মানুহ ইমানেই তললৈ নামিব পাৰে নে?😱😰

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 422

  • @DaulatPhukon-nz2pm
    @DaulatPhukon-nz2pm Месяц назад +1

    আইজনী, তোমাৰ কাহিনীটো শুনি বৰ দুখ লাগিল।অসমৰ জাতীয় দল সঙগঠনলৈ অনুৰোধ থাকিল পৰিয়ালটোক ন্যায় পোৱাত যাতে সহায় কৰে।আইজনী তোমাক ঈশ্বৰৰে কৃপা কৰক।

  • @papudas2244
    @papudas2244 11 месяцев назад +67

    😢ল'ৰাই হেনো নাকান্দে ,কাহিনীটোৱে আজি মোক কন্দুৱাই গ'ল ভগৱানে তোমালোকক সদায় সুখী কৰি ৰাখক 🙏এনেকুৱা নৰপিশাচ জীয়াই থকাৰ অধিকাৰ নাই এনেকুৱা নৰপিশাচ জীয়াই থকাৰ অধিকাৰ নাই ,😡দোষীয়ে উচিত শাস্তি পাওঁক 💯

    • @jinuarabegum7550
      @jinuarabegum7550 10 месяцев назад

      L

    • @DhritiMadahi
      @DhritiMadahi 10 месяцев назад

      Ushit sasti paba lage...tewlokok maRi pelabo nalage sasti diba lage...bht beya lagil suni😭😭😭

  • @riturajkalita2767
    @riturajkalita2767 11 месяцев назад +32

    বহুত দুখ লাগিল কথাখিনি শুনি। জীৱনৰ প্ৰতিটো খোজত ভগৱান সহায় হ‌ওঁক। তাকে কামনা কৰিলোঁ।

  • @indreswargogoi3180
    @indreswargogoi3180 6 месяцев назад +5

    বহুত দুখ লাগিছে ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে তোমালোক ক সহায় কৰে।

  • @apurbadas4151
    @apurbadas4151 11 месяцев назад +93

    ইহঁতক শেষ কৰি দিব লাগে,, অসমত থাকি ইহঁতৰ বেছি হৈ গৈছে!! ইয়াৰ কাৰণ আমাৰ নেতা-পালিনেতা

  • @tksarmah2632
    @tksarmah2632 11 месяцев назад +27

    ছোৱালী জনীয়ে অসমীয়া জাতি আৰু অসমীয়া মানসিকতাক প্ৰতিনিধিত্ব কৰিছে। Boxing জানে কিন্তু এজন অনা অসমীয়া মানুহে এহাল বাপেক জীয়েকক দাৰে ঘপিয়াই গুৰুতৰ ভাৱে আঘাত কৰিছে ছোৱালীজনীয়ে প্ৰতি আক্ৰমণ কৰিবলৈ চেষ্টা নকৰিলে।
    দুৰ্ঘটনাটোত ৰং চাই থকা অসমীয়া জনতাক গামোচা পিন্ধাব লাগিল কিয়নো অসমত আহি অসমীয়া মানুহক দিন দুপৰত দাৰে ঘপিয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিল এজন অনা অসমীয়া মানুহে।
    কত আছিল অসমীয়া জাতীয়তাবাদী সংগঠন বীৰ লাচিতৰ বংশধৰ সকল ?
    অসমীয়া মানুহে যেতিয়ালৈকে বহিৰাগত শক্তিক প্ৰতি আক্ৰমণ কৰিব নিশিকিব তেতিয়ালৈকে অসমীয়া মানুহ এইদৰে অত্যাচাৰৰ সন্মুখীন হৈ থাকিব ।

    • @nirupomachetia327
      @nirupomachetia327 9 месяцев назад +1

      😢ছোৱালীজনী বৰ শক্তিশালী আৰু সাহসী সেই কাৰণেই এই খিনি কথা কবলৈকে জীয়াই থাকিব পাৰিলে ।ইমান স্পৰ্শকাতৰ এটা ঘটনা কৰাৰ পাছটো দুখী যদি টকা দিয়ে হাৰি যায় তেতিয়াহলে আমাৰ প্ৰশাসনৰ বাবে এটা অতি লজ্জাজনক অৱস্থা নহবনে ?

