Very Real talk, I left assam very early age,so had no time to learn about assam, through Labu’s video I can watch all about hidden gems of assam...just great...and very very useful for new generation. Exclusive video LABU, many thanks for showing us the memorable place’s
Moiu Sibsagarore hoi, kintu sukafa maidam j belegkoi ase ajihe janilu, aru Bor axomor pitri purux jonor maidam tur ei dukh loga obostha dekhi asorit hoisu, Assam Government a hunkalei jaga dukhor bedokhol mukto kori hundor koi tourist spot rupot hojai hongrokhyon koribo lage
Amar gaon Tu anekuwa ata kam ahisil new ke, bohut toka kam ahisil, kintu, kam akua huwa ni, anki gaon manuh burork Jopcard korisil tar poisaw aji nahil,, Amar gaon khnr nam Tu DUANi (Morigaon)
Anekoi haat jur kori kiba bisarile ajir jugot napabo.... Danda loboi lagibo... Moi o ahom r puali... Video Tu dekhi bht dukh aru khong uthise... Ami bur xsake atia o bht pagla hoi asu... Tumalukoloi dhainnyabad thakil
ইমান সংগঠন থকাৰ পাছত এই অৱস্থা দেখি দুখ লাগিল ।
এনেকৈ ৰাইজৰ মাজলৈ কথাবোৰ লৈ অহাৰ বাবে ধন্যবাদ লাবু দা।
দুখ লাগিল । আজিহে গম পালো বৰ অসম গঢ়োতাৰ মৈদাম যে তাত আছে ।। ইয়াৰ ব্যৱস্থা লব লাগে চৰকাৰে ।
লাবু বহুত ধন্যবাদ তোমাৰ সাহসী কণ্ঠ বাবে।
বৰ পৰিতাপৰ বিষয়, অসম চৰকাৰ, আহোম সংগঠন আৰু পূৰাতত্ব বিভাগ,আপোনালোকে অলপ কৃপা কৰক🙏
Bhal kam korise...information khini dia babe...thank you
বহুত দুখ লগা কথা । অসম চৰকাৰে অতি সোনকালে ইয়াৰ বিহীত ব্যৱস্থা লব লগে।
নৱ প্ৰজন্মৰ আহোম ভাইটি কেইজনৰ কাৰণে আজি এই ঠাইৰ দেখিলো সচাই দুখ লাগিল ।তোমালোকে উদ্ধাৰ কৰা । ।
এইবোৰ লৈ আমি যি চৰকাৰেই নহক ধৰিব ' মাত মাতিব লাগে। জয়মতী কোন কলে বি য়ে পঢ়া সকলেও নাজানিব । কাৰন চাহ বেপাৰী আহি গল ন ৰজা হৈ
সুন্দৰ উপস্থাপন কৰিছে অশেষ ধন্যবাদ
সেইটো আহোমৰ আছল জেগা সম্পূৰ্ণকৈ ওলাব লাগিব😮
You are the best youtuber in Assam
বহুত দুখ লাগিল ।আমাৰ মহান পৃতিপুৰুষজনৰ এনেকুৱা অৱস্থা।ইয়াৰ উষিত মৈয্যাদা তেখেত পাওক।কামনা কৰিলো।
আপুনি কোৱাৰ দৰে আমিও ভাবিছিলোঁ চাওলুং চুকাফাৰ মৈদামটো চৰাইদেও মৈদামৰ ভিতৰতে আছে বুলি আজিহে গম পালোঁ । বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ সমাধি ক্ষেত্ৰ তথা মৈদাম টো এনেদৰে থকা দেখি বৰ দুখ লাগিল। ৰাজ্য চৰকাৰে সোনকালে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰক👏
Are ratiye ghor tu jue logay dile hol kunubai... aeya sorkaror mati...
সুন্দৰ লাবু...অসম চৰকাৰৰ কথা কি কবা দুখ লাগে !!!
বাঃ লাবু কি সুন্দৰ পদক্ষেপ.... আগুৱাই যোৱা 👍👍
বৰ দুখ লাগিল। অসমৰ বৰ ৰজা জনৰ আজিৰ এই অৱস্থা
চৰকাৰে এটা সিদ্ধান্ত লোৱা উচিত।🙏🙏🙏
বহুত ভাল পালো , আপোনালোক ডেকাচাম ওলাই আহক .....এতিয়া সকলো আপোনালোকৰ হাতত , আমি লগত আছো .
