মই খীণ কাৰণে মোৰ প্ৰতি তেওঁৰ আকৰ্ষণ নাই😭 Monor Kotha

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • ...)
    Anchor: Himashree Saikia
    ( ...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    www.facebook.c...
    INSTA:
    / jumpingspiderstudios

Комментарии • 391

  • @gitanjalidutta6746
    @gitanjalidutta6746 Год назад +14

    সত্যৰ সদায় জয় ! আপোনাক ভগৱানে সহায় কৰিব ভাঙি নপৰিব , ছোৱালী কেইজনী আপোনাৰ সহায় হব

  • @narmadadevi5978
    @narmadadevi5978 Год назад +31

    নিজৰ মৰমৰ মানুহ জনৰ পৰা যেতিয়া অৱহেলিত হৈ থাকিব লগা হয় তেতিয়া জীয়াই থকাটো বৰ কষ্টকৰ হয়। পৃথিৱীৰ আন কোনো সুখে সেই দুখ পাহৰব নোৱাৰে।

  • @manjulaborah1351
    @manjulaborah1351 Год назад +40

    বাইদেউ গৰাকীয়ে বহুত সুন্দৰ কথা কৈছে,যাৰ husband ভাল তেখেতৰ wife সচাকৈ বহুত সুখী আচল কথাটো হল বুজা বুজিৰ অভাৱ, এজন মানুহৰ বাবে পৰিয়ালৰ সকলোৱে ভুগিব লগা হয়, বিশেষ কৈ মানুহক ভাল স‌‌্স্কাৰ লাগে । বেছি সহনশীলতা হলে মূৰত উঠে

    • @manomatideka7004
      @manomatideka7004 Год назад

      বাইদেউ আপোনাক বহুট বহুট ধন্যবাদ । ময়ো বহুট ভাবু বাইদেউ । নাৰী হয় জনম লৱাটুৱে পাপ নেকি বুলি।

    • @tinamonikalita5492
      @tinamonikalita5492 Год назад

      Po0

  • @rinagogoi526
    @rinagogoi526 Год назад +16

    মোৰ দৰে জীৱন সংসাৰত নাই বুলি ভাবিছিলোঁ। কিন্তু সংবাদ মাধ্যমবোৰত চালে গম পাওঁ মোৰদৰে নৰক যান্ত্ৰণা ভোগকৰা বহুত নাৰী আছে । ভগৱানকে চিন্তা কৰক, সৃষ্টি কৰিছে যেতিয়া পালন কৰিব নিশ্চয়। আপোনাৰ দৰে ময়ো সদায় ছোৱালীবোক কওঁ, বিয়াৰ পিছত যাতে নিজেই চলিব পৰা হয়। কোনে জানে কাৰ ভাগ্যৰকাঁটা কোন দিশে গতি কৰে। ময়ো আপোনাৰ সহযাত্ৰী বুলি ধৰিব পাৰে । কেতিয়াবা লগ পোৱাৰ আশা থাকিল!!

  • @Piku_matrakale_2m
    @Piku_matrakale_2m Год назад +12

    আপোনাৰ জীৱনৰ লগত মোৰ জীৱনটো একেবাৰেই মিলি গৈছে। মই মাত্র স্বামীৰ ঘৰত৫ বছৰ আছিলো। ৫ বছৰে মোক জলা-কলা খুৱালে। এতিয়া মই বিধৱা। বহুত সুখী। আপোনাৰো এদিন সুখ হব ধৈর্য্য ধৰক

  • @monihazarika7521
    @monihazarika7521 Год назад +48

    আপুনি কোৱা কথাখিনি ৰ লগত মোৰ জীৱনটো ও বহুত মিল আছে মাথো ল'ৰা ছোৱালী কেইটাৰ কথা ভাবি জীয়াই আছো । যেতিয়া পত্নী ৰ জীৱন তো স্বামীৰ পৰা অবহেলিত হয় তেতিয়া জীয়াই থকা বৰ কষ্টকৰ ভগৱানেই একমাত্ৰ ভৰষা হয় । ভগৱান মঙ্গলময়

    • @rons-topic1067
      @rons-topic1067 Год назад +1

      Don't give up sister... Aaji apunar din beiya kailoi taar din beiya hobo for sure.. hekhor homoiyot teo footpathot kukur type moribo..

