Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সতী হৈছে দক্ষ আৰু প্ৰসূতিৰ কন্যা। শিৱৰ প্ৰথম পত্নী।। সতীৰ মৃত্যু হোৱাত সতীৰ দেহৰ অংগ পৃথিৱীৰ বিভিন্ন ঠাইত পৰিছিল,যি পিছলৈ 51 খন শক্তি পীঠত পৰিণত হ'ল।। সেই সতীয়েই পিছলৈ হিমালয় পৰ্বতৰ ৰজা হিমবণ্ত আৰু মেনকা ৰাণীৰ কন্যা পাৰ্বতী ৰূপে জন্ম লৈ পুনৰ শিৱৰ পত্নী হলগৈ।।মূলতঃ আদ্যশক্তি মহামায়া ই সতী আৰু পাৰ্বতী হৈ জন্ম লৈছিল। এতেকে সতী,পাৰ্বতী,দুৰ্গা ,কালী, অন্নপূৰ্ণা ,জগদ্ধাত্ৰী একেগৰাকী গোসাঁনী।।
ৰজা দিনৰ আৰু পৌৰাণিক আখ্যান থকা দৌল দেৱালয়ৰ কাহিনী বৰ্ণনা শুনি খুব ভাল লাগিল। আৰু দিবা।
Nojona kotha ata gom palu
JAI MA JAGADHAMBBA JAGAT JANANI....OM MA DURGE DURGATI NASHI NIYEI NAMAH....🌿🌿🌿🌿🌿🚩🚩🚩🚩🚩🙏🙏🙏🙏🙏
ঠাই খনৰ বিষয়ে জানিব পাৰি সুখী হলো 👌🙏🙏🙏
বহুত ভাল লাগিল। ধন্যবাদ
Video tu sai bhut vl lagil logte apna loiu dada bhut bhut Dhnybad thakil❤❤❤❤
Val lagil sai...Mur original ghor tar pa 3-4 km.. Apunak adin suggest korislu live t...Moi Ramkhapith last pujat goislu..
❤❤
দেবীৰ 51পীঠ আছে
🙏🌺🌺🌺🙏
Vedio salu. Tourist babe bor dhunia Thai. Amar purana gharor usaror. Aru ajanper dargah ase. Dikhow kanor, bramaputra kanat dhunia Thai.
Hundar
সকলোৱেই বহুল ভাবে পছাৰ কৰিব লাগে আমাৰ এই অনুষ্ঠান বিলাক
Dada parboti nohoi sati he
Val lagil, kintu Mata Satir Bar kha thal
Video2 sai bht val lagil.agoloi ru saboloi pam boli akha thakil.but,kotha ata kow vol nobojibo Parboti Parboti boli kowatke Maa Parboti boli kowa hole ru besi vl lagil hoi video2🙏
♥️🕉♥️🙏
ভাল লাগিল দাদা জানিব পাৰি।
শিৱসাগৰৰ ক'ত হয় ।। জনাবচোন ।।
দাদা বকো এটা পাৰ্বতী পাহাৰ নামেৰে এটা পাহাৰ আছে, মবাইলত চাৰ্ছ কৰি ছাই লব ।
Ami lucky Mar bilupta mandir dekhilu
সতী
নামঘৰত বিশেষকৈ ব্ৰাহ্মণসকলৰ গাঁৱৰ নামঘৰত গণেশ,শিৱ,বিষ্ণু,দুৰ্গা,লক্ষ্মীৰ নাম গায়। গঙ্গাৰ নামো গায়। সিংহাসনত কীৰ্তন গুণমালা নাথাকে। শ্ৰীকৃষ্ণৰ বিগ্ৰহ থয়।।নামঘৰ মাত্ৰেই মহাপুৰুষীয়া বা। বৈষ্ণৱী এনেকুৱা ঠিক নহয়। কিন্তু এটা কথা, নামঘৰত কেৱল কৃষ্ণৰ হে স্বৰূপ বা বিগ্ৰহ থাকে,অন্য দেৱী দেৱতাৰ নাথাকে।
মোৰ জন্ম ঠাই।
Kot o Baba.
Sivasagar garisagar dikhow mukh deghariya gaon
Kenekowa popular buli kole nubujilu
Namghoriak dekhi tetun tamuli kla2loi he mnt pril dekhat steyel akei
সতী হৈছে দক্ষ আৰু প্ৰসূতিৰ কন্যা। শিৱৰ প্ৰথম পত্নী।। সতীৰ মৃত্যু হোৱাত সতীৰ দেহৰ অংগ পৃথিৱীৰ বিভিন্ন ঠাইত পৰিছিল,যি পিছলৈ 51 খন শক্তি পীঠত পৰিণত হ'ল।।
সেই সতীয়েই পিছলৈ হিমালয় পৰ্বতৰ ৰজা হিমবণ্ত আৰু মেনকা ৰাণীৰ কন্যা পাৰ্বতী ৰূপে জন্ম লৈ পুনৰ শিৱৰ পত্নী হলগৈ।।
মূলতঃ আদ্যশক্তি মহামায়া ই সতী আৰু পাৰ্বতী হৈ জন্ম লৈছিল। এতেকে সতী,পাৰ্বতী,দুৰ্গা ,কালী, অন্নপূৰ্ণা ,জগদ্ধাত্ৰী একেগৰাকী গোসাঁনী।।