  • @minudutta8768
    @minudutta8768 10 месяцев назад +6

    তেওঁৰ কথাখিনি শুণি বহূত বেয়া লাগিল ।তোমাৰ জীৱন সুখী হওক ।

  • @prabhatsingha1420
    @prabhatsingha1420 10 месяцев назад +2

    Eman tragedy,dusahokhi aru manobotahin kahini khuni khochakoi kopi uthisu....god bless you n your parents.... khochakoi ei jibonot beya manuhtuyei bechi puwa jai aru kako bissakh koribo nalage eitu 💯% khocha....tumar khahosikotar karone👏👏👏🙏🙏🙏 tumar aru poribaror chobor mongol kamona thakil🙏🙏🙏

  • @Ranjanbora-vd5lv
    @Ranjanbora-vd5lv 11 месяцев назад +10

    তোমাৰ কথা বিলাক শুনি বহুত দূখ লাগিল। অসমীয়া মানুহবিলাকে তোমাক সহায় নকৰি চাই থকা কথাটোহে বেছি বেয়া লাগিল, যদি ইমানবিলাক মানুহৰ দুজনমান আগুৱাই যোৱাহেতেন তোমাৰ এনে দশা নহলহেতেন। বিহাৰী মানুহে অসমত সাহস পোৱাৰ কাৰন হ'ল অসমীয়াসকল সংগঠিত নহয়। অসমৰ দল-সংগঠনে ইয়াৰ এটা বিহীত ব্যৱস্হা কৰিব লাগে নহলে আমি সদায় এনে পৰিস্হিতিৰ সন্মুখীন হব লাগিব। বিহাৰীৰ উৎপাত অসমতে নহয় গোটেই ভাৰতবৰ্ষতে চলে, সেইকাৰনে মহাৰাষ্ট্ৰ ৰাজ্যৰ মাননীয় বালাচাহেব ঠাক্ৰে ডাঙৰীয়াই কৈছিল, এক বিহাৰী 'শ 'বিমাৰী দো বিহাৰী মাৰামাৰি, তিন বিহাৰী ট্ৰেন হমাৰি পাচ বিহাৰী দেশ হমাৰি। গতিকে অসমীয়া ৰাইজ সকল জাগিবৰ হ'ল ইয়াক আমি এতিয়াই নিৰ্মূল নকৰিলে মৌচূমীৰ দৰে আৰু ঘটনা ঘটীব পাৰে। জয় আই অসম।।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 11 месяцев назад +31

    ভগৱানে তোমাক কুশলে ৰাখক তাকেই কামনা কৰিলোঁ 🙏🙏🇮🇳

  • @arunimalahon-ld8rs
    @arunimalahon-ld8rs 10 месяцев назад +5

    বহুত দুখ লাগিল। ভগৱান তোমাৰ সহায় হ ওক।

  • @ridesafetywithsurajit1537
    @ridesafetywithsurajit1537 10 месяцев назад +25

    বংশ শেষ কৰি দিলো হয়, বিহাৰী বাচ্চা হতৰ,
    অসমীয়া মানুহৰ একতাও নাই। সেয়ে বিহাৰী বেংগলীৰ দপদপনি।
    আৰু টকা অহিবহে কেচ সমাধান কৰা সহজ নহয়৷😢

  • @julishmita
    @julishmita 11 месяцев назад +8

    Mousumi mur classmate asil tai xsake bhut strong asil ....tair lgt par hua Smriti bur pahoribo nuaru ...❤
    Be strong mou ❤