    • @pratibhadeka1305
      @pratibhadeka1305 11 месяцев назад

      Aapunar kothatu right

    • @krishnakant6597
      @krishnakant6597 10 месяцев назад

      মইও ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাইয়েই ২৫ বছৰ বহুত কষ্টৰে কটালো কিন্তু অৱশেষত বুজিবলৈ যি ঠিক নহয় কেতিয়াও ঠিক নহয়। হৰে কৃষ্ণ 🙏

    • @monomoyphukon1990
      @monomoyphukon1990 Месяц назад

    • @jogendrachnath1451
      @jogendrachnath1451 Месяц назад

      ​@ronhjkkkas-topic1067 kc

  • @pravachutia931
    @pravachutia931 Год назад +64

    জীৱন এখন উপন্যাস ভাবি চালে সৰ্বনাশ ।মাইকী মানুহৰ জীৱনটো বহুত দুখ ।চকুৰ আগত দেখিলেও মাতিব যে নোৱাৰি ।ভাবো বহুত পাপৰ ফলত মাইকী মানুহ জন্ম হয়। ধন্যবাদ

    • @shreeyogi4229
      @shreeyogi4229 Год назад +2

      Maiki manuh papor folot jonmo nohoi, maiki manuh obihone prithibit monushya jati nathakile heten, laxmi, Saraswati, Durga, Kali xokolu mohila obotar , bohu punya korile aekhon gharat suwali jonmo hoi

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 Год назад +40

    বৰ দুখ লাগিল তেখেতৰ কথাবোৰ শুনি বৰ অমায়িক যেন লাগিল এদিন সুখ হব বাইদেউ আপোনাৰ 😊

  • @bulbulisarmah1530
    @bulbulisarmah1530 Год назад +23

    বাইদেউ আপুনি কোৱা কথা খিনি সচা নিজে কিবা এটা কৰাৰ পিছত হে বিয়াত বহিব লাগে এতিয়া মযো সাংসাৰিক জীৱনৰ খেল সকলো বোৰ খেলিছো লগতে আপোনাৰ অনাগত দিনত ভাল হোৱা কামনা কৰিলোঁ লগতে মোকো আশীৰ্বাদ কৰিব বহুত কষ্টত জীয়াই আছো❤❤❤❤❤

    • @krishnakant6597
      @krishnakant6597 10 месяцев назад

      ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰি থাকিবা অন্তত মনটো শান্তি লাগি থাকিব। মইয়ে সেই অভাগিনী মানুহ গৰাকী।মোৰ নামটো u tube ত ঠিক কৰিব জনা নাই। হৰে কৃষ্ণ 🙏

    • @arunasaikia4098
      @arunasaikia4098 28 дней назад

      8i​@@krishnakant6597

  • @anjaliborgohain820
    @anjaliborgohain820 Год назад +23

    বহোত বহোত ধন্যবাদ বাইদেউ আপোনি ভগৱানব সন্তুান ভগৱাণৰ মাগ"দৰ্শণত চলক জিয়াই থকা দিন কেইটা শান্তিৰে চলি থাকিব পাৰিব !ধন্যবা""দ

  • @junalimahanta4047
    @junalimahanta4047 Год назад +9

    বাইদেউ গৰাকী কথা বোৰ বহুত দুখ লাগিল 😢 ভগৱানে আপোনাক চাব।

  • @rinkigogoi7455
    @rinkigogoi7455 11 месяцев назад +18

    কথা খিনি শুনি বহুত দুখ লাগিল,কিন্তু আচৰিত যে তিনি জনি ছোৱালী আছে,তেওঁ কথা বোৰৰ পৰা গম পোৱা যায় যে সৰু জীয়ৰী চাগৈ কিবা কামত কৰ্মৰত,তেওঁ সৰু জীয়ৰী কথা বেছি কৈ কৈছে।তিনি জনি ছোৱালী ভিতৰত এজনী ছোৱালী মাকক বাৰু লগত ৰাখিব নোৱাৰিলে নে।তেওঁ যে গুচি যোৱা পাছত সৰু জীয়েক পইচা ভৰাই দিলে,কত যাবী,কি কৰিব হুধাত কৈ মই আছোঁ মই আপোনাক লগত লৈ আহিম বুলি এবাৰ কব পাৰিলে হেঁতেন।এইয়া মাথোঁ মোৰ দৃষ্টি ভঙ্গী হে দেই।বাকী তেওঁ সুখত থাকক।

  • @sushilaborah5402
    @sushilaborah5402 Год назад +7

    বহু দুখৰ লগিল। জ্ঞান শূণ্য ব্যক্তিৰ সৈতে সম্পৰ্ক ঘটাৰ বাবে।

  • @junumoniarandhara2784
    @junumoniarandhara2784 Год назад +10

    আপোনাৰ কথা বোৰ শুনি বহুত দুখ লাগিল । ভগৱানে কৃপা কৰক তাৰেই কামনা কৰিলো ।

  • @urmimaladas68
    @urmimaladas68 Год назад +7

    মোৰ জীৱনটো এই দুখ চলি আছে । মানসিক ভাবে ভাগি পৰিছোঁ যদিও ছোৱালী দুজনীৰ মুখলৈ চাই ৰৈ আছোঁ । মোৰ চাকৰিও নাই আৰু ২বছৰ হল চলিবলৈ একো নিদিয়াও হল । কিমান কষ্ট ভুক্তভুগিয়েহে বুজে 😭।

