3il
    @MinakshiBora-zn3il Месяц назад

    Great decision, well done 👍

  • @nilimadasdas9694
    @nilimadasdas9694 Месяц назад

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল ৷

  • @jitubora9308
    @jitubora9308 Месяц назад

    হে আই জননি আপোনি সছাই মহান আপোনাক শতকুতি প্ৰনাম,

  • @prasantapathak9053
    @prasantapathak9053 5 дней назад

    Tumar dore maa thakile ketiya o anekua nhbo ❤❤❤❤

  • @monimalasaikia3405
    @monimalasaikia3405 27 дней назад

    Abhibhabak hobo lage apunar nisina. Dhanyawad apunak 🙏

  • @user-pp2rr5jq3r
    @user-pp2rr5jq3r 13 дней назад

    Bahut bhal kotha kole apuni

  • @bornaliborgohain7144
    @bornaliborgohain7144 Месяц назад

    Ufff hewa dhorisu apunak iman vl lagil apunar prodokkhep

  • @minakshilifestyle
    @minakshilifestyle Месяц назад +1

    Maa tumi mahan🙏🙏🙏🙏

  • @user-dr5jj6qo6s
    @user-dr5jj6qo6s Месяц назад

    Bhut vl lgile kotha khini khoni aponar khori anekua maa hbo lge
    Very good disision

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht Месяц назад +1

    Bhout bhout Val kotha.....

  • @mamonikakoti8272
    @mamonikakoti8272 Месяц назад +5

    Puwali 2tak Apuni loi jabo hihotr jibontu ki hobo vhabi dukh lagise bhut😭

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 23 дня назад

    Baideor kotha khini val lagil

  • @user-purnima462
    @user-purnima462 Месяц назад +13

    Apunar nisina maa xcai mohan ..

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 Месяц назад +1

    মাতৃ হিচাপে আপোনি স্পষ্টবাদি সিদ্ধান্ত ললে ৷

  • @dhanjitblock4348
    @dhanjitblock4348 Месяц назад +2

    মাক যেনে জীয়েক তেনেকুৱা নহয় 😭😭😭😭😭

  • @RintumoniKhanikar-je6qi
    @RintumoniKhanikar-je6qi Месяц назад

    মাকৰ মতামত আটি সুন্দৰ