  • @banditathakuriya8535
    @banditathakuriya8535 10 месяцев назад +10

    ছোৱালী জনী বৰ সাহসী ।।। ভগৱানে তোমাক আগুৱাই যাবলৈ শক্তি দিয়ক

  • @sayadas242
    @sayadas242 7 месяцев назад +2

    ভগৱানে মঙ্গল কৰক তোমালোকক। বিশ্বাস ৰাখিবা সদায়।

  • @nivagogoi5779
    @nivagogoi5779 11 месяцев назад +13

    ভগৱানে তোমাৰ সদায় ভাল কৰক। দুখ লাগিল শুনি।

  • @tilutammaborah6620
    @tilutammaborah6620 6 месяцев назад +1

    সঁচাকৈ তুমি বহুত সাহসী ❤❤❤তোমাক ভগবানে আৰু সাহস দিয়ক ❤️❤️তুমি আগুৱাই যোৱা 💕💕💕

  • @zyotica_momin
    @zyotica_momin 11 месяцев назад +4

    Please apuni tissue paper rakhibo..
    Goosebump ahigol..
    Unexpected real story it's really hurt 😞 your brave girl keep strong 💪🏻 God Bless yourself and You'r family 🫂❤️😇

  • @suramanath5523
    @suramanath5523 11 месяцев назад +24

    তোমাৰ আগত সিহঁতৰ কি অবস্থা হয় চাবা ভগৱান সকলো ৰে কাৰণে আছে । তুমি এদিন ভাল মানুহ হবা । ভগৱানক কামনা কৰিছো শুনি দুখ লাগিল 😢😢😂

  • @kalyaniborah6550
    @kalyaniborah6550 10 месяцев назад +2

    বহুত দুখ লাগিল । নিজৰ ঠাইত এনেকুৱা ঘটনা দেখা পাইও মানুহ বোৰে ভিডিও বনাই থকাত কৈ তেওঁ লোকক সহায় কৰিলে বেছি ভাল লাগিল হেতেন---

  • @dipikamedhi5503
    @dipikamedhi5503 11 месяцев назад +23

    Mur monot ase khai dintur kotha khuni eman beya lagisil...aij tumar kotha bilak gom pai aru dukh lagil.. bihari bilak axomot thaki akhomiyake anekuya korise..kin2 ami akhomiyai majote khuya kamura lagi thaku..ijone anjonok hingkha koru...ghotonatu birubari junakpur sage sme ghotona hoisile amr usrte ...rastar lgte ghr hoi manuhe kuneu help Kora nasile....bihari axomot thakibo diboi nalage...

  • @chandanagogoi2299
    @chandanagogoi2299 11 месяцев назад +33

    Thank u JSS for giving the platform to the needy .. they are the real hero of the society surviving such devil

  • @horizonx6180
    @horizonx6180 11 месяцев назад +17

    বহুত দুখ লাগিল কথা খিনি শুুনি বেয়া লাগিল চকু পানী উলাই গল❤❤

  • @labanyasaikiamedhi128
    @labanyasaikiamedhi128 11 месяцев назад +15

    তোমাৰ কাহিনী শুনি উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম । মানুহ চিনা বহুত টান কাম ভগৱানে তোমালোকক কুশলে ৰাখক কৃষ্ণ ।

  • @rashmirekha32
    @rashmirekha32 11 месяцев назад +1

    Enekua ghotonabur hokolue aggot prokash korisa.. Bohut val korisa... Eibur noro pikhash . God bless you

  • @Sarma.k_123
    @Sarma.k_123 10 месяцев назад +9

    Axomiya raij, aru patok chath Puja... Laaj nuhua axomiya kisumane chath puja pate ajikali... Amar axomiya manuhor jati Prem ekebarei nai... Xeibbe Assam te axomiya r ei obostha hoise... Mousumi, Tumi bohut brave hoi... Plz xei bihari tuk eri nidiba... Jikunu prokare tak punishment diba