    • @birumoninarzary
      @birumoninarzary Год назад

      Oh ki koribo buji napale

    • @rupaliphukon7111
      @rupaliphukon7111 11 месяцев назад +3

      সচাঁ কই আমি এগৰাকী ভাৱৰীয়া। সুখত হাহো দুখত নিৰৱে চকুলো টুকী টুকী থাকিব লাগে। সন্তান বাবেই দুখ কস্ট কৰি জীয়াই থাকিব লাগে।

  • @Deeplinam
    @Deeplinam Год назад +8

    কথা খিনি শুনি দুখ লাগিল আপোনি দুখ নকৰিব ভবিষ্যতে আপোনা ভাল হব মানুহে কয় এ নহয় এদিন দুখ হলে এদিন সুখ ❤

  • @pori982
    @pori982 Год назад +10

    আপোনাৰ কথা বোৰ শুনি বহুত দুখ লাগিল আপুনি বহুত সাহসী হয় চৰিএহিন মানুহৰ পৰা আঁতৰি থকাই ভাল এতিয়া আছে কিছুমান এনেকুৱা ব্যক্তি

  • @runupamahandique6554
    @runupamahandique6554 Год назад +66

    বহুত মানসিক আৰু শাৰীৰিক কষ্ট অতিক্ৰম কৰি আহিছে। আপুনি সাহসী হওঁক। ভগৱানে সকলো প্ৰকাৰে সহায় কৰিব। সত্যৰ এদিন জয় হবই।

  • @user-xl9sg3mr1e
    @user-xl9sg3mr1e Год назад +6

    বহুত ধুনীয়া ধুনীয়াকৈ কথাবোৰ কৈছে ভাল লাগিল কিন্তু বহুত দুখ ও লাগিল।

  • @banikalita3082
    @banikalita3082 Год назад +5

    আপোনাৰ জীৱন কাহিনী শুনি বৰ দুখ লাগিল ।থকা দিন কেইটা শান্তিত থাকক ।

  • @rupalikalita6024
    @rupalikalita6024 Год назад +2

    বহুত দুখ লাগিল এনেকুৱা চৰিত্ৰবান মানুহক ভাল এসেকা দিব লাগে আৰু এই যাত ৰ মানুহবোৰ কেতিয়াও চিধা নহয়।কি কৰিব আৰু আপুনি সচাই বহূত ভাল নিশ্বয় আপোনাক ভগৱান চাব।

  • @leenagoswami1281
    @leenagoswami1281 Год назад +12

    তেওঁৰ কথা খিনি শুনি বৰ বেয়া লাগিল । তেওঁৰ জীৱন ত ইমান কথা আছে যেন লাগিছে , এ ঘন্টাত সামৰিব নোৱাৰি । সেয়ে আধৰুৱা যেন লাগিল ।

    • @krishnakant6597
      @krishnakant6597 10 месяцев назад

      ঠিক কৈছে 🙏 এশ ভাগৰ মাত্ৰ এভাগ কৈছোঁ বুলি ধৰক সেয়াও কম নকমকেহে কৈছোঁ।মোৰ নতুন মোবাইল হোৱা হেতু নামটো মোৰ ঠিক কৰিব জনা নাই। হৰে কৃষ্ণ 🙏

  • @bhupendas3078
    @bhupendas3078 11 месяцев назад +2

    কথা বিলাক বিশ্বাস কৰিব নোৱাৰি, পৃথিৱীত কি বোৰ ঘটনা সংঘটিত হয, আচৰিত পৃথিৱি। God blessing.