অৱস্থা দেখি বহুত দুখ লাগিল।
ইমান বেয়া অৱস্থাত আছে আমাৰ উপৰিপুৰুষৰ ,আমাৰ পিতৃ পুৰুষৰ মৈদাম 😭 বুকু কপি যায় ।
সচাকৈয়ে দুখ লাগিল।যি গৰাকী স্বৰ্গদেউৰ নাম শুনিলে গাৰ নোম শিয়ৰি উঠে তেওঁৰ মৈদাম এনেদৰে অনাদৃত হৈ আছে দেখি বহুত দুখ পাইছো
সুন্দৰ আৰু সত্য উপস্হাপন ৷ বৰ বেয়া লাগিল ৷
Good news
ধন্যবাদ লাবু 🙏🙏 সুন্দৰ উপস্থাপন
বহুত বহুত ধন্যবাদ লাবু দা , এই video টো ফেচবুক টো ডিওক সম্পুৰ্ণ কৈ , সকলোৱে জানক কথা টো ।
বৰ দুখ লগা কথা.... বিষয় টো অতি গৰুত্বপূৰ্ণ
ধন্যবাদ জনাইছো আপোনাক দাদা
Val lagil aru hosai aia oti dukh loga kotha .
বৰ দুখ লগা। অতি সোনকালে সংৰক্ষণ কৰিব লাগে। ভিডিও টো যিমান পাৰো মই চেয়াৰ কৰি আছো।
I'm from Boko , so it's too distant, Let's start a social media movement #save the heritage of Assam🙏
So good. Arombho kori diya bhai #saveheritageofAssam, ami asu logot. Aag bohai niya kaam amar
সত্যৰ উন্মোচন আৰু ভিত্তিগত তথ্যৰ যোগান ধৰে বাবেই চেনেলটো ভাল লাগে। Subscribed কৰিলোঁ 😊
অসমৰ ৰাইজে জনাটো দৰকাৰ কি হৈ আছে প্ৰকৃত তে। ভাল লাগিল এনেকে দেখুৱাবলৈ আগবাঢ়ি অহা কাৰণে
Good work❤
Like your motivation faithfully.
আপোনাৰ বিষয় বস্তু বিলাক মোৰ বহুত ভাল লাগে..
Dekhi bor dukh lagil dei. Government should do something for the Father of Assam
ভাল কথা কৈছে দেই
Grass level ot dekhua babe hosai dhanyabad...real picture khn dekhi bohut dookh lagil... amar nijar jonaw protinidhi kijone ki step loise...kot asu ami....hosai chintonoyo.. 🙏
Very Real talk, I left assam very early age,so had no time to learn about assam, through Labu’s video I can watch all about hidden gems of assam...just great...and very very useful for new generation. Exclusive video LABU, many thanks for showing us the memorable place’s
এইবোৰ ভিডিও মামাক দেখাব লাগে
Thank you so much
Hundor dada . hundor uposthapan
বৰ দুখ লাগিল ।
Oóoooo, asorit hoisu 😮😮😮
বৰ দুখৰ কথা লাজৰ কথা
Bhal lgil video 2 👍 proud of you
1st time gom paisu....#assam government please do the needful... keep it up bro...
Kunu din a nedekha ru nojona to dekhi tumk dhoinabad jonalu.deki bht dukh lagil.sorkar a Jan kotha to mon diyok🙏
Bohout vl lagel video tu si🌏🌎
Great 👍👍
দুখৰ বিষয়
Superb bro
Good morning dada apuna video sai bohut val lage
আগুৱাই যোৱা
Hosa kotha dada ❤️
ধন্যবাদ জনালোঁ ❤❤❤❤
আচৰিত
Raizor mama, buldozar ketia chalibo. Joi hind.