    • @w1572w
      @w1572w 7 месяцев назад

      Aapunaloke aaru vote diyok bjpk

    • @Sarma.k_123
      @Sarma.k_123 7 месяцев назад

      @@w1572w moi j bjp k vote nidiu dei. Ebarei disilu. Tar pasot ar nai diya. Xihotor dore nonsense nai ar kunu

    • @SurenGogoi-ml6tk
      @SurenGogoi-ml6tk Месяц назад

      😢😢😮l@@

  • @rtamuli8511
    @rtamuli8511 11 месяцев назад +44

    বিহাৰত আমাৰ অসমীয়াই এনে কৰিব পাৰিবনে

  • @rupapathak97
    @rupapathak97 10 месяцев назад +2

    বৰ দুখৰ লাগিল কথাবোৰ শুনি| ভগৱানে উচিত বিচাৰ লব |

  • @debojitdutta5652
    @debojitdutta5652 10 месяцев назад +2

    অসমত অসমীয়াক ৰক্ষা কৰিবলে হলে এই বহিৰাগতবোৰক কচু কটা দিবৰ হল এফালৰ পৰা ।no doubt ইয়াৰ বাবে এটা প্ৰজন্মই নিজে প্ৰয়োজনত মৰিবলৈও সাজু থাকিব লাগিব ।

  • @bipulsaikia7415
    @bipulsaikia7415 10 месяцев назад +1

    তেনেকুৱা মানুহক ভগবানে কেতিয়াও ক্ষমা নকৰে তুমি চিন্তা নকৰিবা আৰু সেই চাই থকা মানুহ খিনি মানবিয়তা গুন নাই নেকি। সেই খিনি কি মানুহ বচাবলৈ নাহিলে যে।

  • @HasibRahim07
    @HasibRahim07 11 месяцев назад +12

    আজি যেন মানৱতা হেৰাই গৈছে, এনে অত্যাচাৰ কৰা সত্বেও প্ৰত্যক্ষদৰ্শীয়ে প্ৰতিবাদ নকৰাকৈ মোবাইলেৰে বিডিঅ কৰাত ব্যস্ত; সঁচাকৈয়ে মানৱতা হেৰাই গৈছে ।যি কি নহ ও ৰাখে হৰি মাৰে কোনে?মাৰে হৰি ৰাখে কোনে?ভগৱানে সদয় হোৱাৰ বাবে আজিও জীয়াই আছা দেই।ন্যায় পোৱা টো বৰ কঠিণ ,আজিৰ ন্যায় টকা থকা মানুহৰ হাতৰ পুতলা ।

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 11 месяцев назад +10

    বৰ দুখ লাগিল। নিষ্ঠুৰ মানব

  • @zubeenbandanagarg1677
    @zubeenbandanagarg1677 11 месяцев назад +9

    তোমাৰ কথাবোৰ শুনি চকুপানী ওলাই আহিল ভগৱানে তোমাক সদায় ভালে ৰাখক 🙏😒 তুমি বহুত শক্তিশালী হয় ভালে থাকিবা সেই দানৱ জন ভগৱানে এদিন বিছাৰ কৰিব এদিন

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 11 месяцев назад +5

    আওদেহি ছোৱালী জনীলৈ বৰ দুখ লাগিল দেই হব দিয়া ভগৱানে তোমালোকক সহায় কৰিব

  • @175No.SankardevChapaniHabiKali
    @175No.SankardevChapaniHabiKali 6 месяцев назад +1

    তুমি সদায় সুখি হৈ থাকা ভগৱান ওচৰত তাৰে মোৰ প্ৰাথনা

  • @bijoyagogoi6248
    @bijoyagogoi6248 10 месяцев назад +4

    ধন্যবাদ সাহসী ছোৱালী।

  • @umeshsarma7760
    @umeshsarma7760 10 месяцев назад +1

    আমি নিজে নিজৰ শত্ৰু। তোমাৰ কাহিনী টোৱে আমাৰ অসমীয়া সমাজ খনক আকৌ এবাৰ উলঙ্গ কৰি দিলে। সেই থানা খনত থকা পুলিচ কেইটাৰ কি ভূমিকা আছিল। বিহাৰী কেইটাৰ ওচৰত কেইটামান টকাৰ বাবে আঠু লৈছিল।