  • @popingogoi2605
    @popingogoi2605 Год назад +5

    বাইদেউ আপোনাৰ এদিন জয় হব। পৃথিৱীত ভগবান এতিয়াও আছে। আপোনী মাত্র ধৈৰ্য্য ধৰক। ধৈৰ্য্য ফল সদায়েই মিঠা।

  • @jharnasWorld-dy9px
    @jharnasWorld-dy9px 9 месяцев назад +3

    Hekhor kotha khini.. Bor bhal lagile ❤ mur maiuu hodaii eneikoie koisil.. Kintu moi hey mar kotha nuhunilu 😢.. Nijor majoni homan prithibit kunu hobo nuware 😢 love u ma ❤

  • @junmoniborah7443
    @junmoniborah7443 Год назад +5

    বাইদেউক ভগৱানে দীৰ্ঘ ায়ু কৰক ।বাইদেউ বহুত সহজ সৰল মানুহ কিন্তু ।বাইদেউৰ দৰে মই য়ো আধ‍্যাত্মিকতাৰ দিশত বৃন্দাবলৈ যোৱাৰ সিদ্ধান্ত কৰি থৈছো ভগৱানে যাতে কৃপা কৰে তাৰ বাবে আশীৰ্বাদ কৰিব ।🙏🏼🙏🙏🏼🙏

    • @krishnakant6597
      @krishnakant6597 10 месяцев назад

      হয়। আহিব মই Iskcon মন্দিৰৰ ভক্ত হয়। একো কৰিব নোৱাৰিলেও অন্তত থাকিব পৰাকৈ কিছু সহায় কৰিব পাৰিম।

  • @anjanadevi6407
    @anjanadevi6407 11 месяцев назад +3

    আপুনি বহুত আগতেই Dicition ল'ব লাগিছিল। ইমান কষ্ট কৰি থাকিব লগীয়া হৈছে, কথাখিনি শুনি বৰ বেয়া লাগিল। ঈশ্বৰে আপোনাক মঙ্গল কৰক।

  • @rambalram2610
    @rambalram2610 Год назад +7

    She has legal right.. as lawful wife. She should not come back from Court case... that is the 1st thing. She is not begging for her rights she deserves it. Besides her Husband is wealthy one or from well to do side so he is more than capable of supporting the family. She should rightfully claim support from family court. Not listen to people what they say. I am wondering with 4 grown up children how is she living or who is taking care of her expenses...🤔🤔🤔 She can also approach some NGO who help in cases like her or She can approach Woman Right Commission to get help. Court may give decision to make her Husband's salary 50-50 and give 50% to her.

  • @krishnakhibora5459
    @krishnakhibora5459 11 месяцев назад +16

    আপুনি বহুত সাহসী অ' মা 🙏

  • @junmonidutta3889
    @junmonidutta3889 Год назад +1

    সত্যৰ সদায় জয় এদিন আপোনাৰ জয় হ'ব । ধৈৰ্য ৰ ফল সদায় মীথা
    ভাল লাগিল কাহিনীটো শুনি দুখ লাগিছে মোৰ

  • @kakolidutta8036
    @kakolidutta8036 10 месяцев назад +1

    বাইদেউ আপুনি বহুত ভাল। আপুনি পাছত বহু ত সুখ পাব কাৰণ আপুনি সচা কথা কব পাৰিছে।❤️❤️

  • @rons-topic1067
    @rons-topic1067 Год назад +3

    Kalyug has started.. this is the true example of kalyug where wrong supports wrong people. Law and order has also took side of the wrong..

  • @Samarjyoti440
    @Samarjyoti440 9 месяцев назад +3

    আপুনি বহুত সহ্য কৰি সংসাৰ খন চলালে আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে আজিৰ দিনৰ বোৱাৰী বোৰ ৰ আপোনাৰ 10% শহনশীলতা সহ্য নাই।

  • @sumpikalita8118
    @sumpikalita8118 Год назад +8

    মা গৰাকিয়ে বহুত ভাল কথা কৈছে নিজৰ ভৰিত নিজেই থিয় হব লাগে তাৰ পাছত বিয়া হব লাগে good

  • @neharikabora4523
    @neharikabora4523 Год назад +2

    মোৰ জীৱনৰ সৈতে একে মই বহুত কস্থ কৰি আপোনাৰ দৰে জীৱন কটাবলগীয়া হৈছে ল'ৰা ছোৱালী দুজন কথা ভাবি দিন কটাইছো বহুত কস্থ কৰি আইনৰ সহায় লৈও শান্তি নহ'ল মই নিজৰ পৰিচয় দিবলৈ ভয় লাগে মদ খোৱা মানুহৰ লগত সংখাৰ কৰিলে এনেকুৱা হয় মোৰ আপোনাৰ জীৱনৰ দুখ একে ভগৱানক বিশ্বাস কৰক শান্তি হ'ব মই ভগৱানক বিশ্বাস কৰি জীয়াই আছো ভগৱানে এদিন সুখ দিব🙏🙏

  • @paharichutia-wr9ui
    @paharichutia-wr9ui Год назад +9

    আপোনাৰ জয় হ'ব , কৃষ্ণ কানাই মানে বৃন্দাবনৰ বাকেবিহাৰিৰ লগত অন্তৰেৰে সদায় কথা পাতিব,মানুহজনৰ শক্তি সদায় নেথাকে , ল'ৰাটো ডাঙৰ হ'বলৈ দিয়ক , মানুহজন আপোনাৰ এদিন ভৰিত পৰিব চাব আৰু সেইদিনা আপুনি আকৌ এনেদৰে আমাক কবহি,

    • @__w4r.m4chin3__
      @__w4r.m4chin3__ Год назад

      Apunar logot vogoban nisoi ase adin apunar val hobo. Vogobanor uporot hokolu ari diok.