Val lgy apunar videos r bikhoi bur 🔥
Bhut val lagise
বৰ দুখ লাগিল ৷ শাসক পক্ষই এইবোৰ দেখিও নেদেখাৰ ভাও ধৰে 😞😞
Moja labu da
Best disa dada
সঁচাই, এশবাৰ পঢ়িলেও এবাৰ দেখাৰ সমান নহয় ৷ ভাব হৈছ , তেন্তে আমি চৰাইদেউত কাৰ মৈদাম চাইছিলোঁ ? চাওলুং চ্যুকাফাৰ মৈদামৰ এই অৱস্থা? তাতে আকৌ চাহ বাগিছা ? হায় হায় ! আপোনালোকে দেখুৱাই নিদিয়াহ’লে নজনাকৈয়ে মৰিব লাগিলহেঁতেন ৷ বৰ দুখ লাগিল৷ আপোনালোকে ইয়াতকৈ বেছি কৰিব নোৱাৰে ৷ (প্ৰসংগতঃ, বহুদিনৰ মূৰত এগৰাকী অসমীয়াক এখনি শুদ্ধ অসমীয়া ৰীতিৰে বোৱা গামোচা লোৱা দেখিলোঁ -মানে এমূৰে ফুল বছা , আড়ম্বৰৰ প্ৰকোপবিহীন )৷ বৰ ভাল লাগিল (মানে সত্যটো জানি - আপোনাৰ কথাতেই আপোনাৰ অন্তৰৰ বেদনা ফুটি উঠিছে ৷
Sundr uposthapon
Dukh lagil dekhi, aji ame hojag nahou tatia axom rokhatole jabo 🙏
Mojja
Hosa kotha dai dada
Video vl lagish 👍👍
hosa kotha support t
Very nice video
thanks sir
আজিকালি মানুহবোৰ স্বাৰ্থলোভী । দুঃখ লাগে । আমাৰ অসমৰ শাসক সকলৰ চিন্তাধাৰা বোৰ কিমান মানদণ্ডৰ, ইয়াতে ধৰা পৰে।
Moiu Sibsagarore hoi, kintu sukafa maidam j belegkoi ase ajihe janilu, aru Bor axomor pitri purux jonor maidam tur ei dukh loga obostha dekhi asorit hoisu, Assam Government a hunkalei jaga dukhor bedokhol mukto kori hundor koi tourist spot rupot hojai hongrokhyon koribo lage
বৰ পৰিতাপ ৰ কথা।
অতি সোনকালে ইয়াৰ বিহিত ব্যবস্থা লব লৈ অনুৰোধ জনালোঁ চৰকাৰলৈ।
Bor dukh palu dekhi 😥
বৰ অসম গঢ়ি লে কোনে আৰু খাইছে কোনে
দূখ লাগিল
ঠাই দখৰ ক'ত সচা দুখ লগা কথা
Right dada
ধিক্ অসমীয়া জাতি
Omg♥️🙏🙏
Moja lagi thak narebe
Bidda moi class 9 ত শিক্ষামূলক ভ্ৰমণত যাওঁতেও, চৰাইদেওত সুমাওঁতে আমাৰ স্কুলৰ আচাৰ্য মানে sir, madam সকলক সুধিছিলোঁ, তেওঁলোকেও ইয়াৰে কোনোবা এটা হয় বিচাৰি চোৱা বুলি হে কৈ থলে, আজি লৈকে কোনেও গম নাপায়, মোৰ বোধেৰে।
Apuni mohan you tuber 🙏🙏🙏🙏🙏🙏🙏
👌
Morning Dada apunar video Sai val lagil 👌♥️
ইমান সোনকালে চোৱা হল নে
Nice
Hoklu Raije oti hun kale usit bisa kratu dorkar,🙏🙏🙏
nice video
বহুত দূখৰ কথা 🥺
👍👍👍
Amar gaon Tu anekuwa ata kam ahisil new ke, bohut toka kam ahisil, kintu, kam akua huwa ni, anki gaon manuh burork Jopcard korisil tar poisaw aji nahil,, Amar gaon khnr nam Tu DUANi (Morigaon)
OMG
আমাৰ আহোম সংগঠন নামত হে জাতিৰ দালালি বাদে একো নাজানে চুকাফা মৈদাম এই অৱস্থা লাজ লগা নাই আহোম সংগঠন কেইটাৰ।
Dekhi dukh palu . Enekuwa j hobo voba nasilu
Good
Mooza
😢 দুখৰ বিষয়
Hosa k bor beya hoi asea aitu sorkare oti xon kale emar karne kiba bebosta hatot lobo lage take anurodh korisu 🙏🏻
Axom pratisthata r aaji elagi hoi role 😢
Anekoi haat jur kori kiba bisarile ajir jugot napabo.... Danda loboi lagibo... Moi o ahom r puali... Video Tu dekhi bht dukh aru khong uthise... Ami bur xsake atia o bht pagla hoi asu... Tumalukoloi dhainnyabad thakil
Val