  • @axomiacutie
    @axomiacutie 10 месяцев назад +7

    নিজৰ অসমত থাকি বিহাৰী মানুহৰ এই উৎপাদ,আমি কিন্তু বিহাৰত গৈ তেনেকুৱা একো কৰিব নোৱাৰিম,অসমত থাকি কিনেও,সিহঁতৰ ভাষা কব লাগে আমি,,,ইমান অসৎ মানুহ থাকিব পাৰে নে,মাটিৰ বাবে তেনেকুৱা কৰে,যাওঁতে লগত এটা আঙুঠিও নিব নোৱাৰিব,সকলো কাপোৰ সুলি জ্বলাই দিব,তাতেই মানুহে মাটিৰ বাবে তেনেকুৱা কম কৰে,, মৰ সোনকালে তহঁতৰ দৰে কুবিৰ বিলাক,ভাল মানুহক সোনকালে লৈ যাই ভগৱানে,তহঁতৰ দৰে মানুহক পচাই পচাই মাৰিব ভগৱানে😡😡😡😡😡😡😡😡নিলাজ কুকুৰ মানুহ চালা

  • @pulinsharma8826
    @pulinsharma8826 10 месяцев назад +4

    আচৰিত বিহাৰী মানুহে এনেকুৱা কৰিব পাৰে।

  • @lachitgogoi5082
    @lachitgogoi5082 11 месяцев назад +4

    a brave girl. May God bless you and ur family.

  • @basantahira8645
    @basantahira8645 10 месяцев назад +5

    বীৰ লাচিত সেনালৈ অনুৰোধ
    কিবা এটা ব্যৱস্থা লব লাগে।

  • @gargeswardas4230
    @gargeswardas4230 11 месяцев назад +24

    সঁচাকৈ বিহাৰী ৰ উৎপত বেছি হৈছে অসমত,,

    • @Dk1986.
      @Dk1986. 8 месяцев назад

      Hoi khhosake amar durbolta porisoi hoi ase . Assam ot pura bihari bhorise. Kintu Biharot asomiyar kuno ata gaon nai. Ei kahani khuna pisot tej jui lagi goise

  • @Lovacurious2
    @Lovacurious2 10 месяцев назад +2

    😥😥Bor kasta lagil.. Eiya Aamar Axom.. tene manuhak .life long Jail t rakhibo lage ..ulai ahibo diya 2 bor bhul korile..

  • @AtulDutta-qs4zh
    @AtulDutta-qs4zh 11 месяцев назад +7

    ভগৱানে তোমাক কুশলে ৰাখক।

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 11 месяцев назад +8

    You are brave...you will win in your struggle in your life.

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 месяца назад

    বহুত দুখ পালো ।Cmment ত কিবা এষাৰ লিখাৰ বাহিৰে আৰু কি কৰিব পাৰিম?আমাৰ অসমৰ পৰিস্থিতি ইমানেই ভয়াবহ অৱস্থালৈ গৈ আছে আহিথকা প্ৰজন্মই জীয়াই থাকিবলৈ হয়তু টান হ'ব !