  • @padmalalung5688
    @padmalalung5688 11 месяцев назад +1

    বাইদেউ নমস্কাৰ ।আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নাৰীয়েই হ'ল শক্তি দেৱী দুৰ্গা,লক্ষ্মী, সৰস্বতী, আৰু এগৰাকী মহিমাময়ী মাতৃ ।নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য্য ৰে আগুৱাই যাওক ।

  • @nibeditadas5902
    @nibeditadas5902 Год назад +1

    বহুত ভাল লাগিল এনেকুৱা অনুষ্ঠান পৰিবেশন কৰা বাবে বাইদেউ গৰাকীৰ
    উপৰিও অনুষ্ঠানৰ আত ধৰোতা গৰাকীক
    ধন্যবাদ জনলো

  • @swapnasri-ug2pv
    @swapnasri-ug2pv 10 месяцев назад +2

    Apuni bht khahokhi ❤ vogwan vl koribo apunak 🙏

  • @lukumoniborah4057
    @lukumoniborah4057 Год назад +2

    সত্যৰ‌ লগত ভগৱান সদায় থাকে । জীৱনত বিয়া ই মূখ্য নহয় ।

  • @user-bo8kw3mw1q
    @user-bo8kw3mw1q 11 месяцев назад +1

    ভগবানে আপোনাক মঙ্গল কৰিব। আপোনাৰ সাহস কিন্তু মানিছো । আপুনি এদিন ভাল ফল পাব ।

  • @niranjankalita4493
    @niranjankalita4493 3 месяца назад +1

    All are gift of God.

  • @padumitalukdar6621
    @padumitalukdar6621 Год назад +14

    দুখৰ জীৱন কেতিয়াবা আদৰণীয় হয যদিহে সততাৰ গোন্ধ থাকে।❤

  • @anjaliborah4614
    @anjaliborah4614 Год назад +6

    কথাবোৰ সম্পূৰ্ণ নহল লৰা ছোৱালীয়ে কি কৰে এতিয়া কি অৱস্থা কবলৈ দিব লাগিছিল

  • @ravan6937
    @ravan6937 Год назад +1

    Himasri ba apunar dwara tekhetok ata katha kaba huju...teuk kaba: khuri apauni jiman ji bhugile khalani nhoi kin2 bartaman t ri vabisyat khalani kribo lage...apunar apunar pati k eri aguai jauk ..pati brata bhal hoi kin2 nijk kosto di jiai nathakibo..sab khalani haba khali karma karak..aguai jauk apuni hadai khikhi thakibo...dhanyabad

  • @rgrg5472
    @rgrg5472 11 месяцев назад +1

    অনুভৱ হয় পৃথিৱীত ৮৫ শতাংশ বিবাহিতা মহিলা পতিৰ দ্বাৰা নিৰ্যাতিতা/ ৫শতাংশ বুজাবুজিৰ বাবে সুখী/ বাকী ১০ শতাংশ নাৰীৰ বাবে পুৰষো নিৰ্যাতিত ! আপুনি সাহসী, পুৰুষ ক'লে পুত্ৰইও নাচাই দেখোন বেছিভাগকে ! আপুনি জীৱন পথত সঠিক যুদ্ধই দি আহিছে , জীৱন কিছুমানৰ বাবে সুখৰ সাগৰ যদি কিছুমানৰ বাবে নৰকৰ দুৱাৰ ! হাৰ নামানিব, জীৱন মানেই যুদ্ধ বুলিও বহুতে কয় !