  • @BantiDas-ki5xl
    @BantiDas-ki5xl 10 месяцев назад +2

    Manuh nhy aebur jontu hoy...dukh lagill bohut huni.ki koriba manuhok bisakh kora tu a ajir dinot bohut dagor bhul...mor life ot o ase anekuwa kahani bohut.kintu Val lage anekoi xahokhi Manuh log pale

  • @bonnybora3538
    @bonnybora3538 10 месяцев назад +2

    বিহাৰী মানুহে অসমত এনেকুৱা কৈ অসমীয়া মানুহক মাৰিব পাৰে এতিয়া সিহঁতক ঘৰ মানুহ সব জলাই দিব লাগে

  • @bishnuabhay350
    @bishnuabhay350 11 месяцев назад +11

    তুমি iman সাহসি ছোৱালী। আমি লৰা হৈও এনেকুৱা পৰিস্থিতিত ছাগে একেবাৰে ক'ব নোৱাৰা হলো হয় । কোনো দল সংগঠনে সহায় কৰক এই পৰিয়ালটোক । আইনীগতভাৱেও সহায় কৰক । এটা কথা লৰা মানুহৰ দেহটৌ দুৰ্বল মহিলাতকৈ । য'ত attack কৰিলে গোটেই শৰীৰটো দুৰ্বল হৈ পৰে সম্পুৰ্ণ শৰীৰৰ । এনেকুৱা পৰিস্থিতিত সদায় দুৰ্বল শৰীৰৰ অংশত চকু দিব লাগে । কেৱল নিজক বছাবৰ কাৰণে ।

  • @monalishaduttasaikia3025
    @monalishaduttasaikia3025 10 месяцев назад +2

    ভগৱানে সহায় কৰক তোমাক 🙏🙏🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 месяцев назад +5

    So sad and heart touching story. God bless to him

  • @BORGOSS4473
    @BORGOSS4473 11 месяцев назад +4

    Bohut voi loga interview dea 😢. Moi ajon policot sakori kora lora holeo interview tu gatu kiba hoi gol ... hosakoi vagaban je aase seihe tumaluk aajio prithibit aasa ...khoti korise jodio vogabane extra ata hokti dise tarei proman aaji . Jai shiv shamvo poriyal tuk hokti diya tumi ...🙏
    35:43

  • @sankarjyotibordoloi1454
    @sankarjyotibordoloi1454 10 месяцев назад

    You are brave girl. God bless you.

  • @baruahjayantaofficialboy4175
    @baruahjayantaofficialboy4175 11 месяцев назад +12

    দুখ পালো কথা খিনি শুনি প্রায় ঠাইতেই এনেকুৱা ঘটনা বোৰ হয়

  • @AkashPegu-b4f
    @AkashPegu-b4f 8 месяцев назад

    Hert touching story ❤❤❤

  • @bhaskarjyotiborah3090
    @bhaskarjyotiborah3090 11 месяцев назад +6

    তুমি বহুত ভাল কথা কৈছা ৷মানুহক কেতিয়াও বিচাস কৰিব নালাগে ৷

  • @Pranabkumai-k2v
    @Pranabkumai-k2v 3 дня назад

    Aguwai juwa bhanti.....👍👍....

  • @rekhagogoi9098
    @rekhagogoi9098 10 месяцев назад

    Tq jss for giving the platform tumi bohut hahok hokolure babe 🙏❤️❤️ vogowontoi arkhibad korok hodai anedore aguwai jaboloi 🔱🙏

  • @MainaboraBora
    @MainaboraBora 10 месяцев назад

    You r brave god bless you

  • @BabyBhuyan-uc5jn
    @BabyBhuyan-uc5jn 2 месяца назад

    Babut dux laga kahini bar dux lagil dy xuni manuh anekua hobo nalage dy 😭😭😭😭🙏🙏🙏🙏

  • @jutikadeka6506
    @jutikadeka6506 10 месяцев назад

    Tumar bahut Val hobo God bless you

  • @prokashshyam1569
    @prokashshyam1569 9 месяцев назад +2

    Eibur setor gawor manuh😢 moy thakile ma kosom hellep korilu hoi o😢 ai bur axomia homaj koboloi bea lage kela😢😢😢😢 video tu sai bohot bea lagile😢

  • @devrajkalita6518
    @devrajkalita6518 9 месяцев назад

    God bless you sister 🙏🙏🙏💗

  • @rekhaneog1101
    @rekhaneog1101 11 месяцев назад +7

    কি আচৰিত কথা তোমাক কিন্তু মানিলো দেই বিহাৰীৰ হিম্মত দেখুৱাইছে

  • @bishwajyotibora7150
    @bishwajyotibora7150 11 месяцев назад +3

    অসমত গব্বৰৰ প্ৰয়োজন হৈছে। চেষ্টা কৰি আছো। অলপ দিনৰ পাছত লাহে লাহে এই বিলাক কাম কৰা জন্তু নোহোৱা হৈ যাব।

  • @MadhusmitaDeka-vp4pn
    @MadhusmitaDeka-vp4pn 10 месяцев назад +2

    বহুত বহুত বেছি দুখ লাগিল কান্দি পেলালো 😢😢😢😢😢

  • @kaushikkalita850
    @kaushikkalita850 7 месяцев назад

    Bohut dukh loga ghatona bohut beya lagil

  • @ItsMe-ml9vl
    @ItsMe-ml9vl 11 месяцев назад +1

    Tumi bht strrong, agloiyu anekoi thakibaa. God bless you

  • @DipBoniya-ph7np
    @DipBoniya-ph7np 10 месяцев назад +10

    Ki jagar hoi o bihari imn utpat na kla amr nogaon t axomiya vori tolot thake sun

  • @jimibegum9088
    @jimibegum9088 10 месяцев назад

    Hihotok bohibo dibo nalage Aru tumak bhut bohut Ashirbad thakil

  • @DipaliGogoi-xn4gv
    @DipaliGogoi-xn4gv 2 месяца назад +1

    Dipaligogoi 😭😭🙏🙏♥️♥️♥️♥️👌👌🙏🙏🙏🙏🙏

  • @shatrajithaloi2768
    @shatrajithaloi2768 9 месяцев назад

    God bless you

  • @KumudSaikia-cq5pm
    @KumudSaikia-cq5pm 10 месяцев назад

    বহুত দুখ লাগিল কথা খিনি শুনি।

  • @manabjyotidas6756
    @manabjyotidas6756 11 месяцев назад

    Tumak bahut dhanya bad jonaisu faiting life

  • @Bharativloge
    @Bharativloge 10 месяцев назад +4

    বহুতো বেয়া লাগিছে কি কবা মানুহ অচৰত কোনো নাথাকিলে বাহিৰা মানুহ চল পায়

  • @MosminaBeagum
    @MosminaBeagum 10 месяцев назад +3

    এনেকুৱা মানুহক ফাচি দি দিব লাগে

  • @RinkuBorboruah
    @RinkuBorboruah 10 месяцев назад

    Bohot dukh lagil God bless you

  • @dipjyotisut4481
    @dipjyotisut4481 11 месяцев назад +1

    Tumer video hodai sau bhut vl lge

  • @joyotsnadowallah3423
    @joyotsnadowallah3423 11 месяцев назад

    Bohut .dukh .lagile..kothakhini .bhogoban .asse .tumi..agbarhi juwa.

  • @monalishaduttasaikia3025
    @monalishaduttasaikia3025 10 месяцев назад +1

    অসমত বিহাৰী ৰ ইমান উৎপাত 😡😡😡 কেছ ধিলা কৰা সেই পুলিচ কেইটাক ও ইউনিফৰ্ম খুলি মাৰিব লাগে 😡😡😡

  • @SumanBoro-f1l
    @SumanBoro-f1l 11 месяцев назад +4

    It's so emotional......love you dear baaa...