  • @ritabhattacharyya8402
    @ritabhattacharyya8402 Год назад +24

    Very sad life. But not rare. I pray that God give her strength to bear all abstructions in life ahead. She must keep herself cool and walk in life carefully. With all my experiences, i say God is with her always. I praise her last comment that she made on a 'Mother's Advice'. Its universal truth. my wishes & prayer 🙏

  • @mamonibora2837
    @mamonibora2837 24 дня назад

    বহু পুৰুষ আছে বিয়া পাতে শৰীৰ টোৰ কাৰণেহে। বহুত মহিলা আছে অন্তৰত দুখ কিছুমান সাবটি, যিবোৰ আনক ক'ব নোৱাৰে। কিন্তু মানুহৰ আগত মুখত এটি সুন্দৰ হাঁহি লৈ অভিনয় কৰে সুখেৰে আছো বুলি।

  • @ghantaboyfunny8909
    @ghantaboyfunny8909 11 месяцев назад +1

    সত্য সদায় জয় আপুনি এদিন নহয় এদিন জয় হ'ব আশীৰ্বাদ কৰিছো বাইদেউ 🙏🙏🙏

  • @richahazarika1911
    @richahazarika1911 11 месяцев назад +1

    আপুনি একেবাৰেই সচাঁ কথা কৈছে।
    সুখী হওঁক,ভালে থাকক আপুনি

  • @jack-ht2gm
    @jack-ht2gm Год назад +6

    Bahut dukh lagel 😢 aden apunar val habe💯God bless you 🙏🙏🌹❤❤❤❤

  • @shimantasaikia214
    @shimantasaikia214 Год назад +2

    Duxor kota koi hax nohoi aru anakuya manuh kunudin xoloni nohoi ami nijie holoni hobo lagibo judo koriy takibo lagido 😢😢❤

  • @smitasonowal694
    @smitasonowal694 Год назад +4

    আপোনাৰ এদিন সুখ হব। ভগৱানে সহায় কৰিব।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Год назад +4

    অভাব এদিন নিশ্চয়ই দুৰ হব, কিন্তু সৱ্ভাৱ কোনো দিন সলনি নহয়৷

  • @makanigoswami8935
    @makanigoswami8935 11 месяцев назад +2

    এখেতৰ জীবন টো বৰ দুখৰ ৷মই চিনি পাইছিলো ৷

  • @chandranath5338
    @chandranath5338 Год назад +44

    কথাখিনি শুনিলোঁ।মোৰ অবস্থা তেওঁতকৈ সাংঘাতিক।মই নিজে হাইস্কুল এখনৰ শিক্ষয়িত্ৰি আছিলোঁ।মোৰ ওপৰত চলি থকা অত্যাচাৰ অবৰ্ণীয়।

    • @hemantathakuria7704
      @hemantathakuria7704 Год назад

      Nije income kori ani hatot tuli dileo tistibo noara obosta hoi tate aru dependant hoi soli thakibo parine,,, Rashmi Thakuria,,,

    • @krishnakant6597
      @krishnakant6597 10 месяцев назад

      বাইদেউ মই প্ৰায় এশ ভাগৰ এভাগহে কৈছোঁ । বহুত কথা ক'ব নোৱাৰি। দেখুৱাব নোৱাৰোঁ।হৰে কৃষ্ণ 🙏। সহনশীলতাই আমাৰ গতি আৰু ঈশ্বৰ সেৱাই আমাৰ ৰতি।

    • @ashokdeka5387
      @ashokdeka5387 10 месяцев назад

      Tanekuwa mor hol heten kintu moi 1st time gom palo ekdom sidha kori disu..katiyao husban vy koribo nlge gali galaj suni sup thakibo nalage..aponak marile apuni o maribo sidha hoi jabo..mair khai nathakibo gali dile vidio kori thbo..from Dipa

  • @ankita_1222
    @ankita_1222 10 месяцев назад

    Manuhor swabhab ketyau xoloni nhy burha houk ba mori a jaok..ktha axar ase nhy jar ji swabhab morileu lgt jai..
    Bki apuni bhtt xahohi proud of uh aaita❤

  • @moongogoi6577
    @moongogoi6577 11 месяцев назад +1

    Apunar hukh hobo adin ,dhoijyo dhrok , dhoijyor foll mitha ,vgban ase pithibit ,valor lgt hdai val a hobo kintu deri hobo pare lastot apunar a joi hobo ❤

  • @user-bb5lp9is2t
    @user-bb5lp9is2t 11 месяцев назад +2

    Xosakoi anekuwa jar hoi no tew he Buji pai karon mur life tu anekuwa steasion hoi ase.... Life tu je kenekoi par hobo agoloi 😔😔🥺🥺🥺🥺🥺

  • @karabibaruah2135
    @karabibaruah2135 Год назад +7

    Last message was so true💯

  • @minulahon8542
    @minulahon8542 11 месяцев назад +1

    বাইদেউ গৰাকী লৈ বেয়া লাগিল বহুত কষ্ট পাইছিল সকলো মদপী মাত্ৰ পৰাআমি নাৰীসকলৰ কষ্ট হৈছে আৰু মাতৃৰ সন্দৰ্ভত আপোনাৰ লগত একমত সঙগাম কৰা যাওক সাহস নেহেৰুৱাবl

  • @KabitaDeka-gh6wj
    @KabitaDeka-gh6wj Год назад +1

    সচাকে ভিডিঅ'টো চাই বৰ দুখ লাগিল। ভবিষ্যতে আপোনাৰ সুখ হ'ব বাইদেউ

  • @Tired524
    @Tired524 6 месяцев назад +1

    Tiruta manuh otyadhik Salak nohole ei pixas buror logot nuwaribo. Axa koru etiya apunak olop bhal hoise jibon tu.