  • @ParthaBora-r7y
    @ParthaBora-r7y 9 месяцев назад

    So sad and heart touching story😢

  • @budheswarlaskar1335
    @budheswarlaskar1335 6 месяцев назад

    ধৈন্যবাদ ভগৱান ছোৱালী জনীককৃপা কৰক কৃষ্ণ কৃষ্ণ

  • @jatinborah-hj9jf
    @jatinborah-hj9jf 6 месяцев назад

    Your story was very acient and sed

  • @bimolakhanikor870
    @bimolakhanikor870 10 месяцев назад +1

    বহুত বহুত দুখ লাগিল 😂😂😂

    • @ranjan1464
      @ranjan1464 9 месяцев назад

      Pagol nki hahisa j kla

  • @hemantadas2357
    @hemantadas2357 11 месяцев назад +1

    Bhanti val hobo dia future Val Manuh tumaluk

  • @ritubora1745
    @ritubora1745 11 месяцев назад +6

    অসমত ইহঁতৰ উৎপাত বেছি হৈছে

  • @DiptiGogoi-ob8ux
    @DiptiGogoi-ob8ux 11 месяцев назад +1

    God bless you ❤❤

  • @jaan7436
    @jaan7436 11 месяцев назад +1

    Eman papisto manuh thakene prithibit ...bohut dukh lagil kothaxini xuni

  • @queenrani7261
    @queenrani7261 11 месяцев назад

    Tumi bohut xahokhi hoi..tmr story tu xuni bohut dukh lagile🥺🥺manuhbur emn tololoi namibo parene baru😔😔manuhr xarite npore hehote.. bhogobane tumar lgte tmr maa papar mongol korok 🙌

  • @mamonidevi617
    @mamonidevi617 11 месяцев назад

    Sibani eman sahokki chuali bhal lagil vediotu chai aachorit lagil

  • @DipanjaliDuarah
    @DipanjaliDuarah 10 месяцев назад

    Ki aibur mañuh nahoi .Tumi agbahi juwa.

  • @pratapborthakur8015
    @pratapborthakur8015 6 месяцев назад

    Good experience

  • @bhobengogoi7335
    @bhobengogoi7335 11 месяцев назад

    ভগবানে মঙ্গল কৰক

  • @ChandraHazarika-t6f
    @ChandraHazarika-t6f 11 месяцев назад +4

    bohut dukh lagil😭

  • @Barashadas-b8v
    @Barashadas-b8v 8 месяцев назад

    Tmr story to xuni bhut beya lagil tmlokr ghr khnr opkar kra krne mnuh jone nijr suwalik heroyab loga hol asolte bhogban ase khotyot thkile bhogobane bisar krib ee voi nkriba khahoxere agbarhi juwa

  • @nityagogoi478
    @nityagogoi478 6 месяцев назад

    নগালেণ্ড অৰুণাচললৰ দৰে অসমত বহিৰাগতে মাটি কিনাটো বন্ধ কৰিব পাৰিব লাগিছিল ৷
    কি হ’ব ৰাজনিতীয়ে অসম
    ধংস কৰিলে ৷
    ছুৱালীগৰাকীৰ ধৈৰ্য্য সাহসক সন্মান জনালো ৷

  • @prasantadas5775
    @prasantadas5775 2 месяца назад

    কি কাৰণত ইমান অত্যাচাৰ,সাহস কৰ পৰা পালে।ভুমি পুত্ৰৰ ওপৰত বেলেগৰ পৰা আহি অত্যাচাৰ মানি লৱ নোৱাৰি।তোমালোকে জাতীয় সংগঠনক খৱৰ কিয় নিদিলা। এই সময়ত তেওঁ লোকক সহায় কৰা আমাৰ প্ৰয়োজন। অসমীয়া জাতিয় সংগঠন ক ইয়াৰ বিচাৰ কৰিবলৈ অনুৰোধ জনালোঁ।

  • @tarikonahmed7473
    @tarikonahmed7473 10 месяцев назад +1

    Bhut Bea lagil Allahi aibor manhuk maf nokere.

  • @shahubuwaripakghor1830
    @shahubuwaripakghor1830 11 месяцев назад

    Bohut beiya lagil