  • @jesminbegum4609
    @jesminbegum4609 10 месяцев назад +1

    😮apuna jibone kotha bur bohut dukh lagil khukhr hok apunar jibn

  • @S.M.8439
    @S.M.8439 11 месяцев назад +5

    সত্য কথা।মহিলাই স্বাৱলম্বী হৈহে বিবাহ হব লাগে।মই কৰ্মৰত মহিলা।কোনো পুৰুষৰ কথা বিস্বাস নকৰো।নিজৰ স্বাৰ্থৰ কাৰণে মহিলাক ব্যৱহাৰ কৰে।

  • @bornalimohan2793
    @bornalimohan2793 Год назад +1

    আপোনা জীৱনৰ কাহিনী লগত মোৰ বহুত মিল আছে।

  • @rajmalakar5349
    @rajmalakar5349 Год назад +5

    কথাখিনি আধৰুৱা হৈ থাকিল..........

  • @pratimadas2550
    @pratimadas2550 Год назад +11

    God Bless.u.Apunr adin joi hoboi.Mathu xomoi aheboloi deok

  • @deijinaakhter4594
    @deijinaakhter4594 Год назад +10

    আপুনি ১০০ শতাংশই সঁচা কথা কৈছে। ছোৱালীবিলাক আৰ্থিকভাৱে সবল হোৱাৰ লগতে কুংফু, কাৰাটে শিকাটোও জৰুৰী।

  • @sherryburagohain1472
    @sherryburagohain1472 11 месяцев назад +3

    আপোনাৰ কথাশুনি মোৰ দুখ লগা নাই৷বৰঞ্চ আপোনালৈ খং হে উঠিছে৷আপুনি মানুহজনৰ ইমান বেয়া কামবোৰ দেখি আৰু তাৰ পাপবোৰ দেখি মনে মনে থাকিল৷ছোৱালী দুজনীক লৈ আপুনি আগতে থানাত যাব লাগিছিল৷আপুনি নিজে ডিভোৰ্চ দি নিজৰ ঘৰলৈ আহিব লাগিছিল৷দেউতা যেতিয়া ভালেই আছিল তেন্তে দেউতাৰ লগত নাথাকিল কিয়?মনত ৰাখিব যে পাপ সহ্য কৰাটো পাপী৷আপুনি মানুহজনক শাস্তি দিব লাগিছিল৷পতিব্ৰতা বুলি কি আছে৷প্ৰেকটিকেল হওক৷

  • @bijukhanikar
    @bijukhanikar Год назад +1

    বাইদেউ আপুনি বহুত ভাল কাম কৰিলে ধন্যবাদ জনালো

  • @chandragogoi2600
    @chandragogoi2600 Год назад +7

    সত্যত সদায় ভগবান থাকে

  • @user-cc5cq3kl9g
    @user-cc5cq3kl9g 11 месяцев назад

    Apuni bohut xahoxi.. apunar pora bohut hikisu...xahokh neheruabo...God bless

  • @All0049
    @All0049 Год назад +44

    Mom is the biggest warrior ❤

    • @monsuni321
      @monsuni321 Год назад +1

      tmr ma ni

    • @rons-topic1067
      @rons-topic1067 Год назад +1

      ​@@monsuni321 maa soborey hoi.. tumar Mur buli eku naai.. tumi saakey ei mahila jonir husband type taar karoney enekuwa kotha koiso.

  • @user-or6iu3mg6d
    @user-or6iu3mg6d Год назад +1

    Aponar val din ahi ase khuri...besi sinta nakarib....❤

  • @pulenbezbaruah9021
    @pulenbezbaruah9021 Год назад +2

    আমাৰ জিৱনতো কাহানি আছে।
    ভগৱান ওপৰত এৰি দিছো

  • @rakhimonidas7738
    @rakhimonidas7738 Год назад +8

    সচাঁ কথা 1বাইদেউ জীৱনটো বৰ দুখৰ

  • @taruntalukdar2776
    @taruntalukdar2776 Месяц назад

    বাইদেউ ঈশ্বৰে আপোনাক মঙ্গল কৰিব ।

  • @kabitamoran6158
    @kabitamoran6158 Год назад +10

    আপোনাৰ দৰেই মোৰো একেই অৱস্থা

  • @TrishnaRajbongshi-ji7js
    @TrishnaRajbongshi-ji7js 11 месяцев назад +1

    Baa aunty jonir ktha xuni dukh lgil bhut...but aunty ktha khini vl koi milai kb jna ni tekhetor maju suali joni ki hl lorai ki kri ase atia aru khoru suali joni a je poisa diye kor pora diye tai kt thke vl dore buji napalu..baki vle lgil

  • @The2sisters701
    @The2sisters701 10 месяцев назад

    Apunak bor val lagil ,,,,, sotyo koise apuni.... apunak dhonyobad dibo logia

  • @Assamesemix191
    @Assamesemix191 Год назад

    baido joni r katha bor real hoi i feel ki krib baido val manhu r anekuwa hoi moi asha koru apuner adin val hob

  • @mamonidevi617
    @mamonidevi617 11 месяцев назад +1

    Bohut dukh lagil Baidewr kothabur xuni chokurpani ulai aahil bhogobanor uchorot parthona jonaichu aru jatd axanti napai

  • @kabyashreedevchoudhury286
    @kabyashreedevchoudhury286 Год назад

    Bohut bhal lagil . Teur kothai xojagota Ani dise . Teur nisina Jen aru Karu nohouk tarei kamona korisu . Teur korun jibontir Ami xomobhagi hoi porisu

  • @manishachetri8700
    @manishachetri8700 Год назад +1

    bahut dukh lagil kotha huni😌😌bhagwane teuk sukhat rakhak🙏🙏

  • @ranjitkumarbarman4094
    @ranjitkumarbarman4094 11 месяцев назад

    Apuni bhagabanar ashirbad power babe iman sahashi house spunk AI sangramat jay habai god bless you

  • @bulbulinath7612
    @bulbulinath7612 Год назад +1

    আচৰিত মানুহৰ জীৱন আপুনি কুশলে থাকক

  • @bornalidutta2657
    @bornalidutta2657 Год назад

    Bidew apunr kotha khini hunilu bhut dukh lgil huni .. vgban apunr. Hohi hbo ... Apuni hahokhere agui jawk

  • @sukuramkachari72
    @sukuramkachari72 Год назад +1

    Ji jn beya hy si borha hoi gleo beyaye hoi thake.. Gotike time thakote usit bebysta luar bhut proyojn hy..

  • @u.b2625
    @u.b2625 11 месяцев назад

    Ai episode tur pora bohut hikibologiya Kotha ase.

  • @momiborah5499
    @momiborah5499 Год назад +5

    Juji jwa Bo adin tumar joi ho bo. Ajir jug Koli jug.singul life best.

  • @hafizan139
    @hafizan139 11 месяцев назад +1

    তেনেকুৱা মোৰ ও জীৱন ।
    সৎগ

  • @shivamjit143
    @shivamjit143 Год назад +6

    সঁচা মাতৃৰ কথা নুশুনিলে,আৰ্থিক উপাৰ্জন নহলে বহুত বেছি পতিব্ৰতা হলে দুখ হয় চাগে,,,,,😢

  • @jatinsonowal5975
    @jatinsonowal5975 Год назад +2

    বাইদেউ
    আপোনাৰ মন্তব্য বিলাকৰ পৰাই আপুনি এগৰাকী ধয্যশীল আদশবাণ মহিলা আপোনাক ভগৱানে আশীৰ্বাদ কৰিব ।

  • @user-tg1rq8iq8h
    @user-tg1rq8iq8h Год назад +1

    আপোনাৰ জীৱনত ঘটা ঘটনাবোৰ বহুনাৰীৰ লগত ঘটি আছে । আপুনি সাহসেৰে ওলাই আহিছে ।

  • @olichangmaisaikia3474
    @olichangmaisaikia3474 Год назад +2

    বৰ বেয়া লাগিলে কথা বিলাক শুনি চকুপানী বৈ গল আপোনাৰ ভাল দিন আহিব চিন্তা নকৰিব

  • @ranjubashya3508
    @ranjubashya3508 Год назад +1

    বহুত দুখ লাগিলবাইদ

  • @zubinda1728
    @zubinda1728 Год назад +1

    God will bless you madam

  • @user-nv6eo1rj3s
    @user-nv6eo1rj3s Месяц назад

    Mor soyali dujanik sakari karar pisatha biya diso
    Aponar Katha xuni bahut beya lagil.
    God bless you

  • @niranjankalita4493
    @niranjankalita4493 3 месяца назад

    Life is struggle
    Bad luck.baideo dukh nakaribo